হিজৰাসকল ল'ৰাৰ প্ৰতি নে ছোৱালীৰ প্ৰতি আকৰ্ষিত হয়? আৰু নজনা বহুতো কথা।

  Рет қаралды 1,672,367

JSS Unscrripted

JSS Unscrripted

3 ай бұрын

Пікірлер: 3 300
@bornalidihingia2169
@bornalidihingia2169 2 ай бұрын
হিমাশ্ৰী তোমাৰ এই সাক্ষাৎকাৰটো বহুত বেছি ভাল লাগিল। কিন্নৰসকলৰ প্ৰতি মোৰ বহুত সন্মান আছে আৰু ভাল পাঁও তেঁওলোকক। বাইদেউদুগৰাকীলৈ বহুত মৰম আৰু শ্ৰদ্ধা জনালো।
@prasantadas5120
@prasantadas5120 3 ай бұрын
বাইদেউ দুই গৰাকীলৈ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদিলো।।। স্পষ্টবাদি , সংগ্ৰামী , জ্ঞানী‌🙏
@Arun_wie
@Arun_wie 2 ай бұрын
আজিহে গম পালো কিন্নৰ ইমান সংস্কাৰী ।।শিৱ পাৰ্বতীয়ে আপোনালোকক সদায়ে কুশলে ৰাখকক🙏🙏 n ধন্যবাদ হিমাশ্ৰী বা
@aradhanasarmah4487
@aradhanasarmah4487 2 ай бұрын
আজিৰ এই অনুষ্ঠানতো চাই প্ৰকৃত হিজৰা সকলৰ প্ৰতি মোৰ মনত সন্মান বাহি গৈছে ৷ জীৱন যুঁজত আগবাঢ়িবৰ বাবে ইমান কষ্ট কৰিব লাগে বুলি ভবাই নাছিলো ৷ দুয়োগৰাকীৰে কথাবোৰ শুনি বহুত ভাল লাগিছে ৷ নিতু নামৰ গৰাকীয়ে ইমান সুন্দৰকৈ কথাবোৰ কলে, তেখেতৰ সংস্কাৰী মনৰে প্ৰকাশ পোৱা কথাবোৰে মন চুই গৈছে ৷ এবাৰ লগ পাবলৈহে মন গৈছে ৷দুয়োগৰাকীলৈ মৰম শ্ৰদ্ধা যাচিলোঁ ৷ তেওঁলোকক ভগৱানে কুশলে ৰাখক ৷
@sandhyadevi9094
@sandhyadevi9094 3 ай бұрын
প্ৰধান বক্তা গৰাকীৰ কথা শুনি তেওঁলোকৰোযে সংস্কাৰ আছে বুজি পালো আৰু ভাল পালো ৷আপোনাক ধন্যবাদ ৷
@hiteshdas3298
@hiteshdas3298 2 ай бұрын
Akdom xosa
@bandanadeka4898
@bandanadeka4898 3 ай бұрын
এখেত সকলৰ বিষয়ে জানিবলে চেষ্টা কৰি আছো। বাইদেউ দুগৰাকী কথাই হৃদয় চুই গ'ল। দুগুণ শ্ৰদ্ধা বাঢ়িল। সেৱা যাচিলোঁ 🙏🏿🙏🏿🙏🏿
@korobiskitchenvlogs8029
@korobiskitchenvlogs8029 3 ай бұрын
🙏🙏
@bhupentalukdar5823
@bhupentalukdar5823 2 ай бұрын
Qqq. In​@@korobiskitchenvlogs8029
@ahidurrahman1616
@ahidurrahman1616 2 ай бұрын
Me I'm qw0 no noA@@korobiskitchenvlogs8029my
@gogoikrish21gogoikrish29
@gogoikrish21gogoikrish29 28 күн бұрын
Prothom kotha anchor voice hoisay hi he Zera. . tie Z Suli key proman deok
@PeuspaKanto
@PeuspaKanto 14 күн бұрын
😅 my😅​@@gogoikrish21gogoikrish29
@dipabora8037
@dipabora8037 Ай бұрын
হিমাশ্ৰী তুমি interview টো ইমান ধুনীয়া কৈ লৈছা বহুত ভাল লাগিল আৰু তেওঁ লোকৰ বিষয়ে জানিব পাৰি ভাল লাগিল। আমি তেওঁলোকক সন্মান কৰিব লাগে। তেওঁ লোকক আমি হেয় কৰিব নেলাগে।🙏🙏❤️❤️
@realhero5657
@realhero5657 2 ай бұрын
এইটো video য়ে সমাজলৈ ভাল বাৰ্তা কঢ়িয়াই আনিছে । ধন্যবাদ থাকিল ।
@user-uq1eo1kt9b
@user-uq1eo1kt9b 3 ай бұрын
"হিজৰা "বুলি সম্বোধন কৰিলে অকণমান বেয়া শুনি। এওঁলোক হ'ল তৃতীয় লিংগৰ ব্যক্তি। পৌৰাণিক ধৰ্ম গ্ৰন্থ সমুহত এওঁলোকৰ স্থান আছে। এওঁলোকৰ কথা হৃদয়ৰ পৰা ভালকৈ অনুভৱ কৰিলে বৰ দুখ লাগে। তথাপিও ধুনীয়াকৈ সাজি কাচি জীৱনৰ প্ৰতিটো ক্ষণ পল সুন্দৰকৈ উপভোগ কৰিছে। কিন্তু ভিতৰত কি আছে কোনেও নাজানে। এওঁলোকৰ সন্মান কৰা উচিত। ভাল লাগিল অনুষ্ঠানটো, ধন্যবাদ।
@RupsD319
@RupsD319 3 ай бұрын
Yes, Hijira buli kole olp hunat kiba eta bea jen pai. Third gender buli kole hoi.
@MANASH_PRATIM_SARMA
@MANASH_PRATIM_SARMA 3 ай бұрын
Hoi Ardhanari
@harakantaborah6818
@harakantaborah6818 3 ай бұрын
হিজৰা শব্দটোৰ অৰ্থ বেয়া নহয়,,,, শিৱ আৰু পাৰ্বতীৰ দ্বী ৰূপটোক কোৱা হয়
@user-uq1eo1kt9b
@user-uq1eo1kt9b 3 ай бұрын
মই বেয়া শব্দ বুলি উল্লেখ কৰা নাই কেৱল কৈছোঁ যে এই শব্দটো কলে বেয়া শুনি কিন্তু একে অৰ্থ যদিও কিন্নৰ বুলি উল্লেখ কৰিলে ভাল লাগে। এওঁলোকৰ সম্পৰ্কে মোৰ জ্ঞান আছে কিয়নো সমাজৰ প্ৰতিটো বিষয়ত নজনাটো জানিবলৈ বৰ আগ্ৰহী মই।
@user-uq1eo1kt9b
@user-uq1eo1kt9b 3 ай бұрын
বিশেষকৈ এই শব্দটো শুনিবলৈ এই কাৰণেই বেয়া লাগিছে যে সমাজৰ এক শ্ৰেণীৰ লোকে নজনাকৈ কাৰোবাক বেয়া লাগিলে গালি দিয়া শুনিবলৈ পাওঁ "হিজৰা" বুলি। কিছুমান দুৰ্বল পুৰুষক আঘাত হানিবলৈ ও এই শব্দটো ব্যৱহাৰ কৰে।
@pilygoswami9414
@pilygoswami9414 3 ай бұрын
ভগৱান আপোনালোকৰ প্ৰতি সদয় হওক ।দুয়োগৰাকীয়ে কথোপ কথন অতি সুন্দৰ ।ভগৱানক এটাই প্ৰাৰ্থনা অহা জনমত যাতে আপোনালোকৰ জীৱন অতি সুন্দৰ হয় ।❤❤❤❤❤
@ridipbaruah8678
@ridipbaruah8678 2 ай бұрын
এইয়াও এক জীৱন । জীৱনটো নিজৰ তাক সজাব পৰাটো আচল কথা । তেওঁলোকে নিজৰ জীৱনটোক সজাব পাৰিছে। বৰ ভাল লাগিল অনুষ্ঠানটো । দুয়োগৰাকী বৰ স্পষ্ট বাদী ,কথাবোৰ সুন্দৰ , তেওঁলোকৰ ব্যক্তিত্বত প্ৰমাণ হয় সঁচাকৈ তেওঁলোক সংস্কাৰী। তেওঁলোকে আনক আশীৰ্বাদ দিয়ে , কেতিয়াও নিজৰ বাবে একো নিবিচাৰে। নেদেখা জনে সদায় তেওঁলোকক আশীৰ্বাদ দিয়ক ।
@NorenLama
@NorenLama 2 ай бұрын
বহুত কথাই বুজিব পৰা গল ।আগলৈও আৰু বহুত কথাই বুজিব লৈ আশা থাকিল ।অনুস্থান টো বৰ ভাল লাগিল শেষত তিনিও গৰকীকে ধন্যবাদ।
@dipalimazumdar3607
@dipalimazumdar3607 3 ай бұрын
ভগৱানে কাকো তেনেকৈ জন্ম নিদিয়ক। মই হিজৰাক বহুত সন্মান কৰো। যতেই লগ পাও তেওঁলোকৰ পৰা আশীৰ্বাদ লওঁ।
@popibora2324
@popibora2324 3 ай бұрын
🙏🙏🙏🙏
@Tanmay_dutta
@Tanmay_dutta 3 ай бұрын
🙏🙏
@avneesh295
@avneesh295 2 ай бұрын
​@@popibora232413:30 13:30
@user-ze1rr7kg3f
@user-ze1rr7kg3f 2 ай бұрын
@RohitKhanikar
@RohitKhanikar Ай бұрын
❤❤❤❤❤i liked the programe
@user-ro7yz1wm6r
@user-ro7yz1wm6r 3 ай бұрын
কিন্নৰ বাইদেউ দুয়োজনীলৈ সেৱা জনালো, আমাক যেন আশীৰ্বাদ দিয়ে।🙏🙏🙏
@LuhitChetia-dy7pl
@LuhitChetia-dy7pl 2 ай бұрын
খুব সুন্দৰ অনুষ্ঠান। সঁচাকৈ বৰ ভাল লাগিল।
@chimpisaikia958
@chimpisaikia958 2 ай бұрын
দুয়ো গৰাকী লৈকে বহুত বহুত প্ৰণাম।
@anantaswargiary5754
@anantaswargiary5754 3 ай бұрын
আজিৰ পৰা তেওঁলোকক অসমত সন্মান কৰিব। এই অনুষ্ঠান যি সকলে চাইছে। মোৰ ফালৰ বহুত বহুত ধন্যবাদ বাইদেউ।
@JitenModi-ue1xb
@JitenModi-ue1xb 2 ай бұрын
BHALLAGILE
@user-kn5po9mq7f
@user-kn5po9mq7f 2 ай бұрын
​@@JitenModi-ue1xbon
@renugohainkonwar4614
@renugohainkonwar4614 2 ай бұрын
​@@JitenModi-ue1xbçb
@ratulmedhi3126
@ratulmedhi3126 2 ай бұрын
​@@JitenModi-ue1xbl
@arabjanbegum5596
@arabjanbegum5596 2 ай бұрын
,
@SPORTSZONE-kj6go
@SPORTSZONE-kj6go 3 ай бұрын
তেওঁ লোকক ঈশ্বৰে মঙ্গল কৰক।ইমান সংস্কাৰী বুলি আজিহে গম পালো।
@korobiskitchenvlogs8029
@korobiskitchenvlogs8029 3 ай бұрын
Hoi dei
@pokpokkokok8033
@pokpokkokok8033 3 ай бұрын
𝙐𝙢𝙢​@@korobiskitchenvlogs8029
@joyrambaruah8067
@joyrambaruah8067 Ай бұрын
বহুত ভাল লাগিল। নজনা কথা বহুত জানিলো। এখেতসকল বহুত সংস্কাৰী। আমি সকলোৱে সন্মান দিয়াতো উচিত বুলি ভাবো। সসন্মানে জীয়াই থকাতো এওলোকৰো অধীকাৰ আছে।
@rajurajrahman2730
@rajurajrahman2730 2 ай бұрын
ভাল লাগিল এওলোক ভগবানৰ এটা অংশ বুলি কলেও ভূল নহয়
@riyasarma6112
@riyasarma6112 3 ай бұрын
কথা বোৰ শুনি মন চুই গ'ল । অতি সুন্দৰ ভজন । বাইদেউ দুয়োজনীলৈ সেৱা জনালো । তেওঁলোকৰ ঈশ্বৰৰ আশীৰ্বাদত মংগল হোৱাৰ বাবে প্ৰাৰ্থনা জনালোঁ।
@nijorapatangia7797
@nijorapatangia7797 3 ай бұрын
বহুত ভাল লাগিল অনুষ্ঠানটো চায় । এই লোকসকলক সকলোৱে সন্মান দিব লাগে । সসন্মানে জীয়াই থকাৰ অধিকাৰ তেওঁলোকৰো আছে ।
@user-rm3fz9xm7c
@user-rm3fz9xm7c 2 ай бұрын
দুয়োগৰাকী কিন্নৰলৈ মোৰ আন্তৰিক অভিনন্দন থাকিল হিমাশ্ৰী য়ে ইমান ধুনীয়া এটা অনুষ্ঠান আগবঢ়ালে বহুত ভাল পালো লগতে নজনা কথা কিছুমান জানিলো কিন্নৰ সকলৰ জীৱনতো যে বহুত বেদনা লুকাই আছে জানি বৰ দুখ পালো 😢😢
@khadasabegum4877
@khadasabegum4877 22 күн бұрын
বহুত ভাল লাগিল ভগৱানে তেওঁলোকক সুখৰে ৰাখক আশীৰ্বাদ থাকিল
@malobikabora7814
@malobikabora7814 3 ай бұрын
হিমাশ্ৰী বৰ সুন্দৰ সাক্ষাৎকাৰ এটা চালোঁ।ইমান সুন্দৰ ব্যৱহাৰ তেওঁলোকৰ।সঁচা কথা ক'বলৈ গ'লে সৎ আৰু সংস্কাৰী তেওঁলোক।বৰ ভাল লাগিল তেওঁলোকৰ কথাখিনি।
@mr.kshitindramohanroy7638
@mr.kshitindramohanroy7638 Ай бұрын
Bor Val lagi.please always respect them
@BiruRabha-qj7pm
@BiruRabha-qj7pm 3 ай бұрын
এওঁলোকৰ মাজটো ইমান সুন্দৰ মনৰ মানুহ আৰু ভদ্ৰ লোক আছে আজিহে বুজি পালো । ঈশ্বৰে এওঁলোকক আশীৰ্বাদ কৰক
@himashridekahimashreedeka8596
@himashridekahimashreedeka8596 2 ай бұрын
ইমান ধুনীয়া কথা কৈছে। ইমান সংস্কাৰি কথাবোৰ ইমান ভাল লগাকৈ কৈ। ভগৱানে তেওঁলোকক মংগল কৰক 😊❤
@chimpineog6730
@chimpineog6730 2 ай бұрын
1m views 😊 val lagile
@bdrocks8035
@bdrocks8035 3 ай бұрын
অৰ্ধনৰেশ্বৰ!শিৱ-পাৱৰ্তীৰ ৰূপান্তৰ! অতি সাৱলীলভাৱে কথাবোৰ কৈ যোৱা দেখি ভাল লাগিল।তাতোকৈয়ো ভাল লাগিল ইমান সংস্কাৰী,জীৱনৰ দৰ্শন,মানৱীয় প্ৰমূল্যবোধ আৰু ঈশ্বৰৰ মাৰ্গ দৰ্শন।অসমতো যে ইমান সংস্কাৰী তথা "ঘাৰানা"(সমূহীয়াভাৱে 'কিন্নৰ' থকা স্থান বা একপ্ৰকাৰ বিদ্যালয়)ত থকা তৃতীয় লিংগৰ মনোগ্ৰাহী দৰ্শন থকা তত্ববোৰে জীৱনক আকৌ এবাৰ বুজি চাবলৈকে যেন সুযোগ দিলে।ধন্যবাদ হিমাশ্ৰী,এনে এক ব্যতিক্ৰমী অনুষ্ঠানৰ বাবে🙏
@harakumardas7646
@harakumardas7646 3 ай бұрын
Bahut bhal lagil,najana katha janilo,bhagabane mangal karak
@ramenbaishya5919
@ramenbaishya5919 3 ай бұрын
Dukh Buji nepai aamar saba khadharan raije
@sannatmazumdar7861
@sannatmazumdar7861 2 ай бұрын
Bhaut bhal lagil bido najana katha janilo manhor bhol atorb teolokor pati
@BNC_boy
@BNC_boy 2 ай бұрын
Bahut bhal lagil.
@Anikha133
@Anikha133 3 ай бұрын
কথাবোৰ বহুত ভাল লাগিছে।আৰ্শীবাদ কৰিব যাতে সদাই ভালে থাকো শিৱ-পাৰ্বতী যুক্ত শক্তিধাৰী।ইমান সুন্দৰকৈ কথাবোৰ কয়।শব্দ সম্ভাৰো অপাৰ।তেওঁলোকৰ প্ৰতি থকা সকলো বেয়া ভাৱ আজি আঁতৰি গ'ল।
@korobiskitchenvlogs8029
@korobiskitchenvlogs8029 3 ай бұрын
হয় ঠিকেই কৈছে।
@kamalchandradeka9353
@kamalchandradeka9353 2 ай бұрын
মোৰো মনোভাৱ শুদ্ধ হ'ল। ইমান সংস্কাৰী বুলি ভবাই নাছিলো।
@BichitraDas-kh9zn
@BichitraDas-kh9zn 2 ай бұрын
আপোনালকৰ কথাখিনি বহুত ভাল লাগিল, আৰু আপোনালোকক হিজৰা বুলি কব নোৱাৰি , লগতে হিমাশ্ৰী বাইদেউ অনুষ্ঠান চাই বহুত ভাল লাগিছে
@pramilakhakhlary9882
@pramilakhakhlary9882 2 ай бұрын
ইমান সুন্দৰকৈ কথা বোৰ কৈছে বাইদেউ গৰাকী য়ে। অতি দৰকাৰী আৰু সুন্দৰ সাক্ষাৎ কাৰ। বহু ত ভাল লাগিল। আমাৰ কনমানি হীমা মাজনীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ইমান সুন্দৰ সাক্ষাৎ কাৰ ৰ বাবে।
@anjugogoi6536
@anjugogoi6536 3 ай бұрын
ভগৱানে এওলোকক ভালে ' কুশলে ৰাখক " আৰু সকলো ৰাইজকে অনুৰুধ কৰিছো ' পাৰিলে সহায় কৰিব ' নোৱাৰিলে এওলোকক নাহাহিব বা বেয়াকৈ নকব ।🙏🙏🙏
@dollygoswami5080
@dollygoswami5080 3 ай бұрын
দোয়ো গৰাকী কিন্নৰলৈ শ্ৰদ্ধা নিবেদিছো,আপোনালোক সদায় সুখত থাকক , ভালেই থাকক, ঈশ্বৰে কুশলে ৰাখক ।
@kalpatoru-bepossitive7997
@kalpatoru-bepossitive7997 2 ай бұрын
তেওঁলোকৰ মনৰ কথাবোৰ জানি সচাঁকৈ বৰ আচৰিত হ’লো।ভগৱানৰ যে কি আচৰিত সৃষ্টি।তেওঁলোকো মানুহ।তেওঁলোককো সন্মানসহকাৰে জীয়াই থাকিবলৈ দিয়ক।এইয়ৈই মানৱতা
@digantasarmah6748
@digantasarmah6748 7 күн бұрын
দুয়োজনী বাইদেউলৈ নমস্কাৰ জনালো 🙏 ইমান সৰলতাৰে কথাখিনি কলে ভাল লাগিল । কিন্তু কিছুমান কিন্নৰে পদপথত উদ্ভন্দালি কৰি মানুহক বাৰুকৈ আমনি কৰে । তেতিয়া তেওঁলোকৰ প্ৰতি মানুহৰ বেয়া মনোভাৱ জাগে ।
@pratibhabaruah7780
@pratibhabaruah7780 3 ай бұрын
বৰ ভাল লাগিল।গুৰু‌ গৰাকীক বৰ ভাল লাগিল,ভগৱানৰ প্ৰতি বিশ্বাস থকা বাবে।
@pranabhazarika3926
@pranabhazarika3926 3 ай бұрын
Nitubaar. Contec. Nom. Tu. Diwasun
@user-xq8ob6ee1y
@user-xq8ob6ee1y 3 ай бұрын
জয় শিৱ চন্ডী বাইদেউ দুগৰাকী কথাবোৰ শুনি দুখ লগা জিৱন।❤❤❤❤❤
@dadulali2185
@dadulali2185 14 күн бұрын
বহুত সুন্দৰ লাগিল, তেওঁ লোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।সকলো ৰাইজে তেওঁ লোকক আমাৰ সমাজৰে এজন বা এগৰাকী বুলি ধৰি লব বুলি বিনম্ৰ আবেদন জনালোঁ।
@user-oz2oz1cp3i
@user-oz2oz1cp3i 2 ай бұрын
বহুত ভাল লাগিছে কথাবোৰ।।। ভগৱান মঙ্গল কৰক তেখেতসখলক।।। ধন্যবাদ ❤❤❤❤
@lakhi1269
@lakhi1269 3 ай бұрын
তেওঁলোকৰ জীৱনৰ কথাখিনি শুনি সচাই ভাল লাগিল। দুয়োগৰাকীয়ে বৰ সুন্দৰকৈ কথাখিনি কলে।মাৰ্জিত ভাষাৰে শুদ্ধকৈ কথাখিনি কলে। হিমাশ্ৰী ৰ প্ৰশ্নখিনিও ভাল লাগিল।
@neherupegu1842
@neherupegu1842 3 ай бұрын
অতি গভীৰ আৰু সুন্দৰ কথোপকথন গুৰু গৰাকীৰ॥ বহু নজনা দিশ মুকলিকৈ কৈ জ্ঞান দিলে আমাক। ধন্যবাদ।
@user-qn9jo9we5o
@user-qn9jo9we5o 3 ай бұрын
সুন্দৰ বাৰ্তা, ভগৱানে তেওঁলোকক মঙ্গলে ৰাখক
@junmonibegum735
@junmonibegum735 6 күн бұрын
বহুত ভাল লাগিল অনুষ্ঠান টো ।
@lakhimi789
@lakhimi789 3 ай бұрын
চকুপানী ৰাখিব নোৱাৰিলো😢, আপোনালোকক ভগৱানে কুশলে ৰাখক । মনুষ্য জন্ম লৈ আপোনালোকেও ভাল কাম কৰি দেখুৱাই যাওক যে তৃতীয় লিংগৰ মানুহেও সমাজৰ আদৰ্শ হ'ব পাৰে ।
@user-tu2sw4ob5h
@user-tu2sw4ob5h 3 ай бұрын
কথাখিনি ইমান সাৱলিল ভাৱে কৈছে শুনি সঁচাই আপ্লুত হলো। দুয়োকে আগতিয়াকৈ বিহুৰ শুভেচ্ছা জনালো লগতে মহাৰাষ্ট্ৰৰ পৰা মৰম যাচিলো❤️❤️❤️
@LijaPatowary
@LijaPatowary 2 ай бұрын
বহুত বেছি ভাল লাগে তেওঁলোকৰ প্ৰতি বহুত শ্ৰদ্ধা কৰো আৰু সদায় কৰি থাকিম । তেওঁলোকৰ বিষয়ে বহুত কথাই জানিলো । বহুত আগৰ পৰা ইচ্ছা আছিল তেওঁলোকৰ বিষয়ে জানিব । বহুত বহুত ধন্যবাদ হিমাশ্ৰী বা তোমাৰ এই মূল্যবান ৪৮:০১ মিনিট সময়ে বহুত কথা শিকালে। সকলো অৰ্ধ নাৰী ক ভগবানে কুশলে ৰাখক তাৰে কামনা কৰিলো।😊💗
@eshandutta7126
@eshandutta7126 Ай бұрын
দুইগৰাকী লৈ মৰম থাকিল নিতু বা বহুত জ্ঞানী হয় ইমান সুন্দৰ সুন্দৰ কথা কৈছে গহিন গম্ভিৰ ভাল লাগিল 🙏
@user-cx5ie4bh2l
@user-cx5ie4bh2l 3 ай бұрын
কথাবোৰ ইমান ধুনীয়াকে কৈছে ভাল লাগিল দুয়োগৰাকী বাইদেউ ভগৱানে ভালে ৰাখক ❤
@madhabasvlog3041
@madhabasvlog3041 3 ай бұрын
বাইদেউজনী বহুত জ্ঞানী । ইমান ধুনীয়াকৈ কথাবোৰ বুজাই দিছে । A lot of respect to her🙏❤️ । আমি সকলোৱে ইহঁতক ভাল দৃষ্টিৰে চাব লাগে ।
@rahmataliahmed8100
@rahmataliahmed8100 Ай бұрын
হিমাশৰী তোমাৰ সাক্ষাৎ কাৰটো বহুত ভাল লাগিছে হিজিৰা সকলৰ বিষয়ে বহুত কথা জানিব পাৰিলো । আকৌ এনেকুৱা সাক্ষাৎ কাৰ পামবুলি আশা ৰাখিলোঁ। ধন্যবাদ।
@himadriborah9198
@himadriborah9198 2 ай бұрын
বাইদেউ সকলক ভাল লাগিল। ইমান সুন্দৰকৈ কথাবিলাক কৈছে। ভগৱানে মংগল কৰক। 🙏❤🙏
@PrativaRaniDas-my2uy
@PrativaRaniDas-my2uy 3 ай бұрын
ভগৱানে তেওঁ লোকক‌ ভালে‌ ৰাখক। ইমন নীতি বাচক‌ কথা বুলি ‌‌ভাল লাগিল
@sabitrisvlog721
@sabitrisvlog721 3 ай бұрын
গাড়ীত পোৱা কৃন্ন , আৰু এওঁলোকৰ মাজত বহুত প্ৰাঠ্যক । অতি ভদ্ৰ,নম্ৰ, ব্যৱহাৰ। এই পৃথিৱীত সকলো ভগৱানৰে সন্তান। তেওঁলোকৰ ঈশ্বৰে মঙ্গল কৰক 🙏🙏🙏❤️❤️❤️। ভিডিঅ'টো চাই ভাল লাগিছে 👍👍👍❤️❤️❤️
@KabitaDeka-gh6wj
@KabitaDeka-gh6wj 2 ай бұрын
সঁচাকৈয়ে আপোনালোকৰ কথা বতৰা খিনি শুনি বহুত ভাল লাগিল ❤❤❤
@abdulhaqueahmed9930
@abdulhaqueahmed9930 Ай бұрын
বৰ ভাল প্ৰোগ্ৰেম। ভাল লাগিল। বহুত নজনা কথা জানিলো। ধন্যবাদ।
@bhubonbijoysinha1949
@bhubonbijoysinha1949 3 ай бұрын
ইমান সুন্দৰকৈ কথাবোৰ কৈছে sister-জনীয়ে। অত্যন্ত অমায়িক, ভদ্ৰ ও cultured. তেওঁ‌লোকৰ সুস্বাস্থ, নিৰাপত্তা, আত্মসন্মান, দীৰ্ঘায়ু ও অলেখ অলেখ শুভকামনাৰ্থে-- "God bless them." 🙏
@jitulnarah371
@jitulnarah371 3 ай бұрын
Tike koise
@user-rl1mo1xz6f
@user-rl1mo1xz6f 3 ай бұрын
Ekdom
@anjuranjana3847
@anjuranjana3847 3 ай бұрын
কথাবিলাক ইমান ধুনীয়াকৈ কৈছে শুনি বহত ভাল লাগিল কিন্তু সিহঁতৰ ৰুপ লৈ কিছুমানে অসৎ উদ্দেশ্যৰে মানুহক ঠগে আৰু দোষবোৰ সিহতে পায় সেইবাবে বহুত বেয়া লাগে ।❤
@parbatidas8365
@parbatidas8365 3 ай бұрын
@mukutpathak8414
@mukutpathak8414 2 ай бұрын
ইমান সুন্দৰ কথা বতৰা বোৰ বহুত ভাল লাগিছে। ❤❤
@nirajkumardas9931
@nirajkumardas9931 2 ай бұрын
বৰ ভদ্ৰ আৰু জ্ঞানী তেওলোক ভাল লাগিল । আগতে আমি তেখেতসকলৰ পৰা আঁতৰত আছিলো । এতিয়া তোমাৰ ভিডিওবোৰ চাই তেওঁলোকৰ লগত কথা পাতিবৰ মন যায় । এতিয়া তেওঁলোকক দেখিলে উচৰ চাপি কথা পাতিব চেষ্টা কৰিম❤❤❤
@user-tx5kj4ir9x
@user-tx5kj4ir9x 3 ай бұрын
তৃতীয় লিংগ বুলি কোনো কথা নাই তেওঁ লোকো ঈশ্বৰৰ বৰদান তেওঁ লোকৰো মন মগজু আছে সেয়ে সকলোৱে সন্মান কৰিব লাগে
@rumimahanta1744
@rumimahanta1744 3 ай бұрын
অতি সুন্দৰ ভজন। ভগৱানে কুশলে ৰাখিব
@pranjalboruah90614
@pranjalboruah90614 2 ай бұрын
সকলোবোৰ ইমান সুন্দৰ কৈ আশীৰ্বাদৰ কৰিছে,কমেনবোৰ পঢ়ি দুখ লাগি গ'ল, সঁচা কৈ আজিহে গম পালোঁ, বহুত বহুত শুভেচ্ছা থাকিল এনেকুৱা নজনা কথা জনোৱা কাৰণে
@AbojitBorah
@AbojitBorah 2 ай бұрын
বহুত বেছি ভাল লাগিল সঁচাকৈ মন টো চুই গল তেওঁলোকৰ কথাত ❤
@prahladsharma1506
@prahladsharma1506 3 ай бұрын
কিছুমান নজনা কথা জানিলু। এই সাক্ষাৎকাৰটো সচাই ভাল লাগিল। ভন্তী দুগৰাকী সদাই সুখী থাকক আৰু আনন্দৰ জীৱন পাওঁক ইয়াকেই ভগনাৰ ওচৰত কামনা কৰিলো।❤❤
@rameswardeka123
@rameswardeka123 3 ай бұрын
হিমা...... তোমাৰ আজিৰ হিজৰা অনুষ্ঠানটোৱে বহুত নজনা কথাৰ সম্ভেদ দিলে, হিজৰাকেইগৰাকীৰ মনৱতা,মহানুভাৱতা, ঈশ্বৰানুভূতি তথা বহুতো যৌৱনৰ আবেগ আৰু জীৱন-সংগামৰ সম্ভেদ পালোঁ ।তাৰ বাবে তোমাক ধন্যবাদ লগতে দুয়ো গৰাকী হিজৰা তথা সকলো হিজৰাৰে শুভ কামনাৰে ...Thanks
@milankalita1517
@milankalita1517 2 ай бұрын
বহুত ভাল লাগিল। আগলৈকো এনেদৰে তেওঁ লোকৰ মাজত এজন নিজৰ মানুহৰ ভাৱ উদয় হওঁক।
@kamalchandradeka9353
@kamalchandradeka9353 2 ай бұрын
কথাখিনি বহুতো ভাল লাগিল।মন ভৰি গ'ল। সঁচাকৈ এই অনুষ্ঠান চোৱা সকলোৰে চাগৈ ভূল ভাগিল।আপোনালোক কুশলে থাকক।
@dilipgoswami7547
@dilipgoswami7547 3 ай бұрын
🙏🙏🙏🙏🙏 সুন্দৰ অনুষ্ঠান। মুকলি ভাৱে মনৰ ভাৱ প্ৰকাশ কৰিছে তেওঁলোকৰ ঈশ্বৰৰ আশীৰ্বাদত মংগল হোৱাৰ বাবে প্ৰাৰ্থনা জনালোঁ
@user-vq7oh1cl9j
@user-vq7oh1cl9j 3 ай бұрын
ইমান ভদ্ৰ ভাৱে ক'লে কথা খিনি শুনি বহুত ভাল লাগিল❤❤
@hiroktassa8486
@hiroktassa8486 3 ай бұрын
45:34
@upamanath1431
@upamanath1431 2 ай бұрын
Bhut val lagil anusthan to sai....teolokr monor kahini bor janibo sosai bhut mon jai.... agoloi aru akha thakil ....bhagowane teolok r mongol korok 🙏🙏🙏
@elabora518
@elabora518 2 ай бұрын
অনুষ্ঠানটো বৰ ভাল লাগিল, নজনা কথাবোৰ জানিলো। দুয়োগৰাকীয়ে বৰ ধুনীয়াকৈ কথাবোৰ কৈছে ।
@korobiskitchenvlogs8029
@korobiskitchenvlogs8029 3 ай бұрын
বাইদেউ দুগৰাকীৰ কথাই আজি অন্তৰ স্পৰ্শ কৰি গল। ভগৱানে মঙ্গল কৰক আপোনালোকক। ইমান ভদ্ৰ ইমান মৰমিয়াল প্ৰকৃতিৰ আজি গম পালো, সঁচাকৈ অৰ্ধনৰেশ্বৰ তেওঁলোক 🙏🙏
@chitrabatihazarika8907
@chitrabatihazarika8907 3 ай бұрын
কি সুন্দৰ কথোপকথন ,শুনি বৰ ভাল লাগিল ।হিমাশ্ৰী তথা তেখেত সকললৈ অশেষ ধন্যবাদ ।
@AKTARALIAHMED-pt7pr
@AKTARALIAHMED-pt7pr Ай бұрын
A very beautiful conversation,thank you Himasri for giving the information about them
@user-vf7rb7ks9q
@user-vf7rb7ks9q 3 ай бұрын
আপোনালোকৰ কথাখিনি শুনি বহুত ভাল লাগিল । জীৱনত এবাৰ হ'লেও লগ কৰিম ।
@sudiptanayandas8324
@sudiptanayandas8324 3 ай бұрын
ভগৱানৰ সৃষ্টিক আমি কেতিয়াও বেয়া বুলি ক'ব নোৱাৰোঁ। ভালে থাকক সকলো তৃতীয় লিংগৰ মানুহ।
@user-ep2ht5im5h
@user-ep2ht5im5h 3 ай бұрын
❤😂
@ankitadeka-sb6xz
@ankitadeka-sb6xz 27 күн бұрын
বৰ সংস্কাৰী কথা বোৰ যিমান ভাল লাগিল দুখ সিমানেই লাগিছে। ভগৱানে মংগল কৰক 🙏
@user-bh9hh1wq7c
@user-bh9hh1wq7c 2 ай бұрын
It is a heart rending interview which has given me a clear insight into their unique life, their feelings, philosophy and of course their tough yet courageous set of mind. Now I feel so intensely for them. The interview has roused love and respect in me for them. Thanks a lot.
@PrasantaHazarika-zm4vb
@PrasantaHazarika-zm4vb 3 ай бұрын
এটা অজ্ঞাত জীৱন। দেখা নেদেখা, সুখ দুখৰ, হাঁহি কান্দোনেৰে পাৰ কৰি অহা দিন বোৰৰ মধুৰ বৰ্ণনা ৰে দুগৰাকী কিন্নৰৰ জীৱন গাথা পৰিবেশন কৰা অনুষ্ঠান টি খুউব ভাল লাগিল। কিছু নজনা কথা জানিব পাৰি ভাল লাগিল। তিনিয়ো গৰাকী লৈকে বহুত বহুত ধন্যবাদ জনালোঁ।
@PhuloniBagisa
@PhuloniBagisa 3 ай бұрын
বহুত নজনা কথা জানিব পাৰিলো। তেখেতসকলৰ দুখৰ সৈতে একাত্ম হ'লো। সকলো ঈশ্বৰৰ দান। তেওঁলোকৰ মনবোৰ ইমান বহল। সাধাৰণ মানুহৰ বাবে তেওঁলোকে পূজা পাঠ কৰে। কিমান যে ভাল লগা কথা। তেওঁলোকো আবেগ অনুভূতিৰে পৰিপুষ্ট মানুহ। সাধাৰণ মানুহখিনিয়ে তেওঁলোকক কষ্ট দিব নাপায়।
@jugeswarsaikia7885
@jugeswarsaikia7885 3 ай бұрын
​@@PhuloniBagisaàa⅗
@alinapatgiri4441
@alinapatgiri4441 3 ай бұрын
শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰি ❤❤❤❤😊😊😊
@jgogoi925
@jgogoi925 3 ай бұрын
ভগৱানে মঙ্গল কৰক সদাই তাকেই কামনা কৰিছো, সঁচাই মন চুই গৈছে কথা খিনি জানি খুব ভাল লাগিল সদাই স্পষ্ট বাদী হব লাগে যি খিনি কথা কৈছে শুনি থাকিব মন গৈ আছে ইমান সুন্দৰ কথোপকথন নম্ৰ আৰু ভদ্ৰ সদাই ঈশ্বৰে মঙ্গল কৰক আপোনা লোকক তাকেই আশা কৰোঁ আৰু সকলোৱেই যাতে এওঁ লোকক সন্মান কৰে তাকেই প্রথনা কৰিছোঁ, মই সঁচাই কৈ এওঁ লোকক দেখিলে বহুত দোষ লাগে ঈশ্বৰে যাতে কেতিয়াও এনেকুৱা এটা জীৱন নিদিয়ে.......
@anjaligoswami6451
@anjaligoswami6451 2 ай бұрын
বহুত ভাল লাগিছে, ইমান সুন্দৰকৈ কথাবোৰ কৈছে। বহুত জানিব পাৰিলো ভাল লাগিছে।
@ParomitaKumar
@ParomitaKumar 3 ай бұрын
ইমান সাৱলীলভাৱে কথাবোৰ উপস্থাপন কৰিছে এওঁলোকে সঁচাই মন ভৰি গল। বহুত নজনা কথা জানিব পৰিলোঁ। তথাকথিত ভদ্ৰ বহুত মানুহতকৈ এওঁলোকৰ চিন্তাধাৰা আৰু মানসিকতা বহুত ওপৰত। দুয়োগৰাকী বাইদেউলৈ অশেষ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিলোঁ। ভগৱানে এওঁলোকক সদায় কুশলে ৰাখক 🙏🙏 এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আমাক দেখুওৱাৰ বাবে হিমাশ্ৰী তোমালৈও ধন্যবাদ থাকিল।
@user-pk3un2rx5h
@user-pk3un2rx5h 3 ай бұрын
বৰ ভাল লাগিল অনুষ্ঠানটো । দুয়ো গৰাকীলৈ আন্তৰিক মৰম থাকিল । ভগৱানে মংগল কৰক ।
@Manish_Gaming-le1oe
@Manish_Gaming-le1oe 13 күн бұрын
বাইদেউ ফুজানিক ভাল লাগিল ভগবানে মাঙ্গল করক
@artyboy969
@artyboy969 2 ай бұрын
শ্রীকৃষ্ণ গোবিন্দ হৰে মুৰাৰী হে নাথ নাৰায়ণ হে বাসুদেৱাই
@anuradhabharali
@anuradhabharali 3 ай бұрын
আচলতে এনেকুৱা অনুষ্ঠানহে ৰাইজৰ মাজলৈ আগবঢ়ায় দিব লাগে ।বৰ ভাল লাগিল অনুষ্ঠানটো ।ইমান ধুনীয়াকৈ কথাখিনি কৈছে ।তেওঁলোক সদায়ে ভালে থাকক ❤❤❤❤❤❤❤❤
@rupasvlogs527
@rupasvlogs527 3 ай бұрын
ইমান সুন্দৰ এটা সাক্ষাৎকাৰত বাবে বহুত বহুত ধন্যবাদ জনালো। তেওঁ লোকৰ বিষয়ে আজিহে ভাল দৰে জানিছিলো।
@anjanasaikia9609
@anjanasaikia9609 2 ай бұрын
এনে ধৰণৰ কথা বিলাক জনাতো বহুত দৰকাৰ । বা তোমাৰ কাৰণে জানিব পালিলো । ধন্যবাদ বা 💗💗 সঁচাকৈ জীয়াই থকাটো ইমান সহজ ন হ য়।
@BipinchSarmah-bv5nz
@BipinchSarmah-bv5nz 3 ай бұрын
আজি অনুষ্ঠানটো চাইবহু কথাই বুজি পালো ।ভাল লাগিল ।
@mahendradas1610
@mahendradas1610 3 ай бұрын
দুই গৰাকী তৃতীয় লিঙগ বহুত জ্ঞানী । কথাখিনি ভাল লাগিল ।
@NILAV329
@NILAV329 3 ай бұрын
তেওঁলোকৰ প্ৰতি মোৰ যি ভূল ধাৰণা আছিল আজি সেয়া সকলো দূৰ হ'ল। সহজ-সৰল আৰু অমায়িক কথাবোৰে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তুলিলে।
@user-vl4df3mq9n
@user-vl4df3mq9n 14 күн бұрын
Eman val lagile video tu Sai. Baa 2 Joni eman decent, ki duniya k kotha koise
@payalbhuyan9409
@payalbhuyan9409 2 ай бұрын
Both of them are so sweet n the pain they went through its not measurable... lots of respect
@priyampoppyvlogs2497
@priyampoppyvlogs2497 3 ай бұрын
তেওঁ লোকৰ কথা বিলাক শুনি ইমান ভাল লাগিল। সঁচাকৈ বহুত নম্ৰ ভদ্ৰ দুয়ো জনি❤❤❤❤❤❤। Love form লখিমপুৰ
@poligogoi1997
@poligogoi1997 3 ай бұрын
ভগৱানে আপোনাৰ লোকক সদায় ভালে ৰাখক God bless you❤❤❤❤
@bijoyagogoi6248
@bijoyagogoi6248 2 ай бұрын
সুন্দৰ আলোচনা ।তেখেত সকলৰ বিষয়ে জানি ভাল লাগিল। ভগৱানে তেখেত সকলক মঙ্গলে ৰাখক।
@parashrajbongshi3939
@parashrajbongshi3939 2 ай бұрын
সুন্দৰ পৰিস্কাৰ বাৰ্তা ,ভগবানে মংগল কৰক🙏
@deepalidaspathak9335
@deepalidaspathak9335 3 ай бұрын
বৰ সুন্দৰ সাক্ষাৎকাৰ এটা উপহাৰ দিলা হিমাক্ষী।নীতুৰ কথাবোৰ ইমান ভাল লাগিল। দুয়োজনীকে ভাল লাগিল।
A clash of kindness and indifference #shorts
00:17
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН
Final muy increíble 😱
00:46
Juan De Dios Pantoja 2
Рет қаралды 51 МЛН
WRONG NUMBER ৰ পৰা আৰম্ভ হৈ RIGHT NUMBER লৈ || Assamese Love Story In Kotha Studio
53:09
Horinam Zubeen Garg // Tukari Geet Assamese // Assamese Bhakti Song Borgeet.
56:42
Хотел вывести 🤣❤️
0:54
Dragon Нургелды 🐉
Рет қаралды 617 М.
😁💸 @karina-kola
0:16
Andrey Grechka
Рет қаралды 4,6 МЛН
Русалка
1:00
История одного вокалиста
Рет қаралды 3 МЛН