Ahar Dorei Ubhati Aatori ( অহাৰ দৰেই উভতি আঁতৰি গ'লা ) - by Gayatri Hazarika.

  Рет қаралды 1,972,057

Assamese Old Songs অসমীয়া পুৰণি গীত

Assamese Old Songs অসমীয়া পুৰণি গীত

5 жыл бұрын

Assamese song of Gayatri Hazarika / Lyrics by Surya Kumar Raja / Melody by Syd. Saddulla / Original song was sung by Mandira Sharma Lahiri : Link - • Ahar Dorei Ubhati Aato... / Lyrics of the song :
অহাৰ দৰে উভতি আঁতৰি গ'লা
বাটে বাটে ফুল সিচি থৈ,
ৰ'দৰ তাপত মৰহি শুকালেও
তোমাৰ কথাকে আছে কৈ ॥
ভৰ বাৰিষাৰ মেঘৰ দৰেই
আহিছিলা বুৰাও বুলি
বৰষি বৰষি মোৰ হৃদয়ত
তিয়ালা যে পথৰ ধূলি ।
নেজানো কিয়যে তুমি আঁতৰি গ'লা
বুকুভৰা অভিমান লৈ ॥
বাৰিষাৰে ঢল আকৌ শুকাল
মাথো পৰি ৰ'ল বালিচৰ
জীৱন ডিঙা মোৰ তাতে মেলিলোঁ
ব'ঠা তোমাৰ চেনেহৰ ।
আজি যে শুকাল প্ৰীতিৰ নদীখনি
লাগি আছোঁ মোহনাত গৈ ॥

Пікірлер: 562
@jogamayachutia2269
@jogamayachutia2269 2 жыл бұрын
প্ৰিয়জন যেতিয়া দুৰাৰোগ্য ৰোগত ভুগি শয্যাগত হৈ থাকিবলগীয়া হয় তেতিয়া এই গীতটো শুনি থাকিলে হিয়া থকাসৰকা হয় তথাপিও আজৰি সময়ত মই এই গীতটো শুনো
@Bikram70350
@Bikram70350 3 ай бұрын
😭😭😭😭
@aninditaborthakur1880
@aninditaborthakur1880 2 жыл бұрын
মোৰ ব্যক্তিগত অভিমত গায়ত্ৰী বাৰ গীতটো অৰিজিনেলটোতকৈও ভাল শুনিছোঁ। আপুনি বৰ বেছি ভাল গায় বাইদেউ ❤️❤️❤️
@ilimonimoonsaikia142
@ilimonimoonsaikia142 2 жыл бұрын
হয়।
@ashokdas8961
@ashokdas8961 2 жыл бұрын
শুনি শুনি ভাগৰ নলগা গান ,কি কম ,কিমান সুমধুৰ কণ্ঠ, এক চিৰসেউজ গীত.....
@ishandeka3652
@ishandeka3652 2 жыл бұрын
সচাই হিদয়ৰ কোনোবা এটা চুকত বৰকৈ আমনি কৰে।
@buleswarkachari7649
@buleswarkachari7649 2 ай бұрын
এই বোৰ গীত সঁচাকৈয়ে অসমৰ সংগীত জগতত চিৰসেউজ আৰু জীপাল কৰি ৰখাৰ দায়িত্ব লৈছিল চাগে। সেয়ে আজিৰ প্ৰতি জনৰ মুখে মুখে,,,,,,।
@mridulsharma6739
@mridulsharma6739 Жыл бұрын
গীতটি বহু বছৰৰ আগতে আকাশবাণী ডিব্ৰুগড় যোগে মন্দিৰা শৰ্মা লাহিৰীৰ কণ্ঠত বাজিছিলা।মনজুৰুৱা গীত।গায়ত্ৰীয়ে আবেগ ঢালি গাইছে।
@pradiphandique2961
@pradiphandique2961 11 ай бұрын
দেহা- মন জুৰ পৰি যায়।কিমান যে সুন্দৰ উপস্থাপন।
@dilipphangsho47
@dilipphangsho47 5 ай бұрын
শ্ৰদ্ধাৰে মূৰ দোৱাইছো এই চিৰসেউজ গীতটি সৃষ্টিকৰ্তা সমূহ শিল্পীসকললৈ 🙏🙏🙏🙏🙏🙏
@pinkikalita4706
@pinkikalita4706 2 жыл бұрын
মোৰ ঘৰৰ ওচৰ ৰ সূৰ্য কুমাৰ ৰাজা দেৱ লৈ বহুত বহুত ধন্যবাদ, ইমান ধুনীয়া অৰ্থ ৰ এটি গীত তেওঁ অসম বাসী লৈ আগবঢ়াই দিলে
@pranabtalukdar6456
@pranabtalukdar6456 11 ай бұрын
জীৱনৰ বাটত লগ পোৱা মনৰ মানুহ বোৰৰ কথা সোঁৱৰাই দিব যোৱা এই গীতটি শুনিলেও আমনি নালাগে।
@dr.iftikaraliahmed9496
@dr.iftikaraliahmed9496 7 ай бұрын
হৃদয় চুই গ'ল। শব্দ নাই প্ৰকাশ কৰিবলৈ। কথা,সুৰ,কণ্ঠ মিউজিক সকলো অতুলনীয়।
@tapanbaishya5771
@tapanbaishya5771 Жыл бұрын
হৃদয় চুই যোৱা গান । ইমান ধুনীয়া পৰিবেশন । মন জুৰাই গৈছে । এয়াই আছল সঙ্গীত যত আছে মধুৰতা । বহুত ভাল লাগিছে, কোৱাৰ ভাষা নাই । বাইদেউ আপুনি আৰু বহুত আগবাঢ়ি য়াওঁক আমাৰ শুবকামনা আপোনাৰ লগত আছে ।
@dipendeka9140
@dipendeka9140 2 жыл бұрын
এনে গীত বোৰেই চিৰযুগমীয়া আৰু সকলো স্তৰ স্পৰ্শী
@polymahanta1562
@polymahanta1562 2 жыл бұрын
আপোনাৰ কণ্ঠত যাদূ আছে প্ৰতিটো গীতয়েই খুব ভাল লাগে
@bipulkalita8631
@bipulkalita8631 2 жыл бұрын
এই গীতটো মই সদায় শুনো। ইমান সুন্দৰ গীত! Evergreen
@kartick1957
@kartick1957 2 жыл бұрын
কণ্ঠ অতি সুন্দৰ। গীতটি শুনি আপ্লুত হলো।
@user-dp8vh7yq1p
@user-dp8vh7yq1p 2 ай бұрын
ইমান ধুনীয়া লাগিছে, শুনিলে শুনি থাকিম যেন লাগে
@parthachetia1525
@parthachetia1525 2 жыл бұрын
হৃদয় চুই যোৱা গান। সঁচাকৈ মন হাত পৰি গল।
@mridulbharali7284
@mridulbharali7284 2 жыл бұрын
মন্দিৰা বাইদেউৰ পিছত আপোনাৰ কণ্ঠতহে গীতটোৱে প্ৰাণ পাই উঠিছে।
@bijudas2596
@bijudas2596 2 жыл бұрын
অতি সুন্দৰ গীত, শুনি থাকিলেও আমনি নেলেগে , বহুত ভাল‌ লাগিছে গীতটো শুনি
@munborgohain7644
@munborgohain7644 2 жыл бұрын
এটা শুনি আমনি নলগা গীত । কিমান শুনিছোঁ যে,
@jitennath9196
@jitennath9196 2 жыл бұрын
হৃদয় চুই যোৱা কন্ঠ , অসাধাৰণ ।
@abhishekdas1339
@abhishekdas1339 2 жыл бұрын
Xsai kantha o sur hiya sui jai
@mridulkonwar7567
@mridulkonwar7567 2 жыл бұрын
মন পৰশা গীত । গায়ত্ৰীক এবাৰ লগ পোৱাৰ সৌভাগ্য হওক ❤️
@stargaming5507
@stargaming5507 2 жыл бұрын
বহুত ভাল লাগে
@pramilakhakhlary9882
@pramilakhakhlary9882 2 жыл бұрын
My favourite singer and song
@mainuddinahmed9371
@mainuddinahmed9371 2 жыл бұрын
Thanks
@98647mahanta
@98647mahanta 2 жыл бұрын
গীতটো বৰ সুন্দৰকৈ গাইছে। কোনো খিনিতেই বিশেষ খুঁত বিচাৰি নাপালোঁ। সুন্দৰ কণ্ঠ, সুন্দৰ feel...... God bless👌🙏
@mayuribaruah571
@mayuribaruah571 3 жыл бұрын
হৃদয় পৰশা গানটো আপোনাৰ কণ্ঠত আৰু যেন সজীৱ হৈ উঠিছে ৷
@minakshigogoi9054
@minakshigogoi9054 2 жыл бұрын
ইমান সুন্দৰ৷৷কি বুলিযে ক’মমম৷৷৷
@aruphazarika4717
@aruphazarika4717 3 жыл бұрын
১৯৮৪ চনৰ পৰা এই গীত টো শুনিছো বিভিন্ন গৰাকী গায়িকাৰ কন্ঠেৰে এই গীতটি নিগৰিছে , মই নিজেও এগৰাকীৰ লগত সঙ্গত কৰিছিলো এসময়ত । প্ৰত্যেকেই ইমান মন - প্ৰাণ ঢালি গায় কাৰনেই নেকি ! এই গীত টো আজিও নতুন । আপোনালৈ বহুত বহুত ধন্যবাদ।
@snehatmikavlog.253
@snehatmikavlog.253 2 жыл бұрын
অন্তৰ চুই যোৱা গীত শুনি শুনি থাকিলেও আমনি নলগা গীত।
@kishorkumardeka490
@kishorkumardeka490 4 ай бұрын
কি সুন্দৰ পৰিৱেশন
@chayanikabharali5157
@chayanikabharali5157 3 жыл бұрын
বৰ সুন্দৰ গীত ,শুনি থাকিলেও আমনি নালাগে ।
@bharatibaruah923
@bharatibaruah923 2 жыл бұрын
Uuuiiuuuiiiii
@bharatibaruah923
@bharatibaruah923 2 жыл бұрын
Iui um uuuiutiuuiuiii iui uuuuuuuuuiuuuuiuu
@bharatibaruah923
@bharatibaruah923 2 жыл бұрын
Uu
@bharatibaruah923
@bharatibaruah923 2 жыл бұрын
Uuyuuuuuuuuuuuuuu
@bharatibaruah923
@bharatibaruah923 2 жыл бұрын
Uiuuuuuuuuuuuuiuuuiuuuuuuiui
@durlavsonowal2600
@durlavsonowal2600 2 жыл бұрын
মন পৰশা অন্তৰ আত্মাক চুই যোৱা গীত । মই শুনি ভাল পোৱা এটি শ্ৰেষ্ঠ গীত ।
@digantakalita7414
@digantakalita7414 5 ай бұрын
একদম হৃদয়ত লগা কণ্ঠ |অতি ধুনীয়া হৈছে |
@nilsaikia9653
@nilsaikia9653 3 жыл бұрын
মোৰ প্ৰিয় শিল্পী গাযত্ৰী বহুত ভাল পাওঁ তোমাক মোৰ অতি ভাল গান তোমাৰ কন্ঠত হৃদয় চুই গৈছে গা শিয়ৰি গৈছে 25 বাৰ শুনিলোঁ এবাৰত
@balinkonwar585
@balinkonwar585 2 жыл бұрын
এই গীতটিয়ে মোৰ অন্তৰ আত্মা চুই যায় তাতে আপোনাৰ কি যাদুকৰী কন্ঠ ৷ গীতটোৰ কথাংশৰ তুলনাবিহীন ৷ great great song
@rameshchetia3644
@rameshchetia3644 2 жыл бұрын
My
@seemakumarithakur1438
@seemakumarithakur1438 Жыл бұрын
Happy Anniversary ❤️❤️ to both of you 🎂 stay happy always and enjoy your day with happiness in the years to come in your life stay happy with lots of happiness together in your life stay safe with lots of happiness, laughter and love together in your life stay safe with love congratulations and happy marriage anniversary both of you 🎂 and congratulations for your 💐
@user-qe1wc1zc6p
@user-qe1wc1zc6p 2 жыл бұрын
গীতিমালিকা যেন আকৌ উভতি আহিছে,মন মোৰ উৰা মাৰে সোণালী শৈশৱলৈ।অশেষ ধন্যবাদ থাকিল
@jayantasaikia5747
@jayantasaikia5747 Жыл бұрын
এনেকুৱা গীত বোৰ শুনিলে বুকোখ শিতল পৰী যাই ইমান মনোমোহা গীত যে সচাঁ কৈয় 👍🏻👍🏻
@nanghunpha
@nanghunpha 3 жыл бұрын
বহুত সুন্দৰ শুৱলা কণ্ঠ ।মোৰ ভাল লগা এইটো সংগীত । তেওঁলৈ অনেক ধন্যবাদ জনালো ।
@sarajudevi3456
@sarajudevi3456 3 жыл бұрын
বহুত ভাল লাগে এই গানটো। নিজৰ লগতেই যেন মিলি গৈছে। সুৰীয়া কণ্ঠ
@WardenPrity
@WardenPrity 3 күн бұрын
এই গীতটোৱে এনে কাৰোবাক মনত সোঁৱৰাই থাকে যিজনক পাইও নাপালো অথবা পাই হেৰুৱালো। বাস্তব জীৱনৰ অনুভৱক গীতৰ আকাৰে প্ৰকাশ কৰা জনলৈ শতকৌটি প্ৰণাম।❤
@tridipborah1124
@tridipborah1124 2 жыл бұрын
Xundor geet xundor poribeson xuni xanti palu
@kishanubhuyan9826
@kishanubhuyan9826 2 жыл бұрын
, অতি সুন্দৰ, গীতটো‌ দুবছৰ পুৰণি যদিও গীতটো শুনিলে শুনি থাকিবৰ মন যায় । বাদ্য যন্ত্ৰ সংগত কৰা সকলোলৈ বহুত বহুত ধন্যবাদ থাকিল ।
@debatis1444
@debatis1444 4 жыл бұрын
Kije jadu ase .. apunar eman hundor kontho.... hunile huni thakiboi mon jay God bless you 🙏🙏🙏
@manuranjanbaruah4532
@manuranjanbaruah4532 Жыл бұрын
গানটো শুনিলেই দেউতালৈ খওব মনত পৰে 😭😭😭
@pradipbarua8375
@pradipbarua8375 2 жыл бұрын
বৰ সূন্দৰ কণ্ঠৰ মোৰ অতি প্ৰিয় গীত। শুনি থাকিলেও আমনি নেলাগে।🧡🧡🧡🙏
@jagadishchetia1294
@jagadishchetia1294 Жыл бұрын
আমনি নলগা এটি সুন্দৰ তথা হৃদয় স্পৰ্শ কৰি যোৱা গীত ।
@himadrisarmah3120
@himadrisarmah3120 2 жыл бұрын
হৃয়স্পৰ্শী । অনুভৱ কৰিব পাৰি। সকলো কথা ই কৈ যায় ।
@pragyasaikia5261
@pragyasaikia5261 Жыл бұрын
💖💖💖 অতিকৈ প্ৰিয় গীত । বহুত বাৰ শুনিছোঁ বা... অনন্য অপূৰ্ব। অনন্য সৃষ্টি এয়া। গভীৰ অভিনন্দন।।
@pranabbhuyan1100
@pranabbhuyan1100 Ай бұрын
অনাতাঁৰ যন্ত্ৰ শিল্পী হিচাবে এই গীতটো মোৰ প্ৰথম ৰেকৰ্ডিং। চল্লিশ বছৰ মান হ'ল বোধহয় ! কিমান যে কথা , জীৱনৰ বিয়লি বেলা চকু সেমেকি যায়। 😢
@bubulbaruah4926
@bubulbaruah4926 3 жыл бұрын
বহুত ভাল লাগিল।এটি মিঠা কন্ঠ শুনালে। বহুত সুন্দৰ। ধন্যবাদ।🙏💐🌹
@jharonachetia2767
@jharonachetia2767 Жыл бұрын
গীতটি বৰ সুৱদী সুৰীয়া , কথাও হৃদয়স্পৰ্শা ! শুনি থাকিও মন নভৰে যেন । অনাতাঁৰ কেন্দ্ৰ যোগে শুনিছিলো ।
@santanadeka9123
@santanadeka9123 3 жыл бұрын
হাইস্কুলত পঢ়ি থকা দিনতে শুনা গানটো আজি ৩৫ বছৰৰ পাছত গায়ত্ৰিৰ কণ্ঠত শুনি মন টো ভাল লাগি গ'ল । ধণ্যবাদ গা্য়ত্ৰি ।
@bhabeshkumardas7703
@bhabeshkumardas7703 2 жыл бұрын
Bahut dhunia gaaise .koboloi bhasa nai. Thank you so much Gayatri ba
@bipuldas5827
@bipuldas5827 2 жыл бұрын
ভাষা নাই, কেৱল শুনি থাকিবৰ মন যায়
@babulborah5253
@babulborah5253 Жыл бұрын
ইমান সুন্দৰ কৈ গীতটি পৰিবেশন কৰিছে , সচাকৈয়ে শুনি বৰ সন্তোষ পাওঁ মই ।
@kuleswarsonowal2640
@kuleswarsonowal2640 2 жыл бұрын
সুন্দৰ গীত সদায় চিৰদিনীয়া হৈ ৰব
@mirakakoti7636
@mirakakoti7636 Ай бұрын
এই গীতটি মোৰ বহুত ভাল লাগে
@iqbalsaikia3003
@iqbalsaikia3003 3 жыл бұрын
The best evergreen weekend song for every Assamese cultural minded people. Hats off to the melody queen.
@uttamkumarroy2583
@uttamkumarroy2583 Жыл бұрын
অতিশয় সুন্দৰ কন্ঠ, অতিশয় সুন্দৰ গীত। এনে এটি চিৰসেউজ সৃষ্টিৰ বাবে গীতিকাৰ সূৰ্য্য কুমাৰ ৰাজা আৰু সুৰকাৰ চৈয়দ ছাদুল্লা দেৱলৈ মোৰ শত সহস্ৰ প্ৰণাম জনাইছোঁ।
@JitenMedhi-pq2dt
@JitenMedhi-pq2dt 2 ай бұрын
মোৰ জীৱনৰ বহুত কথাই কৈ গল এই গীতটোৱে । আবেগিক হৈ পৰো
@nayanmonidowarah9385
@nayanmonidowarah9385 3 жыл бұрын
Very nice song my like singer miss Gayatri hazarika your long life god bless you good assamese beautiful singer.
@prasantagoswami1477
@prasantagoswami1477 3 жыл бұрын
মন্দিৰা লাহিৰী ৰ কণ্ঠত ৰেডিঅত শুনাৰ দৰেই হু বহু ।মন্দিৰা বাইদেউৰ আশীৰ্বাদ আছে কাৰণেই এনে হোৱাটো সম্ভব হৈছে।এই গানটো মই ১৯ ৮১ চনত ৰেডিঅৰ পৰা recording কৰি থোৱা casset আজিও আছে ।তেতিয়াৰ দিনত ইৎচ্ছা হ'লেই গান শুনিবলৈ পোৱা নগৈছিল ।সেয়ে এই গীতবোৰ বৰ মৰমৰ। ধন্যবাদৰ পাত্ৰী গায়ত্ৰী ।
@prasantadey9572
@prasantadey9572 2 жыл бұрын
Nice voice and composition.
@madhurjyaborah2946
@madhurjyaborah2946 2 жыл бұрын
Moi nostalogic..ULFA aru ARMyr voyankor dinburloi mont porise
@rahulpatowary1242
@rahulpatowary1242 2 жыл бұрын
মোৰ অতিকৈ প্ৰিয় গীত....বৰ ধুনীয়াকৈ গাইছে বাইদেউ আপুনি....
@kunjalatamedhi762
@kunjalatamedhi762 2 жыл бұрын
সঁচাকৈয়ে অতুলনীয় কন্ঠ।
@baikunthasarmah1647
@baikunthasarmah1647 2 жыл бұрын
So sweet voice... Really heart touching..You are the best amongst all sung by ...
@Cherry-gogoi555
@Cherry-gogoi555 3 жыл бұрын
❤❤বহুত ভাল পাঁও গীতটো❤❤
@nikitassingingworld2661
@nikitassingingworld2661 3 жыл бұрын
Moi o 🥰
@azizurrahmansaikia3821
@azizurrahmansaikia3821 Жыл бұрын
ইমান হৃদয়স্পৰ্শী। কি কথা, কি সুৰ, কি গায়কী-সকলো অপূৰ্ব।
@963canushkahazarika8
@963canushkahazarika8 4 ай бұрын
এই গীত টি মই সদায় ৰাতি শুনো বহুত ভাল লাগে আপোনাৰ কণ্ঠত ।❤❤
@nalinikantaboro763
@nalinikantaboro763 3 жыл бұрын
অতুলনীয় কন্ঠ ও অনুভৱ৷
@cenirambora2377
@cenirambora2377 8 ай бұрын
ৱাহ, কি সুন্দৰ ,কি যে মনপৰশা গীত।
@diliproy8071
@diliproy8071 2 жыл бұрын
অসমৰ সম্পদ এয়া।
@aparnasharma624
@aparnasharma624 2 жыл бұрын
যিমান বাৰেই শুনি থাকোঁ হেপাহ নপলায় ।
@RajuGupta-zn9ol
@RajuGupta-zn9ol 2 жыл бұрын
Mitha Mitha Hur pahoribo Nuara, Miji Engleng.karbi Anglong .Bokolia.
@l.p.production3223
@l.p.production3223 3 жыл бұрын
তোমাৰ সুৱদি কন্ঠ আৰু সুৰীয়া গায়কী গীতৰ অলংকাৰ গায়ত্ৰী। তুমি প্ৰাণ দিয়া প্ৰতিটো গীতত তোমাৰ অনন্য সুৰীয়া কণ্ঠৰ সুমধুৰ পৰিবেশনেৰে। সদায়ে মুগ্ধ হওঁ শুনি। এনেদৰেই জিলিকি থাকা আমাৰ সংগীত জগতত তুমি। শুভকামনা সদায়ে আছে তোমাৰ বাবে...থাকিব সকলোৰে। উজ্বলি থাকা...💐💐💐💐
@sidakumar327
@sidakumar327 Жыл бұрын
A
@manojdaimari1192
@manojdaimari1192 Жыл бұрын
hoi oh
@Bbbnnnmmmiuyt
@Bbbnnnmmmiuyt Жыл бұрын
O
@robinchandrakalita6271
@robinchandrakalita6271 12 күн бұрын
বাহ ,কবিয়ে অপূৰ্ব কণ্ঠ,শুনি থাকিব ৰে মন যায়।
@dimbeswarrajbongshi9791
@dimbeswarrajbongshi9791 Жыл бұрын
বাৰে বাৰে শুনিলেও আমনি নালাগে এনেকুৱা গীত l আপোনাৰ কন্ঠ সঁচাই অপূৰ্ব l
@dipalichutia9948
@dipalichutia9948 2 жыл бұрын
যেতিয়া মন বেয়া লাগে এই গীতটি হেপাঁহ পলোয়া ই শুনি।
@Bike_loverr_girll
@Bike_loverr_girll 3 ай бұрын
শুনিলে শুনি থাকিব মন যোৱা গীত
@bholebaba7039
@bholebaba7039 2 жыл бұрын
Enekua hundor gaise khubei vl lagi gol. Orgnl gantu xunio imn mojja nlge gitu tumi gaisa
@prachurjyadipgogoi4520
@prachurjyadipgogoi4520 Жыл бұрын
চিৰযুগমীয়া গীত শুনিলে শুনি থাকিব মন যায়
@ashimaphukon6547
@ashimaphukon6547 Жыл бұрын
ইমান শুনিছো, যেন প্ৰথমবাৰহে শুনিছো।❤
@parameswardas-sk2uq
@parameswardas-sk2uq 9 ай бұрын
শুনি শুনি যেন হেপাহ নপলাই এই গীতটি। গীতটিৰ কলি বোৰ ইমান ধুনীয়া লিখিছে কি বুলি যে কম আৰু। ইমান ধুনীয়া গীত এটি উপহাৰ দিয়াৰ বাবে তেওঁলৈ মই শ্ৰদ্ধাৰে সেৱা জনাইছো 🙏❤️
@putalsarmah6725
@putalsarmah6725 3 жыл бұрын
বৰ সুন্দৰ সুৰ , দিনটো শুনি থাকিও আমনি নালাগে, তাতে এইটো মোৰ বৰ ভাল লগা গীত বিলাকৰ ভিতৰৰ অন্যতম
@hemlatasaikia1811
@hemlatasaikia1811 8 ай бұрын
ইমান সুন্দৰ কণ্ঠ শুনি থাকিলেও আমনি নালাগে
@lalithazarika2679
@lalithazarika2679 13 күн бұрын
Evergreen song of Assam Very nice singing by Gayatri Hazarika
@hemantarajkonwar146
@hemantarajkonwar146 3 жыл бұрын
Music starting is like God. LOVE💗💗💗
@KaushikvlogsTamulpur
@KaushikvlogsTamulpur 2 жыл бұрын
এনেকুৱা গান শুনি ভাল লাগে ।শুনি থাকিব মন যায় ।
@Nibirborah175
@Nibirborah175 2 жыл бұрын
Akerahe 7 bar xunilu kio njanu 🥰❣️🔥
@binabora5025
@binabora5025 2 жыл бұрын
Oti xundor kontha geet xuni bor val lagil 👍❤️
@KMECHKK
@KMECHKK 2 жыл бұрын
Mind-blowing, Evergreen, Super Song 🙏❤️
@munusunu6486
@munusunu6486 3 жыл бұрын
বাৰে বাৰে শুনিছোঁ।আমনি লগা নাই😘😘😘😘
@dulubordoloi5697
@dulubordoloi5697 3 жыл бұрын
Nai
@dulubordoloi5697
@dulubordoloi5697 3 жыл бұрын
My heart and soul love song
@sinkusarmah72
@sinkusarmah72 2 жыл бұрын
Xundor lagise ❤️
@sarangabaruah4667
@sarangabaruah4667 Жыл бұрын
বৰ সুন্দৰ গীত সঁচাকৈ l শুনিলে শুনি থাকিব মন যায় । গায়িকা গৰাকীৰ কণ্ঠ অপূৰ্ব । বাদ্য যন্ত্ৰৰ পৰিবেশন অতি সুন্দৰ ।
@aloksarmah3473
@aloksarmah3473 3 жыл бұрын
এই গীতটো অতি সুন্দৰ হৈছে !
@navakumarkumbang4263
@navakumarkumbang4263 Жыл бұрын
উস! কি সুন্দৰ কণ্ঠ❤️ মন জুৰ পৰি যায়।
@dulubordoloi5697
@dulubordoloi5697 3 жыл бұрын
Nice song you are really great singer
@prativadas3318
@prativadas3318 2 жыл бұрын
পুৰনী‌ গীত‌ শূনি থাকিলে মনবোৰ বৰ ভাল লাগে
@user-xz7xw4dr5m
@user-xz7xw4dr5m 11 ай бұрын
pl
@manojswargiary1403
@manojswargiary1403 2 жыл бұрын
অতি সুন্দৰ গীত। শুনি থাকিলেও অামনি নেলাগে। আজি কালি তেনে গীত শুনিবলৈ পোৱা নাযায়। অকল বিহু বিহু। সকলো সময়তে বিহু গীত শুনিবলৈ মন নাযায়।
@durlavnath7153
@durlavnath7153 2 жыл бұрын
Dhuniya haise baideu bahut dhuniya
@bornarayanpur7133
@bornarayanpur7133 Жыл бұрын
bhut dhunia moi bhut huni thku gantu ..gantur katha aru xur bhut dhunia .lgate konth hasai halag loba logia
@user-hk3fi9hs1u
@user-hk3fi9hs1u 5 ай бұрын
গায়ত্ৰী বা গীতটো শুনি বহুত ভাল লাগিল
@rajpratimnath4170
@rajpratimnath4170 2 жыл бұрын
👋👋👋👋👋👌👌👌
@bhaskardeka8618
@bhaskardeka8618 3 жыл бұрын
Assamese female singer r bhitorot apuni a queen baa. Eman dhuniya kontho aponar.
@BMihirRanjanSarma
@BMihirRanjanSarma 10 ай бұрын
Bor dhunia gan. Bhal lagise ,,,,,,,,,,,,,B.devi.
@MukheswariPronob
@MukheswariPronob Жыл бұрын
This is my fabyrate song so beautiful
@biplobibhorali510
@biplobibhorali510 2 жыл бұрын
akashbani dibrughar gitanjalee anusthanar ati akarsaniya sundar geet. Suni thakile amoni nalage
@sagarbhumiz3906
@sagarbhumiz3906 2 ай бұрын
Hriday sui jua geet. Eman nice koi gaaise. God bless you Gaitri baideu.may you live long
@parulchoudhury5557
@parulchoudhury5557 2 жыл бұрын
সচাকে অতি সুন্দৰ
@manjumedhi7989
@manjumedhi7989 Ай бұрын
My favourite song
Xora Pate Pate | Popular Assamese song | Gayatri Hazarika | Lyrical Video
5:00
অহাৰ দৰেই Ohar Dorei-Original Radio Version- Mandira Sharma Lahiri
4:52
সুৰৰ নিজৰা
Рет қаралды 159 М.
ОСКАР vs БАДАБУМЧИК БОЙ!  УВЕЗЛИ на СКОРОЙ!
13:45
Бадабумчик
Рет қаралды 5 МЛН
Who has won ?? 😀 #shortvideo #lizzyisaeva
00:24
Lizzy Isaeva
Рет қаралды 62 МЛН
Bokul Phoolor Dore (বকুল ফুলৰ দৰে) - by Anindita Pal
4:21
Assamese Old Songs অসমীয়া পুৰণি গীত
Рет қаралды 138 М.
Sarodi Kumal
4:22
Munmi Bora - Topic
Рет қаралды 858 М.
O Senai, Nixa Naahe Toponi ( অ' চেনাই, নিশা নাহে টোপনি) - by Santa Uzir.
6:13
Assamese Old Songs অসমীয়া পুৰণি গীত
Рет қаралды 3,5 МЛН
Haliki Puwar by Mahalaxmi
5:02
I K
Рет қаралды 2,7 МЛН
ОСКАР vs БАДАБУМЧИК БОЙ!  УВЕЗЛИ на СКОРОЙ!
13:45
Бадабумчик
Рет қаралды 5 МЛН