Agninav Shiv Mandir: Story, Unbelievable Power || First Digital Mandir || Assamese PODCAST - 92

  Рет қаралды 153,562

UNTOLD by Aboyob Bhuyan

UNTOLD by Aboyob Bhuyan

Күн бұрын

Пікірлер
@himashreenath2947
@himashreenath2947 7 ай бұрын
মহাদেৱে সকলোৰে মংগল কৰে । মই খুব বেচি বিশ্বাস কৰো আৰু তেও সদায় তেও সদায় প্ৰতি খোজ তে লগত থাকে
@HemenHazarika-no9mp
@HemenHazarika-no9mp 7 ай бұрын
🙏সৰ্বপ্ৰথমে অগ্নিনাভ বাবালৈ সেৱা আগবঢ়াইছো🙏ঔম নম:শিৱাই🙏
@bijumahanta405
@bijumahanta405 3 ай бұрын
বৰ ভাল লাগিল শিখাবাৰ শিক্ষা মুলক( আধ্যাত্মিক) কথাবোৰ শুনি। মনত বহুত সাহস পালো জীৱনৰ খলাবমাবোৰ শিখাবাৰ দৰে হাহি হাহি পাৰ কৰিবলৈ। প্ৰণাম- অগ্নি নাভ শিৱ বাবা, প্ৰণাম জনালো শিখাবা আপোনাকো।🙏🏼🙏🏼🙏🏼🙏🏼
@artgallarynibirsaikia4802
@artgallarynibirsaikia4802 7 ай бұрын
শিখা বাৰ সদায় ভাল হব ।জয় অগ্নিনাভ বাবা🙏🙏
@bharatibarkataki7592
@bharatibarkataki7592 7 ай бұрын
সুন্দৰকৈ কথা ক’ব জনাটোও এটা কলা (আৰ্ট ) ৷ যদিও বাইদেউগৰাকীক ব্যক্তিগত ভাৱে লগ পোৱাৰ সৌভাগ্য হোৱা নাই তেখেতৰ পৰা শিকিবলগীয়া বহুত আছে ৷ ইমান সুন্দৰকৈ কথা কোৱাৰ পিছতো এগৰাকী ইউটিউবাৰে বাইদেউৰ কথাবোৰ ঠাট্টা সুৰত ভিডিঅ’ত কৈছে , ইমানেই আক্ৰোশ ৷ পদকাষ্ট চাই ভাল লাগিল অবয়ৱ ৷ জয় অগ্নিনাভ বাবা , ওঁম নমঃ শিবায় ৷
@JayaDas-fy8th
@JayaDas-fy8th 7 ай бұрын
হে অগ্নি নাভ বাবা শতবাৰ প্ৰণাম 🙏 সদায় কৃপা দৃষ্টি ৰাখিবা প্ৰভু।আইৰ কথা কোৱা শৈলী সঁচাকৈয়ে সুন্দৰ।
@AnjaliBorah-z1d
@AnjaliBorah-z1d 7 ай бұрын
বৰ ভাল পালোঁ শুনি। ভগৱানে সকলোকে ভালে ৰাখক ও মনৰ আশা বোৰ পূৰ্ণ কৰক তাকেই প্ৰাৰ্থনা কৰিলোঁ।❤❤❤
@sanghamitra9922
@sanghamitra9922 7 ай бұрын
জয় বাবা অগ্নিনাভ❤ বহুত বেছি বিশ্বাস কৰো,,,❤❤❤
@biswajyotiarandhara9402
@biswajyotiarandhara9402 7 ай бұрын
খুব ভাল লাগিল অবয়ব ।। তুমি শিৱসাগৰ নাজিৰা অহাৰ বাবে ধন্যবাদ লগতে শিখা বা কঠনশৈলী খুব ভাল লাগিল ❤️ জয় অগ্নিনাভ বাবা 🔱❤️🙏
@Kidszoneyoutbe
@Kidszoneyoutbe 7 ай бұрын
What a plan to post this video on Monday in topic of ogninav mondir ...... Har har Mahadev
@PompiSonowal-s1f
@PompiSonowal-s1f 7 ай бұрын
হৰ হৰ মহাদেৱ। মোৰ আশা পূৰণ কৰি দিব please 🙏 জয় অগ্নিনাভ বাবা❤
@himadrisonowal4017
@himadrisonowal4017 7 ай бұрын
জয় অগ্নিনাভ মহাপ্ৰভু🙏
@JunmoniGogoi-rg8gh
@JunmoniGogoi-rg8gh 9 күн бұрын
জয়‌‌ বাবা‌ অগ্নিনাভ সকলো মনৰ‌ আশা পূৰণ কৰিবা‌ তুমি 🙏🙏🙏🌺🌺🌺
@daizykonwar1282
@daizykonwar1282 7 ай бұрын
সৰ্বপ্ৰথমে অগ্নিনাভ বাবালৈ সেৱা 🙏🙏🙏আগবঢ়াইছো। শিখাবাই সকলোৰে ভালৰ কাৰণে চিন্তা কৰে গতিকে তেওঁৰো ভালেই হব । podcast tu চাই ভাল লাগিল।
@PhanindraNeupane
@PhanindraNeupane Ай бұрын
জয় জয় অগ্নিনাভ বাবা কৃপা কৰা প্ৰভূ 🙏🙏🙏🙏
@hbvlogs9445
@hbvlogs9445 7 ай бұрын
একেবাৰে skip নকৰাকৈ সম্পূৰ্ণ video টো চালো।এইয়াই হয়টো বাবাৰ শক্তি 🙏। জয় অগ্নিনাভ বাবা ❤️
@ppseducationchannel8456
@ppseducationchannel8456 7 ай бұрын
অগ্নিনাভ বাবা সকলো মনৰ আশা পূৰণ কৰে যেন 🙏🙏
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 7 ай бұрын
ভাইটি ভগৱান এক অদৃশ্য শক্তি। ইয়াৰ অস্তিত্ব বিজ্ঞানেও নুই কৰিব নোৱাৰে। তুমি জানাই যে চন্দ্ৰযান নিক্ষেপণৰ আগ মূহুৰ্তত বৈজ্ঞানিক সকলেও পূজা অৰ্চনা কৰিছিল। কিন্তু ভগৱানৰ নামত অন্ধবিশ্বাস, কুসংস্কাৰ বিয়পোৱা উচিত নহয়। তুমি এজন জনপ্ৰিয় সাংবাদিকৰ সন্তান হিছাপে তুমি নিশ্চয় জানা যে গণতন্ত্ৰৰ ধ্বজাবাহক চতুৰ্থ স্তম্ভৰ লক্ষ্য আৰু উদ্দেশ্য কি? অনলাইনত সেৱা কৰি অৰিহণা আগবঢ়ায় ও যদি মানুহৰ বেমাৰ ভাল হয়,দুখ দুৰ হয় তেন্তে এই পৃথিৱীত দেখোন দুখ নাথাকেই। মন্দিৰ পাতক।ৰাম মন্দিৰ হৈছে আমি বহুত সুখী কিয়নো অতীজৰে পৰা আমাৰ সনাতন ধৰ্ম পূজা পাতলৰ ওপৰত নিৰ্ভৰশীল। কিন্তু টকাৰ খেলটো কিয় আহিল? ঢ়েকীয়াখোৱা বৰ নামঘৰ মইনাপৰীয়া নামঘৰত এক টকা নিদিয়াকৈ সোমাব পাৰি, প্ৰসাদ ও পাব কিন্তু তাত কিয় নোৱাৰে?ঋষি মুনি সকলে বছৰ বছৰ তপস্যা কৰিও ভগৱান পোৱা নাছিল। এতিয়া ইমান সহজ।যদি বিশ্বাসেই মিলয় হৰি বুলি কয় তেন্তে কিয় নিজৰ গোসাঁই ঘৰত পূজা নকৰে।মনট ৰাখিব পৃথিৱীৰ ভগৱান এজনেই। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ও কৈছিল যে গছৰ গুৰিত পানী দিলেই ডাল পাতে পায় সেইদৰে এজন ঈশ্বৰৰ পূজা কৰিলেই সকলো ভগৱানে পায়। কৃষ্ণ প্ৰভু 🙏
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 7 ай бұрын
টিংকু ডেকাক মনট আছে নে?এটা সময়ত মানুহৰ মাজত প্ৰচাৰ চলিছিল- বিষ্ণু লম্ভিছে টিংকুৰ গাত! যিকোনো লোকৰ ৰোগৰ নিৰাময় আৰু সমস্যাৰ বিধান দিব পাৰে এই ১২ বছৰীয়া টিংকু ডেকাই।সংবাদমাধ্যমতো টিংকু ডেকাক লৈ বাতৰি ওলাইছিল। কোনোবাই আখ্যা দিছিল 'বিস্ময় বালক', কোনোবাই বাতৰিৰ শিৰোনাম কৰিছিল 'টিংকুৰ দেহত বিষ্ণু'। উত্তৰপ্ৰদেশৰ বিহাৰৰ পৰাও টিংকুৰ ঔষধ নিবলৈ মানুহ আহিছিল। টিংকুৰ দৰ্শন পাবলৈ মানুহ বলিয়াৰ দৰে হৈছিল। জিলা প্ৰশাসনে টিংকুক নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে মানুহ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছিল।টিংকু ডেকাক লৈও মানুহৰ আস্থা আছিল। কিন্তু বেছি দিন সেই আস্থা নাথাকিল। সময়ে লাহে লাহে সঁচা কৈ গ'ল। আচলতে কাৰোবাক ফাঁকী বা মিছা আশ্বাস দি দীৰ্ঘদিন চলিব নোৱাৰি। এদিন সত্য পোহৰলৈ আহে। সময়ে কৈ দিয়ে বিশ্বাস আৰু অন্ধবিশ্বাসৰ মাজত কি পাৰ্থক্য আছে। টিংকু ডেকা সলনি হ'ল। সেইদৰে শিখা বাইদেৱৰ ও বেছি দিন বেপাৰ নচলে। ভগৱান আছে এশ শতাংশ বিশ্বাস কৰোঁ কিন্তু বেপাৰ নকৰোঁ। নিজৰ ঘৰৰ এখন সাধাৰণ ফটো ও পূজা কৰিলে ভগৱান পাম। দেখুৱাই পূজা ভগৱানে ও স্বীকাৰ নকৰে। কৃষ্ণ প্ৰভু 🙏
@PakiMaina-wx7oz
@PakiMaina-wx7oz 7 ай бұрын
Thik koisa❤
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 7 ай бұрын
ধন্যবাদ পাখি।
@rijumonidas8603
@rijumonidas8603 7 ай бұрын
💯Right
@DipaHandique-wy7pk
@DipaHandique-wy7pk 7 ай бұрын
Hosa koise ekdom
@puhorstudios
@puhorstudios 7 ай бұрын
কথাখিনি শুনি বৰ ভাল লাগিল । অবযৱ তুমি বহুত ভাল podcast এটা দিলা।
@nishaaxom
@nishaaxom 7 ай бұрын
প্ৰথম দৰ্শনতে অগ্নিনাভ বাবাৰ আশীশ বিচাৰি পালো🙏 জয় অগ্মিনাভ বাবা🙏🙏 ❤
@ankitaborah2978
@ankitaborah2978 10 күн бұрын
জয় বাবা অগ্নি নাভ মনৰ আশা পূৰণ কৰিবা বাবা
@haripriyaentertainment2342
@haripriyaentertainment2342 7 ай бұрын
বিশ্বাসে মিলয় হৰি 🙏।। বা গৰাকী বৰ সহজ সৰল । ঔম অগ্নি নাভ বাবা🙏।।
@dipalidas6816
@dipalidas6816 7 ай бұрын
শিখা বাইদেউ নমস্কাৰ আপোনাৰ কথা বোৰ শুনি বহুত ভাল লাগিল।
@sadhanasultanajehirblogs4600
@sadhanasultanajehirblogs4600 7 ай бұрын
Jai Agninav Baba Jai. Baba Kripa kora baba. Sikha ba khundar kothai bhal lagil. Thank you sikha ba.
@dharitrisonowal4133
@dharitrisonowal4133 7 ай бұрын
Hosake ❤️❤️ baba r monor pora bisarile hokolu Puron kore 🙏jai ahninav baba Bohut vhal lgil video tu Sai ❤️
@Dubu_with_mom
@Dubu_with_mom 7 ай бұрын
ভাল লাগিল অবয়ব আজিৰ খণ্ড টি।। বিচাৰিছিলো, শিখা বাইদেউ ৰ পোনপটীয়া কথা খিনি।। ❤ জয় বাবা অগ্নিনাভ 🙏
@padmakumariboradas9576
@padmakumariboradas9576 3 ай бұрын
জয় বাবা অগ্নিনাভ সকলোৰে কৃপা কৰিবা বাবা 🙏🙏🙏
@gupalguwala1842
@gupalguwala1842 7 ай бұрын
Jonar hepai aru akhai asil tumi eman valke video Tu bonai dila tq so much❤🤗
@GeetaDevi-sg4ol
@GeetaDevi-sg4ol 7 ай бұрын
বহুত ভাল লাগিল কথাবোৰ শুনি। জয় অগ্নিনাভ বাবা।
@bandanabhuyan4881
@bandanabhuyan4881 7 ай бұрын
Ekdom xosa kotha bou....bhagabanor bisar moi dekhisu..pramanu paisu❤🙏🙏
@MusicalGamer2-xl9ex
@MusicalGamer2-xl9ex 5 ай бұрын
শিখা বাইদেউ সচাকৈয়ে বহত ভাল 🙏🙏🙏 om Namah Shivay 🙏🏼🙏🏼🙏🏼🌹❤️
@Lupimoni__gogoi
@Lupimoni__gogoi 7 ай бұрын
Kripa kora agninav baba hokolu monor akha puron kora Jai agninav baba 🙏♥️
@MinuSaikia-l6t
@MinuSaikia-l6t 2 ай бұрын
Kirpa kora agninav baba hoklu monor akha puron kora Jai agninav baba 🙏❤
@DipshikhaDevi
@DipshikhaDevi 7 ай бұрын
18 February t Miu goi ahisu agninav shiv mondir t ..vl lagil goi . positive vibes ata plu..ru apunar ai video tu sai bht besi vl lagil..❤. hokolure vl howk.. ❣️har har Mahadev ❣️
@riturajbora6364
@riturajbora6364 7 ай бұрын
ঔম নম: শিৱাই🙏 জয় অগ্নিনাভ বাবা🙏
@MitalisahariahHazarika
@MitalisahariahHazarika 3 ай бұрын
হৰ হৰ মহাদেৱ 🙏🙏🙏
@janmonigogoi4838
@janmonigogoi4838 7 ай бұрын
Jai Agninav baa ❤ hokolu val aatmar kripa koriba❤ vulbur hudhorai aagbrhai niba baba ❤❤
@anannyaborah9212
@anannyaborah9212 7 ай бұрын
Joi agninav baba kripa kora tumak koti koti pronam jonaisu
@nipudas6942
@nipudas6942 7 ай бұрын
Bhut Val lagil baido vgbane apunak hokti dise baido moi apunar poikht baido jikhokole apunak misake bitrkole Tani anise teulukok mohadeve khioma nkre
@dhaneswardeka4989
@dhaneswardeka4989 3 ай бұрын
Iman dhuniya katha bur....
@relaxeverythingisfine5154
@relaxeverythingisfine5154 7 ай бұрын
Jai Agninav Baba, Sikha baloi bohut dhoynobad 🙏✨🔱
@NikhaDutta-c4w
@NikhaDutta-c4w 7 ай бұрын
অগ্নিনাভ বাবালৈ সেৱা ধৰিছোঁ 🙏 ঔম নম্ শিৱাই🙏🙏🙏
@principriyaboruah
@principriyaboruah 7 ай бұрын
জয় অগ্নিনাভ বাবা 🙏🏻📿🙏🏻 ঔঁমঃনমঃশিবায় 🙏🏻🙏🏻🙏🏻
@BantiBordoloi-t6e
@BantiBordoloi-t6e 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 জয় অগ্নিনাভ বাবা হৰ হৰ মহাদেৱ ❤❤❤
@porikhataniarvlogsparilife7610
@porikhataniarvlogsparilife7610 7 ай бұрын
অন্ধ ভক্ত অন্ধ ভক্ত কৈ থকা সকলে এবাৰ এই ভিদিঅটো চাওক বুজি উঠিব বাকী একো নকও।জয় অগ্নি নাভ বাবা জয় মুক্তি নাথ বাবা 🙏 কৃপা সদায় এনেদৰে কৰি ৰাখিবা
@mridusmitasaikia83
@mridusmitasaikia83 7 ай бұрын
এতিয়া ও কৈছোঁ যে অন্ধ ভক্ত,, বাবা আছে,, মহেশ্বৰ ৰ, ভোলানাথ ৰ মহিমা আছে এইয়া আমি মানি লওঁ,,কিন্তু সেই মাইকী মানু্হ এগৰাকী শৰীৰ ত বাবা লম্ভা,,ফৰিং বেশত বাবা অহা,,অনলাইন যোগে পইছা দিয়া,এই বিলাক মানি লোৱা বিলাক মূৰ্খ কৈছোঁ, শিৱ বাবা ক কোটি কোটি প্ৰণাম,,শ্ৰদ্ধা ভক্তি ৰে অন্তৰ ভৰি আছে,তথাপি কিন্তু আমাৰ পুজনীয় মাত্ৰ শিৱ বাবা ই সেৱা জনোৱা ভগৱান বিষ্ণু হে দেই🙏🏻🙏🏻কাৰণ কৃষ্ণ এক দেৱ দুখ হাৰি, কাল মায়াদিৰো অধিকাৰী,,কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি nahi আন 🙏🏻🙏🏻এই জৰা ফুকা,lomva এই বিলাক নাটক কৈছোঁ,,, তাত
@KiranNath-j9p
@KiranNath-j9p 7 ай бұрын
সাঁছা কথা কৈইছে দতে
@lsd4889
@lsd4889 7 ай бұрын
Right
@mridusmitasaikia83
@mridusmitasaikia83 7 ай бұрын
@@lsd4889 right টো কোনটো,,,ekdom ওপৰ টো নে মোৰ টো কৈছে,,,,,,
@user-Miss0932
@user-Miss0932 7 ай бұрын
​@@mridusmitasaikia83thik koisa
@upasnadeka6088
@upasnadeka6088 6 ай бұрын
হাৰ হাৰ মহাদেৱ🙏🙏🙏🙏
@RupPatgiri-n4o
@RupPatgiri-n4o 7 ай бұрын
Jai Shiva baba🙏
@MinuSaikia-l6t
@MinuSaikia-l6t 2 ай бұрын
Jai Shiva baba🙏
@renukakumari9271
@renukakumari9271 28 күн бұрын
Jai baba Agninav baba ki jai ho baba 🙏🙏🙏🙏🚩🚩🚩🚩🌸🌸🌸🌸💗💗💗💗
@MGo92
@MGo92 7 ай бұрын
Loads of thanks for bringing this video❤❤om namah shivay🙏🙏
@bijitneog7370
@bijitneog7370 7 ай бұрын
Bahut Val lagil Hundarkoi Baideo a kotha bilak Bujai dela. Eat Baru kibaMisa bulikabaloi kias. Aru aji Kaiden. .manar pora Mukha kataman aru Mukha Kaijani mane misa buli pisa ghatisa Agninav Babar namat Dukankhulisa Aru Baahut kota koiasa .Aru hai kotha huni Vaktar Monat Dukh diasa. Moi Hihat Jaddha murkha Nastik kaitak Misa Apbad Nidibaloi koisu. Tahati Nastik KatI Nahiloiu Agninav Mondiraloi Vakta AHIBAI .Joy Baba Agninav
@monalisakonwar2436
@monalisakonwar2436 7 ай бұрын
Don't know y tears rolling out, Jai agninabh baba❤
@nangrinkygogoi
@nangrinkygogoi 7 ай бұрын
Same here
@PrasantaDas-n9l
@PrasantaDas-n9l 7 ай бұрын
SlG​@@nangrinkygogoi
@MinuSaikia-l6t
@MinuSaikia-l6t 2 ай бұрын
Don't know y tears rolling out, Jai agninabh baba❤
@MinuSaikia-l6t
@MinuSaikia-l6t 2 ай бұрын
Same here
@pratikxakisna8
@pratikxakisna8 7 ай бұрын
Bht dhunia aaru divyo podcast ❣️🌻 Joi Agninav Baba 🙏🏼❣️
@nandasarma4947
@nandasarma4947 7 ай бұрын
অন্তৰৰ পৰা সেৱা জনালো ... জয় অগ্নিনাভ বাবা
@KiranNath-j9p
@KiranNath-j9p 7 ай бұрын
ঐই টুক কৈইছো যে অগ্নিনাভ বাবা মন্দি টু জয় বোলি কলি যে কিয় মা কামাখা মন্দি কি ভগবান নাই নেকি জয় মা কামাখা বোলি নক কেলে
@chaomowshum2935
@chaomowshum2935 7 ай бұрын
🙏ॐ नमः शिवाय🙏
@pBaruah20
@pBaruah20 7 ай бұрын
Har har Mahadev ❤So happy that you made a podcast on Agninav Mandir. All my questions got answered in this video This is exactly what i was looking for Thankyou ✨ God bless you.
@priyankakumar4551
@priyankakumar4551 7 ай бұрын
জয় অগ্নিনাভ বাবা 🕉️🕉️🙏🙏 ভাল লাগিল ভিডিঅ'টো
@gunajitbarman2066
@gunajitbarman2066 7 ай бұрын
Har Har Mahadev 🕉️🔱🚩🙏🏼❤️ Jai Baba Agninav 🕉️🔱🚩🙏🏼❤️ Jai Baba Muktinath 🕉️🔱🚩🙏🏼❤️ Jai Baba Kedarnath 🕉️🔱🚩🙏🏼❤️ Jai Baba Vimshankar 🕉️🔱🚩🙏🏼❤️ Jai Baba Amarnath 🕉️🔱🚩🙏🏼❤️ Jai Baba Baidyanath 🕉️🔱🚩🙏🏼❤️
@jimmydas7563
@jimmydas7563 4 ай бұрын
Khub val lagile. Thank you. Grateful 🙏
@RashmiGogoiDance
@RashmiGogoiDance 7 ай бұрын
Waiting ❤...Jai agninav baba 🙏❤️
@TapanNath-n6o
@TapanNath-n6o 7 ай бұрын
Joy Baba Agniav Baba Sikha ba apunar katha huni Mur sokut sokupani ulai ahise.apunak Babai hodai vale rakhok.anaor karone iman kunau koribo nware apunak pronam.
@rodaliojah8837
@rodaliojah8837 7 ай бұрын
Baba kun xosa kun misa najnu ondho bisakh o ni ata kotha jnu Baba k bhut besi bisakh koru 🙏🏻om namah shivay 🙏🏻
@mainudutta1519
@mainudutta1519 7 ай бұрын
জয় বাবা অগ্নিনাভ❤। আপোনাৰ কথাখিনি বহুত ভাল লাগিল। আগবাঢ়ি যাওক বাইদেউ।
@rumidaimary
@rumidaimary 7 ай бұрын
Jai agninav baba🙏❤hokoluke vale kukhole rakhok❤
@rimjimdas8333
@rimjimdas8333 7 ай бұрын
Khundor ..joy Agninav baba
@nibeditakalita2208
@nibeditakalita2208 7 ай бұрын
Goosebumps ❤❤❤ Jai Agninav Baba❤❤❤❤
@BarashaSarma-t9h
@BarashaSarma-t9h 7 ай бұрын
JAI SHRI AGNINAV DEV KI JAI🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@barnali173
@barnali173 7 ай бұрын
প্ৰনাম 🙏🙏🙏বাবা অগ্নিনাভ
@dikhadevi9218
@dikhadevi9218 7 ай бұрын
Xosake bohut kotha xikibo parilu aji 2mar pora baa .. agbahi jua xodai. Jai baba agninav 🙏🙏
@deepdekamix5180
@deepdekamix5180 7 ай бұрын
Val houk sokolore..Kintu online puja to he Mor xohoj nalage babai online xewa lole a mani loi ..Om Nama shivaya 🙏🙏🙏
@aliciadawns8535
@aliciadawns8535 7 ай бұрын
Bhoi nalage karoneitu bhogobanok loi eibur koribo parise . Belege aru details nidileu hobo.
@binaborah8451
@binaborah8451 7 ай бұрын
জয় অগ্নিনাভ বা বা মনৰ ভাব পুৰন কৰা।।
@bijoyasdubaidiaries8402
@bijoyasdubaidiaries8402 7 ай бұрын
Sikha mami ye kuwa protitu kotha i xosa….moi 2016 t prothom goisilu Agninav mandir t xorai dibole….tetiya mamiye nij hatere saki di xorai diya r pora pooja kora aaxirbad diyaloike xokolu khini nijei korisil….xeidina r pora i mur biswax….ji kamote xorai dio xofol hoisu….hoitu dudin late hoise tothapio success paisu….Sikha mami r protitu kam nikhut aru nipun….tekhetor kam sabole amar pakghar aru phuloni channel khon salei gom puwa jai….nijor deha mari teo xokolure karone kam kore….teo k xodai bhogobane bhale rakhok….Jai Baba Agninav….
@deepikapatowary7089
@deepikapatowary7089 7 ай бұрын
Joy Agninav shiv Baba 🙏🏻 kripa koriba Baba 🙏🏻
@mercypassion9769
@mercypassion9769 7 ай бұрын
এইবোৰ টপিক অাৰু বাদ দিয়ক আৰু আমনি লাগিলে আমাৰ!;কোনে a.c কিনিছে কোনে গাৰি কিনিছে কোনে মাটি কিনিছে এইবোৰ সমালোচনা কৰি লাভ নাই এইয়া তেওঁলোকৰ personal matters, আজিকালি দিনত সকলোবোৰ কামেই busines😂 business নোহোৱাকৈ একো কামেই নহৈ😅 ভগবানৰ প্ৰতি আস্থা অন্তৰ আত্মাত থাকিলে হল এজনে শেজনৰ প্ৰতি থাকিব লাগে। পইচা ঘটিছে ঘটক কাৰ কি আহে যায়।কাম নাই মানুহবোৰৰ।ভাল কামেই টো কৰিছে বাইদেওয়ে কলি যুগ মদ মাংসৰ নামত enow মানুহে পইচা উৰাইয়ে থাকে, ভগমানৰ নামত দুতাকামান লৈছে সেইটো কি ডাঙৰ কথা😊
@BrindaJyotiKalita-qy1vw
@BrindaJyotiKalita-qy1vw 7 ай бұрын
Jai Agninav baba... kripa koriba..mnr akha puran koriba Prabhu ...
@runumitasaikiabora7565
@runumitasaikiabora7565 7 ай бұрын
জয় অগ্নিনাভ বাবা🙏🙏🙏 কৃপা কৰিবা বাবা🙏💐💐
@MynuGogoi-kk1gw
@MynuGogoi-kk1gw 7 ай бұрын
Jai Agninabh baba 🙏🏻 shikha baa'r kothabur huni thakibo mon jai..eman hohoj horol❤🙏🏻
@subham711
@subham711 7 ай бұрын
জয় অগ্নিনাভ বাবা। কৃপা কৰিবা প্ৰভু🙏🙏🙏
@Sudarshitaaa66
@Sudarshitaaa66 7 ай бұрын
Soku Pani ulai gol😭💗💗💗😣🙏🙏🙏jai agninav Shiva Baba ❤❤❤kripa koriba baba 🙏😭😭
@linasaikia3205
@linasaikia3205 7 ай бұрын
জয় অগ্নিনাভ বাবা 🙏🌺
@Polee-s9n
@Polee-s9n 7 ай бұрын
Om nomoh baba hokolura monor akha bur puron kora baba
@rijumoninathneog7065
@rijumoninathneog7065 7 ай бұрын
জয় অগ্নিনাভ বাবা,সকলোকে ভালে ৰাখিবা বাবা🙏সকলো ভক্তৰ মনৰ আশা পূৰ্ণ কৰিবা বাবা🙏
@sumidas9029
@sumidas9029 7 ай бұрын
জয় অগ্নিনাভ মহাপ্ৰভু🙏🙏🙏🌸🌸🌸🌸🌸
@nandannandanbaruah4472
@nandannandanbaruah4472 7 ай бұрын
Om namah shivay kripa koriba baba 🙏🙏🙏
@ripakonwar8266
@ripakonwar8266 7 ай бұрын
Jai agninav shiv baba 🙏 kripa karo Prabhu meri kripa karo 🙏🙏 Om namah shivay 🙏
@Apbhuyan9119
@Apbhuyan9119 7 ай бұрын
Kiman poisa lole Sikha pa apuni...online ajikli sob possible atia xeibuli online vogobanru axibad puwa jai bah.vogobane mane facebook watchap buji pai ru...kiman toka ghotile tai manuhk tupi pindhai
@podumisarma3014
@podumisarma3014 3 ай бұрын
Om nomoh agninav bab. Mursintabur atorai loi jua. Rug bur atorai nia.
@clumsyqueen9527
@clumsyqueen9527 7 ай бұрын
Jai agninav baba... Kripa koriba
@jimeesfamily.7849
@jimeesfamily.7849 7 ай бұрын
Marketing expert baideu😅
@purabiesaikia7498
@purabiesaikia7498 7 ай бұрын
Om Namah Shivaya 🙏🙏🙏
@MinuSaikia-l6t
@MinuSaikia-l6t 2 ай бұрын
Om Namah Shivaya🙏🙏🙏
@monalisha4277
@monalisha4277 7 ай бұрын
নিজই নিজৰ মনটোক শুদ্ধ বুলি কেনেকৈ কব পাৰিছে?? এই কলিৰ যুগত বেয়া কাম নকৰিলেও কোনো মানুহৰ মন শুদ্ধ হব নোৱাৰে বাইদেউ 🙏
@deepjyotiborah4708
@deepjyotiborah4708 7 ай бұрын
Online horai hosai amar oxomia manuhbur bohut okora o
@PoornimaBorah-n6d
@PoornimaBorah-n6d 7 ай бұрын
Jai Agninav Baba🙏❤️
@GirishBasumatary
@GirishBasumatary 7 ай бұрын
Jai agninav baba❤🎉❤
@MinuSaikia-l6t
@MinuSaikia-l6t 2 ай бұрын
Jai Agninav Baba🙏❤
@MinuSaikia-l6t
@MinuSaikia-l6t 2 ай бұрын
Jai agninav baba❤🎉❤
@Arhasvlog789
@Arhasvlog789 7 ай бұрын
Khub val lagil 👍shikha baideu hosakoi agoraki khub val manuh aru tekhotor pora ami hikibo logiya bohut khini ase buli moi vabu..jay agninav baba🙏
@Tishaa15
@Tishaa15 7 ай бұрын
Pure soul🙏🙏
@MinuSaikia-l6t
@MinuSaikia-l6t 2 ай бұрын
Pure soul🙏🙏
@punamkitchen123
@punamkitchen123 7 ай бұрын
Val lagil podcast tu sai, Jay Agninav baba
@hemantanath4978
@hemantanath4978 7 ай бұрын
OM NAMAH SHIVAY
@MinuSaikia-l6t
@MinuSaikia-l6t 2 ай бұрын
OM NAMAH SHlVAY
@anusmitatalukdar1719
@anusmitatalukdar1719 7 ай бұрын
Jai agninav Baba 🙏...kripa koriba baba🙏
@AngitaBora-no7oo
@AngitaBora-no7oo 7 ай бұрын
Vogobanor sokti tu biswas koru but manob sristo vogoban biswas koribo olop tan lage.. Vogoban hokolure atmat thake soku mudi teuk smoron korok apunar sokur agot teur saya jiliki thakibo kintu Aji Kali mobile on korilei vogobanok lav koribo pari buli mur ontotto biswas nohoi
@ADRE2.Preparation
@ADRE2.Preparation 7 ай бұрын
একমত
@himadribaruah3611
@himadribaruah3611 7 ай бұрын
Jai agninav baba❤ কৃপা কৰিবা প্ৰভু 🙏 সফল হও যাতে সপোন বাস্তৱ কৰিব পাৰোঁ 🙏🥺
@Jyotishman-sq4ie
@Jyotishman-sq4ie 7 ай бұрын
Jai agninav শিৱ baba
@pankajkumarborah2808
@pankajkumarborah2808 5 ай бұрын
জয় অগ্নিনাভ বাবা কৃপা কৰা।
@ManashKaushik
@ManashKaushik 7 ай бұрын
Om Namah Shivaya ♥️ Baba is strength 🫶
@sagarikamedhi6680
@sagarikamedhi6680 7 ай бұрын
Val Lagil...Jai Agninav Baba🙏❤🔱
@hudarkhinagogoi5069
@hudarkhinagogoi5069 7 ай бұрын
Waiting ❤🙏🙏
@MinuSaikia-l6t
@MinuSaikia-l6t 2 ай бұрын
Waiting❤ 🙏🙏
Зу-зу Күлпаш 2. Интернет мошенник
40:13
ASTANATV Movie
Рет қаралды 460 М.
Officer Rabbit is so bad. He made Luffy deaf. #funny #supersiblings #comedy
00:18
Funny superhero siblings
Рет қаралды 18 МЛН
Ozoda - Lada ( Official Music Video 2024 )
06:07
Ozoda
Рет қаралды 28 МЛН
Assamese PODCAST ft. Atanu Bhuyan || Episode: 01 || Aboyob Bhuyan || @SatyaTruthIndia
24:56
Зу-зу Күлпаш 2. Интернет мошенник
40:13
ASTANATV Movie
Рет қаралды 460 М.