বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ অন্যতম পচন্দ কেশব বৰুৱা || +91 96192 01472

  Рет қаралды 201,122

BAARTA LAAP

BAARTA LAAP

Күн бұрын

Пікірлер: 421
@brjonardan3481
@brjonardan3481 3 ай бұрын
অসমৰ বাবে এটি অচিনাকি কণ্ঠ! অথচ বলিউডত অতিকৈ জনপ্ৰিয়।তেনেহেন সংস্কৃতিবাণ ব্যক্তি তথা শিল্পী গৰাকীক বাৰ্তালাপত চিনাকি কৰি দিয়া বাবে আপোনালৈ ধন্যবাদ নিদি নোৱাৰিলো। আজি চৌদিশে অসমীয়াৰ জয় জয় ময় ময়। অসমীয়া হিচাপে সঁচাকৈয়ে আমি গৌৰৱান্বিত। সন্মানীয় কেশৱ বৰুৱালৈ বহুত বহুত ধন্যবাদ । দেশ তথা বিশ্বৰ বুকুত উজলি উঠক অসমীয়া সংস্কৃতি। এয়াই বাৰ্তালাপৰ জড়িয়তে আপোনালৈ শুভ কামনা ❤
@anjanabaro6275
@anjanabaro6275 3 ай бұрын
😊😊😊😊😊😊😊😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊😊😊😊😊😊😊😊😊😊😊😊❤😊😊❤😊❤😊❤😊❤😊😊😊😊😊😊❤😊❤😊😊😊😊😊😊😊😅😊😊😊😊😊😊😊😊😊😊😊😊😊😊😅😮😮😮😮😮😅😅😮😮😅😅😅😅😅😅😮😮😅😮😅😮😅😮
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@trinayanhandique7459
@trinayanhandique7459 3 ай бұрын
কেশৱ বৰুৱাক লৈ মই বহুত গৌৰৱ অনুভৱ কৰোঁ। বহুত কষ্ট কৰি আজি এইখিনি পাইছে। মই বৰ মৰম কৰোঁ। চক্ৰপানি পৰাশই তোমাক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি বৰ ভাল কাম কৰিছে। তোমাক অসমৰ ৰাইজে জনাটো বৰ দৰকাৰ।
@mamonidevi617
@mamonidevi617 3 ай бұрын
Bohut bhal lagil anusthantu chai
@chinupathak2664
@chinupathak2664 3 ай бұрын
বাৰ্তালাপৰ এটি শ্ৰেষ্ঠ খণ্ড। অভিনন্দন কেশৱ বৰুৱা। Go ahead.
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@manjubarman1855
@manjubarman1855 2 ай бұрын
ইমান জনপ্ৰিয় কণ্ঠ শিল্পীজনক আজিহে জানিলোঁ।বহুত ভাল লাগিল।
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@adityakalita2763
@adityakalita2763 2 ай бұрын
বহুত ভাল লাগিল দাদা আগবাঢ়ি যোৱা। শুভেচ্ছা থাকিল 🎉🎉
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@td8671
@td8671 3 ай бұрын
বাৰ্তালাপ অনুষ্ঠানত হঠাৎ এটি সুন্দৰ সাক্ষাৎকাৰ চাই অতি আপ্লুত হলো। উজনি অসমৰ গহপুৰ নামৰ ঠাইৰ পৰা অতি কম বয়সীয়া নিভাজ শিল্পী কেশৱ বৰুৱা- যাৰ মিঠা কথা, লাজৱাৱ দৰদী কণ্ঠ, বিশ্ব বৰেণ্য সংগীত সাধক সকলৰ সান্নিধ্যত , সংগীতৰ ব্যাকৰণ শিকি, পাহাৰ - ভৈয়াম , যুদ্ধক্ষেত্ৰ, সাংস্কৃতিক ক্ষেত্ৰ একাকাৰ কৰি গীত গাই যি নজীৰ দাঙি ধৰিছে তাৰ বাবে শিল্পী কেশৱ বৰুৱাক ধন্যবাদ জনাবলৈ ভাষাহীন হৈ পৰিছো।কেৱল অসম গৌৰৱ নহয় ভাৰত গৌৰৱ কেশৱ বৰুৱা নামেৰে তেওঁ পৃথিৱী জনাজাত হওঁক।লগতে বাৰ্তালাপৰ উদ্যোক্তা চক্ৰপানি পৰাশৰ আৰু সতীৰ্থ সকলকো শুভেচ্ছা জ্ঞাপন কৰিলো । ধন্যবাদ = জয়া দাস বৰুৱা= বৰপেটা
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
বহুত বহুত ধন্যবাদ ..🙏❤
@parameswarnath-ps1fb
@parameswarnath-ps1fb 3 ай бұрын
ইমান জনপ্ৰিয় মানুহজনক আজিহে চিনি পালো।অসমৰ গৌৰব God bless you.
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@anamikadutta8912
@anamikadutta8912 3 ай бұрын
বহুত ভাল লাগিল ....কেশৱ বৰুৱা আৰু আগুৱাই যাওঁক .......ধন্যবাদ ....
@pamisaikia4818
@pamisaikia4818 3 ай бұрын
বহুত বহুত ভাল লাগিল ।
@probhatmoran7594
@probhatmoran7594 3 ай бұрын
ইমান জনপ্ৰিয় এজন মানুহক চিনি পোৱা নাছিলো৷🙏বহুত বহুত ধন্যবাদ৷
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@AmarjitBoro-vi8uj
@AmarjitBoro-vi8uj 2 ай бұрын
Zubeen or mayat khumai thakile kot sini paba😅
@MohanChutia-q2l
@MohanChutia-q2l 3 ай бұрын
বহুত বহুত ধন্যবাদ আৰু আগবাঢ়ি যোৱা ভগৱানে আশীৰ্বাদ কৰক।
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@kamalakantanath2896
@kamalakantanath2896 3 ай бұрын
বহুত ভাল লাগিল। অসমীয়াৰ গৌৰৱ ।ভৱিসত কুশল কামনা কৰিলো। চাপৰমুখ নগাঁও ।
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@ranibaruah7364
@ranibaruah7364 2 ай бұрын
ইমান ভাল লাগিল। কেশৱ বৰুৱাৰ প্ৰতিভা দেখি আপ্লুত হ'লো!!ইমান প্ৰতিভাৱান ল'ৰাজনৰ বাবে বৰ গৌৰৱ অনুভব কৰিছো আৰু আগবাঢ়ক তাৰবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@bigdaddy2873
@bigdaddy2873 2 ай бұрын
মই প্ৰথম চিনি পাইছোঁ বাৰ্তা লাভৰ জৰিয়তে । এনেকুৱা ও গায়ক আছে এইখন অসমত । বহুত গৌৰব অনুভব কৰিছো ।
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@nareswardas7725
@nareswardas7725 3 ай бұрын
ইমান জনপ্ৰিয় মানুহজনক আজিহে চিনি পালোঁ । আগ বাঢ়ি যাওক। । বহুত ভাল লাগিল ।
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@jantihira9356
@jantihira9356 3 ай бұрын
ইমান ধুনীয়া স্পষ্ট ভাৱে কথা পতা দেখিয়েই বৰ ভাল লাগিল ..দুয়োজনকে আন্তৰিক শুভেচ্ছা থাকিল।
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@নতুনকুঁহি
@নতুনকুঁহি 3 ай бұрын
আজি এই অনুষ্ঠানত চক্ৰপাণি লৈ বহুত বহুত ধন্যবাদ যাঁচিছো। মই বিশেষ কৈ এনে এজন সুমধুৰ কণ্ঠশিল্পী এগৰাকীক সচাঁকৈ চিনি পোৱা নাছিলো। আজি এই অনুষ্ঠানত এখেতক দেখা পাই গৌৰৱান্বিত হৈছো্ ।এখেতৰ কথা কোৱা আচৰণ ইমান সুন্দৰ।কেশৱ বৰুৱাক লৈ মই বহুত গৌৰৱ অনুভৱ কৰোঁ। বহুত কষ্ট কৰি আজি এইখিনি পাইছে। মই তেখেতক অলপ মৰম যাঁচিছো। চক্ৰপানি পৰাশই তোমাক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি বৰ ভাল কাম কৰিছে। তোমাক অসমৰ ৰাইজে জনাটো বৰ দৰকাৰ। আগলৈ আকৌ লগ পাম।🙏🙏🙏
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ🙏
@PinkumaniChoudhury111
@PinkumaniChoudhury111 2 ай бұрын
খুব সুন্দৰ আৰু অমায়িক শিল্পী, অভিনন্দন জনালো 💐🙏
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@padumibharali3681
@padumibharali3681 3 ай бұрын
Bahut bhal laghil.ashirbad thakil aghuwai juwa.
@niva8647
@niva8647 3 ай бұрын
Bahut bhal lagiil
@khemsharma2886
@khemsharma2886 3 ай бұрын
​@@niva8647the first
@swarnahazarika6242
@swarnahazarika6242 2 ай бұрын
অনুস্থানটো চাই বহুত ভাল লাগিল।
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@ritatalukdar7264
@ritatalukdar7264 3 ай бұрын
Bohut bhal lagil....tumak Nanda Banerjee sir r grt log paisilu❤....aguai jua aru🙏💐
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@purnimamahantaray7841
@purnimamahantaray7841 3 ай бұрын
বহুত ভাল লাগিল, শুনি থাকিলে শুনি থাকিব মন যায়,আমনি লগা নাই
@jitenborah963
@jitenborah963 3 ай бұрын
এক মন পৰশি যোৱা অনুষ্ঠান। আজি প্ৰথম দেখিলো বৰুৱা ডাঙৰীয়া‌ক। ইমান প্ৰতিভাধৰ অথচ অকনমানো অহংকাৰ নাই। পৰাশৰ ডাঙৰীয়া‌লৈও বহুত বহুত ধন্যবাদ। এক সুন্দৰ অনুষ্ঠান‌ৰ জৰিয়তে এগৰাকী প্ৰচাৰবিমুখ শিল্পী‌ৰ লগত চিনাকি কৰাই দিয়াৰ বাবে।
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
Dhanyabad❤
@Bidyadhar29
@Bidyadhar29 3 ай бұрын
Best video.
@chandraphukan7008
@chandraphukan7008 2 ай бұрын
বহুত ভাল লাগিল অনুষ্ঠানটি। লগতে অতি গৌৰাম্বিত এনে এগৰাকী শিল্পী ৰ সতে চিনাকী কৰি দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@sibuboruah6240
@sibuboruah6240 2 ай бұрын
এইজন অসমৰ যে ইমান এজন সুন্দৰ কন্ঠ শিল্পী তেওঁৰ গোৱা গান বোৰ আমাৰ মুখত গুণ গুনাই অনবৰতে ,তথাপিও তেওঁক আমি চিনি নাপাওঁ । বাত্ত্ৰা লাভ অৰ্থাৎ চক্ৰ পানী ককাইদেউ😊 আপোনাক ধন্যবাদ চিনাকি দিয়াৰ বাবে
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@rinuphukan4144
@rinuphukan4144 2 ай бұрын
কেশৱ বৰুৱালৈ বহুত শুভ কামনা জনালো, তেখেতৰ এই জয়যাত্ৰা অব্যাহত থাকে যেন।
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@banajituzir5197
@banajituzir5197 3 ай бұрын
Dear Chakra Paani Poraakhor,I Know Very Well YOu are exceptional With Very Good, Long live Indian Army..
@gakulgoswami2163
@gakulgoswami2163 3 ай бұрын
সুন্দৰ সাক্ষাৎকাৰ। বহুত ভাল লাগিল। কেশৱ বৰুৱা আৰু আগবাঢ়ি যাওক। পৰাশক ধন্যবাদ জনালো।
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
Dhanyabad❤
@anjalimoran8578
@anjalimoran8578 2 ай бұрын
বৰ ভাল লিগিল এনে এজন ব্যক্তিক অসমৰ মানুহক চিনাকী কৰি দিয়া বাবে।
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@rupantapriyamofficial8577
@rupantapriyamofficial8577 3 ай бұрын
ইমান সুন্দৰ কণ্ঠ bohut val lagil sai
@nayanmonidutta9768
@nayanmonidutta9768 2 ай бұрын
বৰ ভাল লাগিল। ধন্যবাদ জ্ঞাপন কৰিলোঁ চক্ৰপাণি পৰাশৰলৈ এই শিল্পী গৰাকীক চিনাকি কৰাই দিয়াৰ বাবে ্
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@likhaborthakur2161
@likhaborthakur2161 2 ай бұрын
ইমান গুণৱান শিল্পীজনৰ বিষয়ে জানিবলৈ দিয়া বাবে চক্ৰপাণি পৰাশৰক অশেষ ধন্যবাদ জনালো৷
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@jayantahirahira-jn1ht
@jayantahirahira-jn1ht 3 ай бұрын
Bhout bhout Val lagila....🇮🇳🇮🇳🇮🇳🙏🙏🙏🤝🤝🤝
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@ajaygogoi1495
@ajaygogoi1495 3 ай бұрын
Very Good Programme. No words to say. All artist may kindly be brought to light.
@minakhisaikia5776
@minakhisaikia5776 2 ай бұрын
বাৰ্তালাপৰ Best Video . বহুত ভাল লাগিল ৷ কশেৱ বৰুৱা বিষয়ে জানিব পাৰিলো ৷ এজন অসমীয়াক লৈ গৌৰৱ বোধ কৰিলোঁ ৷ ❤
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@babulsonowal5023
@babulsonowal5023 3 ай бұрын
Bohut bohut bhal lagil. Porashor aru Borua ,doyuoloike bohut subhakamonare
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@jutikasharma8510
@jutikasharma8510 2 ай бұрын
অতি সুন্দৰ অনুষ্ঠান এটি চোৱাৰ সৌভাগ্য ঘটিল। কুশলে থাকক। 👏👏👏
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@ChandraprovaSaikia-tc7og
@ChandraprovaSaikia-tc7og 2 ай бұрын
❤❤অন্তৰৰ পৰা আৰ্শীবাদ যাচিলোঁ কেশৱ বৰুৱাৰ ভবিষ্যত উজ্বল কামনা কৰিছো।এতিয়া ৰাতি ১বাজিল তথাপি চক্ৰপাণি ৰ বাৰ্তালাপ চাই বহুত গৌৰৱবোধ কৰিছো ,গহপুৰ ঘাহি গাৱৰ পৰা গৈ নিৰহংকাৰী‌ কেশৱ বৰুৱাৰ কথন শৈলী আকৰ্শনীয়। তেখেতক প্ৰথম দেখা বা চিনি পোৱাটো হে আচৰিত কথা হইগআৱৰ
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@kailashbharali5604
@kailashbharali5604 3 ай бұрын
Miyo ajn aprashakhit sipli pramik aponak atia all evrithing janilo bhut val lagil . Dhanybad.
@MohendraGogoi-m5x
@MohendraGogoi-m5x 3 ай бұрын
YOUR SANGEET YATRA IS BRILLIANT ONE.Shareing yr experience in the society be maintained for ahead.God
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
Thanks a lot❤
@mitalinath6601
@mitalinath6601 3 ай бұрын
ইমান আগশাৰীৰ শিল্পী তেওঁ কোনো দিনে দেখাই নাছিলো । ভাল লাগিল অনুষ্ঠানটো ❤
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@lotsrain6653
@lotsrain6653 2 ай бұрын
Voice 2 emn clearly buji pua goise gaan burt...ktha bur emn simple, bohute val lagil dada ❤
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@Asomiyasantan9184
@Asomiyasantan9184 2 ай бұрын
বহুত ভাল লাগিল দাদা জীৱনত প্ৰথম এনেকুৱা এটা ভিডিঅ উপহাৰ দিয়াৰ
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@pronotigohain5259
@pronotigohain5259 3 ай бұрын
অনুস্থানটো বৰ ভাল লাগিল।চক্ৰপাণি, এনেকুৱা অনুস্থান সদায়েই আদৰণীয়।কেশৱ বৰুৱা তুমি আগুৱাই যোৱা আমাৰ আশীৰ্ব্বাদ সদায়েই আছে।
@champawatydas5086
@champawatydas5086 3 ай бұрын
বহুত ভাল লাগিল I আশীৰ্বাদ থাকিল কেশৱ বৰুৱা লৈ
@gohpuriyaloraMoi1383
@gohpuriyaloraMoi1383 2 ай бұрын
বহুত‌ ভাল লাগিল অনুষ্ঠানটি
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@pabitrarabha1898
@pabitrarabha1898 3 ай бұрын
স্বাগতম, ধন্যবাদ, ভাল ভিডিঅ' দেখিলো, সুন্দৰ, আগুৱাই যাওক আশীৰ্বাদ থাকিল ।
@bidyutbarunsarmah2735
@bidyutbarunsarmah2735 2 ай бұрын
Thank you CP for introducing him....great job...proud of him
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ😊
@BimalaGogoi-q8j
@BimalaGogoi-q8j 3 ай бұрын
অতি সুন্দৰ 👌 ভবিষ্যত উজ্বল কামনা কৰিলোঁ, আগুৱাই যোৱা।
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@surajitchutia6635
@surajitchutia6635 3 ай бұрын
ইমান সুন্দৰকৈ এক ঘণ্টা সকলো কৈ গল অলপো আমনি নালাগিল কি সুন্দৰ প্ৰতিভা, শেষত তেখেতৰ গীতটি বেছি ভাল লাগিল কি সুন্দৰ❤🎉
@luckyahmed2972
@luckyahmed2972 3 ай бұрын
ভাল লাগিল, শুভেচ্ছা জনালোঁ দুয়ো জনকে ।
@mukutadevi302
@mukutadevi302 3 ай бұрын
কেশৱ বৰুৱা ভাইটিৰ কোমল কণ্ঠৰ মিঠা মিঠা গান শুনি বহুত বহুত বেছি ভাল লাগিল। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগতে বাৰ্তালাপকো ধন্যবাদ জনাইছো ইমান সুন্দৰ এটা অনুষ্ঠান ৰাইজৰ মাজলৈ আগবঢ়োৱা বাবে।
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@ashimadas76
@ashimadas76 3 ай бұрын
Khub hundar🎉🎉 Barttalap 🎉🎉,, thanks
@Rajshreebaruah
@Rajshreebaruah 3 ай бұрын
Bohut bohut besi val lgile..
@pinkubordoloi4156
@pinkubordoloi4156 2 ай бұрын
ধন্যবাদ ভাল লাগিল বহুত ।
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@bijoytiru2714
@bijoytiru2714 3 ай бұрын
Bahut bhal lagil anusthan tu dekhi. Keshab Baruah dangorialoi bahut dhanyabad.
@rinkubora6349
@rinkubora6349 2 ай бұрын
Nice and xundor god bless you.
@PradipBaruah-gi7zt
@PradipBaruah-gi7zt 3 ай бұрын
কেশৱৰ উজ্বল ভৱিষ্যত কামনা কৰিছো বিশ্বনাথ চাৰিআলিৰ আমি লগ পোৱা ল'ৰাটো আজি ইমান আগবাঢ়ি গৈছে। আকৌ লগ পাব মন গৈছে
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤ লগ পাম আকৌ ❤
@RenuKumariBorah
@RenuKumariBorah 3 ай бұрын
Bhal lagil,go ahead
@rajashridas1955
@rajashridas1955 3 ай бұрын
বহুত বহুত আন্তৰিক অভিনন্দন 🎉থাকিল তেখেতৰ যাত্রা আৰু সুন্দৰ হওক 💐🙏 এটা সুন্দৰ সাক্ষাৎকাৰ 🙏🙏
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@MITHUBARUAH-js2lc
@MITHUBARUAH-js2lc 3 ай бұрын
ইমান ধুনীয়া অনুষ্ঠান এটি উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ
@girindasarmah8003
@girindasarmah8003 3 ай бұрын
আপোনালৈ বহু বহু ধন্যবাদ থাকিল আপোনাক ঈশ্বৰে মঙ্গল কৰক
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@binapanichetia582
@binapanichetia582 2 ай бұрын
অতি সুন্দৰ তুমি আগুৱাই যোৱা ভগৱানে তোমাক সহায় কৰিব।❤❤❤
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ😊
@prodipkhound4287
@prodipkhound4287 3 ай бұрын
বৰ ভাল লাগিল। ভবিষ্যত আৰু উজ্জ্বল হোৱাৰ কামনা কৰিলোঁ।
@sarmistaswargiary2495
@sarmistaswargiary2495 3 ай бұрын
Bhut bhal lagila😊
@niharikaborkoch7777
@niharikaborkoch7777 2 ай бұрын
বহত ভাল লাগিল অসমীয়াৰ গৌৰব
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@rupamonigogoi592
@rupamonigogoi592 3 ай бұрын
বৰ সুন্দৰ ভাল লাগিল বাৰ্তালাপ চায় 👌👌
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@MonalishaBorah-x6f
@MonalishaBorah-x6f 3 ай бұрын
Bahut kotha janilu teor pora..... Chakrapani ku dhnyabad jonalu❤❤
@keshabdhwani1044
@keshabdhwani1044 Ай бұрын
Thanks a lot❤
@badanDas-f4r
@badanDas-f4r 3 ай бұрын
বহুত ভাল লাগিছে ৷ভৱিষ্যত উৰ্জল কামনা কৰিলো ৷
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@nirurajkhowakonch4324
@nirurajkhowakonch4324 3 ай бұрын
বহুত ভাল লাগিল অনুষ্ঠানটো
@AnantaGohain-k1l
@AnantaGohain-k1l 3 ай бұрын
অভিনন্দন....🎉 আপোনাৰ এই যাত্ৰাক লৈ বুকুখন গৰ্বিত হৈ উঠিল.......।
@PinkumaniChoudhury111
@PinkumaniChoudhury111 2 ай бұрын
খুব সুন্দৰ 🙏
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@kavitachoudhury4797
@kavitachoudhury4797 2 ай бұрын
Nice God bless you❤
@runimamahanta6699
@runimamahanta6699 3 ай бұрын
সুন্দৰ কণ্ঠ। শুভকামনা থাকিল।
@anjumagayangayan6685
@anjumagayangayan6685 3 ай бұрын
Bor bhal lagil, so talented, God bless him 👍🏻
@PoppyDutta-fe4xm
@PoppyDutta-fe4xm 2 ай бұрын
Very good God bless you 🙏🙏🙏
@bhaskarboruah1946
@bhaskarboruah1946 2 ай бұрын
Aijon Asomr Hira ❤ Val lagil
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ❤
@JaanmoniSaikia-gp5be
@JaanmoniSaikia-gp5be 3 ай бұрын
Bohut val lagil ❤️❤️
@yogajinikalita4754
@yogajinikalita4754 3 ай бұрын
খুউব ভাল লাগিল।
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@gourangis8578
@gourangis8578 2 ай бұрын
Khub val lagil Keshab da
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
Thanks ❤
@dibyasharma1877
@dibyasharma1877 3 ай бұрын
কেশৱ দা আমাৰ অসমৰ গৌৰৱ ।এনে অনুষ্ঠান/বাৰ্তালাপ শুনি বা ভাবাৰ্থ জানি আপ্লুত হৈ চক্ৰপাণি দাদা তথা কেশৱ দালৈ শুভেচ্ছা জনালো ।
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@knarah5676
@knarah5676 3 ай бұрын
Bohut val lagile
@beautygayan90
@beautygayan90 3 ай бұрын
বহুত ভাল লাগিল আশীবাদ থাকিল ।❤❤
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@ranjitgogoi3354
@ranjitgogoi3354 3 ай бұрын
Excellent.May God bless you .
@kamaldas6429
@kamaldas6429 3 ай бұрын
Bohut val lagisa. ❤❤❤
@মিনতিসোনোৱাল
@মিনতিসোনোৱাল 3 ай бұрын
বৰ সুন্দৰ❤❤❤
@niyorgamer8824
@niyorgamer8824 3 ай бұрын
Val lagil.. Hundor
@abhijitborgohain350
@abhijitborgohain350 3 ай бұрын
বৰ সুন্দৰ ৷ উজ্জ্বল নক্ষত্ৰ ৷ আশীৰ্বাদ সদায় থাকিব ৷
@michaelvlogs4811
@michaelvlogs4811 3 ай бұрын
ইমান জনপ্ৰিয়তা বলিউডত কিন্তূ আজিহে চিনি পাইছো।আগুৱাই যাব তাকেই কামনা কৰিছো।❤
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@JoyaPegu-bh3nh
@JoyaPegu-bh3nh 3 ай бұрын
Val lagil bohut
@keshabdhwani1044
@keshabdhwani1044 2 ай бұрын
ধন্যবাদ
@Allfhull
@Allfhull 3 ай бұрын
Bhur val lagil sai
@PankajBorah-b7j
@PankajBorah-b7j 3 ай бұрын
Salute to Keshab Baruah. Keep it up.
@BinandiKalita
@BinandiKalita 3 ай бұрын
ইমান ধুনীয়া অনুস্থান আগতে পোৱা নাছিলো, ।
@mirachetia9628
@mirachetia9628 2 ай бұрын
Val lagil Vartalaap
@nirumonichutia8169
@nirumonichutia8169 3 ай бұрын
Val lgil kothabur huni ,,,❤❤❤❤
@junakiboruah4081
@junakiboruah4081 3 ай бұрын
প্ৰথম ‌কেশৱ বৰুৱাৰ বাৰ্তা ৰাপ চাই অশেষ ধন্যবাদ থাকিল ।
@keshabdhwani1044
@keshabdhwani1044 3 ай бұрын
ধন্যবাদ❤
@samiranbordoloi5519
@samiranbordoloi5519 3 ай бұрын
Very very thanks.
@nityanandamahanta1372
@nityanandamahanta1372 3 ай бұрын
Bhal lagil . Positive news
@dipaliburagohain5996
@dipaliburagohain5996 3 ай бұрын
Sakrapani tumar bartalap sai huni val pai aru aguai jua huveisa thakil
@bikramdeepofficial3650
@bikramdeepofficial3650 3 ай бұрын
Kehab da amar gaonr akebare usorot. Proud of you Dada.
@gakulsarma3743
@gakulsarma3743 3 ай бұрын
Bartalap aru Parasor sale aribonuwari❤❤❤❤❤❤❤❤❤❤sesoloike salu.Dhanyabad.
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 11 МЛН
怎么能插队呢!#火影忍者 #佐助 #家庭
00:12
火影忍者一家
Рет қаралды 12 МЛН
World‘s Strongest Man VS Apple
01:00
Browney
Рет қаралды 63 МЛН
How it feels when u walk through first class
00:52
Adam W
Рет қаралды 22 МЛН
NEWS LIVE AWARD SHOW// SAJAN NAYAK //ZUBEEN GARG
2:49
SAJAN NAYAK MUSIC
Рет қаралды 213 М.
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 11 МЛН