১৪ বছৰৰ পিছত "চকু" মেলিব ৰবি শৰ্মাই !

  Рет қаралды 192,936

BAARTA LAAP

BAARTA LAAP

11 ай бұрын

১৪ বছৰৰ পিছত "চকু" মেলিব ৰবি শৰ্মাই !
#chakrrapanniparashar #Baartalaap #Hengul #theater #rabisarma #Soku #Banraja
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/

Пікірлер: 236
@rajbongshi9843
@rajbongshi9843 8 ай бұрын
আকৰী ত‌ই পগলা ম‌ই superb. যোৱাকালি চালো । হিমাংশু গগৈয়ে চৰিত্ৰটো বৰ সুন্দৰ উপস্থাপন কৰিছে। কৰিঅগ্ৰাফীত অলপ মন দিব লগা আছে ।
@Xyz20013
@Xyz20013 6 ай бұрын
অসমীয়া চলচ্চিত্ৰ আৰু ভ্রাম্যমাণ থিয়েটাৰ জগতক আগুৱাই লৈ যোৱাত আপোনাৰো অশেষ অৰিহণা আছে। ধন্যবাদ দাদা।
@baikunthadas1882
@baikunthadas1882 11 ай бұрын
ৰবি দাদাক বেস্ট actoror সন্মান এটা দিব লাগে বুলি মই ভাবো..
@tubemedia4674
@tubemedia4674 11 ай бұрын
ৰবি দাৰ কথাৰ প্ৰতিটো লাইনেই অনুপ্ৰেৰণা যোগায়। বহুত ভাল লাগে এইজন মানুহক। আৰু হেঙুল টিমৰ মই সুভাকাংখী। অতিকে আপোন হেঙুল। সকলো জনেই সু-কোমল মনৰ
@meenagogoiborgohain4170
@meenagogoiborgohain4170 11 ай бұрын
ৰবি শৰ্মাই যিদৰে দৰ্শকক যিদৰে সহাৰি দিয়ে---সেইটোৱে আনন্দ দিয়ে। শুভকামনা জনালো।
@jireality.6377
@jireality.6377 11 ай бұрын
এইবাৰ আকৌ হেঙুলে জুই লগাব 💥💥💥🎊🎊🎊🔥🔥🔥
@prakash78723
@prakash78723 11 ай бұрын
সচাই ৰবি দাৰ কথাবোৰ অনুসৰন কৰিবলগীয়া❤
@gojalicreation6669
@gojalicreation6669 11 ай бұрын
Ravi sarma দা অদ্বিতীয়.... অসমীয়া চলচ্চিত্ৰ জগত লগতে ভ্ৰাম্যমাণ থিয়েটাৰ এজন অন্যতম মহান ব্যক্তি ❤️❤️❤️
@allrounderhumen
@allrounderhumen 11 ай бұрын
ৰবি দা সদায় Best আৰু এজন মোৰ প্ৰিয় ব্যক্তি ❤
@mintudeka8277
@mintudeka8277 11 ай бұрын
অতি সুন্দৰ ভাল লাগিল চাই।❤️🙏
@mondiraboruah106
@mondiraboruah106 3 ай бұрын
হেঙুল থিয়েটাৰ খন চালো।খুব ভাল লাগিল।
@jumankumarsarmah5131
@jumankumarsarmah5131 11 ай бұрын
চক্ৰপানী তোমাক ৰবি দা তকৈ বয়সীয়া দেখাইছে।অলপ নিজৰ স্বাস্থ্যৰ যত্ন লোৱা।
@dilipborah2849
@dilipborah2849 11 ай бұрын
জুবিন দা লাগে বাতালাপ ত❤
@arshikahmed8119
@arshikahmed8119 11 ай бұрын
Zubeen dak lage
@munumini-qo6bt
@munumini-qo6bt 11 ай бұрын
Lage ❤❤❤zubeen da
@parishmitadutta3121
@parishmitadutta3121 11 ай бұрын
Yes lgai
@abrock3953
@abrock3953 11 ай бұрын
Laga ❤jai zuben da
@nirbannsarma528
@nirbannsarma528 11 ай бұрын
Oo please zubeen dak laga
@Frustratedmitu
@Frustratedmitu 11 ай бұрын
হেঙুলত আকৌ নতুন ৰূপত এখন নাটক পুনৰ চাব মন যায় : "মাথো প্ৰেমৰ বাবে" ❤🥺 তাত যে দীক্ষু দাৰ গান এটা আছিল - "যাচি দিয়া বুকুতে চিনাকী মৰম" 😢 উফফফফফ !!!!!
@Kaushik632
@Kaushik632 11 ай бұрын
ৰবি দাৰ কথা কেইটাই অন্তৰ চুই গʼল।💓
@joystalk16
@joystalk16 11 ай бұрын
3 reasons that why love Ravi Sarma * Non political personality * Straight forward * Egoless
@styledreamsk9886
@styledreamsk9886 11 ай бұрын
কিছুমান মানুহে কিমান কষ্ট কৰি যে ৰঘুপতি চাইছে মানুহৰ ঘৰত কাম কৰি পইছা গোটাই,ৰবি শৰ্মাই তো ধন্যবাদ দিবই লাগিব ন তেতিয়াহে মানুহ ৰ মন ভাল লাগিব, বহুত ভাল কাম কৰিছে ধন্যবাদ
@lovesongs9263
@lovesongs9263 11 ай бұрын
Robi da kotha pra bhut khikib pari❤ thank you.
@nikynath8445
@nikynath8445 7 ай бұрын
প্রিয় অভিনেতাজন❤
@Frustratedmitu
@Frustratedmitu 11 ай бұрын
এবাৰ ৰাজমুকুটলৈ যাব চোন : উৎপল দাসক দেখাব, তেৱোঁ এজন বৰ ভাল অভিনেতা ❤
@anadiborahlifestyle5584
@anadiborahlifestyle5584 10 ай бұрын
ৰাজমুকুট উৎপল দাক দেখালে।
@kaustavboiragi163
@kaustavboiragi163 11 ай бұрын
Our Assamese star Ravi da❤
@Frustratedmitu
@Frustratedmitu 11 ай бұрын
"চমক" খনো কিন্তু বেলেগ লেভেলৰ নাটক আছিল দেই ❤বাপৰে আজিও সজীৱ কাহিনীটো আৰু সেই গানটো > "মোৰ চকুলে চোৱা পৃথিৱী ধুনীয়া....❤🔥🔥🔥⚡
@abhiluitsharma1355
@abhiluitsharma1355 10 ай бұрын
Copyjeet bhattacharya e London dreams cinema khonor Kahini nokol kori somok r Kahini likhisil 😂
@Frustratedmitu
@Frustratedmitu 10 ай бұрын
@@abhiluitsharma1355 Olop solop mil asil kintu 🤣 hoi
@mrinaljyotisarma7321
@mrinaljyotisarma7321 8 ай бұрын
​@@abhiluitsharma1355 London dreams aru guzarish mix asil... 😂😂😂
@Kaushik632
@Kaushik632 11 ай бұрын
ভাল লাগিল দেই।🖤 সুন্দৰ অনুষ্ঠান।
@anjalipathak4964
@anjalipathak4964 11 ай бұрын
সুন্দৰ,,,,,,,,,। সকলোৱে ইমান মনযোগেৰে কথা খিনি শুনি আছে দেখি ভাল লাগিছে।
@astaraag7428
@astaraag7428 11 ай бұрын
Best Actor with best Journalist ❤
@Legal_weapon295
@Legal_weapon295 11 ай бұрын
Waiting for Hengul in Nalbari Rakh Mahotsav ❤❤❤
@probhatZoo
@probhatZoo 11 ай бұрын
yes yes Hengol t sound,music,technicality ,newnes everything 10 on 10 ....I personalky like Hengol Theater
@gogoi3588
@gogoi3588 5 ай бұрын
Our Assamese star Ravi Dada ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@mrsaurav9620
@mrsaurav9620 11 ай бұрын
সচাক দেই ৰবি দা কথা বোৰ সঁচাকৈয়ে বহুত ভাল লাগে । Love you ৰবি দা,
@nipudeka-xw4hh
@nipudeka-xw4hh 7 ай бұрын
Robi da jui❤❤❤❤
@pPnaturaltv2697
@pPnaturaltv2697 4 ай бұрын
অসমৰ এজন প্ৰকৃত শিল্পী ৰবি দা।।। এক কথাত অসমীয়া ছবি জগতৰ " ভাই জান"
@Jinti_Parasar_Song_Gallery_
@Jinti_Parasar_Song_Gallery_ 2 ай бұрын
কোনো দিন নিজক best বুলি নকয় মানুহজনে সঁচাই ৰবি দাদা 😊
@mintutalukdar9619
@mintutalukdar9619 11 ай бұрын
Bohut. Val. Lagil. Onustan. Tu. Sai. Mur. Prio. Abhineta.
@bikashborah6109
@bikashborah6109 10 ай бұрын
২০০৮চনত ৰবি দাৰ "চকু"খন লখিমপুৰ নাৱবৈছাত ৩ টা "চ" চাইছিলো বহুত প্ৰিয় নাটক❤️❤️
@user-uz6st7tv3f
@user-uz6st7tv3f 3 ай бұрын
Natok khon saie bor vl lagil ❤
@ankurkakati6351
@ankurkakati6351 9 ай бұрын
Joi ravi da
@nabajitchoudhury7780
@nabajitchoudhury7780 11 ай бұрын
ৰবি দাই কথা বিলাক ইমান ধুনীয়া কৈ উপস্থাপন কৰি কৈ খুব সহজতেই বুজিব পাৰি
@vlogsofdev1827
@vlogsofdev1827 11 ай бұрын
চামতাৰ লৰা জয়ন্ত বৰ্মন আমাৰ ওচৰৰ আমাৰ গৌৰৱ
@parthaborah2984
@parthaborah2984 11 ай бұрын
যোৰহাট কৰ্ট ফিল্ডত "চকু" চোৱা মনত আছে.....খুব ভাল এখন নাটক চাই আপ্লুত হৈছিলো....14 বছৰৰ পাছত আকৌ এবাৰ চাম। আৰু এখন নাটক বহুত মনত পৰে "১৯৯৯,মাথোঁ প্ৰেমৰ বাবে".…...আকৌ এবাৰ চাবলৈ মন থাকিল। হেঙুলৰ পৰিয়াললৈ আন্তৰিক শুভেচ্ছা💐💐💐
@amlandip
@amlandip 11 ай бұрын
Akdm, muru monot ase❤
@shrutikashyap2691
@shrutikashyap2691 11 ай бұрын
পুৰা মনত আছে। তাৰে গান কেইটা ও ❤ ইমানেই ধুনীয়া আছিল অ।
@Frustratedmitu
@Frustratedmitu 11 ай бұрын
​@@shrutikashyap2691আগৰ ভ্ৰাম্যমাণৰ গানবোৰৰ নিচিনা গান আজিকালি নাই আৰু 💔
@Keshariya.1234
@Keshariya.1234 11 ай бұрын
1999 matho premor babe seikhonor dore nat ajiloi koneo uliyabo nuware..... Ki technology asil vai🥰🥰🥰
@parthaborah2984
@parthaborah2984 11 ай бұрын
@@Keshariya.1234 সঁচাকৈ সেই সাঁজ আজিলৈকে কোনো নাটকে মোহাৰিব পৰা নাই.....
@parthaborah2984
@parthaborah2984 11 ай бұрын
আগৰ চকুখনৰ ভাইটিজনৰ শ্মশানত কোৱা ডাইলকটো 😢😢😢😢😢😢😢😢বুকু চুই গৈছিল
@polbora1823
@polbora1823 7 ай бұрын
Bohut vl lagil ktha bur khuni
@AssamGuwahati-ux3vv
@AssamGuwahati-ux3vv 5 ай бұрын
Morigaont ahi goise rbi da durimarit thireta bhut vl lagil I love you
@bikashcreated767
@bikashcreated767 11 ай бұрын
ৰবি দা ❤️
@taruntrinayan
@taruntrinayan 11 ай бұрын
All time favourite person Ravi Da .❤
@bhabanideka1161
@bhabanideka1161 11 ай бұрын
বহুত ভাল লাগিল । ধন্যবাদ।
@BeautiDas-qe2ew
@BeautiDas-qe2ew 8 ай бұрын
rabi da is best ❤❤❤
@sumitasaloi1108
@sumitasaloi1108 11 ай бұрын
Rabi daa khdai special ❤❤bohut val lage .abr lg pabo mn ase Rabi daa ❤❤❤❤
@debabrata9864
@debabrata9864 9 ай бұрын
Meaningful discussion. GREAT.
@Funwithpritam7278
@Funwithpritam7278 11 ай бұрын
Bartalaap at zg lage🎉🎉
@bonditasvlog2792
@bonditasvlog2792 11 ай бұрын
আমাৰ ঘৰৰ কাষৰ পৰাই গ'লহি আপুনি জনা হলে নিশ্চয় গলো হয় বাৰ্তালাপ একেবাৰে কাষৰ পৰা উপভোগ কৰিবলৈ। ভাল লাগিল অনুষ্ঠানটি চাই❤
@kamalgogoi1279
@kamalgogoi1279 11 ай бұрын
Rovi da aru himanshu da babe ata like
@assamdeni3311
@assamdeni3311 4 ай бұрын
Ravi da real hero ❤
@dipjyotipatowary7973
@dipjyotipatowary7973 11 ай бұрын
@user-uu2yf4nr7m
@user-uu2yf4nr7m 4 ай бұрын
Bhut Val Kota party Dada good❤❤❤❤
@domborugogoi971
@domborugogoi971 11 ай бұрын
Bohut bhal lagil, chakrapani da, rabi dar pora bohut shikisu, thank you,😊😊😊
@shrutikashyap2691
@shrutikashyap2691 11 ай бұрын
কিবা এটা পৰীক্ষা ৰ আগদিনা কান্দি কাটি গৈ চকু চোৱা মনত পৰে আজি ও। তেতিয়া নতুন নতুন Technique বোৰ আহিছিল থিয়েটাৰ ত। এতিয়া আকৌ চকুৰ পষ্টাৰ খন দেখি সন্দেহ হৈছিল আগৰ খনেই হব নে নতুন হব। ইমান বছৰ পিছত আকৌ এবাৰ চকু চামগৈ। ৰবি শৰ্মা-সংগীতা বাৰ অভিনয় পাহৰিব নোৱাৰো। চকু প্ৰত্যেকটো গান আজি ও আছে Play list ত😊 । আৰু এখন আছিল তাতেই নাটক 'মাথো প্ৰেমৰ বাবে' সেইখন ও পোৱা হলে চাবলৈ। তাৰে ও খুব ধুনীয়া গান এটা আছিল 'যাচি দিয়া বুকুতে চিনাকি মৰম' ❤ সঁচাই সেইবোৰ আমাৰ দিন আছিলে❤
@Frustratedmitu
@Frustratedmitu 11 ай бұрын
যাচি দিয়া বুকুতে চিনাকী মৰম এইটো গান নহয়, শৈশৱৰ স্মৃতি সোঁৱৰাই এই গানটোৱে ❤ দীক্ষু দাৰ ইমান ধুনীয়া কন্ঠ আছিল গানটোত 🥺💔 বুকু কপাঁই যোৱা গান আছিল সেইটো । আপুনি আজি মনত পেলাই আকৌ আৱেগিক কৰি তুলিলে 🥺✨
@ganeshmedhi3512
@ganeshmedhi3512 8 ай бұрын
❤ u Ravi da❤❤❤❤
@prakash78723
@prakash78723 11 ай бұрын
Rovi dar babe tiniyokhon sam hengul❤ kone kone val.pai ravi dak ata like korok😗
@TRIDI0
@TRIDI0 11 ай бұрын
2008 t kampurt saisilo. Memories being back❤😢 Nagaon
@manashitalukdar1240
@manashitalukdar1240 11 ай бұрын
Ravi Da .❤❤❤❤ Iman xundor bartalaap!
@gautomsaikia8894
@gautomsaikia8894 11 ай бұрын
Rabi is Artist whom we can trust,
@Boos74079
@Boos74079 10 ай бұрын
Rabi da xodai jui
@robiulhussain09
@robiulhussain09 6 ай бұрын
Beautiful❤❤❤
@user-ds2gd9rf1r
@user-ds2gd9rf1r 11 ай бұрын
I am poet Samujjal Deka 🙂✍🏻👍🏻 Love from Rangia ❤️😊🙏🏻
@pakhiproduction4887
@pakhiproduction4887 11 ай бұрын
I'm from Goreswar
@rinadeka2756
@rinadeka2756 11 ай бұрын
ৰবি য'ত থাকিব সাহস তাতেই থাকিব
@ramendas1618
@ramendas1618 10 ай бұрын
Apuni amr asomiyar babe real hero nd impressive man.
@rajahmed48
@rajahmed48 9 ай бұрын
ৰবি দা সদায় প্রিয়
@GautomSonowal1823
@GautomSonowal1823 11 ай бұрын
Bohut val lagil❤ Best wishes🎉
@user-ux2yd2ye3i
@user-ux2yd2ye3i 11 ай бұрын
Katie Oxomiya
@binitasahariah5484
@binitasahariah5484 7 ай бұрын
Bohut besi dhunia natok keikhon❤❤❤
@rajoshreesaikia4858
@rajoshreesaikia4858 10 ай бұрын
Kali salu dei "soku"❤😊😊
@sunnysagarsonowal7853
@sunnysagarsonowal7853 11 ай бұрын
Val lgl ...... video tu saiii❤ .......bhut nojona kotha gom paluuu
@surengogoi3470
@surengogoi3470 11 ай бұрын
I love Hengul Theater❤❤❤
@bandanasenapatidewri
@bandanasenapatidewri 11 ай бұрын
Ravi da bohut handsome teo kotha bilak write ❤️🥰❤️ so cute
@assamextraordinaryvlog7824
@assamextraordinaryvlog7824 5 ай бұрын
❤❤❤🔥🔥🔥
@bhargobjyoti6695
@bhargobjyoti6695 3 ай бұрын
Aitu thik kotha koise moi aikothatut saport koru
@krbofficial7783
@krbofficial7783 5 ай бұрын
Zubeen da and ravi da ❤
@bharatgohainmusicpark392
@bharatgohainmusicpark392 10 ай бұрын
Robi da you r my fevorit person
@assamextraordinaryvlog7824
@assamextraordinaryvlog7824 5 ай бұрын
মই ৰবি দাৰ বহুত ডাঙৰ farind মই যেতিয়া ক্লাছ ফাইভ ৰ ছাত্ৰ আছিলো । তেতিয়া ৰবিদাৰ বগিতৰা এলবাম খন releas হৈছিল আৰু তেতিয়া মই । চাইছিলো তেতিয়াৰে পৰা মই ৰবি দাৰ frieand আৰু যোৱা ইংৰাজী 30 31 জানুৱাৰী আৰু 1 ফ্ৰেবুয়াৰী 2024 ৰবি দাৰ হেঙুল থিয়েটাৰ চালু খুব ভাল লাগিল হকুলোৰে অভিনয় খুব ভাল আছিল কিন্তু এটাই আফচুচ ৰবি দাক লগ কৰা আশা আছিল কিন্তু লগ কৰিব নোৱাৰিলোঁ ।
@mjsaikiaentertainment9975
@mjsaikiaentertainment9975 11 ай бұрын
Ravi da our inspiration & lots of Love dada 😍❤❤❤❤❤
@semimasiddiqua3031
@semimasiddiqua3031 11 ай бұрын
Ufff eman je val lage Ravi r kotha bur huni, bohut enjoy koru tumar kotha bur huni ❤
@dhirajtalukdar4881
@dhirajtalukdar4881 11 ай бұрын
Ravi Da ❤
@gyanadadeka5466
@gyanadadeka5466 11 ай бұрын
ৰবি শমা ক ভাল কথা বোৰ শুনি
@sanjibsaikia6925
@sanjibsaikia6925 11 ай бұрын
ওংৰা সঞ্জীৱ 😢😊❤❤❤❤❤❤❤
@Himangsh165
@Himangsh165 11 ай бұрын
আপোনাৰ বাৰ্তালাপৰ পৰা বহু কথা শিকিব পাৰি।
@Funwithpritam7278
@Funwithpritam7278 11 ай бұрын
Zubeen dak anbo baarta laap at❤❤
@assamorlora2463
@assamorlora2463 10 ай бұрын
বনৰজা খন চালো বহুত ভাল লাগিল।।।।❤❤❤
@rinagogoi4853
@rinagogoi4853 11 ай бұрын
বশুত ভাল লাগিল
@trishnadas8750
@trishnadas8750 3 ай бұрын
Gutai kaikhn natok bohut vl hoise saboloi aru hokolu e bohut vl krise....
@pankajsarma3637
@pankajsarma3637 11 ай бұрын
Waiting for next
@mcfacket7457
@mcfacket7457 11 ай бұрын
Ravi da💪💪💪💪💪💪💪💪💪💪💚💚💚💚💚💚💚💚
@debabrata9864
@debabrata9864 9 ай бұрын
Good interview.
@monikachangmai2631
@monikachangmai2631 15 күн бұрын
Hi🎉🎉🎉🎉🎉🎉 dada,,,,,,, good morning,, have a great day
@Joy90skidd
@Joy90skidd 7 ай бұрын
Ravi daaaaa❤
@munnasfunnynalbari
@munnasfunnynalbari 11 ай бұрын
❤❤❤
@nipagogoimoon9478
@nipagogoimoon9478 11 ай бұрын
ৰবি দাৰ কথাবোৰ সদাই positiv❤❤❤❤
@grihini9470
@grihini9470 11 ай бұрын
সুন্দৰ বাতা লাপ
@desiboys1887
@desiboys1887 11 ай бұрын
Tamam action
@dharitrikalita276
@dharitrikalita276 11 ай бұрын
interviewto khub val lagil
@manashsaikia552
@manashsaikia552 11 ай бұрын
Zg daak lage..bartalapot..coming soon goldi da
Can You Draw A PERFECTLY Dotted Line?
00:55
Stokes Twins
Рет қаралды 106 МЛН
1 or 2?🐄
00:12
Kan Andrey
Рет қаралды 51 МЛН
Каха и суп
00:39
К-Media
Рет қаралды 3,7 МЛН