Xorot ~ শৰৎ | Pinkal Pratyush | Kishore Baruah | Short Assamese Poem

  Рет қаралды 83,155

Pinkal Pratyush

Pinkal Pratyush

Күн бұрын

Пікірлер: 516
@bobitahazarika4819
@bobitahazarika4819 3 жыл бұрын
ইমান আবেগভৰা তোমাৰ কণ্ঠ... ইমান গভীৰতাৰে ভৰা... ইমান আকুলতা 🥺🥺🥺 । শুনিলেই শুনি থাকিবৰ মন যায়🥺🥺 ❤
@ARSmartAssam
@ARSmartAssam 3 жыл бұрын
Same to you 👍👍👍
@dikshitadas2628
@dikshitadas2628 3 жыл бұрын
🌧️+🎧+Your voice = 💕🥺
@Babu..Lyricxzz
@Babu..Lyricxzz 3 жыл бұрын
✨😌❣️🥀🥺
@riturajbora4191
@riturajbora4191 3 жыл бұрын
দাদা , আপোনাৰ প্ৰতিটো কবিতাৰ প্ৰতিটো শব্দই মোৰ হৃদয় চুই যায় । কিমান বাৰ আপোনাৰ কবিতা শুনো তাৰ হিচাপেই নাই বহুত বহুত বহুত.....ভাল লাগে আপোনাৰ কবিতা সমূহ .......❤️❤️
@memories8791
@memories8791 3 жыл бұрын
ঘূৰাই পাব মন যায় সেই শৰতৰ ৰাতিপুৱাটো । পাতল কুৱলী, শেৱালি ফুলৰ সুগন্ধি , তোমাৰ পাৰফিউমৰ গোন্ধ আৰু তোমাৰ চাইকেলৰ পাছত মই বহি গৈছিলো । তোমাৰো জানো সেইটো দিন মনত নপৰে । সেইটো দিনৰ লগত যেন মোৰ কিমান সোণালী স্মৃতি জড়িত হৈ আছে । পিংকল দা তোমাৰ প্ৰতিটো কবিতাই মোক আপ্লুত কৰে জানা । তোমাৰ প্ৰতিটো কবিতাৰে মাজত মোৰ ৰাজকুমাৰ ৰ সুখ-দুখ , ভালপোৱা , অভিমান বিচাৰি পাওঁ । অধিৰ আগ্ৰহেৰে তোমাৰ আনটো কবিতালৈ অপেক্ষাৰে ৰলো ।
@rikumonicreations1987
@rikumonicreations1987 3 жыл бұрын
শৰৎ মানেই যেন কাৰোবাৰ বাবে বিষাদ কাৰোবাৰ বাবে প্ৰেমৰ সুৱাস ❣️... সেই শৰতৰ কবিতা আপোনাৰ কন্ঠত উফ.. 😍😍
@স্পন্দন-ল৫প
@স্পন্দন-ল৫প 3 жыл бұрын
💕 শৰৎৰ সুবাসত আজিও বিলীন মোৰ ৰিক্ত হৃদয় । অতুলনীয় কথা আৰু কন্ঠস্বৰ৷ বহুত ভাল লাগিল শুনি ।
@juthika299
@juthika299 3 жыл бұрын
🥺🥺🥰😍 আপোনাৰ কণ্ঠত সকলো চকুৰ আগত ভাঁহি উঠে , একোখন নাটকৰ দৰেই
@karabikalita7108
@karabikalita7108 3 жыл бұрын
আপুনি কণ্ঠৰ পৰা নিগৰি অহা প্ৰতিটো শব্দই হৃদয় চুই যায়......আজিও প্ৰতিটো শব্দই হৃদয়ৰ একোণত সাঁচ বহুৱাই গ'ল🥺💓
@ranuthakuria6576
@ranuthakuria6576 3 жыл бұрын
আবেগবোৰে ইমান ধুনীয়াকৈ আপোনাৰৰ কন্ঠত আৰু কবিতাত স্থান পাই দাদা বহুত ভাল লাগিল
@gitanjaliboro524
@gitanjaliboro524 3 жыл бұрын
আপোনাৰ কবিতা আৰু কণ্ঠৰ প্রশংসা কৰিব পৰাকৈ শব্দৰো অভাব হব । আপোনাৰ প্রতিটো কবিতায় হৃদয় চুই যায়।।
@aninditabaruah6206
@aninditabaruah6206 3 жыл бұрын
দাদা,,❤️🌼🌹 আপোনাৰ প্ৰতিটো কবিতাই মোৰ হৃদয় চুই যায়...... আপোনাৰ কবিতা বোৰ শুনিলে শুনি থাকিব মন যায় ........❤️🌼🌹
@Dipjyoti2006
@Dipjyoti2006 3 жыл бұрын
Pinkal da, আজিলৈকে প্ৰেমত পৰা নাই, কিন্তু আপোনাৰ কবিতাৰ শিহৰনবোৰে প্ৰেম কৰিবলৈ শিকায়, মন যায় প্ৰেমৰ মিঠা অনুভৱবোৰ অনুভৱ কৰিবলৈ, মন যায় নিজৰ পৰিচয় আগত ৰাখি প্ৰেমত বাউলী হ'বলৈ। লগতে আপোনাৰ কবিতা কোৱাৰ ধৰনে, চাগে মোৰ দৰে বহু কেইজনৰ বাবে উৎসাহ কিবা এটা লিখাৰ, কিবা এটা নতুন কৰাৰ, নিজৰ প্ৰিয় জনৰ বাবে, নিজৰ ভাষাটোৰ বাবে।।
@garimanath6318
@garimanath6318 3 жыл бұрын
দাদা মই বিলীন হৈ যাও আপোনাৰ কন্ঠত ♥️♥️🤗🤗🤗
@Believer.67
@Believer.67 3 жыл бұрын
আন্ধাৰে সকলো জানে , তাই দি যোৱা স্মৃতি বোৰ যে কিমান বিষাদ , সেই উজাগৰী নিশাবোৰত তাই দি যোৱা স্মৃতি বোৰ চকুপানী হৈ নিগৰে 😭😭😭💔💔💔
@nizaratai
@nizaratai Жыл бұрын
তোমাৰ কণ্ঠই কবিতাৰ প্ৰতিটো শব্দক যেন জীপাল কৰি তোলে।তোমাৰ প্ৰতিটো কবিতাই মোৰ হিয়া চুই যায়। ❤❤❤
@bishnuvlog5194
@bishnuvlog5194 3 жыл бұрын
bohut dhuniya eman dhuniya voice sunile suni thakibo mon jai👍 good shereing
@rinkitamuli9143
@rinkitamuli9143 3 жыл бұрын
কান্দি পেলাইছোঁ তোমাৰ আবেগভৰা কণ্ঠত। really heart touching ❤️ so soothing voice 💞
@Namib-Creations
@Namib-Creations 3 жыл бұрын
শৰতৰ অনুভৱী শব্দৰ মালাধাৰিয়ে মন চুই চুই গৈছে আৰু কণ্ঠ😍 💙❤
@saikiasabita910
@saikiasabita910 3 жыл бұрын
হৃদয় চুই গৈছে🥺 কি কম ভাষা নাই শব্দৰ অভাৱ হৈছে 💚❤
@pubali7288
@pubali7288 3 жыл бұрын
সঁচাই তোমাৰ কণ্ঠত কিবা magic আছে ❤️
@jurideka858
@jurideka858 3 жыл бұрын
দাদা হৃদয় চুই গৈছে,প্ৰশংসা কৰিবলৈ শব্দৰ অভাৱ হৈছে😘🙏
@AnjuChutia-b3k
@AnjuChutia-b3k 3 жыл бұрын
মই হৃদয়ৰ পৰা আশীৰ্বাদ কৰিছোঁ তুমি সদায় কুশলে থাকা 😍
@rimpidas7705
@rimpidas7705 3 жыл бұрын
Always have felt the pain behind this voice!❤️ Also, শৰৎ!!💘💘
@ayangpayeng366
@ayangpayeng366 3 жыл бұрын
হৃদয় চুই যোৱা এটি বুজাব নোৱাৰা........❤️❤️❤️❤️
@leenadeka4803
@leenadeka4803 3 жыл бұрын
Iman dhuniya ki kom eku hobdo e bisari napau ❤️❤️❤️❤️❤️
@kasturimeow5328
@kasturimeow5328 3 жыл бұрын
Xorot mur priyo ritu dadaa...💙💙bohuutt val lgil xunii dadaa...🌼🌼 xewali fular din bur xosai priyo....🌼🌼💙💙
@sadhuamphi7920
@sadhuamphi7920 3 жыл бұрын
I love you pinkal daa ইমান আবেগভৰা আপোনাৰ কণ্ঠৰ! ❤️❤️❤️🌹🌹😓
@rjsukanya8361
@rjsukanya8361 3 жыл бұрын
What a heart melting voice 🥺💖 you have.. goosebumps.... আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠে হৃদয়ৰ নীভৃত কোণত সোমাই থকা কিছুমান অপ্ৰকাশিত শব্দ বোৰ... কিয় নাজানো কিবা এটা ই যেন কৰবাৰ পৰা আহি খুন্দা মাৰিছেহি বুকুত...Through your voice 🥺...I can't explain..... KEEP SHINING DADA 🙏✨
@anamikaroy4841
@anamikaroy4841 3 жыл бұрын
আপোনাৰ 😇কণ্ঠত😌🍂 বাৰে বাৰে 🍁🍂 প্ৰেমত পৰো 🥀❤️🍂।।
@jurikakati4403
@jurikakati4403 3 жыл бұрын
ইমান আবেগৰেভৰা তোমাৰ মাতটো🥰শুনিলে শুনিয়ে থাকিব মন যায়
@nayanmonidas7533
@nayanmonidas7533 3 жыл бұрын
👏👏👏বহুত ভাল লাগিল ৷তোমাৰ কন্ঠত প্ৰতিটো কবিতাৰ শাৰীয়ে প্ৰাণ পাই উঠে ৷
@milondas4512
@milondas4512 3 жыл бұрын
Rain + headphone+ dark night+ broken heart + your voice = best feelings 🥺❤️✨
@monjumodak4536
@monjumodak4536 3 жыл бұрын
Eman dhuniya mat tumar dada premot Pori jao ai mat tui😘😘❤️❤️❤️❤️❤️
@barashathakuriya4500
@barashathakuriya4500 3 жыл бұрын
এনেকুৱা লাগিছে যে মোৰ জীৱনৰ কথা কৈ আছে ❤️🥺🥀
@zasingfa
@zasingfa 3 жыл бұрын
হৃদয় চুই যোৱা কন্ঠ😘😘😘
@UjjalChutia-b7h
@UjjalChutia-b7h 3 жыл бұрын
তোমাৰ ইমান সন্দৰ মাত ন দাদা।আপোনাৰ মাত টো শুনিলে শুনি থাকিবই মন জাই so cute I love you dada🥰❤️🥰❤️
@abhimaniahumpuwali
@abhimaniahumpuwali 3 жыл бұрын
সুন্দৰ দাদা আপোনাৰ মাতষাৰ অতি সুন্দৰ সঁ‌চাকৈ বৰ ভাল লাগিল শুনি
@abinashsaikia6196
@abinashsaikia6196 3 жыл бұрын
ভাল লাগে আপোনাৰ কণ্ঠ আৰু সেই কণ্ঠত নিগৰি অহা কবিতাবোৰ। যেন নিজকে বিচাৰি পাওঁ
@inkumonibhuyan897
@inkumonibhuyan897 3 жыл бұрын
Bhut bhut Val lagilo pinkal da😍♥️❤️♥️♥️♥️😍🔥🔥🔥
@chandan_gogoi
@chandan_gogoi 3 жыл бұрын
শুনিলে শুনি থাকিব মন যোৱ এটা মাত , 🥺♥️
@bontigogoi1917
@bontigogoi1917 3 жыл бұрын
❤❤❤❤❤love voice hunile huni thakibor mon jai 😘😘😘
@hrishitadutta3938
@hrishitadutta3938 3 жыл бұрын
তোমাৰ কণ্ঠটো বাৰে বাৰে শুনি থাকিব মন যায়। তোমাৰ কণ্ঠত মই ডুব গৈ নিজকে পাহৰি পেলাওঁ।
@Sweet_sparow245
@Sweet_sparow245 3 жыл бұрын
Tumar voice tut kiba ata ase mane hunile huniye thakibole mn jai tumar kobitabur👍👍👍👍👍❤❤❤❤❤❤❤
@zoyarabha8113
@zoyarabha8113 3 жыл бұрын
Bhtt Val lage apunar Voice aru kubita Bor....🤩🤩🥰🥰🔥🔥
@Sikhamoni9708
@Sikhamoni9708 3 жыл бұрын
Love these lines ❤💓
@partha0973
@partha0973 3 жыл бұрын
❣️😌তোমাৰ কণ্ঠত শব্দবোৰে প্ৰাণ পাই উঠা যেন লাগে 😌❣️
@bhaswatisarma2197
@bhaswatisarma2197 3 жыл бұрын
বহুত বেছি ধুনীয়া🌻আপোনাৰ কণ্ঠ সদায় প্ৰিয়✨
@udaijyotimedhi1380
@udaijyotimedhi1380 3 жыл бұрын
Hridoi sui jua aan eti kobita tumar.. 👍🏻👍🏻
@nilufaansari4478
@nilufaansari4478 3 жыл бұрын
Pinkal da apunar mat khar bohut dhunia.apuni aru aguai jaok💓💓💓
@outad1940
@outad1940 3 жыл бұрын
এনেকুৱা লাগিছে মোৰ মনৰ কথা প্রকাশ কৰিছে💔 ! শব্দবিহীন মই..Lots of love from Lakhimpur(Dhakuakhana)
@prarthanalahkar2746
@prarthanalahkar2746 3 жыл бұрын
Your voice is mind blowing😌
@pujaborah9325
@pujaborah9325 3 жыл бұрын
তোমাৰ প্ৰসংশা নকৰি নোৱাৰোঁ ইমান ধুনীয়া তোমাৰ মাতটো ❤️❤️
@jatinsarma396
@jatinsarma396 3 жыл бұрын
আপোনাৰ মাতটো হৃদয় চুই যায়💜🌺
@parimitadasofficial52
@parimitadasofficial52 3 жыл бұрын
কথা বোৰ যে ইমান ভাল লাগে 🌸😊🌸
@priyajyotirajkhowa.8222
@priyajyotirajkhowa.8222 3 жыл бұрын
Oh my god. So so so so so sweet your voice Pinkal Da.❤❤😚😚😚
@pramodkhakhlary8580
@pramodkhakhlary8580 3 жыл бұрын
Tumi bor morom loga aru tumar kontho khunile kuni thakibo mon jai vayti ❤️❤️
@rbassam2231
@rbassam2231 3 жыл бұрын
uff tumr kotha khobdobur khunile khuni thkibo mon jai 💕💕💕❤❤❤❤
@suprimsparsha2684
@suprimsparsha2684 3 жыл бұрын
Iman hundor kontho..bahut huni thako
@niyardeepakash5222
@niyardeepakash5222 3 жыл бұрын
Jui 🔥 dada bhut vl lage apunr voice tu omg ❤️❤️ cute voice
@assameseculturalvauna5222
@assameseculturalvauna5222 3 жыл бұрын
হৃদয় চুই গ'ল 😘😘😘
@himashreebhuyan4364
@himashreebhuyan4364 3 жыл бұрын
Bht vl lgil dada🙂..mon sui gol..apuni aru aguai jaok..🥰
@kuhigogoi3487
@kuhigogoi3487 3 жыл бұрын
Apunar voice tu 🥺huniley huni thakibo mn Jai 🙂❤️ru apunar protitu hobdo hkolure ontor sui jai anekoie jen aguaie jawk hodaie 🙌
@Noyimrohman
@Noyimrohman 3 жыл бұрын
Nijan Rati Hunisu😇Hriday Sui Gol Sokur Pani Hori Poril🤧#voice🤞❤
@manalishadas2421
@manalishadas2421 3 жыл бұрын
বাৰে বাৰে তোমাৰ কণ্ঠৰ প্ৰেমত পৰো ❤❤❤❤😍😍😍😍
@missingaaoakshay3122
@missingaaoakshay3122 3 жыл бұрын
Prinkal da hosake voice tu wow100%💖💖💖💖💖💖💖💖💖💖
@JustOffBeat
@JustOffBeat Жыл бұрын
This is really Heart Touching... ❤️❤️ Kishore Sir you Rock!!
@chiranjebbarman4066
@chiranjebbarman4066 3 жыл бұрын
Moi Kobita likhiboloi seidinai aromvo korisilu, jidinar pora apunar kobita bur xuna korilu😍. Xosakoi ek prithok bisesotto ase apunar kobita aru kontho Rajit 🥰
@rashmibasumatary8384
@rashmibasumatary8384 3 жыл бұрын
Wow wow eman shundar vic
@seherabeyalora
@seherabeyalora 3 жыл бұрын
Mja pinkal Da🔥❤❤ Next poem akou joldi pam buli axha thkile😄❤❤❤❤❤❤
@moinasonowal6212
@moinasonowal6212 3 жыл бұрын
সঁচাই ইমান ধুনীয়া তোমাৰ কণ্ঠ 🥺❤️
@dimpisarmah1108
@dimpisarmah1108 3 жыл бұрын
Tumr maat2 emn dhuniya dada ...bht dhuniya
@tezpursuwaliofficial1603
@tezpursuwaliofficial1603 3 жыл бұрын
Bohut Dhuniya lagesa dada ❤️❤️
@garima9310
@garima9310 3 жыл бұрын
Aji mon tu a hanti paise, tumar kobita huni 😊emaan dhuniya tumar maat tu💞hodai jen huni a thakim ketiyau amoni nlage ❤
@traveller-paban987
@traveller-paban987 3 жыл бұрын
তেওঁক একপখীয় ভাৱে ভাল পাওঁ বাবে কবিতা ভালপাব শিকিলো ! এতিয়া কবিতাবোৰেৰে মোৰ বুকুৰ দুখবোৰ নিচুকাই থওঁ!
@nurulhaquechaudhury1019
@nurulhaquechaudhury1019 3 жыл бұрын
🥺♥️
@khelansonowal9302
@khelansonowal9302 3 жыл бұрын
Dada ketiyau pahrib nuaru tumar voice2 hoday priyo🌸💞😘
@sabinsaikia3535
@sabinsaikia3535 3 жыл бұрын
সঁচাকৈয়ে এক বুজাব নোৱাৰা অনুভূতি ....
@pronatisaikia675
@pronatisaikia675 3 жыл бұрын
Prinkel da Tumi 🔥 🔥🔥
@bhaskarjyotiggi612
@bhaskarjyotiggi612 3 жыл бұрын
অনুভৱ কৰি চালে কিবা বিলীন হোৱা যেন লাগিছে ও 🥺🥺
@rahulrabha8879
@rahulrabha8879 3 жыл бұрын
Ufff ❤️❤️❤️ voice bro pgl how moi tumr matot... Nd Heart touching 💖💖💖💖
@bikashnath3396
@bikashnath3396 3 жыл бұрын
(শৰতে জোনলৈ লিখা ) সৰাপাতৰ স্মৃতিৰ জখলা বগাই আজি আকৌ উভতিছোঁ তোমালৈ ! তুমি আছা বাবেই... মই জী উঠোঁ তোমাৰ দুচকুৰ দীপ্তময় প্ৰৌজ্বলতাত...! জী উঠোঁ... তোমাৰ স্নিগ্ধময় গভীৰতাত । তুমি আছা বাবেই ... জী উঠোঁ... আন্ধাৰৰ মাজতো, সংগোপনে ! কেতিয়াবা তোমাৰ মাজত, কেতিয়াবা মোৰ মাজত । © বিকাশ কুমাৰ নাথ
@lizakalita6448
@lizakalita6448 3 жыл бұрын
OMG😌😌❤️
@princessmoromi4030
@princessmoromi4030 3 жыл бұрын
Wow amazing voice Pinkal da ❤️❤️
@azobxopunassam5192
@azobxopunassam5192 3 жыл бұрын
Pinkal da 2mi,💥💥💥💥💥💥 🔥🔥🔥 love you pinkal da
@arupmixvlogs8681
@arupmixvlogs8681 3 жыл бұрын
So sweet voice........ I love vice....
@ranugohain8697
@ranugohain8697 3 жыл бұрын
শৰতৰ অনুভৱ আৰু লগত তোমাৰ কণ্ঠ উফ 😊
@pallabikalita7752
@pallabikalita7752 3 жыл бұрын
Prinkal da apunar mat2 hunile hokolubur tension naikia hoi jai 😍 your voice is uff 🌺❤💞💕
@pinkumonichutia2589
@pinkumonichutia2589 3 жыл бұрын
Kio emn dhuniya tumar voice2 hsakoi bahut besi vl lage LV u
@pratibhakakati9866
@pratibhakakati9866 3 жыл бұрын
সচাঁকৈ শুনি বৰ ভাল লাগিল..❤..
@tamannasarma8780
@tamannasarma8780 3 жыл бұрын
So heart touchy ...Beautifully reflected the feelings of the poem...👌👌
@axomiyasuwali5504
@axomiyasuwali5504 3 жыл бұрын
মিঠা মাত আপোনাৰ 🥰🥰🥰আপুনি জুই 🔥🔥🔥
@bastabchungkrang6090
@bastabchungkrang6090 3 жыл бұрын
Love u bro 😣thnks to lot __emn bhl ata video mr lgt homporko mila ata.... Sabo pua krne...
@gorimarabharabha8546
@gorimarabharabha8546 3 жыл бұрын
Really heart touching pinkal daa ❤️❤️
@madhusmitadas6438
@madhusmitadas6438 3 жыл бұрын
What a voice... Just love listening to it.. 💖
@dhirajneel351
@dhirajneel351 3 жыл бұрын
🎧 + Pinkal da voice = ufff ❤💛❤
@assambike9196
@assambike9196 3 жыл бұрын
Love ly ❤️😗
@himangshubaruah8678
@himangshubaruah8678 3 жыл бұрын
Pinkal Da just😍😍😍😍😍😍🌺🌺🌺🌺
@progyanigogoi8054
@progyanigogoi8054 3 жыл бұрын
Really heart touching 🥺❤️
@manamibordoloi3157
@manamibordoloi3157 3 жыл бұрын
Bhut vl lagise 2mr voice2 huni 🥰
@itsrepublica7287
@itsrepublica7287 3 жыл бұрын
Your Voice gives Life to the Poems you Recite❤
@divishakayshap1842
@divishakayshap1842 3 жыл бұрын
Tumar voice tu bor val lage💖💖 God bless you 💖
Don’t Choose The Wrong Box 😱
00:41
Topper Guild
Рет қаралды 62 МЛН
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН
Chain Game Strong ⛓️
00:21
Anwar Jibawi
Рет қаралды 41 МЛН
Tumar Beka Hahitu
3:43
Pinkal Paratyush - Topic
Рет қаралды 12 М.
Don’t Choose The Wrong Box 😱
00:41
Topper Guild
Рет қаралды 62 МЛН