মনেৰে মন চুই নেপালোঁ(Monere mon sui nepalu) by Sunil Deb.

  Рет қаралды 909

Lakhiraj Medhi

Lakhiraj Medhi

Күн бұрын

Пікірлер: 2
@MahadevNath-hk4dx
@MahadevNath-hk4dx 13 күн бұрын
গীতটি শুনি এৰি অহা দিনবোৰ ওভতাই পোৱা যেন লাগিল ।
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
গীতটি বিচাৰি পাই অতিশয় সুখ অনুভৱ কৰিছোঁ। বহু বছৰৰ পাছত গীতটি শুনিবলৈ পাই আপ্লুত হলোঁ।মোৰ অতি প্ৰিয় এটি গীত। গীতিকাৰ অমিত সৰকাৰ আৰু সুৰকাৰ তথা দৰদী কন্ঠ শিল্পী সুনীল দেৱ ডাঙৰীয়াৰ চিৰসেউজ গীত। তেখেতৰ বেছিভাগ গীতেই হৃদয়স্পৰ্শী।"নীলা পখী হৈ, দূৰ দূৰণীলৈ মন উৰি উৰি যায়, ক্ষতি কিনো কোৱা ক্ষতি কিনো কোৱা আকাশৰ সুৰে সুৰে সুৰ মিলায়...."পাৰৰ পোহৰ ৰিণিকি নেদেখি, এতিয়া যে বালিচৰ,নাজানো কেতিয়া যোৱা শেষ হব,কেতিয়া পাম গৈ ঘৰ....",তোমালৈ যেতিয়া মনত পৰে, পুৰণি গীতকে গাওঁ, হেৰাই যোৱা সুৰৰ মাজত তোমাক বিচাৰি পাওঁ....","অ,কণমাণি অকণমানি ভন্টি জনী ,তোমাক কি বুলি মাথো,কি নামেৰে মাতো তুমি কোৱা....আদি অসংখ্য চিৰসেউজ গীতেৰে অসমৰ সংগীত জগতত এখন সুকীয়া আসন তেখেতে দখল কৰিবলৈ সক্ষম হৈছে। তেখেতৰ সুৰবোৰত এক সুকীয়া সত্বা বিচাৰি পোৱা যায়।🙏🙏💐
1% vs 100% #beatbox #tiktok
01:10
BeatboxJCOP
Рет қаралды 67 МЛН
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 30 МЛН
Сестра обхитрила!
00:17
Victoria Portfolio
Рет қаралды 958 М.
Paar Hoi Gol
5:03
Pulak Banerjee - Topic
Рет қаралды 8 М.
তোমাৰ বাবেই আছো বাট চাই ...
4:56
anjan deka in studio TS
Рет қаралды 1,1 М.
Ekla Duniya | Sanjoy | Habib Wahid | Muza (Official Music Video)
3:46
04 Arjuna Uddhaba || Chiya Geet
8:33
TARUN AZAD DEKA
Рет қаралды 32 М.
sujanchapagain//top 5 collection song//#sujan chapagain#mrbvlogs
27:51
Sudip official
Рет қаралды 1,3 МЛН
1% vs 100% #beatbox #tiktok
01:10
BeatboxJCOP
Рет қаралды 67 МЛН