১ আগষ্টৰ পৰা ৰাজ্যবাসীয়ে নাপাব বিনামূলীয়া চাউল!

  Рет қаралды 6,757

The CrossCurrent Assam

The CrossCurrent Assam

21 күн бұрын

#graphiccontent
এক আগষ্টই শেষ সীমা। চৰকাৰৰ হেমাহিয়ে বিপদ মাতিব ৰাজ্যৰ ২ কোটি বিনামূলীয়া ৰেচন উপভোক্তালৈ। কেতিয়া সমাধান হ'ব সুলভ মূল্যৰ ব্যৱসায়ীৰ সমস্যা?
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 8
@imdadali9519
@imdadali9519 8 күн бұрын
কেন্দ্ৰই অসমৰ মানুহক গুৰুত্বই নিদিয়ে।
@monoranjansarma2678
@monoranjansarma2678 13 күн бұрын
যদি কমিচন লাগে তেনেহলে ৰেচন কাৰ্ড বনালে টকা কিয় লয়?
@mamirhussen7537
@mamirhussen7537 19 күн бұрын
অসমৰ ঠাইভেদে 50 খনতকৈ কম ৰেচন কাৰ্ড থকা সূলভ মুল্যৰ এজেণ্ট সকলৰ লাইচেঞ্চ লকডাউনৰ সময়ত বাতিল কৰি মেচিন দিয়া নাই আৰু পূৰ্বৰ জাননী নিদিয়াকৈ এই চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নতুন কৈ ৰেচন কাৰ্ড চৰকাৰে ইতিমধ্যেই প্ৰদান কৰিছে যদিও সেই এজেণ্ট সকলক হিতাধিকাৰীৰ সংখা বঢ়াই তুলিবলৈ সুযোগ দিয়া নাই। এই ক্ষেত্ৰত প্ৰশ্ন কৰিবলৈ অনুৰোধ থাকিল
@manabendrasingha90
@manabendrasingha90 12 күн бұрын
Binamulia chaul diya bandha korai bhal hobo kiyono manuh bilake kam kaj nokori mod khai thake
@dulalhajarika3508
@dulalhajarika3508 17 күн бұрын
দোকানীবোৰে চাউল কম দিয়ে
@gobinbhuyan2158
@gobinbhuyan2158 18 күн бұрын
Free soul ration bandh karile moi bahit hukhi hom..nohole manuhey kheti kari nakhai..😮
Задержи дыхание дольше всех!
00:42
Аришнев
Рет қаралды 3,1 МЛН
Slow motion boy #shorts by Tsuriki Show
00:14
Tsuriki Show
Рет қаралды 8 МЛН