Рет қаралды 8,594
অসম চাহ জনজাতি ছাত্ৰ সন্থা নাওঁহলীয়া প্ৰাথমিক গোটৰ উদ্যোগত আৰু দিচাং দিৰৈ সমূহ ৰাইজৰ সহযোগত 'কৰম পৰৱ'-২০২১ উদযাপনত ঝুমইৰ নৃত্যৰ কিছু দিশ্য।
কণ্ঠ- শ্ৰীবিনন্দ কন্ধ , শ্ৰীমতী নমিতা গোৱালা।
ঢুলীয়া- শ্ৰীথানেশ্বৰ গোৱালা, শ্ৰীজিতেন কুৰ্মী।
ভিডিঅ গ্ৰহণ - ৰাজীৱ চাহু।
বি : দ্ৰ :- ভিডিঅটো যাতে কোনো অন্য চেনেলত নকল নকৰে।