No video

Viral At Sixty ll

  Рет қаралды 310,215

ZEROTH DRAMA

ZEROTH DRAMA

Күн бұрын

Viral At Sixty deals with the complexities between a father and a son.
Viral Sixty also gives a shout out to the Upcoming Assamese Film, "Made In Nalbari" which is going to be released on 2nd Of December.
Bahi app link
Baahi app link - baahi.xomoy.co...
Baahi web link - baahi.xomoy.com
Tukura Tukur song full audio link
• Tukura Tukur Official ...
Screenplay, Dialogues- Bishnujyoti Handique, Bedabrat Borah
DoP Bismita Borah
Cast- Mintu Baruah, Bedabrat Borah, Sudarshan Nath, Himashree Saikia, Nihal Thakuria, Bedanta Bezbaruah, Rupjyoti Barua, Kritartha Kanta BArua, Akashi Barua, RJ Raag, RJ Parishmita, Dhritishna, Rahul Nath, Moon Talukdar, Debajit Talukdar
Editing- Bishnujyoti Handique
TUKURA TUKUR Song- Jagrat Bhuyan, Dubbing- Umesh Nath @ XOPUN,
Background Score, Foley, Mixing and Vocal- Siddhant Sagar
VFX- Rahul Borah
Color Grading- Tanuj Nath
Production- Sasanka Raj Nath
Graphics and Poster Design- Bishnujyoti Handique

Пікірлер: 2 600
@pranitakakati9658
@pranitakakati9658 Жыл бұрын
"ত্যাগৰ পৰিমাণ গম পালেহে বুজা যায় মৰমবোৰ কিমান গভীৰ"  বহুত বেছি ভাল লাগিল । ইমান কম সময়ৰ এটা কাহিনীয়ে পিতৃ মাতৃৰ অব্যক্ত ত্যাগবোৰ উপলব্ধি কৰালে অন্তৰস্পৰ্শী কৰি গ'ল ।  সঁচাই পিতৃ মাতৃয়ে সন্তানৰ বাবে কিমান ত্যাগ কৰে , অথচ বহু সন্তানে নিজে থিয় হ'ব পাৰিলেই "তহঁতি আমালৈ কি কৰিলি " বুলি প্ৰশ্ন কৰে ! দিব লগা সন্মান নিদিয়ে । সেইবাবেই সন্তানে জনা উচিত পিতৃ মাতৃৰ ত্যাগবোৰ ।  ❤️❤️
@adityadutta4153
@adityadutta4153 Жыл бұрын
ব্যতিক্ৰমী Bedabrat দাদা, ব্যতিক্ৰমী Zeroth Drama... প্ৰেম প্ৰেয়সীৰ লগত চালো প্ৰেমৰ পাকঘৰত। প্ৰেম মাতৃৰ লগত চালো ঘৰমুৱাত। বাকী আছিল প্ৰেম পিতৃৰ লগত। বৰ্তমান সেইটো পালো আজি। ধন্যবাদ দাদা। অতি সুন্দৰ।❤️
@kashyapdas5652
@kashyapdas5652 Жыл бұрын
Xsakoi de
@tiwaboy328
@tiwaboy328 Жыл бұрын
Thank you Zerotho drama whole team সঁচাকৈ আপোনালোকে যে অনেকুৱা চিন্তা কৰিব পাৰি মই ভবাই নাছিলোঁ । মই মোক নিজকে ৫০ বছৰ পিছত দেখা যেন অনুভৱ হল মই অভিনয় কৰি ভাল পাওঁ কিন্তু ঘৰ খনৰ অৱস্থা বেয়া বাবে কৰিব এৰি দিয়া যেন হল । হয়টো এদিন ভাল দিন আহিলে ৫০ বছৰ পিছত হলেও অভিনয় কৰিম 🥰❤️
@madhusmitakalita2035
@madhusmitakalita2035 Жыл бұрын
মা দেউতা পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ🙏
@himangshudutta2522
@himangshudutta2522 Жыл бұрын
ত্যাগৰ পৰিমাণ গম পালেহে বুজা যায়, মৰমবোৰ কিমান গভীৰ ❤️
@risingsunabhijit5407
@risingsunabhijit5407 Жыл бұрын
চুই গৈছে অন্তৰ
@sanjibsaikia1813
@sanjibsaikia1813 Жыл бұрын
Xsai ontorot lagi goise ktha xar🥺❤❤
@diplinashorts
@diplinashorts Жыл бұрын
Hosai hridoy sporxo kori goise prosondo vabe❤️
@souravray1864
@souravray1864 Жыл бұрын
Heart touching.. Dialogue etu ❤️❤️❤️
@phnindrakaan
@phnindrakaan Жыл бұрын
ত্যাগৰ পৰিমাণ গম পালেহে বুজা যায়, মৰম বোৰ গভীৰ কিমান। 💞 ছবিখনৰ ভাল লগা সংলাপ টো। সচাই বহুত ভাল লাগিল।
@debanjalgogoi
@debanjalgogoi Жыл бұрын
বেদ দা তোমাৰ দৰেই হবলৈ মন যায় , তোমাৰ চিন্তা ধৰা , তোমাৰ দৃষ্টিভঙ্গীৰেই চাবলৈ মন যায় বস্তু বোৰ, কেনেকৈ ইমান আবেগ ঢালিব পাৰা এটি videot , সদায় আগুৱাই যোৱা ,তুমি বিশেষ ।।❤️
@dhrupadkalita7246
@dhrupadkalita7246 Жыл бұрын
He will be Rock forever
@ajoyhandique9872
@ajoyhandique9872 Жыл бұрын
আৱেগিক। ম‌ই সদায়ে সেয়ে ভাল লগা মুহূৰ্তৰে মা-দেউতাক জীয়াই ৰখাৰ কথা আজীৱন বুকুত ৰাখোঁ।। ❤️❤️❤️
@minakhidevi1331
@minakhidevi1331 Жыл бұрын
সঁচাকৈ সন্তান বিলাকেও জানিব লাগে.... যে মাক দেউতাকে তেওঁলোকৰ বাবে কি কি ত্যাগ কৰিছে 🥺🥺 ❤️"ত্যাগৰ পৰিমাণ গম পালেহে বুজা যায় মৰমবোৰ কিমান গভীৰ"❤️ খুব সুন্দৰ কাহিনী আগ বঢ়াইছে,🙏❤️🥺 শেষৰ খিনিত চকু পানী ওলায় গল...... অভিনয়ৰ কথাটো কব এ নালাগে 🔥🔥🔥🔥👌💕💞 বহুত বহুত ভাল লাগিছে 🤗
@jitumoniboro9425
@jitumoniboro9425 Жыл бұрын
"প্ৰেমৰ পাকঘৰ" "ঘৰমূৱা" ৰ পাছত আকৌ এবাৰ আপোনাৰ কথাবোৰে হৃদয় চুই গ'ল। সচাঁই আমিবোৰে কেতিয়াও মাক -দেউতাকৰ ত্যাগৰ মূল্য বুজিব নিবিচাৰো। Love From Tangla❤❤আগুৱাই জাৱক আৰু বহু দূৰলৈ আপোনি। ভালে ৰাখক নেদেখাজনে আপোন সদায়। ❤❤
@Education4Online
@Education4Online Жыл бұрын
From Tangla
@chandamikadeka84
@chandamikadeka84 Жыл бұрын
"মাক দেউতাকে ল'ৰা-ছোৱালীৰ কাৰণে কি কৰিছে, সেইখিনি ল'ৰা-ছোৱালীয়ে দেখক বা নেদেখক, কিন্তু মাক দেউতাকে ল'ৰা-ছোৱালীৰ কাৰণে কি এৰিছে সেইটো ল'ৰা-ছোৱালীবিলাকে জনাটো দৰকাৰ । ত্যাগৰ পৰিমাণ গম পালেহে বুজা যায়, মৰম বোৰ কিমান গভীৰ" কথাখিনিয়ে মন চুই গৈছে❤️
@dipsikhamahanta6550
@dipsikhamahanta6550 Жыл бұрын
Ending literally bring tears to my eyes♥️ Zerothdrama never let us down... Thank you so much for this masterpiece 🙏
@ankuractivist5809
@ankuractivist5809 Жыл бұрын
মাজৰাতি মন বেয়া হৈ থকাৰ পিছত এইখন shortfilm sai মন টো ভৰি গল।।। ত্যাগৰ পৰিমাণ গম পালেহে মৰমৰ গভীৰতা বুজা যায় । 💕
@utpalborgohain7765
@utpalborgohain7765 Жыл бұрын
প্ৰতিটো কাহিনী ইমান অন্তৰ চুই যোৱা কেনেকৈ হয় মানে।। কেনেকৈ ইমান আৱেগ সানিব পাৰে বেদব্ৰতে, কেনেকৈ ৰং সানে আশা বোৰত।। কেনেকৈ প্ৰকাশ কৰে অনুভূতি বোৰক।। আগৰ বাৰ মা আৰুএইবাৰ দেউতা নামৰ আৱেগ খিনিক ৰঙীন কৰিলে।। প্ৰেম ভাল পোৱাৰ বাহিৰেও short film ত বেলেগ কাহিনী আহিব পাৰে, অন্তৰ চুব পাৰে দৰ্শকৰ, বেদব্ৰতে বাৰে বাৰে প্ৰমাণ কৰিছে।। আচলতে বেদব্ৰতে আৱেগ খিনিক অনুভৱ কৰিব পাৰে।।
@madhusmitarecreation2686
@madhusmitarecreation2686 Жыл бұрын
চকুপানী ৰখাব নোৱাৰিলো 😭।।সচাকৈ ত্যাগ ৰ পৰিমাণ গম পালে হে বুজা যায় মৰমবোৰ কিমান গভীৰ ❤️❤️
@phukan8976
@phukan8976 10 ай бұрын
Hii
@brajasankarbarman3647
@brajasankarbarman3647 Жыл бұрын
সময়ৰ সোঁতত মানুহৰ আৱেগ,অনুভূতি, মৰম, দায়িত্ব সকলো হেৰাল।। ধন্যবাদ বেদব্ৰত বাস্তৱক জীয়াই ৰখা বাবে।। শলাগ ল'বলৈ হ'লে ভাষা কমি যাব।। সময়ৰ গতিত সম্পৰ্কবোৰ মচি নাযাওক। ❤️"সচাকৈ ত্যাগৰ পৰিমান গম পালেহে বুজা যায় মৰমবোৰ কিমান গভীৰ।।"❤️
@princeborah5813
@princeborah5813 Жыл бұрын
This short film should have been sent to film festivals. Bro you're a storyteller par excellence... Thank you for entertaining us.. love you.
@rbrinki1898
@rbrinki1898 Жыл бұрын
সন্তানৰ জীৱনত যেনেকৈ মা-দেউতাৰ সমান কোনো হব নোৱাৰে;ঠিক তেনেকৈ মাক-বাপেকৰ জীৱনতো সন্তানৰ সমান কোনো নহয়।❣️💗💫
@jintimonisonowal807
@jintimonisonowal807 Жыл бұрын
Bohut basi vl lgil sai🥺♥
@trishnapathak4883
@trishnapathak4883 Жыл бұрын
বেদব্ৰত দাই ইনটাৰভিও এটা কৈছিল যে তেওঁ বৰ এলেহুবা কিন্তু বহুত দিনৰ পিছত হ'লেও যি আমাৰ মাজলৈ দিয়ে সচাকৈয়ে হৃদয় মন মগজুত প্ৰভাৱ পেলায় এক মন জয় কৰিব পৰা ❤️
@nabajyotimedhi8765
@nabajyotimedhi8765 Жыл бұрын
২৭ মিনিট ৫৮ ছেকেণ্ড আৰু পিতা-পুত্ৰ উফ্,, ত্যাগৰ পৰিমাণ গ'ম পালেহে বুজা যায়, মৰমবোৰ কিমান গভীৰ ❤️
@barundehingia2272
@barundehingia2272 Жыл бұрын
I truly want our upcoming generation to watch talented gems like bedabrat..rather than watching so called nibba nibbi videos of KZbinrs like rabbani !
@pubalisaikia1971
@pubalisaikia1971 Жыл бұрын
Oh shit 🤥🤣
@sasankanath9388
@sasankanath9388 Жыл бұрын
Absolutely correct
@lsd4889
@lsd4889 Жыл бұрын
Rabbani kam nikia aru sei2.....dhur kar nam je loisa
@anupamhazarika3404
@anupamhazarika3404 Жыл бұрын
😂😂😂
@chitra7338
@chitra7338 Жыл бұрын
Rabbani tur video tumi sua neki
@somnathmandal5771
@somnathmandal5771 Жыл бұрын
1000 times better than the bollywood movies, of recent times. Lots and lots of love and best wishes for the entire team ❤️💐
@dimphucopy4344
@dimphucopy4344 Жыл бұрын
Thui Bollywood Sai ni
@NIBIRBORA_
@NIBIRBORA_ Жыл бұрын
What a concept ,dialogues,caste,direction,music,screenplay and most beautiful acting Bedo da really you are a true gem 💎 (laz he lge nijoke KZbinr bli kbole enkua video dkhile)
@debasishdutta425
@debasishdutta425 Жыл бұрын
কন্দুৱাই দিলা বন্ধু । মাক দেউতাকৰ ত্যাগৰ মহিমা সচাকৈ লৰা ছোৱালীয়ে বুজা উচিত। best script till date ...♥️♥️
@monjitsarmah2219
@monjitsarmah2219 Жыл бұрын
মন চুই যোৱা অভিনয়,যেন বাস্তৱ।২৭ মিনিটতে ইমান এটা গভীৰ বিষয় ইমান সুন্দৰকৈ উপস্থাপন কৰা হৈছে।বেদব্ৰত আৰু টিমটোলৈ অভিনন্দন।ভৱিষ্যতে এনে সুন্দৰ বিষয়সমূহ সুন্দৰকৈ এনেদৰে উপস্থাপন হৈ থাকিব বুলি দৃঢ় বিশ্বাস।সঁচা কথা কবলৈ গল চকু সেমেকি গল।পিতৃ মাতৃয়ে এনেদতে কিমান যে ত্যাগ কৰি যায় আমাৰ অজানিতে।
@dharitrisarkar7448
@dharitrisarkar7448 Жыл бұрын
"ত্যাগৰ পৰিমাণ গম পালেহে বুজা যায় মৰমৰ গভীৰতা কিমান ।" Another masterpiece from zeroth drama. We must say that বেদব্ৰত +বিষ্ণুজ্যোতি সন্দিকৈ = masterpiece. Background music is also 👌👌👌👌👌👌
@BishnujyotiHandique
@BishnujyotiHandique Жыл бұрын
Thank You Dharitri Sarkar.. Highly Obliged For your appreciation. 😊😊😊😊
@dharitrisarkar7448
@dharitrisarkar7448 Жыл бұрын
@@BishnujyotiHandique আগলৈও এনেকুৱা masterpiece পাম বুলি আশা থাকিল আপোনালোকৰ পৰা । Lots of love❤️❤️❤️❤️
@paragdeka317
@paragdeka317 Жыл бұрын
Literally, felt a ton of emotion at the ending 💞 Masterpiece..This production never let us down. The whole narrative is so so touching
@gkworld3462
@gkworld3462 Жыл бұрын
Bhut bhut bhut val lgil dada
@yourbikashkalita1977
@yourbikashkalita1977 Жыл бұрын
সঁচাই কিন্তু যথেষ্ট হৃদয় বিদাৰক কাহিনী ভাগ আমাৰ অৰ্থাৎ সন্তানৰ কাৰণে মাক দেউতাকে কিমান ত্যাগ কৰে ❤️❤️ খুব ভাল লাগিল দাদা
@barunkumarrajmedhi1038
@barunkumarrajmedhi1038 Жыл бұрын
হৃদয় চুই যোৱা এটি কাহিনী ! অভিনয়ৰ কথাটো নকলোৱেই ! বহুত বহুত শুভেচ্ছা, ভাল কাম কৰি যোৱা এনেকৈ !
@paradox2347
@paradox2347 Жыл бұрын
Brought tear into my eyes.. Bedabrat you are a precious gift to the Assamese acting industry...❤️ May God bless you to provide such beautiful art pieces..💓
@babuneelvlogs7352
@babuneelvlogs7352 Жыл бұрын
Emotional hoi golu last time t ultimate 💥👍 story
@jyotiprakashmedhi9180
@jyotiprakashmedhi9180 Жыл бұрын
ত্যাগৰ পৰিমাণ গম পালে হে বুজা যায় মৰম বোৰ কিমান গভীৰ ....My heart touched this lines ❤️❤️❤️❤️❤️❤️
@hirakpathak2936
@hirakpathak2936 Жыл бұрын
অতি সুন্দৰ কাহিনী , কিছুমান শব্দৰ শাৰী অন্তৰ চুই যাব লগা ❤️
@rupamgogoi9959
@rupamgogoi9959 Жыл бұрын
FROM THE HEART...... THANK YOU BEDABRAT......THANK YOU VERY MUCH...
@dxntthings9046
@dxntthings9046 Жыл бұрын
Only two main character and he make the short film with a deep emotion🥺🥺..... What a storytelling and acting is ....just goosebumps 😫
@vlogwith_Dutta
@vlogwith_Dutta Жыл бұрын
"প্ৰেমৰ পাকঘৰৰ" পিছত "ভাইৰেল এট ছিক্সটি" ।। আনাদাৰ মাষ্টাৰপিছ ।। উফ্ ।। 😍 জেৰ'থ ড্ৰামা,, বেদব্ৰত এণ্ড হিজ টিম never disappoint us by giving this kind of masterpieces ।। 👌🔥🔥❤️
@Mon-fs6cy
@Mon-fs6cy Жыл бұрын
ত্যাগৰ পৰিণাম গম পালেহে মৰমৰ গভীৰতা বুজা যায়।❤
@birajkrpatar6065
@birajkrpatar6065 Жыл бұрын
Aji prothom salu,,dil Sui gol oo.. love you Bedo bhai..
@garimasaikiaentertainment5997
@garimasaikiaentertainment5997 Жыл бұрын
কবলৈ ভাষা নাই......দুবাৰ চালোঁ তিনি নম্বৰ বাৰ চাই আছো......নিলিখি নোৱাৰিলোঁ.....খুব ভাল হৈছে..... আগুৱাই যাওঁক ❤️Zeroth Drama long live❤️
@vagnahriday3074
@vagnahriday3074 Жыл бұрын
উফ বৰ ভাল লাগিল । শেষৰ ফালে কিবা নিজে নজনাকৈয়ে আৱেগিক হৈ পৰিলোঁ । বেদব্ৰত বান্ধৈ ❤️❤️
@r.k.9499
@r.k.9499 Жыл бұрын
Wow excellent 👌👌👌 mojaa lagilll
@nangkarabidehingia745
@nangkarabidehingia745 Жыл бұрын
Heart touching story. We as a children knew what our parents have given us, but we barely knew what they had to sacrifice for our dreams to be fulfilled. And as a new mother I now know what SACRIFICE actually means. The only love that is unconditional is Love between parents and children.
@axomhazarika570
@axomhazarika570 Жыл бұрын
কৰবাত চুই গল চকুলো নিগৰাই❤ হৃদয় জুৰোৱা কাহিনী।
@Gunjan_Bordoloi12345
@Gunjan_Bordoloi12345 Жыл бұрын
Love you papa❤️❤️...... বহু দিন ঘৰৰ পৰা দূৰত আছোঁ । Short film খন চাই পাপালৈ বহুত মনত পৰিল । দেউতাকৰ ত্যাগবোৰ আজি পুনৰ সোঁৱৰাই দিলে । কাহিনীটো ইমান ধুনীয়াকৈ বেদব্ৰত দাই সজাই তুলিছে চকু পানী নিজে বাগৰি পৰিল।
@moonmedhi3445
@moonmedhi3445 Жыл бұрын
Bohut hundor bohut hundor ❤️❤️4m Dibrugarh
@abinashabinash2611
@abinashabinash2611 Жыл бұрын
Xosake mon sui goise video2 e. Nijr dewtale mont pori goise soku pani biringi uthise 🙂❤
@hirakgoswami2592
@hirakgoswami2592 Жыл бұрын
Bedabrat bora...a true gem... What a wonderful acting and script.... Speechless.....
@ashamonisonowal5467
@ashamonisonowal5467 Жыл бұрын
Hurt touching❤আবেগিক হৈ পৰিলো 😢💗💗
@swaggerworld6545
@swaggerworld6545 Жыл бұрын
Hosakoi bohut val lagil... Mur deutar ktha monot pori gol.... Plz 2nd Part lage plz 🙏🏻 1 year pisot holeu 2nd part lage 🙏🏻🙏🏻🙏🏻
@arpansaikia1271
@arpansaikia1271 Жыл бұрын
Ajir loike ebaru Axomiya movie saai konda nai kintu eiya short film dekhi I swear on god, I got tears in my eyes. Such a great short film. We expect more such kind of beautiful movies. Bedabrat daa enekua films aru bonabo and Mintu sir aapuni hosaai nijor acting re manuhok inspire koribo.💕
@Moinali1234
@Moinali1234 Жыл бұрын
Mur chokur Pani ulai he gol aru 😭 ! Love u papa 💜
@gauravgogoi5240
@gauravgogoi5240 Жыл бұрын
The story was going ordinary at the initial stage! during the last 5 mins it was emotional, on the last minute eyes got filled with tears!🥺🥺 "Fathers never tell their sacrifices for their sons and daughters in front of them"
@sikhadevi3189
@sikhadevi3189 Жыл бұрын
Yeah exactly 🥺
@paragdeka317
@paragdeka317 Жыл бұрын
My eyes also 😫🥺
@marinapatir5774
@marinapatir5774 Жыл бұрын
Exactly
@Santanu_zazabori
@Santanu_zazabori Жыл бұрын
Kisu story, acting & dilouge...ultimate hoise
@xeddee3856
@xeddee3856 Жыл бұрын
Superb Brother 👌 ... Love from Numaligarh 💕
@lostvibeee
@lostvibeee Жыл бұрын
আবেগিক হৈ গৈছিলো কিছু সময়ৰ বাবে 🥺❤️💕।।
@anatomicalthoughts6197
@anatomicalthoughts6197 Жыл бұрын
The last time I cried was watching ghormuwa and now this damn he just knows whats to place where how and with what proportion ...Its beyond the best ❤️
@bulisaikia8310
@bulisaikia8310 Жыл бұрын
Wahh moja lagel day👌
@dipshikhagogoi7092
@dipshikhagogoi7092 Жыл бұрын
Vall lagil sai, চকুপানী uali gol
@hemantasaikia1192
@hemantasaikia1192 Жыл бұрын
বহুত ভাল লাগে তোমাৰ ভিদিঐ বোৰ হৃদয় চুই যায় কাহিনী বোৰে
@hrishikeshparashar3113
@hrishikeshparashar3113 Жыл бұрын
Literally a masterpiece 😭❤️.... thanks bedabrata dada for this 🤧❤️
@DA-jn8fn
@DA-jn8fn Жыл бұрын
Bhut val lagil sai dada ...bhut besi val lagil
@nabanitapatowary3679
@nabanitapatowary3679 Жыл бұрын
ত্যাগৰ পৰিমাণ গম পালে হে বুজিব পাৰি মৰমবোৰ কিমান গভীৰ..💝💞চাই বহুত ভাল লাগিল। চকুপানী ৰখাব নোৱাৰিলোঁ।
@bishalborah8582
@bishalborah8582 Жыл бұрын
If my tears were colours then after watching this masterpiece I would have made a great art... Literally no words to explain how good this is... Assamese industry is boosting 😍❤
@yamposzone1793
@yamposzone1793 Жыл бұрын
❣️
@manabjyotitalukdar376
@manabjyotitalukdar376 Жыл бұрын
A beautiful message to all the sons & also a masterpiece story... Lot's of love to the entire team...💚💚
@trinayankalita6505
@trinayankalita6505 Жыл бұрын
Soku pani olai gol, Nice 👍 👌 ❤️❤️❤️💙💙💙
@raj_bora07
@raj_bora07 Жыл бұрын
Bro ki video bonaisa reyyy🥺🥺🥺🥺🥺🥺🥺🥺 mur soku pani ulai goise ata ata line deeply feel hoise ekdom xosake maa papa hoteyy emn kosto kore amr karone Sacrifice kore ……🥺🥺🥺🥺 Sacrifice ki bos2 teulok ot k kune u vl k bujibo nuare aru nuaribo u 🥺🥺…. Tiyag or porima gom paleyy hey buja jai morom bur kiman gobhir aaa line tu goosebumps 🥺🥺🥺🥺🥺 thank you so much ❤🙏🙏🙏🙏🙏emn dhuniya video ata anaaa karone
@jahnuborah5074
@jahnuborah5074 Жыл бұрын
This is amazing 😍 .......hosai bht Val lgil short film anekuai hbo lge n msz tu vl lgil.....❤️❤️❤️🤗
@debagogoi7680
@debagogoi7680 Жыл бұрын
Bohut Val hoise..emn dhunia sinta..a
@mridusmitasharma6181
@mridusmitasharma6181 Жыл бұрын
Very very touching...sokur pani ulai goise
@ramchaandraa
@ramchaandraa Жыл бұрын
'দৃশ্যান্তৰ' কবিতাটো প্ৰতিফলিত হৈছে সুন্দৰ অভিনয় ❤️
@NakiburHealthtips58
@NakiburHealthtips58 Жыл бұрын
The story is ultimate and heart touching , realistic....I was in totally forgotten that this is a short film. I was feeling that I am watching 90s good movie.... Should be a lesson for new generation 🙏...Wahh bro mojahh bonisa
@prashantanath4725
@prashantanath4725 Жыл бұрын
Bohut dhuniya hoise
@Giiitartha
@Giiitartha Жыл бұрын
Ultimate 👍Chota pack Bada Dhamaka💥👍💯💛🤩
@nabajyotiproduction6876
@nabajyotiproduction6876 Жыл бұрын
ইমান সুন্দৰ কাহিনী…… অভিনয়ে আপ্লুত কৰি তুলিছে💚 সম্পাদনা , পৰিচালনা খুবেই মনোমোহা💗 আগন্তুক দিনতো এনেধৰণৰ চুটি ছবি পাই থাকিম বুলি আশা ৰাখিলোঁ ককাই💙
@punamnath7354
@punamnath7354 Жыл бұрын
Brought tears into my eyes 💜what a masterpiece 🤗
@pallabjyoti4581
@pallabjyoti4581 Жыл бұрын
Akdm xosa kotha ... Bohut val lagil
@tinahazarika8735
@tinahazarika8735 Жыл бұрын
Xosakoi e bht vl lgl... Xexot mukhot misikia hahi ata r lgte sokur pani ulai gl....❤❤❤
@uddiptanath6055
@uddiptanath6055 Жыл бұрын
Zeroth drama, thank you for bringing this love short film. Thank you so much. You guys are awesome! Such contents are really a matter of appreciation. Lots of love to you guys and all the artists involved in this film. Love you bedabrat. Remember we met one day while you were traveling to Guwahati in pranjit travels.😊 You are an amazing actor. May you grow more bro!
@attobarman5640
@attobarman5640 Жыл бұрын
Truly relatable to me I too don't have mother and my father have sacrificed alot, he have worked hard alot for us for our family of four. I've to worked hard for my father ❤. Kudos to the team such a great work❤. Literally got goosebumps in the ending scene 😢❤❤❤
@nabajitsarkar4794
@nabajitsarkar4794 Жыл бұрын
Bedabrat Dada Thank You!
@user-ji9er5yi1j
@user-ji9er5yi1j Жыл бұрын
Team is amazing. Beda da, ki kom apunar acting ❤️❤️outstanding.
@mooncobra2271
@mooncobra2271 Жыл бұрын
i m really curious about why people are disliking this masterpiece. loved every moment
@ishanigogoi599
@ishanigogoi599 Жыл бұрын
Hands down, the best video of 2022❤. We are so lucky to have you guys.
@bluntmen05
@bluntmen05 Жыл бұрын
This way all of can do the promotion.This is the heart touching story with grand promotion.
@tonaymohan7592
@tonaymohan7592 Жыл бұрын
best KZbin video ever I have seen .. aguawai jua bedo daa.. Monor pora akhirbad krisu..
@ashwiniborpatragohain4352
@ashwiniborpatragohain4352 Жыл бұрын
It's so beautiful.. actually it made me cry.. Mintu Baruah da is great..I always love his acting ❤️❤️❤️ and Beda u r too good.. best wishes...
@parimitabordoloi8563
@parimitabordoloi8563 Жыл бұрын
মা-দেউতাৰ ত্যাগৰ সুন্দৰ উপস্থাপন🙏🙏। হৃদয়স্পৰ্শী অভিনয়❤️ চকুলো ধৰি ৰাখিব নোৱাৰিলো। অন্তৰ চুই গ'ল❤️❤️
@diplinashorts
@diplinashorts Жыл бұрын
😭 হৃদয় চুই যোৱা এটা ভাল কাহিনী❤️ মা দেউতা ই লৰা ছোৱালী ৰ কাৰনে কিমান কি ত্যাগ কৰিব লগা হয় আৰু লৰা ছোৱালী এ এইখিনি বুজি পালে ভাল লাগে 🙏 মা দেউতা এ বিচৰা টো ও কেতিয়াবা কৰি চাবলৈ দিব লাগে 🙏 মানুহে কি কব দৰকাৰী সেইটো নহয়। দৰকাৰী এইটো কি কৰিলে মা দেউতা মনত সুখ পাই... সেইটো কৰা ভাল🙏
@gojalicreation6669
@gojalicreation6669 Жыл бұрын
কাহিনী অভিনয় কি বুলি কম মূখৰ ভাষা হেৰাই গৈছে লগতেই direction আচৰিত সুন্দৰ 🌎❤️❤️❤️❤️❤️
@trilukbijoy8785
@trilukbijoy8785 Жыл бұрын
Combination of bedabrat and Bishnu Da .what a presentation.salute
@Entwala
@Entwala Жыл бұрын
This channel is the treatment of sad❣️
@krishnadss9119
@krishnadss9119 Жыл бұрын
Heart touching vedeo ❤️ derikoi saisu kintu bhut vl lagile
@tapansaikiataps
@tapansaikiataps Жыл бұрын
Bedabrat, out of all the short films and videos, this is a 'Masterpiece". Eitu video "watch later" pori asil, aji sai ene lagise jen agote kio nasalu..yate ma-deuta tyag aru moromor kothakhini bohut abegik kori tulile.. Enedore aru val videos jate bonua aru hunam pua, tare kamona korilu..
@munmibora7280
@munmibora7280 Жыл бұрын
Realistic as always ❤️💕
@kumarkrishnasarma5075
@kumarkrishnasarma5075 Жыл бұрын
Really happy to be a subscriber of Zeroth Drama. You're phenomenal Bedo. ❤❤😍 PS- All the other casts also deserves continuous standing ovation. 👏👏👏
@dipu2974
@dipu2974 Жыл бұрын
Always heart touching ❤️ video by bedabrat daa❤️
@karishmaborah
@karishmaborah Жыл бұрын
Bohut dinor pisot mone sui jua ekhn suti sobi sbole plu ❤️xosakei protyek tu ktha i oti govir..anekua aru bhal bhal kahini amar majoloi loi Ani eta message society khnk di jabo buli asha krlu..
@pallavgogoi2410
@pallavgogoi2410 Жыл бұрын
Till Pehi's monologue I was already teary-eyed and relating how I was too treating same to my dad, until deuta called 'tuku' at 24:19 which is also my name and after hearing a single word, tears busted and got strucked with instant realisation.
@uncrownedguitarist1769
@uncrownedguitarist1769 Жыл бұрын
🥺
@kitt9435
@kitt9435 Жыл бұрын
😢😢😢😢
@amlansaikia01
@amlansaikia01 Жыл бұрын
Excellent script and justified act both father and son !!!! Best wishes to the team of Zeroth Drama! Long way to go.
Parenting hacks and gadgets against mosquitoes 🦟👶
00:21
Let's GLOW!
Рет қаралды 13 МЛН
Cute kitty gadgets 💛
00:24
TheSoul Music Family
Рет қаралды 15 МЛН
PEDRO PEDRO INSIDEOUT
00:10
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 16 МЛН
Best Cricket Team Ever | Stand-Up Comedy | Chirayu Mistry
10:00
Chirayu Mistry
Рет қаралды 611 М.
SITUATION IN INTERVIEW || @ZEROTH DRAMA ll Bedabrat Borah
9:06
ZEROTH DRAMA
Рет қаралды 896 М.
Delivery in Maaikhuli ll@ZEROTHDRAMA ll Ghost ofMaaikhuli
16:48
ZEROTH DRAMA
Рет қаралды 613 М.
Ft Bhodai , ekeloge dekhile 10ta boot || Potok koi cast
19:20
ZEROTH DRAMA
Рет қаралды 54 М.
Parenting hacks and gadgets against mosquitoes 🦟👶
00:21
Let's GLOW!
Рет қаралды 13 МЛН