Access Bars কৰি কি কি পৰিৱৰ্তন হল || Assamese Podcast Ft Trandali Murchana

  Рет қаралды 5,799

Kotha Studio কথা ( Pallabi Hazarika )

Kotha Studio কথা ( Pallabi Hazarika )

Күн бұрын

Пікірлер: 50
@JyotishmanDas-r3r
@JyotishmanDas-r3r 2 ай бұрын
অতীতৰ‌ দুখ‌‌-অপমান, বেদনা বোৰ‌ হৃদয়ৰ এচুকত পিছুৱাই থৈ মনৰ ৰঙীন আশা আৰু সুখক আগবঢ়াই নতুন জীৱন এটা পাব বিচাৰোঁ আৰু নিজৰ সুখৰ লগতে আনৰ সুখ-দুখৰ সমভাগী হৈ জীৱনৰ নিসংগতা দূৰ কৰিব বিচাৰোঁ .
@rimjimdas8333
@rimjimdas8333 2 ай бұрын
Khundor khundor kotha kole khuni bohut Val lagil duigoraki loi mur falor pora bohut morom ❤❤❤❤❤❤❤❤❤❤
@himashreetalukdar905
@himashreetalukdar905 2 ай бұрын
জীৱনৰ প্ৰতিটো সময়ত যদি আমি আমাৰ সন্মুখত অহা কষ্ট বো ৰ হাঁহি মুখে যুঁজি যাব পাৰোঁ তেতিয়া জয় নিশ্চিত বুলি ভাবিলে হল 🙏Thank You Universe 🙏
@mridulasaikia1347
@mridulasaikia1347 2 ай бұрын
সুন্দৰ আপোনালোকৰ কথোপকথন । অতি ভাল লাগিল শুনি এগৰাকী অকলশৰীয়া নাৰীৰ ওপৰত যে ইমান ধুনীয়াকৈ মন্তব্য আগবহালে। একেবাৰে হিয়া খন আনন্দত উথলী উঠিল।❤❤❤❤
@karabidas1418
@karabidas1418 2 ай бұрын
জীৱনটো উপভোগ কৰিব লাগে নিজৰ ভাল লগা কামখিনি কৰি। কাৰণ জন্ম হৈছো অকলে মৰিম অকলে আনৰ কথা শুনি লাভ নাই ।অৱশ্যে এইটো গুৰুত্বপূৰ্ণ যে মই জীৱনটো উপভোগ কৰিবলৈ যাওঁতে আনৰ যাতে ক্ষতি নহয় বা আনৰ একো অপকাৰ নহয় তেনেদৰে জীৱনটো জীয়াব লাগে।
@AnjaliSaikia-sh6ty
@AnjaliSaikia-sh6ty 2 ай бұрын
প্ৰথমতেই আপোনাক ধন্যবাদ ইমান সুন্দৰ যুগাত্মক কথা বাৰ্তা উপহাৰ দিয়াৰ বাবে।এক মহান উদ্দেশ্য সম্পাদন কৰাৰ উদ্দেশ্যৰেই আমাৰ এই পৃথিৱীলৈ আগমন।মই কোন মোৰ জন্মৰ উদ্দেশ্য নিজকে জানি লৈ সাধ্যানুসৰী নিজৰ সত কৰ্মৰ জৰিয়তে নিজৰ লগতে আনকো মানসীক শাৰীৰিক ভাবে উপকাৰ কৰিব পাৰিলেই জীৱনে সাৰ্থকতা লাভ কৰিব পাৰিব বুলি মই ভাবো। অনুপ্ৰাণিত হলো দুয়োগৰাকীলৈ পুনৰ বাৰ ধন্যবাদ জনালো🎉
@himashreetalukdar905
@himashreetalukdar905 2 ай бұрын
Thanks you universe 🙏🙏🙏❤️❤️❤️
@jyotisaikai1709
@jyotisaikai1709 2 ай бұрын
Bohut val lagil
@SunalikaKonwar
@SunalikaKonwar 2 ай бұрын
খুব সুন্দৰ আলোচনা। ভাল লাগিল। তন্দ্ৰালী মুৰ্চনা বাইদেউৰ স্পষ্ট কথাবোৰ শুনি আপ্লুত হলো।
@MandipChetia
@MandipChetia 2 ай бұрын
Bhal lagila thank you universe
@Podumi-fw9du
@Podumi-fw9du 2 ай бұрын
❤. Heart. Touching. Conversation
@bijulatapayeng7933
@bijulatapayeng7933 2 ай бұрын
বৰ ভাল লাগিল ❤❤❤
@rumadutta474
@rumadutta474 2 ай бұрын
আপোনাৰ লোকৰ কথোপকথন বহুত ভাল লাগিল। Thank you
@RoshnaSaikia
@RoshnaSaikia 2 ай бұрын
Bhal lagil.Thankyou Universe.
@ArchanaTamuly-o3k
@ArchanaTamuly-o3k 2 ай бұрын
Ma'am bohut val lagil Thanks eman Val video diya karone
@binibora8724
@binibora8724 2 ай бұрын
প্ৰতিটো কথাই অন্ত ছুই গৈছে....❤❤❤
@ankitasaikia2240
@ankitasaikia2240 2 ай бұрын
সুন্দৰ কথোপকথন।বৰ ভাল লাগিল শুনি । বহুত কথা শিকিলোঁ আৰু মনত বহুত সাহস পালো।❤❤
@SivaBaro
@SivaBaro 2 ай бұрын
Thank you universe
@bashistarambaasumatary7291
@bashistarambaasumatary7291 2 ай бұрын
Thank you universe ❤❤❤
@nitirajkhowa6521
@nitirajkhowa6521 2 ай бұрын
জীৱনটো আচলতে কচুপাতৰ পানী।জীফালে হাউলি যায় সেইফালেই পানী পৰি যায়। গতিকে বেয়া ফালে হাউলি নপৰাকৈ জীৱনটো উপভোগ কৰিব লাগে। ইতিবাচক চিন্তা ধাৰা ৰাখিব লাগে।
@swapnaleesaikia9904
@swapnaleesaikia9904 2 ай бұрын
Bohut val lagile.Thank you
@SaindhyaKalita
@SaindhyaKalita 2 ай бұрын
Bohut val lagili . Thank you ❤❤❤❤
@AnjaliDas-rs9rk
@AnjaliDas-rs9rk 2 ай бұрын
Bhut dhunia kotha koise ❤❤❤
@rekhamonigohain7497
@rekhamonigohain7497 2 ай бұрын
সচাকৈ বহুত ভাল লাগিল। ❤❤❤❤❤❤
@putumadutta3483
@putumadutta3483 2 ай бұрын
Bahut bhal lagil
@dipanjalisonowal8463
@dipanjalisonowal8463 2 ай бұрын
বহুত ভাল লাগিল
@RunumichitrakarRunumichitrakar
@RunumichitrakarRunumichitrakar 2 ай бұрын
Hundor ❤❤❤❤❤
@rohimuddinali6359
@rohimuddinali6359 2 ай бұрын
সুন্দৰ বাইদেউ
@rupanjaliborahborah6447
@rupanjaliborahborah6447 2 ай бұрын
Bor bhal lagil sai. Bhobishote jate punar dekha paw.
@Rivaranirajkonwar
@Rivaranirajkonwar 2 ай бұрын
Val lagisa ❤❤❤ 🎉❤❤❤
@RunumichitrakarRunumichitrakar
@RunumichitrakarRunumichitrakar 2 ай бұрын
❤❤❤❤❤❤❤
@RignkiDas
@RignkiDas 2 ай бұрын
❤❤❤
@sumitalukdar1581
@sumitalukdar1581 2 ай бұрын
Sai sai amoni lgise aru ekegoraki ke aru kiman bar mate 😢😢
@putumadutta3483
@putumadutta3483 2 ай бұрын
Session s lobor babe kenekoi kontrect koriba laagiba jonabosun
@jeemoniburagohain9826
@jeemoniburagohain9826 2 ай бұрын
Ba Dibrugarh t ktya koi ahbo?
@Putola259
@Putola259 2 ай бұрын
Maam Tinsukia or Dibrugarh ketia hobo
@AccessBarsByAlakaBaruah
@AccessBarsByAlakaBaruah 2 ай бұрын
তেজপুৰ ত দিবা নে বডি ক্লাছ
@PanchamiBoruah
@PanchamiBoruah 2 ай бұрын
Thank you .❤❤
@ajitkonwargogoiright7153
@ajitkonwargogoiright7153 2 ай бұрын
Baa moi u koribo bisaru kenkoi korim baru class to
@sewalirabha1006
@sewalirabha1006 2 ай бұрын
Bhal lagil .Thank you Universe
@sulekhasharma6668
@sulekhasharma6668 2 ай бұрын
❤❤❤
@niharikahaloi8032
@niharikahaloi8032 2 ай бұрын
❤❤❤❤❤❤❤❤
@NomitaLahon
@NomitaLahon 2 ай бұрын
❤❤❤
@binachetia6063
@binachetia6063 2 ай бұрын
❤❤❤❤
@parijatpriyam9210
@parijatpriyam9210 2 ай бұрын
❤❤❤❤❤
@rajdeepdoley8323
@rajdeepdoley8323 2 ай бұрын
❤❤❤❤
@jitaborah3930
@jitaborah3930 2 ай бұрын
❤❤❤
@rekhamonisonowal9455
@rekhamonisonowal9455 2 ай бұрын
❤❤❤❤❤
@mousumikonwar3347
@mousumikonwar3347 2 ай бұрын
❤❤❤
Assamese Podcast Ft.Jina Rajkumari In Kotha studio || Cancer and LIFE
45:54
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 6 М.
Каха и дочка
00:28
К-Media
Рет қаралды 3,4 МЛН
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН