Рет қаралды 39,444
অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ৰজাবাৰী উপ - শাখাৰ উদ্যোগত, অসম চাহ জনজাতি মহিলা সমিতি (আটুৱা) ৰজাবাৰী উপ - শাখা, ৰজাবাৰী চাহ বাগিছাৰ শ্ৰমিক আৰু স্থানীয় ৰাইজৰ সহযোগত মুকলি কৰম পৰৱ উদযাপনৰ কিছু দৃশ্য।
কণ্ঠ- অনাতাঁৰ শিল্পী অৰ্জুন চাহু।
মাদল বাদক- থানেশ্বৰ গোৱালা, জিতেন কুৰ্মী...
কেমেৰা- ৰাজীৱ চাহু।
বি:দ্ৰ: ভিডিঅটো অন্য চেনেলত নকল নকৰিব। নতুবা আইনী ব্যবস্থা লোৱা হব।