Mission basundhara 3.0
2:08
10 ай бұрын
Пікірлер
@JayDeka-s9u
@JayDeka-s9u 24 минут бұрын
Dada nc Village bur servey korile amar iyat..myadi koribo ne baru
@pabinsarma2989
@pabinsarma2989 10 сағат бұрын
Great CM sir
@pabinsarma2989
@pabinsarma2989 10 сағат бұрын
ধন্যবাদ জনালো
@sanjibnath3135
@sanjibnath3135 Күн бұрын
Dada ilam bhumi ki
@user-sj9su8ro5e
@user-sj9su8ro5e Күн бұрын
মই আপোনাৰ video চালো। বাটোবাৰ বিষয়ে অকণমান জানিব লাগিছিল। মোৰ দৈউতাই কিনা মাতি ১৯৬৫ গোৱাহাটি।দেউতা ঢুকাইচে ২০০২। তাৰ পিছত মাতি খিনি মা আৰু মোৰ নামত নাম জাৰি হৈছে। জমাবনদি আছে। হুকুম আছে। এতিয়া মা ২০২৩ চনৰ চেপ্তেম্বৰ মাহত ঢুকায়। মই ঘৰৰ এটা ল'ৰা। বাইদেউ তিনিগৰাকী। কথাখিনি ভালদৰে বুজায় দিব বুলি আশা ৰে বাত চালো। বা video এটা বনাই ভালদৰে বুজায় দিবলৈ অনুৰোধ জনালোঁ।
@gentalmanytgaming6627
@gentalmanytgaming6627 Күн бұрын
দাদা মন্তেবত বাহাল ৰখা শব্দৰ অৰ্থ কি please কব নে
@AbulSarkar-zw7js
@AbulSarkar-zw7js Күн бұрын
হয় মই মূখ্য মন্ত্ৰীৰ লগত একমত কিয়নো মুছলমানে মাটি কিনিলে মূখ্য মন্ত্ৰীৰ পৰা লিখাই অনাটো বাধ্যতা মূলক হ'ব লাগে ।জানিব কিবা দিলে কিবা মিলে পয়চা দিলে বজাৰ মিলে।একো নিদিলে একো নিমিলে। সন্মান দিলে সন্মান পায়।মৰম দিলে মৰম পায় লগতে সন্মানো পায়।
@nishikantachakraborty8735
@nishikantachakraborty8735 Күн бұрын
Dada, eta important question, please answer dibo, miyadi patta land purchase korate , land revenue installment keneke dibo Lage, kot dibo lge, Please detail the process
@sidikshamoiasomiya4256
@sidikshamoiasomiya4256 Күн бұрын
গোটেই প্ৰকৃয়া ভিডিঅ' মোৰ চেনেলত পাব। নোহোৱাকৈ comments নকৰিব।
@arjunbarman7585
@arjunbarman7585 Күн бұрын
Dada apunar lgot kotha patibo parim na
@soundofmind8038
@soundofmind8038 Күн бұрын
Dada apunar number tu pam nake
@RakeshSarkar-um9bs
@RakeshSarkar-um9bs Күн бұрын
Dada mur land class tu Faring hoi myadi hobo ne ?
@user-nn6vv6cu1k
@user-nn6vv6cu1k 2 күн бұрын
Dada vgr land rejeat goisil atia applying koribo parim ne 2011 bosoror kiba Documents bisari reject hoisil jonabasun
@devajitpegu7663
@devajitpegu7663 2 күн бұрын
Good dicision 🎉
@arunhatimuria9010
@arunhatimuria9010 2 күн бұрын
ৰায়ত সকলে আবেদন কৰা ৯০% আবেদন ৰিজেক্ট হৈছে আকৌ আবেদন কৰিব পাৰিবনে
@ankurnath364
@ankurnath364 23 сағат бұрын
Apunak kune kole 90% reject huar kotha.. Kisuman r hobou pare
@krishnaborah6040
@krishnaborah6040 2 күн бұрын
Dada ki ki dorkari document lagib
@devajitkumardas8553
@devajitkumardas8553 2 күн бұрын
Sir please mobile number tu diyak Apunar darkari kotha ase
@sadhanasultanajehirblogs4600
@sadhanasultanajehirblogs4600 2 күн бұрын
Happy Independence Dey Dada. News gom paisu. Thank you so much dada. Jaihind Jaibharat.
@munsherali1974
@munsherali1974 2 күн бұрын
Good
@thaneswarsukai8645
@thaneswarsukai8645 2 күн бұрын
খেৰাজ ম্যাদি মাটি ১৯৭৫ চনত কিনা নামজাৰি কৰিব পাৰিম নে এইবাৰ 3.0 ত কেৱল কিনা দলিল প্ৰোভ আৰু খাজনা ৰচিদ আছে
@sidikshamoiasomiya4256
@sidikshamoiasomiya4256 2 күн бұрын
দলিল ৰেজিষ্ট্ৰেচন কৰা হ'লে পাৰিব।
@villageboy521
@villageboy521 2 күн бұрын
Dada Eksona Matir Khazna dibo pari neki ? Next Eksona Mati myadi koribo pari neki? Aru Basundara 3.0 t aitu apply koribo parim nki
@sidikshamoiasomiya4256
@sidikshamoiasomiya4256 2 күн бұрын
Service বোৰ এতিয়ালৈ গম পোৱা হোৱা নাই। পালে নিশ্চয় ভিডিঅ' বনাই দিম। চাই থাকিব।
@pirajdas6111
@pirajdas6111 2 күн бұрын
Mor mother r mati khura ajone dokhol Kori aase...mati khini nija Kori labo paribo neki khura jone?
@mintogogoi9320
@mintogogoi9320 2 күн бұрын
Set bur dekhaiso kla net bur enei jai
@gokuldas6038
@gokuldas6038 2 күн бұрын
Very helpful.apunar contact no pam naki..mor barpeta town mati suggestion karane.
@manojtalukdar6647
@manojtalukdar6647 3 күн бұрын
মই গুৱাহাটীত ১৯৯৯ চনত ২ কাঠা মিয়াদী মাটি কিনিছিলো আৰু চাৰি সীমা দি মাটি পুৰাই থৈছোঁ কিন্তু যোৱা মাহত পূৰ্বৰ পুৰ্ব মাটিৰ গৰাকীৰ ৱাৰিছে মাটি টুকুৰা তেওঁলোকৰ বুলি ন্যায়লয়ত কেছ দিছে , ইয়াৰ পৰিনতি কি হ'ব পাৰে ⁉️ আইন হাতে মোৰ জ্ঞাত হৈছে যে মোৰ পুৰ্বৰ গৰাকীয়ে মাটি কিনোতে এটা ডাঙৰ ভুল কৰিছিলে , তেখেতে মৃত পিতৃৰ নামৰ মাটি পুত্ৰৰ দ্বাৰায় ৰেজিষ্ট্ৰাৰ চেল দিদ কৰাইছিল ১৯৯২ চনতেই। এতিয়া প্ৰশ্ন হ'ল মোৰ মাটি টুকুৰাত কিবা আইনী মেৰপেচত পৰি হেৰুৱাব লগীয়া হ'ব পাৰে নেকি???? ধন্যবাদ 🙏 উত্তৰলৈ অপেক্ষা কৰিলোঁ।
@MofiulIslam-ko1mo
@MofiulIslam-ko1mo 3 күн бұрын
দাদা মই অলপ মাটি বাইনা কৰিছিল কিন্তু এটিয়া কি হব ও বিভক্ত গোবালপাৰা জিলা এতিয়া মানুহ টো গৰিপ পইচা খৰচ কৰিছে কৰপৰা দিরমক টেননেত আছু মই দাদ
@bharatibora168
@bharatibora168 3 күн бұрын
Sir.moi.1.katha.10.lesa.mti.kine.lu.kinar.pasat.moi.power.of.atone.kari.lAlu.tAR.pasat.gampalu.ja.ukta.dagt.khurakar.aJon.lOrai.unajon.khurakar.mti.bihare.agon.manuhake.bachar.baba.complain.acha.kintu.mur.pattadarare.namate.complain.naikintu.mayu.sai.complaintutai.bandh.hoi.achu.atiea.moi.ke.kakela.ggeostationary.to.kariba Parime
@MalinaDas-kc1kz
@MalinaDas-kc1kz 3 күн бұрын
আৰক্ষীয়ে কি মুৰা সহাই কৰিব সিহঁতে ভূমাফিয়াৰ পৰা টকা খাই মাটিৰ মালিকক উচ্ছেদ কৰাই ভূমাফিয়াক দখল কৰাত সহাই কৰো।মোৰ মাটি লৈ গৈছে এনেকৈ।
@1977chhetry
@1977chhetry 3 күн бұрын
Sir aapka email id send sir pl
@1977chhetry
@1977chhetry 3 күн бұрын
Super sir 🎉🎉🎉
@abdulsukkur-yw9dj
@abdulsukkur-yw9dj 3 күн бұрын
Real anitiative
@Sbtaher
@Sbtaher 4 күн бұрын
কোনে কমপ্লেন করেছে মই ঘুম না পেলে কেন করে ওটাম
@mrinaldeka8524
@mrinaldeka8524 4 күн бұрын
Dada BTRt gen caster land sell permission nulai..sitha namjari logai thole futuret kiba problem hobo naki..
@SaifulAli-x9z
@SaifulAli-x9z 4 күн бұрын
Dada apunar namber deben
@babulbaro5935
@babulbaro5935 4 күн бұрын
Good initiative, Thanks Mama ❤❤❤
@samsuddinahmedborah8949
@samsuddinahmedborah8949 5 күн бұрын
Good information
@user-ss2ci4qu1x
@user-ss2ci4qu1x 5 күн бұрын
Assam Mur mati hemunto bisoh surmar bapekur humputi nuhy .
@imrudahmed5305
@imrudahmed5305 5 күн бұрын
Kot tu ain ahil. Inei misate views pabole kiyo adarkari video bur bonai thake. Moi atiyai apunak unsubscribe korisu.
@user-nr3rt6nn2q
@user-nr3rt6nn2q 5 күн бұрын
Good
@paromitasarmaacharjee4545
@paromitasarmaacharjee4545 5 күн бұрын
7:59 8:00
@ParitoshBarman-mx2kw
@ParitoshBarman-mx2kw 5 күн бұрын
Sir bartaman stump duty rate kiman
@dharitri176
@dharitri176 5 күн бұрын
Dada mor kagaz t register hoise .kintu online nam hoha ni ..kiman din lage online nam aha loi
@sidikshamoiasomiya4256
@sidikshamoiasomiya4256 5 күн бұрын
Maximum 2 months
@pranjitsaha715
@pranjitsaha715 6 күн бұрын
মোৰ মাটি চৰকাৰী ধৰ্মীয় দাতব্য আইন ১৫ ৰ অধীনত আছে কিন্তু ককাৰ নামত ৰায়তি আছিল যদিও কেনেকৈ ধৰ্মীয় দাতব্য হৈ পৰিল মই বুজি পোৱা নাই সেই মাটিতে ৯০ বছৰ ধৰি বসবাস কৰি আহিছো এতিয়া পাট্টাৰ বাবে আবেদন কৰাৰ সময়ত বিপুল পৰিমাণৰ ধন আহি আছে স্যাৰ এই বিষয়ত যিকোনো ভিডিও দিব পাৰিবনে
@ankurnath364
@ankurnath364 5 күн бұрын
মানে এতিয়াও আপোনাৰ মাটি খিনি ৰায়তী হৈয়ে আছে নে দেবোত্তৰ হৈ গল? জনাবচোন
@user-hi6gt5hg3y
@user-hi6gt5hg3y 6 күн бұрын
Danot diya mati ki aru ki maliky khurai lobo pary naki
@barbhuiyaabdul78
@barbhuiyaabdul78 6 күн бұрын
Thank you
@HabibAli-ng7jc
@HabibAli-ng7jc 6 күн бұрын
2024 ot kanekoi sabo pari
@ashishdas9636
@ashishdas9636 6 күн бұрын
Frickle minded minister whenever he wishes he makes rules . Peoples are not at peace for these frequent changes
@lipikahazarika9519
@lipikahazarika9519 6 күн бұрын
দ জলাতক মাটি বেচা কিনা কৰিব পাৰিনে
@sidikshamoiasomiya4256
@sidikshamoiasomiya4256 6 күн бұрын
খে ম্যাদি হ'লে পাৰিব।
@lipikahazarika9519
@lipikahazarika9519 Күн бұрын
অ খেৰাজ ম্যাদি কিন্ত মন্দলে অজলাতক কৰি ললেহে পাৰিব কৈছে।আৰু কিবা একবিঘা মাটি কৈ পটা ফালি লগা কিবা নতুন নিয়ম হৈছে নেকি বাৰু জনাব চোন।
@lipikahazarika9519
@lipikahazarika9519 6 күн бұрын
দ জলাতক মাটি কি তাক কিনা বেচা কৰিব নোৱাৰিব নেকি?
@purnimadutta7735
@purnimadutta7735 7 күн бұрын
ভাল লাগিল