যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণ আজি ৬ মাহৰ পিছত তথ্য প্ৰকাশ

  Рет қаралды 7,021

DY365

DY365

4 күн бұрын

যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণ আজি ৬ মাহৰ পিছত তথ্য প্ৰকাশ । বিস্ফোৰণৰ সন্দেহত আৰক্ষীয়ে আটক কৰি শাৰিৰীকভাৱে নিৰ্যাতন চলোৱা দিপাংকৰ গগৈৰ মৃত্যুৰ পিছতে মহাভিযোগ যোৰহাটৰ SP, মহকুমা আৰক্ষী বিষয়া, তিতাবৰ থানাৰ OCৰ বিৰুদ্ধে । প্ৰকাশ পোৱা NIAৰ প্ৰতিবেদনত নাই দিপাংকৰ গগৈৰ নাম। দোষী সাব্যস্ত নহ'ল দিপাংকৰ গগৈ। আজিও ন্যায়ৰ অপেক্ষাত দিপাংকৰ গগৈৰ পৰিয়াল
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 7
@rinkushivam8759
@rinkushivam8759 3 күн бұрын
Police সকলে বহি বহি দৰ্মহা লৱ জানে কিন্তু তদন্ত ফালে কোনো চিন্তা নকৰে। অকল অসমত হে এনেকুৱা এই সকলক চাকৰি কৰিলে আন ৰাজ্যৰ দলে পুলিচ হিচাপে কামত লগাৱ লাগে।তেতিয়াহে ৰক্ষা পৰিৱ।
@babusaikia7886
@babusaikia7886 2 күн бұрын
কোনো প্রমাণ নোহোৱাকৈ কত অধিকাৰ পালে😊😊
@tikhulimbu8858
@tikhulimbu8858 3 күн бұрын
এই ঘটনাৰ সকলো অসম চৰকাৰ ৰ উপৰত মূল দায়িত্ব ল'ব লাগিব মোৰ মতে
@bhabengogoi4634
@bhabengogoi4634 3 күн бұрын
দোষী যাতে কোনো কাৰণতে হাৰি যাব নোৱাৰে তাৰ বাবে বিহিত বীৱস্থা লব লাগে।
@MuleshwarMoran
@MuleshwarMoran 3 күн бұрын
Assamot atia polisher pora sabdhan Konphalor pora lath marib thik nai
@tikhulimbu8858
@tikhulimbu8858 3 күн бұрын
আৰু মোৰ মতে সকলো অসম ৰাজ্য আপোনালোকে বহুত ভুল কৰিছে কিয়নো ভাল চৰকাৰ লাগে
TRIPLE ACTIONত ৰিপুণ বৰা EXCLUSIVE
51:35