Рет қаралды 51,521
'শেষ উশাহ থকালৈকে মোক মোক বচা বুলি চিঞৰি উঠিছিল তেজস্বিতাই।' নাৰ্ছগৰাকীৰ ব্যৱহাৰ খুবেই বেয়া আছিল। অক্সিজেন মাস্কখনত পানী জমা হৈছিল। নাৰ্ছগৰাকীয়ে দায়িত্ব ল'বলৈ টান পাইছিল। চিকিৎসক-নাৰ্ছে অলপ সহানুভূতি দেখুৱালে ভণ্টি বাচি থাকিলহেতেন। নিজকে বচাবলৈ শেষ পৰ্যন্ত তাই যুঁজ দিছিল। কিন্তু নাৰ্ছগৰাকীৰ গাফিলতিৰ বাবেই তাই পিছত বিচনাতে নীৰৱ হৈ পৰিছিল।'