Рет қаралды 5,687
জয় জয়তে সমূহ অসমবাসী ৰাইজক ৰাসোৎসৱৰ শুভেচ্ছা জনালো । সুকণ্ঠী গায়িকা প্ৰয়াত তেজস্বিতা বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰত্যুষ পল্লৱী শইকীয়াই কণ্ঠদান কৰা "এই বাটেদি যায় ৰাধা" লোকগীতটি উৎসৰ্গা কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো । সকলোৱে আদৰি ল'য় যেন আৰু আৰ্শীবাদ কৰে...।
কণ্ঠঃ প্ৰত্যুষ পল্লৱী শইকীয়া
সংগীত ব্যৱস্থাপনাঃ অনুৰাগ মেধি,বসন্ত শইকীয়া
শব্দ সংমিশ্ৰণঃঅনুৰাগ মেধি
শব্দ গ্ৰহণঃ তপন ৰাজখোৱা
বাণীবন্ধন কক্ষঃ তৰংগ ষ্টুডিঅ' ,মাজুলী
তাবলাঃ পংকজ কলিতা
বাঁহীঃ এল বাল্মিকী
লিৰিকেল ভি.ডি.অ' : অম্লানজ্যোতি ওজা
সামগ্ৰিক পৰিচালনাঃ মনোজ বৰা
📞তৰংগ ষ্টুডিঅ',মাজুলী
(8471802593)
বিশেষ কৃতজ্ঞতা: বিতোপন দলে, প্ৰনৱ জ্যোতি কাশ্যপ বৰা, অনুৰাগ পল্লৱ শইকীয়া,ক্ষীৰোদ বৰা,ৰাজু ৰাজখোৱা,তিলক ৰাজখোৱা,টীম মাজুলীৰ সমূহ সদস্য, দেওদিয়া আটি উচ্চ বুনিয়াদী বিদ্যালয়ৰ সমূহ শিক্ষক বৃন্দ, জ্ঞানজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ সমূহ শিক্ষক বৃন্দ, Noise Work Station সূৰুজ বৰা, দেবাংগ ৰাজ মেধি, আকাশ অনুকূল মেধি , প্ৰনৱজ্যোতি শইকীয়া, ,পংকজ বৰা (পাপু দা) দিপুমণি শইকীয়া, গীতাশ্ৰী ৰাজখোৱা, মাইনী শইকীয়া।
কথাংশঃ
এই বাটেদি ,
যায় যায় যায় ৰাধা,
যমুনালে যায় ৰাধা
যমুনালে যায়
এই বাটেদি
যায় যায় যায় ৰাধা
যমুনালে যায় ৰাধা
যমুনালে যায়
যমুনাৰ আশে পাশে
বন উপবন আছে
বন উপবন আছে
ময়ূৰ ময়ূৰে ঘূৰি
চাই চাই চাই ৰাধা
যমুনালে যায় ৰাধা
যমুনালে যায়
দেখা দিয়া
দেখা দিয়া
দেখা দিয়া
দেখা দিয়া প্ৰাণ হৰি
মাতিছো মিনতি কৰি
মাতিছো মিনতি কৰি
চৰণ তলে দিয়া
ঠাই ঠাই ঠাই ৰাধা
যমুনালে যায় ৰাধা
যমুনালে যায়
এই বাটেদি
যায় যায় যায় ৰাধা
যমুনালে যায় ৰাধা
যমুনালে যায়
যমুনালে যায় ৰাধা
যমুনালে যায়
যমুনালে যায় ৰাধা
যমুনালে যায়
যমুনালে যায় ৰাধা
যমুনালে যায় .....
#rash
#majulirash
#rashfastival
#majulirakh
#Jamunale_Jai_Radha
#যমুনালে_যায়_ৰাধা
#ৰাসৰগীত
#এই_বাটেদি_যায়_ৰাধা
#Ai_Batedi_Jai_radha