ভয়ানক অত্যাচাৰ কৰিছে মোক😭

  Рет қаралды 407,630

JSS Unscrripted

JSS Unscrripted

8 ай бұрын

Created by:
Mustaq ahmed
mustaq_h_ahmedd...)
Anchor: Himashree Saikia
( himashree_m_sai...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
profile.php?...
INSTA:
/ jumpingspiderstudios

Пікірлер: 695
@samudraduttanortheast..6258
@samudraduttanortheast..6258 8 ай бұрын
এগৰাকী সৎ সাহসী তথা মৰমীয়াল যুৱতী! এই ধয্য শক্তি বত্তর্মান তোমাৰ লৰা টোক মানুহ হিচাপে গঢ় দিবলৈ চেষ্টা কৰা।
@namitakalita
@namitakalita 8 ай бұрын
সেইকাৰণে নিজৰ ভৰিত থিয় হৈ বিয়া হব লাগে যাতে পাছত এইবোৰ সমস্যা হলেও নিজে নিজৰ কাৰণে থিয় হব পাৰি। God bless u sister ...😢❤
@shyammahanta7317
@shyammahanta7317 8 ай бұрын
কথাবোৰ শুনি সচাকৈয়ে দুখ লাগিল |তেখেতৰ ধৈৰ্য্য মানিব লাগিব | তেখেতৰ স্বামীজন মানুহৰ শাৰিতে নপৰে | সেই কাৰণে ছোৱালীবোৰ আজিকালি বিয়াৰ আগতে সংস্থাপন হৈ লব বিছাৰে | প্রেমত একেবাৰে অন্ধ হব নালাগে |
@happybangla615
@happybangla615 8 ай бұрын
99% suwaliye chehera sai prem kore jar karone biyar pisat sab buji pai.....
@kamalakantanath2896
@kamalakantanath2896 8 ай бұрын
Manuh eman nisthur hob a napay. Kathabur shuni dush lagil.He is actualy mad.
@banditathakuriya8535
@banditathakuriya8535 8 ай бұрын
কেনেকুৱা মানুহ এইজন ।।। ভগৱানে কাকোকে এনেকুৱা life partner নিদিয়ে যেন ।।
@anupkrdas6798
@anupkrdas6798 8 ай бұрын
তুমি জীৱন যুদ্ধত হাৰি নাযাবা , তোমাৰ শিক্ষা খিনিৰ দ্বাৰা কিবা এটা কৰিবলৈ চেষ্টা কৰা । নিশ্চয় সফল হবা । সেই নৰপিশাচটোক কেতিয়াও মনত নেপেলাবা ।
@anamikarahang2480
@anamikarahang2480 8 ай бұрын
Akdmmmhhhhhhh
@bijoyagogoi6248
@bijoyagogoi6248 8 ай бұрын
প্ৰথম বাৰতে গুচি আহিব লাগিছিল। সেই জন মানসিক ৰোগী যেন লাগিল। ভগৱানে তোমাক সহায় কৰিব।
@basantibarmanpathak5786
@basantibarmanpathak5786 8 ай бұрын
এনে অসভ্য মানুহ আছে। গৰ্ভৱতী তিৰোতাৰ যতন ল'বলৈ এৰি অত্যাচাৰহে কৰে। এনে বহু আছে ভুক্তভোগী। পাষণ্ড এইবোৰ। কিছুমান যে আৰু মাক ভনীয়েকো এনে অত্যাচাৰী আছে। আপোনাৰ কথা মই এশ শতাংশই বুজি পাইছোঁ।
@riturajkalita2767
@riturajkalita2767 8 ай бұрын
আপুনি সাহসী হওঁক নিজৰ জীৱনটো আগুৱাই নিবলৈ, লগতেই আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষা তথা উজ্জ্বল ভৱিষ্যত গঢ়াৰ বাবে। সংঘাতে আপোনাৰ জীৱনলৈ আনি দিয়ক উজ্জ্বল তৰংগ। বহুত বহুত আশীৰ্বাদ জনাইছোঁ। আপুনি আৰু আপোনাৰ সন্তান সদায় কুশলে থাকক, সুৰক্ষিত থাকক।
@manjulaborah1351
@manjulaborah1351 8 ай бұрын
জয়মতী কো ইমান শাস্তি দিয়া নাছিল,সয্যৰ এটা সীমা থাকে, ইমান সয্য ও কৰিব নালাগে,তাক ভাল দৰে বান্দৰ চৰ দুটা মান দিলে গছত বান্ধি থিক হ'লে হয়,কুসঙ্কাৰৰ কুফল,মানব নহয় দানব😢😮
@mouchumibaruah9486
@mouchumibaruah9486 8 ай бұрын
একেই জীৱন মোৰ একেই স্বামী একেই সৰু সৰু অজুহাত সকলো বিলাক মোৰ জীৱনৰ লগত মিলি গৈছে । একেবাৰেই একেই ।কি কম আৰু ।। সংসাৰৰ মায়া মোহ ত্যাগ কৰিলো
@arunimadasarunima-zc8db
@arunimadasarunima-zc8db 8 ай бұрын
দুখ নকৰিবা মানুহৰ জীৱনত ধুমুহা আহেই ।ল'ৰাটোক সুপথ দেখুৱাবলৈ চেষ্টা কৰা এদিন তোমাৰে জয় হ'ব ।ঈশ্বৰৰে যি পিনে নিয়ে কেতিয়াবা অসময়ত অহা বতাহ জাকৰ কোবত জীৱনৰ নাওখন স্থিৰতা হেৰুৱাব লগিয়া হয় তথাপি মনটোক বান্ধি ৰাখিবা ।মাথোঁ যুজি যোৱা পৰিস্থিতি লগত ।একমাত্ৰ সন্তানটো কাৰণে ।তোমাৰ কথাবোৰ শুনি ময়ো চকুপানী ধৰি ৰাখিব পৰা নাই ।চিন্তা নকৰিবা God bless you পৃথিৱীত যদি কঠিন বুলি কিবা আছে তেন্তে সেয়া হৈছে মানুহ চিনি পোৱা
@pravadutta9333
@pravadutta9333 8 ай бұрын
আচৰিত হৈ গলো।কি কৰিবা মাইকী মানুহৰ জীৱন।আনৰ হাতৰ পুতলাহে।দুখ নকৰি সাহসেৰে আগুৱাই যোৱা।
@sikhadas7687
@sikhadas7687 5 ай бұрын
তুমি ইমান সহি থকাৰ কাৰণেই নাছিল , প্ৰথমতে কওঁ তোমাৰ মানুহজন মানসীক ৰোগী | প্ৰথমতে নিজৰ হাতত এটা চাকৰী , তাৰ পাছত হে বিয়াত সোমাৱ লাগে , তেনেধৰণৰ মানুহ এজনৰ লগত থকাত কৈ অকলশৰীয়া জীৱনেই শ্ৰেয় |
@ranjudoley530
@ranjudoley530 8 ай бұрын
What a tragedy story 😮😢as a cinematic story. and take action for the mad man and l have found inspiration ❤
@mahanpuja7915
@mahanpuja7915 8 ай бұрын
May Allah bless u forever 💕💞
@SanjayDas-yu2gy
@SanjayDas-yu2gy 2 ай бұрын
মোৰ ফালৰপৰা তুমাক জনাব বিচাৰোঁ ভগবান তুমাক সহায় কৰিছে তুমি মোৰ ছোৱালী সমানে ভবিষ্যতে তুমাৰ এই জনৰ লগত থাকিলে কেতিয়াও শুখি হ'ব নোৱাৰিলে হেঁতেন
@jitumonibharali7946
@jitumonibharali7946 8 ай бұрын
সচাকৈতুমি বৰ সাহসী ছোৱালী আগবাঢ়ি যোৱা তোমাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি লো
@anjanaborah1465
@anjanaborah1465 8 ай бұрын
😊😊😊
@user-yx1kb6ux5m
@user-yx1kb6ux5m 8 ай бұрын
তুমি আগবাঢ়ি যোৱা বৰ দুখ লাগিল 😭 ল'ৰাটোক ভাল কৰা
@rupjyotineog2054
@rupjyotineog2054 8 ай бұрын
বৰ দুখ লাগিছে কাহিনী টো শুনি ।নাৰীৰ নিয্যাতন কেতিয়া দূৰ হ'ব ?
@bishnuramnarzary9773
@bishnuramnarzary9773 8 ай бұрын
ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো যাতে তাই এনে অমিল জীৱনযাপনৰ বাচিব পাৰে।
@rashmiborah1103
@rashmiborah1103 Ай бұрын
বহুত ভাল পাই নিজৰ স্বামীক সেইবাবেই বহুত ধৈৰ্য ধৰিছিল বেচেৰীয়ে কিন্ত বুজি নাপালে ,পদক্ষেপ ভাল ললা বৰ্তমান ভালে থাকি আগুৱাই যোৱা বৰ্তমান সময়ত ইমান সহিব নোৱাৰি ❤❤❤
@chitrakumarhazarika6622
@chitrakumarhazarika6622 8 ай бұрын
এইটো আচৰিত কাহিনী। অতি মৰ্মন্তুদ।
@priyankakalita5225
@priyankakalita5225 8 ай бұрын
Hats off to ds strong lady....stay blessed....
@HasibRahim07
@HasibRahim07 8 ай бұрын
😂মন খুলি কান্দিব পাৰিলে কান্দোতো সুখ পাব পাৰি😂ইতিমধ্যে ফেচবুকত তোমাৰ জীৱনৰ ইতিবৃতি শুনি বৰকৈ মৰ্মাহত হৈছো।প্ৰেম মানে ভাল পোৱা,কেতিয়াবা এই প্ৰেম কাৰোবাৰ ওচৰত বিষাক্ত ৰূপ ধাৰণ কৰে।সেয়ে কোৱা হয় প্ৰেমেই স্বৰ্গ প্ৰেমেই নৰক, তোমাৰ কথোকপনৰ পৰা বোধগম্য হলো যে,তুমি নৰক যন্ত্ৰণা ভোগী আছা।তুমি নিশ্চয় জানিবা,নিশ্চয় দুখৰ পিছত সুখ আহে। তুমি হয়তো এদিন সুখ পাবা,লৰাটোক মানুহ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰিবা;এদিন হয়তো তোমাৰ লৰাটো তোমাৰ দুখৰ সমভাগী হব।
@jayentolahonjack
@jayentolahonjack 8 ай бұрын
Rigt
@rupjyotidas6653
@rupjyotidas6653 8 ай бұрын
Right
@OneplusBoy-dr6lz
@OneplusBoy-dr6lz 8 ай бұрын
Val kotha dei....
@kaberibarman9851
@kaberibarman9851 Ай бұрын
সকলো পাহৰি আগুৱাই যোৱা সুখী থাকা লৰা জনৰ লগত 😊
@user-bl4jx8hk6u
@user-bl4jx8hk6u 8 ай бұрын
প্ৰতিমা দিহিঙীয়া আশীৰ্বাদ দিছো‌ তোমাৰ জিৱনটো। ভাল হ'ব আগ ‌বাহক
@assamdhamakavlogs9015
@assamdhamakavlogs9015 8 ай бұрын
Exactly.same condition with me.Now my son and me very happy.
@krishnaborah7189
@krishnaborah7189 8 ай бұрын
আগবাঢ়ি যোৱা 'বা' ভগৱান আছে .. আৰু সাহসী হোৱা
@chekanidhara1567
@chekanidhara1567 5 ай бұрын
!দুখ লাগিল কাহিনীটো শুনি। আগুৱাই যোৱা ।
@ankitagogoi9846
@ankitagogoi9846 8 ай бұрын
কথা বোৰ শুনি সচাই বহুত বেছি বেয়া লাগিছে,,, তুমি সুখী থাকা ❤
@arunimalahon-ld8rs
@arunimalahon-ld8rs 8 ай бұрын
জীৱন যুদ্ধত জয়ী হোৱা আশীৰ্বাদ কৰিছো ❤❤❤❤❤❤
@deviranu1127
@deviranu1127 8 ай бұрын
বহুত আগতেই তুমি আতৰি আহিব লাগিছিল এনেকুৱা মানুহৰ পৰা।ভালে থাকা।
@deetdutta986
@deetdutta986 8 ай бұрын
),
@sewaliroy143
@sewaliroy143 4 ай бұрын
😅
@aimonidas9405
@aimonidas9405 4 ай бұрын
Ba moi kintu biya khua nai val pua asa kintu apuner doa arib nuari
@sabinayeasmin196
@sabinayeasmin196 8 ай бұрын
🥲 hodai anekoi postive mind loi ag barhi jayuk....Allah ase apuni niyai pabo.
@papulidutta6015
@papulidutta6015 8 ай бұрын
বহুত দুখ লাগিল কথাখিনি শুনি😔 god bless you
@meripoushtikrosoi6091
@meripoushtikrosoi6091 8 ай бұрын
মোক আপোনাৰ কাহিনী শুনি অকণো বেয়া লগা নাই কাৰণ আপোনাৰ husband যিবোৰ ভুল বাৰে বাৰে কৰি আহিছে সেই ভুল কৰাৰ বাবে আপুনি নিজেই chance দিছে যাৰ ফলত আপুনি নিজৰ লগতে পৰিয়ালৰ মানুহকো কষ্ট দি আহিছে আপুনি বুজি পাব লাগিছিলে যে ভুল মানুহৰ এবাৰ হয় বাৰে বাৰে যিটো হয় সেইটো ভুল বুলি কেতিয়াও ক'ব নোৱাৰি গতিকে আপুনি অকন মান সুখৰ বাবে আপুনি নিজৰ লগতে পৰিয়াল খনকো বহুত বেছি কষ্ট দি আহিছে আপুনি অবশেষত লোৱা সিদ্ধান্তটো বহুত আগতে লৱ লাগিছিল আপুনি নিজেই নিজৰ ভৰিত থিয় দিব লাগিছিল আৰু তাৰ বাবে আপোনাৰ suport ও যথেষ্ঠ খিনি আছিলে
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
সচা কথা। সম্মুখীন হোৱা সমস্যাবোৰ সাহসেৰে সমাধান কৰিবলৈ চেষ্টা কৰা। ভগৱানে/ আল্লাহ তাল্লাই দোৱা কৰিব তোমাক। নিকৃষ্ট মানসিকতাৰ মানুহৰ লগত সংসাৰ কৰি থকাতকৈ অকলেই থকাই ভাল। তোমাৰ নিজৰ ভৱিষ্যত নিজেই নিৰ্ণয় কৰা। সাহসৰ শিখাই জীৱন যুৰোৱা তুমি।
@banasmitakalita6149
@banasmitakalita6149 8 ай бұрын
Go ahead sister ... Be brave and win the race of life😊
@jasminsultana8683
@jasminsultana8683 8 ай бұрын
Bht dokh lgise bayti tomar kotha khini khuni... Sakur pani oly goise😢😢😢Allahe tomak val koribo.. Aguway jowa...❤❤❤❤
@arpitadas7668
@arpitadas7668 8 ай бұрын
This is called women empowerment ❤️
@TMili-yf7hu
@TMili-yf7hu 8 ай бұрын
God bless you ba apuni hahkere aguai jua
@kuchbhivlooger3729
@kuchbhivlooger3729 8 ай бұрын
I can totally understand, I also have gone through this and after 11 Years I field divorced. Sometimes you can't understand a person's TRUE personality until you stay with him or her.
@dharmakantapatir3146
@dharmakantapatir3146 8 ай бұрын
Very, heart. Touching story subject has been impressed me........
@anorphan1991
@anorphan1991 8 ай бұрын
Be strong dear ❤ you are an inspiration we all are proud of you ❤
@user-ys7fx7sz2q
@user-ys7fx7sz2q 6 ай бұрын
তুমি বহুত সাহসী আগ বাঢ়ি যোবা god bless you ❤❤
@geetapathak5633
@geetapathak5633 8 ай бұрын
ইমান শয্যো কৰি আছে আপুনি। ভগৱানে আপুনাক ভালে ৰাখক। তাৰ কথা চিন্তা কৰি লাভ নাই।
@ankuranmajumdar7514
@ankuranmajumdar7514 4 ай бұрын
Kahinito xunu aasorot hoisu.. Akhetor khahokh to manib lagib eman kenekoi khojya korib Parise ....God bless you
@rekhaborah9566
@rekhaborah9566 8 ай бұрын
সছাকৈয়ে দুখ লাগিল তোমাৰ ধৈয্য মানিব লাগিব
@pijushsharma8249
@pijushsharma8249 3 ай бұрын
You are rights....jibonot aag bari jowa.... God help her
@anamikagoswami-zb2pm
@anamikagoswami-zb2pm 8 ай бұрын
শুনি বহুত দুখ লাগিল ।
@anita8052
@anita8052 8 ай бұрын
God bless you❤apuni bhoth dhoniya aro moromiyal sowali
@Baruah-pg9eg
@Baruah-pg9eg 8 ай бұрын
Farnaz mam ৰ interview চাই সঁচাকৈ বহুত ভাল লাগিল| তেখেতে আৰু আগুৱাই যাওক তাকেই আশা ৰাখিলোঁ| বহুত মৰম আৰু দয়া আছে তেখেতৰ মনত যি দেখিলোঁ| মই তেখেতৰ subscriber আছিলোঁ এতিয়া fan হৈ গলো|
@prankitborgohain5061
@prankitborgohain5061 8 ай бұрын
Go ahead sister,forget him.we are always with u.
@JintiKalita-dr1ue
@JintiKalita-dr1ue 8 ай бұрын
লৰাটোক লৈ আগবাঢ়ি যাওক,❤
@bharatidevi6477
@bharatidevi6477 8 ай бұрын
Nari eman durbal nahae. Durga mae Mahikhasurk badh karise. Apuni shikshit. Nijak bhal paok. Aru nijar santir babe kam karan. Aporar larajanaka bhal manuh kari sukhi haok. 😢❤
@birenpdas5347
@birenpdas5347 8 ай бұрын
আপোনাৰ সকলো বোৰ কথা শুনিলো বৰ দুখ পাইছো । আপুনি বহুত সহ্য কৰি সেই নৰ পিশাচটোৰ লগত দিন পাৰ কৰিলে। সি মানুহ নহ য় যোৰহাট
@user-cs3ee5ne2l
@user-cs3ee5ne2l 8 ай бұрын
Bahut dukh lgil sai apunr bht dhoijya ase apuni vobishayte hukhi houk
@shakship3103
@shakship3103 8 ай бұрын
tissue paper olop ready rakhibo kandile dbo karne its an etiquette
@DAXManoj
@DAXManoj 8 ай бұрын
বাইদেউ আপোনাৰ Husband জন ভয়ানক saykoহয়৷
@tksarmah2632
@tksarmah2632 8 ай бұрын
Psycho
@nirupoma5935
@nirupoma5935 7 ай бұрын
সচাকৈ আটাইতকৈ ডাঙৰ কথা সংসাৰ চলাবলৈ। তুমি বহুত ভাল কাম কৰিলা।সৎ আৰু সাহসেৰে আগবাঢ়ি যোৱা ,তুমি জয়ী হ'বাই। ঈশ্ৱৰ তোমাৰ সহায় হওক।
@user-eb2ol5ny2s
@user-eb2ol5ny2s 8 ай бұрын
God.bless.you.tumi.aguai.jua.❤❤❤❤
@Subhashray-qy2pk
@Subhashray-qy2pk 7 ай бұрын
ভগবানৰ ওপৰত বিশ্বাস ৰাখি সৎ ভাবে কৰ্ম কৰিলে নিশ্চয় এদিন সুফল পাবাই ।
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 8 ай бұрын
বৰ দুখ লগা কাহিনী। God bless you with all happiness & prosperity in your life.
@AbyanNafi567
@AbyanNafi567 2 ай бұрын
God Blesse u Sister 😢❤😢❤😢❤😢❤😢❤
@roshmirekharay9462
@roshmirekharay9462 8 ай бұрын
Amar suwali jibon tu bohut kostor ohh baa
@runudas3093
@runudas3093 8 ай бұрын
Wonderrfull❤❤❤❤
@begumnarjee5046
@begumnarjee5046 8 ай бұрын
তুমি জীৱন যুদ্ধত হাৰি নাযাবা । দোৱা কৰিছো তোমাক , কোনো ছোৱালীক আল্লাহে এনেকুৱা এজন স্বামী নিমিলাক 🤲🏻
@user-yq6sh4xs2i
@user-yq6sh4xs2i 8 ай бұрын
BahutDukhLagil.GodBlessYou
@karishmabegum4398
@karishmabegum4398 8 ай бұрын
Baa tumi xodai aguwai jwa😊 aro logote tumr baby tu o bohut aguwai jaok xodai vale thakok🥰
@user-ef5rz9zt9c
@user-ef5rz9zt9c 8 ай бұрын
বৰ দুখ লগা কথা। মানুহ জন মন্টেলি হয়। তোমাক ভগৱানে ভালে ৰাখক। তাৰে কামনা কৰিলো।
@BarakhaKonwar
@BarakhaKonwar 4 ай бұрын
Ba agbahi jua aru tar ķotha nuhuniba❤❤
@arunjyotihazarika4950
@arunjyotihazarika4950 8 ай бұрын
Be strong .
@dhunup1501
@dhunup1501 7 ай бұрын
মানুহৰ জীৱন এবাৰেই পোৱা যায়।গতিকে জীৱনতো উদযাপন কৰিব লাগে ।আনৰ ওচৰত উচৰ্গা কৰিব নালাগে ।সফলতাৰ শিখৰত আৰোহণ কৰাৰ প্ৰয়াস কৰিব লাগে । এবাৰ বিশ্বাস ঘাতক কৰা জনক পুনৰ বিশ্বাসত নোলোৱাই ভাল। জীৱন তো পুনৰ আৰম্ভ কৰা দেখিৱা তুমি এদিন কৃতকাৰ্য হবা।
@himashreedas308
@himashreedas308 8 ай бұрын
Tumar dhaja aru sahkr babe bhal lagil,aneo jate karu nahy,vgbanr osrt parthana krisu
@dulenborthakur307
@dulenborthakur307 2 ай бұрын
আমি এই হিয়া ভাঙি যোৱা কাহিনী কথা খিনি এক ফালৰ শুনিবলৈ পালো অতি দুখ পালো কিন্তু লৰা জনৰ ফালৰ পৰা জানিব নোৱাৰি লো আৰু যদি সচাকৈয়ে লৰা জনে নিজৰ তিৰোতাক তেনে শাৰিৰীক আৰু মানসিক ভাৱে নিৰ্যাতন চলোৱাৰ বাবে শাস্তি মূলক ব্যৱস্থা ৰ বাবে আইনৰ কাষ চাপিব লাগে আৰু হয়তো মানশীক চিকিত্সা ৰ প্ৰয়োজন হব পাৰে
@shahnazakhter-wm1bm
@shahnazakhter-wm1bm 8 ай бұрын
You are a strong lady. God bless you.
@indusonowal
@indusonowal 8 ай бұрын
Tumi bhut hahkhi aru aguai jua
@afsanabegam9648
@afsanabegam9648 8 ай бұрын
Eibilak sai biya hboi voy loga hoise😢
@happybangla615
@happybangla615 8 ай бұрын
Prem koribo nalage tu
@rupaschannel5856
@rupaschannel5856 8 ай бұрын
@@happybangla615 Prem nakrileo hoi.
@rupaschannel5856
@rupaschannel5856 8 ай бұрын
Um muro. Biya hboi issa njai. Biya pisot manuh bur change hoi jai
@user-ql5mk4qb2x
@user-ql5mk4qb2x 8 ай бұрын
আমাৰো এজনী ভনীৰ একেই অৱস্থাত দিন পাৰ কৰিছে ভগৱানৰেই আশীৰ্বাদ এইবোৰ।
@HikujyotiRay-ui8up
@HikujyotiRay-ui8up 2 ай бұрын
Ki kom blagr dukh nija vuktovogi Prem ly....2013 dakhisilu 2023 aghon mah...etc ..ako ni life...akhola ahisu jibonot hokolua akala jabo lgibo....2dina jibon😭😭😭😭😭dukh bhutora thaka dukhr majot nija hukh bisaribo lga...
@user-uv2im4gh1h
@user-uv2im4gh1h 8 ай бұрын
Kbole aku bhakha nai bohut dukh lagil kthakhni huni...i salute u..anekuwa manuhok mari pelabo lage actlly..Ba apuni hahokh nkrahle ajiu sage hai akekhini torture bhugi thkilhtn..bohut val kam korile🙏❤
@bhajatidaimary7085
@bhajatidaimary7085 8 ай бұрын
Thank you sister
@shivanibrahma8507
@shivanibrahma8507 8 ай бұрын
When you get married..you look good.
@user-zg6rp1zf6f
@user-zg6rp1zf6f 8 ай бұрын
Baa story to xuni bhut dukh lagil xosai jibon to manuh sini pabo khikibo lage kaku khjte believe kribo nalge biya baru kotha hleu bhut sinta kri he biya hob lage God bless you baa vale thakok jibont agbarhi jaouk tenekua manuh porai atri thokai val 🙏
@bhupalikalita4379
@bhupalikalita4379 8 ай бұрын
Bhut bhut besi xahokhi apuni👍❤
@betatest4526
@betatest4526 7 ай бұрын
Be strong Baa ❤
@nabajyotidevi6170
@nabajyotidevi6170 8 ай бұрын
God bless you.
@user-oo6sp4mt6p
@user-oo6sp4mt6p 8 ай бұрын
Apunar kotha bur huni dukh lagile Kintu mur bohut khong uthil bare bare emanbur Kajiya.nijok pagolor pora bosabo lagena pagolor hontan jonmo dibo lage.
@sumansehnaz2478
@sumansehnaz2478 8 ай бұрын
Vl khotha koisa
@FaheemCarz-pn4sj
@FaheemCarz-pn4sj 8 ай бұрын
Bohut val lagil tekhetor channel 2 subscribe kori dilu agbarhi jaok bacha 2r val hok agoloi
@hanseali1924
@hanseali1924 8 ай бұрын
ধৰ্য্য ধৰা ভন্তি আল্লাই সকলো থিক কৰিব।
@afsanabegam9648
@afsanabegam9648 8 ай бұрын
😢😢
@basantahira8645
@basantahira8645 7 ай бұрын
ভগবানে তোমাৰ মংগল কামনা কৰক
@barnalidutta8210
@barnalidutta8210 8 ай бұрын
ইমান দুখ লগা ছোৱালীজনীৰ জীৱনৰ কাহিনী, আকৌ তেওঁৰ জীৱনলৈ ঘূৰি অহাৰ চিন্তা নকৰিবা ।
@user-by4je1ey6k
@user-by4je1ey6k 8 ай бұрын
Agbahi jua majoni tumar bhal hobo
@sehenajbegum7911
@sehenajbegum7911 8 ай бұрын
Allah bless her ❤️
@user-ox7cg3rr5h
@user-ox7cg3rr5h 8 ай бұрын
You are a brave girl
@mridusmitabestbora4016
@mridusmitabestbora4016 8 ай бұрын
Best of luck sis aggbahi jua
@pratshiyumiko9027
@pratshiyumiko9027 5 ай бұрын
বা আপুনি সাহসী হওক ❤❤❤❤
@priyankagogoi4826
@priyankagogoi4826 3 ай бұрын
সত্য কথা কৈছে ।মোৰ লগত তেনেকোৱা হৈছিল
@shahubuwaripakghor1830
@shahubuwaripakghor1830 8 ай бұрын
Val lagil.
@nirupoomachoudhury2448
@nirupoomachoudhury2448 8 ай бұрын
Sam mur manuh jonor nisina .bohut bhugisu .
ОДИН ДЕНЬ ИЗ ДЕТСТВА❤️ #shorts
00:59
BATEK_OFFICIAL
Рет қаралды 9 МЛН
3M❤️ #thankyou #shorts
00:16
ウエスP -Mr Uekusa- Wes-P
Рет қаралды 13 МЛН
আত্মা। assamese true story.
10:50
ভৰ দুপৰীয়া
Рет қаралды 5 М.
WRONG NUMBER ৰ পৰা আৰম্ভ হৈ RIGHT NUMBER লৈ || Assamese Love Story In Kotha Studio
53:09
Русалка
1:00
История одного вокалиста
Рет қаралды 3 МЛН
МЛАДШАЯ СЕСТРА И МОРОЖЕНОЕ ИЗ АРБУЗА
0:41
ОЛЯ ПЕРЧИК
Рет қаралды 973 М.
ПОХОДУ ОН БУДЕТ СИДЕТЬ ДОМА ДО СТАРОСТИ
0:18
Гениальный План Хвостатых 😂
0:28
ДоброShorts
Рет қаралды 1,7 МЛН