No video

মাটিৰ অবৈধ দখলকাৰী সাবধান। কিনি লোৱা মাটি নামজাৰি নাই কি হব? avaidh dakhal । awaidh kabja ।

  Рет қаралды 70,727

SIDIKSHA Moi asomiya

SIDIKSHA Moi asomiya

8 ай бұрын

মাটিৰ অবৈধ দখলকাৰী সাবধান। কিনি লোৱা মাটি নামজাৰি নাই কি হব? avaidh dakhal । awaidh kabja
Channel link=
youtube.com/@s...
Video playlist= • মাটি ৰেজিট্ৰেছন A to Z
Thank you for watching my video
----------------------------------------------------
#Gerkanunikabjaland #Landabaidhkabja #awaidhkabja #Basundhara3 #Landrelatedvideo

Пікірлер: 134
@abdulsukkur-yw9dj
@abdulsukkur-yw9dj 4 күн бұрын
Real anitiative
@pabinsarma2989
@pabinsarma2989 12 сағат бұрын
ধন্যবাদ জনালো
@jagneswarpathak4606
@jagneswarpathak4606 10 күн бұрын
Dear sir it is a good announces for people thanks
@bolingoswami6490
@bolingoswami6490 8 ай бұрын
দুষ্ট চক্ৰই মণ্ডলৰ লগত এক হৈ অবৈধ ভাৱে চিটা বহীত নামজাৰি কৰি, মূল মালিকৰ নাম নাইকিয়া কৰি দিয়া, মোৰ এক ডাঙৰ সমস্যা হৈ আছে।
@ajitsvlogs3191
@ajitsvlogs3191 6 ай бұрын
High court t mandal aru dalal logote sign kora officer r uporot case korok
@sonaborovlog4754
@sonaborovlog4754 3 ай бұрын
Hoi amar oh enekoi problem soli ase ki korile val hobo
@assamblogger658
@assamblogger658 18 күн бұрын
মোর ঘরোর মাতিখিনি দুষ্ট চক্রই নামজারি করিছে কি করিম
@pabinsarma2989
@pabinsarma2989 12 сағат бұрын
Great CM sir
@newvideochannel1992
@newvideochannel1992 5 ай бұрын
Good step CM sir
@user-np8ls9op3i
@user-np8ls9op3i 4 ай бұрын
Dada video Tu bhal lagi,
@nabanitabarman9768
@nabanitabarman9768 7 ай бұрын
Right..
@barbhuiyaabdul78
@barbhuiyaabdul78 6 күн бұрын
Thank you
@user-dv2mi3no3f
@user-dv2mi3no3f Ай бұрын
C M sir congutulation
@SujahussainMazumdar
@SujahussainMazumdar 3 ай бұрын
It is one of the best and tremendous decision and wonderful step of our CM Sir I am also facing the same problem we depend only to our CMSir
@dipentanti5702
@dipentanti5702 7 ай бұрын
Sukoon mila
@devsanhaflongbar6829
@devsanhaflongbar6829 5 ай бұрын
Mondol a poisa khai belegor mati aan karubar namot nmjari kori diye. Amar sokur agot amr 1 bhiga mati krhi nile.ami dukhiya manuh case khelibo poisa nai.birud korile mur deotakok ulta case t fosai diye.
@MOTIVATIONMATRIX-wp9pv
@MOTIVATIONMATRIX-wp9pv 4 ай бұрын
Mondol salay ses kori dile mati khini
@rabiakhatun1093
@rabiakhatun1093 2 ай бұрын
Thank you .
@AmarjitGohain
@AmarjitGohain Ай бұрын
Good
@Sajidchoudhary-dl8bi
@Sajidchoudhary-dl8bi 2 ай бұрын
Good sar
@barbhuiyaabdul78
@barbhuiyaabdul78 6 ай бұрын
Very good decision Thank you
@user-uy3yt5um3r
@user-uy3yt5um3r 5 ай бұрын
Akdom thek kotha koysa.
@jumanahmed6293
@jumanahmed6293 5 ай бұрын
Good😊
@mirandadevi2792
@mirandadevi2792 7 ай бұрын
Sir very good
@AZ-qw5oh
@AZ-qw5oh 5 ай бұрын
good
@dkdeka5376
@dkdeka5376 15 күн бұрын
@ramakantafantastictruesarm5886
@ramakantafantastictruesarm5886 6 ай бұрын
This will be good law for weak pepole and family
@bhadreswardutta729
@bhadreswardutta729 5 ай бұрын
Thanks
@AbulSarkar-zw7js
@AbulSarkar-zw7js 11 күн бұрын
মাটি সঙ্কান্তি সম্পৰ্কে একে খন ঘৰৰ একেটা পৰিয়াল কেন্দ্ৰিক সম্পত্তি তেওঁ লোকৰ ওপৰি পুৰুষে সমিল মিলে ভাগ কৰি ভোগ কৰি আহিছে। আনকি একে পৰিয়ালৰ মানুহ বুলি তেওঁ লোকে ঘৰুৱা চুক্তি পত্ৰ মৰ্মে যুগ যুগ পাৰ হৈ গৈছে, অৰ্থাৎ আতাৰ দিন, তেওঁৰ পুত্ৰৰ দিন অতিবাহিত হোৱাৰ পাছত বৰ্তমান নন্ ৰেজিষ্টাৰ এগ্ৰিমেন্ট নাতিৰ দিনত নমনা হ'লে তাৰে সমাধান সূত্ৰ এটা পাৰিলে প্ৰকাশ কৰিলে আমি শিকিব আৰু অলপমান বুজিবলৈ যত্ন কৰিম।
@HaidarAli-kt4kg
@HaidarAli-kt4kg 8 ай бұрын
Aponar chinta chorsa to khub val
@riturajphukan5069
@riturajphukan5069 5 ай бұрын
Akdom hosa kotha koise.amar case atta tankua hoi asa
@narayanbiswas6012
@narayanbiswas6012 4 ай бұрын
Right comments Dada and. Five .bai .hey. Four .bai. Namjari ..deta .hey. .one. Bai. Nehi. .deta. Hey. Keyse ..huga. .namjari ..
@user-vu8yj4gi6e
@user-vu8yj4gi6e 5 ай бұрын
Bout bhal Kotha vabesay Dada Amar auto problam
@monirahman6588
@monirahman6588 5 ай бұрын
Bhut Val kotha sinta krise.amaru mati bur aboidh vabe dhokl kri Amar mukhor pra kahri loise .Amar panit hah nsra abostha kri pelaise.amar maydi pottar mati hoi.amak homont bishoy sarma sir amak help kri dib lage.sir k Ami kator anurodh jonaisu.
@tamulpur5102
@tamulpur5102 5 ай бұрын
🎉🎉🎉
@barnalideka2260
@barnalideka2260 5 ай бұрын
মোৰ পাপাৰ মাটি খেতি পথাৰৰ পৰা ঘৰলৈ লৈ কে আলি কাতি নিজৰ কৰি লৈছে মই নিজ চকুৰে দেখা পাই মই পাপাক সুধিলো আলি কাৰ আমাৰ বুলি আকৌ এদিন আলি কাতি থকা পাপাই দেখিছিল আৰু প্ৰথম তেওঁলোক আহোতে তেওঁলোকে মাটি লৈ বহি আছিল তেতিয়া কিয় postor সূতা কিয় দিয়া নাই।আমি আহিয়েই লগে লগে মাটি কিনি postor সূতা মাটিৰ মালিকে বহৱাই দিয়া হয় মই চাই আছিলোঁ আৰু সেই postor সূতাৰ লাইন লৈ জিয়া ও বাহ গছ ৰুইছিল আৰু পথাৰৰ পৰা ঘৰলৈকে আলি কেনেকৈ তেওঁলোকৰ হ'ব পাৰে আপোনালোকে আহি মাটি জোখ লৈ দিয়ক এয়ে মোৰ কামনা ধন্যবাদ
@user-mv2lq9pp9r
@user-mv2lq9pp9r 12 күн бұрын
আজিৰ পৰা বহু বছৰ আগৰ মানুহে মাটি কিনিনিলে তাৰ যে কিবা কাগজ পত্ৰ লাগে সেইটো নাভাবিছিল,বিশ্বাসতেই সকলো খিনি কৰি লৈছিল । বিক্ৰেতাই মাটি বিক্ৰী কৰি সেই সময়ৰ দামত তাৰ মুল্য লৈছে কিন্তু কোনো কাগজ পত্ৰ কৰা তেনে ক্ষেত্ৰত কি হব ? মই জনাত আগৰ দিনত তেনেকুৱা ধৰণে মাটিৰ বেচা কিনা বহত চলিছিল ।
@user-jh1qe9bk9y
@user-jh1qe9bk9y 5 ай бұрын
আজি মই ৩৪ বছৰ ধৰি হাৰাশাস্তি হৈ আছো
@user-oi5oc2pg5c
@user-oi5oc2pg5c Ай бұрын
Hoi diok amaro ase
@assamblogger658
@assamblogger658 Ай бұрын
দাদা মোর ঘরোর মাটি খিনি অবৈধ ভাবে নামজারি করিছে
@dwipendrachandrasingha3527
@dwipendrachandrasingha3527 Ай бұрын
আমাৰ দিনৰ মাটি বৰদেউতাৰ পৰা ১৯৬৫ চন মানত কিনিছিল কিন্তুু দলিল খন হেৰাইছে আমি সেই সময়ৰ নথিপএ কাৰযালয়ত পামনে খাজনা দিয়া ৰচিদ পএহে আছে । বৰ্তমান আগৰ পুৰূষ সকল জীৱিত নাই ।
@sidikshamoiasomiya4256
@sidikshamoiasomiya4256 Ай бұрын
মহাপ্ৰেছত পাব
@ZakirHussain-vm8vm
@ZakirHussain-vm8vm 6 ай бұрын
Duniya kotha koise apuni
@kasomarinepaligaonpt-iiida2333
@kasomarinepaligaonpt-iiida2333 5 ай бұрын
মোৰ মাটি 2004 চনত কিনা্ হৈছিল গাঁৱলীয়া দলিল আছে দেশৰে এতিয়া মোৰ সামী2017 চনত ঢোকোৱাৰ পিছত বহুতো অত্যাচাৰ কৰি আছে খেলিবৰ বাবে মোৰ দুজনী ছোৱালী আছে ল'ৰা নাই । মোৰ ফালে এতিয়া কোনোৱে নাই তাৰ আপোনাৰ লোকে যদি অলপসহায় কৰিলে হেঁতেন বহুতো ভাল হলহেতেন ধন্যবাদ।
@Ishantdas88
@Ishantdas88 4 күн бұрын
Apunar ghr kt
@barnalideka2260
@barnalideka2260 5 ай бұрын
মোৰ পাপা এম ই স্কুলৰ হেড মাষ্টাৰ সেইবাবে কাৰো লগত কাজিয়া নকৰে বহুত বেয়া পায় আৰু পাৰিলে কাৰোবাক সহায় কৰে। মোৰ নিজৰ মানুহ বোৰে ও জানে আমাৰ মাটি কথা। সেইবাবে আমাৰ দুয়োজনক মাটি নিয়ম বোৰ দেখুৱাই থৈ যায়।
@salilkarmakar6283
@salilkarmakar6283 6 ай бұрын
Tea garden land and dakhal land no any record why this metar solved
@Keshabbhai00
@Keshabbhai00 21 күн бұрын
Dada deed registration r karone ki ki documents lage please kobo nki ??? Ngdrs t appointment lobole hole
@PrasantaDas-vf8il
@PrasantaDas-vf8il 5 ай бұрын
❤lNamjari kara nai Kari lakk, Matir Dalal aaru mati lovi loke bahot anista Kari aase,
@user-yu5ww3ks3p
@user-yu5ww3ks3p 6 ай бұрын
Sir amar atar mati medi kintu dokhlo korise ajir pora 40bosor dori . Amar atai kes korisil kesot jikil . Ata morar pisot akou atiya dokhal korise atiya ki korim please jonabo ami mati gurai pam ne.😢😢
@barnalideka2260
@barnalideka2260 5 ай бұрын
আমি ইয়ালৈ আহোঁতে মাটিৰ দাম কম আছিল তেতিয়া চৰকাৰ নাছিল
@gckoch759
@gckoch759 Ай бұрын
আমাৰো মাটি বহুত খিনি মিয়াই অবৈধ ভাবে নামাজাৰি কৰিছে
@barnalideka2260
@barnalideka2260 5 ай бұрын
মোৰ পাপাৰ এজন বন্ধু মাটিৰ মহৰী প্ৰফুল্ল হাজৰিকাই সুধিলে আপুনি কিয় কিনিছে। এসময়ত চৰকাৰ হ'ব ল'ৰা ছোৱালী হালৰ অসুবিধা হ'ব পাৰে সেইবাবে কিনি লৈছোঁ মই কাৰো দখলত বহি নাথাকো তেতিয়া মাটিৰ দাম আছিল।
@uncommon6809
@uncommon6809 8 ай бұрын
Amar Mati o raije dokhol korise tare case soli ase Amar poriyal to Loi etu Vall khbr
@lobanlakwah9567
@lobanlakwah9567 5 ай бұрын
2:16
@KanakMandal-nl4sm
@KanakMandal-nl4sm 2 ай бұрын
Cm sir k log korib lage immediate
@gabhorumeliyaujanimajuli5740
@gabhorumeliyaujanimajuli5740 6 ай бұрын
ছাৰ আমাৰ 5বিঘা একচনা মাটি চৰকাৰী মাটি বুলি ম‌্‌নদলে আনক দিব বিছাৰিছে আৰু আমাৰ পৰিয়ালৰ মানসিক ভাৱে বহুত বেছি আঘাত দিছে
@princeavis.j8610
@princeavis.j8610 8 күн бұрын
Sir amar mati kina prai 70 ba 80 bosor hoi gol atiya hihote amar uporot pulish cash dise atiya hihotok mati khini lage ami name jari kora nasilo amar hatot mati kinite kora dolin akhon ase sir atiya ki korile vll hob please kiba ata upai diya 🙏🙏🙏🙏
@rkalita9258
@rkalita9258 3 ай бұрын
আইনীমতে ১০০ টকা বা তাতকৈ বেছি পৰিমাণৰ সম্পত্তি যদি হয় ,তেতিয়া পঞ্জীয়ন কৰাটো বাঞ্চনীয় ।
@LoveAssam28
@LoveAssam28 4 ай бұрын
Amar logot hoise
@DipikaDas-rn1vo
@DipikaDas-rn1vo 3 ай бұрын
আৰু ভাৰাত দিয়াই মোৰ পৰা লুটি নিলে। এই চালি দিয়া ঘৰ ভিতৰত টো টকা আৰু বাহিৰ প্ৰাশতাৰ নাই । আৰু সেই চালি খনৰ খৰচ ভাৰাত দিয়াই ঠিকাদাৰ দৰে 4.59709হিচাপ দিয়ে। আৰু 4বছৰ 7মা থাকি ভাৰাত দিয়াই মালিকক লাইন পাতিব দিছিল পিছত কয় লাইন পাত চিলিনদাৰ নি তেতিয়া মই বৰ দুখ অনুভৱ কৰিছিলোঁ। আৰু 4বছৰ 7মাহে700ভাৰা দিয়ে আৰু 5000কৌ কথন কৰিছিল। মই ভাৰাত দিয়াক জনাবলৈ কলো মোক বেয়াকৈ কোৱা বাবে তাৰ পিছত উলটি মই মোৰ হাজ মেনৰ licৰ পৰা 165000টকা দিলো আৰু। টকা পাই দোকানখন ভাঙি দজা্ খিৰিকিৰ গ্ৰীল ্আৰু। পাৰ্টি চন ্এলদপ খিলিপবজা কেইটা লো যায়। আৰু ছিলিঙখন ভাঙি জায় আৰু সিহঁতৰ কৰ্ম চাৰি 16জন আহি লোই গ'ল আৰু মই ৰাতি অকলে থকাৰ সুযোগ লৈ মোৰ কিটচেনৰ ৰুমৰ ৰজা গিৰি ভাঙি যায়2021জৰ18জুলাই কথা আৰু পিছদিনাই ৰাতি মালিক কৰ্ম চাৰি আহি মোৰ ওপৰত অত্যাচাৰ চলাই মোক অছেতন কৰি সুবা মই ফেচবুকত দেখা পাও ই ৰিশচাত আমাৰ সম্মুখীন মানুহ আৰু মোৰ দেহৰ ওপৰত অত্যাচাৰ চলাইছিল ৰঞ্জিত গেছ এজেণ্টচি মালিক কৌশিক আৰু কৰুনাই আৰু এটা কথা লাইনৰ বিল নিদিয়াকৈ গৈছিল মই বিল বুজিব জানতে মোক মালিক কৰুনাই বিধবা তিৰোতাক বাঘৰ লাভবান বা লৈ মাৰিব আহিছিল ম ই ভয় খলা নাই মই তাত আছো আৰু অলপৰ কাৰণে মোৰ গাত পৰা নাছিল সিহঁতৰ কৰ্ম চাৰি মালিকক ধৰি ৰাখিলে4500টকা মই দিলো। আৰু মোৰ ঘৰত অত্যাচাৰ ধষণ বলাতকাৰৰ কৰিছে কিন্তু ম ই কিমান এজাৰ দিছো বৰপেটা ৰোড থানাৰ কিন্তু আজিলৈ মই নিয়াই নেপালো মই সুধিব বিছাৰিছো মে আমাৰ কাৰণে প্ৰকাসন নাই নেকি । মোৰ বেংকৰ পাচবুকৰ পাছ ফোট ফটো আৰু ছেকবুকৰ 50পাটৰ কেইটামান পাইছো আৰু ম ই গৈ বেঙকট জমা দিলো আৰু ম ই মোৰ নিজৰ বেডৰুমত শুৰক্ষা নহয় বিজেপিৰ হো কামত জানো কিন্তু চৰকাৰে একো নকৰিলে। লিখিব লগা হল কাৰণ মোৰ উপায় নাই মোৰ ঘৰৰ টিন পাত খুলি দিছে মেইন দজা কাটিছে মদুলাল কিঠছেন বনতে চুৰি কৰে মোৰ গডেজৰ পৰা ধাৰাবাহিক মাটিৰ কাগজ খাজনাৰ ৰচিত চুৰি কৰিছিল চৰকাৰে মোৰ উপায় দিয়ক।
@bipulchandrabrahma4674
@bipulchandrabrahma4674 6 ай бұрын
Sir bondhak mati kina boli koy poysa nolay mati ghoray nidiye
@HafizurRahman-kx3ru
@HafizurRahman-kx3ru 8 ай бұрын
sir kini lowa mati dag no patta no bul kori dise aru 2 ta khondor mati 1 ta dolil kori dise 1 ata khondor dag no patta no bul kori dise heitu kenekoi namot nibo kini lowa mati khini
@MohidulIslam-ko2wn
@MohidulIslam-ko2wn 4 ай бұрын
এই আইনটে আহিলে ভাল হব
@colorfuldreams2703
@colorfuldreams2703 5 ай бұрын
Aapunar number tu diyak no bohut problem face kori aasu aami
@MHislamicNaat8424
@MHislamicNaat8424 5 ай бұрын
Sir Aponi je aponar monor kotha khini kole akdom thikei koise aponi Ane kuwa amar bhut kei bigha mati ase ami 30Bosor man agot kini loisu amar hatot shdharon hatere likha prup ba dalil ase atiya ami ki korim 😢😢
@bipulchandrabrahma4674
@bipulchandrabrahma4674 6 ай бұрын
30 basor par hy gol
@sadhanasultanajehirblogs4600
@sadhanasultanajehirblogs4600 8 ай бұрын
Best of the Best Respected CM of Assam Dr Himanta Biswa Sarma Sir. Khube bhal kotha koise sir. Mur Baba nsmar mati Guwahati Baba namar DC Record nam tu naikiya kari disil. Mur tat thoka orginel dacument uparat Panbazar Sadar thana case diya hoy.Pisat CID taloi case aahil aru carsit dise court case tril sali aase. Sub register logale officer kerani ketaman dalal aey criminel cese aasami parise . Eifale DISPUR SDC Tankeswer Das aru mandal Mahesh kalita mili akekhini mati 2011 beleg namat Namjari kari patta bonai disil . Moy hulus tul karat aey dalal bur aru DC Metro Orginel Baba Dalil record nam khalai dile. Moy CM Sirk gutei kotha jonaisu. Morigson mur ma namar matiu ake dalal parti aru gharr manuh mili bikri kari dise. Moy guwahati pora goi goi morigaon mikirbheta SDC office case karilu nam kotalu pisat guwahati thoka khubidha loi ako nsm jari kari loi. Pisat 2021 Morigaon Court Criminel Case karu. Court pora MIkirveta PS gol. Moy kharbar loi gom pau Case copy naikiya kari dise. Pisat CM Sir DGP sir k jonalu. Atiya Januwari 2024 SIT tim gutei District hob buli CM sir koise . Khube bhal hob. UP Respected CM Yogi Maharaj Bhumafiya actions kora dare Akhamtu hole bhal hob. Mur Baba Ma mati udhar kasto khini aapunak share karilu. Beya napab dada.
@dipakdasmusic3998
@dipakdasmusic3998 8 ай бұрын
Avontito mati kinibo pari ne? ne kiba prlm ase
@Axomiyapariyal123
@Axomiyapariyal123 7 ай бұрын
Dada mor ata question r uttar dib buli axa korilu, mor deoutai ajir pora 40 basar aagote ata eksoniya mati kinisil, register dolin ase, daxol o ase mission basundhara t apply korisilu, but reject hol kole j tini bosar aagor porai ghar thakib lagib tetia he gharor babe pam,ghar nai jadio gharar bheti r babe mati puta ase, land policy 2019 t mention ase neki j gharar babe pabo lagile tini bosar agor pirai ghar thakib lagib, CO kole land policy t mention thoka buli
@ajaytalukdar5276
@ajaytalukdar5276 6 ай бұрын
Mandal r karane sadharan manuhe besides bhay karar karane mandal office t jabo bhay kare
@user-wc9bp9qe6v
@user-wc9bp9qe6v 6 ай бұрын
ছাৰ মই এজন খেতিযক মোৰপৰা এক বিঘা মাটি কাৰি লইছে খেতিমাটি মাটিতো কামাইখা মহলৰ ছাৰ
@mujibuddin6674
@mujibuddin6674 5 ай бұрын
Amar. Maitkaica
@RingumDoley-om7nh
@RingumDoley-om7nh Ай бұрын
Aeitu ki koribo Dak no pota no nidile
@manikchandradutta3667
@manikchandradutta3667 27 күн бұрын
Pahale circle office ka staff ke upar shakt karyai kore Karan mati samandhit Jo jamela iskaa Mul Karan circle office ka Mandal inlok paise lekar asli malik ka Mati dusra ke naam par kar deta hai
@user-np8ls9op3i
@user-np8ls9op3i 4 ай бұрын
Dada mur mati 2 bigha ase, kintu 1 bigha he palu, mur koka deuta 35 bosoror agote 1hejar tokat ajon manuhok bondhokot disil kint aku proman potro nothokar karone , hai manujon mur pora 30,000 hejar toka lou muk 1 bigha mati dile, Gaun bura k kole moi najanu buli koi, moi atia dada ki koribo lagibo, apuni muk Idea diyok na,,
@prafullagogoi4094
@prafullagogoi4094 3 ай бұрын
Amr mati khine tenkuwa hoi asa, koka deuter hats agta 40 50 board agta kini lua mati kint2 kagaj pota aku nai, attack he mati khini belgr pra ahe usrat mati kinila kin2 amr mati khine tekhata namt patta hoi gl, ami tekhatak amr mati apuner namt asa bli kla tekhaketa manti nhoi, attack ami ki krung upai puwa nai.
@DipikaDas-rn1vo
@DipikaDas-rn1vo 3 ай бұрын
ছাৰ আমাৰ মাটি শালসলি হোছিল 2014 ত তাৰ পিছত মোৰ হাজমেন শ্ৰোক হো মোৰ হাজ মেন ধুকায়। আৰু আমাৰ নাম জাৰি আছে। আৰু
@AliAhmed-nl4pl
@AliAhmed-nl4pl 5 ай бұрын
ককা আইতা ( দাদাৰ) নামৰ মাটি বেলেগে অংহিদার হিচাপে খাই আছে এতিয়া দাদাৰ নাতি নাতিনিৰ নামত আনিব পৰিম নে নাই জনাব ....
@mnjriborahdmri8455
@mnjriborahdmri8455 8 ай бұрын
sir ami mati lua 35-40 bosor man hol. namjari huanai. dolil kora nai. okol besa kinar likha akhon ase.
@rkalita9258
@rkalita9258 3 ай бұрын
আইনীভাৱে নথি পত্ৰ থকাটো অতিকৈ বাঞ্চনীয়।
@CIB143
@CIB143 Ай бұрын
Mollah
@Msherpa3806
@Msherpa3806 7 ай бұрын
Mati jukiboloi mandal Lok kenoka application dibo lage sir alop idea share karok
@sidikshamoiasomiya4256
@sidikshamoiasomiya4256 7 ай бұрын
Dimercation
@mustafizurrahman8310
@mustafizurrahman8310 2 ай бұрын
21 year dhori belege dokhol kori ase ,
@safiqulislam1742
@safiqulislam1742 8 ай бұрын
দাদা আমাৰ মাটিৰ 1934চনৰ কাগছ আছে খেৰাজী পট্টা পিছত একছনা পট্টা আছে তাৰ পিছত হলকি ককাৰ দিনত একচনা কাটি গ'ল এতিয়া আছে তৌজি চিলিং মাটি বছুনদৰাত নহ'ল এতিয়া আমি কি কৰিম জনাব আমাক
@bipulkashyap3671
@bipulkashyap3671 6 ай бұрын
Aita bangladeshot jaba lagbo
@user-bd4kb6cn8w
@user-bd4kb6cn8w 5 ай бұрын
Sir moi Rajmoni sinha mor dawtai 6o Basor agor kotha ekhon mati mini silchar kintu eku kagos kora nai mukor pora kinisil tate puskorani bonaisil tar pasat 30 basar pasat ami tate gor korilu tatiyar kunu malik etiya loiky kunu malik ohanai namjarit ami atiya dokhol kari hisbat bohisu atiya namjarit thoka malikorr kunu lag napaw atiya ami kanakoi satment kanakoi namjari korim,
@sidikshamoiasomiya4256
@sidikshamoiasomiya4256 5 ай бұрын
কি মাটি
@Sbtaher
@Sbtaher Ай бұрын
বেয়াদখল কারি কব পারে যে ময় 10 বছর আগত কিনে নিয়েছে কিন্তু আমি দলিল করা নাই
@aslamsiddiqui1145
@aslamsiddiqui1145 7 ай бұрын
Mama thakile yei sab saliye thakib😂😂
@safianalom664
@safianalom664 7 ай бұрын
Mur mati tu sorkai moi online arisu2022 lastot kintu moi sale poseod taka buli dekai ki korim olp koi dibo plz🙏🙏
@alimulhaque2465
@alimulhaque2465 5 ай бұрын
50 today mati Jodi kinise mati khini this kio kori nolole
@RingumDoley-om7nh
@RingumDoley-om7nh Ай бұрын
Mati kina 10 years hol
@jatinkalita6619
@jatinkalita6619 5 ай бұрын
Mo mate dakhal kare asa
@sanjibnath3135
@sanjibnath3135 8 ай бұрын
Sewasetu apply korilu aji 6month hol ki korim etia pending hoi ache ,Pattar pora nam korton achil
@sidikshamoiasomiya4256
@sidikshamoiasomiya4256 8 ай бұрын
আপোনাৰ আপত্তি থাকিলে, অভিযোগ কৰিব পাৰে।
@sanjibnath3135
@sanjibnath3135 8 ай бұрын
@@sidikshamoiasomiya4256service tu pending hoi thakibo neki dada
@sofiqulislam189
@sofiqulislam189 8 ай бұрын
মোৰ আইএ 33বছৰ আগত মাটি কিনি ছিল কিন্তু 2বছৰ চিঠা নামজাৰি লয়ছও কিন্তু সিয়হতে এতিয়া কৰ্তন কৰাৰ বাবে এজাহাৰ দিছে এতিয়া কৰ্তন কৰিব বুলি কয় আছে office ৰ পৰা এতিয়া কিয় হ'ব জনাবোচুন
@sofiqulislam189
@sofiqulislam189 8 ай бұрын
sorry আইএ নহয় আইতি
@sidikshamoiasomiya4256
@sidikshamoiasomiya4256 8 ай бұрын
পৰবৰ্তী ভিডিওত
@anisuzzaman9365
@anisuzzaman9365 10 күн бұрын
Mur olop mati dokhol kori loise
@pranabjyotikashyap6238
@pranabjyotikashyap6238 Ай бұрын
ঐ শুন মাটিৰ দালাল চক্ৰৰ লগত জড়িত নহবি দেই উল্টা পুল্টা lecture নামাৰিবি । তই যে এটা দালাল তোৰ কথাৰ পৰাই গম পোৱা গৈছে ।
@pampyssweetmemoriesvlog9466
@pampyssweetmemoriesvlog9466 6 ай бұрын
We want justice 🎉
@binamozumdar7024
@binamozumdar7024 8 ай бұрын
My age 60years moi tumak ata kotha sudiboo bisaroo help kariba nay ghar kot
@sidikshamoiasomiya4256
@sidikshamoiasomiya4256 8 ай бұрын
Kamrup
@dipentanti5702
@dipentanti5702 7 ай бұрын
Kouk
@nabakantapegu8252
@nabakantapegu8252 5 ай бұрын
boriya.komen
@prasantabhatta3428
@prasantabhatta3428 5 ай бұрын
Amiu tene somoshyat bhugi asu. Mur father e mur gand father or pora moukhik bhabe mati kinishil 9000/- Rs t. Kintu father or baki kokai Bhai sokole tat teulikor namjari koriboloi ba jobordost dokhol koriboloi oposesta kori amak court t move koriboloi badhya korise. Secondly ajon manuhor pora bhumi kinile sadharon uka kagojot . Amar dokholu ase. Kintu original malike atiya odhik tokar bisarise. Namjari koribor babe subidha kori Diya nai. Amar sorkari dolil huwa nai uka kagojot dolil ase.
@BibekDebnath-eb1ge
@BibekDebnath-eb1ge 8 ай бұрын
Apunar nombur tu dibo na
@MoyseraliSk
@MoyseraliSk 7 ай бұрын
Dada bortoman mati register kori loga log dollil lobo parim
@sidikshamoiasomiya4256
@sidikshamoiasomiya4256 7 ай бұрын
এদিনতে
@pinkmonichutia1804
@pinkmonichutia1804 8 ай бұрын
Apuni bohut durdorkhi sinta dharare
@pranasom
@pranasom 5 ай бұрын
ph no diyok apunar
@mnath_24
@mnath_24 3 ай бұрын
Dada apunar contact number to Pam neki?
@EanurRahman-jy4iq
@EanurRahman-jy4iq 7 ай бұрын
A̤s̤s̤a̤m̤ c̤m̤ z̤i̤n̤d̤a̤b̤a̤d̤
@EanurRahman-jy4iq
@EanurRahman-jy4iq 6 ай бұрын
H̤o̤y̤ s̤a̤r̤ a̤i̤t̤o̤a̤t̤a̤ d̤a̤n̤g̤o̤r̤ p̤o̤d̤o̤k̤h̤a̤p̤
Они так быстро убрались!
01:00
Аришнев
Рет қаралды 2,9 МЛН
Они так быстро убрались!
01:00
Аришнев
Рет қаралды 2,9 МЛН