This podcast is one of your best podcast I must say. Personally I am inspired by this conversation. Thanks to the entire team of BAARTA LAAP especially Chakrapani Parasar da🙏
@ascreation24953 ай бұрын
Chakrapani da apuni mur favorite journalist...but aitu show sobse bea palu because ai manuhjonor poriyal tur kotha sobe Jane keneke ki hoise
Bohut joshila manuh jon.. positive.....bhal lagil podcast tu sai.....xundar....
@raktimroy93783 ай бұрын
শ্যামকানু মহন্ত ছাৰৰ সৈতে মই যোৱা ৮ বছৰ ধৰি একেলগে কাম কৰিছো। কামৰ প্ৰতি মানুহজনৰ সাংঘাতিক নিচাক একেবাৰে কাষৰ পৰা দেখিছো। এটা প্ৰতিষ্ঠানৰ মুৰব্বী হৈও তেওঁ প্ৰতিদিনেই এজন কৰ্মচাৰীৰ সমানেই বা প্ৰয়োজনত সকলোতকৈ বেছি কাম কৰে। অসমতো বাদেই সমগ্ৰ উত্তৰ পূবতে হয়তো তেখেতৰ দৰে প্ৰগতিশীল আৰু হাৰ নমনা মানসিকতাৰ উদ্যোগীৰ সংখ্যা আঙুলীৰ মূৰত লেখিব পৰাকৈ কম। মানুহে ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ সংগীত আৰু ফেশ্বনৰ কথা বেছিকৈ পাতে। এই ফেষ্টিভেলবোৰ কেৱল মনোৰঞ্জনৰ বাবে পতা হয় ধৰণৰ নেৰেটিভ গঢ়িবলৈ চেষ্টা কৰা হয়। আৰু ফলত স্বাভাৱিকতেই ৰঙালী বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ ঔদ্যোগিক দিশটোৱে কম গুৰুত্ব পায়। কিন্তু এই মঞ্চখনত স্থানীয় উদ্যোগী, সৃষ্টিশীল লোকসকলৰ লগতে শিপিনী আৰু শিল্পীসকলে নিজৰ প্ৰতিভা আৰু সামগ্ৰী প্ৰদৰ্শনৰ বৃহৎ সুযোগ লাভ কৰি আহিছে। তেওঁলোকে ইয়াত প্ৰত্যক্ষভাৱে উপাৰ্জনৰ উৎস পোৱাৰ লগতে ভৱিষ্যতৰ বাবেও এখন বৃহৎ বজাৰৰ সন্ধান পায়। আৰম্ভণিৰ পৰাই দেখিছো ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেলে অসম আৰু উত্তৰ পূবৰ কলা-সংস্কৃতি-পৰ্যটনৰ সম্ভাৱনাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলভাৱে প্ৰচাৰ কৰি আহিছে। ছাৰৰ লগত কাম কৰা বছৰবোৰত মানুহে তেখেতক বিশেষকৈ চছিয়েল মিডিয়াত নেতিবাচক সমালোচনা কৰা দেখিছো। কোনো তথ্য নোহোৱাকৈ, যুক্তি নথকাকৈ সুবিধাবাদী বুলি কোৱা দেখিছো। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে তাতকৈ চাৰিগুণ মানুহে তেখেতৰ কামৰ প্ৰশংসা কৰে। তেখেতক উৎসাহিত কৰে। হাঁহি উঠা কথাটো হ'ল মানুহে চৰকাৰক সমৰ্থন কৰাৰ বাবে তেওঁক সমালোচনা কৰে আৰু ভাবে যে বিনিময়ত চৰকাৰৰ পৰা তেওঁ বিশেষ কিবা সুবিধা পায়! এই কথাষাৰ সম্পূৰ্ণ মিছা। তেওঁ বা আমাৰ প্ৰতিষ্ঠানে কামৰ ক্ষেত্ৰত কোনোদিনেই চৰকাৰৰ বিশেষ সুবিধা লাভ কৰা নাই। সমালোচনা আমাৰ জীৱনৰ অংগ। কিন্তু আনক হকে বিহকে কোনো যুক্তি নোহোৱাকৈ বেয়া পাই সমালোচনা কৰি থকাতো কেৱল সময় নষ্ট!
@15warzone3 ай бұрын
Sir k kowk apuni axomr lora suwalir entry free karibo northeast festival t
@As058703 ай бұрын
চক্ৰপাণি আপোনাৰ বাৰ্তালাপ অনুষ্ঠানলৈ অহা আটাইবোৰ অতিথিৰ ভিতৰত এই জন ব্যক্তিয়েই অপ্ৰয়োজনীয়।কাৰণ নিউজ ছানেল বোৰত এই গৰাকী আৰু তেখেতৰ গোটেই পৰিয়াল টোৱে Leading Shadow Politics কৰে। যিটো সাধাৰণ মানুহৰ বাবে অতি বিপদ জনক। তাতকৈ আপুনি যিকোনো ৰাজনৈতিক দলৰ যিকোনো front line নেতাক আনিলে অনুষ্ঠান টো বেছি ভাল লাগিব।
@krishna.moniii3 ай бұрын
Totally Agreed 💯
@NabajyotinathNaba3 ай бұрын
12 তা জনম ল'লেও সেই পৰিয়ালটোৰ সমান যোগ্যতা অৰ্জন কৰিব নোৱাৰ তহঁতে
@HemenTalukdar-c3x3 ай бұрын
It’s incredible to hear how Rongali is more than just a celebration; it’s a cornerstone in building a modern Assam by uniting the community, promoting local artisans, musicians, and entrepreneurs. The festival's role in skill development and the broader exposure provided by initiatives like the North East Festival in India and outside India are remarkable. It's clear that the work being done is not only enriching the cultural landscape but also fostering economic growth and societal cohesion. Thank you Shyamkanu da for sharing such an enlightening perspective on how these efforts are shaping a vibrant and interconnected future for Assam & Northeastern states.
@jagadishdeka52133 ай бұрын
Axomor ata val poriyalor xuxantan❤
@neeldas27433 ай бұрын
অনুষ্ঠানটি খুবেই সুন্দৰ। ❤❤
@BaruvaUttara-rw5tq3 ай бұрын
Very true, without sponsorship it is not at all possible to organize such huge festival. Even no one can imagine doing such great work. Whenever you do creative work some people will jealous of you. Be positive, we are with you. Good luck ! Have faith.
@birinchikumarsarma66473 ай бұрын
I love sakapani and i always support this type of valuabe Assamese people, best of luck,
But moi ata kotha kou aijonor pura family tu bjp r pokor seleka
@shimantagogoi77393 ай бұрын
Dada assamt football academy kiba kariba pare nki sinta kribasun
@kiranmedhi98903 ай бұрын
বহুত ভাল লাগিল এই অনুষ্ঠান চাই।
@mridupavanpegu55323 ай бұрын
অখিল গগৈ।
@SoneswarKhakhalary3 ай бұрын
আপোনাৰ চিন্তা ধাৰাক কোনোও ধৰি ৰাখিব নোৱাৰে।
@15warzone3 ай бұрын
North East festival r entry free hobo lage
@Dronecomplexx3 ай бұрын
Huh
@SouravBorah-y3i3 ай бұрын
Aku balor brand nhoy... Bepar hoi
@Pritomkalita-d6q3 ай бұрын
Rajnitit ketiau janabo 🙏🙏🙏 anekoi bohut val pau
@youtubeworld50853 ай бұрын
Iyar interview lobo logiya ki ase
@kalpanagogoi31393 ай бұрын
আমি কোঁৱৰপুৰ বাসিন্দাই তোমালোকৰ পৰিয়ালক লৈ গৌৰৱ অনুভৱ কৰোঁ , সততাৰে নিজকে আগুৱাই নিয়া , আন্তৰিক শুভেচ্ছা সদায়েই আছে
@গেৰচনভদীয়া3 ай бұрын
চৰকাৰী পদলেহন কানু দা
@chandankalita78832 ай бұрын
P for ki asile
@ankurjyotitai3 ай бұрын
মানুহ জনক ফটোৱা বুলি নকও। কিন্তু তেখেত এজন স্বাৰ্থপৰ মানুহ যে ন লাগে। ডাঙৰ মানুহ যে তেখেত। কিছু বছৰৰ আগত আমাৰফালে কি কি কাম কৰিব পাৰি, কি কি কৰাৰ সুবিধা আছে, নিবনুৱা যুৱক যুৱতী সকলক লৈ বহুত চিন্তিত আছিল। ইয়াত এইটো নাই, সেইটো নাই। আজি দেখুন কি হল গে। ইমান বছৰে কি কৰিলে । নে ৰাজনীতিত সোমাই নেতা হোৱাৰ আশাত এইবোৰ কৈছিল নে কি বাৰু
@jollywoodworld73953 ай бұрын
teur pora hikhibo loga bhut ase
@pranabdas70143 ай бұрын
Victor Das k matibo sun
@KrishnaSingh-xn1dh3 ай бұрын
মোৰ লৰাটো পঢ়াটো বেয়া কি কৰিলে ভাল হব?
@ImonBaishya3 ай бұрын
ই-ৰিক্সা এখন কিনি দিয়ক
@debangshuchy.78193 ай бұрын
@@ImonBaishya😂dhei
@BhargabjyotiSarmah3 ай бұрын
@@ImonBaishyamurkho
@bhargaV567d3 ай бұрын
Vl manoh hbo khikawok... Phra xuna t k besi vl howa Tu important....
@dimphucopy43443 ай бұрын
চৰিত্ৰ ভাল কৰক
@hairprasaddeori23253 ай бұрын
Ai family r bahire beleg manuh nai neki tv or talkshow t ahib...????