নিউজ বিলাকে মুখ্য মন্ত্ৰীক কিয় এই বিষয়ে প্ৰশ্ন নকৰে। কেৱল চুমি, বিশালৰ লগতে লাগিব পায়।
@b2flims13Ай бұрын
নাজানো আৰু দেই নিউজ চেনেল বোৰে কি কৰি থাকে !!
@arunpegu07Ай бұрын
Apuni update di takibo bro
@b2flims13Ай бұрын
ধন্যবাদ ❤️🙏
@benudharkataki6059Ай бұрын
Apunar kothabur saitua aru monor dukhat badonar prokash charkar aru Assam. Basia gurutta dya niyanta uchit buli bhanu .
@b2flims13Ай бұрын
ধন্যবাদ 🙏
@bikramjitsinghdas2311Ай бұрын
মামা ঔ মামা ..কিবা এটা কওক
@b2flims13Ай бұрын
তাকেহে !
@nurahmed5139Ай бұрын
Himont mama dolong khonr kaam to continue rakhok
@b2flims13Ай бұрын
একমত❤️🙏
@gobinmudoi7833Ай бұрын
Nice
@b2flims13Ай бұрын
Thanks ❤️🙏
@tulchisaikia25Ай бұрын
❤
@b2flims13Ай бұрын
❤️❤️
@sachinchdas7243Ай бұрын
We want our bridge before 26
@b2flims13Ай бұрын
100%
@mrpabitradas663Ай бұрын
🔥🔥🔥
@b2flims13Ай бұрын
@@mrpabitradas663 ❤️🙏
@arunpegu07Ай бұрын
News 2 sai babisilu 2025 ot Chennai or pora dolong upore par hoi jengraimukh oley jam buli ki hoi aru
@b2flims13Ай бұрын
দেখা যাওক কি হয় !!
@MonuranjanDoley-f9hАй бұрын
Andulan korile he sorkar her pabo
@b2flims13Ай бұрын
সকলোৱে একমত হোৱাৰ সময় আহি পৰিছে !!
@pankajduarahaxom365Ай бұрын
কথা কম কৈ বিষয়বস্তু প্ৰচাৰ কৰক ৷ Video সাংবাদিকতা আৰু Print সাংবাদিকতাৰ মাজৰ পাৰ্থক্য বুজি কাম কৰক ৷ Video সাংবাদিকতাত Videoই কথা কব লাগে ৷ মুখেৰে ইমান নবকে ৷ দৰ্শকে আমনি পায়
@b2flims13Ай бұрын
আমনি পালে নাচাব আপোনাক মাতি নাই অনা বা আপোনাক ব্যক্তিগত ভাৱে মই ভি ডি অ’ লিংক দিয়া নাই !! আৰু এটা কথা আপুনি হয়তো মাজুলীৰ নহয় সেইয়ে আপুনি বুজি নাপাব আমাৰ অসুবিধা সমূহ !! আৰু এটা কথা কওঁ বিষয়বস্তুটো বুজি কমেন্ট কৰিব নুবুজিলে কমেন্ট নকৰিব অথৱা নাচাব ! আৰু যদি আপুনি মাজুলীৰ হয় আপুনি মোতকৈও ভালকৈ উপস্থাপন কৰি ৰাইজক দেখুৱাওক !! ধন্যবাদ 🙏🙏🙏
@jamunadutta5306Ай бұрын
Apunaluke gauravk vote dila lok shabha election t mama e beya paisa😂