এগৰাকী নিসংগ নাৰীৰ জীৱন যাত্ৰা || নিসংগ নাৰীক মানুহবিলাকে অকল ব্যৱহাৰ কৰে || Assamese Podcast

  Рет қаралды 228,054

Kotha Studio কথা ( Pallabi Hazarika )

Kotha Studio কথা ( Pallabi Hazarika )

Күн бұрын

উপপত্নী বিলাকে কেতিয়াও পত্নীৰ মৰ্য্যদা নাপায়..... তেওঁলোকে এখন ঘৰ ভাঙিবহে পাৰে, "নিসংগ নাৰীক মানুহবিলাকে অকল ব্যৱহাৰ কৰে, আৰু সেই ব্যৱহাৰৰ নমুনা আজি ময়ো হৈ গলো😞😞
এগৰাকী নিসংগ নাৰীৰ জীৱন যাত্ৰা || নিসংগ নাৰীক মানুহবিলাকে অকল ব্যৱহাৰ কৰে || Assamese Podcast Ft.Tandrali Murchana
Subscribe now for more engaging podcasts
Connect with us:-
Instagram :- ...
Facebook :- www.facebook.c...
KZbin :- youtube.com/@K...
#podcastinterview
#kothastudio
#assamesepodcast

Пікірлер: 433
@dimpibora6436
@dimpibora6436 2 ай бұрын
আজি আপোনাৰ দুয়োটা সাক্ষাৎকাৰ একেলগে চালোঁ। খুব ভাল লাগিল। আপোনাৰ জীৱনৰ সংগ্ৰাম খিনি মন চুই গল। দুখ সকলোৰে জীৱনত থাকেই তথাপিও আপোনাৰ সাহস দেখি ভাল লাগিছে। সদায় হাঁহি থাকক।
@ranjandutta4662
@ranjandutta4662 8 ай бұрын
সদায় সুখী হওক আপুনি।ভগৱানৰ ওচৰত প্রাৰ্থনা আপুনি এজন সঁচা জীৱন সংগী পাওঁক।বহুত মৰম আপোনালৈ।
@rrubigogoi6329
@rrubigogoi6329 8 ай бұрын
সদায় সুখী হৈ থাকক।কথাতে কয় অকলশৰীয়া যাৰ ভগৱান সহায় তাৰ।মোৰ কথাবোৰো আপোনাৰ লগত মিলি গৈছে।ময়ো এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী।মোৰ এনেকুৱা লাগিছে যে মই লগ পোৱা হ'লে সকলো কথা বুকু ভৰাই খুলি পাতি মন সান্তনা দিলোহেতেন।
@tulumonisaikia763
@tulumonisaikia763 8 ай бұрын
লাকু , তোমাৰ স্পষ্টবাদিতাত মুগ্ধ হলো। দুখবোৰ কেনেকৈ সামৰিছা বুজিছোঁ।তোমাক আজি পৃথিৱীৰ আটাইতকৈ ধুনীয়া নাৰীগৰাকী যেন অনুভৱ হল।তুমি সুখী হোৱা। আজীৱন ঈশ্বৰ তোমাৰ সহায় হওঁক ।
@lostlegendaryhawk
@lostlegendaryhawk 8 ай бұрын
Dusoku hemeki uthise mur...jodiu moi okalkhoriya nahoi ...kintu gavir vabe anuvab korisu Tumi bohut hahokhi aru ananya Tandralee I love u
@ajantagogoi627
@ajantagogoi627 8 ай бұрын
​@@lostlegendaryhawk2
@deepaknath3466
@deepaknath3466 8 ай бұрын
Baa apunar nisina moi jai asu
@manashidas9021
@manashidas9021 8 ай бұрын
Bhal lagil... Akai bhuktobhugi moi.. Apunar kothakhini bor bhal lagil....
@BinkuSaikia-wv9sy
@BinkuSaikia-wv9sy 4 ай бұрын
​@@manashidas9021moiu arkay problem majot day,
@pronamikagohain8020
@pronamikagohain8020 8 ай бұрын
আপোনাৰ কথাখিনি অতি বাস্তৱ আৰু সঁচা। আপোনাৰ দৰে সাহসী নাৰীৰ আমাৰ দৰে নাৰীৰ আদৰ্শ স্বৰূপ 👍👍❤️❤️।
@taralidas5546
@taralidas5546 8 ай бұрын
তন্দ্রালি তোমাৰ কথাবোৰ শুনি বহুত আবেগিক হৈ পৰিলোঁ । তোমাৰ স্পষ্ট বাদিতাত ধন্যবাদ জনাইছো।মই ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সোনকালে যেন তোমাৰ জীৱনলৈ সঁচা নিস্বাৰ্থ ভাবে তোমাক ভালপোৱা ব্যক্তি এজন আহে🙏🙏
@chitrakumarhazarika6622
@chitrakumarhazarika6622 8 ай бұрын
তন্দ্ৰালী মূৰ্চ্ছনা। তেওঁৰ জীৱনৰ অভিজ্ঞতা, সেই অভিজ্ঞতাৰ আধাৰত তেওঁৰ জীৱন কাহিনী শুনি মানুহৰ ভাৱজগতৰ ভিন্ন দিশৰ বিষয়ে চিন্তাম্বিত কৰি তুলিলে। তেওঁৰ নিঃসঙ্গতাৰ বিষয়ে কোৱা কথাখিনিৰ বিশ্লেষণ বৰ গুৰুত্বপূৰ্ণ। তেওঁৰ সংঘাতে তেওঁক এগৰাকী সাহসী নাৰী কৰি তুলিছে। তেওঁৰ ব্যক্তিত্বক শ্ৰদ্ধা জনাইছোঁ কাৰণ সঁচাকৈ তেওঁ শ্ৰদ্ধাশীল ব্যক্তি। তেওঁৰ ছাত্ৰ ছাত্ৰীসকলে এগৰাকী বৰ যোগ্য শিক্ষয়িত্ৰী পাইছে।
@molinadaimari8998
@molinadaimari8998 3 ай бұрын
❤/@/1¹1⁰1@
@dhanadadevidoley8594
@dhanadadevidoley8594 7 ай бұрын
ইমান সুন্দৰ মনৰ মানুহ তুমি সচাকৈ এচাম লমপট মানুহৰ বাবে ভাল ছোৱালীৰ জীৱন শেষ হৈ যায় গতিকে ভুক্ত ভোগীয়ে হে জানে‌ তুমি আগুৱাই যোৱা ভাল মনৰ মানুহৰ লগত সদায় ভগৱান থাকে
@hiranyarajkhowa4119
@hiranyarajkhowa4119 8 ай бұрын
বাহিৰৰ সৌন্দৰ্যতকৈ অন্তৰৰ পবিত্ৰতা হে প্ৰকৃত সৌন্দৰ্য আৰু সৌৰভ। অন্তৰৰ সৌন্দৰ্যশ ই এখন সমাজত নতুন দিগন্তৰ সুচনা কৰে।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
প্ৰকৃততে জীৱনৰ উদ্দেশ্য সুন্দৰ হ'ব লাগে তেতিয়া হে জীৱনৰ মাধুৰ্য উপভোগ কৰিব পাৰি। জীৱনৰ জিন্দাবাদ। তন্দালী এগৰাকী সৎ, সাহসী, সফল আৰু অন্তৰৰ পৰা অনন্য সুন্দৰ নাৰী। তেওঁ আমাৰ নাৰী সমাজৰ কাৰণে আদৰ্শ আৰু সাহসৰ প্ৰতীক হৈ জিলিকি থাকা । সাহসৰ শিখাৰে জীৱন জ্বলোৱা তন্দালী। জীৱন জিন্দাবাদ। আগুৱাই যোৱা তোমাৰ লক্ষ্য আৰু উদ্দেশ্যে।❤❤❤
@redgaming7257
@redgaming7257 2 ай бұрын
😊
@riturajkalita2767
@riturajkalita2767 8 ай бұрын
আপোনাৰ Positive thinking মনোভাৱৰ কথাবোৰ শুনি হয়টো বহুত নিঃসংগ নাৰী জীয়াবলৈ শক্তি দিব। ময়ো এগৰাকী নিঃসংগ নাৰী। বিয়া হৈ গুচি আহিছোঁ।অকলে থাকো ভাড়াঘৰত। আপোনাৰ কথাবোৰে মোৰ হৃদয় চুই গৈছে। সকলো কথাৰে সামঞ্জস্য আছে।
@alpanagogoi463
@alpanagogoi463 8 ай бұрын
তোমাৰ কথা বোৰে হৃদয় চুই গল সঁছা মনৰ পৰা উলাই অঁহা এটা ' এটা অনুভৱ ! হয় এগৰাকী মহিলা যেতিয়া স্থামী হাৰা"হয় "তেতিয়া বহু পুৰুষে"জুখি চাই 'ৰং চাই ভাবে দুৰ্বলতা বুলি ভাবে । বগা সাঁজ পিন্ধিলে দয়া" দেখাব 'আৰু সুন্দৰ"কৈ থাকিলে" সুযোগ বিচাৰে"। সুখী হোৱা সদায় ।
@ajantamahanta3219
@ajantamahanta3219 8 ай бұрын
মানুহ এজনৰ সতে একেখন বিচনাত থাকিও বহু নাৰী নিসংগ হৈ থকা দেখিছোঁ ৷ তেনেদৰে থকাতকৈ তোমাৰদৰে নিসংগতাই ভাল ৷ ভাল লাগিল তোমাৰ কথাবোৰ ৷ সাহসী হৈ থাকা সদায় ৷
@mousumisaikia7858
@mousumisaikia7858 5 ай бұрын
Xoxa kotha
@ranjitadeori6018
@ranjitadeori6018 8 ай бұрын
তুমি ভাগৰি নপৰিবা ভগৱান সদাই তোমাৰ লগত আছে কথাবোৰ বৰ সুন্দৰ বিশ্লেষণ কৰিছা ধন্যবাদ থাকিল
@debabalatamuli5350
@debabalatamuli5350 8 ай бұрын
ভাল লাগিল তোমাৰ কথা বোৰ শুনী তুমি এগৰাকী সাহসী নাৰি সাহসেৰে মুৰ দাঙি জীৱনটো আগুৱাই নিয়া। ভগৱান সহায় হওক। আমাৰসন্তান থকা হেতু আমি সেই পদখেপ লব নোৱা ৰিলো। কিন্পতিদন্দ পতিদন্দি। হৈ নিজৰ মতে জিয়াই আছো।
@lakhimigogoi9262
@lakhimigogoi9262 8 ай бұрын
তোমাৰ অন্তৰ খন খুব পৰিস্কাৰ। সকলো ছোৱালীৰ মন বোৰ তোমাৰ দৰে হব লাগে।
@RumiDas706
@RumiDas706 8 ай бұрын
তন্দ্ৰালীক এবাৰ লগ পোৱাৰ সৌভাগ্য হৈছিল। খুব ভাল লাগিছিল তাইক লগ পায়। সদায় সাহসিকতাৰে আগবাঢ়ি যোৱা। বহুত মৰম তোমালৈ😘😘❤❤
@dipanjaligogoi8851
@dipanjaligogoi8851 8 ай бұрын
মনৰ হেঁপাহেৰে সুখী হৈ ৰ‌ওক আজীৱন ,ঈশ্বৰ সহায় হ‌ওক ,ঈশ্বৰে অধিক শক্তি প্ৰদান কৰক আপোনাক 🌹।
@MinuPhukan-wt4cb
@MinuPhukan-wt4cb 2 ай бұрын
তন্দালী তোমাৰ মা অসমীয়া বিভাগৰ ক্ষীৰপ্ৰভা বাইদেউৰ ছাত্ৰী আছিলো মই।তোমাৰ আবেগ,তোমাৰ বৈবাহিক জীৱনৰ সংঘাত,স্পষ্টবাদিতা,জীৱনৰ সংজ্ঞা,মাৰ মৃত্যু,ভাইটি দুটাৰ কথা সকলোখিনি জানি ভাল লাগিল।এগৰাকী অধ্যাপিকাৰ ছোৱালী তুমি।মাৰ শিক্ষা আৰু আদৰ্শৰে প্ৰতিপালিত তোমাৰ জীৱনটোও আন বহু নাৰীৰ আদৰ্শ হওঁক,ভগৱানৰ আশীষ তোমাৰ শিৰত সদায়ে থাকক তাৰেই কামনা কৰিলো।
@Amazing_horror_story_657
@Amazing_horror_story_657 2 ай бұрын
বাইদেউ আপোনাৰ কথা খিনি শুনি বহুত ভাল লাগিছে।
@diptimudoi6177
@diptimudoi6177 7 ай бұрын
তোমি বাহ্যিক ভাবে যিমান সুন্দৰ আভ্যন্তৰিন ভাবেওঁ সুন্দৰ।ষ্পষ্ট বাদী কথাবোৰে মোক আপ্লুত হলো।মানশীক ভাবে দুখত থাকি আনক দেখাই সেন্দুৰ জিলিকাই একো লাভ নায়।তাতকৈ উকা কপালেই ভাল।ভবিষৎত সুখৰ হওঁক।মানশীক ভাবে সবল হৈ থাকক।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 8 ай бұрын
প্ৰকৃত সত্য কথাই কৈছে তনদালীয়ে তুমি আজীৱন মনৰ হেঁপাহেৰে সুখী হৈ থাকা।
@poriborgohain2399
@poriborgohain2399 8 ай бұрын
সাহসী আৰু সততাৰে আমাৰ ছোৱালী জনীয়ে সমাজত মূৰ দাঙি থাকক তাৰেই কামনাৰে ।❤❤
@bipulsaikia7415
@bipulsaikia7415 8 ай бұрын
আপোনালোকৰ এই আলোচনাত মই একমত ময়ো এজন অকলশৰীয়া মানুহ মোৰ পত্নীয়ে মোক অকলশৰীয়া কৰি এই সংসাৰৰ পৰা মেলানি মাগিলে। গতিকে শিক্ষয়িত্ৰী বাইদেউ তনদালি মৌচনাৰ আলোচনা কথাখিনি বহুত ভাল লাগিছে আৰু বহুত গঠন মোলক কথা আলোচনাত প্ৰকাশ হৈছে। গতিকে আশা কৰো মোৰ জীৱনৰ প্ৰতিটো ক্ষনত আৰু প্ৰতিটো কথাৰ সমভাগি কৰিব বিচাৰো যদি তেখেতে বেয়া নাপায়।কাৰন ময়ো অকলশৰীয়া জীৱনটো পাৰ কৰিবলৈ বৰ কষ্টকৰ হৈছে জানে। ময়ো বিহু গীত মাত বৰ ভাল পাওঁ গতিকে মোৰ মনৰ লগত তেখেতৰ মনৰ মিল আছে। মোৰ ঘৰ যোৰহাটত মই মোৰ ফুন নম্বৰটো দিলো যদি তেখেতে বেয়া নাপায় চিনাকি হব বিচৰো। মই ভগবানক বৰ বিশ্বাস কৰো আশা কৰো ভগবানে আমাৰ চিনাকী হোৱাত সহায় কৰে ধন্যবাদ।ফুন নম্বৰটো হল 7086684604.আশা কৰো মোক যেন তেখেতে সহাৰি জনাই ।
@UttamKakatiBlog
@UttamKakatiBlog 8 ай бұрын
আপুনি সকলো খুলি কলে। কেতিয়াবা কথা পাতিব বিচাৰো।মই হক আপুনি জীৱনত জয়ী হব বুলি অনুভৱ হয়। God bless you
@hiranyarajkhowa4119
@hiranyarajkhowa4119 8 ай бұрын
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। ❤🎉❤ ভগৱানে তোমাক মঙ্গল কৰক। আঠূ কাঢ়ি জীয়াই থকাতকৈ থিয় হৈ হাল বোৱাই উত্তম। তুমি ১০০% সচা কথাই কৈছা। তুমি সাহসী আৰু হদয়ৰ পৰাই পৱিত্ৰ। সদায় সুখী হৈ থাকা। সদায় চিৰসেউজ হৈ থাকা। ❤❤❤
@priyankabharadwaj6527
@priyankabharadwaj6527 8 ай бұрын
ভাল লাগিল আপোনাৰ কথাখিনি বাইদেউ। খুব স্পষ্টবাদী। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো । ❤
@majumani9910
@majumani9910 8 ай бұрын
তুমি সাহসী হয়। ভগবানৰ আশীৰ্বাৰ দ থাকক সদায় তোমাৰ লগত।
@uttamkumarnath4265
@uttamkumarnath4265 8 ай бұрын
আমাৰ অসমীয়া সমাজখনৰ এয়া আমি দেখি থকা সচা কাহিনী। এইক্ষেত্ৰত সকলোৱে সচেতন নহলে এই জাতিটো এটা সময়ত ভাৰতীয় মূলৰ পৰাই হেৰাই যাব যেন ভাব হয়। যিকি হওক সমাজখনৰ ভালৰ বাবে আগবঢ়োৱা কথোপকথোনৰ কাৰনে আমাৰ ফালৰ পৰা ধন্যবাদ জনালো ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 8 ай бұрын
Grand salute to you. God bless you.Always be positive and happiness. Always evergreen.❤❤❤
@miduldutta8798
@miduldutta8798 8 ай бұрын
পৃথিৱীত এনে এজন পুৰুষ বা মহিলা নাই যাৰ দুখ নাই , কোম্পানীৰ বোৰ চবৰে বেলেগ বেলেগ থাকে, কথা হ'ল কি নিজক ভাল পাব লাগিব নিজে প্ৰথমতে, ভাল লাগিল আপোনাৰ কথা বোৰ সচা আঘাট বোৰ এনেকৈ মনৰ পৰা বাহিৰ কৰি দিলে হে , সুখৰ সময় বোৰে ঠিকনা পায় কাৰোবাৰ অন্তৰত,
@user-mq8si9om4c
@user-mq8si9om4c 8 ай бұрын
গোটেই জীৱন কান্দি থকাতকৈ এদিন বা এমাহ কন্দাটোৱেই শ্ৰেষ্ঠ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
তন্দালীয়ে ১০০% সচা কথাই কৈছে। তেওঁ অন্তৰৰ ক্ষোভ,হতাশা আৰু বেদনাখিনি মুক্ত ভাৱে প্ৰকাশ কৰিছে। জীৱনৰ যাত্ৰা পথৰ মাজ পথত জীৱনৰ প্ৰাপ্য খিনি হেৰুওৱা সকলেহে অনুভৱ কৰিব পাৰে , হাতত পাই বাটত হেৰুওৱাৰ বেদনা কি। ভাল আৰু সচা অন্তৰৰ মানুহৰ জীৱন বোৰ দুখৰ হয়। অতীতৰ বেয়া খিনি পাহৰি বৰ্তমানক লৈ এটি সুন্দৰ ভৱিষ্যত দিশে আগুৱাই যোৱা। তাৰেই আন্তৰিক শুভ কামনাৰে। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন।❤❤❤
@BarsaRuhi
@BarsaRuhi 25 күн бұрын
Val manuhor লগত সদাই ভগৱান থাকে তুমি আগুৱাই যোৱা ৰু❤❤❤❤❤
@user-zh6ky1dd5k
@user-zh6ky1dd5k 8 ай бұрын
তোমাৰ স্পষ্ট ভাৱে কোৱাখিনি বুকুত কিবাখিনিত বিষ এটা অনুভৱ কৰিছোঁ ।ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তোমাৰ ভাল হৈ পৰক
@lipikaranigogoi6865
@lipikaranigogoi6865 8 ай бұрын
স্পষ্টবাদী , সঁচা সুন্দৰকৈ কোৱা কথাখিনি শুনি বৰ ভাল লাগিল,,,, সময়বোৰ নিজস্ব শৈলীৰে সজাই যোৱা❤
@pompymonigogoi35
@pompymonigogoi35 8 ай бұрын
Hosakoi baa apunr kotha khini huni bohut vl lagil .... Apunar kotha khini a যথেষ্ট সাহস দিলে । 👌👌👍👍❤❤❤
@pabitrapriya2339
@pabitrapriya2339 8 ай бұрын
সচাকৈ বহুত ভাল লাগিল সকলো কথাই সত্য মোৰ চকু পানী নিগৰি আহিল ❤❤❤❤
@binapaniboruah1524
@binapaniboruah1524 8 ай бұрын
বা আপোনাৰ কথা খিনি শুনি চকুলো ওলাই গল। ময়ো এগৰাকী শিক্ষয়িত্ৰী আপোনাক আগতে tv ত বহু বাৰ দেখিছোঁ।এগৰাকী ভুক্তভোগীয়ে জানে মনৰ ভিতৰত থকা কুৰুকি থকা কথা বোৰ। ভালে থাকক সদাই।
@janchangmai-ly2bi
@janchangmai-ly2bi 7 ай бұрын
বা তুমাৰ কথা বোৰ শুনি মনত বহুত বহুত সাহখ পালো। ধন্যবাদ।❤
@kabitabaruah2864
@kabitabaruah2864 8 ай бұрын
নমস্কাৰ আপোনালৈ শুনি বেয়া লাগিল মোৰ জীৱনটো তেনেকুৱা ঘৰুৱা সমস্যাৰ লগতে নাপাই পাই পাই হেৰুৱা বেদনা অনুভৱ মোৰ সন্তেকীয়া জীৱন। মই কথা মঞ্চ মোৰ দুখৰ কাহিনী কব বিচাৰোঁ পাৰিম নে দিব নে আপোনাৰ মূল্যবান time
@punyaborah4017
@punyaborah4017 8 ай бұрын
ভগবানে আপোনাক সহায় কৰিব। সুন্দৰকৈ মনৰ কথাবো প্রকাশ কৰিলে ভাল লাগিল।
@nabanitadeka5364
@nabanitadeka5364 8 ай бұрын
Baa apunar kotha khini khuni khsai bohut dukh lagise😢 saku Pani olai goise moi ejoni 22 bosoriya sowali apunar dukh kosto khini anuvob koribo parisu.. enkua kotha bore amk agbari joat xohai koribo..vale thakok apuni khusto thakok❤❤ Mahadev bless u
@hiranyarajkhowa4119
@hiranyarajkhowa4119 8 ай бұрын
Heart touching story. All the best wishes to you and your family.
@mintiboruah190
@mintiboruah190 8 ай бұрын
এদিন তন্দ্ৰালী বা ক লগ পোৱাৰ আশাৰে ❤❤ বহুত বহুত মৰম আপোনালৈ । 🥰 Love from Nagaon
@beautibora7518
@beautibora7518 8 ай бұрын
Thanks Trandali. God bless you.
@hiranyarajkhowa4119
@hiranyarajkhowa4119 8 ай бұрын
❤❤❤❤ 💯% Hosa kotha koise. Really heart touching story.Go ahead way to your journey. All the best wishes to you. Always be positive and happiness. God bless you.❤❤❤❤❤
@anilkumarkalita6774
@anilkumarkalita6774 8 ай бұрын
ভাল লাগিল আপোনাৰ পষ্টবাদীতাৰে কোৱা কথা বোৰ ! মনত সাহস ৰাখিব " ভগবানে ভাল কৰিব " !
@abedakhatun7081
@abedakhatun7081 7 ай бұрын
Bohut hahokh ase apunar, Iman hahokhere kotha khini koi pelaise. You are so strong.
@janarddansenapati8904
@janarddansenapati8904 8 ай бұрын
বহুত বহুত চিন্তনীয় ও শিক্ষাপদ আলোচনা । পুৰুষ হলো যদিও মোৰ জীৱনতো এনেকুৱা হৈ পৰিল । পত্নী য়ে মৰম শ্ৰদ্ধা কৰিলেও বিশ্বাসৰ ভেটিত অবিশ্বাস ৰ স্থিতি ক আৱিষ্কাৰ কৰি সামাজিক ভাৱে মোক তেওঁ য় অপমানিত কৰি দুয়ো দুয়োৰে পৰা পৃথক হোৱা ঘটনাক আজিও স্বীকাৰ কৰিব নোৱাৰো । আন নাৰী ক সহায় কৰা মানেই সেয়া পুৰুষৰো আইনীভাবে অপৰাধ নেকি ???
@anupnath4047
@anupnath4047 3 күн бұрын
Bhut dinr murt agraki sahasi, vitrar parai sahasi, mohan Devik dekhilu.apuni nisanga narir adrash hauk. Jibon xundr hauk tarei kamona krilu. 🙏🙏
@krishnapathak3343
@krishnapathak3343 8 ай бұрын
ইমান সুন্দৰ উপস্থাপন l ইমান ধুনীয়া দৃষ্টিভংগী l বহুত ভাল লাগিল বা
@binapanichetia582
@binapanichetia582 8 ай бұрын
সচাকৈ তোমাৰ সাহস আৰু সচা কথাবোৰ শুনি বৰ ‌ভালো লাগিল দুখো লাগিল ❤।
@brindalimbu9571
@brindalimbu9571 8 ай бұрын
Bohut bhal lagil aapunar kotha bilak Thank you so much ❤
@bharatibaruah8883
@bharatibaruah8883 8 ай бұрын
কথাখিনি শুনি আপ্লুত হ'লোঁ । শুদ্ধ মনৰ গৰাকী তুমি ।
@kaverigoswami8941
@kaverigoswami8941 8 ай бұрын
Socha kotha.moiw bhuktabhugi
@swapnaligogoi2235
@swapnaligogoi2235 8 ай бұрын
বহুত ভাল লাগিল কথাখিনি জানি। ভগৱানে আপোনাৰ মঙ্গল কৰক।
@mousumineog3804
@mousumineog3804 18 күн бұрын
Bohut bhal lagil.Right kotha koise
@user-ym1dc3nc8l
@user-ym1dc3nc8l 8 ай бұрын
Khub Sundar Sundar Kothare Anusthantu Xojai Tulise. Moi Ajon Purush. Moi Narik Xodai Sanman Jonaw. Nari ek Sakti. Jitu Nariye Koribo pare xeitu Puruxe Koribo Nuware. Treta yugar porai dekhibo Jetiyai Naari Uparat Attyasar Aarombha hoi Tetiai Dhangsar Susana hoi.
@anildeka4281
@anildeka4281 8 ай бұрын
তোমাৰ হাহিটোৰ মাজত এটা পব'তএই সোমাই আছে। তুমি হাহি আৰু আনদেৰে জীয়াই থাকিব।
@user-wr8md7yl2h
@user-wr8md7yl2h 7 ай бұрын
Akdom right kotha koise baidew..
@DipaliRay-tt6nc
@DipaliRay-tt6nc 8 ай бұрын
নাৰী তুমি অতি সুন্দৰ আৰু শক্তিশালী ❤❤
@Kothastudio
@Kothastudio 8 ай бұрын
Thank U So Much
@ponsomiburagohain928
@ponsomiburagohain928 6 ай бұрын
Soo relatable.. apuni kua bhut kthai face krisu.. vl lagil Trandawali Baidow.. apunar ktha bure bhut encourage krb.. specialy akolhoria ji hkl nari
@dhunup1501
@dhunup1501 8 ай бұрын
আপুনি এগৰাকী সাহসী নাৰী । এজন পুৰুষৰ তুলনাত এগৰাকী নাৰী কোনো কাৰণতে কম নহয়। যি পুৰুষে নাৰীক সন্মান কৰিব নাজানে তেওঁ পুৰুষ হবই নোৱাৰে। ভাগৱত গীতাত এনে বহুত উদাহৰণ আছে। আপোনাৰ আটাইতকৈ ভাল বান্ধবী গৰাকী আপুনিয়েই। ইশ্বৰে আপোনাক সন্মান সহকাৰে জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা দিয়ক । নমস্কাৰ ।
@lakhi1269
@lakhi1269 8 ай бұрын
নাৰী তুমি অৰ্ধ আকাশ , অন্যন্য, 👌
@porisonowal619
@porisonowal619 8 ай бұрын
আচলতে সকলোৰে ক্ষেত্ৰততে , এই কথাষাৰ প্ৰযোয্য নহয়। কিছুমান পত্নীও আছে যাক পতি সকলে পৃথিৱীৰ সকলো মৰম ওপছাই দিলেও সুখী নহয়।।সংসাৰ খন ভালকৈ চলালেও মনৰ শান্তি নিদিয়ে। আৰু সকলো পুৰুষ শাৰীৰিক ভোগী নহয়। আৰু বহুতো উপপত্নীয়ে বৰ ধুনীয়াকৈ ঘৰ সংসাৰ ধৰি ৰখা দেখিছোঁ।কোনোৱে তাতে বেয়া নাপায়।
@chimpitamuli1159
@chimpitamuli1159 8 ай бұрын
সচাঁ কথা কৈছা, যাৰ লগত হৈছে সিহে বুজি পাই।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
❤❤❤ ধৈৰ্য ধৰা।এটা সময়ত নিশ্চয় তোমাৰ কাৰণে ভাল দিন আহিব। সেই সুন্দৰ আৰু ভাল দিনৰ কাৰণে অপেক্ষা কৰা। জীৱন যাপন নহয় উদযাপন কৰা। তুমি বেয়া দিনবোৰ পাহৰি যোৱা। ভাল খিনি লৈয়ে আগুৱাই যোৱা। তোমাৰ লগত হোৱা বেয়া খিনি অন্তৰৰ পৰাই পাহৰি যোৱা। অনাগত দিনত ভগৱানে তোমাৰ কুশল কৰিব। তন্দালী তোমাৰ অন্তৰ খন অতি সুন্দৰ আৰু পবিত্ৰ। সুন্দৰতা আৰু পবিত্ৰতাই তোমাৰ জীৱনৰ অলঙ্কাৰ। এই সুন্দৰতা আৰু পবিত্ৰতাক লৈয়েই তুমি সাহসেৰে জীয়াই থাকিবা।❤❤❤
@jdofficial9864
@jdofficial9864 3 ай бұрын
@srikantaswargiary3233
@srikantaswargiary3233 8 ай бұрын
ভগবান সহায় হওক। এই সাহস চিৰদিনৰ বাবে অটুত থাকক।
@puspanjalidas6185
@puspanjalidas6185 8 ай бұрын
Huni roi golu sokupani ulai gol.ktha khini huni vl lagil eman dhuniake ktha koise xosake tmi nari mohan🙏❤️.xukhi hok apuni.
@dipalisarmabordoloi8843
@dipalisarmabordoloi8843 6 ай бұрын
Aji prothom apuner kotha studio programme tu Sai bor bhal palu moi agoraki 73years mahila asomor cenema jogotor prothom goraki makeup artist etyau cenemar Kam kori asu 37 bosor boyoxote bidhoba holu nari babei hoitu bohut strong agoloiu programmeto Sai thakim
@pialysarkar9452
@pialysarkar9452 8 ай бұрын
Eman din tumak log paisu but eman dukh r kotha tu aajihe gom palu...U r always beautiful as ur heart...love you dear and always with you❤
@user-sb6vm5en1s
@user-sb6vm5en1s 8 ай бұрын
💯%Hosa kotha koise biydau apuni
@subhashchbasumatary5940
@subhashchbasumatary5940 8 ай бұрын
বাইদেউ, আপুনি নাৰীজৱনৰ বিষয়ে স্পষ্টভাৱে সুন্দৰকৈ বুজায় দিলে। আপোনাৰ চিৰজীৱন উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ।
@himadrirabha4774
@himadrirabha4774 Ай бұрын
Tandrali ma'am is an inspiration for us.🥺
@user-lg8ob3lx7o
@user-lg8ob3lx7o 8 ай бұрын
You're such a daring personality❤ keep shining Ba
@user-tt1ht4il9r
@user-tt1ht4il9r 7 ай бұрын
Apunar personality respected God may blass you madam
@BornaliKonwar-bl2pt
@BornaliKonwar-bl2pt 3 ай бұрын
ছায়াঁমণি তোমাৰ কথাখিনিয়ে বহুত অন্ত চুই গল তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল৷
@ranjitabharadwaj8053
@ranjitabharadwaj8053 8 ай бұрын
Vale thakok baa❤😊 Apunar protyektu kotha moi feel koribo paru .. Unstoppable hoi thakok 😊kuneo patta napai ❤
@arunimalahon-ld8rs
@arunimalahon-ld8rs 8 ай бұрын
ভগৱানে তোমাৰ মঙ্গল কৰক আগবাঢ়ি যোৱা❤❤
@beautydehingia1916
@beautydehingia1916 6 ай бұрын
লক্ষ্মীছায়া তোমাৰ কথাখিনিয়ে অন্তৰত খুন্দা মাৰি গল চকুপানী ৰখাব নোৱাৰিলো 😢সদায় সাহসী নাৰী হৈ জীয়াই থাকা ❤️
@pinkiscreativity2810
@pinkiscreativity2810 2 ай бұрын
Uff kotha bur je eman dhunia ki kom baideu apuni hundar monor adhikari
@rajashreebora2595
@rajashreebora2595 8 ай бұрын
Hosa kotha kole bohut vl lgil apuner kothabur ru ata kotha right koise baidau ja kunu nariye nijr vl pua jonk anr lgt ktyau dakhibo nibisare bohut dukh lgil mmh biya hbloi ke voi. Lge ..bki apuni ru ag bahi jauk tke kamona krrlu 😊😊❤
@deba8674
@deba8674 8 ай бұрын
Emaan dhunia koi kotha khini koise abaru skip nokorakoi hunilu❤ apunar aru vaal din ahok baa❤ keep shining 🌟
@kishormahanta3470
@kishormahanta3470 8 ай бұрын
অনুষ্ঠানটো ভাল লাগিল। আপোনাক প্ৰণাম জনাইছো বা
@padumideka3914
@padumideka3914 2 ай бұрын
Kotha kheni bht val lagil suni baideu
@user-bn6kx9wo9z
@user-bn6kx9wo9z 8 ай бұрын
baideo gorakir kothakhini val lagil. ama okhom khonor poribekh aebur bese. baideo gorakie eman hahokh kori ae kothakhinir jugede bortomanor poristiti futi uthise. amar lukor aebur sovabor babei manuhbelakor majot ajikali besakh nuhua hoise. je ke nohok beideogorakir proti honman jonalu.
@Amazing_horror_story_657
@Amazing_horror_story_657 2 ай бұрын
সদায় সুখী হৈ থাকক ।
@MINE_Craze_81
@MINE_Craze_81 8 ай бұрын
God Help You . Really you are great
@kusumray6443
@kusumray6443 8 ай бұрын
Thanks bhanty tumak Salute disu God bless you ❤❤❤❤❤😂🎉🎉😢😮
@romenbezborah5215
@romenbezborah5215 8 ай бұрын
উজনি অসমৰ ছোৱালী। নামনি অসমৰ বোৱাৰী ❤সুন্দৰৰ পৰা সুন্দৰ অভিনেএী কথাখিনি ভাল লাগিল । এবাৰ লগ পাইছিলো নেকি কৰবাত ?
@bichitradeka5232
@bichitradeka5232 8 ай бұрын
প্ৰকৃত কথা কৈছে। ভাল লাগিল।
@rimjimdas8333
@rimjimdas8333 5 ай бұрын
Khosai apunar kotha khuni bohut Val lagil ..vogobane apunak xohai korok
@alexnew1009
@alexnew1009 6 күн бұрын
ভণ্টি কুমাৰ দৰে বৰ্তমান মোৰ জীৱনত একে কাহিনী চলি আছে এজনী 40 বছৰীয়া বিবাহিত মাইকী ল'ৰা এটাও আছে গিৰিয়েক আছে তাই এই খেল খেলিব আছে কিন্তু মোৰ ল'ৰা ছোৱালী ৰ সন্মান ৰ বাবে ধয্য ধৰি আছো কিছু সাহস পালো
@xyo55
@xyo55 8 ай бұрын
সাহসী নাৰী গৰাকী❤💕❤
@pijubaishya8618
@pijubaishya8618 2 ай бұрын
সচা কথা ক'লে বা❤❤ আপোনালোকৰ দৰে নাৰী আমাৰ সাহস ❤❤ বহু কষ্টৰে কটাবলগীয়া হৈছে মই একো কৰিব পৰা নাই।
@sarbanandarajkumar6356
@sarbanandarajkumar6356 8 ай бұрын
Hi Tandrali Mdm U are positive minded and Admire able. Mdm don't mind U go ahead don't back May God keep you always be happy, Encourage and beautiful. Th anks allot to you 💥👍🏾
@hirankalita1034
@hirankalita1034 2 ай бұрын
Hridoy sui gol . 😂❤❤
@bonnybora3538
@bonnybora3538 8 ай бұрын
❤❤❤তুমি পুনৰ বিয়াত বহা দৰকাৰ নাই কোন কি কয়
@lilimech4021
@lilimech4021 8 ай бұрын
Baidew Apuni ji kotha prokash korise Mur jibon or logot Sampurna Gotike aru goti ase ,Namashker
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
grand salute to you. Go ahead way to your journey. Always be positive and happiness. ❤❤❤❤❤
@jogamayahandiquesaikia1282
@jogamayahandiquesaikia1282 7 ай бұрын
তন্ত্ৰালী তোমাক ভগবানে সদায় ভালে ৰাখক
@jogamayahandiquesaikia1282
@jogamayahandiquesaikia1282 7 ай бұрын
তুমি এগৰাকী ভাল লেখিকা হবাই, তোমাৰ মাক ভাল দৰেই জানিছলো
So Cute 🥰
00:17
dednahype
Рет қаралды 45 МЛН
Modus males sekolah
00:14
fitrop
Рет қаралды 13 МЛН
1ОШБ Да Вінчі навчання
00:14
AIRSOFT BALAN
Рет қаралды 6 МЛН
Exclusive Interview with popular Assamese actress Preety Kongana
26:34
Archana Borthakur Opens Up About Life, Struggles, Relationship || Assamese Podcast || Ep.14
1:08:31
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 69 М.
Unveiling Eva Mahanta's Untold Struggles & Relationships | Exclusive Assamese Podcast!
1:21:15
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 84 М.
So Cute 🥰
00:17
dednahype
Рет қаралды 45 МЛН