যিকোনো মানুহক আকৰ্ষিত কৰক | টেঙৰামী খটুৱাই কথা কওক | মানুহৰ প্ৰিয় হ'ব পাৰিব | how to impress anyone

  Рет қаралды 158,869

Chitra Ranjan Nath

Chitra Ranjan Nath

Күн бұрын

যিকোনো মানুহক আকৰ্ষিত কৰক | টেঙৰামী খটুৱাই কথা কওক | মানুহৰ প্ৰিয় হ'ব পাৰিব | how to impress anyone
য'তেই যেতিয়াই যাকেই লগ পায়। ইন্টাৰভিউ, মিটিং যি পৰিস্থিতিয়েই নহওক। এই ভিডিঅ'টো চোৱাৰ পিছত সকলো ঠাইতে আপুনি গুৰুত্ব পাব, সন্মান পাব, আপোনাৰ প্ৰতি মানুহ আকৰ্ষিত হ'ব।
আমাৰ আন Videoসমূহৰ লিংক তলত দিয়া আছে এবাৰ চাই লওক-
জীৱনৰ সকলো ক্ষেত্ৰতে সফলতাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'
• বুদ্ধিমান মানুহৰ ১০টা ...
• Video
• Video
যিকোনো মানুহক আকৰ্ষিত কৰক
টেঙৰামী খটুৱাই কথা কওক
যিকোনো মানুহৰ প্ৰিয় কেনেকৈ হব পাৰি
how to impress anyone
personality development
in first time meet
self confidence
communication skill
good communication skills
#chitraranjannath
#chitraranjannathmotivationalvideo
#chitraranjannathvideo
#skills
#motivation
#motivationalvideo
#assam
#assamese
#communicationskills
#personalitydevelopment

Пікірлер: 319
@Pallabi55229
@Pallabi55229 Жыл бұрын
আপোনা ভিডিঅ মই প্রথম চাইছো দাদা বহুত, বহুত ভাল লাগিল।
@ranjumanisarma6418
@ranjumanisarma6418 Жыл бұрын
আপোনাৰ কথা খিনি শুনি সচাঁকৈ বৰ ভাল লাগিছে।
@gupikantahazarika2113
@gupikantahazarika2113 Жыл бұрын
অতি সুন্দৰ কথাৰে আপ্লুত কৰি মন সলনি কৰিবলৈ সক্ষম হৈছে মহাশয় দীৰ্ঘজীৱি হওক ,,,ধন্যবাদ থাকিল।🎉❤
@bhubenthakuria9006
@bhubenthakuria9006 Жыл бұрын
মান্য বৰ আপোনাক ভাল বেয়া ক'বলৈ মোৰ সাহস নাই আপুনি সকলো জানে, এই কথাৰ গুণ বোৰে হৃদয় চুই গৈছে ধন্যবাদ।
@sabitasarma1546
@sabitasarma1546 2 ай бұрын
আপোনাৰ ভিদিও টি‌ চালো । সচাকৈ আপোনাৰ বহুমূলীয়া উপদেশ বোৰ অনুসৰণ কৰিলে উপকৃত হম বুলি পূৰ্ণ বিশ্বাস। আগলৈকেও যেন আধ্যাত্মিক কথাবোৰৰ দৰ্শন দিয়ে ধন্য হম । ভগৱানক অশেষ ধন্যবাদ জনাইছো যে আকৰ্ষণীয় অতি সুন্দৰ কণ্ঠ প্ৰদান কৰিছে আপোনাক। আন্তৰিকতাৰে ধন্যবাদ জনাইছো
@ajitbarman8246
@ajitbarman8246 Жыл бұрын
Bhal lagiche
@dipaborah9884
@dipaborah9884 Жыл бұрын
ভাল লাগিল
@faizurrahman8473
@faizurrahman8473 Жыл бұрын
দাদা সচাঁকৈয়ে আপোনাৰ কথাবোৰ অমৰিত বাণী, আপুনি আৰু আগুৱাই যাওঁক তাকেই কামণা কৰোঁ।
@aamarjibonbhumika8075
@aamarjibonbhumika8075 Жыл бұрын
জোখতকৈ এনেকুৱা কৈ লিখিব। কিছুমান ভূল হৈ আছে। শব্দ কিন্তু উচ্চাৰণ বহুত ভাল। ভিডিঅ চাই বহুত ভাল লাগে। কোৱা বাবে বেয়া নাপাব 🙏🙏
@chitraranjannath
@chitraranjannath Жыл бұрын
বেয়া নাপাওঁ আঙুলিয়াই দিব সদায়। Typing Mistake-ৰ বাবে হোৱা ভুলৰ বাবে video ৰ শেষত উল্লেখ কৰিছিলোঁ। বাইদেউ আপোনাৰো ভুল বানানটো ভুল হৈ আছে
@nanghunpha
@nanghunpha Жыл бұрын
আপুনি বৰ ভাল কথা কৈছে ।ভাল লাগিল ।
@archanasarmah1008
@archanasarmah1008 Жыл бұрын
বহুত দৰকাৰী কথা কৈছে । ভাল লাগিল।
@sumitailoring4669
@sumitailoring4669 Жыл бұрын
Apunar video sai moi bhut xikibo parisu.thank you.val lage iman dhuniya dhuniya kotha koi.👍👍
@lipikasarma270
@lipikasarma270 Жыл бұрын
Xundor
@Life_style-1990
@Life_style-1990 Ай бұрын
Hundor hoise
@BolinChawra-bf9jm
@BolinChawra-bf9jm 3 ай бұрын
Hundor motivation ❤
@আৰকেকুলি
@আৰকেকুলি 3 ай бұрын
অতি প্ৰয়োজনীয়❤
@BenoniAmsong-cy9qm
@BenoniAmsong-cy9qm Жыл бұрын
Bohut val kagise
@mirathakuria8564
@mirathakuria8564 Жыл бұрын
Very very very nice Video
@dibajyotibora4085
@dibajyotibora4085 Жыл бұрын
Video to say aru huni val lagil
@PasannaDewri-hc4kp
@PasannaDewri-hc4kp Жыл бұрын
Apunar video bur mur xosai bohut bixashoi dada
@abhijitboruah5692
@abhijitboruah5692 Жыл бұрын
Dada aapunar video aru kothaburor pora bohu upokito hoisu,xodai jate aamak Val poth dekhuai tarai kamona korilu.God bless you Bro
@chitraranjannath
@chitraranjannath Жыл бұрын
আন্তৰিক ধন্যবাদ এনেকৈ সাহস দি যাব
@mondeep__das
@mondeep__das Жыл бұрын
Wow very interesting video ❤😊
@Freefirelovevolg
@Freefirelovevolg Жыл бұрын
Dada apuna video sale mon2 akdom vl hoi ja 🧡😍
@porishmitagogoi6580
@porishmitagogoi6580 Жыл бұрын
Val lagise kthabilak huni
@rubulphukan9973
@rubulphukan9973 Жыл бұрын
আপোনাক বৰ মৰমৰ লাগে। বিশেষ কৈ আপোনাৰ মাত টো। 🌼🙏🤷‍♂️☺❤।
@RajdeepSarma-pr2xc
@RajdeepSarma-pr2xc Жыл бұрын
Video to xosai Val lagise
@as79ps94
@as79ps94 Жыл бұрын
Val lagil dada Moi khosakoi apunak dhoinrabad disu agoloi anekuwa vdeo bonab
@_xigc_adas_6682
@_xigc_adas_6682 Жыл бұрын
carect advice
@hiranyabaruah1223
@hiranyabaruah1223 Жыл бұрын
kotha poter niyamto khubei vl lagil
@sweetaroy2523
@sweetaroy2523 Жыл бұрын
Aapuni bohut val ktha koise. Aji aaponar video prathom bar saiso khub val lagil.
@chitraranjannath
@chitraranjannath Жыл бұрын
আন্তৰিক স্বাগতম
@HussainAhmed-li6ph
@HussainAhmed-li6ph Жыл бұрын
Good
@dhrubajyotiborah8559
@dhrubajyotiborah8559 Жыл бұрын
Nice speech
@bhabeswarikalita5407
@bhabeswarikalita5407 Жыл бұрын
Fantastic.
@chandanadas2802
@chandanadas2802 Жыл бұрын
Apunar vidio khuni bhut khahok paw..aru vallage sai❤👍....from brpeta
@Sarala24
@Sarala24 Жыл бұрын
আপোনাৰ কথা বোৰ ইমান ভাল লাগে
@KamalDay-pr2nb
@KamalDay-pr2nb 5 ай бұрын
Raju bordoloi apunak bhut dhyan bat jonay su 100/apunak video say bhut vl lage 😊
@s28k35
@s28k35 Жыл бұрын
অতি সুন্দৰ
@mimobiles7090
@mimobiles7090 Жыл бұрын
বহুত ঊপকিত হচু এনেকুৱা নজনা কঠা শুনি বহুত আগুৱাই জাব সাহক দিএই
@arupmixvlogs8681
@arupmixvlogs8681 Жыл бұрын
Hosai bohut basi val lagil nice shearing this video Thank you so much ❤️❤️👍👍👌
@sunildeori4690
@sunildeori4690 Жыл бұрын
Bhal lagil
@pratimadas4613
@pratimadas4613 Жыл бұрын
Very very good
@HemenBarman-fm2pt
@HemenBarman-fm2pt Жыл бұрын
Shuni bhal lagil dada
@chitraranjannath
@chitraranjannath Жыл бұрын
আন্তৰিক ধন্যবাদ...এনেকৈ সদায় যদি কমেন্ট এটা কৰি যায় বহুত সাহস পাম..ভাল বেয়া আঙুলিয়াই দিব অলপো সংকোচ নকৰাকৈ
@lakhigogoi7357
@lakhigogoi7357 Жыл бұрын
Very good dada Val logla video to Sai dada thnkyou ❤❤❤❤❤❤❤❤❤❤❤❤❤
@chitraranjannath
@chitraranjannath Жыл бұрын
আন্তৰিক ধন্যবাদ...এনেকৈ সদায় যদি কমেন্ট এটা কৰি যায় বহুত সাহস পাম..ভাল বেয়া আঙুলিয়াই দিব অলপো সংকোচ নকৰাকৈ
@nitirajkhowa6521
@nitirajkhowa6521 Жыл бұрын
বৰ সুন্দৰ কথা কৈছে। একেবাৰে সৈত্য , কথাতে গতা খায়,কথাতে বঁটা পায় ।🙏🙏🙏
@jiyaswargiari1915
@jiyaswargiari1915 Жыл бұрын
Oti xundor
@chitraranjannath
@chitraranjannath Жыл бұрын
Thank you
@BhagyasheeDohutia-im2by
@BhagyasheeDohutia-im2by Жыл бұрын
😊😊😊😊
@Bidyadhar29
@Bidyadhar29 3 ай бұрын
Best video.
@lipssingvideo4757
@lipssingvideo4757 6 ай бұрын
Dada apunar video khuni moi mnt bht khahokh paw
@ajaydas61
@ajaydas61 Жыл бұрын
Thank you apuni amak bohut bhal motivation dise apunar video tu sai bohut upokrit hom buli axa korisu moio ajir pora koribloi try korim again thank you so much ❤😊❤from kukurmara 3 no amtola chhygaon
@nilkamalthakuria3859
@nilkamalthakuria3859 Жыл бұрын
Dada TIHUr pora koisu....video tu vl lagil sai👍👍.
@chitraranjannath
@chitraranjannath Жыл бұрын
Thank you
@nikuj.n.d8212
@nikuj.n.d8212 Жыл бұрын
Apunar video bur sai bohut val lge💖
@minakshichoudhury477
@minakshichoudhury477 Жыл бұрын
আপোনাৰ ভিদিঅ শুনি বহুত ভাল লাগিল। ধন্যবাদ।
@latikatalukdar9361
@latikatalukdar9361 Жыл бұрын
Bhal lagil nice
@chitraranjannath
@chitraranjannath Жыл бұрын
আন্তৰিক ধন্যবাদ...এনেকৈ সদায় যদি কমেন্ট এটা কৰি যায় বহুত সাহস পাম..ভাল বেয়া আঙুলিয়াই দিব অলপো সংকোচ নকৰাকৈ
@biswajitsonowal6323
@biswajitsonowal6323 Жыл бұрын
Dada apunar video bur Sai hosai kiba ata bhal lagai aru bohut nojona kotha hiku bhal lagai video bur Sai positive feel hoi 😊
@nilishaika5262
@nilishaika5262 Жыл бұрын
Hundar. Dada ,. Moiu. Bhabu. apunar. Dare
@najarulali4177
@najarulali4177 Жыл бұрын
এই পৃথিৱীত মা দেউতা নহ'লে অধূকাৰ নেকি দা মই জিৱন অকলে জুজি আছো
@minotirabha9661
@minotirabha9661 Жыл бұрын
🙏🙏❤️
@jayantagogoi5556
@jayantagogoi5556 Жыл бұрын
ভা'ল লাগিল দাদা ♥️♥️♥️
@chitraranjannath
@chitraranjannath Жыл бұрын
আন্তৰিক ধন্যবাদ...এনেকৈ সদায় যদি কমেন্ট এটা কৰি যায় বহুত সাহস পাম..ভাল বেয়া আঙুলিয়াই দিব অলপো সংকোচ নকৰাকৈ
@prajwalitaboro7008
@prajwalitaboro7008 Жыл бұрын
Eman xondor koi bojai diyar babe dhanya bad. 🙏🙏
@anannyaborah9212
@anannyaborah9212 Жыл бұрын
Bohut hundor kotha
@anupamasaikia9037
@anupamasaikia9037 Жыл бұрын
​@@anannyaborah9212l
@tapashkakati7882
@tapashkakati7882 Жыл бұрын
আপোনাৰ কথাবোৰে যেন মোৰ মনৰ ভাব বোৰ প্রকাশ কৰিছে এনেকুৱা লাগিছে | আপোনাক ধন্যৱাদ 🙏
@lipikitchenassamesevlog4085
@lipikitchenassamesevlog4085 Жыл бұрын
হয় মানুহৰ হাহিত সকলো থাকে‌ ।
@uddiptadeka7950
@uddiptadeka7950 Жыл бұрын
Thank you very much
@mplanetiri9988
@mplanetiri9988 Жыл бұрын
Bahut val lagil sir uponer motivation tu thank you so must
@gitarthasonowal1718
@gitarthasonowal1718 6 ай бұрын
Nice 💕
@Assamesegirl9864
@Assamesegirl9864 Жыл бұрын
Sir apunar kotha t jadu ase mon beya lagi thakileu hothat val lagi jai
@GhanaHazarika-er2ei
@GhanaHazarika-er2ei Жыл бұрын
Thanks for yours idia,voice and thinking.go ahead.
@binudsaikia3904
@binudsaikia3904 Жыл бұрын
Good
@SikhaBordoloiKashyap-sh5qd
@SikhaBordoloiKashyap-sh5qd Жыл бұрын
Dada apuni kthabur eman dhuniyakoi bujai koise bohut besi val lagil aru bohut2 kotha hikibo parilu 😊😊🙏🙏🙏
@binupegu2966
@binupegu2966 6 ай бұрын
Kotha bur hridoyangom koribo parile hokolue upakrita hbo.
@purnimagoswami3746
@purnimagoswami3746 Жыл бұрын
আপোনাৰ কথাবোৰ সদায় চাও।আৰুবহুত জীৱনটোত সাহস পাইছো।
@PurnotiBora
@PurnotiBora Жыл бұрын
Apunar kothabure antor sui jai jibur ami bht janibologiya
@tapankumar9208
@tapankumar9208 Жыл бұрын
I am impresse
@manojsarma1894
@manojsarma1894 Жыл бұрын
Nice👍 video dada thank 🌹you so much
@gopaldoley2764
@gopaldoley2764 Жыл бұрын
Very important video Thank you so much
@najarulali4177
@najarulali4177 Жыл бұрын
দা মই এজন অকলশৰীয়া এজন ল'ৰা মোৰ মা দেউতা কোনো নাই মোক আপুনি কিবা এটা উপায় দিয়া আপুনি
@bhabadeka912
@bhabadeka912 Жыл бұрын
দাদা আপোনাৰ কথা বহুত ভাল লাগে আপোনাৰ কথাই মনত বহুত সাহস পাও কিবা সমস্যা হ'লে মোক সহায় কৰিব নে
@SuraviRahang-ln1lg
@SuraviRahang-ln1lg Жыл бұрын
দাদা মই বৰ বেয়া কৈ দুৰ্বল হৈ পৰিছিলো। কিন্তু আপোনাৰ কথাবোৰ যেন মোক জীয়াই থকাৰ শক্তি দিলে। তাৰ বাবে বহুত বহুত ধন্যবাদ।
@rishisharma6231
@rishisharma6231 Жыл бұрын
💔💗❤️‍🔥🙏🙏🙏MANASH PROI M SHARMA
@rumibegum611
@rumibegum611 Жыл бұрын
সচাকৈ বহুত সুন্দৰ কথা কৈছে ভাইজান ধন্যবাদ 🙏🙏
@chitraranjannath
@chitraranjannath Жыл бұрын
আন্তৰিক ধন্যবাদ...এনেকৈ সদায় যদি কমেন্ট এটা কৰি যায় বহুত সাহস পাম..ভাল বেয়া আঙুলিয়াই দিব অলপো সংকোচ নকৰাকৈ
@anupambini3930
@anupambini3930 Жыл бұрын
আজি প্ৰথম চালোঁ দাদা, বৰ ভাল লাগিল,সঁচাকৈ আপোনাৰ মাতটো বৰ ধুনীয়া
@dancestudio8920
@dancestudio8920 5 ай бұрын
আপোনাৰ কথাখিনি বহুত সাহস দিলে। ধন্যবাদ জনাইছোঁ❤❤
@moonmikalita
@moonmikalita Жыл бұрын
অতি সুন্দৰ, আপোনাৰ প্ৰতিটো ভিডিঅ'ই মোক অনুপ্ৰাণিত কৰে । ধন্যবাদ জনাইছোঁ 🙏
@bhaigyabiswas9261
@bhaigyabiswas9261 Жыл бұрын
Apunar katha bur honi moi bahut khini agbari b parishu thanks
@manashpratimdas6477
@manashpratimdas6477 Жыл бұрын
Love❤
@moondas5154
@moondas5154 Жыл бұрын
Good
@mousumipaw2748
@mousumipaw2748 Жыл бұрын
🙏🙏🙏🙏
@gayotribhuyan5639
@gayotribhuyan5639 Жыл бұрын
ধন্যবাদ দাদা🥰👍
@tutumonideka6784
@tutumonideka6784 Жыл бұрын
আপোনাৰ কথাবোৰ বহুত ভাল লাগে।আৰু আপোনাৰ ভিডিও প্ৰায়েই চাও
@Rahulgaming.i1u
@Rahulgaming.i1u Жыл бұрын
আপোনাৰ ভিডিওবোৰ চাই বহুত নজনা কথা শিকিলো।এনেকুৱা ভিডিও বনাই থাকিবো আগলৈ।
@jyotimoybora2007
@jyotimoybora2007 Жыл бұрын
Nice video ❤️❤️
@sangkhamgaming5694
@sangkhamgaming5694 Жыл бұрын
Apuner voice tu hosai val lage
@majanikalita6025
@majanikalita6025 Жыл бұрын
ভাল লাগিল ❤❤❤
@chitraranjannath
@chitraranjannath Жыл бұрын
আন্তৰিক ধন্যবাদ...এনেকৈ সদায় যদি কমেন্ট এটা কৰি যায় বহুত সাহস পাম..ভাল বেয়া আঙুলিয়াই দিব অলপো সংকোচ নকৰাকৈ
@PonkajChutia-fx1cd
@PonkajChutia-fx1cd 2 ай бұрын
@kabitachoudhury4954
@kabitachoudhury4954 Жыл бұрын
বহুত ভাল লাগিল। অৱশ্যে মোৰ এই মতামতটো কিজানি তেনেই সাধাৰণ হ'ল। চেষ্টা কৰিম, সময় কিছু লাগিব।
@runjundevi1571
@runjundevi1571 Жыл бұрын
দাদা আপোনাৰ video bure kintu mur jibonot baru koi provab palise aru apunar kotha bur xuni val lage
@jyotiprakashsarma4333
@jyotiprakashsarma4333 Жыл бұрын
সুন্দৰ লাগিলে আপোনাৰ কথাখিনি। ধন্যবাদ।🙏
@ikondas8254
@ikondas8254 Жыл бұрын
কিচুমান মানুহ মানে জাৰ জেনে মনৰ ভাপ তাৰ তেনেই কথা পিচে কথাবিলাক শুনী ভাল লাগীল দাদা
@ranjanchakanidhara6800
@ranjanchakanidhara6800 Жыл бұрын
Kathabo bastab gen lagise
@Subankhata.
@Subankhata. Жыл бұрын
वीडियो बहुत अच्छा बनाया है और दोबारा वीडियो मिलने के लिए इंतज़ार करेगा
@chitraranjannath
@chitraranjannath Жыл бұрын
Thanks a lot
@Monster-lp5hk
@Monster-lp5hk 4 ай бұрын
❤❤❤❤❤
@satyalakshmeesarma3934
@satyalakshmeesarma3934 Жыл бұрын
Wow, this is the kind of content, keep me visiting youtube. Indeed a great lesson. 👍
@babugogoibabugogoi9049
@babugogoibabugogoi9049 Жыл бұрын
Many.many.thank.you.god.blessyou.where.is.your House.pleese.give.me.address
Life hack 😂 Watermelon magic box! #shorts by Leisi Crazy
00:17
Leisi Crazy
Рет қаралды 28 МЛН
إخفاء الطعام سرًا تحت الطاولة للتناول لاحقًا 😏🍽️
0:28
حرف إبداعية للمنزل في 5 دقائق
Рет қаралды 42 МЛН
Отец вернулся спустя год 😢
0:20
WORLD TOP
Рет қаралды 8 МЛН
ГОВОРИЛИ ПРАВДУ😅 #юмор #мемы #анекдоты #shorts
0:38
Как смеяться?
Рет қаралды 4,5 МЛН