এই মানুহজন....বেলেগ একো বিশেষ নকওঁ । কিন্তু এটা কথা কম যে তেওঁ অসমক যিদৰে গ্ৰহণ কৰিছে,,ভাষা আৰু অসমৰ প্ৰতি যি মৰম,আবেগ, অনাঅসমীয়া হিচাপে সেয়া বহুত বহুত বেছি আমাৰ কাৰণে ।
@Pranjit_bora8 сағат бұрын
পোনপ্ৰথমে জি পি সিং ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ প্ৰশাসনিক দিশৰ ক্ষেত্ৰত জি পি সিং ডাঙৰীয়াৰ এক উল্লেখযোগ্য ভূমিকা আছে। জনগনৰ মাজত তেখেতে সুন্দৰকৈ সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছিল।তেখেতৰ দৰে এজন সুদক্ষ আৰু নিষ্ঠাৱান বিষয়াক প্ৰতিজন অসমীয়াই সদায় মনত ৰাখিব।
@rahulbikers43866 сағат бұрын
😮
@Himanta44132 минут бұрын
The perception of Govt.of India and persistant efforts in develompment and security has chaged Assam a lot 👌 উন্নয়নৰ অবিৰাম যাত্ৰা ~ Salute to the great person GP Singh dangoriya .
@Himanta44120 минут бұрын
Last line was touching 😢 ~ The sound of water flow and the sight of Manash was imprinted as most beautiful geography of my life. Thank you for your dedication and devotion for the people of Assam .