যুৱ সাংবাদিক এঞ্জেলা চাংমাই নতুন প্ৰজন্মৰ লৈ মূল্যৱান ভাষণ | Angela Changmai Speech

  Рет қаралды 27,817

DHRUBAJYOTI UNOFFICIAL

DHRUBAJYOTI UNOFFICIAL

Күн бұрын

Пікірлер: 55
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr Күн бұрын
ভাল বেয়া আৰু যুৱ প্ৰজন্মৰ সংগঠিত ৰূপত লৈ নিজেই নিজৰ জীৱন নিৰ্বাহ কৰাৰ প্ৰয়োজনীয় পদ্ধতি ঘৰ বা নিজৰ গাঁৱতে বহুতো সোনৰ চেকুৰা পৰি আছে সেই বোৰ বৰ্তমান বিদেশী লোকৰ হাটলৈ যোৱাৰ বাবে পথ মুকলি কৰি দিছে।। আমি নিস্ক্ৰিয় হৈ হৈছোঁ।।
@carromgaming8948
@carromgaming8948 18 күн бұрын
সুন্দৰ ভাষণ,,লগ পাম বুলি ভাবি আছিলো বিশেষ অসুবিধাৰ বাবে যাব নোৱাৰিলো🙏
@rinachutia3723
@rinachutia3723 16 күн бұрын
সুন্দৰ বিষয় , শুনিবলৈ আগ্ৰহী হৈ আছোঁ , আইগৰাকীক নমস্কাৰ জনালোঁ, ।
@jinuphukan1162
@jinuphukan1162 21 күн бұрын
ইমান সুনদৰ কথা কবলৈ ভগৱানে কোৱাইছে?ভগৱানে আপোনাক আগবঢ়াইছে মই ভাৱো!!!?
@Redstone98
@Redstone98 9 күн бұрын
Bhout val lagil
@h.m.studio4204
@h.m.studio4204 20 күн бұрын
জয জগত গুৰু কৃষ্ণ কৃষ্ণ ভাষণ ভাগ শুনি‌ বহুত ভাল লাগিল জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ কৃষ্ণ কৃষ্ণ ।
@DigantaGogoi-b5h
@DigantaGogoi-b5h 21 күн бұрын
apunar bhakhon mur bohut val lage
@jitub762
@jitub762 21 күн бұрын
Very good 👍👍👍👍👍
@harakantatamuli1053
@harakantatamuli1053 13 күн бұрын
Angela, kothabilak bor bhal lagil . May God bless you . ❤❤❤
@DHRUBAJYOTIUNOFFICIAL
@DHRUBAJYOTIUNOFFICIAL 13 күн бұрын
Ummm thanq
@rashmibhuyan-hr5ew
@rashmibhuyan-hr5ew 18 күн бұрын
Hundorr❤
@binitachetia7327
@binitachetia7327 21 күн бұрын
সুন্দৰ ভাষণ শুনি ভাল লাগিল❤
@dhrubajyotiHaloi-so5mr
@dhrubajyotiHaloi-so5mr 12 күн бұрын
Jai kirshna guru
@jintusaikia4256
@jintusaikia4256 18 күн бұрын
কৃষ্ণ, বহুত ভাল লাগিল।
@UshasaikiaUshasaikia
@UshasaikiaUshasaikia 17 күн бұрын
Bohut Val lage kothabur tumar
@pranatibhuyan4195
@pranatibhuyan4195 16 күн бұрын
❤Mur priyo
@jyotishnadaimari7940
@jyotishnadaimari7940 21 күн бұрын
Hundor val lagil
@RinaGogoi-z9p
@RinaGogoi-z9p 19 күн бұрын
Val lagil tumar vashan huni ❤
@barnalidas7784
@barnalidas7784 21 күн бұрын
কৃষ্ণ ৰাম নাৰায়ণ কৃষ্ণ কৃষ্ণ ৰাম নাৰায়ণ 🙏🙏🙏🙏 শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ আই❤❤❤❤🪔🪔🪔🪔🌹🌹
@dilipbaruah1655
@dilipbaruah1655 21 күн бұрын
কৃষ্ণ🙏জই জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱৰ কৃষ্ণ🙏
@barnalisaharia2399
@barnalisaharia2399 19 күн бұрын
Jai guru sankar...krishna..
@Dimpee123
@Dimpee123 22 күн бұрын
Hundor
@PradipGogoi-i7b
@PradipGogoi-i7b 19 күн бұрын
সুতল পুৰ হ'ব লাগিছিল।
@Statusking-ur9gd
@Statusking-ur9gd 20 күн бұрын
Oti hundar Kant ha tumer❤
@mainimunu123
@mainimunu123 21 күн бұрын
Apunar kothabur val lge❤
@jinuphukan1162
@jinuphukan1162 21 күн бұрын
আপোানাক ভগৱানে কথাকবলৈ কণঠ দিছে ভগৱানৰ আশীবাদ
@MoromiDihingia-q3g
@MoromiDihingia-q3g 21 күн бұрын
Apunar. Bakhon. Bhut. Bhut. 1000. Bar. Val
@DHRUBAJYOTIUNOFFICIAL
@DHRUBAJYOTIUNOFFICIAL 21 күн бұрын
Ummmm
@SukumarDutta-w4s
@SukumarDutta-w4s 21 күн бұрын
Angelina sangmai is expressing here about need of involvement of new generation as the real force of growth most important thing is youth ful vigour intelligence must not be allowed to go in the wrong direction
@nilimarabha7373
@nilimarabha7373 19 күн бұрын
Krishna 🙏🙏
@atulregon6841
@atulregon6841 21 күн бұрын
বাইদেউৰ কথা শুনি পাগল হৈ যাম নে কি?
@dhrubajyotiHaloi-so5mr
@dhrubajyotiHaloi-so5mr 12 күн бұрын
Mem
@PradipGogoi-i7b
@PradipGogoi-i7b 7 күн бұрын
90/ভোগ বাদী শিক্ষা গ্ৰহণ কৰে। আগৰ পৰা চাওক। অতীত কালৰ ভাৰতীয় মানুহে আধ্যাত্মিক শিক্ষা দিক্ষা জ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সেই হে মানুহ বোৰ বাহিৰে ৰঙচঙ ভিতৰত কুৱাভাতূৰি নাছিল। বিশুদ্ধ সত্য সদাচাৰী পৱিত্ৰ নিত্য বুদ্ধ আছিল। বিশ্বৰ প্ৰখ্যাত ধৰ্মীয় গ্ৰন্থসমূহৰ উৎপত্তি হৈছিল। গীতা ভাগৱত বেদান্ত দৰ্শন বেদ আদি। সাম্প্ৰতিক কালত যুৱ উশিঙ্খল মানুহৰ মিথ্যাচাৰ বেভিচ্যাৰ অত্যাচাৰ অবিচাৰ শোষণ নিস্পেষন অমানুষিক কাৰ্যকলাপ বিস্তৃত হৈ পৰিছে। ইয়াৰ মূল কাৰণ মানৱতা স্খ্যলন বৈষাৰিক পাৰ্থিৱ শিক্ষা দিক্ষা আৰু সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত নিয়ম নীতি ধাৰণ বিধি উলঙ্ঘন কৰা। মানৱ জীৱনৰ পৰা ঐশ্বৰিক নিগূনাত্মক এটা জীৱন লৈ ৰাপান্তৰ হ'বলৈ হ'লে ধৰ্ম বাদেই প্ৰকূত ঐশ্বৰিক নিগূনাত্ম জীৱন এটা পাবলৈ আধ্যাত্মিক শিক্ষা অভিন্ন নহ'ব ই। প্ৰদীপ গগৈ গুৱাহাটী।
@Mdutta6412
@Mdutta6412 22 күн бұрын
❤❤❤❤
@PabitraBey
@PabitraBey 15 күн бұрын
hsake bor vl lge apunar kotha bor huni
@DHRUBAJYOTIUNOFFICIAL
@DHRUBAJYOTIUNOFFICIAL 15 күн бұрын
Thnq
@amritkumargogoi3710
@amritkumargogoi3710 21 күн бұрын
Krishna apunar bhagwan sistineki.
@PradipGogoi-i7b
@PradipGogoi-i7b 20 күн бұрын
এঞ্জেলা চাঙমাইৰ হেনো ‌ মাতটো ভাল নহয়। টান ডাঙৰ আৰু খঙাল চাগে আৰু কি হ'ব। মোৰ মাতত কৈ ডাঙৰ মাত বহুত কম হ'ব। জীৱনৰ প্ৰথম অৱস্থাত এখন হাইস্কুলত চাকৰি কৰিছিলোঁ। মাত ডাঙৰ আৰু খঙাল আৰম্ভ হয় তাৰ পৰাই। সাম্প্ৰতিক সময়ত মানুহে অলপ ভয় কৰে। মানুহে টাই মঙ্গোলিয়া জাতীয় মানুহৰ কথা তেনে খুৱাই বুলি মানুহে কয়। উপায় তো নাই। যাৰ যি স্বভাৱ তাক কৈ বা ভাবি লাভ নাই।
@dhrubajyotiHaloi-so5mr
@dhrubajyotiHaloi-so5mr 12 күн бұрын
Mem mk ejoni suwali lage
@PradipGogoi-i7b
@PradipGogoi-i7b 21 күн бұрын
বিন্দাবন গৈছানে। গো ধেনু দেখিলানে। কূষ্ণ কানাইক লগ পালানে। মুৰুলীৰ মাত শুনিলানে নাই। গোপবালাৰ‌ হাঁহি আৰু যশোদা মাৰ গালি। নন্দ ৰজাৰ বুজনি শুনিলানে তুমি। একো নাই তেতিয়াৰ দ্বাপৰ যুগৰ ব্যাসৰ বিৰচিত মহাকাব্য মহাভাৰতৰ। জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে মানৱ কল্যাণৰ বাবে ৰচিলে বেদ ব্যাসে মহা কাব্য মহাভাৰতক। কাল্পনিক ৰূপক সানি সেই যোগৰ আধ্যাত্মিক জ্ঞান আৰু আত্ম দৰ্শন আত্ম বোধ উপলব্ধিৰ সাৰ মম্ম ৰে ৰচিলে মহাভাৰত জগত মঙ্গলাথে। জগতত পঞ্চ ভৌতিক আছে দেহ য'ত। সমস্তে বিন্দাবন ভাবিও মনত। দেহৰ বিন্দাবনৰ মাজে অনন্ত মায়া। পৰম ব্ৰহ্ম কৃষ্ণ দেহৰ আত্মা। ৰচিলে ব্যাসে তত্ত্বৰ আধ্যাত্মিকতাবাদত । বাহ্যিক দৃষ্টিত বুজাইলেক অৰণ্য বিন্দাবন। সেয়েহে সমস্তে দেহ বিন্দাবনত আচন্ত কূষ্ণ কানাই পৰম ব্ৰহ্ম স্বৰূপে সোনৰ মুৰুলী বজাই। কূষ্ণ নাহিকে বহু দূৰে। আচন্ত সবাৰু হ্নদয়ে হ্নদয়ে।।।
@RinkuSaikiaDas-t8b
@RinkuSaikiaDas-t8b 20 күн бұрын
এই গৰাকী পিছে পিছে KZbin সকল লাগি ফুৰে নি ?
@DHRUBAJYOTIUNOFFICIAL
@DHRUBAJYOTIUNOFFICIAL 20 күн бұрын
Apuni kio KZbin channel khule tente
@RinkuSaikiaDas-t8b
@RinkuSaikiaDas-t8b 19 күн бұрын
@DHRUBAJYOTIUNOFFICIAL মই KZbin খোলা উদ্দেশ্য পইচা নহয় অন্ধবিশ্বাস আৰু অসমৰ ভাগৱত ব্যাখ্যা সকলৰ কিমান জ্ঞান আছে তাক দেখোৱা বলৈ।
@DHRUBAJYOTIUNOFFICIAL
@DHRUBAJYOTIUNOFFICIAL 19 күн бұрын
Poisa tu mou meter nhoi but youtube tu kori bhal lage karne kuru bos himan aapuni 1st kole j hai karne koisu
@RinkuSaikiaDas-t8b
@RinkuSaikiaDas-t8b 19 күн бұрын
@@DHRUBAJYOTIUNOFFICIAL এই গৰাকী ভাষণ শুনিলে মোৰ হাঁহি উঠে।আজি কালি সকলোৱে জানে যে social media যুগে পইচা ঘটা সহজ উপায়। জনাই নজনাই দুটা মান ভাষন দি দিয়া আৰু কি লাগে 😆😆😆😆
@DHRUBAJYOTIUNOFFICIAL
@DHRUBAJYOTIUNOFFICIAL 18 күн бұрын
@@RinkuSaikiaDas-t8b apuni hahi uthe hai tu apuna kotha moi ki korim tate
@PradipGogoi-i7b
@PradipGogoi-i7b 8 күн бұрын
কুকুৰৰ ডিঙিত সোনৰ চেইন অবুজনক বুজুৱা দেওয়া ঠাৰি সিজুৱা। পৰম পুৰুষ পৰম আত্মা শ্ৰীকৃষ্ণৰ সমস্তে জগতৰ উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱ আৰু দেহৰ গুণ সমূহ দেৱী দেৱতা শিৱ বিষ্ণু ব্ৰমা দুষ্ট দৈত্য দানৱ অসুৰ দলন সমস্ত আপুনি দেহত পাইবেক। য'ত জীৱ জঙ্গম কীট পতংগৰ অগ নগ জগ সমস্তে জীৱেৰ স্বামী ভৈল কূষ্ণ। হেন জানি নকৰাহা ভূল শুনা সববজন। অষ্টম প্ৰকৃতিৰ পৰম পুৰুষ পৰেমেশ্বৰ স্বামী কূষ্ণ। হেন জানি সত্যত ভ্ৰমণ কৰে যি বোলয় সত্য ভ্ৰমা যাৰ হাতে কূষ্ণক পূজয় সেই য়ে ৰুক্মিণী। এহিভাৱে অষ্টম প্ৰকৃতি আচন্ত দেহ বা জগতত। নমস্কাৰ। প্ৰদীপ গগৈ গুৱাহাটী।
@pahigogoi2076
@pahigogoi2076 21 күн бұрын
❤🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤dhanyabad.janaisu..jinumoni.boruah🎉❤ 1:28
@mrigankaduttajan2946
@mrigankaduttajan2946 22 күн бұрын
Hundor
@pratimagogoi7148
@pratimagogoi7148 20 күн бұрын
Hundor
UFC 310 : Рахмонов VS Мачадо Гэрри
05:00
Setanta Sports UFC
Рет қаралды 1,2 МЛН
15 November 2024
8:33
Gun jong blogs
Рет қаралды 63 М.