ভাল লাগিল সকলোৱে বিষয়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা বাবে । এইখিনিতে এটা কথা কওঁ বেয়া নাভাবিব। ইয়াত কেইজন মানে কেৱল বীৰ লাচিত সেনাক Credit টো দিব বিচৰা যেন লাগিল। ইয়াত কেৱল বীৰ লাচিত সেনা য়ে বিৰুধ কৰা আমি দেখিবলৈ পোৱা নাই, আৰু বেলেগ দল সংগঠনৰো লোক আমি দেখিবলৈ পাইছো। "দায় দুখ নধৰিব " 🙏
@saralmonineog740310 күн бұрын
Oti hundor "Joi Aai Akhom"
@ShantumoniDutta-rp4sm10 күн бұрын
❤❤
@ShantumoniDutta-rp4sm10 күн бұрын
😊😊 ❤ 💞
@basantatahu21856 күн бұрын
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে । জয় আই অসম ❤❤❤
@ৰিংকুঅসম০9 күн бұрын
সুন্দৰ দাদা জয় আই অসম ✊✊✊
@JibonKalita-y7q9 күн бұрын
সুন্দৰ সুন্দৰ,,,,,
@simantachetia7059 күн бұрын
সুন্দৰ।
@AshimBorgohain9 күн бұрын
সুন্দৰ পদক্ষেপ
@MdIslamAli-g9h7 күн бұрын
মজা
@madhurjyagogoi608510 күн бұрын
সুন্দৰ
@RUPJYOTIGOGOI-c2p8 күн бұрын
Nice 👍
@Utpal3978 күн бұрын
Jai Ai Akham ❤❤❤❤❤❤
@akib2896 күн бұрын
Excellent Work 👏👏👏
@bulendeka-cy3ti2 күн бұрын
Good aidya sir bulen
@jehiruddinahmed51819 күн бұрын
সদৌটি অসমীয়া জাতীয় সংগঠন তথা বীৰ লাচিত সেনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। জাগক অসমীয়া জাতি জাগক, জাগক সদৌ অসমীয়া জাতীয় সংগঠন জাগক.. অন্যথা আমাৰ প্ৰতিকাৰ নাই। বহিৰাগত, বিদেশীক দমন কৰিবৰ হ'ল, বহিস্কাৰ কৰিবৰ হ'ল। নহ'লে যে অসমতে অসমীয়া ভগনীয়া হ'ব। জয় আই অসম। শ্ৰদ্ধাৰে -- জেহিৰুদ্দিন আহমেদ সক্ৰিয় কৰ্মী, অসম আন্দোলন কছাৰীহাট, গোলাঘাট।
@RatanDas-eb6bb9 күн бұрын
Very good step
@Cov_gffyddhijdrrhhfdf9 күн бұрын
Mojahhhhh😂😂😂😂😂
@SunmaiChutia-j2u8 күн бұрын
Jai Lasit Hena Jai Ai Assam
@bluestar472010 күн бұрын
Mojja kokaideu
@pankajphukan64686 күн бұрын
বহিৰাগতৰ অতপালি অলপ বেছি হৈছে ৷
@ApurbaFone9 күн бұрын
Good 👍
@BidyutVikashBorah6 күн бұрын
Joi aai asom
@XlGogoi9 күн бұрын
জয় আই অসম
@absrontu409410 күн бұрын
Jai aai axom.....
@AlikBorah-l4w9 күн бұрын
Good dada sundar podakhep
@travellife6629 күн бұрын
Xundor
@SauravBorahBorah9 күн бұрын
Joi aii Assam
@pranitakonwar14139 күн бұрын
ৰজাদিনীয়া সকলো সম্পদেই সংৰক্ষিত হৈ থাকিব লাগে
@dhrubajyotihatiboruah13629 күн бұрын
Val kam krise
@kalitamanab30089 күн бұрын
Good ❤
@bulendeka-cy3ti6 күн бұрын
Dada ok fine kam
@BitulVideo-e6u10 күн бұрын
Good ❤❤❤
@scaryp_gaming_99028 күн бұрын
❤
@lachitgogoi56707 күн бұрын
Right decision
@rajuboroo66577 күн бұрын
Good job
@exploreindicatorassam94658 күн бұрын
ধন্যবাদ শৃংখল দা। হাৰ নামানিব দাদা। আমিও আছো।
@pradipkhoud46654 күн бұрын
বহুত চল পায় গৈছে এই অনা-অসমীয়া সকলে! আমাৰ সময়ৰ মূল্য আছে, যেনিয়েই চোৱা যায় তেনিয়েই খেলি মেলি ! কোনো কাৰণতে মানিব নালাগে অসমীয়া আমাৰ যুৱক তথা ডেকা শক্তিয়ে ! প্ৰদীপ খাউণ্ড,পাভৈ
@krgogoi115239 күн бұрын
Good
@BijoySensensa5 күн бұрын
Good podokhap
@BinodKonwar-uf8eb10 күн бұрын
Good
@NondighatuwarNondighatuwr10 күн бұрын
Thank😊😊😊
@ultimatecreation....10 күн бұрын
শিৱসাগৰত এজন বিধায়ক আছিল বুলি শুনিছিলো 😂
@jblover86589 күн бұрын
Very good step. Srinkgal Chaliha dangariya, amak Congress, BJP kaku nalage, Aami eta strong rejional political party.bisaru. Mor apunar prati katar anurodh 2026r election ot abatirna hauk. We are with you. Jai Aai Asom.
@DebasishGohain-up6lw9 күн бұрын
👍
@kinaramdas51988 күн бұрын
হিমন্ত বিশ্ব শৰ্মাই এদিন অসম খনো বিক্ৰী কৰিব যদি অসমীয়াই আমি অসমীয়া আমি অসমীয়া বুলি চিঞৰি থাকিলে হাত সাবতি বহি থাকিলে নহব অসম ৰক্ষা বাবে আমি লাচিতৰ দৰে হাতত হেংদাং লৈ ওলাই আহিব লাগিব নহলে আমি অসমীয়া বিদেশী বহটিয়া হৈ থাকিব লাগিব।
@binoykalita759710 күн бұрын
আৰ এছ এছৰ চৰ্তছায়াত অসমৰ ঐতিহ্য এফালৰ পৰা শেষ হৈছে।
@BikashSaikia-i1o10 күн бұрын
❤❤❤❤
@ZenithEnigma-h4p10 күн бұрын
শৰ্মা বিলাক আহোমৰ ঘোৰ বিৰোধী।
@janardanbora28039 күн бұрын
এক দম সঁচা কথা কৈ দিলা বামুনে আহোমক আগৰ পৰাই দেখিব নোৱাৰে জয় আই অসম
@spamansh17109 күн бұрын
Tumaluke bamun ahom kri thakutei jabo. Miya axom khai jabo sai thakiba
@ritupondihingia51699 күн бұрын
আহোমক বহুতে দেখিব নোৱাৰে।
@ZenithEnigma-h4p9 күн бұрын
@@ritupondihingia5169 হয়। আহোমৰ মৰ্য্যদা বোৰক বহুতে হিংসা কৰে। সেইবাবে সুবিধা পালেই আহোম জাতিক বহুতে ঠাট্টা কৰে। আহোম মানুহ সাধাৰণতে স্পষ্টবাদী আৰু সচা কথা ক'বলৈ ভয় নকৰে বাবেও বহুতে মনে মনে বেয়া পায়। বৰ্তমান অসম খন কেৱল আহোম মানুহে হিলাই আছে ।
@rajiv12239 күн бұрын
Dhekeri Bamun r axom nohoi eikhon 😂 ..
@PranjalChetia-p5o10 күн бұрын
Beast dada
@pastorakashMorang9 күн бұрын
বৈলাৰ বিলাকে লোকেল সকলৰ পাইপ শেষ কৰিব বিচাৰিছে , জাগিবৰ হল ধৰ্ম নামত জাতিৰ শেষ কৰিব পৰিকল্পনা ৰচিছে
@DebojitGogoi-j8e9 күн бұрын
Amar Assamese manuhe Prai bhage Business koribo lage bahira Manuhor Dukanot goi atia aibilak kini thakibo time nai amar Assamese Hokolu Dol hongothone mili Nibonuwa jiman ase hokoluke Business lineot hujug ag brohale bhal hobo
@dharbagogoi82989 күн бұрын
Ahumor hompot burot kunu ona axomeai hat nedea Jan joi ai axom