A family with a Shop - এটা আচৰিত কাহিনী

  Рет қаралды 1,972,628

Dimpu's Vlogs

Dimpu's Vlogs

Күн бұрын

Пікірлер: 6 600
@localstar2396
@localstar2396 2 жыл бұрын
ছোৱালীজনীৰ জীৱনটো ইচ্ছা কৰিলে তেও ভালদৰে গঢ়িব পাৰিলেহেতেন।নিজৰ ক্ষোভ,হতাশাৰ অংশীদাৰ তেওৰ নিজৰ পত্নী আৰু জীয়ৰীকো বনাইছে।
@ajoychandradas8455
@ajoychandradas8455 2 жыл бұрын
Ki manu🙏
@Ex.muslim.rafikul_75
@Ex.muslim.rafikul_75 2 жыл бұрын
Yes
@sudiptaboruah134
@sudiptaboruah134 2 жыл бұрын
Bahiror dekhot hua hole mak bapek duitai kahanibai jail khale hoi.Suali jonik tnke rokha krne.Bapekor khng suali jonie vugibo loga hoise.
@inevitablegamer2389
@inevitablegamer2389 2 жыл бұрын
Asol ktha tu hol teon ejon ohokari prukh .......
@himakshibarman1478
@himakshibarman1478 2 жыл бұрын
Thike .
@ilovetravelandfoodNextlevel
@ilovetravelandfoodNextlevel 2 жыл бұрын
Emotional hoi golu olop time r karone 🥺🥺❤️❤️
@youtubegod5697
@youtubegod5697 2 жыл бұрын
Really bikash da 😥
@sarathaxom
@sarathaxom 2 жыл бұрын
💕💕💕
@pahariyavlogs5569
@pahariyavlogs5569 2 жыл бұрын
Next level jaigo
@kuldeepvlogs4030
@kuldeepvlogs4030 2 жыл бұрын
Next level Jai Ho
@Pussycatmeowmeow1
@Pussycatmeowmeow1 2 жыл бұрын
@@K-THEKING 8
@sumanjyotideka1081
@sumanjyotideka1081 2 жыл бұрын
সঁচাই ভাষা নাই... সদায় ভালে থাকক তেওঁলোক আৰু দিম্পু তুমিও।
@rajunath8963
@rajunath8963 2 жыл бұрын
kzbin.info/www/bejne/mam0mnSKbJWJodE
@pankajbhaii07
@pankajbhaii07 2 жыл бұрын
Hay Amar Kakhor a Sun Tekhet Hkolr Kahani To Moi Kow Asol Kotha To Hol Agot Tekhet Hkokle Sorkark Bohut Bar Ghr to khujisil Aru Sorkare Dim Buli Koi Nedile Tar Pisot Tekhet Hkole Sorkar r Bosto Ake Bare Tag Kori Dile Jay Amak Sorkar r Bostu Nalage Xei To Tekht Xkolr Kahani Kintu Ami Tekhet Hkolk Olp Hohai Koribo Khuju Jay Apunalok Baru Poki Ghr Nalage Kintu Apunalkor Jay Mati r Ghr to a Olp Mera Moti Kori Dim Buli Tekhet Hkolk Bujabo Lagibo Moi Aaha Mahot Tekhet Hkolr Ghrt Jam Aru Xei Kotha To Alosona Korim Saow Tekhet Hkole Manti Hoi Ki Nhoi 🙏🙏🙏🙏
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 KZbin Link :::: kzbin.info/www/bejne/h3qmf2iIo6-WqKM
@zelhajkhan9833
@zelhajkhan9833 2 жыл бұрын
ভাই, ঠাইখনৰ নাম কি হয়নো?
@Joykanta
@Joykanta 2 жыл бұрын
স্বাভিমানেৰে জীৱন জীয়াইছে ভাল কথা। কিন্ত নিজৰ ইমান মৰমলগা ছোৱালীজনীৰ বাবে সকলো অভিমান এৰি দিয়ক। ভগৱানৰ মঙ্গল কামনা কৰিছো পৰিয়ালটোৰ বাবে আৰু বিশেষকৈ ছোৱালীজনীৰ বাবে।❤
@gitikabezbaruah1758
@gitikabezbaruah1758 2 жыл бұрын
শিক্ষাৰ মূল লক্ষ্য চাকৰি নহয়.. সকলো ক্ষেত্ৰতে আজি কালি শিক্ষা সকলৰে দৰকাৰ হয় ..মানুহ জন স্নাতকোত্তৰত হৈ কি হব,এইখিনি কথা যদি বুজি নাপায়.. ছোৱালী জনীৰো ভৱিষ্যত বেয়া কৰিলে..
@Quark200
@Quark200 2 жыл бұрын
Yes
@jubidevi7339
@jubidevi7339 2 жыл бұрын
Right
@palakmaskara3222
@palakmaskara3222 2 жыл бұрын
লাগাত কে বেছি হে কৰা বুলি কব পাৰি
@nabajitsingbarman8140
@nabajitsingbarman8140 2 жыл бұрын
বাহিৰৰ জগতৰ এটা ধুনীয়া সপোন পুহি ৰাখিছে ছোৱালী জনীয়ে। আশাকৰোঁ এই সপোন যেন এদিন সচাত পৰিনত হয়।
@pranabbhuyan3276
@pranabbhuyan3276 2 жыл бұрын
সচাকৈ, বঞ্চিত ,নিস্পেষিত জনৰ অন্তৰত কিমান ক্ষোভ, অভিমান পঞ্জীভূত হৈ থাকিব পাৰে এই ভিদিঅ টোৰ যোগেদি বুজি পালোঁ। ধন্যবাদ দিম্পু 👍👍
@rajunath8963
@rajunath8963 2 жыл бұрын
kzbin.info/www/bejne/mam0mnSKbJWJodE
@angsu4974
@angsu4974 2 жыл бұрын
@@dhritimansdiary6522 hey mookkel chuda.😅 Vl vdo vl content bona toi nuxujileu mnuhe morom dibo ane xuji xuji morom pabo sesta korat k .vl content loi vl vdo bonuwat sesta kor sun
@pranjaldeka1559
@pranjaldeka1559 2 жыл бұрын
Saksar oprot kshov bujilo thike aase kintu suwali tur jiban dhangakh kori dilak etu tu val huwa ni
@arupdas8449
@arupdas8449 2 жыл бұрын
@@angsu4974 mokkel r ovab nai bey
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 KZbin Link :::: kzbin.info/www/bejne/h3qmf2iIo6-WqKM
@nurbhai1116
@nurbhai1116 2 жыл бұрын
ভন্টি ❤️জনি আৰু খোৰা খুৰী যেন সদাই ভালে থাকে তাকেই কামনা কৰিলোঁ🙏🙏🙏🙏
@sushmitalakhi6536
@sushmitalakhi6536 2 жыл бұрын
ছোৱালীজনীলৈ মৰম লাগিছে। স্বাভিমান আঁতৰাই তাইক আগুৱাই নিয়াটো বিচাৰো।
@gitarthazgmedhi.
@gitarthazgmedhi. 2 жыл бұрын
দিম্পু দা আপোনাৰ গোটেই বিলাক ভিডিঅ ভিতৰত এইটো ভিডিঅ সকলোতকৈ শ্ৰেষ্ঠ 😞 কি কম কবলৈ একো ভাষা নাই... দে আৰ 😥
@GoodInformative
@GoodInformative 2 жыл бұрын
সচাকে 😢
@valpowaranuvob3798
@valpowaranuvob3798 2 жыл бұрын
সঁচাকৈ,
@tribeniboruah173
@tribeniboruah173 2 жыл бұрын
Kobole dher mon jai video tu sai kintu kuwatkeu dukh bohut lagise suwalijonir jibontu dekhi. Manuhjone jibonot ki dukh dekhise najanu aru hoitu teuluk tenekei thakia hukhi.akha koru jibonot teuluke bisara nisinai hukh pauk aru suwali joniu jibonot ji bisarise take pauk🙏🏻
@greenharvest2861
@greenharvest2861 2 жыл бұрын
Dimpu তোমাৰ KZbin ৰ যিমান video আছে তাৰ ভিতৰত এইটো আজিলৈকে শ্ৰেষ্ঠ । সঁচাই তেওঁৰ প্ৰতিজ্ঞা ক 🙏🙏🙏 জনালোঁ । আৰু আজি তোমাৰ chanel টোৰ followers আৰু বেছি হওক তাৰেই কামনা কৰিলো ।
@joyshreeborah4895
@joyshreeborah4895 2 жыл бұрын
সঁচাই দুখ লাগিল । তেওলোক আৰ্থিক ভাৱে উন্নত হওক.. সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক । পৰিয়ালটোৰ আত্মসন্মান বোধক শতকোটি প্ৰণাম ।
@purbanchalassam
@purbanchalassam 2 жыл бұрын
Got emotional 😢
@hiteshrabhaassamvlogs3496
@hiteshrabhaassamvlogs3496 2 жыл бұрын
Bhaskar da
@DamarSBGurung
@DamarSBGurung 2 жыл бұрын
O bhai ,vdo tu chai kiba montuye kenba kenba lagil,ajir jugotu manuhe nijor logote pariyalok kostor majere jiyai thakiboloi di nijor swabhimaanot jiyai ache uffff😣,tumio annanya👌👌
@dukhialora9423
@dukhialora9423 2 жыл бұрын
I need this girl gurung da please forward too me🤔🤣
@Toxickutu
@Toxickutu 2 жыл бұрын
Hoi diok gurung da but kisumanor nijor kostor t koi saviman besi dangor.🙏🙏
@Toxickutu
@Toxickutu 2 жыл бұрын
@@dukhialora9423 this is not just a joke bro
@heewand1176
@heewand1176 2 жыл бұрын
I'm agree 😐
@myselfindian6517
@myselfindian6517 2 жыл бұрын
আত্মাভিমান...... আত্মসন্মানত আঘাত লাগিলে মানুহ এনেকুৱা হব পাৰে...
@Debajitk
@Debajitk 2 жыл бұрын
ছাৰে আমাক ক্লাছ নাইনত টিউচন কৰিছিল৷তেতিয়াৰেপৰা মানুহজন অদ্ভুট৷আমাক কিছুমান বস্তু দোকানৰ পৰা কিনি অনাৰ সলনি ঘৰতে বনাই ল'ব দিছিল৷
@দৃষ্টিৰজোনাক
@দৃষ্টিৰজোনাক 2 жыл бұрын
কবলৈ বেয়া লাগিছে যদিও তেও এজন মানসিক ৰোগী৷চিকিৎসা কৰিলে ভাল হ’ব৷ছোৱালীজনীৰ জীৱনটো নপঢ়াই বেয়া কৰিলে৷মা ক জনেয়ে উচিত ব্যৱস্থা ল’ব পাৰৰিলে হয়৷তেও মাথো পত্নীৰ ধৰ্ম পালন কৰিলে মাক হিচাপে নোৱাৰিলে
@stargirl1036
@stargirl1036 2 жыл бұрын
🤣🤣pagla
@ryanraves9988
@ryanraves9988 2 жыл бұрын
@@stargirl1036 ru toi ata rndy..
@stargirl1036
@stargirl1036 2 жыл бұрын
@@ryanraves9988 maye rendy sutmarni
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 KZbin Link :::: kzbin.info/www/bejne/h3qmf2iIo6-WqKM
@allindiakuduksamajofficial7146
@allindiakuduksamajofficial7146 2 жыл бұрын
পৰিয়ালটোৰ কাহিনীটো হতাশ কৰি দিলে, যেনেকুৱা নহওক পৰিয়ালটোৰ সুখ শান্তি সমৃদ্ধিৰ কামনা কৰিছোঁ লগতা দিম্পু দা লৈ অশেষ ধন্যবাদ থাকিল ।
@alakeshsvlog
@alakeshsvlog 2 жыл бұрын
এজনে ভিডিও বনাইছে কস্তুৰীয়ে গাড়ীত হাগিলে আমি হেনো ভিডিওটো শেষলৈ চাব লাগে 😂 আনএজনে ভিডিও বনাইছে দোকান আৰু এটা পৰিয়ালৰ অদ্ভূত কাহিনী । সম্পূৰ্ণ পৃথক ❤️ ধন্যবাদ ডিম্পু দা ।❤️❤️
@uddiptakalita6841
@uddiptakalita6841 2 жыл бұрын
Mojja disa bhai
@bitu-l5g
@bitu-l5g 2 жыл бұрын
Akdom ❤️
@ahumswallimoiborokha3550
@ahumswallimoiborokha3550 2 жыл бұрын
Hosai koisa dada ❤️
@kamalvlogs7582
@kamalvlogs7582 2 жыл бұрын
বেলেগতকৈ অলপ বেলেগ 👍❤️
@alakeshsvlog
@alakeshsvlog 2 жыл бұрын
@@ahumswallimoiborokha3550 tq🤗
@crazy-rider-ns200
@crazy-rider-ns200 2 жыл бұрын
সচাই। অন্তৰখন চুই‌ গ'ল দেই। তেওঁলোকৰ কথাবোৰ কল্পনা কৰি চাওঁতে , কিবা যেন এটা দুখ লাগি গল। ভগৱানে তেওঁলোকৰ লগতে আপোনাৰো মংগল কৰে যেন।
@sachindradas291
@sachindradas291 2 жыл бұрын
এনে এক অদ্ভূত সিদ্ধান্ত লোৱা কথাটোত মোৰ মনটো ভাগি পৰিছে। কাৰণ হৰষিতাৰ ভৱিষ্যত জীৱনৰ কথা আছে। ইমান মৰম লগা ছোৱালীজনী।
@leenadeka3532
@leenadeka3532 2 жыл бұрын
Felling sad for Harshita. She has the right for education and a better life. I think her father need proper counselling.
@Raider_1238_yhw
@Raider_1238_yhw 2 жыл бұрын
Exactly she was to learn to leave her fatherly love..otherwise she would have a hard time in this world
@nituldas2241
@nituldas2241 2 жыл бұрын
Seems like she wants to fly but she is caged. So sad. Her father is a broke man. I may sound rude but he is doing injustice to his family. Hope god give them strength and I don't think anyone can guide that man. He is broke and stubborn.
@pranabjyotibhai5521
@pranabjyotibhai5521 2 жыл бұрын
kzbin.info/www/bejne/nqSoi6qmmphmhpI
@debastootibaruah1808
@debastootibaruah1808 2 жыл бұрын
Felling sad for Harshita.she has the right for education and a better life.I think her father need proper counselling.
@DapoonOfficial1
@DapoonOfficial1 2 жыл бұрын
Right.
@tapanjyotibora4812
@tapanjyotibora4812 2 жыл бұрын
অদ্ভুত, কবলে গলে মানুহ জন psycho . ছোৱালী জনী ভৱিষ্যত টো ধ্বংস কৰিলে।
@Sarthak_0680
@Sarthak_0680 2 жыл бұрын
Ummm sei tu a
@jumandas1400
@jumandas1400 2 жыл бұрын
Suwali jonir Bhut axa ase .dewtakr karne Tai ondhokart thakibo lga hoise .😥
@tapanjyotibora4812
@tapanjyotibora4812 2 жыл бұрын
@@jumandas1400 hmm
@positivevibesassam171
@positivevibesassam171 2 жыл бұрын
It's very emotional 😢. ছোৱালীজনী নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ বাবে দুখৰ লাগিল। তাইৰ প্ৰতিভাক নতশিৰে প্ৰণাম🙏🙏
@seemaranikalita7357
@seemaranikalita7357 2 жыл бұрын
মানুহজনে যি আদৰ্শৰে চৰকাৰী সাহাৰ্যৰ পৰা নিজকে বিৰত ৰাখিছে , পৰিয়ালটো চলাই নিবলৈ সক্ষম হৈছে তেখেতলৈ প্ৰণাম জনালো । ছোৱালীৰ ভবিষ্যতলৈ অলপ সন্দিহান হৈ থাকিলো ।
@Dhemajirsampriti
@Dhemajirsampriti 2 жыл бұрын
কি কম আৰু Dimpu দা, মোৰ মুখৰ পৰা একো শব্দ নোলোৱা হৈ গৈছে 😢 I am speechless ভগৱানে যেন সদায় তেওঁলোকক কুশলে ৰাখক 🙏 আৰু ভণ্টী জনীক আগবাঢ়ি যাবলৈ আৰু শক্তি দিয়ে যেন ❤️
@rituparnabhardwaj760
@rituparnabhardwaj760 2 жыл бұрын
এওঁলোক হৈছে, জীৱন আৰু সত্য পদূলিৰ সঁচা মনৰ মানু্হ...!!
@rimjimdas8333
@rimjimdas8333 2 жыл бұрын
Umm
@rakeshpathak7548
@rakeshpathak7548 2 жыл бұрын
No no aitoh murkhami jot nijor potnir logote dkh nthoka sowali jonio bhugise tair hopun sob Pani korile,,vote jatiya dise ghr ata powa ba light powa aitoh moulik odhikar but manuh jone xaitoh oo poriwalog ni diya baki toh bade diya 😒😒😒
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 KZbin Link :::: kzbin.info/www/bejne/h3qmf2iIo6-WqKM
@GoodInformative
@GoodInformative 2 жыл бұрын
মানুহ জনৰ ঘৰটো ক'ত
@rituparnabhardwaj760
@rituparnabhardwaj760 2 жыл бұрын
@@rakeshpathak7548 hmm
@Manoj_Barua
@Manoj_Barua 2 жыл бұрын
প্ৰথমে Dimpu দা k ধন্যবাদ জনালোঁ এনেকুৱা এটা পৰিয়ালৰ লগত চিনাকী কৰি দিয়াৰ বাবে... ইমান সহজ সৰল মানুহ তেওঁলোক... সঁচাকৈ আজিৰ দিনত তেনেকৈ চলি খাই থকাটো বহুত কষ্টৰ কথা..... তেওঁৰ মনত থকা ক্ষোভ খিনি সোনকালে দুৰ হোৱাটো কামনা কৰিলো🙏
@MojammelHossen-m5j
@MojammelHossen-m5j 2 жыл бұрын
ভাই এটা কোন দেশের ভাষা
@anupamdas9876
@anupamdas9876 2 жыл бұрын
@@MojammelHossen-m5j Assam দেশেৰ ভাষা
@Manoj_Barua
@Manoj_Barua 2 жыл бұрын
@@MojammelHossen-m5j Assam....
@Vaunaporagboy
@Vaunaporagboy 6 ай бұрын
Moja dimpu da❤❤❤❤❤❤
@parthajitdas6130
@parthajitdas6130 2 жыл бұрын
২৩ বছৰ বিনা দৰমহাৰে মানুহজনে জীৱন পাৰ কৰিছে , অভিমান অন্তৰত জ্বলি থকা জুই ইমান সহজে নকমে 🙂। কিমান আশা ? কিমান সপোন ? লৈ মানুহজনে শিক্ষকতা কৰিছিল , সকলো শেষ হৈ গল। আমাৰ পৰিয়ালটো তেনেকুৱাই , মা - দেউতাই বেনা দৰমহাৰে ৩০ বছৰ ধৰি নিস্বাৰ্থ ভাৱে ৰ্কম কৰি আহিছে । আজিও মায়ে স্কুলত যায় , দেউতা বিদেশত গʼল কিয়নো পৰিয়াল নচলে ।
@Cricketlover-ge1zq
@Cricketlover-ge1zq 2 жыл бұрын
Xosakoi
@parthajitdas6130
@parthajitdas6130 2 жыл бұрын
@@Cricketlover-ge1zq 🙏🏻
@twister6317
@twister6317 2 жыл бұрын
Hoi tenekuwa poristiti venture school bilakor teacher hokolor...
@parthajitdas6130
@parthajitdas6130 2 жыл бұрын
@@twister6317 🙏🏻
@jupitaradas5305
@jupitaradas5305 2 жыл бұрын
মোৰ দেউতাই বিনা বেতনে অৱসৰ ললে 😔
@Nikku27-t2f
@Nikku27-t2f 2 жыл бұрын
পৰিয়ালটোৰ বাবে ভগবানক প্ৰাৰ্থনা কৰিলো যাতে তেওলোকে ভালকৈ থাকিব পাৰে,, সচাই মানুহ সদায় এনেকৈ challenging হব লাগে 🥰
@rajunath8963
@rajunath8963 2 жыл бұрын
kzbin.info/www/bejne/mam0mnSKbJWJodE
@rohitroy6257
@rohitroy6257 2 жыл бұрын
Aitu challenging nhoi murkhami he.
@rakeshpathak7548
@rakeshpathak7548 2 жыл бұрын
@@rohitroy6257 akdm thike sowali jonir hopun sob Pani hoi gol bohut bea lagise
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 KZbin Link :::: kzbin.info/www/bejne/h3qmf2iIo6-WqKM
@unknowngamingzone8183
@unknowngamingzone8183 2 жыл бұрын
Challenging হব লাগে সঁচা । কিন্তু এনেকুৱা নহয়।
@Niyorneelbora
@Niyorneelbora 2 жыл бұрын
বৰ আকোৰগোঁজ মানুহ হে, নিজৰ লগতে উঠি অহা ছোৱালীজনীৰ ভৱিষ্যতটোৰ কথা এবাৰো ভবা নাই, মানুহ গৰাকী সতী-সাবিত্ৰী তেওঁৰ বাবে পতি পৰমেশ্বৰ, এটা কথাও আজিলৈকে প্ৰতিবাদ কৰা নাই, সকলো মানুহৰে নিজস্ব এটা মন থাকে বহুতো সপোন থাকে সেই কথাটো ইংৰাজীত স্নাতক হোৱা মানুহজনে নুবুজিল, শিক্ষা থাকিও তেওঁ সচাঁ অৰ্থত অশিক্ষিত,🙏 জ্ঞান আছে তেওঁৰ কিন্তু বিজ্ঞান নাই,, #niyorneelbora
@dimpledas6179
@dimpledas6179 2 жыл бұрын
Akdom xosa koise
@dearfriends1194
@dearfriends1194 2 жыл бұрын
সচাঁকে আজিৰ দিনত এনেকুঁৱা মানুহ থাকিব পাৰে মই ভবাইনাছিলোঁ।
@debarshibaruah912
@debarshibaruah912 2 жыл бұрын
Mojja hoise video to excellent Sab laga video to 👌🤟🤟💞😚🌹🔥 De rrr
@sanjibchetry5994
@sanjibchetry5994 2 жыл бұрын
Dimpuu da sowalito bht dukh kastat ase apuni teok guwati furaboloi loi jaok ❤️tair issa bor puran korok jdi pare 💞
@rintuhazong8853
@rintuhazong8853 2 жыл бұрын
Beti Bachao Beti Padhao ❤️ বৰ্তমান যুগৰ পৰা একেবাৰেই পৃথক। কি অদ্ভুত বৈপৰীত্য মানুহ!! জীৱনত প্ৰথমবাৰ দেখিলোঁ শিক্ষাৰ মূল লক্ষ্য চাকৰিয়েই নেকি? যাৰকাৰণে আজি নিজ কন্যাকো শিক্ষাৰ পৰা বঞ্চিত কৰিলে।
@bhabesh9319
@bhabesh9319 2 жыл бұрын
একমত আপুনাৰ সৈতে 🙏
@hemolatavlogs
@hemolatavlogs 2 жыл бұрын
বহুত সহজ-সৰল মানুহ সঁচাকৈ সঁচা মনৰ মানুহ এয়াই real সুখ মানুহৰ, যিটো টকা পইচাৰে কিনা বেচা কৰিব নোৱাৰি, ঈশ্বৰে সদায় ভালে ৰাখক এই পৰিয়ালটোক👏🤲✊
@rakeshpathak7548
@rakeshpathak7548 2 жыл бұрын
Valke sale dekhiba family toh hosa kori happy ne sowali jonir mukh khnnoloi saba aber kiman hotakhh ji hopun sob Pani
@GoodInformative
@GoodInformative 2 жыл бұрын
কিন্তু, দেউতাকৰ বাবে ছোৱালী জনীয়ে ও কষ্ট কৰি আছে 😢
@hemolatavlogs
@hemolatavlogs 2 жыл бұрын
আচলতে সংগ্ৰামে জীৱন মাক দেউতাকে হয় তাইক শিক্ষাৰ পৰা বঞ্চিত কৰিছে কিন্তু এখন ঘৰৰ পৰা যিমান খিনি শিক্ষা,জ্ঞান দিব লাগে সেই বোৰ গোটেই দিছে জীয়েনেকি আজি কালিৰ পঢ়ি শিক্ষা লোৱা বোৰৰে কম থাকে, তাই কি নোৱাৰে সকলো পাৰে, তাইৰ আশা সপোন এদিন নিশ্চয় সফল হব কাৰণ তাইৰ শিক্ষা প্ৰবিত্র ।
@gyanmondir9863
@gyanmondir9863 Жыл бұрын
চেলুট ,এনে স্বাভিমানী ব্যক্তি লৈ ।🙏🙏🙏🙏
@arstatus7788
@arstatus7788 2 жыл бұрын
ইমান সততা আমাৰ সমাজ খনতকৈ বহুত পৃথক এওঁলোকৰ পৰিয়াল । অহিংসাই পৰম ধৰ্ম। কুশলে থাকক তাকে কামনা কৰিলোঁ।
@bhaskartamuli5603
@bhaskartamuli5603 2 жыл бұрын
Basi sidha manuh zon
@nk2.o948
@nk2.o948 2 жыл бұрын
জ্ঞান শিক্ষা থকাৰ পিছতো গ্ৰহণ কৰা এনে সিদ্ধান্তই মূৰ্খতাৰ পৰিচয় দিয়া নাই জানো !! কাৰোবাৰ ওপৰত থকা ক্ষোভৰ পৰিণতি নিজৰ পত্নী জীয়ৰীক ভুগিব দিয়াটো মই কেতিয়াও উচিত বুলি নাভাৱো তেওঁ যিমানেই উচ্চ শিক্ষিত নহওঁক কিয় 😔🙏
@rohinibarman2484
@rohinibarman2484 2 жыл бұрын
Exactly, moi o heitu a feel korisu.
@rupjyoticovermusic8438
@rupjyoticovermusic8438 2 жыл бұрын
Monor kotha kole apuni
@GoodInformative
@GoodInformative 2 жыл бұрын
@@rohinibarman2484 মানুহ জনৰ ঘৰটো ক'ত
@junpop555
@junpop555 2 жыл бұрын
Teor nijor dhorjyo aru nijor khuvor uport control nai...tekhet tecaher hoiu student k val gyan dibo nuarile heten
@GoodInformative
@GoodInformative 2 жыл бұрын
@@junpop555 মানুহ জনৰ ঘৰটো ক'ত
@sanjibsarmah6883
@sanjibsarmah6883 2 жыл бұрын
মানুহ‌জনৰ মনত চাগে বহুত ক্ষোভ আছে বাবে তেওঁ তেনেকুৱা কৰিছে কিন্তু তেওঁৰ এই সিদ্ধান্তই ছোৱালীজনীৰ ভবিষ্যতটো ধ্বংসৰ পথত গৈ আছে । সকলোৱে মিলি এই পৰিয়ালটোক এই ধাৰণাটোৰ পৰা দূৰ কৰিব লাগিব ।।
@alakadeka154
@alakadeka154 2 жыл бұрын
Hoi aitu kothat sakaloe saport koribo lage
@nitugogoi3755
@nitugogoi3755 2 жыл бұрын
ছোৱালী জনীৰ‌‌ ভৱিষ্যতো ধ্বংস নকৰিব তাইৰ বহুত আশা আছে পঢ়া শুনা কৰিব দিয়ক ভালকৈ ।মাক দেউতাকে সন্তানক পঢ়া শুনা কৰি‌ আগবাঢ়ি যাবলৈ দিব লাগে । জীৱন দুদিনীয়া মাক দেউতাক টো সদায় নাথাকে । ছোৱালী জনীৰ‌‌ ভৱিষ্যত টো অন্ধকাৰ নকৰিব তাৰেই সাদৰৰে অনুৰুধ কৰিছোঁ।🙏🙏🙏😭 দিম্পু তুমি সকলোতকৈ Best ..👍👍👍দে আৰ.🤗💐👌😎
@himasridas4035
@himasridas4035 2 жыл бұрын
সচাঁই ভাষা নাই কবলৈ ..খুৰা -খুৰী আৰু ভণ্টি জনী ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰিলোঁ🙏🙏🙏
@rohitkonwar6134
@rohitkonwar6134 2 жыл бұрын
Dimpu da u r the legend of Assam ❣️❣️❣️
@xxxdevrajxxx9904
@xxxdevrajxxx9904 2 жыл бұрын
❤️
@pankajmixvlog4712
@pankajmixvlog4712 2 жыл бұрын
Futt
@monibordoloi9660
@monibordoloi9660 2 жыл бұрын
kzbin.info/www/bejne/e2qXqpmCmKiDi8U Aitu content sabo pare.. Dhuniya story and execution.. Asomiya mini series.. Val. Pale share koribo
@dhritimansdiary6522
@dhritimansdiary6522 2 жыл бұрын
👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏
@rohitkonwar6134
@rohitkonwar6134 2 жыл бұрын
@@monibordoloi9660 sure dada slu aru aitu video tuh amr nsina bnai sa juntu amr lgr bur lgt hoi Great job 👍👍 dada
@Kaushikeditzshorts
@Kaushikeditzshorts 2 жыл бұрын
বেলেগতকৈ বেলেগ অলপ ❣️ জয় দিম্পু দা 🔥🔥🔥 dimpu da 💕
@monibordoloi9660
@monibordoloi9660 2 жыл бұрын
kzbin.info/www/bejne/e2qXqpmCmKiDi8U Aitu video sabo pare.. Birat dhuniya content.. Val paisu krne share korisu..
@joydeepborpatra2769
@joydeepborpatra2769 2 жыл бұрын
জয় কেলৈ কৈছ মূৰ্খ নেতা নেকি ক্লা
@nsdassamese236
@nsdassamese236 2 жыл бұрын
সঁচাই আচৰিত পৰিয়াল।কিমান জেদী হলে মানুহে এনেকুৱা জীৱন যাপন কৰিব পাৰে।মূল্যবোধ ,সততা কি এওঁলোকৰ পৰাই আচলতে শিকিব লাগে।তথাপিও কওঁ পাৰিলে সিদ্ধান্ত সলনি কৰি প্ৰাপ্য সুবিধা খিনি গ্ৰহণ কৰক।ধন্যবাদ দিম্পু, এনেকুৱা এটা পৰিয়ালৰ লগত আমাক চিনাকি কৰাই দিয়া বাবে।
@kimxu_rip
@kimxu_rip 2 жыл бұрын
চোৱালি জনীক মোৰ বিয়া পাতিব মন গৈছে আৰু তেওঁলোকৰ দুনিয়াৰ পৰা আমাৰ দুনিয়াত অনিলো হয়🙏🥰
@dipjyotinath5032
@dipjyotinath5032 2 жыл бұрын
মানুহজনৰ শিক্ষা আৰু তেওঁৰ বুদ্ধিমত্তাক শ্ৰদ্ধা কৰোঁ কিন্তু নিজৰ ব্যক্তিগত ক্ষোভ,খং আৰু সমাজত চলি থকা নীতি নিয়ম বোৰৰ ওপৰত কৰা অভিমানৰ কাৰণে তেখেতৰ পত্নী আৰু বিশেষকৈ ছোৱালী জনীয়ে ভুগি আছে! তেখেতৰ জেদ খং অভিমানৰ ফল ছোৱালী জনীয়ে গোটেই জীৱন ভুগিব লাগিব, তাইৰ সেই সেমেকা হাঁহিয়ে সকলো কয়, কিন্তু দেউতাকৰ একান্ত বাধ্য কাৰণে আজিৰ সময়তো তাই মাত নাই মাতা ! ভাল হওঁক তাইৰ লগতে তাইৰ পৰিয়ালটোৰ ❤️
@amritadeka821
@amritadeka821 2 жыл бұрын
Xorolotare poripurna Dimpu daa😌😌khokolure prio🥰🥰 KZbin bulilei Dimpu daa 😌
@nabajuytideka1898
@nabajuytideka1898 2 жыл бұрын
Right baa🥰🥰🥰
@dhritimansdiary6522
@dhritimansdiary6522 2 жыл бұрын
👈☝️Moko oloop morom diboo boli akha thakil
@amritadeka821
@amritadeka821 2 жыл бұрын
@@nabajuytideka1898 umm🥰
@iamgohain6976
@iamgohain6976 2 жыл бұрын
Yeah..
@rajenbora562
@rajenbora562 2 жыл бұрын
মানুহজনৰ এই মানসিকতাৰ বাবেই তেওঁলোকৰ বিষয়ে জানিবলৈ জনসাধাৰণৰ উৎসুকতা বাঢ়িছে।মানুহজনক শিক্ষক যেতিয়া নিশ্চয় জীয়েকক ঘৰতেই অধ্যয়ন কৰাত সুবিধা হব।ইতিমধ্যেই মানুহজন বিখ্যাত ব্যক্তি হৈ পৰিছে,জীৱন সাৰ্থক হৈছে যেন অনুমান হয়।
@Rahul_vlogs1.
@Rahul_vlogs1. 2 жыл бұрын
কি‌ কম ভাষা নাই অদ্ভুত।মাইনা জনীৰ কাৰনে বহুত বেছিয়া লাগিছে🥺
@Sk________entertainment321
@Sk________entertainment321 2 жыл бұрын
সঁচাই অন্তৰ চুই গল😊❣️
@paragjyotineog2417
@paragjyotineog2417 2 жыл бұрын
ভাল ভাল.... তেওঁলোকৰ story সঁচাকৈয়ে জানিবলগীয়া.... কিন্তু এটা কথা মোৰ ব্যক্তিগত ভাবে ইমান পছন্দ নহ'ল.... ছোৱালীজনীক পঢ়িব দিব লাগিছিল.... ইমানকৈ পঢ়ি শুনি তেওঁ চৰকাৰী চাকৰি নোপোৱাটো অতি দুৰ্ভাগ্যৰ কথা.... কিন্তু হয়তো ছোৱালীজনীয়ে পঢ়ি মেলি বহুত ভাল কিবা কৰিলেইহেতেন বা.... সেইবোৰো ভাবিব লাগিছিল.... যিয়ে নহওঁক তেখেতে যাতে ছোৱালীজনীক পাৰিলে আৰু পঢ়ুৱাবলৈ চেষ্টা কৰে... তাৰেই অনুৰোধ। ধন্যবাদ Love from lakhimpur
@jintubardolol3766
@jintubardolol3766 2 жыл бұрын
Hai bahut dhuk loga
@jubinborah7701
@jubinborah7701 2 жыл бұрын
Right 👍
@priyabratdas9686
@priyabratdas9686 2 жыл бұрын
Ekmot
@dhritimansdiary6522
@dhritimansdiary6522 2 жыл бұрын
👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏
@U_turn365
@U_turn365 2 жыл бұрын
Khuv ata ase manuhjonor monot khei khuv dukh khuk khiniye teok vagi pelaise tmi buji pua nai sage roll nmbr 1 1st division aru tar pst sakori tu nupuar bedona tu sage anuvab hua nai teo vagi goise tar porinoti aitu
@Remixassam
@Remixassam 2 жыл бұрын
Moja lagil dimpu da
@kartikmandal2477
@kartikmandal2477 2 жыл бұрын
Dimpu দা তুমালৈ এটা request তুমি হেই ঘৰ খন অলপ সহায় কৰি দিবা
@dhritimansdiary6522
@dhritimansdiary6522 2 жыл бұрын
👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏
@kartikmandal2477
@kartikmandal2477 2 жыл бұрын
@@dhritimansdiary6522 ok
@dhritimansdiary6522
@dhritimansdiary6522 2 жыл бұрын
@@kartikmandal2477 thank you
@kalitada2149
@kalitada2149 2 жыл бұрын
Ami সকলোঁ a মিলি সহায় কৰিব পাৰোঁ নকি
@YT_ASSAM0
@YT_ASSAM0 2 жыл бұрын
Khali dimpu Daa buliye nohoi Dada,,, jimn paaru aami xokoluye mili xohoai korib laage buli moi vabu,,,🙏🙏
@Nomadic_Assamese
@Nomadic_Assamese 2 жыл бұрын
অসমৰ বেলেগ youtuber ত koi Dimpu অলপ বেলেগ।তোমাৰ content বোৰৰ পৰা ছছাইটি লৈ এটা মেচেজ যায়।You really deserve a good recognition।God bless you.Love from Delhi
@abhijitboro4257
@abhijitboro4257 2 жыл бұрын
Yes Dada Really True Line 🖤 For Dimpu Da 🌈😇
@kanakbaishya3935
@kanakbaishya3935 2 жыл бұрын
Bahut beya lagil. Family to dekhi
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
. Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 KZbin Link :::: kzbin.info/www/bejne/h3qmf2iIo6-WqKM
@garimagoswami9488
@garimagoswami9488 2 жыл бұрын
ভালে থাকক তেওঁলোক সদায় ❤️
@priyankanancyvlogs
@priyankanancyvlogs 2 жыл бұрын
Hi Garima mur videos buru abar saba an🙂 aru vall lagile chaneltu please sub kori diba 🙏🙏🙏
@pranabkumarbrahma2746
@pranabkumarbrahma2746 2 жыл бұрын
Bhal lagil, Tyagi monor puruxh hoi. Eswarei twlukok rakhyanabexhonor dayitya sabhalise niswai Amar pariyalot hole un duti praniye ei boixommya kahaniyu xohibo nuwarileheten ! Tewlukor jeewan- -jatrar xombhed pai ami xokoluye osoroloi goi kinchhit xohai korar manoxere tewlokor swahaste xojowa xamogribur kini ana uchit. Isware tewlokok jiyai rakhok. Om shanti, shanti, Shanti.
@deltagaming9106
@deltagaming9106 2 жыл бұрын
Dimpu's content is as real as it gets. Love these videos 🔥
@dhritimansdiary6522
@dhritimansdiary6522 2 жыл бұрын
👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏
@ramenbhuyanvlogs4894
@ramenbhuyanvlogs4894 2 жыл бұрын
Mur Chanel or Friend huaa moi nisoi back dim Tumi video ata sai comment ata kori thoi ahiba moi back dim
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 KZbin Link :::: kzbin.info/www/bejne/h3qmf2iIo6-WqKM
@hirondutta4331
@hirondutta4331 2 жыл бұрын
Deutakor jibon tu baru soli jabo kintu suwali joni kotha abar bhabibo lagisile.Dimpu da love from lakhimpur ❤️❤️❤️
@roasterbhi5933
@roasterbhi5933 2 жыл бұрын
আগৰ দিনৰ শিক্ষা গ্ৰহন কৰা মানুহ, বৰ্তমান যুগত কাৰেন্টৰ পৰা ধৰি educationলৈ একো যদি নাই জীৱনেই অন্ধকাৰ ,আপোনাৰ যি হল হল একো নাই.! ছোৱালী জনীৰ future তো চাৱ লাগে , বাকী যি কি নহওক সুন্দৰ জীৱন অতিবাহিত কৰক..!!চাই ময়ো হতভম্ব..!!
@bitopanbaruah3810
@bitopanbaruah3810 2 жыл бұрын
Apuni thik koise
@jojomaka5645
@jojomaka5645 2 жыл бұрын
সেই মানুহজন ভীষণ স্বাৰ্থপৰ। নিজে পঢ়ি একো কৰিব নোৱাৰিলে বা একো নহ'ল বাবে তাইকো পঢ়িবলৈ নিদিলে। স্বাৰ্থপৰ
@nayanjyotinath2786
@nayanjyotinath2786 2 жыл бұрын
কেতিয়াবা যাম সেইফালে গ'লে । বহুত বেলেগ ধৰণৰ পৰিয়াল এটা । আগতে দেখা নাই কেতিয়াও । ভগৱানে সুস্থ কৰি সুখ শান্তিৰে ৰাখক তেখেত সকলোক । ডিম্পুৰ পৰা বহুত কিবা কিবি দেখিছোঁ । ধন্যবাদ ডিম্পু । 👍🙏
@bikhyatbhuban529
@bikhyatbhuban529 2 жыл бұрын
ভগৱান ওচৰত এটাই প্ৰাথনা, যাতে এই মানুহজনৰ চিন্তা-দাৰাবোৰ সলনি হয়.! যিহেতু আমি বোৰ মানুহ যেতিয়া, মানুহৰ সুখ বা দুখ হোৱাটো স্বাভাৱিক ...! হ'লেও নিজেই ইমান কঠিন সময়বোৰ কটাবলৈ বিচৰাটো দেখি মোৰ মন বেয়া লাগি গল 😞
@tamashadevi5859
@tamashadevi5859 2 жыл бұрын
Atia ru kot change hbo..tew kintu agor pra a alp zedi manuh...nlage buli koise mane akoi noloi...2004/2005 mant a goise sei nodir parot...ghr atiao tenekua koi a ase
@sangitadas8365
@sangitadas8365 2 жыл бұрын
Suwali joni loi bohut bea lagise🥺 bhal lora ata logot oti xunkale tai jugmo jibon tu arombho houk . Hai lora jone tair monor akha ru tai adhorua xikha bur u puron korok..take bhagwan'k parthona korisu ontor pora 🙏❤❤❤
@akulahmed7037
@akulahmed7037 2 жыл бұрын
দুখ লাগিল , দোকান খনৰ যোগেৰে হক তেওঁ লোকৰ আৰ্থিক অৱস্থা টনকিয়াল লৈ উঠক
@aksdam2690
@aksdam2690 2 жыл бұрын
Cant believe there can be such a family in today's world so unique who needs nothing absolutely no help from anyone.Very heart touching really feels very sad. There is no sadness in their faces also for living such a life. This family showed it n proved it that they can still live their life happily without any help.Salute to this family May God give them strength. Thank you Dimpu for making this video people will get to know n visit this family.
@dhritimansdiary6522
@dhritimansdiary6522 2 жыл бұрын
👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏
@kiripkalita3812
@kiripkalita3812 2 жыл бұрын
Family buli nkobo . Bapek tu buli kobo . Mokkel bapek
@fuzailsarkar8523
@fuzailsarkar8523 2 жыл бұрын
No bro .. deuta jon he tenekua ... Baki poriyal tuk teu kostore pali ase .. suali jonik hixxha pora bonchit kori teu tair bhobishyot beya he kori ase ... Asolote teu huxhi nohoi....
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 KZbin Link :::: kzbin.info/www/bejne/h3qmf2iIo6-WqKM
@aksdam2690
@aksdam2690 2 жыл бұрын
@@fuzailsarkar8523 yeh even if the father puts down all help from government still his entire family agreed to his decision
@watchman7642
@watchman7642 2 жыл бұрын
Its an extremely emotional video. This is the reflection of failure of our system. A person who could have had a reasonably good life is living a tough one because of the inefficiencies of the system. Just hope some NGO from Assam could come up with some sort of rehabilitation measure for the family as they are totally indifferent and unwilling to accept any sort of Government support. It's really comforting to see that the family is sticking together even with this tough decision. Dimpu, it was really a good effort from your side to bring up this story as the rest of our media seem to be busy with other unnecessary things which is not so in the public interest.
@sangeetasingha7888
@sangeetasingha7888 2 жыл бұрын
A1£££
@chiranjivvlogs7786
@chiranjivvlogs7786 2 жыл бұрын
Bidda kolu Dimpu Daa, tumar মানসিকতা সকলোতকৈ বেলেগ, সেইকাৰনে tumak কিবা এটা ভাল লাগে 🥺♥️
@Samantha_subba_family_vlogs
@Samantha_subba_family_vlogs 2 жыл бұрын
আচৰিত।।।।। ভাষা নাই কি কম।
@upurb6805
@upurb6805 2 жыл бұрын
Very strange. Though respect his ideology, but it's really difficult for his family to survive like this. System definitely have lots of faults of it's own. But he n his family is not responsible for that. Hope their well wisers can help him n his family to somehow live with minimal accommodation of life🙏🙏 Thanks Dimpu for highlighting the family. You are really doing great job. Keep growing 👍👍
@alwaystryhard4646
@alwaystryhard4646 2 жыл бұрын
There is nothing to respect his ideology, many people don't get job even after studying that doesn't mean education isn't important. He didn't get education properly so he didn't get job ( education will never make you believe in this kind of shitty ideology ).
@GoodInformative
@GoodInformative 2 жыл бұрын
মানুহ জনৰ ঘৰটো ক'ত
@PTvChannelgu
@PTvChannelgu 2 жыл бұрын
*best way is to let them live their life with no interference* 😂😂
@sujitroy1808
@sujitroy1808 2 жыл бұрын
Absolute respect for the dignity of that person.. he has the guts to refuse govt.also . Many may see it as foolishness but understand his feelings . He has lost his hope in today's society . And Dimpu you really deserve to be a true ambassador for us.
@dimpicreation4856
@dimpicreation4856 2 жыл бұрын
ছোৱালীজনীলৈ দুখ লাগিছে😭 দেউতাকৰ ক্ষোভৰ অংশীদাৰ ছোৱালী জনীক কৰিব নালাগিছিল I হয়তো ছোৱালীজনীয়ে ভালদৰে অধ্যযন কৰাহলে ভাল সংস্থাপন পালে হেতেন🙂
@Travelergirlofnortheast
@Travelergirlofnortheast 2 жыл бұрын
Hosa
@pinkikakati4031
@pinkikakati4031 2 жыл бұрын
Apune thike koise.
@debojitpangingofficial8336
@debojitpangingofficial8336 2 жыл бұрын
Kotatu Hosa
@djjdmix...4946
@djjdmix...4946 2 жыл бұрын
সঁচাই কি বুলি কম ভাষা নাই, দিম্পু দাই দিব খোজা পিছতো নললে কিও এইটো একে বাৰে বুজি নাপালোঁ । কিয় এনেকৈ নিজকে খাষ্টি দিছে সেই তাহানিৰ কথা ভাবি লৈ । এতিয়া দিনীয়া বেলেগ আগৰ দৰে হৈ নাই থকা,, বিশেষকৈ ছোৱালী জনিক এনেকুৱা ৰূপত দেখি বহুতে বেছি বেয়া লাগিছে So emotional...🤭🥰🤗🤗👍🙏
@smritientertainment43
@smritientertainment43 2 жыл бұрын
Dimpu da always unique 🔥❤️ বেলেগতকৈ বেলেগ আমাৰ দিম্পু দা ❤️🥺
@nuclearkim4678
@nuclearkim4678 2 жыл бұрын
When you get a little, you want more. When you get more, you desire even more. But when you lose it all, you realize that LITTLE was enough! Perfect example of being grateful for what he has. Really heart touching story. #Respect 💯❤️✌️👍
@dhritimansdiary6522
@dhritimansdiary6522 2 жыл бұрын
👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏
@dth3876
@dth3876 2 жыл бұрын
পৃথিৱীৰ আটাইতকৈ সুখী পৰিয়াল । ধন্যবাদ দিম্পু
@ramenbhuyanvlogs4894
@ramenbhuyanvlogs4894 2 жыл бұрын
Mur Chanel or Friend huaa moi nisoi back dim Tumi video ata sai comment ata kori thoi ahiba moi back dim
@Roronowa-Zoro
@Roronowa-Zoro 2 жыл бұрын
xukhi bli kneke kbo suali jonir tu porihbo mn asil .
@kajolpriya8619
@kajolpriya8619 2 жыл бұрын
তেওঁ নিজৰ হতাশাৰ বাবে ছোৱালী জনীৰ জীৱনটো ধ্বংস কৰি আছে।
@pinkychoudhury8110
@pinkychoudhury8110 2 жыл бұрын
তেওঁলোক সদায় ভালে থাকে আৰু সুখত থাকে ♥️♥️♥️ dimpu da next level 🙏🥰
@priyankanancyvlogs
@priyankanancyvlogs 2 жыл бұрын
Hi Pinky mur videos buru abar saba sn🙂 are vall lagile chaneltu please sub kori diba 🙏🙏🙏
@explorerupam7519
@explorerupam7519 2 жыл бұрын
একেবাৰে সহজ সৰল ইউতিউবাৰ, যাৰ পৰা অলপ হলেও কিবা সিকিব পাৰি। ❤ কাজিৰঙা খন দেখাই বৰ ভাল কাম কৰিলে ডিম্পু দাই
@dhritimansdiary6522
@dhritimansdiary6522 2 жыл бұрын
👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏
@GoodInformative
@GoodInformative 2 жыл бұрын
মানুহ জনৰ ঘৰটো ক'ত
@explorerupam7519
@explorerupam7519 2 жыл бұрын
@@GoodInformative nalbare
@kaushikbatista4097
@kaushikbatista4097 2 жыл бұрын
The dedication, the patience, the determination of this person... Astounding! ❤️👏🙏
@dhritimansdiary6522
@dhritimansdiary6522 2 жыл бұрын
👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏
@EkramulEnglish
@EkramulEnglish 2 жыл бұрын
Very very very nice video dimpuu daaaaaa
@angsu4974
@angsu4974 2 жыл бұрын
@@dhritimansdiary6522 aei mokkel vl vdo bona vl content vdo bona anei manuhe akuwali lobo toi kla anke manuhr cmmntot goi goi vikkha xuji furibo nalge vl content loi vdo bonuwat matha mar anke morom diyok morom diyok xuji furile morom napabi nhoi kla
@jitul7316
@jitul7316 2 жыл бұрын
🙂🙏
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
. Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 KZbin Link :::: kzbin.info/www/bejne/h3qmf2iIo6-WqKM
@N.D.Entertainment1999
@N.D.Entertainment1999 2 жыл бұрын
Sowali joni r sage Prhib mon asil a.... Mnuh a abar life pai... nijor jibn to Gorhib dib lgisil.... video to xsakoi a bhut heart touching......
@gautamdas6644
@gautamdas6644 2 жыл бұрын
Unpredictable! Etiyao eneka manuh aase ! Thanks dimpu for sharing this .🙏🙏🙏
@daizykumar8411
@daizykumar8411 2 жыл бұрын
ক্ষোভ আছে মানুহজনৰ মনত 😊,,,যোগ্যতা থকা স্বত্বেও প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে তেওঁ। তেৱোঁ আজি আন দহজন চৰকাৰী চাকৰিয়ালৰ নিচিনাকৈ সুখেৰে থাকিব পাৰিলে হেঁতেন।কিন্তু তেওঁ যে বঞ্চিত!!!সেয়াই ক্ষোভ🥺🥺
@Android_gamerzz24
@Android_gamerzz24 2 жыл бұрын
Right
@durlovhatiboruah4950
@durlovhatiboruah4950 2 жыл бұрын
পৃথক মানসিকতাৰ, অমূল্য পৰিয়াল🙏 সিদ্ধান্তত অটল,এনে মানসিকতাৰ মানুহ বৰ্তমান সময়তো আছে সঁচাকৈ ভাবিবলগীয়া🙏✊🙏
@pradumnyanath3048
@pradumnyanath3048 2 жыл бұрын
সঁচা কৈ বহুত দুখ লাগিল।। চকু পানী নিজে নিজে বৈ আহিছে।।
@mustufaahmed5785
@mustufaahmed5785 2 жыл бұрын
সকলোৱে জীৱনত সপোন ৰচে।। যেতিয়া সেই সপোন বাস্তব নহয়, তেতিয়া জীৱনৰ সকলো আশা আকাংখা নোহোৱা হৈ যায়।। যিটো মানুহ জনৰ লগত ঘটিল।।। কিন্তু মানুহ জনে ছোৱালী জনীক পঢ়াব লাগিছিল।। হয়তো তাই পঢ়ি শুনি ডাঙৰ মানুহ হল হেতন।। তাইৰ কথা বতৰাত গম পোৱা গল, পঢ়িবলৈ তাইৰ কিমান হেপাহ।।
@dhrubajyotiborah1574
@dhrubajyotiborah1574 2 жыл бұрын
May God bless them🙏 তথাপিও কওঁ যে.... জীৱন জিন্দাবাদ... কাম কৰি আগুৱাই গৈ থাকক, কেতিয়াও হাৰ নামানিব |💐❤
@OfficialSPTV
@OfficialSPTV 2 жыл бұрын
ছোৱালীজনীৰ জীৱনক লৈ আবেগিক হলো 🥺আশা কৰোঁ যাতে তাইৰ জীৱনত থকা আন্ধাৰক কোনোবা এজন আহি উজ্জ্বলতা কৰিব 🥺🙏🏼love you❤ Diimpu Da from Lakhimpur
@dambaruchannel.7658
@dambaruchannel.7658 2 жыл бұрын
তাই বৰ্তমানতে যথেষ্ট্ৰ সুখী। টকা পইচা জাক জমকৰ দুনিয়াত থাকি আমি যান্ত্ৰীকতাত পৰিনত হৈছো। বিলাসিতাই কেতীয়াও সুখৰ আহিলা হ'ব নোৱাৰে। ত্যাগেই সুখ, সেই পৰিয়ালৰো আছে এটা মানসিক শান্তি।। 🙏
@nayan8554
@nayan8554 5 ай бұрын
মনুহজনে ছোৱালীজনী আৰু মানুহ জনী জীৱন ধ্বংস কৰিলে ।।।
@KHAIRULISLAM-dy2sh
@KHAIRULISLAM-dy2sh 2 жыл бұрын
Ghonta brothers day ..... Aibur or aku din nai mur babe I loved them everyday 😌♥️
@MadhurjyaDeoriOfficial
@MadhurjyaDeoriOfficial 2 жыл бұрын
দিম্পুৰ এই ভিডিওটো চাই অনুমান কৰিব যে, আজিৰ এই আধুনিক যুগতো সেই ছোৱালী জনীয়ে কেনেকুৱা এটা জীৱন জীয়াই আছে... ভিডিওটো চাই মই বিশেষ একো তেনেকুৱা কাৰন বিচাৰি নাপালোঁ যাৰ বাবে মানুহজনে চৰকাৰৰ ক্ষোভত গোটেই বাহিৰৰ পৃথিৱীখনৰ পৰায়ে পৃথকে থাকিব লগীয়া হৈছে.... মোৰ ব্যক্তিগত অনুভৱ অনুসৰি মানুহে জেড কৰিব লাগে,, কিন্তু ইমানো নহয় যে পৰিয়ালত থকা প্রত্যেকজন ব্যক্তিয়ে তাৰ পৰিণাম ভুগিবলগীয়া হয়.... ভাল হওক পৰিয়ালটোৰ.... 🙏
@simantaborah4457
@simantaborah4457 2 жыл бұрын
👍
@bibekanandasarma2091
@bibekanandasarma2091 2 жыл бұрын
দাদা সেইজন আমাৰ জেঠা হয় । মানুহটোৰ মনটো সেনেকুৱা । দাদা আপোনাক ধন্যবাদ 🙏👍
@neelkumar3921
@neelkumar3921 2 жыл бұрын
Swali Joni bhabeswat andheror fale theli dei ase....swali Joni k porhibw dibw lagisile...swali Joni loi beya lagisei
@dikhitindi2438
@dikhitindi2438 2 жыл бұрын
Eko diyar samartha Amaro nai. Konobai dileo noloi. Kapor dukhonman kinoba jam. Location tu olop bujai dibasun.
@gokulendragoswami6733
@gokulendragoswami6733 2 жыл бұрын
I know this gentleman. He is a reputed teacher. Great salute to him.
@anandmishraips432
@anandmishraips432 2 жыл бұрын
Dimpu became emotional for a short time.🥺🥺 Hope their family lives well forever.🙏🙏
@kishorboruah5481
@kishorboruah5481 2 жыл бұрын
Anand mishrar namot fake acc ai2.. mishra sir a ruu vdo t comment nedea
@anantagogoi966
@anantagogoi966 2 жыл бұрын
Imotional speling vul.. Ips ofcr ajn a anke nilikhae.. Fake acnt. Imotional na emotional?
@zerobhaivlogs720
@zerobhaivlogs720 2 жыл бұрын
Fake account
@anantagogoi966
@anantagogoi966 2 жыл бұрын
Laj pai.splng.corrcct krso
@joydeepborpatra2769
@joydeepborpatra2769 2 жыл бұрын
Laz pai spelling correct korise hehe
@ethar6570
@ethar6570 2 жыл бұрын
Dimpu is literally so wholesome and nice to people, imagine an entire world with people just like him being friendly.
@Comedykingx90
@Comedykingx90 2 жыл бұрын
Dimpu is a guy most of individuals admire the most and want to live like him. But all we can do is watch him exploring places.plz visit my channel #lakivlogs nd press the bell icon
@Rashmieverything
@Rashmieverything 2 жыл бұрын
সুখত থাকক সদায় তেওঁলোক❤️❤️lots of love dimpu daa💕মোৰ chnl2 লৈও যাব চোন দেই, comment কৰিব মোক 🤗
@dhritimansdiary6522
@dhritimansdiary6522 2 жыл бұрын
👈☝️☝️Moko oloop morom diboo boli akha thakil🙏🙏🙏
@_-_dimpolisback_-_5552
@_-_dimpolisback_-_5552 2 жыл бұрын
@@dhritimansdiary6522 🤣🤣🤣🤣
@rajunath8963
@rajunath8963 2 жыл бұрын
kzbin.info/www/bejne/mam0mnSKbJWJodE
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
Vischick Rashi June 2022 Assamese Rashifal ৷ Assamese Horoscope Prediction for Scorpion June 2022 KZbin Link :::: kzbin.info/www/bejne/h3qmf2iIo6-WqKM
@bhupalimixassamese8347
@bhupalimixassamese8347 2 жыл бұрын
KI kom are vakha nai...🥺❤️khub val lagise video to sai...❤️🙏
@lylatulshekh3370
@lylatulshekh3370 2 жыл бұрын
সঁচাকৈ অনন্য ✨👏
@dimpisvlogs7829
@dimpisvlogs7829 2 жыл бұрын
মাথাটো বেয়া লাগি গৈছে ছোৱালীজনীক দেখি ৷ অলপ সময়ৰ কাৰণে তাইৰ ঠাইত নিজক ৰাখি দুৰ্বল অনুভৱ কৰিছোঁ 😊 খুব সোনকালে তাইৰ ওচৰলৈ যাম ৷ ভালে থাকক গোটেইকেইটা ৷
@KongsVai
@KongsVai 2 жыл бұрын
Dimpu da কি কম‌ মোৰ ভাষা নাই । আপোনাৰ video এই বোৰ🥺 মানে কি কম কিছুমান নেদেখা বহুত কিবা কিবি দেখিবলৈ পাওঁ next level 🔥 Dear😜
@sanjibdeka5662
@sanjibdeka5662 2 жыл бұрын
Dekhi bhut beya lagil bhut beya lagil
মনত আছেনে - Going to Harshita's house after 6 months
12:31
Don't underestimate anyone
00:47
奇軒Tricking
Рет қаралды 24 МЛН
How to Fight a Gross Man 😡
00:19
Alan Chikin Chow
Рет қаралды 18 МЛН
Players push long pins through a cardboard box attempting to pop the balloon!
00:31
Love is like that - গৈ আছোঁ 😍
13:37
Dimpu's Vlogs
Рет қаралды 837 М.