Monore Koina | Zubeen Garg | Official Music Video | Zubeen Garg Music

  Рет қаралды 6,776,632

Zubeen Garg Music

Zubeen Garg Music

Күн бұрын

Пікірлер: 8 600
@BREEZUSAIKIA
@BREEZUSAIKIA 3 жыл бұрын
জুবিন দা আপুনি সদায় কুশলে থাকক , আমাৰ আয়ুস বোৰো আপোনাৰ হওক এইয়াই ভগৱানৰ ওচৰত হাত যোৰ কৰোঁ সদায়।❤️❤️🙏🙏কিয় নাজানো আপোনাক সেই "তুমি মোৰ মাথোঁ মোৰ" দিনৰ জুবিন দাৰ নিচিনাই চাই থাকিব বিচাৰোঁ।বহুত বহুত মৰম দাদা❤️
@nayannath6787
@nayannath6787 3 жыл бұрын
😍
@stateprograms8571
@stateprograms8571 3 жыл бұрын
Thank you
@crazynhealthy4990
@crazynhealthy4990 3 жыл бұрын
kzbin.info/www/bejne/b5iZgoWFeKZmnpI
@BORNALIKALITA
@BORNALIKALITA 3 жыл бұрын
এনেকৈয়ে আমাৰ প্ৰেৰণা হৈ ৰোৱা তুমি। অসমীয়াই যেন ভাল সংগীত, ভাল গীতিসাহিত্য, ভাল গানেই আজীৱন শুনে। শ্ৰোতা সকলে যেন বুজি পাই সংগীতৰ সকলো genour যেনে Rock, Pop, Electrofolk music ইত্যাদি। Rahul Gautam Sharma তোলৈ মোৰ মৰম চেনেহ সকলো ঢালি দিছোঁ। Monore Koina Rocking.
@জয়মহাকাল-শ৯ভ
@জয়মহাকাল-শ৯ভ 3 жыл бұрын
বা কথাখিনি ভালেই লিখিছা কিন্তু বানান কেইটামান ভুল হৈ আছে চাবাছোন দেই ৷ *এনেকৈয়ে , প্ৰেৰণা , আজীৱন , শ্ৰোতা , ঢালি ৷ কথাটো কোৱা বাবে বেয়া নাপাবা আকৌ দেই ৷ বহুত ভালপাওঁ তোমাক সেয়ে ক’লো ৷
@putulali5945
@putulali5945 3 жыл бұрын
I love you baa
@Zubeen_Garg_IndianFan.
@Zubeen_Garg_IndianFan. 3 жыл бұрын
বৰ্নালী বা ....... জুবিন দা আৰু আপোনাৰ গীতৰ বহুদিন জুতি পোৱা নাই । অনুগ্ৰহ কৰি গীত বনাওক সেই পুৰনি গীত বোৰৰ দৰে ❤️❤️❤️🙏
@kangkangoswami715
@kangkangoswami715 3 жыл бұрын
শ্ৰুতা-শ্ৰোতা আজিৱন-আজীৱন ধালি-ঢালি তুমিৰে আৰম্ভ ত‌ইৰে শেষ। বাইদেউ আপুনি স্বনামধন্য গায়িকা বাবে কথাখিনি উল্লেখ কৰিলো। ক্ষমাপ্ৰাৰ্থী।।।
@জয়মহাকাল-শ৯ভ
@জয়মহাকাল-শ৯ভ 3 жыл бұрын
@@kangkangoswami715 তুমি বুলি জুবিনদাক কৈছে আৰু তই বুলি ৰাহুল গৌতম শৰ্মাক কৈছে ৷ গতিকে সেইটো ভুল হোৱা নাই ৷
@GourangaRaagOfficial
@GourangaRaagOfficial 3 жыл бұрын
গীতটো শুনি কাৰ কাৰ সেই যন্ত্ৰ,অনামিকা,মাজুলী,মুখা,..লৈ মনত পৰিছে 🤗🤘❤️❤️❤️❤️ Goldie দা,ফালিছে দেই 🤘🤘আকৌ সেই দিনবোৰলৈ ঘূৰাই লৈ গ'ল সচাই🙏❤️তাৰ বাবে অশেষ ধন্যবাদ গুৰুদেৱ❤️ আৰু এই গীতটো compose কৰাৰ সময়ত আপোনাৰ লগত studioত এই অধমে আপোনাৰ কণ্ঠত "মনৰে কইনা"বুলি প্ৰথমে কোৱা, শুনা আৰু composing চোৱাৰ সৌভাগ্য হৈছিল দাদা🤘🙏❤️প্ৰথম "মনৰে কইনা"বুলি লিখি থোৱা সেই কাগজখন আজিও ৰাখিছোঁ গুৰুদেৱ🤗🤘🙏আৰু আজি গীতটি শুনি সেই সময়বোৰলৈ মনত পৰিছে😪😪😪❤️❤️🙏 আপোনাৰ সৃষ্টিত সদায় কিবা নতুন এটা বিচাৰি পাওঁ আৰু এই সংগীতৰ পথাৰখনিত আপোনাৰপৰা আজিলৈকে মই যিখিনি সঁহাৰি,মৰম ও আশীৰ্বাদ পাইছোঁ তাৰ বাবে চিৰকৃতজ্ঞ দাদা🙏🙏🙏🙏প্ৰভুৱে কুশলে ৰাখক সদায় 🙏🙏🙏 My recent duets with zg: kzbin.info/www/bejne/eIXcmpeBqbSGq5Y kzbin.info/www/bejne/iGq0mIt7m6p0n9k kzbin.info/www/bejne/b6jKeKqraduEoMk kzbin.info/www/bejne/jKHOXp2EftxgZq8 ভাল লাগিলে #gouranga_raag_official এই দুখীয়া channel তোকো অকণমান subscribe n share কৰি মৰম দিব দেই 🤗❤️🙏
@pranjalgaming9664
@pranjalgaming9664 3 жыл бұрын
Big fan dada 😍 zg love r
@pranabjyotibhai5521
@pranabjyotibhai5521 3 жыл бұрын
kzbin.info/www/bejne/d5alYWawpZ51e7c
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 3 жыл бұрын
kzbin.info/www/bejne/nom6omqdnZuSgdE
@abhijitkalita7266
@abhijitkalita7266 3 жыл бұрын
Gold is always gold..love you zubeen da ❤️❤️
@probin7548
@probin7548 3 жыл бұрын
Hoi kin2
@robinkvlogs5178
@robinkvlogs5178 2 жыл бұрын
বহুত বহুত বেছি ধুনীয়া লাগিছে দা
@hemantaborah7001
@hemantaborah7001 3 жыл бұрын
৪৯ বছৰ বয়সত এনেকুৱা উতপাত কন্ঠ আজিলৈ কোনো গায়কৰ শুনা নাই বয়সৰ ক্ৰমে কন্ঠস্বৰ বাহি গৈছে। এই কন্ঠ ঈশ্বৰৰ দান ভগৱানে আপোনাক আৰু আশীৰ্বাদ কৰক আৰু দীৰ্ঘায়ু কৰক। আপোনাৰ এজন অনুৰাগী হিচাপে বহুত মৰম আৰু শুভকামনা যাছিলো। 🙏❤️
@nilimborah1978
@nilimborah1978 2 жыл бұрын
@LearnwithDevajit
@LearnwithDevajit 2 жыл бұрын
❤️💚💥
@bijudeka4536
@bijudeka4536 2 жыл бұрын
@@nilimborah1978 you have received krle busy and subscribe by RSS
@sandanshortgeming8676
@sandanshortgeming8676 Жыл бұрын
Uuuuuuuuucc
@sandanshortgeming8676
@sandanshortgeming8676 Жыл бұрын
@@LearnwithDevajit MB mb
@মিণ্টুঅসম
@মিণ্টুঅসম 3 жыл бұрын
*_জুবিন দাৰ গানতেই , আমাৰ শৈশৱ, যৌৱন আৰু জীৱন ❤❤❤ আজীৱন তেওঁৰ অনুৰাগী হৈ থাকিম ❤❤❤❤_*
@ankurjyoticreation3126
@ankurjyoticreation3126 3 жыл бұрын
তোমাক বৰ ভাল পাওঁ দাদা তোমাক বৰ ভাল পাওঁ দাদা অসাধাৰণ হৈয়ো সাধাৰণজনৰ মাজত থকা তুমি এক ব্যতিক্ৰমী সত্তা, কপাহতকৈও কোমল হৃদয়ৰ গৰাকী তুমি। বিপদৰ সময়ত আৰ্তজনৰ কাষত থিয় দিয়াজনেই তুমি। উন্মনা ফাগুনৰ দৰেই তুমি দুৰ্দান্ত প্ৰেমিক মানৱতাৰ। জাত-পাতৰ নামত সমাজখন ভাগ হোৱাটো তুমি কাহানিও নিবিচাৰা। তুমি নিবিচাৰা ধৰ্মৰ নামত ভাই-ভাইৰ মাজত বিবাদ হোৱাটো। এই স্বাৰ্থপৰ পৃথিৱীত আজিও নিস্বাৰ্থভাৱে কাম কৰা তুমি অক্লান্ত ৰণুৱা, এজাক তমসাৰ মাজতো তুমি এজোলোকা পোহৰৰ ৰেঙণি। আমাৰ দৰে কিমানৰ যে তুমি জীৱনৰ প্ৰেৰণা! তোমাৰ সুৰৰ অমিয়া ধাৰা যেতিয়া শাওণৰ ৰিম্ ঝিম্ বৰষুণজাক হৈ নামে তেতিয়া কত যে শুকান মৰুভূমিত এপাহি তেজী গোলাপে প্ৰাণ পাই উঠে সেয়া ছাগে তুমিও নাজানা। তোমাৰ গীতসমূহ এক সঞ্জীৱনী শক্তি দাদা প্ৰতিটো উজাগৰী নিশা যেতিয়া বিষাদে হেঁচা মাৰি ধৰে, বেদনাই ৰুদ্ধ কৰে তেতিয়া তোমাৰ গীতৰ কলিত আমি বিচাৰি পাওঁ জীৱনৰ নতুন অৰ্থ, মৰহি যোৱা সপোনবোৰে পুনৰ পিন্ধে সেউজী পোচাক। কেৱল মানুহেই নহয়, আন জীৱকূলৰ প্ৰতিও তোমাৰ সমানেই মৰম। সিহঁতেও তোমাক বৰ ভাল পায়। গছৰ সৈতে কথা পাতি আপোনপাহৰা হোৱা দাদা তুমি সঁচাই অনন্য। তুমি সদায়ে মুক্ত। দাদা তুমি নুবুজা ৰাজনীতিৰ মেৰপাক, সত্যৰ পথিক দাদা তুমি নাজানা মিথ্যাচাৰ। সেয়ে আমাৰ ভৰসা সদায়ে মাথোঁ তুমি। আমি জানো আনে কৰিলেও তুমি আমাক কেতিয়াও প্ৰতাৰণা নকৰা। কাৰণ তুমি সূৰ্য্য আৰু সূৰ্য্য কেতিয়াও ম্লান নহয়। কেতিয়াবা বৰ বেজাৰ লাগে দাদা যেতিয়া কিছুমানে তোমাক এনেই সমালোচনা কৰে, যেতিয়া কিছুমানে নিজৰ স্বাৰ্থৰ বাবে তোমাক ব্যৱহাৰ কৰিব খোজে। এটা কথা নুবুজোঁদাদা সমাজৰ বাবে ইমান ত্যাগ কৰাৰ পিছতো কিয় বাৰু কিছুমানে তোমাক বুজিব নুখুজে। আমাৰ বাবে তুমি ভগৱান দাদা, হৃদয়ৰ এটুকুৰা উজ্জ্বল ৰত্ন। তোমাৰ স্নিগ্ধ হাঁহিত আমাৰ দুচকুৰে বয় অনাবিল আনন্দৰ বন্যা, হৃদয়ৰ নিভাঁজ কোণৰ পৰা উল্লাসত ভাহি আহে "জয় জুবিন দা।" ✍️অংকুৰ জ্যোতি বৰা, হোজাই।
@Rupam_ZG_Kakati1845
@Rupam_ZG_Kakati1845 Жыл бұрын
জুবিন মানে - জনপ্ৰিয়তা জুবিন মানে - এটি শিহৰণ জুবিন মানে - আৱেগ জুবিন মানে - জীৱন জয় গুৰু জুবিন ককাইদেউ 🤟🏻🥰 জয় আই অসম ✊ ❤️
@THUNDERSTORM_Music
@THUNDERSTORM_Music 3 жыл бұрын
ভিডিঅ' , গান দুয়োটাই একদম Next Level হৈছে এইবাৰ ❤️❤️❤️❤️❤️ জুবিন গাৰ্গৰ Fans বোৰে টিপ চহী মাৰি যোৱা এফালৰ পৰা 👍
@assammixvideo1064
@assammixvideo1064 2 жыл бұрын
💥✔️✔️🔥🔥🔥🔥🔥
@ankurtech687k6
@ankurtech687k6 2 жыл бұрын
My channel
@bikashkalita5678
@bikashkalita5678 2 жыл бұрын
@@ankurtech687k6 a
@diptidas9580
@diptidas9580 2 жыл бұрын
Kl
@amritkalita9222
@amritkalita9222 2 жыл бұрын
@@ankurtech687k6 ok
@NitulDadhara
@NitulDadhara 3 жыл бұрын
জুবিন দাৰ পুৰণি গীতৰ সোৱাদ নতুন ৰূপত ❤️
@fluteminal538
@fluteminal538 3 жыл бұрын
😍😍😍
@hrishikeshbarman5314
@hrishikeshbarman5314 3 жыл бұрын
Mukha
@explorerjs0157
@explorerjs0157 3 жыл бұрын
❣️
@ritomkalita470
@ritomkalita470 3 жыл бұрын
Nitul da atiya matro tumar madhumaloti full video চাবলে অপেক্ষা কৰি আছো
@ratanbbr6969
@ratanbbr6969 3 жыл бұрын
Mix Master 3rd class hoisa kela
@motivateyourself9474
@motivateyourself9474 3 жыл бұрын
শব্দ সুৰ আচৰিত ধৰণে সময়ৰ সৈতে খাপ খোৱা। সেইবাবে হয়তো কোৱা হয় জুবিন দা সৰ্বকালৰ দৰদী শিল্পী। 🥰🥰🥰😍😍😘😘
@dipankorray7402
@dipankorray7402 2 жыл бұрын
@Sima Deka zg lavar \
@nayanmoni2030
@nayanmoni2030 Жыл бұрын
জুবিন দা আপুনি মানুহ নে ভগবান 🙏❣️ আপোনাৰ গান নুশুনিলে ৰাতি টোপনি নাহে চোন ❤😘🙏🥀🥰
@seemashreedeka5656
@seemashreedeka5656 Ай бұрын
@rashmikalita2563
@rashmikalita2563 3 жыл бұрын
উফ্ ককাইদেউ ❤️ কবলৈ ভাষা নাই 😘 সদায় হীৰা হৈ আমাৰ মাজত জিলিকি থাকক 🥰🙏❤️
@krishnakantalahon6167
@krishnakantalahon6167 3 жыл бұрын
1+ মিলিয়ন এক সপ্তাহত 😍😍🔥🔥জয় জুবিন দা
@bijitborah3303
@bijitborah3303 3 жыл бұрын
Zubeen mane 🔥🔥🔥🔥
@jintupatar7042
@jintupatar7042 3 жыл бұрын
ইমান অপেক্ষাৰ অন্তত গীতটো পালোঁ। গাৰ নোম শিয়ৰি উঠিল। কঁপনি উঠি গৈছে শিৰা উপশিৰা। ভাষাৰে বুজাব নোৱাৰোঁ। সঁচাকৈয়ে বিচৰাতকৈও বহুত বেছি আবেগিক হৈ গ'লো গানটো শুনি। সময় অসময় নাই, যেন শুনিয়ে থাকিম , শুনিয়ে আছোঁ।❤️💕 love you দাদা। মৰি মৰিও জন্ম হ'ম আপোনাৰ গান শুনিবলৈ। বহুত বেছি আবেগিক হৈ পৰিলোঁ। হাজাৰ বছৰ জীয়াই থাকক আপুনি। প্ৰতিজন শ্ৰোতাই আজি আকৌ এবাৰ "জয় জুবিন দা"।
@bhasyatidevi2921
@bhasyatidevi2921 9 ай бұрын
Asi mai gaan tu shunisu...realy aeta aeta word mon sui goise...kiman dhunia asom..aru kiman dhunia amr singer zubeen da....shodai Val ke thakok ..❤
@krrishnath-music2594
@krrishnath-music2594 3 жыл бұрын
মাজে মাজে ভাবি আচৰিত হওঁ ... জুবিন দাৰ বয়সৰ বঢ়াৰ লগত তেওঁৰ কণ্ঠ আৰু বেছি আকৰ্ষণীয় হবলৈ ধৰে ... আজিৰ দিনটো তেওঁৰ মাতৰ লগত কোনো বেলেগ গায়ক থিয় হব নোৱাৰে ... জুবিন আছে তো অসমীয়া music industry আছে ❤️ সৰুৰে পৰা কেৱল এজনেই গায়কক আটাইতকৈ বেছি ভাল পাওঁ সেইয়া হল আমাৰ মৰমৰ জুবিন দা 💞 জুবিন অসমৰ এক সম্পদ ..অসমীয়া সংগীত জগতক ইমান বছৰে ওপৰত তুলি ৰখা মানুহজন .. তেওঁক চাই চাই এ Inspiration লৈ বহুত গায়ক জন্ম হল আৰু হৈ থাকিব ... জুবিনদা দীৰ্ঘায়ু হওক আৰু আমাক এনেদৰে ভাল ভাল গান উপহাৰ হিচাপে দি থাকক .. জয় জুবিন দা ❤️
@chandankn
@chandankn 3 жыл бұрын
Natun mokkel bandor Vreegu kashyapok ban kariba lage
@hgcreation4715
@hgcreation4715 3 жыл бұрын
Yes, zubeen daa Assamese music industry r hero🔥🔥🔥
@bulbulsanowarhussain6158
@bulbulsanowarhussain6158 3 жыл бұрын
Hoi o moiu asorit hou ketiaba ketiaba.... ♥️♥️♥️❤️❤️
@mrinalmixvlogs7023
@mrinalmixvlogs7023 3 жыл бұрын
Zubeen daa great singer
@mrinalmixvlogs7023
@mrinalmixvlogs7023 3 жыл бұрын
@@bituaxam7723 a mja Joi zubeen daa ❤️❤️❤️
@nikupatowary8406
@nikupatowary8406 3 жыл бұрын
জুবিন গাৰ্গ অসমৰ বাবে এটি ভগৱানৰ দান,,🙏🙏 যাৰ কণ্ঠত অমৃত আছে,, আপুনি হাজাৰ বছৰ জীয়াই থাকক 🙏❤️❤️❤️ নিজেও নাজানো কিমান ভাল পাওঁ আপোনাক ❤️ আপুনি প্ৰতিটো পুৱাৰ ৰদালি হয় 🥺❣️ আপোনাৰ গানেৰে দিনটো আৰম্ভ হয় আৰু আপোনাৰ গানেৰ দিনটো শেষ হয় ❤️❤️❤️❤️❤️
@assampeteam
@assampeteam 3 жыл бұрын
kzbin.info/www/bejne/oV6qmp2uf8SFfrc
@borah7
@borah7 3 жыл бұрын
Xosa koisa
@sikhuraaj3494
@sikhuraaj3494 3 жыл бұрын
It's true ❤️❤️
@SanjibnathVlogs
@SanjibnathVlogs 3 жыл бұрын
❤❤❤❤
@mrarundas9024
@mrarundas9024 3 жыл бұрын
Love you zg ❣️
@Taidjantu
@Taidjantu 3 жыл бұрын
নিগনি সদায় নিগনি আৰু বাঘ সদায় বাঘ।জুবিন দা গানটো শুনি আমনি নলগা হৈছে বহুতবাৰ শুনিলো,আৰু শুনিম।গানটোৰ অপেক্ষাত ৰৈ আছিলোঁ"Finally আজি পালোঁ। WE LOVE YOU ZUBEEN DAA ❤
@gafurahmed4841
@gafurahmed4841 2 жыл бұрын
সংগীত জগতৰ ৰজা হয় ৰজা জয় জুবিন দা ♥️🥰
@Manash167
@Manash167 Жыл бұрын
Xosa kotha bro
@hrisekeshdas8294
@hrisekeshdas8294 3 жыл бұрын
১০০০ বাৰ শুনিলেও মন নভৰে , বুকুত প্ৰেমৰ ধুমুহা সৃষ্টি কৰা গান এইবোৰ, সঁচাকৈ পূর্ব জন্মৰ কিবা পুণ্য ৰ ফলতেই চাগেই তোমাৰ দৰেই শিল্পী ৰূপী ভগবান এজন পাইছো, জুবিনদা তোমাৰ দীঘায়ু কামনা কৰিলো😘
@parthapratimtalukdar7761
@parthapratimtalukdar7761 3 жыл бұрын
আমাৰ জুবিন দাৰ গান hit নহোবনে ,,ইমান সুন্দৰ গীত এটি আগবঢ়াইছে,মই দহ বাৰ শুনিলো আৰু শুনিয়ে থাকিম।Jai Zubeen daa 👌👌🙏🙏
@jagadishdas9546
@jagadishdas9546 3 жыл бұрын
Moi atiyaloi 200ber xunilu ...ro 500ber man galu..
@papunath7864
@papunath7864 3 жыл бұрын
Hosai bohut Vall lagil huni👍👍👍
@mrinalmixvlogs7023
@mrinalmixvlogs7023 3 жыл бұрын
Xunai nhy zubeen daar channel2 subcribe kri db 🙏🙏🙏🙏
@jagadishdas9546
@jagadishdas9546 3 жыл бұрын
@@mrinalmixvlogs7023 Zubeen dai Chenal realis korar loge subscribe korisu.....
@mrinalmixvlogs7023
@mrinalmixvlogs7023 3 жыл бұрын
@@jagadishdas9546 thnks 🙏❤️❤️❤️ bro
@ASSAMTECHHELP
@ASSAMTECHHELP 3 жыл бұрын
Zubeen দা মানে অসমৰ হিয়াৰ আমঠু ! তেখেতৰ গীত বেয়া হোৱাৰ প্ৰশ্নয় নুঠে ! দাদাৰ বাবে লাইক এটা ! Just love u Zebeen দা
@nibirnayan1523
@nibirnayan1523 3 жыл бұрын
Joi zubeen da
@mayengbambudhi8696
@mayengbambudhi8696 3 жыл бұрын
6y7h
@kaushikkhound4554
@kaushikkhound4554 3 жыл бұрын
@@nibirnayan1523 0pq
@udayanofficial5390
@udayanofficial5390 2 жыл бұрын
সুন্দৰ।
@hiradas8197
@hiradas8197 2 жыл бұрын
I love song zubeen da ❤️❤️❤️😘😘😘
@Rajibsahariah
@Rajibsahariah 2 жыл бұрын
জুবিন দা সদাই জীয়াই থাকক আমাৰ মাজত । লাভ ও জুবিন দা❤️❤️❤️🙏🙏
@bonoriyaa
@bonoriyaa 3 жыл бұрын
"এৰি গুছি গ'লি তাতে কি হ'ল? মনৰে কইনা মোৰ? তোতকৈও বেছি কলিজাৰ ওচৰত, জুবিন দা মোৰ" মোৰ ফালৰ পৰা জুবিন দা আৰু জুবিন অনুৰাগীলৈ শুভেচ্ছা 🎉
@bonoriyaa
@bonoriyaa 3 жыл бұрын
জুবিন দাৰ গানে, প্ৰত্যেকে জন অসমীয়াৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে।❤️
@nikunja777
@nikunja777 3 жыл бұрын
আপুনি দেৱতুল্য আপোনাৰ সৃষ্টি সীমাহীন আপোনাৰ কণ্ঠ অতুলনীয় চিৰ দিন চিৰকাল,আপুনি আমাৰ গৌৰৱ,ভগৱান,আমাৰ সম্পদ ।আপোনাক আমি সকলোৱে সংৰক্ষণ কৰি ৰাখিম আৰু ৰাখিছোঁ । আপুনি আমাৰ মাজত সদায় অমৰ হৈ ৰব। জয় জুবিন দা ❤️❤️
@anujnath4565
@anujnath4565 3 жыл бұрын
মানুহজনেই প্ৰিয় ☺️ _______আৰু তেওঁৰ গান প্ৰিয় হোৱা নোহোৱাৰ কোনো প্ৰশ্নই আহি নপৰে। তেখেতে মঞ্চত উঠাৰ লগে লগেই এনে লাগে যেন আমাৰ আনন্দবোৰ আকৌ সজীৱ ৰূপত। Love you zubeen daa - তুমি সদায় হাঁহি থাকা।
@anamikaboravlog2863
@anamikaboravlog2863 8 ай бұрын
Gantur ata line e mon sui gol" dudinor prithibit alohi hbo baki"zubeen garg e thike gaise sachake ai prithibi khnr ami dudinor alohie hoi aru adin ari gusi jbo lgibo amr sthayi jaga nhoi..godk thnx emn dhunia prithibi khn dekhuaba babe
@mrinalrikusarmah4501
@mrinalrikusarmah4501 3 жыл бұрын
জুবিন গাৰ্গ সময়তকৈ সদায় এখোজ আগত। কেতিয়াও পুৰনি নোহোৱা জীৱন্ত কিংবদন্তি জুবিন গাৰ্গ, জুবিন গাৰ্গৰ সৃষ্টি।অনাদি অনন্ত কাললৈ জুবিন গাৰ্গ বিৰাজমান।আমি বৰ সৌভাগ্যবান অসমীয়া,জুবিন নামৰ হীৰা এটুকুৰা আমাৰ আপোন সদায়।Love you Zubeen da❤️ forever 🙏
@pranabjyotibhai5521
@pranabjyotibhai5521 3 жыл бұрын
kzbin.info/www/bejne/d5alYWawpZ51e7c
@spondancreation1874
@spondancreation1874 3 жыл бұрын
@ZBG Music Axom ok
@trishnamonikalita5808
@trishnamonikalita5808 3 жыл бұрын
জুবিন দা অসমীয়াৰ উশাহ ❤️ আমাৰ সম্পদ ❤️ the most awaited song is here finally ❤️❤️❤️❤️❤️❤️❤️
@dipankarbaruah8161
@dipankarbaruah8161 3 жыл бұрын
হীৰা হৈ জন্ম লৈছা সদায় এনেকৈয়ে জিলিকি থকা দাদা ।।।।বহুত বহুত বহুত বেছি ভাল পাওঁ আপোনাক ।।।সদায় এনেকৈ 25 বছৰীয়া হৈ জীয়াই থাকিবা আমাৰ মাজত😍😍😍😍😍😍😍😍💖💖💖💖💖lov u forever 🙏🙏👌👌😎
@tekintoke5895
@tekintoke5895 Жыл бұрын
Zubeen daa always in my heart 💔🥲🥺😫
@wkbh6170
@wkbh6170 2 жыл бұрын
Uffffffffffffffff.... What a music!!!! What a voice!!!!! What a feel!!!! What a pain!!!!!!!!❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤... Zubeen Da 🙏🙏🙏🙏🙏🙏🙏🙏
@jahid_iqbal
@jahid_iqbal 3 жыл бұрын
মোৰ স্কুলীয়া দিনৰ "জুবিন দা"ক আকৌ ঘূৰাই পোৱা যেন লাগিছে....এক বুজাব নোৱাৰা অনুভৱ "মনৰে কইনা" ❤️👌 Love you #ZubeenDa ❤️
@kirtikamaldas6737
@kirtikamaldas6737 3 жыл бұрын
জুবিন দাই যি গান গালেও ভাল হয়,ভাল লাগে😘😘😘😘 আমাৰ heart throb🔥🔥 খাৰঘূলিৰ 🐅🐅🐅 অসমৰ❤কলিজা😘 আমাৰ প্ৰিয় জুবিন দা❣❣❣ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো দাদা❤❤
@nibirnayan1523
@nibirnayan1523 3 жыл бұрын
Joi zubeen da
@hk_mahanta
@hk_mahanta 3 жыл бұрын
গানটোৰ শ্বুটিং তেজপুৰ ৰ ❤️ আৰু জুবিন দাই পুৰণি দিনলে যেনে মুখা, ৰুমাল এইবোৰ দিনলৈ মনত পেলাই দিলে ❤️ আৰু এনে ধৰণৰ সুন্দৰ video পাই থাকো যেন। জয় জুবিন গাৰ্গ 🎶🎵
@RDstatuscreation2086
@RDstatuscreation2086 2 жыл бұрын
জুবিন এক তুলনা বিহীন সুৰ হয়তো এনেকুৱা এজন মহান শিল্পী নোলাব আমাৰ মাজত।বহুত বহুত মৰম আৰু সদায় সুস্থ হৈ থকাৰ কামনা কৰিলো ।
@MayurMixAssamese
@MayurMixAssamese 3 жыл бұрын
অতুলনীয় ❤️ দাদা আমাৰ বাবে কেৱল কণ্ঠশিল্পী এ নহয়, তেখেত এটি আৱেগ..🥰🥰
@ranjitduwarah8560
@ranjitduwarah8560 3 жыл бұрын
Hoi
@axomiyaupdates8205
@axomiyaupdates8205 3 жыл бұрын
Big fan mayur da
@axomiyaupdates8205
@axomiyaupdates8205 3 жыл бұрын
Mayur Manash da🥰🥰🥰🥰🥰🙏🙏🙏
@ripanjyotikalita9069
@ripanjyotikalita9069 3 жыл бұрын
Hi dada
@apusarma6584
@apusarma6584 3 жыл бұрын
Moyur da apunr video sai bhut val lage
@mukundakalita4018
@mukundakalita4018 3 жыл бұрын
এক মিলিয়ন ভিউজ হৈ গ'ল । কোনে কোনে গানটো এশবাৰতকৈ অধিক শুনিছা হাত দাঙা ।
@retuponphotography5563
@retuponphotography5563 Жыл бұрын
Atiya 5 m +hoo
@Rupam_ZG_Kakati1845
@Rupam_ZG_Kakati1845 Жыл бұрын
এশবাৰ কিয় হাজাৰ বাৰ শুনিম দাদাৰ গান কেতিয়াও আমনি নালাগে । জয় গুৰু জুবিন ককাইদেউ ।
@asvolgs7221
@asvolgs7221 5 ай бұрын
Mor hespa nai...mon gol
@asvolgs7221
@asvolgs7221 5 ай бұрын
❤❤❤
@arindamsarmah5105
@arindamsarmah5105 3 жыл бұрын
৬০ বাৰৰ বেছি শুনিলোঁ গানটো কিন্তু হেঁপাহ পলাই যোৱা নাই। যিমানে শুনো সিমানেই আৰু শুনিব মন যায়। জয় জুবিন দা❤️
@jagadishdas9546
@jagadishdas9546 2 жыл бұрын
Matra.,
@Dipankarjyoti01
@Dipankarjyoti01 2 жыл бұрын
Maa saraswati akhibad Zubeen da logot hodai ase...hai babe...🙏🙏 Kontho aru mitha hoi goi ase🙏🙏🙏
@riturajaxom8139
@riturajaxom8139 3 жыл бұрын
গানৰ সুৰ আৰু গানৰ কথা হৃদয় চুই‌ গৈছে ♥️ জুবিন দা সকলো গানেই সুমধুৰ ♥️ zubeen da rock.....🥰
@সীমান্তলা-হনঅসম
@সীমান্তলা-হনঅসম 3 жыл бұрын
জুবিন দা তুমি অদ্বিতীয় ❤❤😘😘 lifeঅত প্ৰথম বাৰ কোনো এটা গান একেৰাহে ২৩ বাৰ শুনিলো । তুমি মোৰ মাৰ অতিকৈ প্ৰিয় আৰু মোৰ বাবে ভগবানৰ এটা অংশ । মৰম❤❤❤❤❤
@সীমান্তলা-হনঅসম
@সীমান্তলা-হনঅসম 3 жыл бұрын
নিশ্চয়
@picart8434
@picart8434 3 жыл бұрын
Congratulations Zubeen Da ❤️❤️❤️🔥🔥🔥 ❤️❤️যুগ যুগ জীয়াই থাকা❤️❤️
@ManomatiKalita-i2o
@ManomatiKalita-i2o Ай бұрын
বহুত ধুনীয়া মাত জুবিন দাৰ জয় জুবিন দা ❤🎉😊
@jishurajmusical399
@jishurajmusical399 3 жыл бұрын
পুৰণি গান বোৰ ৰ সুৰ বিচাৰি পালো.. ইমান এটা ধুনীয়া গান উপহাৰ দিয়া বাবে দাদাক ধন্যবাদ.. You Are a Living legend.. love you zubeen da❤❤
@HazarikaDaaVlogs__
@HazarikaDaaVlogs__ 3 жыл бұрын
Dada main❤️
@ratulzubeenian1578
@ratulzubeenian1578 3 жыл бұрын
বহু অপেক্ষাৰ অন্তত আহি পালে "মনৰে কইনা" জুই হৈছে জয় জুবিন দা ।।জয় আই অসম।।
@banashreesahariah1498
@banashreesahariah1498 3 жыл бұрын
❤️❤️❤️❤️❤️❤️💖জুবিন দা , আপোনাৰ সৃষ্টিয়ে সদায় মন্ত্ৰমুগ্ধ কৰে । ভগৱানে আপোনাক সদায় কুশলে ৰাখক....।💖💖💖💖💖💖
@kongkonborah7693
@kongkonborah7693 2 жыл бұрын
लव यू जुबीन दा। वह व्यक्ति जो असमिया संगीत, संस्कृति का संस्थान है। दयालु, असम के दिल की धड़कन, भारतीय जीवित किंवदंती❤
@AnuragXaikia
@AnuragXaikia 3 жыл бұрын
What a music video . Love you Zubeen da❤️
@assamhotspot578
@assamhotspot578 3 жыл бұрын
যিমানে শিল্পী আহক ..zubeen dA নিচিনা কোনো হব নোৱাৰে..zubeen dar নামতো সদায় সুখীয়া হয় ৰব ..পুৰনি গানবোৰৰ নতুন সোৱাদ 😍😍
@redefiningeducation1163
@redefiningeducation1163 3 жыл бұрын
বুজা নোহোৱাৰ পৰা আপোনাৰ সংগীত শুনি ডাঙৰ হৈছোঁ, আপোনাৰ সংগীত শুনি হাঁহিছোঁ, ভাবুক হৈছোঁ, প্ৰেমত পৰিছোঁ । ।
@hotmusicallyvideos1079
@hotmusicallyvideos1079 2 жыл бұрын
Iman dhuniya composition... Okol Zubeen da e koribo pare... Long Live Zubin Da...
@assamesetrader007
@assamesetrader007 3 жыл бұрын
সিংহই আজি গৰজি উঠিছে। আজি বহুত দিনৰ মূৰত মোৰ speaker কেইটা প্ৰাণ পাই উঠিলে। Was missing this genre of music .. This is the genre where noone can touch zubeen da..😍😍
@dhrubajyoutiroydannyzg9385
@dhrubajyoutiroydannyzg9385 3 жыл бұрын
জুবিন দাৰ, নতুন নতুন ধুনীয়া গীত চোন ওঁলাই আছে- দেখোন speaker ত বজোৱা নাই নেকি?
@assamesetrader007
@assamesetrader007 3 жыл бұрын
@@dhrubajyoutiroydannyzg9385 সদায়েই বজাই থাকোঁ। মই কৈছোঁ যে Rock Genre ৰ এনেকুৱা গান বহুত দিন মূৰত গাইছে জুবীন দাই। speaker ত full Volume শুনি ভাল লাগি গ'ল
@pranabjyotibhai5521
@pranabjyotibhai5521 3 жыл бұрын
kzbin.info/www/bejne/d5alYWawpZ51e7c
@joutisankar8972
@joutisankar8972 3 жыл бұрын
@@assamesetrader007 ahetukr pist anekua gener gaan pua nasilu
@ankitanath2160
@ankitanath2160 3 жыл бұрын
হৃদয়স্পর্শী গান।। অতীতৰ সুৰ পুনৰবাৰ যেন ভাঁহি উঠিছে ।। Love You Zubeen Da.....
@prathapratim3259
@prathapratim3259 3 жыл бұрын
জুবিন দাদাই যদি চিঞৰিও থাকে মই শান্তিৰে শুনি থাকিম ঘন্টাৰ পাছত ঘন্টা ৷ কাৰন জুবিন মানেই সুৰ ৷ এটি অনৱদ্য গীত ৷ শুনি আছো বাৰে বাৰে ৷ ভগৱানৰ ওচৰত প্ৰাৰ্থনা মোৰ আয়ুস জুবিন দাকে দিয়ক ৷ Love u bro
@abinashtalukdar1641
@abinashtalukdar1641 2 жыл бұрын
সংগীত জগতৰ ৰজা জুবিন দা।।।। জুবিন দাক বেয়া পোৱা কেইটাক কুকুৰ বুলি কলো মই ।। জুবিন দাৰ বাবে গোটেই জীৱনটো দি দিব পাৰো..... I love you Zubeen da♥️
@Kaustov
@Kaustov 3 жыл бұрын
लाखों आएंगे, मगर ऐसा फंकार सद्दियो में एक बार ही आता है । ❤️जुबिन गार्ग❤️💤💤👏🎈
@parthajitsarma4803
@parthajitsarma4803 3 жыл бұрын
❤ৰঙা এঙাৰ বুকু মোৰ জ্বলি ছাই হবলে বাকী দুদিনৰ পৃথিৱীত আলহী হবৰ বাকী 🥰 💝 Outstanding Lyrics 😍 ❣ Love you zubeen da ❤
@hotelgouri6581
@hotelgouri6581 5 ай бұрын
❤❤❤
@rahulzg4371
@rahulzg4371 3 жыл бұрын
সাংস্কৃতি জগত খন জীপাল কৰিলে আপুনি , গানৰ পৃথিৱীত নতুন ইতিহাস ৰচিলে আপুনি, সমাজ সেৱাৰ ধৰ্ম মানিলে আপুনি , অসমীয়াৰ বিপদৰ সময়ত নিৰ্ভয়ে সদায় আগত থিয় দিলে আপুনি ...🙏❤️🙏 এজন মানুহ , এটা নাম আৰু এসাগৰ ভালপোৱা ...♥️♥️♥️♥️ মোৰ আষুস খিনিও আপোনাক দিলো দাদা❤️❤️❤️❤️ দাদাৰ কাৰনে ❤️ 👈 এটা..❣️❣️
@remixworld1965
@remixworld1965 2 жыл бұрын
😌❤️জুবিন গাৰ্গ মোৰ কাৰণে এটুকুৰা হীৰা ।এই হীৰা টুকুৰা টোক লৈ মই বহুত গৌৰৱ অনুভৱ কৰোঁ আৰু এই হীৰা টুকুৰাটো যে মোৰ অসম খনত জ্বিলিকি আছে তাক লৈ বহুত বেছি সুখী অনুভৱ কৰো । এই হীৰা টুকুৰাটোক সকলোৱে এবাৰ চুই চাব বিচাৰে আৰু যেতিয়া এই হীৰা টুকুৰাটো গানত জ্বিলিকি উঠে সকলোৱে দেখি নাপালেও তাক আঁতৰৰ পৰা চাইয়েই সুখী হয় । এই হীৰা টোৰ গীতৰ সুৰতেই আমি বিহুৰ অহাৰ আগতেই উমান পাওঁ এই হীৰা টোৰ কাৰণেই আমি নিজক অসমীয়া বূলি কবলৈ সাহস পাওঁ এই হীৰা টোৰ কাৰণেই উঠি অহা প্ৰতিটো প্ৰজন্মই কয় যে আমাৰ অসম খনত এটা সাংঘাটিক ধৰণৰ হীৰা পৰি আছে যিটো হীৰা অসমৰ বাহিৰে পৃথিৱীৰ কোনো ঠাইত বিচাৰিলেও পোৱা নাযায় । সেই কাৰণে এই হীৰা টুকুৰাটো সকলোৱে সংৰক্ষণ কৰাটো দৰকাৰ আৰু বহুতো protection দিয়াটো দৰকাৰ যাতে এই হীৰাটো আমাৰ মাজৰ পৰা কোনেও টানি নিব নিবিচাৰে আৰু যিদিনা এই হীৰা টুকুৰাটো নাই কি‌য়া হৈ যাব সেই দিনা অসমীয়া বিহু, জাতি ,মাটি সকলো মৈ -সালনি হৈ পৰিব আৰু সেই দিনটো নাহিবলৈ আমি সকলোৱে এতিয়াৰ পৰাই সংৰক্ষণ কৰি থম আৰু সদায় ৰাখি থম জয় জুবিন গাৰ্গ জয় আই অসম❤️🌚 ।
@rangiardiganta9030
@rangiardiganta9030 3 жыл бұрын
# জুবিন # দা... ৰঙিয়া ৰ পৰা বহুত বহুত মৰম যাচিলো ...❤💖😊😌
@cdo0
@cdo0 3 жыл бұрын
Rangia jindabad
@khokolotemoi4114
@khokolotemoi4114 3 жыл бұрын
ৰঙিয়া ❤️❤️❤️
@pranabjyotibhai5521
@pranabjyotibhai5521 3 жыл бұрын
kzbin.info/www/bejne/d5alYWawpZ51e7c
@জীৱনজিন্দাবাদ-ণ৫জ
@জীৱনজিন্দাবাদ-ণ৫জ 3 жыл бұрын
জুবিন দা মেইন ...বাকি সব মোহ-মায়া ✌️ Million subscribers লাগে জ্বলডি √ , Zubeen da rock ❤️❤️💚
@priyankahazarika8967
@priyankahazarika8967 3 жыл бұрын
ভাষা নাই ক'বলৈ কিমান যে সুন্দৰ হৈছে গীতটি। মাত্ৰ বাৰে বাৰে শুনি আছো 🥰 Lyrics 🔥🔥
@pranabjyotibhai5521
@pranabjyotibhai5521 3 жыл бұрын
kzbin.info/www/bejne/d5alYWawpZ51e7c
@DmMoranVlogs
@DmMoranVlogs Жыл бұрын
আজিও প্ৰিয় হয় আছে গীতটো মাজে মাজে মই শুনি থাকোঁ, মোৰ দৰে আৰু কোন আছে এইটো গীত শুনিব like কৰি দিয়া ❤️❤️👍
@PakhiRajbonshi
@PakhiRajbonshi 3 жыл бұрын
Zubeen Da Jui🔥💥
@princhdhonjit6373
@princhdhonjit6373 3 жыл бұрын
Ummmmm hoi....joy zubeen da ❤❤❤❤❤
@durlavmshry1312
@durlavmshry1312 3 жыл бұрын
পাহি😀🖤
@zgrahulassam9893
@zgrahulassam9893 3 жыл бұрын
Jy zubeen da
@hemanta6317
@hemanta6317 3 жыл бұрын
Video aru channel tur link tu tumar channel ot share kori dibo para ...kheitu ketiyaw nokora .....
@missionmedico1155
@missionmedico1155 3 жыл бұрын
@@hemanta6317 🤣👍
@babu.kalita2014
@babu.kalita2014 3 жыл бұрын
তেওঁৰ গানতেই আমাৰ প্ৰজন্মৰ শৈশৱ , যৌৱন - জীৱন হয় !! জুবিন সদায় জুবিনেই , ধন্যবাদ 😌❤️
@jitumonimalakar799
@jitumonimalakar799 3 жыл бұрын
Pf, Z1*a qa t
@rupjyotidas4451
@rupjyotidas4451 2 жыл бұрын
Right bro
@srihemendasdas9450
@srihemendasdas9450 2 жыл бұрын
right bro
@rinjumoniborah8857
@rinjumoniborah8857 3 жыл бұрын
আগৰ গীতবোৰৰ যুগলৈ ঘুৰি যোৱাৰ নিচিনা লাগিছে❤️❤️ ধন্যবাদ দাদা। আকৌ এটা ধুনীয়া গীত আমাক দিয়াৰ বাবে 🙏
@ArbinaaRehuuu.0
@ArbinaaRehuuu.0 2 жыл бұрын
Zubeen da jui🔥we always support you ...zubeen da apuni vogoban...joi zubeen da...love u zubeen da..🥰💞
@anuragg_sarma
@anuragg_sarma 3 жыл бұрын
জুবিন দা সঁচাকৈ বহুত ভাল হৈছে গানটো ❤️✨ We need this type of song in our industry 🔥🔥💗... জয় জুবিন দা❤️
@মইঅসমীয়া-ম৪স
@মইঅসমীয়া-ম৪স 3 жыл бұрын
(কবিতাৰ শিৰোনামা) "তুমি মহান জুবিন দা" ✍🏻কবি: সমুজ্জ্বল ডেকা, ৰঙিয়া 'জু' আখৰেৰে হৃদয়ত যতি পেলাই যোৱা, 'বি' আখৰেৰে বিশাল মনৰ মানৱ হোৱা। 'ন' আখৰেৰে নতুন আশা জগাই তোলা, তুমি অসমৰ,মৰমৰ জুবিন দা হোৱা। তোমাৰ কণ্ঠত আছে অসীম যাদু, ৰাইজৰ বাবে তুমি আমাৰ বিশ্বাসৰ সাধু। গায়ক,সুৰকাৰ,গীতিকাৰৰ লগতে তুমি এজন সমাজসেৱক, হেজাৰ-হেজাৰ সুৰেৰে তুমি হোৱা মহান গায়ক । টোপনি নাহিলেও আহি যায় টোপনি, কেৱল তোমাৰ গীত শুনি-শুনি। জ্ঞানৰ জেউতিৰে তুমি মহান জুবিন দা, চিনেমা,গান আদিৰে তুমি প্ৰখৰ জুবিন দা।
@niturajgogoi8131
@niturajgogoi8131 3 жыл бұрын
ধুনীয়া হৈছে❣️❣️❣️
@মইঅসমীয়া-ম৪স
@মইঅসমীয়া-ম৪স 3 жыл бұрын
kzbin.info/www/bejne/bYu6k4B-qbSSers
@dilwarzg966
@dilwarzg966 3 жыл бұрын
Well done bro
@pranjaltamulimusical3617
@pranjaltamulimusical3617 3 жыл бұрын
জয় জুবিন দা
@maheshsarmah6073
@maheshsarmah6073 3 жыл бұрын
সুন্দৰ
@papuchandanvolog2386
@papuchandanvolog2386 3 жыл бұрын
জুবিন দা তুমি 🔥🔥 বাৰে বাৰে চাইছো আমনি লগা নায় 💚💚 মোৰ হৃদয় গুৰু ভগবান স্বৰূপ জুবিন দা🙏 💚💚 তুমি অমৰ হৈ থকা এই প্রাৰ্থনা জনালো ভগৱানৰ ওচৰত 🙏🙏
@zgrobinkhakhlary2882
@zgrobinkhakhlary2882 2 жыл бұрын
100% xosa kotha, dadar proti2 gaanei mur otikoi priyo, so xuni bohut bohut vl lage. Jimane hok dadar gaan xunile moi xokolu pahori jaw
@shubhangshusauravofficial5153
@shubhangshusauravofficial5153 3 жыл бұрын
দেহ মন জুৰ পৰি গ'ল। আকৌ যেন সেই সুৰীয়া গীতৰ সোৱাদ ঘূৰাই পাইছো। জয় জুবিন দা।
@PradipDas-pn2vu
@PradipDas-pn2vu 2 жыл бұрын
Oosongzubben
@opcgaming1602
@opcgaming1602 3 жыл бұрын
আশা কৰো আপোনী সদায় আমাক এনেকুৱা গীত বোৰ দি যাব সদায় । আৰু আপোনাৰ দীৰ্ঘায়ুৰ কাৰণে সদায় আল্লাহৰ ওচৰত ওচৰত দোৱাহ কৰি আছো । Love you Zubeen da... আপোনী আমাৰ সদায় অন্তৰত থাকিবা ।
@bhargavgogoi3615
@bhargavgogoi3615 3 жыл бұрын
The 90's Zubeen Garg is back! ✨
@SwapanDas-kb8gh
@SwapanDas-kb8gh Жыл бұрын
10000% rt
@ajitnnath9001
@ajitnnath9001 3 ай бұрын
জুবিন দা পৃথিৱীৰ সংগীত জগতৰ এক ভগৱান
@alimuliassam6405
@alimuliassam6405 3 жыл бұрын
জুবিন দাৰ গীত,তেওঁৰ দৰদী কণ্ঠত এইয়া প্ৰেমৰ অলকানন্দা,গীতৰ সুৰ মতলীয়া কৰি তুলিছে প্ৰেমৰ বাখৰ খেদি খেদি, পাশ্চাত্য সংগীতৰ প্ৰকাশকো চেৰ পেলাই গৈছে গীতটিয়ে,সৰ্বাংগীন সুন্দৰ,উপমা নাই❤🍂❤🍂😔
@Karanpathakofficial
@Karanpathakofficial 3 жыл бұрын
জুবিন গাৰ্গ সদায় সকলোৰে প্ৰিয় ❤️ তেওঁৰ গীত ত বিচাৰি পাওঁ এক নতুনত্ব ❤️ মোৰ সংগীত জীৱনৰ সদায় গুৰু হৈ ৰব আপুনি❤️🙏 প্ৰত্যেক জন উঠি অহা সঙ্গীত শিল্পীৰ আদৰ্শ আপুনি ।
@indiancolours4267
@indiancolours4267 3 жыл бұрын
সৰুৰে পৰাই তেওঁৰ গীত শুনি ডাঙৰ হৈ আহিছো । অসমীয়া ৰ আবেগ তেওঁ মৰম তেওঁ । ❤️ Zubeen Garg ❤️❤️
@filimonfilimon123
@filimonfilimon123 3 жыл бұрын
Nice 👌👌🌹🥰
@ARINDOM111
@ARINDOM111 Жыл бұрын
জুবিন গাৰ্গৰ কন্ঠ,সুৰ আৰু শব্দৰ গাঁঠনিৰ লগত ফেৰ মাৰিব পৰা এজনো নাই আৰু অনাগত দিনতো কোনো নোলায়।। "জয় জুবিন দা" ---- অৰিন্দম
@soshikantakalita7218
@soshikantakalita7218 3 жыл бұрын
অসমত বহুত কণ্ঠশিল্পী আছে কিন্তুু আপোনাৰ দৰে হ’ব নোৱাৰে জুবিন দা..❤️ ভগৱানে ভালে ৰাখক আপোনাক..🙏
@pinkubaishya3709
@pinkubaishya3709 3 жыл бұрын
অসমীয়া সংগীত জগতখনৰ নক্ষত্ৰ তুমি, তুমিয়েই আমাৰ সাহস, অনুপ্ৰেৰণা, জীয়াই থকাৰ উশাহ সকলোবোৰ ❤️❤️❤️❤️
@zgankurgarg3535
@zgankurgarg3535 3 жыл бұрын
"মনৰে কইনা"; কবলৈ ভাষা নাই দাদা"❤❤ শেষত জয় জুবিন দা"✊✊ দাদা ভগৱান"🙏🙏
@ramanandataid4309
@ramanandataid4309 2 жыл бұрын
তুমি প্ৰকৃতিৰ লীলা, তুমি জীৱৰ আত্মাই, জৰাজীৰ্ণ মুহূৰ্তত জগাই তোলা অদৃশ্যমান শক্তি,তুমি আচৰিত তুমি সহজ সৰল, তুমি সুখ ,তুমি দুখ, তুমিয়েই জগতৰ সকলো, !তুমিয়েই সূৰ্যৰ সোজলী উঠা আচৰিত শক্তি,বেলি যলৈ যায় ,কবিৰ মন তালৈ যায়, সূৰ্যৰ ৰশ্মি যলৈ নাযায় ,শিপ্লীৰ চিন্তা আৰু সোণালী কণ্ঠৰ সো,ত তালৈ যায়,,,,,,,,,,,?
@intrvrt5
@intrvrt5 3 жыл бұрын
This is beginning of another *ERA* of *Assamese* *Music* *Industry* 💚 অসমৰ সংগীত জগতৰ এটি নতুন যুগৰ, নতুন প্ৰভাতৰ আৰম্ভণি এয়া। আশা, অনামিকা, শিশু, মুখা, সোণালী মন, মেঘৰ বৰণ ____ এলবামৰ গীতবোৰ আকৌ সজীৱ হওঁক।
@theeasternworld
@theeasternworld 3 жыл бұрын
*শব্দ, সুৰ আৰু সংগীতৰ সুমধুৰ মায়াজাল* ❤❤
@উন্মুক্তমন-ঘ৩ছ
@উন্মুক্তমন-ঘ৩ছ 3 жыл бұрын
অপেক্ষাৰ অন্ত পৰিল🤗 মনৰে কইনা🦋🥀 জয় জুবিন দা❤
@tmgjj5596
@tmgjj5596 2 жыл бұрын
Jai Zubeen da 😘😘❤️❤️🔥🔥 Lgnd is lgnd. 1m. Jaldi hobo lage 🙏🙏.. Jai I axom 🙏🙏💪💪
@parthaprotimsaikia4000
@parthaprotimsaikia4000 3 жыл бұрын
জয় জুবিন দা,আপোনাৰ সমান কোনো হব নোৱাৰে,,,গানৰ ভগৱান হয় আপুনি,,,love u zubeen da❤️😍
@ankitagrkalita6064
@ankitagrkalita6064 3 жыл бұрын
জুবিন দা তুমি সচাই আমাৰ বাবে ভগবান🙏🙏🙏 I love you zubeen da
@mrinalsahariah4049
@mrinalsahariah4049 2 жыл бұрын
Jubindaa 😘😘
@dipankargogoi7728
@dipankargogoi7728 2 жыл бұрын
Manuh
@dhrubakalitamix8606
@dhrubakalitamix8606 3 жыл бұрын
Zubeen da you are the live legend of Assam ..we proud that ..our generation is so lucky to see you to have you ..as our heartthrob.......love you .Zg da...
@স্বপ্নভঙ্গৰহুমুনিয়াহ
@স্বপ্নভঙ্গৰহুমুনিয়াহ 2 жыл бұрын
সৰুৰে পৰাই শুনিছোঁ আপোনাৰ গান । সঁচা কথা কৈছোঁ মোৰ মৃত্যুৰ সময়তো আপোনাৰ গান শুনিয়েই চকুহাল মুদিম । আপোনাৰ কণ্ঠত যাদু আছে । জয় জুবিন দা ❣️
@jintupriyam
@jintupriyam 3 жыл бұрын
ককাইদেউ ❤️😘 ভাষাৰে বুজাব নোৱাৰা এটি গান, যাৰ অপেক্ষাত ব্ৰতী আছিলোঁ ❤️ 😘😘 LOVE YOU DADA ❤️😘❤️....
@pranjit3491
@pranjit3491 3 жыл бұрын
কি energy, কি কন্ঠ, কি সুৰ 👌🏻 আপোনাৰ সৃষ্টিশীলতা আগতে যেনেকুৱা আছিল এতিয়াও একেই হৈ আছে আৰু আজীৱন একেই হৈ থাকিব ❤ love u 💘
@intrvrt5
@intrvrt5 3 жыл бұрын
অসমৰ সংগীত জগতৰ এটি নতুন যুগৰ, নতুন প্ৰভাতৰ আৰম্ভণি এয়া। আশা, অনামিকা, শিশু, মুখা, সোণালী মন, মেঘৰ বৰণ ____ এলবামৰ গীতবোৰ আকৌ সজীৱ হওঁক।
@monjyotinath6428
@monjyotinath6428 2 жыл бұрын
বহুত ভাল লগা video, লগতে গান টো ___ আগলৈ যাতে নতুন নতুন গান বোৰ গাই যাওক 🙏 জুবিন দা ____😊🤘🎤💖❣️
@dhirajdaszg1768
@dhirajdaszg1768 3 жыл бұрын
কবলৈ একো ভাষা নাই অৱশেষত ভিডিঅ' টো চাব পালোঁ জয় জুবিন দা❤️ অসমৰ অমূল্য সম্পদ ❤️🙏🏻
@bhupengohain8714
@bhupengohain8714 3 жыл бұрын
একেৰাহে ৭বাৰ শুনিলো...নাই আমনি লগা নাই...শুনিয়ে থাকিম সদায়...I love you Jubin da💖💖💕💕💕💕💕💕💕💕
@comeback5616
@comeback5616 3 жыл бұрын
অপেক্ষাৰ অন্ত পৰিল.....মনৰে কইনা 🥰জয় জুবিনদা❤
@krishnahazarika6391
@krishnahazarika6391 Жыл бұрын
Wowwww 🔥🔥🔥 What a music..🎶 Rock... legend 💗💗💗. Always Rock Star,moon,God all are. ✨✨✨🔥🔥🔥🔥🔥🔥🔥🔥🔥...
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41
It’s all not real
00:15
V.A. show / Магика
Рет қаралды 20 МЛН
“Don’t stop the chances.”
00:44
ISSEI / いっせい
Рет қаралды 62 МЛН
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН