অশোক শৰ্মাৰ বাসগৃহত বিজেপি বিধায়ক মৃণাল শইকীয়া; সামাজিক মাধ্যমত ভাইৰেল এখন ফটো

  Рет қаралды 5,754

Prag News

Prag News

Күн бұрын

অশোক শৰ্মাৰ বাসগৃহত বিজেপি বিধায়ক মৃণাল শইকীয়া
সামাজিক মাধ্যমত ভাইৰেল এখন ফটো
Watch the full clip to know more about this story.
#pragnews #mrinalsaikia #bjp #politics #assam #viralphoto #ashoksharma
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 8
@debajanibaruah3105
@debajanibaruah3105 2 ай бұрын
ভাল খবৰ ওলাই আহক ।দুয়োজনকে ধন্যবাদ জনাইচো ।
@bulbulAxom099
@bulbulAxom099 2 ай бұрын
বিজেপিত এতিয়া ভাল মানুহৰ স্থান নাই
@jahirulislam4311
@jahirulislam4311 2 ай бұрын
প্ৰাক্তন বিধায়ক তথা পূৰণি বিজেপি নেতা অশোক শৰ্মা কংগ্রেস দলত যোগদান কৰাৰ ফলত সচাঁকৈ জয়ন্ত মল্লৰ বাবে নলবাৰী বিধান সভা সমষ্টিৰ ২০২৬ ৰ নির্বাচনৰ বাবে অসুবিধা যেন হব মল্ল ডাঙৰীয়াৰ বাবে।
@prabinmallabaruah8845
@prabinmallabaruah8845 2 ай бұрын
বিজেপি দলেও সেই ধাৰণাই কৰিছে । অবশ্যে সত্য সেইটোৱে । বিজেপিৰ বাবে সমষ্টি ধৰি ৰখা বহু কষ্টকৰ হব, কিয়নো অশোক শৰ্মাই কংগ্ৰেছ দলত দলে-বলে যোগদান কৰিব বুলি কৈ আছে।
@prabinmallabaruah8845
@prabinmallabaruah8845 2 ай бұрын
আমাৰ বিশ্বাস যে মৃণাল শইকীয়াই আন দলত যোগদান নকৰি পুত্ৰক তেওঁৰ সমষ্টিৰ পৰাই অজাপৰ হৈ নিৰ্বাচনত নমাব। তেওৰ সমৰ্থনো থাকিব আৰু নিজে লাহে লাহে সক্রীয় ৰাজনীতিৰ পৰা আঁতৰি যাব । তেওঁ বিজেপিৰ লগত সংঘাতো সৃষ্টি নকৰে বুলি ধাৰণা হয় । তেওঁৰ পদক্ষেপ বহুত calculative হব নিশ্চয় ।
@tanjangogoi5759
@tanjangogoi5759 2 ай бұрын
ৰাজনৈতিক নেতাৰ কথাত মিডিয়াই ও বৰ সহজে ভোল যায় ,, পৰিমানত অন্য ৰাজনৈতিক দলৰ হৈ একে কেইজনকই ৰাইজক আভুৱা ভৰাত মিডিয়াই সহায় কৰি দিয়ে ?
@jahirulislam4311
@jahirulislam4311 2 ай бұрын
এনেকুৱা পজিটিভ নিউজ শুনিলে সচাঁকৈ বেয়া লাগে।
@GogoiDa১৯৯৪
@GogoiDa১৯৯৪ 2 ай бұрын
2026 কংগ্ৰেছ জিকাটো খাটাং
ROSÉ & Bruno Mars - APT. (Official Music Video)
02:54
ROSÉ
Рет қаралды 102 МЛН