কি সুন্দৰ কন্ঠ নিগৰাইছে

  Рет қаралды 1,334,627

Subhash nath entertainment

Subhash nath entertainment

Күн бұрын

Пікірлер: 608
@chanadra
@chanadra 2 жыл бұрын
Thank you Bandita, Juthika & Mr Kailash Rava. Excellent. Mind-blowing. Thanks
@taranikantachoudhury4514
@taranikantachoudhury4514 3 жыл бұрын
সচাকৈ বৰ সুন্দৰ কন্ঠ,গাযীকাক ধন্যবাদ জ্ঞাপন কৰিছো
@dilipkumarnath2976
@dilipkumarnath2976 2 жыл бұрын
ধুনীয়া কন্ঠ। গীত শুনি ভাল লাগিছে। ধন্যবাদ থাকিল।
@zebiarkoriya8718
@zebiarkoriya8718 10 ай бұрын
❤❤
@guptasarmah8949
@guptasarmah8949 3 жыл бұрын
ইমান এটা সুন্দৰ গীত পৰিৱেশন কৰি মন প্ৰাণ জুৰ পেলোৱাৰ বাবে তিনিও গৰাকী শিল্পী লৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আৰ্শীষ যাচিছো । ভৱিষ্যতে আৰু সুন্দৰ গীত শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰ'লো।
@champakachari6678
@champakachari6678 Жыл бұрын
Life utjal hak
@lambodarnath9019
@lambodarnath9019 2 жыл бұрын
ধন্যবাদ,অতি সুন্দৰ কণ্ঠ আৰু সকলোৰে ভাল প্ৰদৰ্শন।শুনি থাকি হেপাহ নপলাই। এই সকলক ভগৱানে কৃপা কৰক।
@jibannath928
@jibannath928 3 жыл бұрын
মন প্ৰাণ শাঁত পৰি যায় ৷ ইমান আকুলতা
@rupkantapathori2852
@rupkantapathori2852 3 жыл бұрын
All three are expert musicians they should be awarded .
@kamlanath9976
@kamlanath9976 3 жыл бұрын
Shundar ati shundar. Adhik aaguyai jabar babe lswarar osarat pathana janalu.
@animadas6099
@animadas6099 2 жыл бұрын
Sasakoi bhut val lagilse .aagloi agbarhi jaok tarei kamna krilo.👌👌👌
@keshabchborgohain1581
@keshabchborgohain1581 2 жыл бұрын
কি সুন্দৰ এনেকুৱা শুৱলা গীত শুনি থাকিবলৈ মন যায় |🙏🙏🙏👏👏👏
@uttambhuyan6413
@uttambhuyan6413 3 жыл бұрын
পৃথিৱীৰ চাৰিওফালে অসমৰ অসমী আইৰ সন্তান সকলৰ জৰিয়তে সংগীত অমৃত ৰসৰে শান্তি ও মহান শান্তিৰ পথৰ সৃষ্টি কৰিব পাৰিম ) মোৰ বিশ্বাস ঐশ্বৰিক শক্তিশালী শক্তিৰ ওচৰত সছা আৰু সত্য কথা )
@novellake7527
@novellake7527 3 жыл бұрын
সুব সুন্দৰ লাগিছে আপোনাৰ নিভাজ কন্ঠৰে নিগৰোৱা পূৰনি গীতটি
@rumibegum611
@rumibegum611 2 жыл бұрын
অতি সুন্দৰ হৈছে মোৰ প্ৰিয় গীত এইটো ♥️♥️♥️
@sashibhatta5198
@sashibhatta5198 3 жыл бұрын
বৰ সুন্দৰ হৈছে, ভাল লাগিল ৷ কন্যা দুগৰাকীৰ ভবিষ্যত উজ্বল হওঁক, পঢ়া-শুনাও ভালদৰে চলি থাকক তেওঁলোকৰ ৷
@pmani-hr1wg
@pmani-hr1wg 3 жыл бұрын
Bhut val lagil 3 jonoloi moi hiya vora morm jasilu... 👍👍👍
@nirathengal1872
@nirathengal1872 3 жыл бұрын
বহুত ভাল লাগিল আৰু আগুৱাই যোৱা আশীৰ্বাদ থাকিল
@vishnuchakra5730
@vishnuchakra5730 3 жыл бұрын
গায়িকাজনীৰ ইমান যে মিঠা কণ্ঠ কৰপৰা নিগৰিছে ঈশ্বৰেহে জানে!!! এই অতুলনীয় নিখুঁত কণ্ঠ নিসন্দেহে সমগ্ৰ বিশ্বয়ে বুকুৰ মাজত বৰ হেপাহেৰে আদৰি ল'ব। তেওঁৰ বাবে এটি অতি বহুত উজ্বল ভবিষ্যতেই বাট চাই আছে। আৰু বহুত বহুত শুনিবলৈ পাম বুলি কামনা কৰি আন্তৰিক আশীৰ্বাদ প্ৰদানিলো আৰু বহু দূৰলৈ আগ বাঢ়ি যোৱাৰ বাবেই।👍🙏👍
@weedyboy7783
@weedyboy7783 3 жыл бұрын
Veri nice
@anmoyanmoy4694
@anmoyanmoy4694 2 жыл бұрын
@@weedyboy7783 very very nice.
@jatinphukan8696
@jatinphukan8696 3 жыл бұрын
Bahut. Bahut dhanya Best of luck.
@mineswargogoi3998
@mineswargogoi3998 2 жыл бұрын
প্ৰাণ ভৰি অমৃত পান কৰিছো । তিনিও গৰাকীলৈ শুভকামণা থাকিল।
@papuborah2008
@papuborah2008 3 жыл бұрын
Mojaaaaa.....Xosai bohut .....dhuniya...
@prabalkashyap6529
@prabalkashyap6529 2 жыл бұрын
আন্তৰিক অভিনন্দন জনালো ধন্যবাদ পিছে ইয়াৰ পিছত অহংকাৰী হৈ যাব নেকি।
@akhilbarman5162
@akhilbarman5162 2 жыл бұрын
বহুত সুন্দর বজায়ছে
@prarthanasarma7030
@prarthanasarma7030 3 жыл бұрын
বহুত ভাল লাগিল ইমান সুমধুৰ কন্ঠ
@dwijenthakuria5666
@dwijenthakuria5666 3 жыл бұрын
তিনিও গৰাকী‌ অতি মেধাৱী‌ শিল্পীৰ‌ প্ৰতি অভিনন্দন আৰু শুভেচ্ছা‌‌ যাচিলো!
@surendranathchetia2580
@surendranathchetia2580 3 жыл бұрын
সচাঁকৈ এক সুৱদী কণ্ঠৰ অধিকাৰী বন্দিতা বৰুৱা। তোমাৰ ভৱিষ্যত আছে, সাধনাত ব্ৰতী থাকা। জুথিকাইও খুউব ভাল পৰিবেশন কৰিব পাৰিছে। কৈলাস ৰাভাৰ বাঁহী বাদনে মন জুৰ পেলাই দিছে। তোমালোক আটাইলৈকে অভিনন্দন জনালোঁ। শুভাশীষ থাকিল।
@apurbaborthakur6729
@apurbaborthakur6729 3 жыл бұрын
বৰ সুন্দৰ হৈছে দেই । মজা
@ashokdas8961
@ashokdas8961 3 жыл бұрын
অতি সুন্দৰ ,শুৱলা কণ্ঠ, সুমধুৰ সংগীত, আমাৰ বিখ্যাত গায়ক গায়িকা সকলতকৈ কোনোগুনে কম নহয় | Super, awesome mindblowing keep it up... ...
@bhadradeori8862
@bhadradeori8862 3 жыл бұрын
অতি বিতোপন।
@riya5041
@riya5041 3 жыл бұрын
বাহ কি মজা সুৰ , তিনিগৰাকীলৈ শুভেচ্ছা জনালো ৷
@biradattadas9216
@biradattadas9216 3 жыл бұрын
বাহী আৰু চেক্সাফোনৰ যাদুকৰ কৈলাশ ৰাভা আৰু তেখেতৰ সঙ্গীবৃন্দৰ যাদুৰ সুৰত মই বুঢ়ামানুহটোৱে আনন্দত মতলীয়া হৈ যাও।সুৰৰ নিচা আৰু সুৰাৰ নিচাত আকাশ পাতাল পার্থক্য আছে।এটাই নাৰকীয় যাতনা ভোগায় আনটোৱে সৰগীয় সুখ বঢ়ায়।
@subhashdas3471
@subhashdas3471 3 жыл бұрын
ইমান সুন্দৰকৈ বজাইছে ধন্য বাদ
@ajitnarah6687
@ajitnarah6687 3 жыл бұрын
বৰ ধুনীয়া সুৰ, এই সুৰ ভগৱানে জীয়াই ৰাখে ,তাৰে কামনাৰে.
@milisingnarpi8449
@milisingnarpi8449 3 жыл бұрын
Iman dhuniya Matt bahut dhuniya guwa baa Tumi aagbarhi juwa❤️❤️💝💝💞💞
@simantakonwar1213
@simantakonwar1213 3 жыл бұрын
অতি সুন্দৰ 🙏🙏🙏🙏
@anantarabha5555
@anantarabha5555 2 жыл бұрын
So nice song ,players &singer _also hope u all success in the future_ _thanks
@pkchoudhury9883
@pkchoudhury9883 3 жыл бұрын
বহুত ভাল লাগিল , মানুহৰ মাজত ওলাই আহক । সকলোৱে আদৰি লব
@manabdas8367
@manabdas8367 3 жыл бұрын
Bah ki moja palu o,khub sundar.hunkale Val din ahibo de
@ucchakamalchetia4807
@ucchakamalchetia4807 3 жыл бұрын
কিযে সুমধুৰ ! অশেষ ধন্যবাদ।
@_____axomgaming_____7651
@_____axomgaming_____7651 3 жыл бұрын
Mon mur kumoli goll 💚 . Bohut vall hoise baa dujoni aru borta r😍🙏💙
@dhanistamurari9598
@dhanistamurari9598 2 жыл бұрын
বৰ সুন্দৰ হৈছে
@balinkonwar585
@balinkonwar585 3 жыл бұрын
অতি সুমধুৰ কণ্ঠ , বাদ্য যন্ত্ৰী কেইগৰাকীও অতুলনীয় ৷ বহুত ভাল combination . ইমান ভাল লাগে য়ে বাৰে বাৰে শুণি থাকিলেও আমনি নালাগে ৷ অৰিজিনেল গীতটোতকৈ উচ্চ মানদণ্ডৰ বুলিব পাৰি ৷ Great
@nurmuhammadali1261
@nurmuhammadali1261 3 жыл бұрын
খুব সুন্দৰ আসিৰবাদ থাকিল
@subhabharali8667
@subhabharali8667 3 жыл бұрын
Very good song iam thank to all
@pratimboruah6865
@pratimboruah6865 3 жыл бұрын
সুন্দৰ কণ্ঠ আৰু লগতে মনোমোহা সঙ্গীত ।
@gorakhiakhuti76laharighat85
@gorakhiakhuti76laharighat85 3 жыл бұрын
বহুত বহুত ধন্যবাদ ভাল লাগিছে
@DipakDas-cf7yt
@DipakDas-cf7yt 3 жыл бұрын
সুন্দৰ🌹🌹🌹 মোৰ ফালৰপৰা তিনিও গৰাকী লৈ হিৰা ফৰা মৰম জাচিলো🙏
@bhargavswargiary5460
@bhargavswargiary5460 2 жыл бұрын
কৃষ্ণ!হয়,যিয়ে গীতা-ভাগৱতৰ বাণী বিলাকক শিক্ষকে কোৱাৰ দৰে পালন কৰে,তাৰ নিশ্চয়,এই জীৱন গঢ় লয়।
@munindrasaikia4024
@munindrasaikia4024 3 жыл бұрын
Really ভাল লাগিছে। আগ বাঢ়ি যোৱা। আৰু আগলৈ সুনিব পাম বুলি আশা কৰিলো। GOD bless ..
@basantapatra8626
@basantapatra8626 3 жыл бұрын
বহুত ভাল লাগিল আৰু ভাল হৈছে ।মাজত বজোৱা ভণ্টি গৰাকীৰ ভঙ্গীমাৰখিনি মই বেছি ভাল পালো ।তিনিওগৰাকীলৈ মোৰ আন্তৰিক অভিনন্দন থাকিল ।
@deonzergamerz5784
@deonzergamerz5784 3 жыл бұрын
Q
@nirjurajgogoi319
@nirjurajgogoi319 3 жыл бұрын
Sweet voice of bondita and well played by other twos. Never stop.
@pankajgogoigogoi924
@pankajgogoigogoi924 3 жыл бұрын
So sweet voice
@ray-dj2ot
@ray-dj2ot 3 жыл бұрын
Beautifully sing the song. Both the Pipa player played the Pipa superbly. Congratulations to all three. Rabha Sir is living legend. Hope in coming day more will come from you. 👍👍👍
@rubulvlogscreation5376
@rubulvlogscreation5376 3 жыл бұрын
Bahut dhuniya programs, bhal hoise..
@bhupenchandrahazarika1583
@bhupenchandrahazarika1583 3 жыл бұрын
সুন্দৰ । সকলোৰে উজ্জল ভবিষ্যত কামনা কৰিলোঁ ।
@probirdutta2790
@probirdutta2790 3 жыл бұрын
তিনিওলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো ভগবানে কুশলে ৰাখক আগলৈ শুনি বলৈ পাম বুলি আশা কৰিলো
@santanabhuyan839
@santanabhuyan839 2 жыл бұрын
Bor hundar best wishes for your bright future
@apurbadas4194
@apurbadas4194 3 жыл бұрын
👌 সুন্দৰ,, বাঁহীৰ সুৰে মন মতলীয়া কৰি পেলালে।।
@somnathtalukdar7653
@somnathtalukdar7653 3 жыл бұрын
❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@dhontiraidehengiraidehengi5844
@dhontiraidehengiraidehengi5844 3 жыл бұрын
মন মোহিত kori গল বহুত ভাল লাগিল 👍👍👍
@chanadra
@chanadra 3 жыл бұрын
কি সুন্দৰ,কি অপূৰ্ব সচাকৈয়ে। It is really amazing, what a melodious voice & what a combination of flute and saxophone! Keep it up.Thanks to All.
@lilawatidevi4910
@lilawatidevi4910 2 жыл бұрын
ki kam abar sunile hia man jur pari jai
@jitendrasaharia5602
@jitendrasaharia5602 3 жыл бұрын
শুনি থাকিলে আৰু শুনি থাকিবলৈ মন যায়। আগলৈও শুনিব পোৱাৰ আশা কৰিলো
@padmaramdeka1856
@padmaramdeka1856 3 жыл бұрын
মন ভৰি গল গীত টি শুনি গায়িকা,বাঁহী বাদক তিনি ও গৰাকী লৈ ধন্যবাদ জনালো,সুভাষ নাথলৈও শলাগ আগ বঢ়ালোঁ ।
@rajibbhuyan318
@rajibbhuyan318 3 жыл бұрын
অতি মোহনীয় কণ্ঠৰ গৰাকী বন্দিতা , জুথিকা আৰু কৈলাস ৰাভাৰ যাদুকৰী বাহীৰ সুৰ ৷ আপোনালোকে TV ত Program কৰিব আৰু ষ্টেজ show কৰিব ৰাইজে আদৰি ল’ব ৷
@rejinabegum629
@rejinabegum629 3 жыл бұрын
z
@maheswarkoch2003
@maheswarkoch2003 3 жыл бұрын
Nothing impossible 🙅 don't worry you will achieve your goals. Wish you all the best.
@PavanKumar-sl9rs
@PavanKumar-sl9rs 3 жыл бұрын
. .. . . , ,. . , . . . , .. . 0. 0 . . 0 .. ... .. . .. ,. , . , ,., ,,. . ., . ..,. , .. . , , . ,.. . ,. , . , . . , . . . ... . 00 . ., ूहदपकर..... ....९९ . ,..,, ., .., , .,. . 0. ,,., , . , . , ,.
@kironbasumatary2541
@kironbasumatary2541 3 жыл бұрын
Lpppp
@kironbasumatary2541
@kironbasumatary2541 3 жыл бұрын
Ll9oolllllllool
@prafullagoswami9622
@prafullagoswami9622 3 жыл бұрын
অতি সুন্দৰ লাগিছে কবলৈ ভাষা নাই তিনিও গৰাকীলৈকে শুভেচ্ছা থাকিল ৷
@rumihazarika2726
@rumihazarika2726 3 жыл бұрын
Voice bohut dhunia..bandita baruahai guwa Tapta tikhare gantu xunabosun.
@nandakumarray6217
@nandakumarray6217 3 жыл бұрын
ধুনীয়া....ভাল লাগিল আশা কৰোঁ আগলৈও গাবা.ধনবাদ
@alisha358
@alisha358 3 жыл бұрын
Bohut dhunia lagise . Ki Sundar voice.
@surendrachandranath8124
@surendrachandranath8124 3 жыл бұрын
অতি সুন্দৰ পৰিবেশন, অসমীয়া হিচাবে গৌৰৱ অনুভৱ কৰিছো ।
@afazulhoque4032
@afazulhoque4032 3 жыл бұрын
বহুত ভাল লাগিল । ধন্যবাদ ।
@debenchandranath3311
@debenchandranath3311 2 жыл бұрын
Ati sundar kantha
@ajitdeka1996
@ajitdeka1996 Жыл бұрын
Like vey like. Iman val lagise kobo noari. Aru val howok.
@nazrulislamict2038
@nazrulislamict2038 3 жыл бұрын
ইমান সুন্দৰ কন্ঠ
@ANILDAS-pi5es
@ANILDAS-pi5es 3 жыл бұрын
যাদুকৰী কণ্ঠ বন্দিতাৰ আৰু জুঠিকা আই জনীৰ magical play of saxophone সচাকৈ মনোমহা আৰু মনোৰম কৈলাশ দাক নো কোনে নেজানো। শুভেচ্ছা জনালো। TV PROGRAMME ত আহিবা বুলি। ✌️👍✌️🙏🙏
@dipalibhuyan3008
@dipalibhuyan3008 3 жыл бұрын
Bohut dhuniya aguai jua
@dipaliboruah2757
@dipaliboruah2757 3 жыл бұрын
বৰ ভাল লাগিল। ছোৱালী মানুহে এই বাদ্য বজালে বহোত ভাল লাগে ।তোমালোকলৈ শুভেচ্ছা থাকিল।
@jogendranathborah843
@jogendranathborah843 3 жыл бұрын
বৰ ভাল লাগিল
@PradeepBorah-o8q
@PradeepBorah-o8q 4 ай бұрын
Best beautiful. Kantha.val lagil.
@kolpochitra3869
@kolpochitra3869 Жыл бұрын
বৰ মজাৰ, সুন্দৰ মোহনীয়া ❤️❤️❤️❤️❤️❤️
@tukhaswarbordoloi2432
@tukhaswarbordoloi2432 3 жыл бұрын
বহুত ভাল গাইছা... তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
@MaheshChBoro
@MaheshChBoro 3 жыл бұрын
So sweet voice n expert musicians
@gopalgogoi7589
@gopalgogoi7589 3 жыл бұрын
বৰ ধুনীয়া হৈছে
@bhabengogoi5313
@bhabengogoi5313 3 жыл бұрын
সুন্দৰ হৈছে ,,, তুমি আৰু আগ বাঢ়ি যোৱা তাৰ কামনাৰে ,,,,,,
@sureshsingha5806
@sureshsingha5806 3 жыл бұрын
অতি সুন্দৰ পৰিৱেশন। ভাল লাগিল বহুত
@sureshsingha5806
@sureshsingha5806 3 жыл бұрын
শিল্পী গৰাকীৰ ভৱিষ্যৎ উজ্জ্বল কামনা কৰিলোঁ
@mukheswarkonwar9754
@mukheswarkonwar9754 3 жыл бұрын
তিনিও গৰাকীৰ সংযুতি টো অতি সুমধুৰ হৈছে।
@dineshkakati6824
@dineshkakati6824 3 жыл бұрын
তিনিও গৰাকী লৈ মোৰ শুভেছ্যা নাছিলো
@pranabgogoi9250
@pranabgogoi9250 3 жыл бұрын
Bhot bhal lagil.
@manojgogoi9953
@manojgogoi9953 3 жыл бұрын
কবলৈ ভাষা নাই............সুন্দৰ।
@rupalideka7653
@rupalideka7653 3 жыл бұрын
Sunder, very nice.
@nandeswarrabha2311
@nandeswarrabha2311 3 жыл бұрын
বহুত ভাল লাগিল জু্থিকা। ভগবানে তোৰ মঙ্গল কৰক।
@pankajrabha9715
@pankajrabha9715 3 жыл бұрын
Bohut dhuniya lagise aaguai jowa
@ShantanaRajkhowa
@ShantanaRajkhowa 3 жыл бұрын
Bohut hundor hoise ❤❤❤❤
@mintusaikia6720
@mintusaikia6720 3 жыл бұрын
Bohut bhal lagiĺ god blesed u
@sunjanpawe4008
@sunjanpawe4008 3 жыл бұрын
What a sound very nice interesting
@labanyagogoi5728
@labanyagogoi5728 3 жыл бұрын
অতি মনোৰম বাঁহীৰ সুৰ । সুললিত সুৰ ।আগুৱাই যোৱা আমিৰ আন্তৰিক শুভাশিস আছে তোমালোকৰ যাত্ৰা পথত
@ratulnath9715
@ratulnath9715 3 жыл бұрын
সুভাষ দাদাক বহুত বহুত ধন্যবাদ ।আপোনাৰ চেনেলৰ জৰিয়তে নবীন প্ৰজন্মৰ প্ৰতিভা আগুৱাই আহক ।congratulations to all
@gogoiprasanta6763
@gogoiprasanta6763 3 жыл бұрын
অতি সুন্দৰ তিনিওলৈকে বহুত ধন্যবাদ।
@nitulkalita8522
@nitulkalita8522 3 жыл бұрын
So Beautiful Song.. nice video
@Dognedirbiope-Tulashi
@Dognedirbiope-Tulashi 3 жыл бұрын
সুন্দৰ ইমান সুন্দৰ।আপোনাক ভাষাৰে বুজাব নোৱাৰো ।ইমানে ভাল লাগিছে ।Thank you so much.বাইদেউ।
@rakeshboro5305
@rakeshboro5305 3 жыл бұрын
অতি সুন্দৰ ভাল লাগিল
@KamalDas-um1zy
@KamalDas-um1zy 3 жыл бұрын
Bohut vl lagesy
@studychenel8397
@studychenel8397 3 жыл бұрын
ফেচ বুকত পাইছো ।বহুত ভাল লাগিল।
@subornaroy9303
@subornaroy9303 3 жыл бұрын
Bhantihat ati sundar hoi che agbahi juwa bhagabane hohai kariba
@robinmohan9667
@robinmohan9667 3 жыл бұрын
শিল্পী কেইগৰাকী ৰ যাদুকৰী পৰিবেশন অতি সুন্দৰ ।
@chatradharborah8479
@chatradharborah8479 3 жыл бұрын
Bar bhal lagil aguai jua ,
@dimbeswarborah267
@dimbeswarborah267 3 жыл бұрын
বহুত ধুনীয়া ।
@arpanagoswami4249
@arpanagoswami4249 3 жыл бұрын
ভগৱানে মঙ্গল কৰক ।কবলৈ ভাষা নাই।👍🙏🙏🙏🙏
@hppublisher1422
@hppublisher1422 3 жыл бұрын
Ki sundar khur, ki sundar kanth
@rijuhazarika6046
@rijuhazarika6046 3 жыл бұрын
অতি সুন্দৰ,কুশলে ৰাখক প্ৰভুৱে
@binoykalita7597
@binoykalita7597 Жыл бұрын
জুঠিকা, বন্ধিতাআৰু কৈলাসলৈ শুভেচ্ছা জনালোঁ। ভাল লাগিল, আগুৱাই যাওক।
DIganta Chetia || Naami Ahe Boruxun || Assamese Classical Song 2024
5:41
Fota juta by Rohit Sonar & Priyanka Bharali
4:56
Rohit Sonar
Рет қаралды 10 МЛН
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 21 МЛН
How many people are in the changing room? #devil #lilith #funny #shorts
00:39
LUKO GEET/ RIMASHREE DAS/
7:04
Lulumoni Dihanam
Рет қаралды 2,6 МЛН
আচৰিত প্ৰতিভা চাওক by Barshagni Deka অ পিতা
5:36