৯০ উদ্ধৰ আমাৰ মাৰ্গদৰ্শক সংস্কৃত পণ্ডিত প্ৰমোদ শইকিয়া দেৱৰ অমৃতময় ভাগৱত ব্যাখ্যা

  Рет қаралды 82,788

অমৃতকথন(Lohit Handique)

অমৃতকথন(Lohit Handique)

Күн бұрын

Пікірлер: 196
@janardanarandhara9193
@janardanarandhara9193 2 ай бұрын
ধন্যৰ ধন্যৰ কলি কাল ধন্যৰ নৰতনো ভাৰ‌ ধন্যৰ ধন্যৰ ভাৰতৰ বৰিশে । ধন্যবাদ প্ৰভূ জনাক ঈশ্বৰে কৃপাৰ কৰক আপোনাক।
@AnimaChitrakor
@AnimaChitrakor 5 күн бұрын
দীৰ্ঘায়ু কামনা কৰি প্ৰভূজনালৈ সেৱা জনালো কৃষ্ণ কৃষ্ণ কৃষ্ণ। সেৱা
@chandrapravadas436
@chandrapravadas436 6 ай бұрын
কৃষ্ণ 🙏 দেউতাৰ পাদ পদ্মলৈ সহস্ৰ কোটি প্ৰণাম জনালোঁ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে……জয় গুৰু শঙ্কৰ।। মাধৱ।।
@AnimaSaikia-rd7qc
@AnimaSaikia-rd7qc 6 ай бұрын
কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ জনাৰ চৰনত শত কৌটি প্ৰনাম জনালো ৷
@jayashreegohain883
@jayashreegohain883 5 ай бұрын
ইমান সুন্দৰ অনুস্থান আগতে মই কেতিয়াও দেখা আৰু শুনা নাই। তেখেতৰ ভাগৱতৰ সহজ-সৰল ভাঙনিৰ পৰা মই বহুত নজনা কথা জানিব পাৰিছো। এনে এগৰাকী বিদগ্ধ পণ্ডিতক সেৱা জনাইছো🙏লগতে তেখেতৰ দীর্ঘায়ু কামনা কৰিছোঁ।
@padumkakati2938
@padumkakati2938 6 ай бұрын
ওম নমো ভাগৱত বাসুদেবায় প্ৰভু।
@kuldeephandique8527
@kuldeephandique8527 3 ай бұрын
কি বুলি কম , ককা বুলিয়ে কম নে দেউতা বুলিয়েই কম , আপোনাৰ সু স্বাস্থ্য কামনা কৰিলোঁ vagawabane আপোনাক কুখলে ৰাখক ।
@pradipgogoi3182
@pradipgogoi3182 6 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱতৰ বাখ্যা শুনি বহুতো ভাল লাগিল। ঈশ্বৰে আপোনাক কুশলে ৰাখক।🙏🙏🙏
@BibekGogoi-i1s
@BibekGogoi-i1s 4 ай бұрын
ভাগৱত ব্যাখ্যা এনে হ'ব লাগে,,,বৰ সুন্দৰ লাগিল,,❤
@poragboruah4156
@poragboruah4156 5 ай бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@JitenBorah-g7f
@JitenBorah-g7f 4 ай бұрын
ককা , আপোনাক প্ৰণাম জনালোঁ। আপোনাৰ দৰে ব্যক্তি ভবিষ্যত প্ৰজন্মৰ আদৰ্শ হওক। আপোনাক ভগৱন্তে সু স্বাস্থ্য আৰু দিৰ্ঘায়ু প্ৰদান কৰক।
@ShyamantaBaruah-r3t
@ShyamantaBaruah-r3t 4 ай бұрын
কৃষ্ণ ভাগৱতৰ কিছু অমৃত বাণী শুনিলো কৃষ্ণ কৃষ্ণ।
@swapnagogoi8702
@swapnagogoi8702 6 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন কৃষ্ণ কৃষ্ণ
@rupakonwar7299
@rupakonwar7299 4 ай бұрын
প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত ভক্তিভাৱেৰে এভাগি সেৱা জনাইছো
@arunpathak2120
@arunpathak2120 6 ай бұрын
আজীৱন কৃষ্ণ সঙচকৃতিৰ সৈতে জড়িত বাপজনালৈ শতকোতি প্ৰণাম। কৃষ্ণ। জয় গুৰু শঙ্কৰ।
@বৰাহীগগৈ
@বৰাহীগগৈ 6 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু পিতৃ সম ঈশ্বৰ কৃষ্ণ
@BishnuChangmai-yu1ff
@BishnuChangmai-yu1ff 6 ай бұрын
কৃষ্ণ বাপ জনা ।সুন্দৰ ৰষ ত চতুৰ যিটো জন কৃষ্ণৰ চ ৰ নে দিয়া মন পৰম সন্তোষে পিউক ৰ ষ অমৃত ।।
@haribaruah9280
@haribaruah9280 6 ай бұрын
অশেষ ধন্যবাদ শইকীয়াৰ দেৱ । ভাগৱতৰ বহুতো তত্ব গধূৰ বাণী শ্ৰৱণ কৰি অতি আনন্দিত হলো । এনে সাৱলীল ভাষাত বৰ্ণনা কৰা ভাগৱতৰ অমৃত কথা পাবলৈ কঠিন।
@ashimhazarika9150
@ashimhazarika9150 6 ай бұрын
ওঁম নমো ভাগৱতে বাসুদেৱায়ঃ 🙏🙏
@DipaliBhuyan-c3x
@DipaliBhuyan-c3x 6 ай бұрын
আপোনাৰ ভাগৱত ব্যাখ্যা শুনি নিজকে ধন্য মানিছো ।আপোনাক কৃতজ্ঞ তা জনাই ছো ।
@PithirajLaram
@PithirajLaram 6 ай бұрын
কৃষ্ণ ❤ শইকীয়া বাপজনলৈ আমাৰ আপোনালৈ দীৰ্ঘ কামনা থাকিল কৃষ্ণ কৃষ্ণ
@Harikrishna63G
@Harikrishna63G 4 ай бұрын
Bap, কৃষ্ণ কৃষ্ণ 🙏 ৰাম ৰাম 🙏 সেৱা জনালোঁ 🙏🙏🙏🙏🙏🙏
@PunimKonwar
@PunimKonwar 6 ай бұрын
প্ৰভু ঈশ্বৰ আপোনাৰ অনুস্থান ভাগি শুনি আপ্লোত হলো ।আপোনালৈ সেৱা থাকিল ।
@abamazing450
@abamazing450 6 ай бұрын
কৃষ্ণ কৃষ্ণ কত মহাভাগ্যৰ ফলে এনেহেন ভাগৱতৰ অমৃতময় ব্যাখ্যা শুনিবলৈ পাইছো।প্ৰভু জনাৰ সুস্থ শৰীৰ আৰু দীৰ্ঘায়োকামনা কৰিলোঁ, কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ!
@Anurag_819
@Anurag_819 6 ай бұрын
সুন্দৰ ব্যাখ্যা শ্ৰৱন কৰিলোঁ।বাপজনাক কূশলে ৰাখক ভগৱানে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।😊
@chitrakumarhazarika6622
@chitrakumarhazarika6622 6 ай бұрын
অতি সুন্দৰ সাৱলীল প্ৰাঞ্জল ব্যাখ্যা শ্ৰদ্ধাৰ বাপজনৰ। চৰণত সেৱা জনাইছোঁ।
@mainabordoloi2479
@mainabordoloi2479 6 ай бұрын
কৃষ্ণ,সবাই সবাৰো চৰণত ভক্তিভৰা সেৱা জনালো🙏🙏🙏
@padmatalukdar7046
@padmatalukdar7046 6 ай бұрын
সেৱা জনালোঁ দেউতাক 🙏 সুন্দৰ ভাগৱত বাখ্যা কৰি শুনালে
@KamalDutta-u4t
@KamalDutta-u4t 6 ай бұрын
ভগৱান কৃষ্ণ প্রভুয়ে আপোনাক দীর্ঘায়ু কৰক |
@jayantachetia4488
@jayantachetia4488 6 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰনকমলত শতকৌটি প্ৰণাম। আৰু শাস্ত্ৰৰ অমিয়াৰখ জগতত নিগৰায় মেন ধণবাদ
@jinuchawrok9178
@jinuchawrok9178 6 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভুজনা সেৱা নিবেদিলোঁ 🙏🙏🙏🙏
@bimansaikia4305
@bimansaikia4305 5 ай бұрын
আপোনাক ইয়াৰ পৰাই আত্মাই সেৱা জনালো। আত্মাই সেৱা কৰিলে দৈহিক সেৱা নকৰিলে হয়।‌ আপোনাৰ দৰে বৈজ্ঞানীক ভাৱে বুজায় দিয়া গুৰু প্ৰথম মোবাইলতে লগ পাইছো । জ্ঞান,বিজ্ঞান,তদন্ত, আৰু ৰহস্য ,ৰহস্য হৈছে সত্য নিষ্ট বিজ্ঞান।ইমান সুন্দৰকে বৈজ্ঞানীক ভাৱে বুজায় দিয়াৰ বাবে পদ পংকজৰ তলত ধৰি কোটি কোটি বাৰ সেৱা আকৌ জনালো।
@ckmedhi
@ckmedhi 4 ай бұрын
ৰাম কৃষ্ণ।
@PabitrakumarDas-e6o
@PabitrakumarDas-e6o 7 күн бұрын
Krishna xonkor guru madho
@BirenNath-m4v
@BirenNath-m4v 6 ай бұрын
প্ৰভু আপোনাৰ ব্যখ্যা শুনি আপ্লুত হলো। ঈশ্বৰে আপোনাৰ সুমংগল কৰক
@dr.lakshmikalita8857
@dr.lakshmikalita8857 6 ай бұрын
প্ৰভু ঈশ্বৰ দেউতাক সহস্ৰ প্ৰণাম জনালোঁ ।
@jayaboruah4835
@jayaboruah4835 3 ай бұрын
Apunar Srisoronot heua jonalu prabhujona. Krishna
@kamaltalukdar5604
@kamaltalukdar5604 6 ай бұрын
কৃষ্ণ কৃঞ্চ আপোনাক চৰণত সেৱা জনাইছোঁ 🙏🙏
@jackergaming1983
@jackergaming1983 6 ай бұрын
❤🎉❤ krishna bap apunar saranat sewa nibedisu❤🎉❤ bina
@anjalidas4572
@anjalidas4572 6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভুসকল সেৱা জনালো 🙏🙏🙏
@prabinsaloi7541
@prabinsaloi7541 6 ай бұрын
, কৃষ্ণ কৃষ্ণ হৰি ৰাম , সেৱা আগবঢ়ালো 👋👋
@gitanjalipathak1375
@gitanjalipathak1375 6 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏 সশ্ৰদ্ধ প্ৰণাম কৃষ্ণ 🙏
@hiranyakalita9918
@hiranyakalita9918 6 ай бұрын
কৃষ্ণ জয় গুৰু শঙ্কৰ শইকীয়া দেউতাৰ চৰণত সেৱা জনালো ৷ কৃষ্ণ কৃষ্ণ হৰি ৰাম
@Anurag_819
@Anurag_819 6 ай бұрын
সুন্দৰ ব্যাখ্যা বাপজনাৰ। বহুত ভাল লাগিলে।
@kumudinisaikia1979
@kumudinisaikia1979 6 ай бұрын
কৃষ্ণ 🙏🙏🙏 সেৱা জনাইছো কৃষ্ণ 🙏
@ansumanbatmas9500
@ansumanbatmas9500 6 ай бұрын
ভগৱানে, আপোনাকভালেৰাখক, জয়হৰি,
@utpaldas1065
@utpaldas1065 5 ай бұрын
PRAMUD SAIKIYA PRABHUJANAR MUKHARPARA BHAGAWATAR BYAKHYAKHINI XUNI BAHUT2 VAL LAGIL.OUM NAMAH:BHAGAWATE BASUDEBAYA.. (❤❤🙏🙏🙏🙏💗💗
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 6 ай бұрын
কৃষ্ণ পিতৃ দেৱ ! জয় জগত গুৰু শ্রীমন্ত শঙ্কৰ ।
@dineshhazarika6906
@dineshhazarika6906 6 ай бұрын
Krishna krishna
@paragbora6814
@paragbora6814 6 ай бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা আমিও সোৱ নিবেদিলো।
@gyandeepofficial-jd8rq
@gyandeepofficial-jd8rq 6 ай бұрын
আপোনাৰ লগত আমি একমত। বহুত খাপ খাইছে আমাৰ লগত।
@dhrubathengal1115
@dhrubathengal1115 6 ай бұрын
জয় গুৰু শঙ্কৰ,,,,,,, 🙏🙏🙏🙏। কৃষ্ণ
@pranjoldutta7038
@pranjoldutta7038 6 ай бұрын
ককা আপোনাৰ পাঠ বাখ্যা শুনি বহুত ভাল পাওঁ। কৃষ্ণ। আমাৰ গোলাঘাট বৰটিং নাওঁশলিয়া গাওঁ খনলৈ এদিন নিমন্ত্ৰণ জনাম। আমাৰ গাঁওখনি আপুনি কেতিয়াও নাপাহৰে কাৰণে আৰু এই নাওশলীয়া গাওঁ খনতেই আপোনি জন্ম গ্ৰহণ কৰিছিল,
@mukulkolita5959
@mukulkolita5959 5 ай бұрын
কৃষ্ণ।প্ৰমোদ শইকীয়া দেউতাৰ নম্বৰ আৰু ঠিকনাটো আপোনাৰ যোগেপালে কৃতাৰ্থ হলো হয়।
@bhobanikantaborsaikia5206
@bhobanikantaborsaikia5206 6 ай бұрын
Krishna Krishna Krishna prabhudev pronam and huprovat to you all please.
@purnahazarika6665
@purnahazarika6665 6 ай бұрын
Asajya ,bahut bhal loga bakhya , it is a great speach , no doubt at all. Krisha2
@r.saikia3334
@r.saikia3334 6 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম 🙏
@ChandrakamalBorah-m2p
@ChandrakamalBorah-m2p 4 ай бұрын
Xeua jonalu, Krishna🙏🙏
@IluBora
@IluBora 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ চনৰে কৰো প্ৰণাম।
@kalpananath3093
@kalpananath3093 5 ай бұрын
Krishna krishna bap jonaloi satakuti pranam🙏🙏🙏🙏
@PradipgogoiPradipgogoi-sb5yi
@PradipgogoiPradipgogoi-sb5yi 6 ай бұрын
প্ৰনাম হে জনাইছোঁ 🙏🙏🙏
@kalpanahazarika7631
@kalpanahazarika7631 6 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।
@robinborah5848
@robinborah5848 5 ай бұрын
Krishna provi upanar godhur bhaykha sundar apunar bhagwan ar gun nam bhayky agbrabo ❤❤❤
@BhodreshorRobidas-s4l
@BhodreshorRobidas-s4l 6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ আপোনালৈ শতকোটি প্ৰনাম জনালো
@RanjanBhuyan-ht7kd
@RanjanBhuyan-ht7kd 6 ай бұрын
KRISHNA 🙏 KRISHNA KRISHNA
@RitamoniGogoi80852
@RitamoniGogoi80852 6 ай бұрын
কৃষ্ণ দেউতা আপোনাৰ মঙলহক কৃষ্ণ কৃষ্ণ
@DilipHandique-th7ip
@DilipHandique-th7ip 5 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ
@bijumonidutta2472
@bijumonidutta2472 5 ай бұрын
কৃষ্ণ 🙏🙏 সেৱা জনালোঁ
@PhulaswariGogoi
@PhulaswariGogoi 14 күн бұрын
Krishna krishna hothaharwarbar pronam
@BarunBaruah-zf7vd
@BarunBaruah-zf7vd Ай бұрын
ৰাম ৰাম
@Rasamit6360
@Rasamit6360 6 ай бұрын
ৰাম ৰাম...বাপ.....🙏🙏🙏🙏🙏🙏🙏🙏🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
@labhiramsaikia844
@labhiramsaikia844 6 ай бұрын
কৃষ্ণ কৃষ্ণ অমৃত ৰস ,সদৃশ।
@bharatiboruah2430
@bharatiboruah2430 6 ай бұрын
কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ
@PalashDhekialphukan
@PalashDhekialphukan 4 ай бұрын
Krishna Ram Krishna bap
@subornaroy9303
@subornaroy9303 6 ай бұрын
Krishna krishna bap hewa nibedan karilu
@kartik7818
@kartik7818 5 ай бұрын
Joygurukhangkar, baap, Krishna, Krishna, laluk, barkhundar, t, ❤❤❤
@deepjyotibora5175
@deepjyotibora5175 6 ай бұрын
কৃষ্ণ🙏বাধিত হলো🙏
@gaimingandcricket4061
@gaimingandcricket4061 5 ай бұрын
কৃষ্ণ প্ৰভূ চৰণে প্ৰণাম।
@munindragogoi2586
@munindragogoi2586 6 ай бұрын
কৃষ্ণ কৃষ্ণ ওমঃ নমঃ ভগবতে বাসুদেবায
@daisyrabha2343
@daisyrabha2343 6 ай бұрын
Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏♥🙏🙏
@jaganathsonowal2365
@jaganathsonowal2365 6 ай бұрын
🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏
@budhindrabordoloi3671
@budhindrabordoloi3671 6 ай бұрын
কৃষ্ণ, দেউতা ঈশ্বৰ বাৰ বাৰ শত-সহস্ৰ বাৰ প্ৰণামিছো আপোনাৰ শ্ৰীচৰণত।অধমক আশিষ কৰিব🙏❤️🙏
@LiliBharali-xj4si
@LiliBharali-xj4si 3 ай бұрын
Bhut Val lagil Krishna
@pankajbora1978
@pankajbora1978 6 ай бұрын
Krishna prabhu voktivora sewa nibedilu Krishna Krishna
@LakhimiGohain
@LakhimiGohain 5 ай бұрын
Krishna Krishna Ram Ram 🙏🙏🙏🙏
@mukheswarkonwar9754
@mukheswarkonwar9754 6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
@tapandutta2262
@tapandutta2262 5 ай бұрын
JOY KRISHNA NAMASTE 🙏 💖 ❤️ 😢😮😅😊
@majanikalita6025
@majanikalita6025 6 ай бұрын
কৃষ্ণ প্ৰভু ❤🙏
@KumudBaishya-xh6ip
@KumudBaishya-xh6ip 6 ай бұрын
Krisna
@munindraborgohain6054
@munindraborgohain6054 6 ай бұрын
Krishna. Krishna. 🙏🏻🙏🏻🙏🏻🙏🏻
@Palashchutyaborah.95
@Palashchutyaborah.95 6 ай бұрын
বাসুদেৱ🙏
@pallabikagohain5720
@pallabikagohain5720 6 ай бұрын
Krishna Bap Jona Apunar Saran Pankaj Hawa Nebadisu Krishna Krishna 🙏
@sanjitboruah4887
@sanjitboruah4887 5 ай бұрын
jay shree Madhab 🙏🙏🙏🙏🙏🙏🙏kali yug hekh hol atiya kalki leela start hoi ase 🙏🙏🙏🙏🙏🙏🙏 gotike kali yug hekh Madhab nam nirontor job kora hokalu manab .🙏🙏🙏🙏🙏🙏🙏
@ramcharandeka9143
@ramcharandeka9143 6 ай бұрын
Krishna. Bar dhunia bhangani hoise. Sewa baap.
@GhanshyamHazarika-wu2mt
@GhanshyamHazarika-wu2mt 6 ай бұрын
"JOI JGT GURU SRIMNT SANKARDEV"🙏
@suhaniborah2809
@suhaniborah2809 6 ай бұрын
Krishna krishna 🙏🙏
@GunendraBorah
@GunendraBorah 6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@kamalgogoi909
@kamalgogoi909 4 ай бұрын
Krishna Ram Krishna
@dibyojoytiart6969
@dibyojoytiart6969 6 ай бұрын
কৃষ্ণ আপোনাৰ চৰণত প্ননাম
@nripendeka9800
@nripendeka9800 6 ай бұрын
sunddar explain 🕉️🙏 Krishna 🙏
@rinachutia3723
@rinachutia3723 6 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু , আপোনাক সেৱা জনাইছোঁ প্ৰভূ , কৃষ্ণ 🙏🙏🙏🙏 ।
@birenbarmon-nz3gf
@birenbarmon-nz3gf 6 ай бұрын
কৃষ্ণ কৃপাময় সুন্দৰ নিদৰ্শন বাপ সদায় যেন সুনিব পাও কৃষ্ণ কৃষ্ণ
ЛУЧШИЙ ФОКУС + секрет! #shorts
00:12
Роман Magic
Рет қаралды 26 МЛН
Family Love #funny #sigma
00:16
CRAZY GREAPA
Рет қаралды 39 МЛН
Mia Boyka х Карен Акопян | ЧТО БЫЛО ДАЛЬШЕ?
1:21:14
Что было дальше?
Рет қаралды 10 МЛН
ЛУЧШИЙ ФОКУС + секрет! #shorts
00:12
Роман Magic
Рет қаралды 26 МЛН