Рет қаралды 1,960
NKTV PLUS
▶️ ’২৬ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে অগপ ▶️ অগপই আৰম্ভ কৰিব বিচাৰিছে ঘৰে-ঘৰে আঞ্চলিকতাবাদৰ ধাৰা!▶️ বিজেপি-কংগ্ৰেছৰ পিছত ৰাজ্যত আৰম্ভ অগপৰ সদস্যভৰ্তি অভিযান▶️ ফোন নম্বৰত মিছড কল দি হ’ব পাৰিব অগপৰ অংশীদাৰ