১৫ বছৰীয়া নবীনৰ কাহিনীয়ে আপোনাকো কন্দুৱাব।

  Рет қаралды 549,178

TIME8 News

TIME8 News

Күн бұрын

১৫ বছৰীয়া নবীনৰ কাহিনীয়ে আপোনাকো কন্দুৱাব।

Пікірлер: 844
@debojitdutta5652
@debojitdutta5652 2 жыл бұрын
এয়াই জীৱন সংগ্ৰাম ভাইটি , সংগ্ৰাম কৰি যোৱা এদিন সফল হবা তুমি । স্থানিয় বিধায়ক মহোদয়ে অলপ সহায় কৰক লৰাটোক ।
@pinkybaruah123
@pinkybaruah123 2 жыл бұрын
লৰাটোৰ জীৱনটো সুখৰ হওঁক, তাকেই কামনা কৰোঁ।
@মিছিংলৰা
@মিছিংলৰা 2 жыл бұрын
লৰা টোৰ ঘৰ ভাল ধৰে ৱনাই দিৱলৈ মামালৈ কামনা কৰিলো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@priyamdoley3889
@priyamdoley3889 2 жыл бұрын
মামা কিবা এটা‌‌ কিৰি দিব please 🙏🙏
@nirmalimedhi6402
@nirmalimedhi6402 2 жыл бұрын
@@priyamdoley3889 ñn bnb BBC b bhb in BBC h bhb NV 7b
@sharifulislamaachannel7224
@sharifulislamaachannel7224 2 жыл бұрын
এয়াই হ'ল জীৱনৰ সংগ্ৰাম । ভাইটি তুমি কষ্ট কৰি যোৱা এদিন না এদিন সফল হবা।
@surajmunda2527
@surajmunda2527 Жыл бұрын
Hii
@karnadeepkalita445
@karnadeepkalita445 2 жыл бұрын
তুমি জীৱনৰ লগত সংগ্ৰাম কৰিব সিকিছা নবীন। তুমি এদিন সফল হবা। মোৰ বিশ্বাস আছে।
@surajgogoi1879
@surajgogoi1879 2 жыл бұрын
গাৱৰ ওচৰে পাজৰে থকা লোক সকলে ও অলপ সহায় কৰি দিব 🙏 চোন, অলপ হ'লেও সকাহ পাব অ🙏🙏🥺
@nayan892
@nayan892 Жыл бұрын
Yaha koi nihe apna bacha
@sumanhborah7561
@sumanhborah7561 Жыл бұрын
Aapka ghr Nabin ka ghar ke pass ke ho kiya !!! Mam Nabin ka contact number dena
@manuramamoran5964
@manuramamoran5964 2 жыл бұрын
জীৱনৰ আন এটা নাম সংগ্ৰাম,ভগবানে সদায় যাতে তোমাক সুখী কৰি ৰাখে।আশীবাদ কৰিছো সদায় যাতে সুখী হৈ থাকা তুমি ভাইটি 👍👍👍❤
@TapanDas-ph4wk
@TapanDas-ph4wk 2 жыл бұрын
তুমি এদিন বহুত ডাঙৰ মানুহ হবা মই তুমাৰ ওচৰত যাম কেইবছৰমান পাছত ময়ো সফল হৈ হে যাম তুমি কুশলে থাকা বন্ধু জীৱনে তুমাৰ ওচৰত হাৰ মানিব এদিন 🖤
@hazarikaankur66
@hazarikaankur66 2 жыл бұрын
তেওঁ কষ্টৰ মাজতো যে শিক্ষা ও আগুৱাই নিছে সেইটো এটা বহুত ভাল কথা। এদিন এই শিক্ষাৰ জৰিয়তে তেওঁ নিজৰ দৰিদ্ৰতাক হৰুৱাব পাৰিব । 🙏
@dhritishmitasarkar4562
@dhritishmitasarkar4562 2 жыл бұрын
চকু পানি ওলাই গল ভাইটি তোমাৰ কথা বোৰ শুনি ভগবান আছে নহয তোমাৰ লগত 😭😭😭❤️😭😭😭
@rinkigogoi989
@rinkigogoi989 2 жыл бұрын
ভগৱানে সহায় কৰক।ভাল কৈ পঢ়া শুনা কৰা বাবা ❤️ডাঙৰ মানুহ হবা তুমি জান ❤️
@uttarabaruva1270
@uttarabaruva1270 2 жыл бұрын
CM sir , please do something for him 🙏 Let him do study so that he will be asset in our country. I felt sad after seeing this news . Thanks to time 8 for sharing this news.
@kovitas2173
@kovitas2173 2 жыл бұрын
ঈশ্বৰে নবিনক শান্তি দিওক তাকেই কামনা কৰিলোঁ নবীন ভাইটি লৈ মোৰ হিয়া ভৰা মৰম আৰু আশীৰ্বাদ থাকিল ।
@babulseikh7591
@babulseikh7591 2 жыл бұрын
তোমাৰ বাবে ভগৱান আছে ভাইটি ,God bless you, ⛪🏯🕌✝️☪️
@goswamielectricalelectroni8324
@goswamielectricalelectroni8324 2 жыл бұрын
অত্যন্ত দুঃখ লাগিল।সকলো আগবাঢ়ি আহক এই সৰু লৰাতোক সহায় কৰিবলৈ।।।
@barsing2305
@barsing2305 2 жыл бұрын
ভাইটি, তোমাৰ জীৱনত যেনেকৈ দুখ কষ্ট আহিছে ঠিক তেনেকৈ সুখ সমৃদ্ধি ও আহক তাকেই কামনা কৰিলোঁ !
@krishnagogoi1657
@krishnagogoi1657 2 жыл бұрын
নবীনৰ লগত যোগাযোগ কৰিবলৈ ফোন নম্বৰ টো পাম নেকি?
@jyotiprasad6792
@jyotiprasad6792 2 жыл бұрын
সকলোৱে আগবাহি আহক,লৰাজনক সহায় কৰক🙏🏻🙏🏻
@asinayang6189
@asinayang6189 2 жыл бұрын
সেয়া তোমাৰ জীৱনৰ অগ্নি পৰীক্ষা বুলি ভাবি লোৱা আৰু তুমি আগুৱাই যোৱা ভাইতি সকলো ভাল হব।
@runubaruah60
@runubaruah60 2 жыл бұрын
জীৱন সংগ্ৰামত এদিন তুমি জয়ী হ'বাই পোনা। আশীৰ্বাদ কৰিছো ঈশ্বৰে তোমাক চকু মেলি চাওক 🙏
@rinibegum8766
@rinibegum8766 2 жыл бұрын
Bhaity Monatdukh nokoriba,tumar logat Bhogaban aru ma deutar Akhirbad ase.tumi kebol aguai jua.tumar logat thakiboi porialor ajon manuh logat rakha.
@sanjibdas15040
@sanjibdas15040 2 жыл бұрын
বহুত দুখ লাগিল এনেকুৱা কাৰো যাতে নহয় ভগৱানৰ ওচৰত তাৰে প্রাৰ্থনা জনালো । তেও হে জানে অকলশৰীয়া জীৱন কেনেকুৱা লাগে
@KaSiYali
@KaSiYali 2 жыл бұрын
তুমি জীৱনত সফল হ'বাই হ'বা।আচলতে তুমি এতিয়াও সফল মানুহ।অন্তৰৰ সমস্ত শুভেচ্ছা তোমালৈ দিছোঁ।
@mohendrpatiri9793
@mohendrpatiri9793 Жыл бұрын
সেয়াই প্ৰকৃত পিতৃ মাতৃ ৰ পুত্ৰ সকলোৱেই ওচৰে পাজৰে থকাবোৰে সহায় কৰে যেন
@sumitrarawani9462
@sumitrarawani9462 2 жыл бұрын
God bless u boy..we r proud of you.
@GracecovenantChurchdhemaji123
@GracecovenantChurchdhemaji123 2 жыл бұрын
ঈশ্বৰৰ আশীৰ্বাদ তোমাৰ লগত সদাই থাকিব । মা দেউতা এদিন এৰি যায় কিন্তু ঈশ্বৰৰ সদায় লগত থাকে।
@anupnathanupnath1273
@anupnathanupnath1273 2 жыл бұрын
তুমি এনেদৰে সংগ্ৰাম আৰু নিজৰ ওপৰত অদম্য বিশ্বাস ৰাখি আগুৱাই যোৱা ভাইতি । তোমাৰ বহুত বহুত ভাল হ'ব প্ৰাৰ্থনা কৰিছো
@monjitlahon3963
@monjitlahon3963 2 жыл бұрын
Time 8তে বহুত ভাল কাম কৰিছে, অশেষ ধন্যবাদ থাকিল।🙏
@neki200k8
@neki200k8 2 жыл бұрын
হে আল্লাহ লৰাটোৰ জীৱন সুন্দর কৰি দিয়া
@SmritiPriyanku
@SmritiPriyanku 2 жыл бұрын
"ৰাইজে নখ জোকাৰিলে নৈ বয় ।" ৰাইজৰ নখত লাগি থকা সামান্য পানীখিনি জোকাৰি লগ কৰিলে বহুত পানী হ'ব । অর্থাৎ এটোপ দুটোপ পানী পাহাৰৰ পৰা নিগৰি আহিয়েই জান - জুৰি , নৈ আদিৰ সৃষ্টি কৰে । সেইদৰে ৰাইজে দুই এটকাকৈ দান-বৰঙণি আগ বঢ়ালেই সি বৃহৎ পৰিমাণৰ ধন হ'ব আৰু তাৰ দ্বাৰাই একোটা ডাঙৰ কাম কৰিব পৰা যাব ।...... কত আজি গাঁওৰ ৰাইজ ? এজনীৰ মানুহৰ বাদে আৰু কোনো ওলাই নাহিল কেমেৰা আগলৈ,!! ভোজ পাতিলে লৰাই ছোৱালীয়ে টোপোলা বান্ধি উঠি আহিব, দুপৰীয়া হাজটো তাতে খাওঁগে বুলি....
@jintuarandhara6724
@jintuarandhara6724 2 жыл бұрын
চৰকাৰক অনুৰোধ জনাইছোঁ লৰাটোক সহায় কৰক 🙏ভাইটি তুমি অকলশৰীয়া বুলি ভাগি নপৰিবা এদিন নহয় এদিন তোমাৰ জীৱনটো সুখৰ হব।
@riyankashyapkamrupiyanboy147
@riyankashyapkamrupiyanboy147 2 жыл бұрын
তোমাৰ ভাল দিন আহিছে বুলি ভাবি লোৱা ।।ভগবান এ চাইছে মোৰ দাঙি
@Saath_Chale_toh_Jeetenge
@Saath_Chale_toh_Jeetenge 2 жыл бұрын
It is really important to help him. I request our honourable chief minister sir, please give a chance him to study otherwise, making schools/colleges will be useless.
@deepjyotiboruah9496
@deepjyotiboruah9496 2 жыл бұрын
তোমাক দেখি এটা কথাত নিশ্চিত হৈছো যে , তোমাৰ দুচকোত ৰাজ লক্ষণ আছে । এদিন সফল হবা । কোনোদিন বেয়া ৰাস্তাত ভৰি নিদিবা । তোমালৈ শুভকামনা জনালো ।
@sanjibpegu5834
@sanjibpegu5834 2 жыл бұрын
বহু বহু ধন্যবাদ নিবিন বেতা। আশা কৰিছো তোমাৰ সুন্দৰ জীৱন হওক কামনা কৰিলোঁ। তোমাৰ য়োগা যোগৰ নাম্বাৰটো পাৰিলে দিবাচোন।
@kamalchandradeka1474
@kamalchandradeka1474 2 жыл бұрын
সংগ্ৰামৰ আন এটা নাম জীৱন। একো লাভ নাই। চৰকাৰে যে তোমাক সহায় কৰিব তাৰ আশা ক্ষীণ। সৎ আৰু নিষ্ঠাৱান হোৱা,সফল হবাই। সকলোৰে আশীষ থাকিব ভাইটি। God bless him.
@kritishreesarma
@kritishreesarma 2 жыл бұрын
ভাইটি তোমাৰ জীৱনতো সুখ আৰু শান্তিৰ হ‌ওক তাৰে প্ৰাৰ্থনা জনালোঁ ভগৱানৰ ওচৰত 🙏🏻🙏🏻🙏🏻
@JIRI138
@JIRI138 2 жыл бұрын
ভাইতি জনৰ লগত যোগাযোগৰ বা সহায়ৰ বাবে ফোন নম্বৰ বা বেংক একাউন্ট নম্বৰ পোৱা হ'লে ভাল আছিল..
@ManojDas-fe9wp
@ManojDas-fe9wp 2 жыл бұрын
Gautam Val kotha koise apuni, gud
@jyotidasmoran3490
@jyotidasmoran3490 2 жыл бұрын
I agree👍👍...Phn no.,Ac no. Dyok,ami nichchoi xohai korim
@dhritishmitasarkar4562
@dhritishmitasarkar4562 2 жыл бұрын
Hoi thik koise apuni
@rupantadas3671
@rupantadas3671 2 жыл бұрын
Moio dim olp kiba
@probinrongpi3449
@probinrongpi3449 2 жыл бұрын
He is legend 😊😊😊😊❤️❤️❤️ proud of you bro never give up and God bless you 💓💓💓💓💓😥😥😥😥😥😥😥😥😥
@biswajitbhattacharjya4002
@biswajitbhattacharjya4002 2 жыл бұрын
Adin tumi success hoba e....Baba Mahakal bless you
@dheerajsfunnyvidio7424
@dheerajsfunnyvidio7424 2 жыл бұрын
ভগৱানে তুমাক মঙ্গল কৰক।🙏🙏🙏কাৰো জীৱনত এনে দখা নহয় যেন তাৰ কামনা কৰো😭😭😭😭😭😭
@assamgames6432
@assamgames6432 2 жыл бұрын
Tumi adin bhut dagor manu hoi joya take kamona korilu vaii ❤️❤️❤️❤️🙏🙏🙏
@deepmonisaikia2366
@deepmonisaikia2366 2 жыл бұрын
God bless you my child,
@ajubajultd.3484
@ajubajultd.3484 2 жыл бұрын
যাৰ একো নাই তাৰ আল্লাহ সহায় আছে। সৎ পথত থাকিবা।
@munnabhaiaxom
@munnabhaiaxom 2 жыл бұрын
ভিডিঅ তো চাই বহুত বেয়া লাগিছে.. গাঁৱৰ খুৰা আইতা সকলে অলপ সহায় কৰক নবীন ভাইক ইমান দিন অকলে থাকিলে । নবীন ভাইটিৰ কোনো খুৰা খুড়ী জেঠা জেঠি নাছিল নেকি.. নবীন ভাই তুমি যাতে এদিন ভাল মানুহ হয় ভগৱানৰ আশীৰ্বাদ বিচাৰিছোঁ 🙏
@mampichannel730
@mampichannel730 2 жыл бұрын
ইমান দুখ লাগিল
@mbvlog8614
@mbvlog8614 2 жыл бұрын
Adin tumar hokolu dixote val hbo vaiti voi nokoriba xahoxere thaka, vgobanor uporot hodai biswas rakhiba.
@Explore_অসম
@Explore_অসম 2 жыл бұрын
একাউন্ট নম্বৰটো দিলে ভাল আছিল কেতিয়াবা লগ পাম বুলি আশা থাকিল বন্ধু তোমাক।
@spoilerB
@spoilerB 2 жыл бұрын
One man army. God bless brother.
@paragjyotix02
@paragjyotix02 2 жыл бұрын
❤️❤️ ভৱিষ্যতে সফল নাগৰিক হক 😘
@porismitabora9055
@porismitabora9055 2 жыл бұрын
Tumi hodai anekoie xahoxere agbahi jua vogoban ase tumar val hbo .
@JuriChamua
@JuriChamua 2 ай бұрын
তোমাৰ জীৱন টো সুন্দৰ হক। আশীর্বাদ কৰিছো।
@dhruvaamsi
@dhruvaamsi 2 жыл бұрын
A person who have there own Mother and father are Very lucky. Because a boy know what is the feeling of living without having there own Mother and father ❤️😭
@bantineog6722
@bantineog6722 2 жыл бұрын
সচাকৈ দুখৰ কাহিনী।ধৈয্য আছে যেতিয়া ভৱিষ্যতে ভাল হ'ব।
@pragjyotihazarika5566
@pragjyotihazarika5566 2 жыл бұрын
God bless you my brother 💞💞💞
@minukigogoimgogoi2737
@minukigogoimgogoi2737 2 жыл бұрын
Tumi bohut giyanni Lora bhaiti
@swarnajyotirabha3057
@swarnajyotirabha3057 2 жыл бұрын
😭😭xosakoi video tu sai soku pani ulal ....🙏🙏vogobanloi parthona Korisu ... Vaitir gibontu agole ati xundor xuxor Kori tulok ...😘😘😘 Tumi xodai valeii thaka take kamona korilu vaiti 😘😘😘
@rahulaxom1.068
@rahulaxom1.068 2 жыл бұрын
এয়াই আমাৰ মানৱ জীৱনৰ সংগ্ৰাম। বন্ধু তুমি নিজৰ সংগ্ৰাম কৰি যোৱা তোমাৰ সংগ্ৰামৰ ফলাফল তুমি অতি সোনকালেই ভগৱানে প্ৰদান কৰিব।।।
@mrinalmalakar301
@mrinalmalakar301 2 жыл бұрын
Enekua news share korile val lage 💓🙂....good jon
@divyajyotibora778
@divyajyotibora778 2 жыл бұрын
মানুহে মানুহক সহায় নকৰে সেইয়া প্ৰমাণ হৈছে এই দৃশ্যৰ যোগেদি।কোনো কথা নাই, সকলো পৰিচালনা কৰা এজন আছে তু,তেওঁ চাব,মাত্ৰ ধৈৰ্য্য ধৰা,জীৱনতো বৰ মূল্যবান,মাথো পৰিচালনা কৰোঁতে অকনমান কষ্ট হয়।
@mrinalvlogs5009
@mrinalvlogs5009 2 жыл бұрын
বহুত দুখ লাগিল
@abhijitboro811
@abhijitboro811 2 жыл бұрын
দাদা টোৰ জীৱনটো সুখৰ হ‌ওক।❤️
@jishnukashyap1885
@jishnukashyap1885 2 жыл бұрын
May God Bless You Always Brother, Aguwai Juwa Tumi Brother Xdai Take Kamona krisu
@priyankamili9627
@priyankamili9627 2 жыл бұрын
God bless u bro....nakandiba bro
@pronabbaruah9137
@pronabbaruah9137 2 жыл бұрын
tmR jebon tu hukhr houk🙏🙏🙏❤️❤️
@rupalibhuyan8075
@rupalibhuyan8075 2 жыл бұрын
তোমাৰ জীৱনটো খুবেই সুন্দৰ হ ওক। স্থানীয় লোকে সহায় কৰক।
@bhairabjyotigogoi386
@bhairabjyotigogoi386 2 жыл бұрын
Real hero hope one day everything will be fine.
@AnisurRahman-kx6zf
@AnisurRahman-kx6zf 2 жыл бұрын
Salute to him 🙏🙏❣️👍
@rme4945
@rme4945 2 жыл бұрын
Miss u Maa 😭🙏
@user-riyan12
@user-riyan12 2 жыл бұрын
😭😭😭
@mriduladeka7465
@mriduladeka7465 2 жыл бұрын
তোমাৰ জিৱনটো সুখৰ হয়ওক এয়াই মোৰ ভগৱান ওচৰত প্ৰাৰ্থনা।
@sirajali8959
@sirajali8959 2 жыл бұрын
Bohut dukh lagise anekua dukhia manuhk amar cm.sir olap help korile bohut sukhi hom ami
@dilipmohonta
@dilipmohonta 2 жыл бұрын
ভাইটিটোক ভগৱানে আশিৰবাদ কৰক 🙏
@ManojDas-fe9wp
@ManojDas-fe9wp 2 жыл бұрын
Ha ha VOGOBAN
@juridas6012
@juridas6012 2 жыл бұрын
জীৱন মানেই যুদ্ধ. ✊✊
@goutamdas5348
@goutamdas5348 2 жыл бұрын
ভগৱানে তোমাৰ মংগল কৰক |
@অসমীয়ালৰাপৰশমণি
@অসমীয়ালৰাপৰশমণি 2 жыл бұрын
তেওঁ সমষ্টিৰ বিধায়ক জনে অলপ সহায় কৰক তেওঁক ৷ মোৰ অসম চৰকাৰৰ ওপৰত আশা থাকিল সহায় কৰিব বুলি ৷
@tinkuboruah6553
@tinkuboruah6553 2 жыл бұрын
ল'ৰা জীৱনটো সুখৰ হক
@nurulislamlaskar8688
@nurulislamlaskar8688 2 жыл бұрын
Good right thanks you student Allaho tumi hafajot korio subahanalla alhumdulilla allahuakbar amin
@Mmr283
@Mmr283 2 жыл бұрын
I would like to thank TIME8 news channel for publish this. I think it will help Nabin in future. Hon'ble Chief Minister will take necessary step for Nabin.... I believe..
@karbipo6326
@karbipo6326 2 жыл бұрын
God bless you beta
@rmboroofficial9042
@rmboroofficial9042 2 жыл бұрын
Sorkare ki bebostha loi atia. Sorkare sabo lagw ai koratu. God bless you Nobin Gogoi
@mirzarahman8054
@mirzarahman8054 2 жыл бұрын
Allah tomak Vale rakhok bhaiti.
@pkpk6048
@pkpk6048 2 жыл бұрын
Takei tu.
@mayna_officiall
@mayna_officiall 2 жыл бұрын
জীৱনটো যেন হাঁহি ৰে ভৰি পৰে তাৰেই কামনা কৰিলোঁ
@ranjitlachan7332
@ranjitlachan7332 2 жыл бұрын
ভাইটি, নবীনৰ লগত যোগাযোগ কৰিবলৈ ফোন নম্বৰটো পামনে
@dipduttasaikia6636
@dipduttasaikia6636 2 жыл бұрын
Go forward and do your work in right paths...but don't be sad...God bless you brother....
@ayotriphukonmohan9170
@ayotriphukonmohan9170 2 жыл бұрын
বৰ দুখ লাগে ৷ তুমাৰ জীৱন যুদ্ধত সাহসেৰে আগবাঢ়ি যোৱা৷ ভগৱান সদায় তোমাৰ কাষত৷
@lutfurkhan1357
@lutfurkhan1357 2 жыл бұрын
Nabin, tumi bahut morom loga lora kosto Kora Bhagwane sab. Duwa korisu tumale God bless you Nabin
@2.0940
@2.0940 2 жыл бұрын
Bhite bhogoban asa tumar logor sinta nokoriba aguaii jua🙏🙏🙏🙏
@BadshahMominur
@BadshahMominur 2 жыл бұрын
Allah teor mongol korok ...adin teo dangor manuh hbo ....I love you Nobin ..Salute you brother
@navjitkaushik9810
@navjitkaushik9810 2 жыл бұрын
Our best wishes with you. You will diffinately shine one day brother.
@monalishadutta5860
@monalishadutta5860 2 жыл бұрын
Krishno krishno🙏🙏. Tumi aguai jua hokolu badha nausi. Bhogobana tumak soku mali sabo. Matro monot bol rakhiba. 😭😭😭😭
@probudhprotimsaikia1461
@probudhprotimsaikia1461 2 жыл бұрын
Tumi jibonot bohut aguwai juwa vaity tumar dirghaiu kamona korilu 🙏🏻❤
@rajinapatir7234
@rajinapatir7234 2 жыл бұрын
😭😰😢😥 bohut dukh lagil kahinitu huni please taik jene pare hohai korok
@arpanabaishya6781
@arpanabaishya6781 2 жыл бұрын
Tumar kthabor gm pai dhukh lagil vaiti tumi adin val manuh hba so mr akha thakil
@nomitamikham6680
@nomitamikham6680 2 жыл бұрын
Nobin Beta tumi dukh nokori ba.isore tumak hodai modot kori Bo.
@pbblog1044
@pbblog1044 2 жыл бұрын
তুমি সফল হবাই এদিন ভাইটি
@pranamisaikia7166
@pranamisaikia7166 2 жыл бұрын
Good Bless You
@hiranyasaharia8930
@hiranyasaharia8930 2 жыл бұрын
Don't despair.Work hard.you must be able to reach in your goal. 🙏
@jintupathak1593
@jintupathak1593 2 жыл бұрын
তুমি এদিন জয় হবা.ভগৱানে তুমাক কুশলে ৰাখক....
@sprihasharma2025
@sprihasharma2025 2 жыл бұрын
ভগৱানে তোমাৰ হাতত ধৰি থাকক ।
@adityafitness4649
@adityafitness4649 2 жыл бұрын
God bless you boy❤gd with you
@gitamonihazarika5059
@gitamonihazarika5059 2 жыл бұрын
ভগবানৰ ওচৰত মিনতি কৰিছো যেন ভগৱানে তোমাক বহুত সাহস দিয়ে উন্নতিৰ পথত আগুৱাই যোৱাত
@rcmusicallyaxom268
@rcmusicallyaxom268 2 жыл бұрын
তুমি আগুৱাই যোৱা🙏
@AbdulHakim-lh8mu
@AbdulHakim-lh8mu 2 жыл бұрын
হতাশ নহ'বা ।সংগ্ৰাম চলাই যোৱা ।এদিন তুমি সফল ব্যক্তিত পৰিণত হ'বা ।
Офицер, я всё объясню
01:00
История одного вокалиста
Рет қаралды 6 МЛН
Как мы играем в игры 😂
00:20
МЯТНАЯ ФАНТА
Рет қаралды 3,4 МЛН
Shahrukh Khan romantic dance with Madhuri Dixit in award show
6:26
देवेश भैया जी
Рет қаралды 1,7 МЛН