Пікірлер
@lakhijan2366
@lakhijan2366 17 сағат бұрын
Sundar Pronam
@dharmamalikaassam3475
@dharmamalikaassam3475 15 сағат бұрын
🙏🏻
@ManoranjanNath-n4f
@ManoranjanNath-n4f 2 күн бұрын
🙏🙏
@AphalPumah
@AphalPumah 6 күн бұрын
APHEL. PUMAH
@DhrubaSarma-op5co
@DhrubaSarma-op5co 25 күн бұрын
ব্ৰহ্ম, বিষ্ণু, মহেশ্বৰ,ৰাম,ৰাম,হৰি,হৰি
@jugaldeka1275
@jugaldeka1275 Ай бұрын
ভাল লাগিল। জয় গুৰু দেৱ দামোদৰ
@dharmamalikaassam3475
@dharmamalikaassam3475 Ай бұрын
ধন্যবাদ
@tinyclick
@tinyclick Ай бұрын
🙏🙏
@tinyclick
@tinyclick Ай бұрын
সুন্দৰ
@biography_n_craft
@biography_n_craft 2 ай бұрын
🙏🏻🙏🏻🙏🏻
@Warflash_ops
@Warflash_ops 3 ай бұрын
🙏🏻
@narenmedhi5686
@narenmedhi5686 3 ай бұрын
জয় বিশ্বকৰ্মা বাবা🙏🙏🙏
@subratasarma123-uj3pw
@subratasarma123-uj3pw 4 ай бұрын
Thaught provoking.
@dharmamalikaassam3475
@dharmamalikaassam3475 4 ай бұрын
Thankyou
@nirensaikia7017
@nirensaikia7017 4 ай бұрын
Very good prayer for it's secular Character.
@SanjayTeron-ld9gg
@SanjayTeron-ld9gg 4 ай бұрын
🙏🙏🙏
@amazingbeauty7735
@amazingbeauty7735 4 ай бұрын
🙏🙏🙏
@dr.biswaranjanpanda1625
@dr.biswaranjanpanda1625 5 ай бұрын
kzbin.infoNQeGuWHyH9I?si=Okn9O-NzzajKALtV
@dr.biswaranjanpanda1625
@dr.biswaranjanpanda1625 5 ай бұрын
kzbin.infoNQeGuWHyH9I?si=Okn9O-NzzajKALtV
@tinyclick
@tinyclick 5 ай бұрын
সুন্দৰ বৰ্ণন 🙏
@Warflash_ops
@Warflash_ops 3 ай бұрын
ধন্যবাদ
@tinyclick
@tinyclick 5 ай бұрын
🙏🙏🙏
@asomiaasom6008
@asomiaasom6008 5 ай бұрын
সুন্দৰ ।অসমত বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰবৰ্তক প্ৰচাৰক মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱে প্ৰথম সত্ৰ স্থাপন কৰিছিল ১৪৬২ শকত পাটবাউসী সত্ৰ ।১৪৬২ শকত স্থাপিত আনুস্থানিক প্ৰথম সত্ৰ পাটবাউসী সত্ৰ ।শংকৰদেৱে গতানুগতিক নামঘৰ সাজি ধৰ্মচৰ্চা কৰি ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিছিল ।মহাপুৰুষ শংকৰদেৰ বিয়োগৰ পিছত শংকৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱে নাৰায়ণদাসৰ পৰামৰ্শত মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱৰ পাটবাউসী সত্ৰৰ আৰ্হিত বৰপেটা থান কীৰ্তনঘৰ সাজিছিল এতিয়া বৰপেটা থান কীৰ্তনঘৰ গুচি বৰপেটা সত্ৰ নাম দিছে ।সত্ৰ গুৰু দেৱ দামোদৰদেৱৰ অবদান ,নামঘৰ থান গুৰু শংকৰদেৱৰ অবদান ,আশ্ৰম গুৰু হৰিদেৱৰ অৱদান ।সাম্প্ৰতিক কালত গুৰু হৰিদেৱৰ আশ্ৰম নামঘৰ আৰু গুৰু শংকৰদেৱৰ থান নামঘৰ সমুহ সত্ৰ বুলি নামকৰণ কৰে ।এতিয়া সত্ৰ আৰু শংকৰ মাধৱ একাকাৰ কৰা হৈছে ।বৰ্তমান সময়ত বৈষ্ণৱ ধৰ্ম আৰু সত্ৰ নামঘৰ সকলো কৃতিত্ব অবদান শংকৰ মাধৱক দিছে অসমীয়াই ।কুৰুৱাবাহী ,আউনীআটী ,গড়মূৰ , দক্ষিণপাট সত্ৰত সত্ৰাধিকাৰ ভকত শিষ্য সকলে গুৰু দেৱ দামোদৰদেৱক গুৰু ত্যাগ কৰি গুৰু শংকৰ মাধৱক নকৈ গুৰু আকোৱালি লৈ গুৰু ভজি আছে ,চাৰি ৰাজ সত্ৰত গুৰু দেৱ দামোদৰদেৱক মানুহ বুলিয়ে গণ্য নকৰে সিঁহতৰ বাবে দেৱ দামোদৰদেৱ নামটো আপদ আবৰ্জনা গুৰু দেৱ দামোদৰদেৱৰ নাম ললে পাপ লাগে আউনীআটী গড়মুৰ দক্ষিণপাত কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ ভকত বৈষ্ণৱৰ ।দামোদৰদেৱৰ আদৰ্শৰ চাৰি ৰাজ সত্ৰই শংকৰ মাধৱক পৰম গুৰু ভজি শংকৰ মাধৱৰ প্ৰচাৰ প্ৰসাৰ কৰি বিশ্ব দৰবাৰত প্ৰতিস্থা কৰিবলৈ উঠিপৰি লাগি অসমৰ পৰা গুৰু দেৱ দামোদৰদেৱৰ নাম যোশ অস্তিত্ব নোহোৱা কৰিবলৈ প্ৰধান সেনাপতিৰ ভূমিকা গ্ৰহণ কৰি আছে ।গতিকে আউনীআটী গড়মূৰ দক্ষিণপাত কুৰুৱাবাহী সত্ৰ দামোদৰীয় ব্ৰহ্মসংহতি সত্ৰ বুলি কৈ লাভ নাই তেওঁলোক শংকৰী পন্থলৈ ৰূপান্তৰ হৈছে শংকৰ মাধৱ গুৰু দজনাকহে জানে ।আউনীআটী সত্ৰৰ উদ্যগত গড়মূৰ দক্ষিণপাত কুৰুৱাবাহী চাৰি ৰাজ সত্ৰই শংকৰ মাধৱক পৰম আৰাধ্য গুৰু ভজি বিশ্বত শংকৰ মাধৱক উজলাবলৈ অসমৰ পৰা গুৰু হৰিদেৱ ,গুৰু দেৱ দামোদৰদেৱ ,গদ্য সাহিত্যৰ জনক কবিৰত্ন ভট্টদেৱ গুৰু সবৰ নাম গন্ধ অস্তিত্ব অবদান অৰিহনা নোহোৱা কৰা মুখ্য ভুমিকা গ্ৰহণ কৰি আছে ।তিনি মুখ্য গুৰু হৰিদেৱ ,গুৰু শংকৰদেৱ ,গুৰু দেৱ দামোদৰদেৱক প্ৰণাম 🙏
@dharmamalikaassam3475
@dharmamalikaassam3475 5 ай бұрын
ধন্যবাদ
@samarendragoswami3288
@samarendragoswami3288 5 ай бұрын
Bahut bhal lagise
@dharmamalikaassam3475
@dharmamalikaassam3475 5 ай бұрын
🙏🏻
@KusumBora-ni7qq
@KusumBora-ni7qq 6 ай бұрын
Val lagil🌹🌹🌹🌹🌹🌹🌹🌹❤❤❤❤❤❤❤🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
@dharmamalikaassam3475
@dharmamalikaassam3475 6 ай бұрын
ধন্যবাদ
@BABITAKUMARI-gd1ps
@BABITAKUMARI-gd1ps 6 ай бұрын
🙏🙏🙏
@Himanta441
@Himanta441 6 ай бұрын
Wrong informations ...Damodardev was one of the disciples of Srimanta Shankardeva similar with Madhabdev , Haridev etc. After death of Srimanta Shankardev damodardev started Brahma Sanghati .
@dharmamalikaassam3475
@dharmamalikaassam3475 6 ай бұрын
নমস্কাৰ, ব্ৰহ্ম সংহতি আৰু পুৰুষ -নিকা সংহতিৰ উপাসনাৰ পাৰ্থক্য আছে। মহাপুৰুষ হৰিদেৱ -দামোদৰদেৱৰ সত্ৰ ব্ৰহ্ম সংহতিৰ । মহাপুৰুষ হৰিদেৱে ১৪৫৩ খ্ৰীষ্টাব্দত বহৰিত আদি সত্ৰ আৰু মহাপুৰুষ দামোদৰদেৱে ১৫৪০খ্ৰীষ্টাব্দত প্ৰথম আনুষ্ঠানিক পাটবাউসী সত্ৰ স্থাপন কৰে। ধন্যবাদ।
@Himanta441
@Himanta441 6 ай бұрын
@@dharmamalikaassam3475 Do not confuse with Damodar of West Bangal with Devo Damodar of Assam . Devo Damodar was the follower and diciple of Srimanta Shankardeva. You are promalgetting wrong informations regarding Devo Damodar founder of Patbaushi sattra.
@Himanta441
@Himanta441 6 ай бұрын
@@dharmamalikaassam3475 পাৰ্থক্য থাকিব পাৰে । একেজুপা আমৰ গুটিৰ পৰা ওলোৱা বেলেগ বেলেগ গছৰ বেলেগ বেলেগ আম খাবলৈ বেলেগ হব পাৰে অলপ । কিন্তু যদি তেতিয়া সোৱাদ বেলেগ হোৱা আম জোপা সেই একেজোৱাৰ গুটিয়েই নহয় বুলি কোৱা হয় তেন্তে সেই কথা অবাঞ্চিত হৈ পৰে । দামোদৰ দেৱ শঙ্কৰদেৱৰ শিষ্য আছিল কিন্তু আপুনি কব বিচৰা নাই শিষ্য আছিল বুলি সেইয়া আপোনাৰ অলপ ভূল হৈছে ।
@GhanshyamHazarika-wu2mt
@GhanshyamHazarika-wu2mt 6 ай бұрын
Madhobdevk guru var pua pisot Ahum raja e SANKARDEV r dhormo k Raj dhormo hisape sikriti Pai kebol madhbdev sestha t damudrdev matro hotrodhikar he daito var pasil aur SANKARDEV agiyat kotha bhagovat ek odhiyaiman likhisil hotrodhikar pra guru keneke hol bujai kole val Pam.
@dharmamalikaassam3475
@dharmamalikaassam3475 6 ай бұрын
Namaskar , Mahapurush Damodardev vaidik bhagawati vaishnav dharmor - Brahma sanghatir Guru ashil . AhomRaja Jayadhwoj Singhoi Brahma sanghatir Damodariya Dharmok Rajdharma hisabe mani loichil aru Dakhinpat etc. Satra sthapna korisil. Dhanyawad.
@sikatiramdas3027
@sikatiramdas3027 6 ай бұрын
Krishna Krishna bap😂
@pankajmishra-bj7ni
@pankajmishra-bj7ni 6 ай бұрын
Xundar hoise sir...
@dharmamalikaassam3475
@dharmamalikaassam3475 6 ай бұрын
ধন্যবাদ
@sibensarma
@sibensarma 6 ай бұрын
সুনদৰভাবে বৰননা কৰাত বুজিবলৈ সহজ হৈছে। আগলৈ নতুনৰ বাবে বাট চাই ৰলো ।
@dharmamalikaassam3475
@dharmamalikaassam3475 6 ай бұрын
ধন্যবাদ
@samarendragoswami3288
@samarendragoswami3288 6 ай бұрын
Barhiya
@dharmamalikaassam3475
@dharmamalikaassam3475 6 ай бұрын
🙏🏻
@dayalsharma
@dayalsharma 6 ай бұрын
জয় গুৰু মহাপুৰুষ শ্ৰী দামোদৰ দেৱ।🙏🙏🙏🙏🙏
@dipanjalimohanta4800
@dipanjalimohanta4800 6 ай бұрын
দামোদৰ দেৱে প্ৰতিষ্ঠা কৰা সত্ৰকেইখনৰ নাম জানিলে উপকৃত হ'ম।অনুগ্ৰহ কৰি জনাবচোন।
@dharmamalikaassam3475
@dharmamalikaassam3475 6 ай бұрын
নমস্কাৰ , সত্ৰসমূহৰ বিষয়ে অনতিপলমে আলোচনা কৰা হ'ব । মতামতৰ বাবে ধন্যবাদ ।
@samarendragoswami3288
@samarendragoswami3288 6 ай бұрын
Bariya
@tinyclick
@tinyclick 7 ай бұрын
Joy Ma Kamakhya 🙏
@manojmedhi8213
@manojmedhi8213 7 ай бұрын
Nice sir
@gnd1382
@gnd1382 7 ай бұрын
দামোদৰ দেৱৰ সত্ৰ বিলাকত প্ৰসংগ কেনেধৰণে অনুষ্ঠিত কৰে। নিশ্চিয় কীৰ্ত্তন আৰু নামঘোষা অনুকৰণ নকৰে। জনাব ছোন?
@dharmamalikaassam3475
@dharmamalikaassam3475 7 ай бұрын
নমস্কাৰ, সত্ৰসমূহৰ প্ৰসঙ্গ সঙ্হতিৰ বিষয়ে ভৱিষ্যতে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ দ্বাৰা নিশ্চয় আলোচনা কৰিম । মতামতৰ বাবে ধন্যবাদ।
@RabindhranathDas
@RabindhranathDas 6 ай бұрын
​@@dharmamalikaassam3475ko bhi😊
@GopalSharma-q5i
@GopalSharma-q5i 7 ай бұрын
❤❤❤❤❤❤apunak.bahut.dhainbad..from.dmj.dist
@samarendragoswami3288
@samarendragoswami3288 7 ай бұрын
উপযুক্ত পদক্ষেপ
@samarendragoswami3288
@samarendragoswami3288 7 ай бұрын
Sundar hoise
@dharmamalikaassam3475
@dharmamalikaassam3475 7 ай бұрын
ধন্যবাদ
@dilipbaishnabmusical5860
@dilipbaishnabmusical5860 7 ай бұрын
আতি সুন্দৰ পদক্ষেপ ভাল লাগিল ❤
@tinyclick
@tinyclick 7 ай бұрын
🙏🙏🙏
@RabindhranathDas
@RabindhranathDas 7 ай бұрын
আপোনাৰ মন্তbyt মই এক মত হব নোৱা ৰিলোঁ! হব
@dharmamalikaassam3475
@dharmamalikaassam3475 7 ай бұрын
হব দিয়ক ।
@anuraggoswami4108
@anuraggoswami4108 7 ай бұрын
Gurue ek kore bhakate bhag kore. Apuni hanmat hbo nalage. Mohapurush srimanta sankar guruei guru haridevok xombordhona man jonai thoi goise. Itihakh nojona asame atia alop besi jona ulabole lole. Sankar guru aru teur hisya crome madhob guru, aru guru damodar tiniu mili haridev guru jonak man jonaisil babei bohori satrak maneri satta buliu hona jai.
@namitasharma1225
@namitasharma1225 7 ай бұрын
সুন্দৰ ব্যাখ্যা।
@tinyclick
@tinyclick 7 ай бұрын
😍😍
@ganeshsarma706
@ganeshsarma706 7 ай бұрын
কামৰূপ ৰাজ্যৰ ধৰ্মপ্ৰচাৰক অসমৰ ধৰ্মপ্ৰচাৰক বুলি সংকুচিত কৰিছে।এও কামৰূপ কমতাপুৰৰ ৰাজগুৰু আছিল।
@dharmamalikaassam3475
@dharmamalikaassam3475 7 ай бұрын
আজিৰ দৃষ্টিৰে অসম নামটো শীৰ্ষত প্ৰয়োগ কৰা হৈছে। মতামতৰ বাবে ধন্যবাদ।
@narenmedhi5686
@narenmedhi5686 7 ай бұрын
অতি আদৰণীয় পদক্ষেপ 🙏🙏🙏
@sanjeebdeka3528
@sanjeebdeka3528 7 ай бұрын
🙏🙏🙏
@RinuBorah-zs2kv
@RinuBorah-zs2kv 7 ай бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏
@RabindhranathDas
@RabindhranathDas 7 ай бұрын
Panditya khub gàvir jen lagise
@ranjitdutta3411
@ranjitdutta3411 7 ай бұрын
গুৰু শঙ্কৰ দেৱ আৰু মাধৱ দেৱক এৰাই চলা হৈছে --? শংকৰ দেৱ গুৰুজনাৰ বিশ্বাস ঘাটক শিষ্য ব্ৰাহ্মণ্যবাদৰ বিভাজন নীতি,সম্প্ৰদায়ীকতাবাদ অস্পৃস্যতাবাদৰ প্ৰতিষ্ঠাপক দামোদৰ দেৱ খিচিৰি ধৰ্ম গুৰুহে!
@dharmamalikaassam3475
@dharmamalikaassam3475 7 ай бұрын
Mahapurush xokolok shamman kora ushit.
@rajusaikia9238
@rajusaikia9238 8 ай бұрын
নজনা কথা জানি পালো মহাপুৰুষ দামোদৰ দেৱৰ বিষয়ে । বহুত ধন্যবাদ । -- ৰাজু কুমাৰ শ ইকীয়া ।
@ParthaGoswami-c6v
@ParthaGoswami-c6v 8 ай бұрын
শ্লোক টি সুন্দৰ আবৃত্তি কৰিছে । আপোনাক নমস্কাৰ জনালো । জয় গুৰু শ্ৰী মৎ দেৱ দামোদৰ সংঘ ।
@dharmamalikaassam3475
@dharmamalikaassam3475 8 ай бұрын
🙏🏻