৪০০ বছৰ পূৰ্বৰ অসমখন কেনে আছিল? Assam 400 Years ago I Chaturtha Stambha

  Рет қаралды 564,264

Kumud Das Official

Kumud Das Official

Жыл бұрын

৪০০ বছৰ পূৰ্বৰ অসমখন কেনে আছিল?
চতুৰ্থ স্তম্ভত এক কল্পনাত্মক ভিডিঅ’

Пікірлер: 387
@rituparnabhardwaj760
@rituparnabhardwaj760 Жыл бұрын
বহুত বেছি ভাল আছিলে, আপোন - আপোন লগা সকলো বিলাক আছিল চাগেই আৰু সেউজীয়া আছিলে সকলো...!!
@mrdow-io4uc
@mrdow-io4uc Жыл бұрын
#mrdow
@zudasnaz9974
@zudasnaz9974 Жыл бұрын
Moyu taake olop xomoy bhabisilu
@nikhilbora2416
@nikhilbora2416 Жыл бұрын
no freedom... worst thing to have in life... thank god not born in that time
@ritulrhxhira6544
@ritulrhxhira6544 Жыл бұрын
@@zudasnaz9974 o u
@rupam_editz7
@rupam_editz7 Жыл бұрын
Mon jai ghuri jbole
@rejakali8286
@rejakali8286 Жыл бұрын
আপোনাৰ কন্ঠত ৪০০ বছৰ পুৰণি সুন্দৰ মনোমোহা সোনৰ অসমখনিৰ বৰ্ননা শুনি আৰু ছবিবোৰ দেখি আপ্লুত হলো। এনেকুৱা লাগিছে আজি যেন মোৰ নষ্টালজিক মনটোৱে ৪০০ বছৰীয়া সেই নিভাজ নিৰ্ভাজাল প্ৰকৃতিৰে ভৰপূৰ,চৰাইৰ কোলাহলত ৰজনজনাই থকা, বিভিন্ন জীৱ-জন্তুৰে ভৰপূৰ, নিস্বাৰ্থ সেই সহজ সৰল মানুহবোৰৰ মাজত যেন উৰি যাম সচাকৈ আপোনাক অনন্তকৰনে ধন্যবাদ জনালো।
@santoshraut4554
@santoshraut4554 Жыл бұрын
আপোনাৰ কথন ভংগী ❤ ইমান সুন্দৰ আৰু সু-স্পষ্ট ব্যক্ত। এনেদৰে আমাক অতীতৰ বহু কথা জানিবলৈ সহায় কৰাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ।
@mintudas404
@mintudas404 Жыл бұрын
কথা খিনি আৰু ছবি খিনিয়ে হৃদয় চুই গ ল! সচাঁই আমাৰ অতীত সোণৰ অসম , চাই চাই যেন এনে অনুভৱ হৈছে মোৰ আকৌ যেন ঘুৰি যাওঁ সেই অতীতৰ দিনবোৰলৈ !😥
@arunpathak2120
@arunpathak2120 Жыл бұрын
আচলতে সকলোৱে প্ৰকৃতিৰ ওপৰত ভিত্তি কৰিয়েই জীৱন নিৰ্বাহ কৰিছিল। বহুত সুখৰ দিন আছিল সেইদিন।
@mostfunnyvedios1527
@mostfunnyvedios1527 Жыл бұрын
আজিৰ যান্ত্ৰিক পৃথিৱীত জীয়াই থাকি তাহাঁনিৰ অসমখনক‌ আমি কেৱল অনুভৱহে কৰিব পাৰো।মনত হাজাৰটা প্ৰশ্ন কিন্তু উত্তৰ হয়টো দহোটাহে আছে।ধন্য তাহাঁনিৰ সেই সকল পূৰ্বপুৰুষক। ( সুন্দৰ উপস্থাপন )
@kumuddasofficial
@kumuddasofficial Жыл бұрын
ধন্যবাদ
@brajendas6370
@brajendas6370 Жыл бұрын
♥️
@gunabhiramdeori2688
@gunabhiramdeori2688 5 күн бұрын
আমি কেৱল অনুভৱ কৰিব পাৰোঁ, মনত বহু নানা ধৰণৰ প্ৰশ্ন, উত্তৰ মাথো নিম্নহে হ'ব বা আছে, ধন্য আমাৰ পূৰ্ব্ব পুৰুষসকলক,..... মহাশয়, কথা এটা উল্লেখ কৰিছোঁ, ভূল নুবুজিব, আমাৰ সোণৰ অসম খনৰ ভূমিপুত্ৰ জনজাতি সকলৰ কথাও সন্নিবিষ্ট কৰিব , হয়তো অসমৰ ভূমিপুত্ৰ সকলে আপোনাৰ সংলাপ পঢ়ি আপ্লুত হ'ব, ...... ধন্যবাদ
@manojbapa
@manojbapa Жыл бұрын
,সেইখনেই আছিল সোণৰ অসম♥️
@chinmoyjyotisharma3578
@chinmoyjyotisharma3578 Жыл бұрын
Hoi
@narengogoi1887
@narengogoi1887 Жыл бұрын
আপোনাৰ কথা সত্য?
@miyarroy-sp7ks
@miyarroy-sp7ks Жыл бұрын
হয় দাদা, আৰু এতিয়াৰ অসম কেৱল ৰাজনৈতিক আৰু সাম্পৰদায়িক।
@jitulkalita4455
@jitulkalita4455 Жыл бұрын
আগৰ দিন বোৰ সচা কৈ বহুত ভাল আছিল , মানুহে মানুহক সহায় কৰিছিল শুখ দূখ বুজি পাইছিল , আজি কালি কোনেও কাকো চিনি নোপোৱা হ'ল এই যান্ত্ৰিক যুগত , আপোনাৰ কন্ঠত শুনি বহুত ভাল লাগিছে ,
@bikashbora547
@bikashbora547 Жыл бұрын
সঁচাই, চকুৰ পানী ওলাই গ'ল....কিমান সুন্দৰ আছিল চাগে সেই দিনবোৰ...❤️❤️❤️
@sukleswardas3869
@sukleswardas3869 Жыл бұрын
400 bosor আগত 1 তাও বিহাৰী maruwali নাছিল আৰু বহুত খুখি আছিল অসম খন
@user-vg3wo6so6o
@user-vg3wo6so6o Жыл бұрын
Amar logot bihari marwari or logot eku problem nai kebol ei je bangladexhir logot hey problem ase
@AkanDas-gh4nj
@AkanDas-gh4nj 9 ай бұрын
Aru khei khomoi ot Miya u nasile .....kiman khundor asile atiya ai Miya aru bihari bur a gutei ses kori dile oxom khon ....
@pinturoy7932
@pinturoy7932 Ай бұрын
আপনাক বাংলাদেশ লৈ যেনে ভয় কৰিচে এটা কথা কও আগতে কোচৰাবংশী এনে ভাবিল হয় অসমীয়া সংস্কৃতিৰ নামত আহোম সকলে সংস্কৃতি বচাই ৰাখিছে অন্য জনগোষ্ঠী জাতী বোৰক ধবংস কৰিল ভাষা সংস্কৃতি এটা কথা মনত ৰাখিব অসম অকল আহোম ৰাজত্বৰ কৰিছিল এয়া কথা নাপাহৰিব কামতাপুৰ ভূমিকলৈ হৈছে যত অসমীয়া সজাই নিজেৰ আহোম কেইটা লাচিত সেনা নিজৰ বুলি ভাবিছে ভুল বেচি ভাগে কোচ ৰজা সম্পতি
@rajenmili1049
@rajenmili1049 Жыл бұрын
👍🙏বৰ ভাল লগা অতীত স্মৰণ। বহুত পলমকৈহে এই পোষ্টটো পালো । মোৰ কল্পনাৰ পাখিয়ে আপোনাৰ দৰেই অতীত ক দৰ্শন কৰিবলৈ বৰ উদ্বাউল হয়। মোৰ বয়স ৫৫ বছৰ। মোৰ দেউতাই মোক মানে আমাৰ সহোদৰ সকলক , মোৰ সমনীয়া লগৰীয়া সকলোকে তেখেতসকলৰ শৈশৱৰ কেঁচা মাটিৰ কথা , তেখেতে তেখেতৰ দেউতাকৰ অৰ্থাৎ আমাৰ ককাৰ শৈশৱৰ অসমৰ কথা আদি অতি সুন্দৰ ভাৱে কৈছিল। আমি শুনা এই কথাবোৰ যদি সময়ত জুখি চাও নিশ্চয় ১৫০-২০০ বছৰৰ আগৰ অসম খনৰ কথা বহুখিনি জানিব পাৰি বৰকৈ আবেগিক হৈ পৰো । আপোনাৰ ভিডিঅ'টোত বৰ্ণিত প্ৰায়বোৰ কথা মোৰ পিতৃৰ কোৱা খিনিতকৈ প্ৰায় আৰু ২০০ বছৰৰ আগৰ । কথাখিনি একেবাৰে সচা সচা যেন লাগিল । আগলৈ এনে ধৰণে অতীত ৰোমন্থন কৰাব বুলি আশা ৰাখিলোঁ।
@kamruptourism4992
@kamruptourism4992 Жыл бұрын
তেন্তে বাৰু অকল ময়েই তামসিক আত্মা নহ‌ওঁ ?? বা আমিয়েই নহ‌ওঁনে অকল ??
@sagarikakataki762
@sagarikakataki762 Жыл бұрын
কবলে ভাষা নাই কিমান বেছি ভাল লাগিল ...উফ্‌ সোনালী অসম ❤️❤️
@versatilediary8934
@versatilediary8934 Жыл бұрын
বৰ ধুনীয়াকৈ কথা খিনি উপস্থাপন কৰিলে। ভাল লাগিল দেই। বেয়া নাপায় যদি কথা এষাৰ কওঁ, মাজে মাজে এনেকুৱা ধৰণৰ বাতৰি বোৰ দেখুৱাই থাকিলে বেয়া নহয়। আমাৰ উঠি অহা প্ৰজন্ম এ শিকিব পাৰিব আৰু আমাৰ সংস্কৃতিক আঁকোৱালি লবলৈ গৌৰৱ অনুভৱ কৰিব।
@shikhamonideka7691
@shikhamonideka7691 Жыл бұрын
Xasa katha
@minisharma4957
@minisharma4957 Жыл бұрын
আপোনাৰ প্ৰকাশ ভঙ্গী বৰ ৰসাল । অতীতৰ কথা শুনি আৰু চাই কিবা এটা বেলেগ আমেজ
@lovewithpdas4815
@lovewithpdas4815 Жыл бұрын
অসমৰ বিষয়ে সুন্দৰ video তো বনোৱা বাবে আপোনাক অলেখ ধন্যবাদ । আগলৈ আৰু নতুন নতুন video পোৱাৰ আশা থাকিল ধন্যবাদ l
@kumuddasofficial
@kumuddasofficial Жыл бұрын
ধন্যবাদ
@sanjuimsanjay558
@sanjuimsanjay558 Жыл бұрын
Bor bhal lagil
@hemantadas2357
@hemantadas2357 Жыл бұрын
Bohut val lagise aru dibo dei
@subratabiswas3292
@subratabiswas3292 Жыл бұрын
Video tu xasake bahut bhal lagil. Thanks
@assamdeni3311
@assamdeni3311 Жыл бұрын
Joi Aai Axom
@nibagaro6976
@nibagaro6976 Жыл бұрын
ম ই জানিব বিছাৰো,শিৱসাগৰ,আহোমৰ অতিজৰ কথা,পাহৰি পেলালে,কিয় এনে আপোনি সোৱৰাই থাকক।আপোনাক বহুত বহুত ধনয্যবাদ।
@ratulrajbongshi928
@ratulrajbongshi928 6 күн бұрын
৪০০ বছৰ আগতে অসমখন অসম আছিল ্্্্্্্কিন্তু এতিয়া অসম খন দিনক দিনে বাঙলা দেশলৈ পৰিবৰ্তন হৈ গৈ আছে। অসমীয়া জাতিৰ দূৰ্ভাগ্য। এটা সময়ত বদনে মান আনিছিল, নিজৰ গাদি বচাবলৈ, এতিয়াও নিজৰ গাদি বচাবলৈ বাঙলাদেশী আনি অসমীয়া জাতিতো ধ্বংস কৰাৰ দিশে অগ্ৰসৰ হৈছে। বদনৰ পৰিয়ালৰ বংশ বৃদ্ধি হৈছে। জয় আই অসম।❤❤❤❤❤
@chandramapathak8243
@chandramapathak8243 Жыл бұрын
সুন্দৰ অসম আছিল,পৰিবেশ ভাল আছিল সেইকাৰণে মানুহৰ মন ভাল আছিল, ধন্যবাদ, nostalgic
@kumuddasofficial
@kumuddasofficial Жыл бұрын
Thanks
@rubirajkhowa7183
@rubirajkhowa7183 Жыл бұрын
আপোনাৰ বাতৰি পৰিৱেশন বৰ শ্ৰুতিমধুৰ। আমি লাইঠেপেনা বৰগোহাঁই জীয়াৰী জয়মতী বংশৰ জীয়াৰী।
@kumuddasofficial
@kumuddasofficial Жыл бұрын
Thanks
@AnjaliDas-vv2fw
@AnjaliDas-vv2fw Жыл бұрын
কবলৈ ভাষা নাই সুন্দৰ অসম আছিল পৰিবেশ ভাল আছিল ধন্যবাদ জনালোঁ আপোনাক 🙏
@NewcartooncarCom
@NewcartooncarCom Жыл бұрын
অ, মোর মরমর অসমী আই তেনেকৈ জীয়াই থম বুকুত সজাই । জয় আই মোর সোণর অসম !!❤❤❤❤
@rbvlogs9629
@rbvlogs9629 Жыл бұрын
Broh ro tu vlke likhiba
@vsm5550
@vsm5550 Жыл бұрын
​@@rbvlogs9629 ro tu bisri pua nai😂
@akshal4248
@akshal4248 Жыл бұрын
Khub bhal songbad dile Like aru subscriber korilo
@prasantaborah5229
@prasantaborah5229 Жыл бұрын
সচাকৈয়ে কেনেকুৱা আছিল চাগৈ। মানুহ বোৰ মৰমীয়াল আছিল নে নিদয়ী আছিল। ভাবিলে গা মন কিবা লাগি যায়। আপোনাৰ কথাখিনি সচাকৈয়ে বৰ ভাল লাগিল। আগলৈও এনেকুৱা আবেগ ভৰা কথাবোৰ শুনিবলৈ পাম বুলি আশা কৰিলো।
@kumuddasofficial
@kumuddasofficial Жыл бұрын
Thanks
@upscdreamergirld.d5219
@upscdreamergirld.d5219 Жыл бұрын
Your voice is amazing. Thanks a lot for giving us the opportunity to recall our past.
@kumuddasofficial
@kumuddasofficial Жыл бұрын
So nice of you
@BABULBARMAN1371
@BABULBARMAN1371 3 ай бұрын
Bohut bhal lagil...uposthapona oti dhunia hoise...akow koiso bohut bohut bhal lagil
@AbdulMalik-ks5sr
@AbdulMalik-ks5sr Жыл бұрын
ভাল লাগিল অসয বুৰঞ্জী আকৌ প্ৰচলন কৰক শিক্ষানুষ্ঠানত
@akashdipbordoloi902
@akashdipbordoloi902 Жыл бұрын
ভাল লাগিল ভিদিও টো চাই
@mujammilhaqueofficial2007
@mujammilhaqueofficial2007 Жыл бұрын
Khosaye bahot bhal lagil
@GouriGogoi-yy5ib
@GouriGogoi-yy5ib 16 күн бұрын
Bhal lagil
@krishmita22
@krishmita22 Жыл бұрын
ভাল বনাইছে দাদা
@jiliboro6323
@jiliboro6323 Жыл бұрын
Kobo gole.. Hei dintu besi bhal acli...
@dibakarpatowary-3487
@dibakarpatowary-3487 Жыл бұрын
Hmm AA plv😅
@bituponhazarika4096
@bituponhazarika4096 Жыл бұрын
Yes
@lululellws1669
@lululellws1669 Жыл бұрын
Bhal lagil...
@Abhichetia123
@Abhichetia123 Жыл бұрын
আমাৰ সোনাৰ অসম 🥰🥰❤️❤️💕
@pankajgogoi5395
@pankajgogoi5395 4 ай бұрын
Bohut val asil hei din bur very good very very nice thank you so much beautiful 💕💕💕💕💕💕💕💕
@alokdutta5907
@alokdutta5907 Жыл бұрын
সঁচাকৈয়ে বহুত সুন্দৰ উপস্থাপন আৰু অতীতৰ সোণৰ অসমখনৰ এক ঐতিহাসিক সোণালী দৃশ্য দেখি সঁচাকৈয়ে বহুত ভাল লাগিল । এইয়া ৪০০ বছৰৰ পূৰ্বৰ আহোম ৰাজ শাসনৰ সময়ৰ এক ৰোমন্থন কৰিবলগীয়া অতীতৰ এক মধুৰ চিৰ যুগমীয়া স্মৃতি ।
@kumuddasofficial
@kumuddasofficial Жыл бұрын
ধন্যবাদ
@Arupa-mg8rv
@Arupa-mg8rv Жыл бұрын
Bohut vl lgise
@mthuborgohain1956
@mthuborgohain1956 Жыл бұрын
Hundor oposthapon
@jutikagogi4257
@jutikagogi4257 10 күн бұрын
সোণোৱালী আখৰেৰে জিলিকি আছে সেই চাৰিশবছৰৰ আগৰ জন-জীৱন বুৰঞ্জীত.....❤
@AltafHussain-wn6yf
@AltafHussain-wn6yf Жыл бұрын
সুন্দৰ অনুষ্ঠান। নষ্টালজিক হৈ পৰিলো। 🙏🙏
@paragkonwar21
@paragkonwar21 Жыл бұрын
Val lagil
@junumech7558
@junumech7558 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ বহুত ভাল লাগিল‌ 👏👏 কৃষ্ণ সেৱা জনাইছে ধন্যবাদ জনাইছোঁ কৃষ্ণ কৃষ্ণ
@sankaraxomemusic3923
@sankaraxomemusic3923 Жыл бұрын
Jay বীৰ lachit 👍🙏
@mrinmoykumarchoudhury6321
@mrinmoykumarchoudhury6321 Жыл бұрын
Assam.The Land of Rising Sun.Jai Aai Asom
@pkdutta7953
@pkdutta7953 10 ай бұрын
সেই দিন আৰু নাই সেই সোনৰ অসমখনো আজি নাই বৰ দুখ লাগে।
@dimbeswarrajbongshi8900
@dimbeswarrajbongshi8900 Жыл бұрын
মহাশয় ,আপোনাৰ পৰা বহু নজনা কথা শিকিবলৈ পালোঁ ,বহু ধন্যবাদ জনালোঁ।
@khaninsarma5522
@khaninsarma5522 Жыл бұрын
Bahut bhal lagil.. thnk u
@kristenjek3044
@kristenjek3044 Жыл бұрын
Bohut bhal lagil aibur ami prathomik bidyaloy t pathdan korisilo
@promodborah3768
@promodborah3768 Жыл бұрын
Goodmorning sir আপোনাৰ পুৰনি দিনৰ কাহিনীৰ চাই ভাল লাগিল এই দৰে পেৰনা দি থাকিৱ ধন্যবাদ থাকিল
@jhunaramgonju6165
@jhunaramgonju6165 Жыл бұрын
Eman duniya koi bujai deye sir manisu apunak very nice video
@chandramapathak8243
@chandramapathak8243 Жыл бұрын
বহুত ভাল আছিল,খুব ভাল লাগিছে,আপোনাক ধন্যবাদ
@rupam_editz7
@rupam_editz7 Жыл бұрын
Mon jai ghuri jbole
@nightridingking847
@nightridingking847 Жыл бұрын
bohu vl loga video
@iswaryk28october
@iswaryk28october Жыл бұрын
আপোনাৰ ভিদিও টো ছায় বহূ ভাল লাগিছে . 1000/2000 বছৰ আগৰ অসমখন কেনে আছিল দেকূৱালে ভাল পাম...
@Digantabhai8430
@Digantabhai8430 Жыл бұрын
Dinbur bohut vl lasil❤️❤️❤️
@mantudas3746
@mantudas3746 Жыл бұрын
আপোনাক বহুত ধন্যবাদ
@ajitdutta9034
@ajitdutta9034 Жыл бұрын
Hosakoiye bht val lagil
@mr.bairagi9342
@mr.bairagi9342 Жыл бұрын
Thanks for uploading this type of informative vdo.
@mamaassam3044
@mamaassam3044 Жыл бұрын
Oti khundar uposthapon vagin hosakoi bohut val lagil👍+🔔✔️karilu thank you🙏❤
@kumuddasofficial
@kumuddasofficial Жыл бұрын
Thank u 💓
@BiswajitDas-um4sp
@BiswajitDas-um4sp Жыл бұрын
Khub val lagil poroni assomok sai,
@santanaphukongogoi7275
@santanaphukongogoi7275 Жыл бұрын
বহুত ভাল লাগিল চাই.
@binodbujarbaruah
@binodbujarbaruah 9 күн бұрын
I had History in college. Well drscription. Those days are gone.
@Bitupan2383
@Bitupan2383 Жыл бұрын
Dhuniya
@bikashgogoi4264
@bikashgogoi4264 Жыл бұрын
Hey din bilag ai buhut Val asile ♥️
@amanborah8358
@amanborah8358 Жыл бұрын
Nice Dada
@bikashsharma6854
@bikashsharma6854 Жыл бұрын
Khosa bhut vl lagil
@Dadabhai972
@Dadabhai972 Жыл бұрын
অতীত কথা বা বুৰঞ্জীৰ ৰোমন্থন কৰিলে মনটো বৰ ভাল লাগে কিন্তু বেছি অতীতৰ কথা ভাবি থাকিলেও বৰ্তমানৰ ওপৰত প্ৰভাৱ পৰে । আমি খাৰ খোৱা অসমীয়া অতীতৰ বহুত শিক্ষা পোৱা যায় ।
@bhabashdeka3294
@bhabashdeka3294 Жыл бұрын
বহুতে ভাল লাগিল 🙏🙏🙏
@dharmendradas2825
@dharmendradas2825 Жыл бұрын
সুন্দৰ বৰ্ণনা।নষ্টালজিক হৈ গলো।
@thanukonwar2410
@thanukonwar2410 Жыл бұрын
Bohut dhunia..
@surjycreation561
@surjycreation561 Жыл бұрын
Bhut ভাল লাগিল video tu sai
@faith9666
@faith9666 Жыл бұрын
Amazing voice.
@User12414
@User12414 Жыл бұрын
Val lagil enekua anusthan lage ❤️❤️
@axomiyamoi1285
@axomiyamoi1285 Жыл бұрын
Nice voice sir
@jibanchetia2329
@jibanchetia2329 Жыл бұрын
Hundur video
@talhahussain3362
@talhahussain3362 Жыл бұрын
bohut val lagil❤️
@jyotisankarnath8826
@jyotisankarnath8826 Жыл бұрын
Khosakoi bht Val lagil dei
@Bohvjd123
@Bohvjd123 Жыл бұрын
Sanjit boro bout bhai lagil
@prodipkhound4287
@prodipkhound4287 Жыл бұрын
বৰ ভাল লাগিল আপোনাৰ কল্পনা।
@rupamrabha8708
@rupamrabha8708 Жыл бұрын
Bhut Miss koru
@UdayanBoruah-vs5be
@UdayanBoruah-vs5be Жыл бұрын
mojaaaaa
@kalpananath3301
@kalpananath3301 Жыл бұрын
ভাল লাগিল
@dharitri1857
@dharitri1857 Жыл бұрын
Bor val lagil ❤️❤️❤️
@sanjivregon3094
@sanjivregon3094 10 ай бұрын
সুন্দৰ❤❤❤
@arotiborah2733
@arotiborah2733 Жыл бұрын
Val lagil 🙏
@bhobenjyotiphukan91
@bhobenjyotiphukan91 Жыл бұрын
সুন্দৰ ব্যাখ্যা ।
@akashtossaakashtossaakasht5189
@akashtossaakashtossaakasht5189 Жыл бұрын
Apunar kotha huni val lagil
@monjulamoran1040
@monjulamoran1040 Жыл бұрын
দাদা আপোনাক বহুত ভাল লাগিল
@lakhiteron3317
@lakhiteron3317 Жыл бұрын
Berry nice lagise
@BiswajitPhukon-bq9oi
@BiswajitPhukon-bq9oi 12 күн бұрын
So nice videos ❤
@husseinmonwar2307
@husseinmonwar2307 3 ай бұрын
Val. Sir
@nabajyotidas5778
@nabajyotidas5778 7 күн бұрын
very nice Sir❤❤❤
@upenkoch385
@upenkoch385 Жыл бұрын
ভাল লাগিলে দেই চাই সচাঁই
@utpalsharma9046
@utpalsharma9046 4 ай бұрын
মই অসমীয়া ❤❤❤🌼🥰
@riyankalita6714
@riyankalita6714 Жыл бұрын
Bor val lagile.bohut nojona kotha janilu
@travelvlogs5093
@travelvlogs5093 Жыл бұрын
অতীত বুৰঞ্জীয়ে এটা কথাই সোঁৱৰাই দিয়ে এদিন এই স্বাধীন ভূখণ্ডত একো একোজন বীৰ পুৰুষে জন্ম লৈছিল, লাচিতৰ ৬ ফুট উচ্চতাৰ হেংদাং খনেই ইয়াৰ প্ৰমান।
@palashdeka7996
@palashdeka7996 4 ай бұрын
Bohot emotional hoi porilu😢😢😢 Ajir axom nai😢😢
@user-rt5iq1ph8g
@user-rt5iq1ph8g Жыл бұрын
ধুনীয়া❤️🌝
History of Assam - 13th to 15th century
13:16
Assam Gyan In Depth
Рет қаралды 123 М.
Who has won ?? 😀 #shortvideo #lizzyisaeva
00:24
Lizzy Isaeva
Рет қаралды 16 МЛН
Жайдарман | Туған күн 2024 | Алматы
2:22:55
Jaidarman OFFICIAL / JCI
Рет қаралды 1,7 МЛН
DINLIPI WITH ATANU BHUYAN || EPISODE OF JULY 8 PART2
12:29
atanubhuyan"s news video
Рет қаралды 71 М.