মহাপুৰুষ দামোদৰদেৱৰ সত্ৰৰ বিশেষত্ব আৰু তালিকা/Mahapurush Damodardev & Satra / Dhiren Sarma

  Рет қаралды 649

Dharma Malika Assam

Dharma Malika Assam

Күн бұрын

Mahapurush Damodardev & Satra / Assam / Dhiren Sarma

Пікірлер: 6
@Warflash_ops
@Warflash_ops 3 ай бұрын
🙏🏻
@asomiaasom6008
@asomiaasom6008 5 ай бұрын
সুন্দৰ ।অসমত বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰবৰ্তক প্ৰচাৰক মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱে প্ৰথম সত্ৰ স্থাপন কৰিছিল ১৪৬২ শকত পাটবাউসী সত্ৰ ।১৪৬২ শকত স্থাপিত আনুস্থানিক প্ৰথম সত্ৰ পাটবাউসী সত্ৰ ।শংকৰদেৱে গতানুগতিক নামঘৰ সাজি ধৰ্মচৰ্চা কৰি ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিছিল ।মহাপুৰুষ শংকৰদেৰ বিয়োগৰ পিছত শংকৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱে নাৰায়ণদাসৰ পৰামৰ্শত মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱৰ পাটবাউসী সত্ৰৰ আৰ্হিত বৰপেটা থান কীৰ্তনঘৰ সাজিছিল এতিয়া বৰপেটা থান কীৰ্তনঘৰ গুচি বৰপেটা সত্ৰ নাম দিছে ।সত্ৰ গুৰু দেৱ দামোদৰদেৱৰ অবদান ,নামঘৰ থান গুৰু শংকৰদেৱৰ অবদান ,আশ্ৰম গুৰু হৰিদেৱৰ অৱদান ।সাম্প্ৰতিক কালত গুৰু হৰিদেৱৰ আশ্ৰম নামঘৰ আৰু গুৰু শংকৰদেৱৰ থান নামঘৰ সমুহ সত্ৰ বুলি নামকৰণ কৰে ।এতিয়া সত্ৰ আৰু শংকৰ মাধৱ একাকাৰ কৰা হৈছে ।বৰ্তমান সময়ত বৈষ্ণৱ ধৰ্ম আৰু সত্ৰ নামঘৰ সকলো কৃতিত্ব অবদান শংকৰ মাধৱক দিছে অসমীয়াই ।কুৰুৱাবাহী ,আউনীআটী ,গড়মূৰ , দক্ষিণপাট সত্ৰত সত্ৰাধিকাৰ ভকত শিষ্য সকলে গুৰু দেৱ দামোদৰদেৱক গুৰু ত্যাগ কৰি গুৰু শংকৰ মাধৱক নকৈ গুৰু আকোৱালি লৈ গুৰু ভজি আছে ,চাৰি ৰাজ সত্ৰত গুৰু দেৱ দামোদৰদেৱক মানুহ বুলিয়ে গণ্য নকৰে সিঁহতৰ বাবে দেৱ দামোদৰদেৱ নামটো আপদ আবৰ্জনা গুৰু দেৱ দামোদৰদেৱৰ নাম ললে পাপ লাগে আউনীআটী গড়মুৰ দক্ষিণপাত কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ ভকত বৈষ্ণৱৰ ।দামোদৰদেৱৰ আদৰ্শৰ চাৰি ৰাজ সত্ৰই শংকৰ মাধৱক পৰম গুৰু ভজি শংকৰ মাধৱৰ প্ৰচাৰ প্ৰসাৰ কৰি বিশ্ব দৰবাৰত প্ৰতিস্থা কৰিবলৈ উঠিপৰি লাগি অসমৰ পৰা গুৰু দেৱ দামোদৰদেৱৰ নাম যোশ অস্তিত্ব নোহোৱা কৰিবলৈ প্ৰধান সেনাপতিৰ ভূমিকা গ্ৰহণ কৰি আছে ।গতিকে আউনীআটী গড়মূৰ দক্ষিণপাত কুৰুৱাবাহী সত্ৰ দামোদৰীয় ব্ৰহ্মসংহতি সত্ৰ বুলি কৈ লাভ নাই তেওঁলোক শংকৰী পন্থলৈ ৰূপান্তৰ হৈছে শংকৰ মাধৱ গুৰু দজনাকহে জানে ।আউনীআটী সত্ৰৰ উদ্যগত গড়মূৰ দক্ষিণপাত কুৰুৱাবাহী চাৰি ৰাজ সত্ৰই শংকৰ মাধৱক পৰম আৰাধ্য গুৰু ভজি বিশ্বত শংকৰ মাধৱক উজলাবলৈ অসমৰ পৰা গুৰু হৰিদেৱ ,গুৰু দেৱ দামোদৰদেৱ ,গদ্য সাহিত্যৰ জনক কবিৰত্ন ভট্টদেৱ গুৰু সবৰ নাম গন্ধ অস্তিত্ব অবদান অৰিহনা নোহোৱা কৰা মুখ্য ভুমিকা গ্ৰহণ কৰি আছে ।তিনি মুখ্য গুৰু হৰিদেৱ ,গুৰু শংকৰদেৱ ,গুৰু দেৱ দামোদৰদেৱক প্ৰণাম 🙏
@dharmamalikaassam3475
@dharmamalikaassam3475 5 ай бұрын
ধন্যবাদ
Почему Арабы и Евреи всегда воюют?
19:22
Сложный Процент
Рет қаралды 2,7 МЛН
Древний Рим за 20 минут
20:58
Arzamas
Рет қаралды 18 МЛН
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН
Что-что Мурсдей говорит? 💭 #симбочка #симба #мурсдей
00:19
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41
Don’t Choose The Wrong Box 😱
00:41
Topper Guild
Рет қаралды 62 МЛН
Древняя Греция за 18 минут
18:00
Arzamas
Рет қаралды 9 МЛН
Hatigarh Dewal || Jorhat ||Assam
16:02
Assam Flash
Рет қаралды 1,1 М.
ADHUNIK GEET BY DR. BHUPEN HAZARIKA | EP #3
15:27
DD ASSAM
Рет қаралды 88 М.
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН