Пікірлер
@ShuravBora
@ShuravBora Күн бұрын
Apuni prime minister hole Amar Desh aguabo😊😊😊
@promudborgohain7920
@promudborgohain7920 5 күн бұрын
উওৰ ভাৰতৰ উচ্চ বৰ্ণৰ হিন্দু সমাজৰ অন্তৰ্গত জাতি ভেদ প্ৰথাৰ বাবেই এনে হোৱাৰ সম্ভাৱনা। যিটো উত্তৰ অসমৰ কেইখনমান জিলাত আজিৰ পৰা অলপ দিনৰ আগত হৈছিল। শ্ৰদ্ধাৰ ৰাও দেৱ উচ্চ বৰ্ণৰ নোহোৱা টোৱে সত্য কথা। ভাৰতৰ প্ৰতিটো ৰাজনৈতিক দলত কম বেছি পৰিমাণে এই টো বিদ্যমান।
@nabajitmazumdar5391
@nabajitmazumdar5391 5 күн бұрын
ভাল লাগিল
@promudborgohain7920
@promudborgohain7920 6 күн бұрын
তুলা চ'নী খন সম্পত্তি উজন কৰা চাগে।
@ankursaikia1145
@ankursaikia1145 9 күн бұрын
আমাৰ চাবুৱাত আছে TATA Hospital খন।
@sisterscreation808
@sisterscreation808 10 күн бұрын
Ratan Tata was the part of GOD for Assam he did lot of development work for Assam which was unforgettable and remarkable, God bless let him peace 😂😂
@nihar_.r._bayan6207
@nihar_.r._bayan6207 11 күн бұрын
One Correction:- Bolin Bordoloi k ULFA e nohoi NDFB e Opohoron korisil !
@birennath8618
@birennath8618 12 күн бұрын
তেওঁ জীয়াই থাকোতেই ভাৰত ৰত্ন সন্মান পাব লাগিছিল।
@jagannathborah4057
@jagannathborah4057 12 күн бұрын
Thank you Bro
@devajitkalita1003
@devajitkalita1003 12 күн бұрын
মহানায়ক ভাৰতৰ ৰত্ন ৰতন টাটাক অসমীয়া তথা দেশবাসীয়ে সদায় মনত থাকিব। ৰাজ্যখনৰ এটা নতুন উল্লেখযোগ্য পথ বা অনুষ্ঠান ৰতন টাটাদেৱৰ নামত নামাকৰণ কৰিব লাগে কাৰণ তাৰ যোগেদি চিৰদিনলৈ তেওঁ জিলিকি থাকিব।
@himadriballavdeka9385
@himadriballavdeka9385 12 күн бұрын
বহুত ভাল লাগিল ।
@PabitraBorah-l8g
@PabitraBorah-l8g 12 күн бұрын
Ratan Tata ❤
@iblame_s_w_a_r_a_j
@iblame_s_w_a_r_a_j 12 күн бұрын
অতি সুন্দৰ।
@trishnahaloi1115
@trishnahaloi1115 12 күн бұрын
Smart pointor pora bazar kora ki darkar
@kashyabhazarika5323
@kashyabhazarika5323 12 күн бұрын
Hai hospital khon a atia chabua r tata hospital 😊
@kochbitulrajbonshi689
@kochbitulrajbonshi689 13 күн бұрын
Great man of the world ❤❤❤
@AnupamaDas-h3h
@AnupamaDas-h3h 13 күн бұрын
Ratan tata e axomor babe jiman korile,amar axomia e iman koribo pora nai
@himangshudeka1738
@himangshudeka1738 13 күн бұрын
বহুত বহুত ভাল লাগে আপোনাৰ video সমূহ, আগুৱাই গৈ থাকা......❤❤
@rknowlede9563
@rknowlede9563 13 күн бұрын
Apuni video kra thaikhini kor hoi
@SupriyaKalita-z2e
@SupriyaKalita-z2e 13 күн бұрын
অসমৰ ইতিহাসৰ বিষয়ে জানিবলৈ উৎসুক হৈ থকা মই আপোনাৰ ভিডিও সমূহৰ পৰা খুব লাভবান হওঁ। ধন্যবাদ ত্ৰিদিব দা। এটা মাথোঁ আবেদন, অসম আন্দোলন তথা সেই সময়ৰ অসমৰ বিষয়ে এটা ভিডিও বনাব পাৰিবনে? জানিবলৈ বৰ মন যায়। আৰু এই বিষয়ে বিতংকৈ বিশ্লেষণ কৰা কিবা কিতাপ আছে নেকি জনাবচোন। পুনৰ এবাৰ ধন্যবাদ যাচিলোঁ। পাঠশালাৰ পৰা❤
@debanandabharali5111
@debanandabharali5111 13 күн бұрын
Ratan Tata ❤
@ppcycleridervlogs2895
@ppcycleridervlogs2895 13 күн бұрын
Everything is temporary but the house is permanent.
@mayachetia3533
@mayachetia3533 13 күн бұрын
সুন্দৰ উপস্থাপনৰ লগতে সুন্দৰ মূল্যাংকণ । তেখেতৰ অৱদানক নতশিৰে স্বীকাৰ কৰিবই লাগিব। তেখেতৰ আত্মাৰ শান্তি কামনা কৰিলোঁ।
@nabanitachakravorty8525
@nabanitachakravorty8525 13 күн бұрын
সুন্দৰ বিশ্লেষণ ❤
@OmiBoktoBhai
@OmiBoktoBhai 13 күн бұрын
Nice content & content ❤
@স্মৃতিহাজৰিকাগগৈ
@স্মৃতিহাজৰিকাগগৈ 13 күн бұрын
জীৱনত পাহৰিব নোৱাৰা এজন ব্যক্তি। তেও যতেই আছে শান্তি ৰে থাকক।
@ayushmaanpegu3840
@ayushmaanpegu3840 13 күн бұрын
ৰতন টাটাৰ বিয়ুগ সমগ্ৰ অসমবাসীৰ বাবে এক গভীৰ অপ্ৰীতিকৰ খবৰ 😢 তেখেটৰ বিদেশী আত্মাই চিৰ শান্তি লাভ কৰক🙏
@Rohitchoudhury12
@Rohitchoudhury12 13 күн бұрын
বঢ়িয়া ত্ৰিদিপ দা ❤
@deborajgogoi1017
@deborajgogoi1017 13 күн бұрын
🥹👍🙏😌
@Jiiintu
@Jiiintu 13 күн бұрын
@MousumGogol
@MousumGogol 13 күн бұрын
@tapanbaishya267
@tapanbaishya267 13 күн бұрын
❤❤
@dalimikalita3241
@dalimikalita3241 12 күн бұрын
Bohut valla lagil
@Ashikulhoque-h9l
@Ashikulhoque-h9l 13 күн бұрын
Dada bohut din pist new video palu
@LabibHussain-j7j
@LabibHussain-j7j 13 күн бұрын
সঁচা কে আমি এজন মূল্যৱান সম্পদ হেৰোৱা যেন অনুভৱ হয়।
@binodgogoi2895
@binodgogoi2895 15 күн бұрын
Great discussion
@syedamushlihahadi3229
@syedamushlihahadi3229 16 күн бұрын
সুন্দৰ 🎉🎉🎉
@debakrsaikia2993
@debakrsaikia2993 23 күн бұрын
Tridib, you are doing some exceptional work. Keep it up.
@OmiBoktoBhai
@OmiBoktoBhai 26 күн бұрын
Aru content lage
@renumedhi5370
@renumedhi5370 28 күн бұрын
Thik koi sa bhai
@OmiBoktoBhai
@OmiBoktoBhai 29 күн бұрын
Darub Rathee for Assam
@bharatibaruah4882
@bharatibaruah4882 29 күн бұрын
Bahut.dhanyanad .
@TrtyttrH
@TrtyttrH Ай бұрын
Assamese Apurba gogoi
@msd.1627
@msd.1627 Ай бұрын
Nice explanation
@jadubharali2947
@jadubharali2947 Ай бұрын
বৰ সুন্দৰ ত্ৰিদিপ। তেখেতৰ কথা জানোঁঁ বাৰু বৰ আদৰ্শবান মানুহ আছিল, মূল্যবোধৰ ৰাজনীতি কৰিছিল। কিন্তু বৰ্তমান সেই সকলো বোৰ শেষ। ধন্যবাদ তোমালৈ ইমান সুন্দৰভাৱে উপস্থাপন কৰিলা।
@nibirbaruahvii-b-1713
@nibirbaruahvii-b-1713 Ай бұрын
Very good video 🙏👌🌹👍🏻🙏
@PadmaLalung-iq7ik
@PadmaLalung-iq7ik Ай бұрын
পাৰিলে মেদিয়াত দালালৰ বাতৰি সমুহ কমকৈ telicaus কৰিব ৷কাৰণ উদিয়মান সকলৰ মনত ঘটনাবোৰ বেয়াকৈ শিপায়৷
@MainuGogoi-h6b
@MainuGogoi-h6b Ай бұрын
Moja dise
@ekramhussainmir3903
@ekramhussainmir3903 Ай бұрын
Our respect for this legendary political personality, he is an example... ❤❤🎉🎉
@BhumidharNath-im7ml
@BhumidharNath-im7ml Ай бұрын
চমী তুমি, তাৰ্কিক চাৰকিক এই বিলাক আলোচনা কিবা নিলৰ্জৰ কাৰবাৰৰ দৰে হৈছে। আচলতে গছ গুৰিতে উই পোকে ধৰিছে। উই হাফলুৰ ৰাণী গছৰ গুৰিতে আছে। ডাল পাতত থকা উই পোক কোনো দিনে শেষ নহয় যদিহে গুৰিত থকা ৰাণীতো মৰা নাযায়।
@OmiBoktoBhai
@OmiBoktoBhai Ай бұрын
Nice Content