কোঁচ মানুহ আগৰে পৰা সহজ-সৰল,, নহলে নো ইমান ডাঙৰ ৰাজ্যত ভাগ ভাগ হবলৈ পাই নে!!! কামৰূপ কমতা যাৰ সীমা বিহাৰৰ পুৰ্ণীয়া, অসমৰ দক্ষিণ পাৰৰ নগাঁও, দৰং লৈকে বাংলাদেশ নেপাল পৰ্যন্ত যাৰ এসময় শাষন চলিছিল,, আজি সেই জনগোষ্ঠী বেংগলত বেলেগকৈ চিনাকি, বিহাৰত বেলেগকৈ চিনাকি, নেপালত বেলেগকৈ চিনাকি, অসমত বেলেগকৈ চিনাকি, ভূটানত বেলেগকৈ চিনাকি, মেঘালয়ত বেলেগকৈ চিনাকি!!! কাৰণ ইয়াৰ অন্তৰালত সহজ-সৰলতা!!
@NotreallyChiranjib3 ай бұрын
Hai babe sobei mari khai history lahe lahe ses hbo dhrise jot niki koch r population besi ase Assamese community t but separate mindset nloi baki blkr nsina je amar jatike jikam buli hai krne bah khai
@JyotishkrDas-oz4zr4 ай бұрын
Aapunaar uposthan aru biixoitu bohut vl lagil
@bristiborah78684 ай бұрын
তেওঁ আদৰ্শ আমাৰ।। 🙏🙏🙏
@bagadbilla4524 ай бұрын
বহুত ভাল লাগিল video টো। ধন্যবাদ।
@AminulHoque-l8u12 күн бұрын
এইজন অসমৰ মানুহৰ আদৰ্শ ব্যক্তি হিচাপে থাকক, sarat chandara sir is a great man of Assam ❤❤❤❤
@SaidurRahman-sk7ec4 ай бұрын
Vedeo to bohut bhal lagil bhai kothate ase otitok najaba pahori ajir juboke ai kotha bilak najane ai kotha bilak ami jonato bohut dorkari❤❤❤❤❤❤❤❤❤❤
তেনেকুৱা মুখ্যমন্ত্ৰী আমি ভবিষ্যত পাম বুলি আশা ৰাখিলোঁ ।
@satyajitgogoi9684 ай бұрын
Impossible
@LabakeshSutradhar4 ай бұрын
Yes, why impossible I think possible, okay thanks!
@devakumarnath68274 ай бұрын
Thanks to you kind statement.
@didarmirdha1234 ай бұрын
Thank you so much for your kind information. May God bless you.
@Bidyadhar294 ай бұрын
Best video❤❤❤❤❤❤❤❤❤❤❤
@Commedyr411884 ай бұрын
Thanks ,for this informative video. Dhemaji
@kulodharborah9285Ай бұрын
এনে মহান ব্যক্তি আজি দিনত বিচাৰি পোৱা বহু ত কঠিন
@rambalram26104 ай бұрын
প্ৰথম কথা - সামাজিক মাধ্যমত জৰিত ব্যক্তি হিচাপে এনে ধৰণৰ বিষয় এটা ৰাইজৰ মাজলৈ অনাৰ বাবে ধন্যবাদ...!! আজিৰ অসমীয়াই আমাৰ অতীত জানি তাৰ পৰা শিকা উচিত...!!! কিন্তু লক্ষণীয় ভাবে অসমত বা গুৱাহাটীত তেখেতৰ কোনো স্মাৰক আমি দেখিবলৈ নাপাওঁ, ই এক পৰিতাপৰ বিষই...!!! 😮😮😮 স্বাধীনতাৰ ঠিক পিছৰ সময় চোৱাত শৰত চন্দ্ৰ সিংহৰ দৰে মহান মণিষীৰ ভাৰতত আবিৰ্ভাৱ ঘটিছিল হয়টো সেই মহান মনিশী সকলৰ বাবে ভাৰত আজি এই অৱস্থা পাইছেহি... তেওঁলোকৰ ভিতৰত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী ও অন্যতম...!! তেওঁলোকৰ ত্যাগ আৰু দেশপ্ৰেম অতুলনীয়...!! কিন্তু আজিৰ যি চামে শাসন ভাৰ চলাইছে সিহঁতৰ জাত টো অলপ বেলেগ....!!! কাল ক্ৰমত চাকৰি বিহীন বিশাল জনসংখ্যাৰ দেশ ভাৰতবৰ্ষৰ ৰাজ নীতি এক নিয়োগ অৰ্থাৎ পেট পূহা আৰু পকেট ভৰোৱা ব্যবস্থা লৈ ৰূপান্তৰিত হল....!!! যি সকলে আজিৰ ৰাজনীতি কৰি আছে বিশেষকৈ অসমত - আমি যদি লক্ষ কৰোঁ এজনৰোও কোনো বিশেষ শিক্ষা গত অৰ্হতা বা দক্ষতা নাই... আপুনি যদি পোন পতিয়া কৈ সোধে - যদি ইহঁত মন্ত্ৰী বিধায়ক নহল হলে ইহঁতি কি হল হয়...?? তাৰ উত্তৰ টো পাব "নিবনুৱা"..!!! হয় নিবনুৱা..!!! তাৰ বাহিৰে একো অৰ্হতা, যোগ্যতা নাই ইহঁতৰ...!!! পইছা মাৰি খোৱা, লাঁহ বিলাহৰ জীৱন কটোৱা ইত্যাদি ইত্যাদি....!! ৰাইজে ইতিমধ্যে দেখিছে ১২ লাখ টকীয়া ঘড়ী, ৫০ হাজাৰ টকীয়া স্পৰ্টিং পিন্ধা বিধায়ক...!! 😮😮😮 কাৰবাৰ পত্নীয়ে ৫০ জোপা তামোল গছ, ১০০ জোপা পান গছ, নাৰিকল গছ আদি আছে বুলি দেখুৱাই.... এইয়আ হল আকৌ কলা টকা বগা কৰাৰ কৌশল টেক্স পৰামৰ্শ দাতাৰ পৰামৰ্শ মতে...😢😢😅😅😅 তাৰ বাহিৰেও হেলিকপ্টাৰ ত টোলনী বিয়া খাবলৈ যোৱা, চাৰ্তৰদ বিমানেৰে মন্ত্ৰী পত্নী বোম্বাই চহৰত শপিং কৰিবলৈ যোৱা...ইত্যাদি ইত্যাদি...!!! উৎকত গৰমৰ দিনত বিদ্যুৎ ৰ নাটনিত অসমৰ মানুহ চত ফটাই থকা... আৰু সিহঁতে দিছপুৰত AC ৰ হাৱা খাই মজা লৈ থকা আৰু সেই বিদ্যুৎৰ বিল ৰাইজৰ টকাৰে পৰিশোধ কৰা...😮😮😮 লিষ্ট খন বহু দীঘলীয়া...😮😮😮 ৰাইজে নিৰ্বাচিত প্ৰতিনিধি সকলে গৈ দিছপুৰত কি কৰিছে তাত চোকা নজৰ ৰখা উচিত...😊😊😊 আমাৰ দৰে দেশত এজন মানুহক দুবাৰ নিৰ্বাচিত কৰা অনুচিত...!!! তেনে কৰিলে চুৰ কৰিবই... অসমত টো ২০, ২৫ বছৰ ধৰি এজন লোককে ভোট দি জীকাই থকা দেখা যায়....!!!!
@siddharthabarman2334 ай бұрын
তুমি নিজে নেতা নোহোৱা কিয় ?
@rambalram26104 ай бұрын
@@siddharthabarman233 ভাল কথা কৈছে.... হয় ভাবিছিলো নেতা হৈ অসমৰ মানুহৰ সেৱা কৰোঁ বুলি... কিন্তু সৰুতে দেখা নিজৰ ও এটা সপোন আছিল... সেইটো এৰি থৈ গৈ অন্য এটা লক্ষ্যৰ পিছত দৌৰা উচিত নহব বুলি ভাবিলো... ভগৱানে লগ নিদিলে নিজৰ সপোন টো বাস্তবিক কৰিবলৈ সোনকালে...!! যদি মোৰ লক্ষ্য সোনকালে পোৱা হলে নিশ্চয় অসমৰ কাৰণে খাতিলো হয়....!!!!
@rambalram26104 ай бұрын
হয় ভাবিছিলো অসমৰ মানুহৰ কাৰণে কিবা এটা কৰোঁ বুলি... মই "নেতা" বোলা শব্ধটোত বিশ্বাস নকৰোঁ... "নেতা" বুলি কলেই কোনো লোক নেত্ৰ স্থানলৈ পৰিবৰ্তিত নহয়...!! আমাৰ দেশত গণতন্ত্ৰ চলিছে আৰু গণতন্ত্ৰত কোনো নেতা নাই... ইয়াত থাকে মাথো জন প্ৰতিনিধি... আৰু ৰাইজে ইয়াক সেই ভাৱেই বুজা উচিত...!! বাকী মই নিজে জন প্ৰতিনিধি নোহোৱাৰ মূল কাৰণ হল, সৰুতে নিজৰো এটা সপোন আছিল... সেইটো সম্পূৰ্ণ নকৰাকৈ অন্য এটা লক্ষ্যৰ পিছত দৌৰাটো উচিত হব বুলি নাভাবিলো...!!! গতিকে যদিও জন প্ৰতিনিধি হোৱাৰ কথা মনলৈ আহিছিল, তাক আধাতে সামৰি থব লগা হল....!!! ভগৱানে লগ নিদিলে মোৰ নিজৰ সপোনটো সোনকালে পূৰ্ণ হোৱাত...!!! যদিও জন প্ৰতিনিধি নহলো, কিন্তু ৰাইজক সজাগ কৰা, তেওঁলোকৰ অধিকাৰৰ বিশয়ে অৱগত কৰোৱাৰ সেই কন কামটো কৰিব পাৰোঁ....??? চৰকাৰী চোৰৰ বিপক্ষে টো মাত মতিব পাৰোঁ...???? এজন দায়িত্বশীল নাগৰিকৰ দ্বায়িত্ব টো পালন কৰিব পাৰোঁ....?? সকলো যদি মোৰ দৰেই সজাগ হয়.... সিহঁতৰ বাপেকৰ সাহস আছে নেকি ৰাজহুৱা ধন চুৰ কৰিবলৈ...????
@roktimraag11294 ай бұрын
বিৰল ৰাজনীতিবিদ ❤️
@arunkumardas15444 ай бұрын
মই প্রয়াত মাননীয় মূখ্য মন্ত্রী শৰৎ চন্দ্র সিংহ ডাঙৰীয়াক সুন্দৰ বগা ৰঙৰ ধুতি আৰু পিৰন পৰিহিত কাপোৰ পৰিধান কৰি উজনীমুখী ৰেলেৰে যাত্রা কৰা ৰঙাপাৰা Railway Station ত দেখিছিলো । সেই সময়ত তেখেতে মূখ্য মন্ত্রী পদত নাছিলে আৰু তেওঁৰ লগত কোনো দেহৰক্ষী দেখা পোৱা নাছিলো।
@santanuduarah71884 ай бұрын
Val lagil video tu sai❤
@aruprai19564 ай бұрын
Very correct, I was lucky to know this great personality very closely.
@KakoliKutum4 ай бұрын
তেখেতৰ এই আদৰ্শই চিৰ যুগমীয়া হৈ ৰওক
@pradipkhoud46654 ай бұрын
এই মহান ব্যক্তি গৰাকীৰ বিষয়ে ইয়াৰ আগতেও শুনিবলৈ পাইছিলোঁ ! সাম্প্ৰতিক এনে আশা নকৰাই ভাল বুলি ভাবোঁ ! দৰাচলতে এনে এখন ৰাজ্যৰ বাসিন্দা হোৱাটো মহা পাপৰ ফল , পূৰ্ব জনমৰ পাপৰ ফলতহে এই ৰাজ্যৰ বাসিন্দা হব লগা হয় বুলি ভাবোঁ !