Пікірлер
@dhrubajyotikakoti6137
@dhrubajyotikakoti6137 12 сағат бұрын
বৰ সুন্দৰ গীত দিলিপ দা আপোনাৰ পৰা আৰু আশা কৰিলো ।।
@KrishnaDulal-iu9sm
@KrishnaDulal-iu9sm 8 күн бұрын
গীতৰ কথা, সুৰ আৰু সংগীতৰ লগতে কন্ঠশিল্পী প্ৰণতি বাইদেউৰ শলাগ ল'লো
@KrishnaDulal-iu9sm
@KrishnaDulal-iu9sm 8 күн бұрын
অপূৰ্ব গীতৰ কথা, সুৰ আৰু সংগীত !
@ratnamaru1977
@ratnamaru1977 8 күн бұрын
কণ্ঠটো শুনিলে জয়ন্ত হাজৰিকালে মনত পৰে। অপূৰ্ব
@MahadevNath-hk4dx
@MahadevNath-hk4dx 13 күн бұрын
মন ভৰি গ'ল ।
@MahadevNath-hk4dx
@MahadevNath-hk4dx 13 күн бұрын
গীতটি শুনি এৰি অহা দিনবোৰ ওভতাই পোৱা যেন লাগিল ।
@parikshitkakati8890
@parikshitkakati8890 14 күн бұрын
❤❤❤❤❤
@kalpanabarkataki5755
@kalpanabarkataki5755 16 күн бұрын
অতি ভাল লগা গীত এটি পুনৰ শুনিবলৈ পায় খুবেই ভাল লাগিল।
@SonmaiKhaklari
@SonmaiKhaklari 26 күн бұрын
Very good song
@SuranjanaGoswami361
@SuranjanaGoswami361 27 күн бұрын
Bhahut dinor murot gantu suniboloi pai bor bhal lagil
@dipankarsharma2528
@dipankarsharma2528 28 күн бұрын
Bibhu da was Peerless
@Melodia6625
@Melodia6625 28 күн бұрын
বহু দিনৰ মূৰত শুনিলো। খুব সুন্দৰ।
@lakhijan2366
@lakhijan2366 Ай бұрын
Beautiful ❤
@MrinalSarmah-x3s
@MrinalSarmah-x3s Ай бұрын
Val lagil.❤❤❤.pori baideur jilimili luitor panite beli poru poru porate gantu hunibo pale bahut hukhi hom.❤❤❤
@AlimponChoudhury
@AlimponChoudhury Ай бұрын
❤❤❤❤❤❤
@akhilgoswami1140
@akhilgoswami1140 Ай бұрын
Very very nice song for me. ..
@amarkalita2735
@amarkalita2735 Ай бұрын
এই জীপাল গীতটোয়ে মনটোক শান্ত কৰি দিলে ।
@rinkudutta7957
@rinkudutta7957 Ай бұрын
বৰ ভাল লগা গীত
@dipankarsharma2528
@dipankarsharma2528 Ай бұрын
Bibhu da was a legendary singer of Assam. Great.
@nayanbharadwaz2920
@nayanbharadwaz2920 Ай бұрын
Tamasa atori jai gan tu dibo runumi thakur
@nayanbharadwaz2920
@nayanbharadwaz2920 Ай бұрын
Nice
@kalpanahazarika311
@kalpanahazarika311 Ай бұрын
সুন্দৰ কন্ঠৰে গীতটি আৱেগিক কৰি টুলিলে ৷
@parinitaandriyakshi7508
@parinitaandriyakshi7508 2 ай бұрын
গানটোৰ সৈতে মোৰ জীৱনটো একেই। গীতিমালিকালৈ মনত পৰে। প্ৰিয়গীত
@bijumonipathak5749
@bijumonipathak5749 2 ай бұрын
শৈশৱৰে প্ৰিয় গীত! নষ্টালজিক হৈ পৰিলো
@nagenchandragohain6809
@nagenchandragohain6809 2 ай бұрын
গীত টোৱে এটা আৱেগিক পৰিবেশ আনি দিয়ে বাবেই বাৰে বাৰে শুনো।
@keshabanandamahanta6414
@keshabanandamahanta6414 2 ай бұрын
অতি মনপৰশা চিৰসেউজ গীত টি শুনি বৰ ভাল লাগিল, আমাৰ আন্তৰিক শ্ৰদ্ধাৰে প্ৰণিপাত জনালোঁ।
@lipikabhuyan6979
@lipikabhuyan6979 2 ай бұрын
প্ৰিয় গীত
@bhadrakantadas6101
@bhadrakantadas6101 2 ай бұрын
সচাকৈ লুইতৰ দৰে আপুনাৰ কন্ঠ বৈ গৈছে, বৈ থাকিব।
@pradipkalita6580
@pradipkalita6580 2 ай бұрын
জিতেন ডেকাৰ গীত শুনিলে, জয়ন্ত হাজৰিকাৰ গীত শুনা যেন লাগে। আচৰিত:
@pradipkalita6580
@pradipkalita6580 2 ай бұрын
হৃদয় চুই যোৱা গীত ।
@kabitadebi1212
@kabitadebi1212 2 ай бұрын
👏👏👏👌💞
@minotiborah8972
@minotiborah8972 2 ай бұрын
Nice
@shilpidonnadaschakraborty435
@shilpidonnadaschakraborty435 2 ай бұрын
❤❤❤❤❤
@pradiphazarika909
@pradiphazarika909 2 ай бұрын
My favourite song
@jyotimalabordoloi8745
@jyotimalabordoloi8745 2 ай бұрын
বৰ ভাল লাগিল
@pranabgogoi6283
@pranabgogoi6283 2 ай бұрын
Deh mon hihorito hoi jai xuni.
@ajitsonowal920
@ajitsonowal920 2 ай бұрын
Want to listen another song " Bonanir konhe konhe dekha paon cohabitation tomar......." from your you tube. I forgot the name of the female singer.
@poetry_pulse2705
@poetry_pulse2705 2 ай бұрын
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী ❤❤❤
@bipulgohain2637
@bipulgohain2637 2 ай бұрын
দৈন্দিন জীৱনৰ সংঘাত সমূহক জীৱন্ত ৰূপত দঙি ধৰা এনে সুন্দৰ কথা আৰু সুৰ সংযোজন হোৱা ভৃপেনদাৰ কন্ঠৰ এই গানটো অসমীয়া সংগীতত একক তথা সুকীয়া স্থান সদায় থাকিব।
@shilpidonnadaschakraborty435
@shilpidonnadaschakraborty435 2 ай бұрын
Pishi anek din por tomar voice sonar sujok pelaam... 😊
@kaushikdas9800
@kaushikdas9800 2 ай бұрын
Pishi ❤
@bhupeshchnath8713
@bhupeshchnath8713 2 ай бұрын
সৰুতে শুনি শুনি ডাঙৰ হোৱা মধুৰ গীত, আকৌ ঘূৰি যাব মন যায় সেই বোৰ দিনলৈ ❤❤ 🙏গিতিমালিকা🙏❤️❤️
@ankur1966
@ankur1966 2 ай бұрын
কীৰ্তি কমল ভূঞা দেৱক আমি ককাইদেউ বুলি মাতিছিলো। তেখেত এগৰাকী উচ্চ খাপৰ গীতিকাৰ আৰু লিখক আছিল।
@jagannathdas484
@jagannathdas484 2 ай бұрын
এয়া হিয়াৰ আমঠু
@abulkalamazad6855
@abulkalamazad6855 2 ай бұрын
পুৰণি অসমীয়া বোলছবিৰ এই গানটো বহুত বিছাৰি পাই খুব ভাল লাগিল।
@muninoza4944
@muninoza4944 2 ай бұрын
এখেতৰেই আকৌ আহিবা নিমন্ত্ৰণি লৈ পলাশৰো ৰং হৈ বুলি এটা গান আছিলে পাৰিলে শুনাবচোন।
@binapaninath8148
@binapaninath8148 2 ай бұрын
অৰ্চনা বাইদেউৰ সকলো গানেই মোৰ প্ৰিয়
@AtulChandargogoi
@AtulChandargogoi 3 ай бұрын
Gitty orginel nohoi
@himangshubaishya15
@himangshubaishya15 Ай бұрын
আপুনি জানো অৰিজিনেল গানটো শুনিছে ?
@mithunpegu5935
@mithunpegu5935 3 ай бұрын
গণ শিল্পী গৰাকীলৈ ধন্যবাদ জনাইছো
@RDstatuscreation2086
@RDstatuscreation2086 3 ай бұрын