No video

অহাৰ দৰেই Ohar Dorei-Original Radio Version- Mandira Sharma Lahiri

  Рет қаралды 173,577

সুৰৰ নিজৰা

সুৰৰ নিজৰা

Күн бұрын

Ohar Dorei
Singer: Mandira Sharma Lahiri
surar nijora
Assamese old songs with lyrics
আমাৰ চিনাকি মৰমৰ গীতখিনিক শুদ্ধৰূপত আগবঢ়াই দিয়াৰ এয়া এক প্ৰয়াস৷ প্ৰতিটো শব্দ একান্ত মনে শুনি যতসম্ভৱ শুদ্ধকৈ উপস্থাপন কৰাৰ যত্ন কৰিছো৷ তথাপি যদি কিবা ভুল থাকি যায় আঙুলিয়াই দিলে শুধৰণিৰ বাবে বিবেচনা কৰা হ’ব৷ ব্যৱহৃত ফটো আৰু গীতসমূহৰ কপিৰাইট যথাস্থানতে আছে, আমি সেয়া দাবী কৰা নাই৷ মাত্ৰ কিছুমান গীতৰ Pitch correction কৰা হৈছে৷ সেয়াও কাণেৰে শুনিহে কৰা হৈছে, গতিকে অতি সামান্য ইফাল সিফাল হ’ব পাৰে৷
#bitupanbarua

Пікірлер: 91
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
প্ৰখ্যাত গীতিকাৰ ছৈয়দ ছাদুল্লা দেৱৰ এটি কালজয়ী সৃষ্টি। সেই সৃষ্টিক লঘু শাস্ত্ৰীয় সংগীতৰ সম্ৰাজ্ঞী, দৰদী শিল্পী মন্দিৰা লাহিড়ী বাইদেউয়ে কন্ঠেৰে চিৰসেউজ ৰূপ দিছে। গীতটি ইমানেই জনপ্ৰিয় যে আজি কেইবা দশক জুৰি ইয়াৰ চৰ্চা চলিয়েই আছে।আজিৰ প্ৰজন্মৰ মাজতো ই একেই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ধন্যবাদ।
@rukumoni_das
@rukumoni_das 2 жыл бұрын
১৯৭৯ চনৰ পৰাই শুনি অহা এটি অতি প্ৰিয় সুমধুৰ হৃদয় পৰশা গীত,,,,,, চিৰ সেউজ
@BhabenDas-sq2kv
@BhabenDas-sq2kv 10 ай бұрын
ৰ ীা
@chandrashekharsharma5347
@chandrashekharsharma5347 Жыл бұрын
এক অতি সুন্দৰ পদক্ষেপ| গীতটোৱে তাহানিৰ আকাশবানী গুৱাহাটী কেন্দ্রৰ আমাৰ অতি পৰিচিত গীতিমালিকা অনুষ্ঠানটোলৈ মনত পেলাই দিলে| পুৱাৰ 8.30ৰ গীতিমালিকা অনুষ্ঠানটোত এই মনপৰশা গীতটো কিমান দিন যে শুনা নাছিলো!!
@deviranu1127
@deviranu1127 Жыл бұрын
শুনিলে শুনি থাকিবলৈ মন যায়
@Bornadhya
@Bornadhya Жыл бұрын
বৰ মনপৰশা কন্ঠ! বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে
@user-ig5ic7wy1s
@user-ig5ic7wy1s 10 күн бұрын
অতি সুন্দৰ গীত বহুত ভাল লাগিল গীত টি।
@birennath8618
@birennath8618 Жыл бұрын
গায়িকা গৰাকী বৰ্তমান ক'ত, জানিবৰ মন যায়। তাহানি ৰেডিঅৰ গীতিমালিকা অনুষ্ঠানত শুনা এনেকুৱা গীতবোৰ শুনি মনটো নষ্টালজিক হৈ পৰে। চৈয়দ চাদুল্লালৈ বিশেষ ধন্যবাদেৰে----.
@bitupan_barua
@bitupan_barua Жыл бұрын
তেখেত পশ্চিমবংগত থাকে৷ প্ৰখ্যাত সংগীতজ্ঞ চিন্ময় লাহিড়ীৰ বোৱাৰী
@krishnagogoi1657
@krishnagogoi1657 Жыл бұрын
​@@bitupan_barua তেখেত অসমলৈ আহে ছাগে?
@mubukugrappa9648
@mubukugrappa9648 10 ай бұрын
Yes; in July 2022, she gave a musical course at the Kumar Bhaskar hall, Uzan Bazar, Guwahati.
@jatinburagohain2021
@jatinburagohain2021 Жыл бұрын
গীত টি প্রথম ডিব্রুগড় আকাশবানী ত প্রচার হৈছিল । অন্যতম অসমীয়া TRAGIC SONG. I love it ...FOREVER.. THANKS MANDIRA MA'AM.
@udhabkumarnath6076
@udhabkumarnath6076 2 жыл бұрын
হিয়া শাত পৰা গান ।90 ৰ পৰা সুৰৰ নিজৰাৰ গান বোৰ শুনি বৰ ভাল পাওঁ ।
@utpalsaikia1442
@utpalsaikia1442 Жыл бұрын
মোৰ অতি প্ৰিয় গান। নিৰলে দৈনিক শুনো। গীতটি মোৰ জীৱন যাত্ৰাৰ প্ৰতিছবি অাছে-- - ।
@nirupomanirmolia2820
@nirupomanirmolia2820 Жыл бұрын
হৃদয় চুই যায় এই গীতটিয়ে।গীতৰ কথা সুৰ কি মে মিঠা।এই গীত বোৰ শুনিবলৈ সুবিধা কৰি দিয়াৰ বাবে আপোনালৈ বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ
@aruphazarika4717
@aruphazarika4717 Жыл бұрын
১৯৮৫/৮৬ চনৰ পৰা কিমানবাৰ যে এই গীত টি শুনিছো তাৰ কোনো হিচাপ নাই কিন্তু আজিও নতুন এই গীত টি । শুনি থাকিলেও হেঁপাহ নপলায় ।
@chandrakantabaruah3387
@chandrakantabaruah3387 Жыл бұрын
ধন্যবাদ বিতোপন বৰুৱালৈ, এই মহান প্ৰচেষ্টাৰ বাবে। ধন্যবাদ।
@NNG-SINGER
@NNG-SINGER 26 күн бұрын
বহুত ভাল পাওঁএই গীতটি ❤❤❤🙏🙏🙏🙏
@sarajudevi1616
@sarajudevi1616 Жыл бұрын
বহুতেই প্ৰিয় গান মোৰ।শুনি থাকিলেও হেপাহেই নপলায় ।আত্মহাৰা হৈ যাও। নিজক বিচাৰি পাওঁ গানটোৰ মাজত ।❤️🧡💚💛
@dipakkumarbardoloi3538
@dipakkumarbardoloi3538 Жыл бұрын
Its an immortal song. I was in class eighth std when I heard this song. It evokes the same feelings even now. Am a senior citizen now. Please keep it up 👌👌👌👏
@prasantagoswami1477
@prasantagoswami1477 11 ай бұрын
এবাৰ কমি যায় এবাৰ বাঢ়ি যাৱা সেই ৰেডিঅটোলৈ মনত পৰে,সেই দিনবোৰলৈ উভতি গৈ সেই হেৰাই যোৱা মানুহবোৰক আকৌ পাবলৈ মনযায়।
@prafullahazarika7337
@prafullahazarika7337 2 жыл бұрын
অতিশয় ভাল লগা গীত।
@munusunu6486
@munusunu6486 2 жыл бұрын
অন্যতম প্রিয়🥰
@monimoni7990
@monimoni7990 4 ай бұрын
গও
@Melodia6625
@Melodia6625 Жыл бұрын
খুব সুন্দৰ। যেতিয়াই শুনো, মন প্ৰফুল্লিত হৈ উঠে।
@TarunchNath-qp8hb
@TarunchNath-qp8hb 3 ай бұрын
What a melodious voice, always evergreen ❤😊
@DipaliBayan-bt8nx
@DipaliBayan-bt8nx 5 ай бұрын
মোৰ অতিকৈ প্ৰিয় গীত । সৰু ৰে পৰা শুনি অহা এই মন পৰশা গীতটোৱে অন্তৰত ইমান দ কৈ সাঁচ বহুৱাইছে যে নিতৌ এবাৰ হ'লেও গুণগুণাও । ধন্যবাদ বিতোপন বৰুৱা । আগলৈ এনেবোৰ মন পৰশা গীত শুনাৰ আশাৰে...
@mukulchandrabaruah3631
@mukulchandrabaruah3631 Жыл бұрын
Evergreen song❤️
@arunrabha4621
@arunrabha4621 25 күн бұрын
❤""""""সুন্দৰ"""" ❤ ❤""""""সুমধুৰ""""❤
@ruplekhadutta2307
@ruplekhadutta2307 Жыл бұрын
বহুত দিনৰ মুৰত।ভাল লাগিল।
@user-ig5ic7wy1s
@user-ig5ic7wy1s 3 ай бұрын
অতি পুৰণি সুন্দৰ গীত বৰ ভাল লাগে শুনি।কি সুন্দৰ কণ্ঠ কি সুৰ।
@subimalpathak7118
@subimalpathak7118 3 ай бұрын
কি অপুৰ্ব সুন্দৰ গীত। মৰাৰ পিছতো যেন শুনিবলৈ পাওঁ।
@sigufamafiz6013
@sigufamafiz6013 Ай бұрын
Good step.weneed such type of songs.
@rajdeepboruah5359
@rajdeepboruah5359 8 ай бұрын
সঁচাকৈ শুনি আমনি নলগা,ইমান সুন্দৰ কথা আৰু হুৰ।শুনি থাকিলেও হেপাহ নপলায়।
@rupjyotigohaintechnical
@rupjyotigohaintechnical Жыл бұрын
এটি প্রিয় গীত
@gaganchandrahazarika4605
@gaganchandrahazarika4605 2 ай бұрын
সুন্দৰ, সুমধুৰ গীত ! সুললিত পৰিৱেশন 👉👍
@barnilkalita208
@barnilkalita208 4 ай бұрын
অতি প্ৰিয় ❤
@dibyakakati8638
@dibyakakati8638 Ай бұрын
সুন্দৰ
@bondorobasomia8584
@bondorobasomia8584 Жыл бұрын
বৰ ভাল লাগে এই গীতটো
@MayurGogoipics
@MayurGogoipics Жыл бұрын
আপোনালোকে শুদ্ধ বানান ত গুৰুত্ব আৰোপ কৰাত ভাল লাগিল।। সংস্কৃতি অধ্যয়নৰ ক্ষেত্ৰত বৰ জৰুৰী দিশ ।আন্তৰিক ধন্যবাদ।
@jdeori02
@jdeori02 Жыл бұрын
One of my most favourite song which I like to listen again and again. Sometimes I feel myself in deft of my heart a soleful drop of tear oozed out.
@pankajnath656
@pankajnath656 5 ай бұрын
অতি সুন্দৰ গীত আৰু কণ্ঠ 🌹🙏🌹
@pradipkakati4774
@pradipkakati4774 Жыл бұрын
Mur bor priyo geet.
@user-nq1wp9rz4i
@user-nq1wp9rz4i Жыл бұрын
প্ৰিয় গীত ..
@kristimakashyap3489
@kristimakashyap3489 Ай бұрын
প্ৰিয় গীত
@animaneog
@animaneog Жыл бұрын
গীতটিয়ে জীবনৰ অতীতলৈ মনত পেলাই দি্য়ে
@utpalarya
@utpalarya Жыл бұрын
Kiman dinor pora je bisari asilu ei geet tu. Notun recording tut ei melody tu nai. Thank you very much.
@puspanjaligogoiboruah5992
@puspanjaligogoiboruah5992 Жыл бұрын
ইয়াতকৈ সুন্দৰ সুৰ আৰু কণ্ঠৰ গীত কি হব পাৰে
@krishnagogoi1657
@krishnagogoi1657 Жыл бұрын
বহুত বহুত ভাল লাগিল | বুজাই লিখিবলৈ ভাষাই বিছাৰি নাপাওঁ |
@hemensutradhar8172
@hemensutradhar8172 7 ай бұрын
অতি সুন্দৰ গীত ।
@Lakhya-sl6xd
@Lakhya-sl6xd 3 ай бұрын
এয়া গীত নহয়....... বুকুত বলি থকা ধুমুহা জাকৰ নাচোন 😢😢😢
@reetz13
@reetz13 Жыл бұрын
❣️❣️
@manjuhatibaruah2312
@manjuhatibaruah2312 4 ай бұрын
অতি প্ৰিয় বহুত প্ৰিয় গীত
@j.swargiari1323
@j.swargiari1323 2 жыл бұрын
গীতৰ মাজত যেন নিজক বিচাৰি পাওঁ ।
@latikadevi1835
@latikadevi1835 Жыл бұрын
অতি সুমধুৰ আৰু মোৰ প্ৰিয় গান ।
@paragdeka_ahatguri5344
@paragdeka_ahatguri5344 Жыл бұрын
Srodhar Surjya Kumar Raja dadar ai geet tu xosakoi xKolure otikoi prio geet
@snehalatabasumatary8957
@snehalatabasumatary8957 9 ай бұрын
Mor priyo git. Suni thakib mn jay
@kusumsarma4484
@kusumsarma4484 Жыл бұрын
... Supar love. ✋😄☝️💕👩‍👩‍👧‍👧🌹
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn 2 ай бұрын
100 bar xunileu aamóni nelage.
@sandhyaborsaikia1750
@sandhyaborsaikia1750 Жыл бұрын
Very nice song and nice singer
@peachaesthxtic23
@peachaesthxtic23 2 жыл бұрын
Please write the name of the singer for her respect.This beautiful song sang by MANDIRA LAHIRI.
@bitupan_barua
@bitupan_barua 2 жыл бұрын
Clearly mentioned at 11 Sec
@jinkumonibarua9846
@jinkumonibarua9846 Жыл бұрын
অন্যতম প্ৰিয় গীত এটি
@BhargabBarman07
@BhargabBarman07 Жыл бұрын
অতি শ্ৰুতিমধুৰ❤
@hiteshdeka5444
@hiteshdeka5444 17 күн бұрын
ইমান গভীৰ ৰোমান্টিক গীত
@dipaksaikia575
@dipaksaikia575 Жыл бұрын
Excellent
@kusumsarma4484
@kusumsarma4484 11 ай бұрын
Soothng song ❤❤❤❤❤
@PRANAB0650vlogs
@PRANAB0650vlogs Жыл бұрын
তাহানি গিতানজলী অনুচথানত শুনা মনত আছে
@kusumsarma4484
@kusumsarma4484 Жыл бұрын
Very. Good 😊👍🧡 song
@bhupendranarayansingha2501
@bhupendranarayansingha2501 5 ай бұрын
প্ৰতিক্ৰিয়া দিবলৈ ভাষা নাই. |
@jayantasarmah2809
@jayantasarmah2809 Жыл бұрын
My favourite song
@user-gn1wu3zp6v
@user-gn1wu3zp6v 29 күн бұрын
Mur স্কুলৰ দিনলৈ মনত পৰে
@chandramahatiboruah7589
@chandramahatiboruah7589 Жыл бұрын
অন্তৰ পৰশা গীত ।
@DipakGogoi-zd6ok
@DipakGogoi-zd6ok Жыл бұрын
Hodai jiyai thoka geet
@narbahadurdarjee5259
@narbahadurdarjee5259 Жыл бұрын
Amar Geet . Jiban juri thaka geet
@lokapriyahazarika8766
@lokapriyahazarika8766 Жыл бұрын
Nice
@user-gn1wu3zp6v
@user-gn1wu3zp6v 6 ай бұрын
খুনিলে khuni থাকিবৰ মঞ্জাই
@kusumsarma4484
@kusumsarma4484 Жыл бұрын
Very good 😊😘💕😊👍 🌹 dong
@pranabgogoi6283
@pranabgogoi6283 Жыл бұрын
Tekhetor aru geet asil. Radiot guwa baki geet bilak Koloi gol ? Jenae , ei khuli dilu monor khiriki , etyadi. Hei bilaku hunibor mon asil . Jodi parae please sesta koribosun !
@BhupenBaruah-kn4uc
@BhupenBaruah-kn4uc 4 ай бұрын
Katha aru surar apurba mishran man parasii gol
@user-ht9mj5sx5w
@user-ht9mj5sx5w 2 ай бұрын
😢😢😢😢😢😢😢😢😢😢😢😢😢
@user-tq3uw9ed9p
@user-tq3uw9ed9p 9 ай бұрын
🙏👉💃😢😢😢
@user-mx4nr7px3w
@user-mx4nr7px3w 4 ай бұрын
Khar tu Alkaliser. Urinal burning sensation holey medicine or dorey kam korey.
@pradiphazarika909
@pradiphazarika909 Жыл бұрын
গীত সমূহ আপলড কৰোতে গীতিকাৰ আৰু সুৰকাৰৰ নাম দিলে তেওঁলোককো সন্মান জনোৱা হব I
@bitupan_barua
@bitupan_barua Жыл бұрын
এঘাৰ ছেকেণ্ডত চাওক৷
@munindradutta7725
@munindradutta7725 2 жыл бұрын
Bedt
@jawaharlalmili6933
@jawaharlalmili6933 Жыл бұрын
মনপৰশি যোৱা গীতটি শুনি তাহানিৰ আকাশ বানী ডিব্ৰুগড় ৰেডিঅ কেন্দ্ৰৰ পৰা ৰাতিপুৱা ৮বজাত প্ৰচাৰিত আধুনিক গীতৰ অনুষ্ঠানটিলৈ মনত পৰিল ৷ চিৰসেউজীয়া গীতটি শুনি খুৱেই ভাল লাগিল ৷
@JunuChutia-xc5cp
@JunuChutia-xc5cp Жыл бұрын
মোৰ প্ৰিয় এটি গান ❤️❤️
@JabaBora-di6vc
@JabaBora-di6vc 3 ай бұрын
প্ৰিয় গীত
Assamese Radio songs ll অসমীয়া ৰেডিঅ গীত ।।
18:10
বৰ অসম (Bor Axom)
Рет қаралды 86 М.
যোৱাৰ পৰত সৰা শেৱালি _Jowar Porot _Jyotish Bhattacharya
4:52
拉了好大一坨#斗罗大陆#唐三小舞#小丑
00:11
超凡蜘蛛
Рет қаралды 13 МЛН
How I Did The SELF BENDING Spoon 😱🥄 #shorts
00:19
Wian
Рет қаралды 37 МЛН
OMG what happened??😳 filaretiki family✨ #social
01:00
Filaretiki
Рет қаралды 13 МЛН
Пройди игру и получи 5 чупа-чупсов (2024)
00:49
Екатерина Ковалева
Рет қаралды 4,2 МЛН
Ahar Dorei Ubhati Aatori ( অহাৰ দৰেই উভতি আঁতৰি গ'লা ) - by Gayatri Hazarika.
5:31
Assamese Old Songs অসমীয়া পুৰণি গীত
Рет қаралды 2 МЛН
Tarali Sarmah||Assamese Modern &classical song Swaboni meghor
6:53
ABHINAB PRODUCTION
Рет қаралды 130 М.
Ki Geet Gaale Xewali Phule.                      কি গীত গালে শেৱালি ফুলে
5:12
𝕊𝕒𝕟𝕥𝕒𝕟𝕦 𝔻𝕦𝕒𝕣𝕒'𝕤 𝕔𝕠𝕝𝕝𝕖𝕔𝕥𝕚𝕠𝕟
Рет қаралды 72 М.
17 June 2020
4:38
SUNDARAM TEZPUR
Рет қаралды 122 М.
Jyotish Bhattacharjee 10 Best Popular Songs (Vol:1) Digitally Remixed on his 82nd Birthday 13th Sept
44:30
In Memory Original Songs Jyotish Bhattacharjee
Рет қаралды 64 М.
拉了好大一坨#斗罗大陆#唐三小舞#小丑
00:11
超凡蜘蛛
Рет қаралды 13 МЛН