যিকোনো পুৰুষৰ সৌভাগ্য কঢ়িয়াই অনা নাৰীৰ কেইটামান মহান লক্ষণ।।অসমীয়া বাস্তুশাস্ত্ৰ।।Vastu Assam।।

  Рет қаралды 257,261

Vastu Assam

Vastu Assam

Күн бұрын

Пікірлер: 422
@KunhisFamilyVlog
@KunhisFamilyVlog 3 жыл бұрын
লক্ষী নাৰীৰ যিমানেই গুণ নাথাকক বাকী সদস্য সকল যদি মতলবী হয় সেই ঘৰ কেতিয়াও উন্নতি নহয়। শাস্ত্ৰ ৰ নাৰী গৰাকী পাবলৈ পুৰুষ জনো শাস্ত্ৰৰ পুৰুষ জনৰ দৰে হব লাগিব। আপোনালোকে কেবল নাৰীৰ কথাকেই কিয় কৈ থাকে একেৰাহে শাস্ত্ৰৰ নাৰায়নৰ দৰে পুৰুষ জনৰ কথাও ব্যাখ্যা কৰিবচোন।
@debashreegogoi6170
@debashreegogoi6170 3 жыл бұрын
Akdom xosa
@jaantiborgohain6606
@jaantiborgohain6606 3 жыл бұрын
hsa kotha koise apuni
@itsmedee3149
@itsmedee3149 3 жыл бұрын
Ekdom thek koisy
@nitumonibaruah7750
@nitumonibaruah7750 3 жыл бұрын
Aw
@chandranasaikia4337
@chandranasaikia4337 3 жыл бұрын
Thik kotha koise
@mrrajff6989
@mrrajff6989 3 жыл бұрын
বুজিলো দাদা, নাৰীৰ গুণ বিলাক খুব ধুনীয়াকৈ বৰ্ণনা কৰিলে। এইবাৰ পুৰুষৰ গুণবিলাকো ক'বচোন । পুৰুষ সকলেও শিকিব লগীয়া বহুত আছে
@arishshen7929
@arishshen7929 3 жыл бұрын
maa duragar okhur jon saisa nai....
@dipikasaikia8228
@dipikasaikia8228 3 жыл бұрын
Right
@suvasreesaikia8475
@suvasreesaikia8475 3 жыл бұрын
100%Right
@bhanumatidas7043
@bhanumatidas7043 3 жыл бұрын
মহাশয় নাৰীৰ সাতটা মহান গূণৰ বিষয়ে কোৱা কথাবোৰ একেবাৰে সত্য আৰু জানিব লগীয়া। অকল নাৰী বুলিয়ে নহয় তাৰবাবে পুৰুষ জনো ভদ্ৰ ,নম্ৰ ,দয়ালু হ'ব লাগিব। কথা হ'ল এজনী নাৰী বা পুৰুষ যিয়ে নহওঁক কিয় মহান গুণৰ অধিকাৰী তেতিয়াহে হ'ব পাৰিব যেতিয়া তেওঁ লোকে সৰুৰেপৰাই অভিভাৱকৰ পৰা তেনেকুৱা আদৰ্শ পাব । ধন্যবাদ থাকিল ।
@krishnakalita4974
@krishnakalita4974 3 жыл бұрын
Right....
@udi94
@udi94 3 жыл бұрын
ekdom khosa kotha koise
@jatinbaruah3334
@jatinbaruah3334 3 жыл бұрын
Right
@bhanumatidas7043
@bhanumatidas7043 3 жыл бұрын
Thanks
@junmonitalukder7719
@junmonitalukder7719 3 жыл бұрын
একেবাৰে সঁচা কথা,কেৱল নাৰী নহয় পুৰুষজনো ভাল হবই লাগিব
@bontiboruah5157
@bontiboruah5157 3 жыл бұрын
আপুনি কোৱা কথাখিনিৰ ভিতৰত মই ২৫% একমত । এখন‌ ঘৰৰ উন্নতি অকল নাৰী গৰাকী নহয় পুৰুষৰ ওপৰতো নিৰ্ভৰ কৰে । আমাৰ দেশতহে লক্ষ্মীক পূজা কৰে বাকীবোৰ দেশতটো লক্ষ্মী বুলিলে চিনিয়ে নাপায় এতিয়া সেই দেশবোৰত বা সেই মানুহবোৰৰ উন্নতি নোহোৱাকৈ আছে নেকি? আচলতে কষ্ট, ত্যাগ,নিয়মানুবৰ্তিতা আৰু বুজা পৰাইহে এখন ঘৰক প্ৰগতি প্ৰদান কৰে । এটা কথা ভাবিলে আচৰিত লাগে আমি যিবোৰ শাস্ত্ৰৰ কথা আখৰে আখৰে পালন কৰোঁ সেইবোৰো কোনো পুৰুষেই লিখিছিল তাত কেৱল পুৰুষ চৰিত্ৰটো কেনে হ'ব লাগে সেইয়া উহ্য কৰি ৰাখিলে নহয় জানো‌! জীৱনত গীতা খনৰ প্ৰতি শ্ৰদ্ধা ভক্তি সকলো আছে আৰু পঢ়িছোঁও সেইয়ে কও আপোনালোকৰ দৰে উচ্চ শিক্ষিত ব্যক্তিয়ে এনেকুৱা মন্তব্য কৰিলে সমাজ খন কেনেকৈ আগবাঢ়িব??
@pranjolphukon4757
@pranjolphukon4757 2 жыл бұрын
সুন্দৰ কথা কলে বাইদেউ
@bontiboruah5157
@bontiboruah5157 2 жыл бұрын
@@pranjolphukon4757 ধন্যবাদ।
@bharatikalita898
@bharatikalita898 Ай бұрын
বহুত ভাল লাগিল ভাইতি
@junmonitalukder7719
@junmonitalukder7719 3 жыл бұрын
" তিৰীয়ে পুৰুষে হৈবা একমতি,তেৱেহে সিজিব হৰিত ভকতি"👍👍
@nirmalichowdhry855
@nirmalichowdhry855 3 жыл бұрын
আপোনাৰ লগত একমত মই 😊
@bantiborabhuyan751
@bantiborabhuyan751 3 жыл бұрын
Thank u khub vl lagil 🙏🙏
@nanghunpha
@nanghunpha 3 жыл бұрын
আপোনাৰ কথাবোৰ মোৰ বাবে বহুত মূল্যবান ।
@krishna5713
@krishna5713 3 жыл бұрын
Apuni xosai koise ajikali suali nuari majat ai sarita gun akebare nikia hoi ahise Xae xokharbur mnuhar axanti moi hoise Uttam vedeo bonise dhanywad 🌷🙏🙏🙏
@lovelyera704
@lovelyera704 3 жыл бұрын
মহাভাৰতত শ্ৰী কৃষ্ণৰ মতে যুগ, সময়, আৰু পৰিস্থিতিৰ লগত কিছুমান নীতি- নিয়ম সলনি হয়। গাড়ী modify কৰি modern কৰাৰ দৰে নীতি নিয়মৰ ও সময়ৰ লগত modify কৰিব লগীয়া হয়। কিয়নো মানুহৰ পৰিস্থিতি আৰু যুগৰ পৰিৱৰ্তনৰ লগে লগে নীয়মৰও পৰিৱৰ্তন হয়। মনৰ পৰা আন্তৰিক শ্ৰদ্ধা, ভক্তি থকা তো হে অচল কথা।
@manjudas6496
@manjudas6496 2 жыл бұрын
আপোনাক বহুত ধন্যবাদ। আপোনাৰ ভিডিও বোৰে মোৰ জীৱনৰ গতিয়ে সলনি কৰি পেলালে
@tapankumarv8hjkkkiuo9ovhjk36
@tapankumarv8hjkkkiuo9ovhjk36 3 жыл бұрын
mur wife hoi laxmi, all the 7 qualities she has. My life has changed after our marriage. she has combined our home with love and care.Thank u sir for the information
@banjitchangmai4047
@banjitchangmai4047 3 жыл бұрын
মই যিমান উন্নতি হোৱা ঘৰ দেখিছোঁ.. চাকৰি বা পইচা ওলিওৱা মানুহজন মাইকি জনি তলত বা কথা মতে চলে সেই ঘৰ উন্নতি হবই...
@sriprakash2010
@sriprakash2010 2 жыл бұрын
একেবাৰে শুদ্ধ কথা কৈছে, বৰ ভাল লাগিল।
@kalpanahandique3491
@kalpanahandique3491 3 жыл бұрын
ধন্যবাদ বহু ত ভাল লাগিল🙏
@khirudmohan8504
@khirudmohan8504 3 жыл бұрын
সুন্দৰ দাদা ..
@kongkonagohain6527
@kongkonagohain6527 2 жыл бұрын
Good job sir God bless you
@sabitakalita7096
@sabitakalita7096 3 жыл бұрын
নাৰী যদি লক্ষ্মীৰ দৰে হ'ব লাগে তেন্তে পুৰুষ জন নাৰায়ণৰ দৰে হ'ব লাগিব। তেতিয়া হে ঘৰ খন ঠিকে থাকিব।ৰাতি যদি গিৰিয়েক জনে টেটুৰ লৈকে মদ খাই আহি গালি গালাজ কৰে দিনে ৰাতিয়েই মদ খাই পাগল হৈ থাকে ঘৰত অশান্তি কৰে সকলো সময়তে গালি গালাজ কৰি থাকিব দিনৰ দিনটো মদ খাই শুই থাকিব কাম বন নকৰি তেনেকুৱা পুৰুষৰ লক্ষ্মী তিৰোতা কেনেকৈ হ'ব পাৰি।
@ilovetotravel498
@ilovetotravel498 3 жыл бұрын
Right
@ArmyblinkDIY9510
@ArmyblinkDIY9510 Жыл бұрын
Right
@bipulsonowal5347
@bipulsonowal5347 2 жыл бұрын
Yes Bosh kotha bur huni bhal lagil thank you bosh 👏👏👏👏👏
@dharmeswarbora6045
@dharmeswarbora6045 3 жыл бұрын
সুন্দৰ সুন্দৰ বৰ ভাল লাগিল
@papariborpatra9620
@papariborpatra9620 3 жыл бұрын
হয়..ভাল লাগিল দাদা।খুউব সুন্দৰ ভিডিঅ'
@mousumitumung2848
@mousumitumung2848 Жыл бұрын
Thank you so much Sir....Surjyak pani diya niyom tu bixoye jonibo pale xukhi hom Sir.
@pahiiii
@pahiiii 3 жыл бұрын
মহাশয়, আপোনাৰ সকলো ভিডিঅ' চাও আৰু বহুত ভালো লাগে। কিন্তু আপোনাৰ এই ভিডিঅ'টোৰ কথাখিনিত একমত হ'ব নোৱাৰিলো। আশা ৰাখিলো ঘৰৰ উন্নতি ক্ষেত্ৰত পুৰুষৰ গুণৰ ওপৰতো ভিডিঅ'এটা দিব।🙏🏼
@ranjanagogoiblog4242
@ranjanagogoiblog4242 3 жыл бұрын
অকল নাৰীৰ কিয় পুৰুষৰ লক্ষ্মীৰ গুণৰ কথা কওক
@chandrapravakumar2857
@chandrapravakumar2857 3 жыл бұрын
বহুত ভাল লাগিছে ধন্যবাদ দাদা।
@priombadaray2711
@priombadaray2711 3 жыл бұрын
লখিমী বোৱাৰী মূল্যৱান কথা শুনি বহুত বহুত ধন্যবাদ।
@rijuhazarika6046
@rijuhazarika6046 3 жыл бұрын
আপোনাৰ কথা কেইটা ভাল নালাগিল,নাৰীয়ে সাধাৰণতে এনেবোৰ কাম কৰেই কিন্তু পুৰুষে নাৰীক কিমান শ্ৰদ্বা কৰে সেইটোও চাব লাগিব,যি পুৰুষে নাৰীক শ্ৰদ্বা নকৰে সেই পুৰুষৰ জীৱনত কেতিয়াও উন্নতি নহয়।কেৱল নাৰীৰ কথাই কলে যে পুৰুষৰ কথাও কওক,প্ৰকৃতি পুৰুস দুয়োৰে ভকতি থাকিব লাগিব তেতিয়াহে ঘৰখন ঘৰ হৈ থাকিব।
@chandranasaikia4337
@chandranasaikia4337 3 жыл бұрын
Thik koyse
@binadagogoi6511
@binadagogoi6511 2 жыл бұрын
Thank you Sir ,Thank you so much
@bhanukalita9135
@bhanukalita9135 10 ай бұрын
ভাল লাগিল দাদা। কথা। কেইটা। শুনি। কথা কেইটা। মানি চলিবলৈ চেষ্টা কৰিম
@krishnahazarika8716
@krishnahazarika8716 3 жыл бұрын
Right right think you very good
@tillotamasaikiasonowal5774
@tillotamasaikiasonowal5774 3 жыл бұрын
বহুত বহুত ধন্যবাদ ছাৰ।
@indrajitgogoi4742
@indrajitgogoi4742 3 жыл бұрын
বহুত বহুত বেছি ধন্যবাদ ছাৰ🙏🙏🙏জনাইছো।
@smrityrekshaduttabhorali6783
@smrityrekshaduttabhorali6783 2 жыл бұрын
আপোনাৰ ভিডীঅ' চাই বহু উপকৃৃত হৈছো ।
@bimaladas7604
@bimaladas7604 3 жыл бұрын
Very niceভাল লাগিল
@binitasaikia917
@binitasaikia917 3 жыл бұрын
Thank u .bhal lagil jane
@MonuSharma-ov7qv
@MonuSharma-ov7qv 3 жыл бұрын
Bht bhal lagil vdo 2 moi u agoraki nari...hoi thikai koise ajikali purukhot koi nari a derikoi uthai ekdom khosa kotha adhunik jugor nari take koi.moi nuthu aku dai...
@Yoo33537
@Yoo33537 3 жыл бұрын
Huni bhut bhal lagile.
@gitamonibordoloi5544
@gitamonibordoloi5544 3 жыл бұрын
Dhanyvad sar Apuni kuwa nari gunkeita jani upakita halu
@pranablifestyle4216
@pranablifestyle4216 3 жыл бұрын
Val lagil apunar ktha khini xuni
@animesshsharan
@animesshsharan 3 жыл бұрын
Ati Xundor. Kotha khini ekdom hotya. Bor bhal laagile 🙏
@reenabania8250
@reenabania8250 3 жыл бұрын
Thank you,Val lagil kotha bur Jani .....
@jurimonidevi3952
@jurimonidevi3952 3 жыл бұрын
Bhal lagil xuni
@mallikarabha5694
@mallikarabha5694 3 жыл бұрын
Kathakhini xuni bhut. val lagil aru anuprerana palu dhanyabad
@dulugogoi2350
@dulugogoi2350 3 жыл бұрын
সুন্দৰ অনুভৱ
@pranabkrgogoi5246
@pranabkrgogoi5246 3 жыл бұрын
বহুত ভাল লাগিল শুনি দাদা কথাবোৰ, এখন ঘৰৰ এগৰাকী নাৰীয়ে এই 7টা নিয়ম মানি চলিব পাৰিলে সচাকৈ সেইখন ঘৰত মা লক্ষ্মী সদায় বিৰাজমান হৈ থাকিব বুলি মোৰ দৃঢ় বিশ্বাস আছে নহয়নে বাৰু দাদা।
@anjananath9703
@anjananath9703 3 жыл бұрын
জানি ভাল লাগিল। ধন্যবাদ।
@GITALI32
@GITALI32 2 жыл бұрын
Pls share a knowledge sharing video on Vastu guidline for men as well.
@sumitailoring4669
@sumitailoring4669 3 жыл бұрын
Bhut bhut dhoinoyabad sir..bohut kotha janilu..
@bhagyashreegogoi5647
@bhagyashreegogoi5647 3 жыл бұрын
Bohut vl lgil kotha blg jani. Ai kam khini moi u koru ratipuwa.
@riturajbaruah399
@riturajbaruah399 3 жыл бұрын
Thik kotha koise ....god bless you brother
@nibeditabora2576
@nibeditabora2576 3 жыл бұрын
বহু ত বহত ভাল লাগিছে
@mondirachutia5925
@mondirachutia5925 3 жыл бұрын
বহুত বহুত ভাল লাগিল আপোনাৰ ভিডিঅ চাই
@silpiburagohain7578
@silpiburagohain7578 3 жыл бұрын
Thank you so much brother...
@tultulboruah9037
@tultulboruah9037 3 жыл бұрын
Bhut bhut dhoinyabad dada.....
@dhiya3388
@dhiya3388 3 жыл бұрын
Hai dada bhut importan katha
@tunmonibarhoiborah5576
@tunmonibarhoiborah5576 2 жыл бұрын
Anekua narir pora porialor hakolua hubidha loi aru nijor kam bilag hoi.gole pataa dib mukhje. Aponi koua kotha.bilag.hosa danyabad aponak .
@minakhelahkar3677
@minakhelahkar3677 3 жыл бұрын
Val lagesa aponar kath oni♥️❤❤😍😍🤩🤩🤩🤩😍😍😍
@henceproved9413
@henceproved9413 3 жыл бұрын
ছাৰ পুৰুষৰ কথাও কব লাগিছিল
@prodipkhound4287
@prodipkhound4287 3 жыл бұрын
It was nice to gain your knowledge
@bharatikalita898
@bharatikalita898 Ай бұрын
ভাল কথা কলা ভাইতি
@archanabora6540
@archanabora6540 3 жыл бұрын
Vedio2 sai bhut val lagil mur lgt pri milise dei
@bhabeshdas9188
@bhabeshdas9188 3 жыл бұрын
👍👍👍👍👍👍❤️❤️❤️❤️❤️❤️❤️🔥🔥🔥🔥🔥🔥🔥🔥🔥🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 Dhanyabad sir Jashoda
@minatikalita5219
@minatikalita5219 3 жыл бұрын
বহুত ভাল লাগিল ভিডিউচো
@junakorrong3800
@junakorrong3800 Жыл бұрын
ভাল লাগিল আপোনাৰ শাস্ত্ৰসন্মত বক্তব্য।কিন্তু আমাৰ দেশত হে নাৰীক লক্ষ্মীস্বৰূপা বুলি গন্য কৰা হয়।উন্নতশীল দেশবিলাকত এই জনবিশ্বাসবোৰ নাই।তেনেহলে সেই দেশবোৰৰ উন্নতিৰ কাৰণ কি বুলি কব আপুনি? যিখন ঘৰত মতলবি /মদাহী /জুৱাৰী/অকমন্য পুৰুষ থাকে সেইখন ঘৰত নাৰীৰ যিমানে লক্ষ্মীৰ গুন নাথাকক উন্নতি আহিব নোৱাৰে।বৰঞ্চ তেনে এখন ঘৰত সেই লক্ষ্মীগুণসম্পন্ন নাৰী গৰাকীয়ে সকলো সহ্য কৰোতে কৰোতে নিজৰ জীৱন বিপন্ন হোৱাহে পৰিলক্ষিত হয় আজিকালি। পুৰুষ সকলৰ কি কি গুণে নাৰীৰ উত্তৰণত সহায় কৰে সেইখিনিও অনুগ্ৰহ কৰি জনাবচোন।
@AnuSharma-er2wo
@AnuSharma-er2wo 2 жыл бұрын
akdom thik kotha koise
@jayantakalita2273
@jayantakalita2273 3 жыл бұрын
অতি সুন্দৰ দাদা।
@namitasarma2271
@namitasarma2271 3 жыл бұрын
Nice....val lagil.
@junmonisarmah5194
@junmonisarmah5194 3 жыл бұрын
100%right kotha koisa.
@lohitgogoi3737
@lohitgogoi3737 3 жыл бұрын
বহুত সুনৰ কথা নাৰী সমাজৰ বাবে ধন্যবাদ
@majonimahanta825
@majonimahanta825 3 жыл бұрын
Apuni bhout val kotha kotha koise dada moi baru ratiepuwa xodi xunkala uthu baru
@rupanjaliborah7513
@rupanjaliborah7513 3 жыл бұрын
ধন্যবাদ ছাৰ
@radhasaikia5761
@radhasaikia5761 3 жыл бұрын
Thank you so much. Sir.
@medini382
@medini382 3 жыл бұрын
Thanks.....yes
@sadhanasworld2779
@sadhanasworld2779 3 жыл бұрын
ছাৰ , আপুনি যি ৭টা গুণ কৈছে, আমাৰ মায়ে গোটে কেইটা কামে আজি ২০ বছৰে কৰি আছে । মাক দেখি দেখি এতিয়া ময়ো কৰোঁ 🙏🙏
@anee1477
@anee1477 3 жыл бұрын
Hoi mur maa u tenekuai
@dulumonisaikia576
@dulumonisaikia576 3 жыл бұрын
Not hundor koi bujase bohut bhal lagil, purusar uporotu kobsun
@rockgameranddhirvlog8938
@rockgameranddhirvlog8938 3 жыл бұрын
Right ❤️❤️❤️
@nilakhisonowal5032
@nilakhisonowal5032 2 жыл бұрын
🙏🙏👍👍👍💕💕
@TAPASYA49
@TAPASYA49 3 жыл бұрын
Val lagil kotha khini jani.
@paramabaru6331
@paramabaru6331 Жыл бұрын
আপুনি ঠিকেই কৈছে দাদা কিন্তু মই এই গোটেই খিনিয়েই কৰোঁ মোৰ মানুহজনো দিনক দিনে ধনী হ'ল কিন্তু মইহে দুখীয়া হৈ গইছো ,ইয়াৰ এটা উপায় দিয়কচোন ।
@asmitakalita6586
@asmitakalita6586 3 жыл бұрын
ধন্যবাদ চাৰ 🙏🙏🙏🙏
@bitulbora2995
@bitulbora2995 3 жыл бұрын
All right.
@bobuldas1413
@bobuldas1413 3 жыл бұрын
Xondar Sir 👍❤️
@gaurankasaikia7527
@gaurankasaikia7527 3 жыл бұрын
ভাল লাগিল
@sunmoinamoina382
@sunmoinamoina382 3 жыл бұрын
Very nice... thank you
@champanewar6446
@champanewar6446 3 жыл бұрын
Yesssssss.
@ajantamahanta3219
@ajantamahanta3219 3 жыл бұрын
আপোনাৰ কথাবোৰ বুজিলো বাৰু কিন্তু যি গৰাকী নাৰী চাকৰিলৈ যাবলৈ লাগে তেওঁ ৰাতিপুৱা উঠি ইমানবোৰ কাম কৰিব পাৰিব নে ? অফিচৰ পৰা আহি স্বামীক চাহৰ যোগান ধৰিব নে তুলসীৰ তলত চাকি জ্বলাব ? স্বামীৰ শুশ্ৰূষা কৰিব নে ৰন্ধাবঢ়া কৰিব ৷ সময়ৰ লগে লগে কিছু সলনি হ’বৰ হোৱা নাইনে ?
@porimitakhanikor4824
@porimitakhanikor4824 3 жыл бұрын
Right
@kakudutta9909
@kakudutta9909 3 жыл бұрын
Correct
@mrrajff6989
@mrrajff6989 3 жыл бұрын
চাকৰি বাদ দিয়ক, ঘৰতে পুৰুষৰ শুশ্ৰূষা কৰক, পূণ্য হ'ব নে কি কয় ?
@illorasaikia3925
@illorasaikia3925 3 жыл бұрын
@@mrrajff6989 ghor khon solibo kenekoi?porial solibo kenekoi Jodi ghorote thoka jai..apuni bohut Kotha baki Ase janiboloi..ata sakorir karone Din rati ekakar Kori poha huna Kori ksto Kori Ase manuhe..exam Di,interview Di,training Di bare bare bifol Hoi Ase..Ru apuni koi sakori eribo lage..
@kumaribaruah9384
@kumaribaruah9384 3 жыл бұрын
Good question👍
@kalpanaboruah3516
@kalpanaboruah3516 3 жыл бұрын
পুৰুষৰ গাত থাকিবলগীয়া গুণসমূহৰ বিষয়ে এটা ভিডিঅ দিবচোন। কাৰণ এজন সুপুৰুষেহে যিহেতু এখন ঘৰ সুন্দৰ ভাৱে পৰিচালনা কৰিব পাৰে।
@trishnachamuah7031
@trishnachamuah7031 3 жыл бұрын
Apunr kothabur mur bohut val lage, hunkale uthebo porakoi kiba upai dibosun.
@kakumoniphukan2742
@kakumoniphukan2742 3 жыл бұрын
Bohut val lagil sir.
@dimbeswarhazarika3202
@dimbeswarhazarika3202 3 жыл бұрын
ভাল লাগিল 🙏🙏🙏🙏🙏
@raktimadc4601
@raktimadc4601 3 жыл бұрын
Thank you sir
@jintusarma9916
@jintusarma9916 3 жыл бұрын
Aru g narir eta bhal Sakori thake xai goraki nariu lokhir aan eta rup..
@rajuhazarika6009
@rajuhazarika6009 Жыл бұрын
Right
@robinborman7093
@robinborman7093 3 жыл бұрын
Vhal lagil
@hiramiasaikia5325
@hiramiasaikia5325 3 жыл бұрын
Ji kunu Najir babe kenedhoronor purush subhaigyar hoi
@S.M.8439
@S.M.8439 3 жыл бұрын
বাপ্পাও,ইমান দেৰি ৰখবা লাগবো।
@pompyhazoary7520
@pompyhazoary7520 3 жыл бұрын
Vl lgil
@rajkhowanamita172
@rajkhowanamita172 3 жыл бұрын
Huni vl lagila
@pritomdas5594
@pritomdas5594 3 жыл бұрын
সুন্দৰ
@barshagogoi9918
@barshagogoi9918 2 жыл бұрын
Apunar hokolu video sai val palu .kintu aji apunar kothat moi akmot nohoi .jua 16 bosore apuni kua hokolubur Kam kori goisilu .kintu Aku fol napalu .boronso heibur kori juar karone Muk hodai durbol buli vabi goroki rakhisil .jidinai moi nijor karone mat matilu heidinar pora moi kunari hoi porilu .ru ata kotha knou mur ghoror usorote agoraki Baideu ase .Baideua hodai 4 bojate uthi puja kore poti heoua korisil .kintu hei Baideu gorakir husband e beleg agorakik biya korale .ru baideur kunu losuwali nai .atiau Baideua 4bojate uthi puja kore kintu baideuk aji loike unoti hua ba hukhi hua nedekhilu . Baideur vultu kot hol karontu jonale val pam
@mrinalbaruah2438
@mrinalbaruah2438 Жыл бұрын
আপোনাৰ কথা শুনি মোৰ ভাল লাগিল
@nabanitakalita5722
@nabanitakalita5722 3 жыл бұрын
Bhal kotha kole sir
@rjsvlogs8266
@rjsvlogs8266 3 жыл бұрын
Ekdom hosa
@khanjikhowa122
@khanjikhowa122 3 жыл бұрын
Very nice post.. really good... thanks
Ano ang kapalaran mo ngayong 2025? | Unang Hirit
9:34
GMA Public Affairs
Рет қаралды 25 М.
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 54 МЛН
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН
How Strong Is Tape?
00:24
Stokes Twins
Рет қаралды 96 МЛН