অ' মোৰ হৰি ঐ অনন্ত মুৰাৰি ,| এটি জনপ্ৰিয় দিহানাম_ গজেন্দ্ৰ উপাইখ্যানৰ |

  Рет қаралды 144,562

SK JUBAHOMAJ🙏

SK JUBAHOMAJ🙏

Күн бұрын

Пікірлер: 63
@activityconcept4662
@activityconcept4662 7 ай бұрын
নাম ভাগলৈ সেৱা যাঁছিলো। নাম ভাগ বেছি উচ্চ স্বৰত গোৱা হৈছে।শৃংখলা বদ্ধতা, গহীন -গম্ভীৰ পৰিবেশৰ অভাৱ হৈছে।
@nabinpator4586
@nabinpator4586 Жыл бұрын
অতি উত্তম, সরগর বৈকুণ্ঠৰ অমৃত যেন পৃথিৱীত বৰষিছে ।
@usharanisaikia6912
@usharanisaikia6912 Ай бұрын
অতি সুন্দৰ👌 🙏🙏🙏🙏🙏
@sewaliphukon5107
@sewaliphukon5107 Жыл бұрын
Krishno krishno eman hundor porenekhon krishno
@pranjuborthakur2931
@pranjuborthakur2931 2 жыл бұрын
যোৱা নিশা বৰ সুন্দৰ পৰিবেশন আছিল ।
@TaraBoruah-w9t
@TaraBoruah-w9t Ай бұрын
কৃষ্ণ কৃষ্ণ
@putumaibora9829
@putumaibora9829 5 ай бұрын
ৰজাই সাঁকো পাৰি ৰাখিবা পানীত মেলিদিয়া বণৃ হাতী ইয়াতে খুৱাম পানী প্ৰজাই ৰাউচি জুৰি কান্দে ভাঙে ভাঙে আতনাদবোৰ বতাহত ঠেকা খাই ছিটীকি পৰিছে হৰিণা কান্দোন ত দেখোন উঠি আহিলে এই মহানগৰ বতাহৰ কপূৰৰ দৰে গৈছে চাকি মমবাতিৰ ঢিমিক ঢামাক পোহাই তোলে আকাশ প্ৰিয়ে চিৰ শ্মৃতিৰে জিয়াই ৰাখিবা মোৰ হিয়াৰ সুগন্ধি কবিতা। জয় শ্ৰী ৰাম ৰাম ২০ ২৪ বৰ্ষ প্ৰিয়ে
@porashmonigogoi8527
@porashmonigogoi8527 Жыл бұрын
বৰ‌‌ ভাল ‌‌ হৈছে বাপ‌ ‌🙏🙏🙏
@sewaliphukon5107
@sewaliphukon5107 Жыл бұрын
Krishno krishno eman val konth vogobano r kripa
@mamumoniborgohain5881
@mamumoniborgohain5881 2 ай бұрын
Bor vl lagil 🙏🙏🙏
@bitupansaikia5921
@bitupansaikia5921 Жыл бұрын
Nam khari huni bar Val lagil
@naniboruah5295
@naniboruah5295 Жыл бұрын
Bor sundar lagile
@gaurangabaishya3767
@gaurangabaishya3767 3 ай бұрын
Krishna Krishna...bor xundar hoise
@nilutpalphukan2677
@nilutpalphukan2677 Жыл бұрын
Krishna he bahut hundor
@Jadav_Borah_NLP
@Jadav_Borah_NLP Жыл бұрын
*কৃষ্ণ*
@humanity356
@humanity356 Ай бұрын
মনোমোহা ❤❤❤
@GitaGogoi-nd6jt
@GitaGogoi-nd6jt Ай бұрын
Very good.
@harakantatamuli1053
@harakantatamuli1053 7 ай бұрын
Krishna Krishna . Bor bhal lagil .
@ditimonisaikia2390
@ditimonisaikia2390 Жыл бұрын
Bor vl lagila
@atulokalita4134
@atulokalita4134 Жыл бұрын
অতি সুন্দৰ সুমধুৰ নাম প্ৰদৰ্শন। কৃষ্ণ কৃষ্ণ
@tirthadutta9392
@tirthadutta9392 Жыл бұрын
Bahi bor hundar.
@pranabjyotiofficial659
@pranabjyotiofficial659 Жыл бұрын
ককাইদেউ। love from Teok
@lakhijan2366
@lakhijan2366 Жыл бұрын
Krishna Great Pronam
@jublidas263
@jublidas263 Жыл бұрын
Mojaa
@kalpanahazarika7631
@kalpanahazarika7631 Жыл бұрын
পৰম অমৃত ময় কণ্ঠ। প্ৰণাম আৰু সেৱা জনালো বাপ সমস্ত।
@gobindagogoi8796
@gobindagogoi8796 3 ай бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ
@hareswarnath3879
@hareswarnath3879 Жыл бұрын
Very nice Gajendra upakhyan diha naam. HNath Pune
@daisyrabha2343
@daisyrabha2343 Жыл бұрын
Oti xundor Krishna🙏🙏 Krishna Krishna🙏🙏🙏🙏
@dipankubhattacharjya4843
@dipankubhattacharjya4843 Жыл бұрын
অতি সুন্দৰ
@JubitoraGogoi-f6m
@JubitoraGogoi-f6m 3 ай бұрын
Sunodor hoiysa
@MantuDas-ri8fl
@MantuDas-ri8fl 4 ай бұрын
ৰাখে হৰি মাৰে কোনে' মাৰে হৰি ৰাখে কোনে! জয় জয়
@pradipgogoi3182
@pradipgogoi3182 Жыл бұрын
সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব। কৃষ্ণ কৃষ্ণ বাপ।
@robinphukan
@robinphukan Жыл бұрын
Good. Better. Best. With sweet voice
@gopinathtalukdar6013
@gopinathtalukdar6013 Жыл бұрын
প্ৰভু অধমৰ সেৱা গ্ৰহণ কৰে যেন তাৰেই কামনাৰে আপোনাৰ মই নামটোৱে এই অধমক দিয়া ত্ৰিপ্তিৰ তুলনা নাই একাধিক ক্ৰমে পোৱাৰ আশাৰে ভিক্ষাৰি শুবিধা আপোনাৰ সেৱা গ্ৰহণ কৰে যেন
@sumitradeka3599
@sumitradeka3599 Жыл бұрын
Best voice Bap. KRISHNA🙏🙏🙏🙏🙏
@sabitriduttas9249
@sabitriduttas9249 2 жыл бұрын
বৰ সুন্দৰ হৈছে নাম ভাগ কৃষ্ণ সুন্দৰ কন্ঠ বহুত ভাল লাগিল শ্রৱণ কৰি কৃষ্ণ
@HopunorKareng-ih3ln
@HopunorKareng-ih3ln Жыл бұрын
❤❤
@jugadaborah9551
@jugadaborah9551 9 ай бұрын
Val 😊😊😊😊😊
@bibhutidas5061
@bibhutidas5061 Жыл бұрын
Jai Naraon dev Nomo.
@gitikabordoloi7395
@gitikabordoloi7395 Жыл бұрын
Namkhar likhi dibone bor val lagila
@rupalichutia9534
@rupalichutia9534 Жыл бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ হৈছে 🙏🙏🙏।
@putulikalita4668
@putulikalita4668 Жыл бұрын
Good 👍
@NizoraDutta
@NizoraDutta 7 ай бұрын
Om Namah Bhagawate Basudeva
@bitusaikia135
@bitusaikia135 Жыл бұрын
Dhuniya hoise kin2 keyboard 🎹 Khan val laga nai namot
@nabajitdutta5343
@nabajitdutta5343 3 ай бұрын
Ajikali use kore keyboard 🎹
@saikiarunu1660
@saikiarunu1660 3 ай бұрын
Godbelesupu
@udayan0738
@udayan0738 2 жыл бұрын
বৰ সুন্দৰ কণ্ঠ
@jyotigogoi7764
@jyotigogoi7764 Жыл бұрын
তীৰ্থ ৰ কণ্ঠ শুনিলে শুনি থাকিবৰ মন যায়।
@Dhanmonichetia-f1e
@Dhanmonichetia-f1e 7 ай бұрын
Kireshna kireshna.
@BabaDutta-zl4yd
@BabaDutta-zl4yd 4 ай бұрын
🙏🙏🙏
@karobigogoi7962
@karobigogoi7962 9 ай бұрын
Nice
@junjunak6061
@junjunak6061 2 жыл бұрын
Bor hundor kontha hosai hundor Poribekhan bhal lagil dol ti aguai jauk tare komona pravu bhagawanta usrt 🙏 bap
@rajendrakoch5902
@rajendrakoch5902 Жыл бұрын
Hundorhuisegoodnigth
@JitenBora-kp2sr
@JitenBora-kp2sr 4 ай бұрын
❤😂🎉😢
@prakritipriyam4170
@prakritipriyam4170 6 ай бұрын
গীতৰ কথা লিখি দিলে সুবিধা হয় 🙏
@anantabora835
@anantabora835 Жыл бұрын
Agat dia to raf asil atia sundar hoisa
@putumaibora9829
@putumaibora9829 6 ай бұрын
মোৰ মন এনে লাগে যেন আখৈ খায়ে খায়ে থাকিম তোমাক চাই আমনি নালাগে পবিত্ৰ গৃহলৈ আহিলেহে গম পায় নৈ পানী ও বলীয়া মেখেলা কোছাই লৈ মাছৰু সৰু বৰ নাই সকলো ৰে ধেমালি প্ৰভু গাত যেন মুগা ৰিহা ফুল বাচিলে আৰু। মোক দেখি শালিকি ছৰাই য়ে কিৰিলি পাৰিলে কুঞ্জ বনে গছৰ গুটি খায় নাজাও বুলি নকবা ৰামৰ সৎগে প্ৰিয়া চিৰ শ্মৃতি ৰে জীয়াই ৰাখিবা বন্ধু 20=24= মোৰ হিয়াৰ পুথি কবিতা
@skjubahomaj3460
@skjubahomaj3460 6 ай бұрын
🙏
@basantaneog8649
@basantaneog8649 Жыл бұрын
সুন্দৰ কণ্ঠ যোগি যোগ কৰিবৰ বাবে নম্বৰটো দিব চোন
@KamalDutta-p8h
@KamalDutta-p8h 3 ай бұрын
Namate jonot nam tu janabo paribo neky baru
@ArunBhuyan-hu7en
@ArunBhuyan-hu7en 2 ай бұрын
Bor.dhuneya.bupjuna.apnar.kontha.kirshna.kirshna.🪔🪔🪔🙏🙏🙏🕉️🕉️🕉️🛐🛐🛐🛐
@JitumoniGogoi-v8b
@JitumoniGogoi-v8b Ай бұрын
কৃষ্ণ কৃষ্ণ
Disrespect or Respect 💔❤️
00:27
Thiago Productions
Рет қаралды 36 МЛН
Mia Boyka х Карен Акопян | ЧТО БЫЛО ДАЛЬШЕ?
1:21:14
Что было дальше?
Рет қаралды 12 МЛН
СКОЛЬКО ПАЛЬЦЕВ ТУТ?
00:16
Masomka
Рет қаралды 1,3 МЛН