শ্ৰী ৰঘুপতি,ৰবি শৰ্মা ৰ'দ হৈ আহিল বাৰ্তালাপলৈ...

  Рет қаралды 275,126

BAARTA LAAP

BAARTA LAAP

Жыл бұрын

চৌদিশে এতিয়া "শ্ৰীৰঘুপতি"ৰ ঢৌ ❤️
হাজাৰ প্ৰত্যাহ্বানেও ৰোধিব নোৱাৰে ৰবি শৰ্মাক...
ৰঘূপতি আৰম্ভণিৰে পৰা কিয় বাৰে বাৰে সমস্যাৰ সন্মুখীন হৈছিল ?
ৰবি শৰ্মাৰ চিনেমা বুলিলেই বাধা দিবলৈ উঠি পৰি লাগে নেকি একাংশই ?
প্ৰথমবাৰলৈ চিনেমা পৰিচালনা কৰা সুব্ৰত কাকতিৰ "শ্ৰীৰঘুপতি"ক লৈ কিমান সপোন ?
#baartalaap #chakrapaniparashar #ravisharma #raghupati #assam #newmovie #trending #ravisharmabyte #suv
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/

Пікірлер: 568
@navajyotimahanta6943
@navajyotimahanta6943 Жыл бұрын
সুব্ৰত কাকতি দা যিমান সন্মান বা মৰমৰ যোগ্য তেওঁক সীমানখিনি মৰম বা উৎসাহ দিয়া হোৱা নাই মোৰ বোধেৰে । এগৰাকী উঠি অহা অসমীয়া পৰিচালক জনক সকলোৱে উৎসাহ আৰু মৰম দিয়ক যাতে আগলৈকো তেওঁ আমাক এনেধৰণৰ চিনেমা উপহাৰ দিব পাৰে ।
@chandangogoi737
@chandangogoi737 Жыл бұрын
hb sir ..apuni kimn senta kora manuh bujisu
@navajyotimahanta6943
@navajyotimahanta6943 Жыл бұрын
@@chandangogoi737 কেনেকৈ বুজিলা হে তুমি, যাদু আছে যেন পাওঁ
@chandangogoi737
@chandangogoi737 Жыл бұрын
@@navajyotimahanta6943 2r tupra2 dekhia gom pai ..🐒
@mustafiizulhassan
@mustafiizulhassan Жыл бұрын
Kio dadai dekun bare bare tak holagi axe 50-50 koi axe
@user-lg8ob3lx7o
@user-lg8ob3lx7o Жыл бұрын
Tumi kela emaan negatively navabiba bey... Matha fati jabo tumar.
@ankitaborah8376
@ankitaborah8376 Жыл бұрын
Priyom pollobi অভিনয় বহুত সুন্দৰ হৈছে ❤ বহুত কান্দিলো 😭
@Dulraj_Axom121
@Dulraj_Axom121 Жыл бұрын
Dhuniya.... Bhal Lagil... ❤️
@Deepankarkonwar
@Deepankarkonwar Жыл бұрын
Chup mokkel
@kashmirikakoty5887
@kashmirikakoty5887 Жыл бұрын
কি সুন্দৰ কথন শৈলী।বৰ ভাল লাগে ৰবিদাক। সদায় এইদৰেই থাকে যেন।ৰঘুপতিলৈ অভিনন্দন থাকিল।
@hirokjyotiborgohainofficia997
@hirokjyotiborgohainofficia997 Жыл бұрын
আজি চালোঁ ৰঘুপতি কি কম ভাষা নাই আচৰিত অসমীয়া চেনেমা যে এইটো ৰূপ লব গৈ ভবা নাছিলোঁ সঁচাই বাকী বিলাকত কৈ বহুতো বেছি বেলেগ। শুভেচ্ছা জনালোঁ Ravi da লৈ লগতে ৰঘূপতি তিম টো লৈ। আৰু SUV কি সাংঘাটিক drection। আৰু চিনেমা খনত চক্ৰ দা কু দেখিলোঁ ভাল লাগিল।❤❤❤❤❤❤❤❤🎉🎉🎉🎉 জয় ৰঘূপতি
@pallavigautam5608
@pallavigautam5608 Жыл бұрын
অন্তৰৰ পৰা ভাল পাওঁ ৰবি দাক এজন স্পষ্ট সাহসী নিখুঁত ব্যক্তি অভিনেতা বুলি নহয় এজন সঁচা ব্যক্তিৰ সঁচা ব্যক্তিত্ব 🙏
@renubegum3639
@renubegum3639 Жыл бұрын
Right
@BhupatiMohanBharadwaj-hj6yp
@BhupatiMohanBharadwaj-hj6yp Жыл бұрын
অদ্ভুত ধৰণে ভাল পাইছোঁ cinema খন চাই।।well done Robi daa ❤️❤️
@kaustabhmonigogoi2813
@kaustabhmonigogoi2813 Жыл бұрын
Arun nath sir k anok chakra da....teur shocking transformation in Raghupati just wow!!!
@shashankagoswami3966
@shashankagoswami3966 Жыл бұрын
সুখী ❤ বহুত সুন্দৰ ছবি পৰিয়ালৰ লগত চাব পৰা ছবি 👌 প্ৰত্যেকটো চৰিত্ৰ সুন্দৰকৈ উপস্থাপন কৰিছে 💪❤
@learnwithdeep872
@learnwithdeep872 Жыл бұрын
After watching raghupati i learned why Ravi Sarma is called Ravi Sarma. Best Film 🎬 of this era.
@bornaliborahsonowal1224
@bornaliborahsonowal1224 Жыл бұрын
সুব্ৰত কাকতিলৈ ধন্যবাদ থাকিল। বৰ ভাল ডিৰেক্টৰ তেওঁ
@prachuryyabaruah7
@prachuryyabaruah7 Жыл бұрын
Ekdom🔥🔥
@triparnaboraco-0615
@triparnaboraco-0615 Жыл бұрын
ৰবি দাদায়ে কথা কৈ থাকিলে শুনি থাকিব মন যায় ❤ ইমান ধুনীয়া কৈ কয় কথা কেইটা😍 হয়তো সেইবাবেই সৰুৰ পৰা ৰবি দাদা মোৰ favorite actor 🥺❤
@bedantaduwaria7970
@bedantaduwaria7970 Жыл бұрын
কালি চালোঁ । ভাল লাগিল, আৰু ভৱিষ্যতে এনেধৰণৰ চিনেমা ৰ আশা কৰিলোঁ ৰবি দা ❤
@jintudas4135
@jintudas4135 Жыл бұрын
সময় সচাই বহুত শক্তিশালী সময়তকৈ শক্তিশালী বেলেগ একো হব নোৱাৰে। আজি দুদিনমান আগত যিজন মানুহৰ চকুত চকুপানী আছিল আজি সেই মানুহজনৰ মুখত সুখৰ হাহি। এইয়াই সময়ৰ শক্তি। শুদ্ধ পথত থাকিলে অলপ সময়ৰ কাৰণে হয়তো অলপ দুখ হব পাৰে কিন্তু শেষত কিন্তু সুখেই হব এয়া সত্য। মানুহজনক অভিনেতা হিচাপে পিছত প্ৰথমে তেখেতক এজন মানুহ হিচাপে বহুত বেছি ভাল পাও। ❤️❤️
@renubegum3639
@renubegum3639 Жыл бұрын
Rabi daa khub spostobadi ,, durodorkhi teo mane bohu gunor odhikari so val lage Allah he teok vale rakhok ...... AALLAH HAFIJ
@KaSiYali
@KaSiYali Жыл бұрын
ৰঘূপতি চাই ভালপালোঁ।অসমীয়া চিনেমাত এটা নতুন সোৱাদ দিলে।সকলো বয়সৰ মানুহে চাব পৰাকৈ এখন সাংঘাতিক চিনেমা❤
@parthapratimphukan6396
@parthapratimphukan6396 Жыл бұрын
আপুনি ইমান ধুনীয়া এখন চিনেমা আমাক দিয়া বাবে বহুত বহুত ধন্যবাদ ৰবি দা ❤এখন অসমীয়া চিনেমাত কি action,aru dialogue ♥️🔥
@kukidevi4551
@kukidevi4551 Жыл бұрын
ৰবি দাৰ কথাই অন্তৰ চুই যায়❤
@anamikakalita3467
@anamikakalita3467 Жыл бұрын
বহুত বেছি ভাল লাগিছে শ্ৰী ৰঘুপতি।যোৱাকালি ছবিখন চালো। Super duper hit হৈছে।দৰ্শকে চিঞৰি চিঞৰি হাত তালি বজাইছে। আমাক এনেকুৱা ছবি আৰু লাগে ৰবি দা।
@gayatrirajguru6854
@gayatrirajguru6854 Жыл бұрын
আজি শ্ৰী ৰঘুপতি চালোঁ,সঁচাকৈয়ে বহুত ভাল লাগিল।মোৰ দৃষ্টিত অসমীয়া ছবিজগতত এখন সুকীয়া আসন লাভ কৰিব এইখন চিনেমাই।ৰবি দাৰ অভিনয় আগতেও ভাল পাইছিলোঁ,কিন্তু ৰঘুপতিৰ অভিনয়ে আৰু মন চুই গ'ল।কাহিনী,সংলাপ দুৰ্দান্ত।প্ৰতিটো চৰিত্ৰৰ অভিনয় নিখুঁত।অৰুণ আংকলৰ অভিনয় ব্যতিক্রম।মুঠৰ ওপৰত এটা সম্পূর্ণ পেকেজ শ্ৰী ৰঘুপতি।চক্ৰপাণি দা,ছবিখনত আপোনাকো দেখা পাই ভাল লাগিল।
@lizaphukan9330
@lizaphukan9330 Жыл бұрын
ইমান ধুনীয়াকৈ কথা বোৰ কয় ❤ মন চুই যায় ❤
@AssameseMaker1
@AssameseMaker1 Жыл бұрын
খুব ধুনীয়া হৈছে ছবি খন ❤️
@aashuaashu8017
@aashuaashu8017 Жыл бұрын
But u r the real king of Assamese industry as well as Assamese society.... The pure gem 💎...
@buddies644
@buddies644 Жыл бұрын
মইও চালো❤❤🥰🥰ভাষা নাই কি বুলি যে ধন্যবাদ দিম ❤❤❤মোৰ অসমীয়া জগতৰ সকলোতকৈ ভাল লগা অভিনেতা জনক❤❤ইমান ধুনীয়া চিনেমা এখন আমাক উপহাৰ দিয়া বাবেই। 😊কাইলৈ আকৌ চাম বুলি 😊টিকট কাটিলো❤❤বহুত ভাল লাগিল ❤😊😊thanks 😊 ❤ৰবি দা👉🏻❤💚☺
@pranamisarma6032
@pranamisarma6032 Жыл бұрын
Movie khon salu. Class I movie after decades. Full entertainment every minute...hall t jui lagi goise.....Ravi dai kuar dore ekdam comma, daari loike script t dhyan dise...bohut bhal lagil
@preronabharatmotivationass846
@preronabharatmotivationass846 Жыл бұрын
বহুত মজা চিনেমা চালো দেই এইখন পইচা উচুল ৰবি দা ❤❤❤মাৰ্ঘেৰিটাৰ পৰা বহুত মৰম আপোনালৈ 😙😙
@JeonDeori______
@JeonDeori______ Жыл бұрын
সুব্ৰত আৰু ৰবি দা,,,,,,,,,ফিল্মখন চাবলৈ বহুত মন আছে,প্ৰথম দিনাই প্ৰথম চৌ চাম ভাবিছিলো। কিন্তু গা বহুত বেয়া। অনুৰাধাৰ ওচৰত এ থাকো। আপোনাৰ ফিল্ম খন চাবলৈ সোনকালেই গা ভাল হওক তাকেই ভগৱান ৰ ওচৰত কামনা কৰিছো।ভাল হোৱাৰ লগে লগেই দোৰি দৌৰি যাম,শ্ৰী ৰঘুপতি চাম।
@prachuryyabaruah7
@prachuryyabaruah7 Жыл бұрын
Aku nai bondu moyu savo roi asu. Exam soli ase 🔥
@sukanyabaruah1674
@sukanyabaruah1674 Жыл бұрын
আপুনি নিৰপেক্ষ হয় বাবেই সদায় প্রিয়❤কথা খিনি শুনি বৰ ভাল লাগিল।শ্ৰী ৰঘুপৰি ৰ দৰে আৰু ভাল ভাল কাম কৰি যাওক।❤
@preetirekhacreation3075
@preetirekhacreation3075 Жыл бұрын
Suvrat da direction buli janiye Roghupoti saboloi goislu new director flim hokoluye sauk Suvrat da aguwai jauk hokoluye teolukok akhirbad koribo logote Roghupoti Team r hokoluloi xuvessa jonalu
@dimpisahariah6903
@dimpisahariah6903 Жыл бұрын
Uffs aji salu rhghupoti... amazing 😍❤..vahka ni kobole❤🎉...
@bedabikashsaikiamusical5625
@bedabikashsaikiamusical5625 Жыл бұрын
SUV is an honest person. . ❤ Baaki Ravi Daa jui hoi. . Jui😊
@himashridevi4301
@himashridevi4301 Жыл бұрын
Apunar kotha xuni thakile xuni thakibo mon jai rabi daa❤❤❤❤
@mitalinath6601
@mitalinath6601 Жыл бұрын
Social media r ব্যৱহাৰৰ বিষয়ে দিয়া মন্তব্যটো great 👍, বাকী আমি সমালোচনা কৰিব নাজানো হলেও ৰঘূপতি 🔥
@evolve040
@evolve040 Жыл бұрын
7 -8 bosor boyokh t e dekhisilu first theatre t .. hei tetia pora e hokolu falor e pora e imn inspire Kori aahise teu .. hats off Ravi da .. the legend ❤❤
@ParinitaHazarika-qz7nr
@ParinitaHazarika-qz7nr Жыл бұрын
Rabi dar ktha bur xunile xuni thkibo mon jai 🙂❤️bidurbhair prai apunk sini pai golu suv da ❤️
@udsaikia7640
@udsaikia7640 Жыл бұрын
SUV is an upcoming next gen Director we love ur work keep going
@jahnabineog
@jahnabineog Жыл бұрын
Hosakoi cenima khon val lagil.. Bor hundor hoise.. Apunalukor kotha botora val lagil
@bhargabsarmah1632
@bhargabsarmah1632 Жыл бұрын
What a direction, what a cinematography , what a dilouge, what a acting outstanding movie 🎥 ACS officer Sri raghupati rai baruah.....Arun naths acting superb 👏
@shenazhussain2784
@shenazhussain2784 Жыл бұрын
Boht boht bohttttttttttttt val lgil movie xon sai and evn enkua lgise ako ebr goi sai ahu nki😂......... This movie is not one of the best movies but its THE BEST MOVIE OF OUR ASSAMESE INDUSTRY 🔥🔥🔥 till date and Ravi da we want more such kind of movies asap..... Boht excited enkua movie aru exon sbole
@neelanjali.ssharma9282
@neelanjali.ssharma9282 Жыл бұрын
Ravi daa k agor pora khub bhal lage manhujon iman e straight forward kuneu anguliyai dile u bhoi nakhai. Sri Raghupati axomiya solositro jogot r ekhn khube proujoniyo cinema asil. Nohoba amar manhu buror nijor bhakha cinema sabole xhahokh nohoisil tare u bibihno karon ase... Ami xhokolue apunak xhdai shrodha morom di thakim apuni xhusto xhorire enekua bhal kam bur kori jaok tare kamona korisu....
@lakhyajyotigogoi7748
@lakhyajyotigogoi7748 Жыл бұрын
যোৱা কালি শ্ৰী ৰঘুপটি চালো। খুবেই ভাল লাগিল।এটা বুজাব নোৱাৰা অনুভূতি। আপোনালোকক মই অনুৰোধ জনাইছোঁ সকলোৱে ছবিখন এবাৰ চাওক।❤❤❤
@amaranivlogs6825
@amaranivlogs6825 Жыл бұрын
ৰবি দাৰ প্ৰতিটো কথাই অন্তৰ চুই যায় ৷ ❤️
@champaksarma141
@champaksarma141 Жыл бұрын
বহুত ধুনীয়া অসমীয়া ছবি এখন উপভোগ কৰিলোঁ।ৰবি দা আৰু সকলো কলাকুশলীক অলেখ ধন্যবাদ জনালোঁ।
@BornaliDas-no2sr
@BornaliDas-no2sr Жыл бұрын
ৰবিদাৰ অভিনয় তাতে আকৌ সুব্ৰতৰ পৰিচালনা মানে কবলৈ ভাষা নাই। অৰুণ নাথৰ অভিনয়ে চিনেমা খনক এটা বেলেগ পৰ্যায়লৈ লৈ গল বুজাব নোৱাৰি। সকলোৱে সুন্দৰ অভিনয়। ছবি আচলতে এনেকুৱা হব লাগে। 🤟👍
@dibyaachannel1149
@dibyaachannel1149 Жыл бұрын
আজি শ্ৰী ৰঘুপতি চালো, সচাঁই বহুত বহুত বহুত ভাল লাগিল👌❤️👌
@lisandeka4627
@lisandeka4627 Жыл бұрын
The best hero of Assam - Rabi Sharma ❤
@nijorapatangia7797
@nijorapatangia7797 Жыл бұрын
বৰ সুন্দৰ চিনেমা । বৰ ভাল লাগিল চাই । অনুষ্ঠানটো চাই ভাল লাগিছে । তিনিও জনকে ধন্যবাদ জনালোঁ ।🙏
@gargichungkrang1931
@gargichungkrang1931 Жыл бұрын
Bohut bohut val lagil Raghupati, Ami dhemajir pora goi Dibrugarh ot saluhi, apunar pora jenekua akha asil tenekoi a dise. Bohu bohu huveshya thakil Rabi daaa❤️❤️❤️❤️❤️
@mainas133
@mainas133 Жыл бұрын
Rabi da, I have been a huge fan of yours ever since .You are effervescent...Such a humble person .going to watch raghupati tomorrow..wish you and your entire team a very good luck ..hard work and dedication will be paid off ..love you rabi da
@bobyborthakur5431
@bobyborthakur5431 Жыл бұрын
You are the best in Assamese film industry.....you rock....go ahead...we are always with you 👍
@BornaliBorgohain-cn6gr
@BornaliBorgohain-cn6gr Жыл бұрын
আজি ৰঘুপতি চালোঁ ,,, বহুত বেছি ভাল লাগিল,,, সকলোৰে অভিনয় বহুত ধুনীয়া হৈছে...❤️❤️❤️
@sukanyakonch8763
@sukanyakonch8763 Жыл бұрын
বহুত বহুত ভাল চিনেমা বনাইছে।❤️শ্ৰী ৰঘুপতি জুই💥
@FriendlyMom
@FriendlyMom Жыл бұрын
Bohut respect Ravi sir
@anantaburagohain1835
@anantaburagohain1835 Жыл бұрын
Ekhon purnango sobi salu..ajiloike Assamese hero enekuwa look dekha nasilu val lagil Sai..Love Ravi daa
@kalpanabhuyan2372
@kalpanabhuyan2372 Жыл бұрын
Ravi sarma is a man of strong personality....a good human being .....thanks for giving his best through raghupati......may god help him in his every contribution to assamese movie..🎉🎉🎉
@gaurav__5653
@gaurav__5653 Жыл бұрын
Aji sai ahilu ki ultimate film bonaise🔥Hats off to the whole team🙇🏻‍♂️... And Ravi Daa, Preety baa, Arun Nath Sir, Priyam Baa, Siddhartha daa sobei fali dse ❤✨.. Please sobe jaate jai sai aaahe and Assamease film industry support kre🙏🏻🙏🏻
@dimbeswarkonwar7659
@dimbeswarkonwar7659 Жыл бұрын
ৰবি শৰ্মা ব্যতিক্ৰম ।ৰবি সদায় ৰবি হৈ থাকক। মোৰ জীৱনত অন্যতম ছবি ৰঘুপতি । অনুষ্ঠানটো ভাল লাগিল ।
@ankurdutta3984
@ankurdutta3984 Жыл бұрын
We people are growing with you Ravi da ❤️❤️❤️❤️🤞🤞🤞🤞🤞
@Pranjalkalita9211
@Pranjalkalita9211 Жыл бұрын
I lv Rabi da apnr movie Mr bht vl lge agre pra
@chinmoyeebaruahsumu2333
@chinmoyeebaruahsumu2333 Жыл бұрын
সঁচাকৈ ৰঘুপতি খন বহুত উন্নত মানৰ চিনেমা আমি আকৌ চাম বুলি ভাবি আছো । আশা কৰো আৰু সুন্দৰ সুন্দৰ ছবি সমাজলৈ লৈ আহক ❤
@bishal9314
@bishal9314 Жыл бұрын
Ravi da is single piece , only one piece rock hero❤
@BaruvaUttara-rw5tq
@BaruvaUttara-rw5tq Жыл бұрын
Ravi Sharma is genuinely an honest and kind hearted person . Public love you so much for your honesty. I love to see your interviews and inspired me. Looking forward more pictures from you . Congrats to both of you on your grand success.
@adityasvlogs7552
@adityasvlogs7552 Жыл бұрын
সুপাৰ হিট হৈছে ৰঘুপতি ৰবি দা ৰোমান্স এক্সন সকলোতে সুপাৰ❤❤❤
@dikshitasaikia6119
@dikshitasaikia6119 Жыл бұрын
Waoooo ...ki kotha ... Emn influential.. both inspiring aru aspiring
@SewaliTalukdar-vv7mv
@SewaliTalukdar-vv7mv Жыл бұрын
একদম ঠিক কথা কলে আপুনি ৰবিদা ৷ মই ৰঘুপতি চাই আহি, এই অনুষ্ঠান চাই আছো , জানিবমন গ’ল ইমান সুন্দৰ কাহিনীটোৰ লেখক নো কোন? গম পালো বৰ ভাল লাগিল
@adhirajneog5528
@adhirajneog5528 Жыл бұрын
The best Assamese movie ever ❤❤sri raghupati 🥺♥️
@priyankagogoi4826
@priyankagogoi4826 Жыл бұрын
ৰবি দাৰ প্ৰতিটো কথাই অন্তৰ চুই যায়।
@himantagogoi6423
@himantagogoi6423 Жыл бұрын
এটা কথাই কম, অসমৰ ইতিহাসত ইয়াত কৈ আৰু ভাল অসমীয়া চিনেমা চোৱা নাই😊❤️👍
@trishnasarania3694
@trishnasarania3694 Жыл бұрын
ভাল মানুহ❤️❤️❤️❤️
@chayanikaboruah6319
@chayanikaboruah6319 Жыл бұрын
Rabi da Assamese movie anakwa swa nai life t ❤❤❤❤❤❤❤❤❤❤
@prachuryyabaruah7
@prachuryyabaruah7 Жыл бұрын
#$UV Boni gol aru🔥🔥🔥 love you #$UV. Keep growing ♥️
@ranahere4908
@ranahere4908 Жыл бұрын
Fali dise kin2 Raghupati....xosai bohut dhuniya hoise❤
@nishi2420
@nishi2420 Ай бұрын
Ravi Da, a divine blessing to Assam❤
@bhupendowarah2577
@bhupendowarah2577 Жыл бұрын
অ ৰবি দা লগ পাবহে মন গৈছে আওও 😊
@mrindian3972
@mrindian3972 Жыл бұрын
33:25 best line for maa🥺♥️🌍
@gopalsarma6981
@gopalsarma6981 Жыл бұрын
IT'S A AWESOME MOVIE..... WE WANT TO WATCH SUCH MOVIE FURTHER .....
@nafijarahman4678
@nafijarahman4678 Жыл бұрын
Such a motivation and inspirational Person he is ❤️
@anamikagogoi2427
@anamikagogoi2427 Жыл бұрын
Rabi Da hodaiyei Jen anedorei thake...❤horur pora atialoi val Pau ai manuhjonok aru hodaiyei val pai thakim. Subrat kakoti,bohut dhunia Kam korise,agoloiu Kori jua,agbahi jua❤
@mintusonowal8193
@mintusonowal8193 Жыл бұрын
আমাৰ গোলাঘাটৰ গৌৰৱ সুভ্রত দা 😘
@tulikagogoi6541
@tulikagogoi6541 Жыл бұрын
সঁচাকৈ বহুত ভাল লাগিল শ্ৰী ৰঘুপতি চাই,চিনেমাখন চাব লৈ বহুত আশাৰে ৰৈ আছিলো, আকৌ যাতে এনেকুৱা চিনেমা চাবলৈ পাম বুলি আশা থাকিল,
@nirmitakharghoria5527
@nirmitakharghoria5527 Жыл бұрын
Eman valuable kotha kole Ravi Sharma e👍really salute to you🙏aii positivity amar sobi jogotor protek jonor thoka upshit.............
@Outrageous13
@Outrageous13 Жыл бұрын
Gem of a person… a new era of assamese cinema ❤
@susmitaborah73
@susmitaborah73 Жыл бұрын
Aji salu #Sri Raghupati ...worth it..Ravi da best❤
@mrigankagogoi2772
@mrigankagogoi2772 Жыл бұрын
ৰবি দা.. আপোনাৰ কথাখিনিৰ পৰা বহুত উৎসাহিত হ'লো...আপুনি সদায় সকলোৰে আদৰ্শ হৈ ৰ'ব.. শ্ৰী ৰঘুপতি ছবি খন আমি Delhi ত চালোঁ..বহুত ভাল লাগিল...কাহিনী,অভিনয়,action সকলোবোৰ বহুত ভাল হৈছে..❤
@AqUaBbIsT
@AqUaBbIsT Жыл бұрын
SUV....tumi public ok kotha di thoisila Bidurbhai khonor second season release koriba buli....ami ajiu roi asu bidurbhai second season khon sabole.
@prachuryyabaruah7
@prachuryyabaruah7 Жыл бұрын
Are wait. Sabar ka fal meetha hota Hain🔥🔥 ahibo Bidurbhai 2 ahibo
@user-lg8ob3lx7o
@user-lg8ob3lx7o Жыл бұрын
Ahi ase oo.... Rokhaa.... ❤❤
@mamonidevi617
@mamonidevi617 Жыл бұрын
Barttalap bohut dhunia anusthan bhal lagil
@KrishnaHazarika-bb1tr
@KrishnaHazarika-bb1tr Жыл бұрын
​@@prachuryyabaruah7❤❤❤❤🎉🎉🎉🎉🎉🎉🎉😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤
@ki760
@ki760 Жыл бұрын
Hosake dei
@nanitadas5610
@nanitadas5610 Жыл бұрын
Akou abr sabo mon goise ❤ just wow rabi da n subharata da ❤
@jaanbhorali4673
@jaanbhorali4673 Жыл бұрын
ৰঘুপতি চালো এবাৰ কিন্তু হেঁপাহ পলোৱা নাই আৰু দুবাৰ মান চাম।কি অভিনয়,কি কাহিনী।।ৰবি দাৰ কি ফিগাৰ,সৰুৰ পৰা আপোনাক খুউব ভালপাঁও।
@tanishkakashyap5488
@tanishkakashyap5488 Жыл бұрын
Same thing here
@manmitmahanta7879
@manmitmahanta7879 Жыл бұрын
I couldn't pause the entire interview even for a second. Learn a lot from Ravi da. Get highly motivated.
@rijumonidutta1271
@rijumonidutta1271 Жыл бұрын
আপুনি অদ্বিতীয় ৰবিদা🙏আমি সদায় আছো আপোনাৰ লগত
@utpalkalita7283
@utpalkalita7283 Жыл бұрын
Raghupati salu super hit hoi Rabi Sharma Da God bless you 🙏🙏🙏🙏
@sagarsaurav3947
@sagarsaurav3947 Жыл бұрын
Bohut kosto krise dei Saba lgbo ❤️❤️❤️❤️👍
@nibeditagayan8592
@nibeditagayan8592 Жыл бұрын
Rabi da.... personally my favorite...LOVE U dada❤❤
@sachinbori4083
@sachinbori4083 Жыл бұрын
Wow what a movie… Bohut Bhal hoise “Sri Roghupati”❤❤
@trishnaborgohain9128
@trishnaborgohain9128 Жыл бұрын
বৰ ভাল লাগিল। একেবাৰে নিখুঁত। সকলোৱে চাব দেই।
@prasantkasyap3922
@prasantkasyap3922 Жыл бұрын
Total India gross of Sri Raghupati in 2 days that is 42 lakh.. That's a good achievement for us... Lage Raho Sri Raghupati 🙏 An another thing I would like to say Ravi da is a brilliant actor and script writer..He never try to copy other movies structure comparison to Jatin bora film Ratnakar written By The most popular "COPY PASTE" writer Abhijit bhattacharya...Sri Raghupati is totally genuine script wrote By Ravi Sarma... It's totally in his own thought. Ravi Sarma know the difference between theatre script and film script...And Only this man can grow up our film industry...I wish he will do more better work for our film industry.. all the best 👍
@mitumonibora1023
@mitumonibora1023 Жыл бұрын
অন্তৰৰ পৰা ৰবি দাক বহুত বহুত ভাল পাওঁ। কথাবোৰ ইমান ধুনীয়াকৈ কৈ মন চুই যায়। শ্ৰী ৰঘূপটি চালোঁ বহুত বহুত ভাল লাগিলে ❤❤❤
@BaruvaUttara-rw5tq
@BaruvaUttara-rw5tq Жыл бұрын
It was such a wonderful Bartalap ... waiting for part 2 .
@Sarma.k_123
@Sarma.k_123 Жыл бұрын
Cinema khn r each and every side bht bhal hoise. Kotu khut eta etiyale moi uliabo pora nai. Story is original and mind blowing. Nd direction is superb. Direction r uporot movie khn bht nirbhor kore. Music, action, acting, twists sob bht besi attractive hoise. Ekhn Bollywood movie sua jen feel hol. 2 hrs keneke paar hol gomei nplu 😍
@NishaSharma-zd8vg
@NishaSharma-zd8vg Жыл бұрын
Ravi da suvrat da jui🔥🔥🔥
@abinashnath6137
@abinashnath6137 Жыл бұрын
Fantastic flim.. mind blowing, full tu paisa wasool flim.. not boring, Ravi da r action dialogue and kakoti da r direction e hilai dse... Superb acting by all actor.. 🎉 we are waiting for your next upcoming flim
@junaliborboraphatowali6546
@junaliborboraphatowali6546 7 күн бұрын
We Love you Robi Sharma ❤❤❤❤
Heartwarming Unity at School Event #shorts
00:19
Fabiosa Stories
Рет қаралды 25 МЛН
ছবিগৃহলৈ আহি আছে 'বিদুৰভাই'
17:17
Heartwarming Unity at School Event #shorts
00:19
Fabiosa Stories
Рет қаралды 25 МЛН