Zaar Zoh Naai | Papon | Manashi G. Bayan | Sourav Mahanta | Official Music Video

  Рет қаралды 89,695

Papon

Papon

Күн бұрын

Пікірлер: 480
@BhargijDas
@BhargijDas Күн бұрын
আপোনাৰ গান বোৰত যি ৰহস্যবাদী অদৃশ্য ধাৰা বৈ থাকে , সেইটো বহুত দুৰ্লভ, আপোনাৰ যি আলসুৱা ব্যক্তিত্ব সেয়া আমাৰ বাবে অনুপ্ৰেৰণা ❤
@PuhorCreation3049
@PuhorCreation3049 2 күн бұрын
কি "শব্দ" , কি "চিন্তা-ধাৰা" , কি "কন্ঠ" , আপোনাৰ প্ৰতিটো গানেই হ্নদয় চুই যায় পাপন দা । আপুনি মহান , আপোনাৰ গান শুনিলে হে গান শুনিছোঁ যেন অনুভৱ হয় । আপোনাৰ লগতে সকলোৱে কুশলে থাকক ভালে থাকক...............,
@himangshudeka1738
@himangshudeka1738 2 күн бұрын
পাপন দা সঁচাকৈয়ে পৃথক, সেয়া লাগিলে ব্যক্তিত্ব হওঁক বা সংগীত l❤❤❤ বহুত বহুত মৰম সকলোলৈ ❤❤❤❤
@nanarongi
@nanarongi 2 күн бұрын
কি ভাষাৰে বুজাম পাপন দা । আপোনাৰ চিন্তা ধাৰা সঁচাই পৃথক । এনেদৰেই জাতি মাটি ভেটি সাধাৰণ মানুহৰ হৃদয়ত থাকক।❤
@rajuahmed-xk9bv
@rajuahmed-xk9bv 2 күн бұрын
@prosturaniborah3221
@prosturaniborah3221 2 күн бұрын
আপোনাৰ চিন্তা-চৰ্চা, মানবীয় দৃষ্টিকোণ আৰু সৰলতা বোৰ প্ৰতিটো গীততেই মই দেখা পাওঁ,, এয়াও সকলোতকৈ সুকীয়া হৃদয়স্পৰ্শী,, কুশলে থাকক সকলো লগতে আপুনি ও,, শুভাশা আজীৱন আছে 🌼🤍
@preetirekhadutta9609
@preetirekhadutta9609 2 күн бұрын
আপোনাৰ চিন্তা আৰু ব্যক্তিত্ব আৰু অগতানুগতিক চিন্তাই আমাক সন্মোহিত কৰি ৰাখে সদায় পাপন দা
@violentgentleman1900
@violentgentleman1900 2 күн бұрын
অসমীয়া গান শুনা আন এটি কাৰণ অংগৰাগ পাপন মহন্ত ❤ ধন্যবাদ পাপন দা 🙏
@NayanikaBordoloi
@NayanikaBordoloi 2 күн бұрын
সঁচাই এক বিশেষ উপস্থাপন কৰিলে পাপন দা! আমি সদায় গোচৰ কৰি থাকোঁ বহুত পাইও, কাৰোবাৰ টো ৰাতি সুবলে নিজৰ ঘৰ এখনো নাই
@pompisonowal3792
@pompisonowal3792 2 күн бұрын
অনন্য সুন্দৰ গীত । সুন্দৰ কথাৰে ভৰাই তোলা গীতৰ স্ৰষ্টা মানসী বায়নলৈ অশেষ ধন্যবাদ । লগতে সুৰকাৰ সৌৰভ মহন্তই অতি সুন্দৰ ৰূপত গীতটো সজাই তুলিছে । তাতে সুৱগা চৰাইছে পাপনৰ কণ্ঠই । গীতটিৰ লগত জড়িত আটাইলৈ আন্তৰিক অভিনন্দন ❤️❤️❤️
@manashibayan4037
@manashibayan4037 2 күн бұрын
বহুত ধন্যবাদ ❤❤
@kisnadas373
@kisnadas373 2 күн бұрын
সকলোতকৈ বেলেগ চিন্তা ধাৰাটো পাপন দা. কবলৈ ভাষা নাই ইমান ধুনীয়া হৈছে❤❤❤❤
@abinashhandique6745
@abinashhandique6745 2 күн бұрын
অনুপম পাপন দা...... 😍 জীৱন উদযাপন পাহৰি ভাগৰ, নগৰ-চহৰ অথবা গাওঁ আৰু চৰ, মানুহৰ এমোকোৰা হাঁহিৰে পোৱা নোপোৱাৰ অভাৱ অভিযোগ যেন সকলো অকাৰণ..!! ❤️🙏
@rupomray8162
@rupomray8162 2 күн бұрын
আপোনাৰ গান সদায় প্রিয় আৰু প্ৰিয় হৈ থাকিব ,আপোনাৰ গানৰ মাজত এক সুকীয়া অনুভূতি বিচাৰি পাওঁ । আগলৈ আৰু ভাল ভাল গান পাওঁ যেন আপোনাৰ পৰা পাপন দা❤❤।
@nabanitagogoi9400
@nabanitagogoi9400 2 күн бұрын
সদায় বিশেষ এই মানুহজন ❤❤
@PuhorCreation3049
@PuhorCreation3049 2 күн бұрын
" জোনাকৰ সাধু বুজিব নো কি অকা নাই কেতিয়াও বেলিৰ ছবি " "হেৰা বাটৰুৱা উভতি ছোৱা......." । কি শব্দ হ্নদয় চুই যায়। কি সুন্দৰ চিন্তা-চৰ্চা আপোনাৰ । Evergreen Song's , আপোনাৰ গানৰ শব্দ বোৰ বৰ ধুনীয়া পাপন দা । আপুনি অমৰ হৈ ৰওঁক । আৰু আগ বঢ়াই দিব এনেকোৱা গান । ❤❤❤
@nibeditabarua3292
@nibeditabarua3292 16 сағат бұрын
অন্তৰ চুই যোৱা সচা অনুভৱ। ভগৱান তোমাৰ সহায় হওক
@mboruah99
@mboruah99 2 күн бұрын
হৃদয় চুই যোৱা গান.....ধন্যবাদ পাপন দা
@pranjal3494
@pranjal3494 2 күн бұрын
Papon....U again proved why you are apart from others....bor bhaal lagil....Love from Darjeeling
@munindramusicofficial1007
@munindramusicofficial1007 Күн бұрын
আপোনাৰ গানৰ মাজত বিলীন হৈ মই নিজকে কেতিয়াবা বিচাৰি নাপাওঁগে । Papon da you are the best.❤❤❤
@PodumGogoi-pn2ke
@PodumGogoi-pn2ke 2 күн бұрын
গভীৰ অৰ্থ পূৰ্ণ গীত, খুবেই সুন্দৰ। ❤❤❤
@assamvlog824
@assamvlog824 2 күн бұрын
পাপন দা আপুনি মোৰ মই ভাল পোৱা আটাইতকৈ ভাল পোৱা গায়ক, আপোনাৰ চিন্তা ধাৰা বোৰ বেলেগ কৈ বহুত বেলেগ সেইকাৰণে আপোনাক ভাল লাগে love you dada ❤️
@UnExpLored_iT
@UnExpLored_iT 2 күн бұрын
পাপন দা respect Button ❤ Double tap
@flyingbird131
@flyingbird131 2 күн бұрын
...সেইবাবেই আপুনি প্রিয়।কি শব্দ,কি সুৰ,কি কনচেপ্ট,কি গভীৰতা,কি অৰ্থ ...একদম ব্যতিক্ৰম❤
@nirupomaroy8194
@nirupomaroy8194 Күн бұрын
মনৰ ভাৱনাত চিৰ সত্য বোৰে যেতিয়া খুন্দা মাৰে তেতিয়া অজানিতে চকুলো বৈ আহে ..... শিল্পীৰ মহানতা....উদাৰতাত...... সৃষ্টি হয় সমাজৰ সজাগতা..... গীতটিৰ মাধুৰ্য্য আৰু গভীৰতা বাৰুকৈয়ে অনুভৱ কৰিলোঁ !❤🙏
@DeepankurVlogs
@DeepankurVlogs 2 күн бұрын
গান নহয় কেৱল এইটো, পাপন দাৰ পৰা এটা বেলেগ ভাল লগা প্ৰাণ ভৰা কিবা এটা পাওঁ, যিটো মই পাওঁ সেইটো শব্দৰে বুজাব নোৱাৰি, লাভ you 🙏 Papon দা ❤
@DeepankurVlogs
@DeepankurVlogs 2 күн бұрын
@hridaiprakashsaikia2126
@hridaiprakashsaikia2126 2 күн бұрын
বহুত ধুনীয়া হৈছে , হিয়া চুই গৈছে। আপুনি পুৰণি শব্দবোৰক হেৰাই যাব দিয়া নাই , বহুত ভাল লাগিল 😍❤
@Traveling577
@Traveling577 18 сағат бұрын
পাপনদা আপোনাৰ পৰা এনেদৰেই বহুত বহুত হিন্দী,অসমীয়া সুন্দৰ সুন্দৰ গীত আশা কৰোঁ।।আপুনি অসম তথা ভাৰতৰ গৌৰৱ।
@aliyxsq_core
@aliyxsq_core Күн бұрын
মানসী বা আপোনাৰ শব্দৰ পুৰণি অনুৰাগী আমি।এইবাৰ পাপনৰ কণ্ঠই আপোনাৰ শব্দক যেন এক অনন্য মাত্ৰা প্ৰদান কৰিলে।
@manashibayan4037
@manashibayan4037 18 сағат бұрын
বহুত বহুত ধন্যবাদ❤❤
@pranabbaishya8143
@pranabbaishya8143 4 сағат бұрын
বহুত ভাল লাগিল গানটো শুনী। এনেকুৱা গীত পাপন ডাৰ voice অত বহুত ভাল লাগে।❤❤❤
@air33-ias53
@air33-ias53 2 күн бұрын
পাপন দাই সদাই পৃথক সৃষ্টি কৰে। Love You Dada❤
@TMara-du9hi
@TMara-du9hi 2 күн бұрын
Love from Arunachal Pradesh ❣️
@onlinestudybhaskar
@onlinestudybhaskar 2 күн бұрын
From NERIST
@channeljg6710
@channeljg6710 6 сағат бұрын
'দোকমোকালিতে সন্ধ্যাৰ ৰাগিনী'😢🙏গোটেই গীতটো এখন বৰ দুখৰ ছবি।ভিডিঅ'ৰ দৃশ্যবোৰো বৰ কষ্টৰে কৰা চাগৈ।ভাললগাৰ মাজতে মনটো সেমেকিও উঠিল!🙏অভিনন্দন! -জনাৰ্দন গোস্বামী
@jadupathak5435
@jadupathak5435 Күн бұрын
বুজাব পৰা একো ভাষা নাই। মাথো শুনিছোঁ গান টো । বুকুৰ কোনোবা এটা কোণত যে খুন্দা মাৰি যায়। ❤❤❤❤
@parthapdutta5905
@parthapdutta5905 2 күн бұрын
ইমান ধুনীয়া কেনেকৈ হ'ব পাৰে সকলোবোৰ!!
@tahmidaahmed6511
@tahmidaahmed6511 Күн бұрын
Papon da Excellent work. Moi u hodai vabi thaku ehotor babe kiba eta koribo pora hole. May God bless them 🙏
@ritudutta4872
@ritudutta4872 5 сағат бұрын
Sundar lagil.proud of Assam papon da.
@finalanchor6264
@finalanchor6264 2 күн бұрын
ভালোবাসা অবিরাম. বাংলাদেশ থেকে 🇧🇩
@runumeemahanta427
@runumeemahanta427 Күн бұрын
সকলো দিশৰ পৰাই এটি অতিকে সুন্দৰ গীত শুনিলো। অতি মন পৰশা কথা আৰু সুৰৰ গীতটো পাপনৰ কণ্ঠই সোনত সুৱগা চৰাইছে।
@sidharthadas7599
@sidharthadas7599 7 сағат бұрын
অতি সুন্দৰ পাপন দা❤ বহুত প্ৰিয়
@pdmajuliisland271
@pdmajuliisland271 2 күн бұрын
প্ৰতিটো শব্দ,দৃশ্য ই হৃদয় চুই গল😢😢❤ভালে থাকক প্ৰতিজন ❤
@arindamchakravartty6308
@arindamchakravartty6308 16 сағат бұрын
Lyrics and video very Good ইহঁতক দেখুৱাই অলপ কিবা এটা টো কৰিলে,they should be happy,while they see herself in this video ❤❤❤ All the team✔️✔️🏆🏆🏆🏆🏆
@maina34
@maina34 Күн бұрын
মন চুই গ’ল৷ পাপনদাৰ কণ্ঠৰ লগতে গীতটিৰ লেখিকাকো বহুত শ্ৰদ্ধা নিবেদিলো৷
@BhabeshDeka-t4y
@BhabeshDeka-t4y 2 күн бұрын
thank you papon daa. You are trying to teach everyone that everybody has their own heart and soul which is equal for god and should be equal for us.
@debojitahomrk6645
@debojitahomrk6645 2 күн бұрын
ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি আচলতে ❤
@digantobablu4059
@digantobablu4059 20 сағат бұрын
ভাল লগিল আপোনাৰ বেছি গীত আৰু সৃষ্টি অতুলনীয় পাপন সেই বাবে স্পেচিয়েল❤❤❤❤❤❤
@Manuranjano1-official.
@Manuranjano1-official. 20 сағат бұрын
আপোনাৰ গানবোৰত কিমান যে ৰসহ্য থাকে। সঁচাই মন চুই যায় অ পাপন দা💓💝💖
@debapriyomusical.7417
@debapriyomusical.7417 21 сағат бұрын
এনে যোগাত্মক গান হব লাগে,,,, সঁচাই আপোনাৰ গীতত যাদু আছে।❤
@RontuDas53
@RontuDas53 2 күн бұрын
ভাল লাগিল। এনেদৰেই আগুৱাই যাওক তাৰেই কামনা থাকিল। Note:- ইয়াত যাৰ বুলি কোৱা নাই, জাৰ বুলিহে কৈছে। অৰ্থাৎ ঠাণ্ডা বা শীতৰ কথা কোৱা হৈছে।
@BspKoDoley
@BspKoDoley 7 сағат бұрын
My one of favourite person PAPON DA ❤
@issaranikakoti8087
@issaranikakoti8087 2 күн бұрын
Absolutely gorgeous ❤
@rabikantabarman6202
@rabikantabarman6202 2 күн бұрын
Papon respect button❤❤❤❤
@PwrmaishatMochahary
@PwrmaishatMochahary Күн бұрын
Each song he he sings wow❤❤❤
@Jiwondoley9219
@Jiwondoley9219 2 күн бұрын
❤❤❤❤ বহু সুন্দৰ সংগীত।। বহু সুন্দৰ সুন্দৰ
@kanikadas8245
@kanikadas8245 2 күн бұрын
পাপন তুমি ভাল কাম কৰিচা এই শিসু বোৰক সামৰি❤❤❤❤
@dipkishandas1481
@dipkishandas1481 2 күн бұрын
Another masterpiece by voice king of Asia.❤ beautiful voice.pain reflects in every word.
@nikubarman6167
@nikubarman6167 Күн бұрын
আহ... কি শব্দ.. কি চিন্তা... দাদা আপুনি অনন্য.. Always a big fan 🥀💗
@vishalkalita8453
@vishalkalita8453 2 күн бұрын
Papon Da Mohan❤
@gitusmitadas8565
@gitusmitadas8565 Күн бұрын
Heart touching song. Love from Barpeta❤
@moitrayeekakoty9800
@moitrayeekakoty9800 2 күн бұрын
হৃদয়স্পৰ্শী |
@nynnath5362
@nynnath5362 Күн бұрын
❤❤❤❤❤❤❤❤❤papon daaa❤❤❤❤❤❤❤❤❤❤❤
@manavigoswami2041
@manavigoswami2041 Күн бұрын
bohut bhal lagil ganto everything
@GogoiDa১৯৯৪
@GogoiDa১৯৯৪ Күн бұрын
হৃদয় চুই গৈছে Love u papon da❤❤❤❤
@mridulsarma627
@mridulsarma627 2 күн бұрын
বৰ ভাল লাগিল। এক ব্যতিক্ৰমী অনন্য প্ৰচেষ্টা।
@chinmoyborah3572
@chinmoyborah3572 2 күн бұрын
এই কণ্ঠই বুকু স্পৰ্শ কৰি যায়❤
@mbvlogs3101
@mbvlogs3101 Күн бұрын
I love papon because his voice is melody and painful ❤❤❤ from Dalkhola,Uttar Dinajpur, West Bengal, India.❤❤❤❤
@LuscyBantawa0
@LuscyBantawa0 Күн бұрын
Ruhh ko chu liya ❤
@puja.makeupartist
@puja.makeupartist 2 күн бұрын
আপোনাৰ গানবোৰে মন চুই যায় কি কম আৰু বহুত বহুত ধুনীয়া ৰৈ আছিলোঁ।❤❤❤
@rishavhazarika2582
@rishavhazarika2582 Күн бұрын
পাপন ❤❤
@pinakshimahanta1587
@pinakshimahanta1587 2 күн бұрын
ভাষা নাই❤❤❤
@golapchandrabora2119
@golapchandrabora2119 2 күн бұрын
মন ভৰি গৈছে।
@mrityunjoypapon175
@mrityunjoypapon175 2 күн бұрын
পাপন দা আপুনি সঁচাই সুকীয়া, কি সুন্দৰ শব্দ।
@ridipvlogsyt8550
@ridipvlogsyt8550 2 күн бұрын
papon dar git hunile vat khabo pahuri jng moi eman mane val lage git bur bukukhan kiba dhak dhak mari thake 😢❤❤
@UtMusic1-mp3wy
@UtMusic1-mp3wy Күн бұрын
All time Papon da favourite 🎉🎉🎉🎉🎉🎉🎉🎉❤
@tiklikashyap6776
@tiklikashyap6776 2 сағат бұрын
এইবোৰৰ বাবে আপুনি প্ৰিয় 🌻💗
@bhesojbaruah6265
@bhesojbaruah6265 2 күн бұрын
অতুলনীয়
@hemantakumarnath7937
@hemantakumarnath7937 2 күн бұрын
সুন্দৰ, অতি সুন্দৰ ,সচাই পাপন অন্যান্য
@monimonsterofficial7112
@monimonsterofficial7112 2 күн бұрын
*মৰিগাঁৱৰ পৰা মৰম যাচিলোঁ* ❤❤❤❤
@sejaldave9096
@sejaldave9096 2 күн бұрын
Very Heart touching...❤❤❤ Every child is India's future...🇮🇳
@Tea-mango11
@Tea-mango11 2 күн бұрын
সুন্দৰ ❤
@daverk1251
@daverk1251 2 күн бұрын
❤❤❤❤❤❤❤❤❤Khub dhuniya lagise❤❤❤❤
@mosumidas3750
@mosumidas3750 2 күн бұрын
A masterpiece gifted to those innocent souls on Children's day. Really inspiring ❤️❤️❤️
@priyankasarma9238
@priyankasarma9238 2 күн бұрын
ইমান সুন্দৰ! মন ভৰি গ'ল ❤️
@manashjyotisarma4707
@manashjyotisarma4707 2 күн бұрын
মানুহজন সদায়েই বিশেষ ❤
@ringkuhajong8997
@ringkuhajong8997 Күн бұрын
জীৱন যে মায়াময়
@priyankasarma9238
@priyankasarma9238 Күн бұрын
পাপনৰ মন পৰশা গীতৰ তালিকাত আৰু এটি গীত যোগ হ'ল । আগৰ গীতবোৰৰ দৰেই মানসী গোস্বামী বায়নৰ ব্যতিক্ৰমী গীতৰ কথা, সৌৰভ মহন্তৰ সুৰৰ কথা কবই লাগিব । লগতে সুন্দৰ দৃশ্যায়নৰ বাবে চন্দ্ৰ কুমাৰৰ নামো লব লাগিব । দৃশ্যায়ন দেখি বোধ হৈছে, ভিডিঅ' একেই ৰাখি গীতটো হিন্দিত কৰাৰ কথাও গীতিকাৰে ভাবিব পাৰে
@manashibayan4037
@manashibayan4037 Күн бұрын
বহুত ধন্যবাদ❤ নিশ্চয় ভাবিম
@NEERAJ_SHARMA_012
@NEERAJ_SHARMA_012 Күн бұрын
I FEEL FOR THEM “This video has so much Emotions to Feel for UNPRIVILEGED unfortunate KIDS😢”,,I don’t know where Humanity is heading toward with Such Pain.
@alokdhingra4584
@alokdhingra4584 2 күн бұрын
Tusi Great Ho, Angraag. ❤
@digantasarma6663
@digantasarma6663 2 күн бұрын
সুন্দৰ। Visual ধুনীয়া হৈছে।
@subhamsingh3249
@subhamsingh3249 2 күн бұрын
Whatever lyrics it is Papon da makes it melodius ❤
@travelingandfoodlover8032
@travelingandfoodlover8032 Күн бұрын
More respect 🙏 you papon da and also the concept of song ❤❤❤❤ ( Please send me heart Papon da ♥️ )
@murolimohanpramanik8050
@murolimohanpramanik8050 2 күн бұрын
Khubi sundr voice , music, and none other then papon
@debashishroy5819
@debashishroy5819 2 күн бұрын
Woke up to listen to this gem from Papon, as the sun rises over the Mandalay hills.
@rantumanisaikia
@rantumanisaikia 2 күн бұрын
Kih hundor uff😍😍❤️❤️
@BikashDas-ex8xr
@BikashDas-ex8xr 2 күн бұрын
Hat's off you dada and your creativity is always awesome. You are incredible papon da. God bless
@bhaskarjyoti2910
@bhaskarjyoti2910 2 күн бұрын
Papon daa means different ❤
@dhireswarnath9944
@dhireswarnath9944 2 күн бұрын
কিয় বা পাপন দা, আপুনি অন্তৰ চুই দিয়ে প্ৰতিবাৰেই !! প্ৰণাম🙏
@chinmoibhai3723
@chinmoibhai3723 2 күн бұрын
That's song is worth it
@pranjalkumardas-iv1vl
@pranjalkumardas-iv1vl 2 күн бұрын
বৰ ধুনীয়া লিখিছে বৌ ❤❤
@manashibayan4037
@manashibayan4037 Күн бұрын
বহুত ধন্যবাদ❤
@Juganandaborthakur
@Juganandaborthakur 2 күн бұрын
সুন্দৰ concept
@debrajbhattacharjee5270
@debrajbhattacharjee5270 2 күн бұрын
One request from core of my heart to Papan sir. Please come up this song in Bengali and Hindi language too. Please 🙏
@lilmbg7576
@lilmbg7576 Күн бұрын
Old ❤️💯Best Singr ✅🔥Papon...
Papon - MTV Unplugged Jukebox | Ghazal Compilation
45:47
Papon
Рет қаралды 8 МЛН
小丑揭穿坏人的阴谋 #小丑 #天使 #shorts
00:35
好人小丑
Рет қаралды 54 МЛН
2 MAGIC SECRETS @denismagicshow @roman_magic
00:32
MasomkaMagic
Рет қаралды 36 МЛН
PIZZA or CHICKEN // Left or Right Challenge
00:18
Hungry FAM
Рет қаралды 16 МЛН
Chalu Mai Teri Raah Bulleya ❤️‍🔥 (Sultan) | Live | Papon | Bangalore
6:19
小丑揭穿坏人的阴谋 #小丑 #天使 #shorts
00:35
好人小丑
Рет қаралды 54 МЛН