কৃষ্ণ, ৰাজখোৱা বাপ জনাৰ এই দুজনা গুৰুৰ বিষয়ে যি আলোচনা আগবঢ়াইছে শুনি আপ্লুত হলো। প্ৰভু ভগৱন্তই তেখেতক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক। কৃষ্ণ।
@-das7357 ай бұрын
মাধৱ কৃষ্ণ প্ৰভুজনা , অতি সুন্দৰ, অতি ৰসাল, যুক্তি সংগত, বিজ্ঞান সন্মত আৰু অতি আধ্যাত্মিকতাৰে সময়ৰ প্ৰসঙ্গীক লগতে অতি মনোগ্ৰাহী বক্তৃব্য আগবঢ়াযলে প্ৰভুজনা, কৃষ্ণ ।
@ChitraprovaSaikia6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ,,,
@TankeswarPathori-ox8ql7 ай бұрын
Krishna , ever best explanation . Grateful to you.