যদুকুল অভিশাপ/ NAGARA NAAM/ পাঠক:- চম্পক কলিতা (9365229372) আৰু ভবেন চন্দ্ৰ কলিতা (9101153382)

  Рет қаралды 28,878

Bhaben Kalita entertainment

Bhaben Kalita entertainment

Күн бұрын

নমস্কাৰ,
পোন প্ৰথমে সমুহ নাগাৰা নামৰ শ্ৰোতা দৰ্শক বৃন্দক হিয়াৰ পৰা প্ৰণাম জনাইছোঁ।।নাগাৰা নামৰ নৱ প্ৰজন্মৰ শিল্পী চম্পক কলিতাক আগুৱাই নিয়াৰ স্বাৰ্থত তেওঁৰ লগত এই নাগাৰা নামটি বানিবদ্ধ কৰা হৈছে।।
নামাটি গাওঁতে অনেক ভুলক্ৰূতি হৈছে, সৰ্বভুলৰ ক্ষমা বিচাৰি আপোনালোকলৈ এই নাগাৰা নামটি আগবঢ়ায় দিলোঁ।। সকলোৱে শুনিৱ বুলি আশা কৰিলোঁ আৰু ভুল বোৰ আঙুলিয়াই দিব বুলি আশা কৰিলোঁ।।
Bhaben Kalita entertainment KZbin channel টি subscribe কৰিব আৰু like, share কৰিবলৈ নাপাহৰিব।। ধন্যবাদ।।

Пікірлер: 21
@gaurikantakalita4780
@gaurikantakalita4780 Жыл бұрын
প্ৰথম বাৰৰ বাবেই এইবাৰ কঞাকুছি বল পুখুৰীৰ পাৰৰ সভাত ভবেন কলিতাৰ নাগাৰাৰ নাম প্ৰদৰ্শন কৰা দেখিলো৷সুন্দৰ কণ্ঠ সুন্দৰ অঙ্গি ভঙ্গী৷সুন্দৰ তাল মান তাল নাগাৰাৰ৷বৰ ভাল লাগিল৷
@balohaloi2239
@balohaloi2239 10 ай бұрын
সুন্দৰ কন্ঠ দিছে, তেখেতে আগলৈ আৰু এনেকুৱা নাম ৰাইজৰ মাজত গাই যাওক
@amarjitkalita7441
@amarjitkalita7441 2 жыл бұрын
ধুনীয়া সহযোগ দাদা
@mrinmaydeka4613
@mrinmaydeka4613 Жыл бұрын
দাদা ধুনীয়া হৈছে
@kankandutta9491
@kankandutta9491 2 жыл бұрын
সুন্দৰ নাম ।
@dikuentertainment7768
@dikuentertainment7768 Жыл бұрын
বহুত ভাল লাগিল৷ নতুন পাঠক গৰাকীলৈ শুভেচ্ছা জনালোঁ #dkdipakkumar
@gaurikantakalita4780
@gaurikantakalita4780 Жыл бұрын
অতি সুন্দৰ হৈছে৷
@alakadeka-bf4ui
@alakadeka-bf4ui Жыл бұрын
Val,lagil,de,namto
@karunadeka3122
@karunadeka3122 Жыл бұрын
Very nice
@anidas8338
@anidas8338 2 жыл бұрын
ধুনীয়া
@hemenbaishya8456
@hemenbaishya8456 2 жыл бұрын
ধুনীয়া হৈছে দাদা
@RupTalukdar-vb1dy
@RupTalukdar-vb1dy 7 ай бұрын
Highly satisfied ❤
@muninbaishyaentertainment
@muninbaishyaentertainment 2 жыл бұрын
Borhiya
@sanjibdas506
@sanjibdas506 2 жыл бұрын
Mojja dada
@mukutkalita4912
@mukutkalita4912 Жыл бұрын
সুন্দৰ কণ্ঠ চম্পাক দা
@nayanbarman7121
@nayanbarman7121 Жыл бұрын
ভবেন দা ৰ কণ্ঠ আৰু সুৰ বহুত ভাল লাগে ।
@hirendranathsarmah1144
@hirendranathsarmah1144 2 жыл бұрын
How many beautifull voice of Sri Bhaben Kalita Deva.I like his all songs of nagara Naam.That is why his all songs of nagara Naam is very exchapstional and differ than other actise actor .He easily attraction everybodies as heart touching mood .His team is very very smart and brilliant.
@rukmininath2617
@rukmininath2617 2 жыл бұрын
Adin dexa pale val asil
@tapandeka3923
@tapandeka3923 Жыл бұрын
5
@lohitbaishya1722
@lohitbaishya1722 Жыл бұрын
ভবেন চন্দ্ৰ কলিতাই গোৱা খিনি ভাল হৈছে।
@amarjitkalita7441
@amarjitkalita7441 11 ай бұрын
বাকী খিনি নাম হোৱা নাই নেকি কি কথা কয় আপুনি
Nagara Naam BHIKHARI NARAD  by Ramcharan Bharali And Bhaben Ch  Kalita
1:16:24
Bhaben Kalita entertainment
Рет қаралды 372 М.
Players vs Corner Flags 🤯
00:28
LE FOOT EN VIDÉO
Рет қаралды 46 МЛН
МАИНКРАФТ В РЕАЛЬНОЙ ЖИЗНИ!🌍 @Mikecrab
00:31
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 41 МЛН
jonali deka nagara nam                                                        ph no-8472903717
1:04:00
Joon Rmx vlogs
Рет қаралды 2,8 М.
Nagara naam//pandur dehtyag/jinti deka full name/9394685339
1:10:03
Jinti Deka kashyap
Рет қаралды 173 М.
Nagara Naam By Balin Kalita ||ভীমৰ দৰ্পচূৰ্ণ Contact 88118 81991
1:04:28
Players vs Corner Flags 🤯
00:28
LE FOOT EN VIDÉO
Рет қаралды 46 МЛН