যোগদানৰ প্ৰথম দিনটোতে জয়ন্ত বৰাই কিয় নাৰাখিলে সভাপতিৰ কথা?

  Рет қаралды 14,574

The CrossCurrent

The CrossCurrent

Күн бұрын

দলৰ সভাপতিয়ে বিচৰাৰ দৰে নহ’ল যোগদান। যোগদানৰ প্ৰথম দিনটোতে জয়ন্ত বৰাই কিয় নাৰাখিলে সভাপতিৰ কথা?
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 32
@taradoi7957
@taradoi7957 10 сағат бұрын
মোৰ মনৰ দৃষ্টিৰে------------------- সভাপতিক সন্মান নজনোৱা বা নমনা একেবাৰে ভুল কথা ।সভাপতিক লগত লৈ কাম কৰিব লাগে ।গৌৰৱ গগৈ বাহিৰে যোগদান কায'সূচীত বেলেগ নেতা কিয় নাই ??? গৌৰৱ গগৈৰ অহংকাৰ হৈছে নেকি বাৰু ??? যদি হৈছে আত্মবিশ্লেষণ কৰক ।
@pradipdas3459
@pradipdas3459 10 сағат бұрын
দল বাগৰা নেতাক কিয় টিকত দিয়ে।
@jalaluddinahmed9888
@jalaluddinahmed9888 9 сағат бұрын
বিৰোধী ঐক্যবদ্ধ হব নোৱাৰাটো দূৰভাগ্যজনক। কংগ্ৰেছে অলপ ভূল সিদ্ধান্ত লৈছে নেকি।
@khagenkakati6380
@khagenkakati6380 10 сағат бұрын
এইটোক আকৌ উলিয়াই দিয়ক।এই গৰু বোৰক কিয় টিকটত দিয়ে।ই Himantar চামচা
@bimalchetri2801
@bimalchetri2801 8 сағат бұрын
এইবোৰ কৈ লাভ নাই। ভূপেন বৰাৰ কথা ঠিক ।
@yeaminurrahman3764
@yeaminurrahman3764 9 сағат бұрын
সময়ৰ আহ্বানত কেতিয়াবা সভাপতি হ'লেও কিছুমান বিষয় এৰাই চলিব লগা হয়। ভূপেন বৰা ডাঙৰীয়াই লোৱা সিদ্ধান্ত একমাত্ৰ দলৰ ভালৰ বাবে লোৱা সিদ্ধান্ত।
@khagenkakati6380
@khagenkakati6380 10 сағат бұрын
Right Akhil Da
@budheswarsaikia3103
@budheswarsaikia3103 8 сағат бұрын
Thikei ase, all is well end of well.
@BhabanBharali
@BhabanBharali 9 сағат бұрын
এইটো সাধাৰন কথা সকলোৰেই এনেকুৱা হয়
@ranjitdoley2659
@ranjitdoley2659 9 сағат бұрын
কংগ্ৰেছ যে আকৌ ডুবিব ই খাটাং।
@bimalchetri2801
@bimalchetri2801 8 сағат бұрын
বিজেপিৰ কথা কোৱাচোন...
@bamkhanggoyari9968
@bamkhanggoyari9968 9 сағат бұрын
যি সভাপতি জন সমৰ্থন নাই প্ৰতি বাৰতে হাৰি থাকে, তেনেকুৱা সভাপতিক কিয় লাগে?
@phanindradevagoswami4635
@phanindradevagoswami4635 8 сағат бұрын
মাননীয় ভূপেন মহাশয়(=আদৰ্শ ব্যক্তি) অসমৰ সাম্প্ৰতিক ৰাজনীতিকৰ উৰ্দ্ধত! তেখেেতৰ বলিষ্ঠ নেতৃত্বত গুণমুগ্ধ মোৰ দৰে হয়তো বহু অসমবাসী!!দানৱৰ শাসন ত আতঙ্কিত অন্ধকাৰচ্ছন্ন ভৱিষ্যৎ সাবতিব লগা হোৱা অসমীয়াই তেখেতৰ নেতৃত্বৰ বাবে হেঙুলীয়া কিৰণ দেখিছে য'ত গৌৰৱ-ৰকিবুলে বিহ ঢালিছে।ইহঁতো হিমন্তৰ এজেণ্ট নিশ্চয়!!! গৌৰৱ জিকাৰ কাৰণ আছিল হিমন্তক সহ্য কৰিব নোৱাৰা যোৰহাট ভোটাৰৰ সংখ্যা আৰু ৰকিবুলৰ বদৰুদ্দিনক সহিব নোৱাৰা ভোটাৰৰ সংখ্যা।"কাকও পৰিল তাল ও সৰিল"। চামগূুৰি-বিহালীত ইহঁতৰ স্বভাৱ ধৰা পৰিলতো?নেতা হবলৈ যায়?!
@tamanna2813
@tamanna2813 10 сағат бұрын
Bhupen knockout. Gaurav one man army
@rushanburagohain6803
@rushanburagohain6803 7 сағат бұрын
জয়ন্ত বৰা জিকাৰ পাছত বি জে পি গমন।নাটক কৰি কৰি অসম ধ্বংস কৰিলে ৰাজনিতীৰ দালালবোৰে।
@GunamoniDutta-r6o
@GunamoniDutta-r6o 8 сағат бұрын
Congresse Harianar pora xikha nolole.
@lakhinath6125
@lakhinath6125 5 сағат бұрын
ভস্মাসুৰ
@abdulmannanahmed787
@abdulmannanahmed787 7 сағат бұрын
BJP is not a bigger enemy for Congress. Its a section of Congress leaders themselves that are enemy of the party.
@pradipdas3459
@pradipdas3459 10 сағат бұрын
1:10 1:12 1:13
@BhishmaChirang
@BhishmaChirang 10 сағат бұрын
bhupen bora bjp t jabo 25 t
@Beaevs
@Beaevs 9 сағат бұрын
Akhil uddin news channel hoy aitu
@prasantabora4558
@prasantabora4558 6 сағат бұрын
420
@sweetchildhood3479
@sweetchildhood3479 11 сағат бұрын
Nelaj Bhupen.
@MinatiDevi-p7f
@MinatiDevi-p7f 9 сағат бұрын
Apuni eman kosto korise kintu apunar dolei apunak kunu guruto nidiye so apuni b j p loi guci ahok kunu dagor kotha nohoi mama aru apuni mili assamo khon bosau k tat thakile gogoi yei apunak xubidha nidiye kunu kamot bujile karon torun gogoi he putek belegor c m hobo loi nidiye gom tu payei sage amor mama k ki dosa koricilu n so guci ahok val budhi disu apuna k
@alokdutta5907
@alokdutta5907 3 сағат бұрын
Bhupen bora aneu bohut agor porai bjpr agent hoi bujile
VAMPIRE DESTROYED GIRL???? 😱
00:56
INO
Рет қаралды 9 МЛН
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 72 МЛН
小丑家的感情危机!#小丑#天使#家庭
00:15
家庭搞笑日记
Рет қаралды 35 МЛН
VAMPIRE DESTROYED GIRL???? 😱
00:56
INO
Рет қаралды 9 МЛН