Aimee Baruah OPENS UP on 'Possessive' Pijush Hazarika, Reels, Cannes || Assamese PODCAST - 114

  Рет қаралды 327,437

UNTOLD by Aboyob Bhuyan

UNTOLD by Aboyob Bhuyan

Күн бұрын

Пікірлер: 872
@nikynath8445
@nikynath8445 8 ай бұрын
SP এজনৰ ছোৱালী আছিলে গতিকে মন্ত্ৰী পত্নী হয় তেওঁ কি অহংকাৰ কৰিব,, সৰুৰে পৰাই অভাৱ নামৰ বস্তু নোপোৱা ছোৱালী জনী এজন সাধাৰন লৰাক গুৰুত্ব দিছে ভাল পাইছিলে হব পাৰে তেওঁ এতিয়া মন্ত্রী,,, কিন্তু আমাৰ বোৰে দেউতাকে সাধাৰণ কাম এটা কৰিলেও যিটো ফটা লেবেল দিব,, একদম যেন বিয়া কৰাব কৰবাৰ ৰজা মহাৰাজা হে আহিব,,, সেয়েহে আইমী বা বেলেগতকৈ বেলেগ সেইকাৰণে উন্নতি কৰিছে,,,
@apurbadeka6823
@apurbadeka6823 7 ай бұрын
সঁচা কথা ❤
@user-lg8ob3lx7o
@user-lg8ob3lx7o 7 ай бұрын
Hosaa... Emman amiable hoi Aimee Ba. Manuh emokhai je gaali pari pari more comment section.t... Achorit lage ki mentality.r manuh.
@mamonidevi617
@mamonidevi617 7 ай бұрын
Aimee tumak bohut bhal lage tumi akdom simple
@TheDeepseek143-f2t
@TheDeepseek143-f2t 2 ай бұрын
Gamosar kothatuwe suasun... Kiman dhuniya koi bujai dse 😊❤
@priyankaborah9748
@priyankaborah9748 8 ай бұрын
প্ৰতিটো শব্দ প্ৰতিটো বাক্যই খুব সুন্দৰকৈ উপস্থাপন কৰিছে,,,খুব ভাল লাগিল interview টো চাই❤
@pritysharma1634
@pritysharma1634 8 ай бұрын
কথাবোৰ ইমান অমায়িকভাৱে কয় কাৰো প্ৰতি আক্ষেপ নাই, মূখত অহংকাৰৰ ভাৱ নাই, সমালোচনা বোৰক ও ইতিবাচকভাৱে স্বীকাৰ কৰি লয় এইবোৰ কাৰণতে তেওঁক ভাল লাগে। ভালে থাকক তেওঁ ❤️
@HackerBiki-yo6px
@HackerBiki-yo6px 8 ай бұрын
😂😂😂
@sarangasaikia9507
@sarangasaikia9507 8 ай бұрын
তেওঁৰ বিতৰ্ক বোৰ হৈ থকাৰ মূল কাৰণ হল তেওঁ কাৰণ মন্ত্ৰীৰ পত্নী কিন্তু সঁচা অৰ্থত চাব গলে আইমী বৰুৱাৰ ব্যক্তিত্ব টো বহুত ধুনীয়া ।
@aayushgogoi2841
@aayushgogoi2841 7 ай бұрын
Agree with you
@darsanasaharia3577
@darsanasaharia3577 5 ай бұрын
Sasa katha
@amanulhaque6201
@amanulhaque6201 8 ай бұрын
যেতিয়া ফোন নাহিব, যেতিয়া নাম্বাৰ টো ডিলিট কৰি দিব লাগিব 😢। কথা খিনি হৃদয় চুই গল😢❤
@Pritijinta-d6f
@Pritijinta-d6f 8 ай бұрын
যিদিনাখনৰ পৰা ফোনটো নহা হব যিদিনাখনৰ পৰা সেই number টো delete হব কথাৰে মন চুই গ ল সঁচাকৈ মা দেউতাৰ অবিহনে জীবন কটাব পাৰিম বুলি মই কেতিয়াও ভাৱিব নোৱাৰোঁ সকলোৰেই মা দেউতা সদায় ভালে কুশলে থাকক 😢❤️
@Rasmiborah1111
@Rasmiborah1111 8 ай бұрын
😢😢❤
@justinavlog
@justinavlog 8 ай бұрын
😢😢😢😢
@sushiladas3688
@sushiladas3688 8 ай бұрын
😢😢😢
@BishnuNath-wh5zo
@BishnuNath-wh5zo 8 ай бұрын
Kenekuwa ashyarja r kotha, thik sei somoyte mor maa r phone ahil and I was like how lucky I am. Hosakoi! Ontor sui gol, every second moi just feel korisu tekhetok aru tekhetor kotha bor.
@sushilapegu4990
@sushilapegu4990 8 ай бұрын
Bvery informative interview
@gurudhansarkar9515
@gurudhansarkar9515 8 ай бұрын
Aimee Barua ma'am r kotha huni bahut a Val lagil. Teo r kothar govirota bahut. Aji ata one of the best episode palu.👍👍
@paragjyotimahanta4819
@paragjyotimahanta4819 7 ай бұрын
প্ৰতিটো বাক্য প্ৰতিটো শব্দ হৃদয় চুই গল আইমী বা ❤আপোনাৰ ইমান মধুৰ শব্দ ,বাক্য সচাকৈ বহুত ভাল লাগিল বা ❤❤i love you aaimy ba ❤❤❤
@rupalimthakuria332
@rupalimthakuria332 8 ай бұрын
আইমী বৰুৱা, আগৰেপৰাই বহুত ভাল পাওঁ আপোনাক, এই ভিডিঅ' টো চোৱাৰ পিছত আৰু বেছি শ্ৰদ্ধা উপজিছে আপোনালৈ। ইমান সুন্দৰ সুন্দৰ কথা আলোচনা হৈছে ভিডিঅটোত। যিসকলে এখেতক সমালোচনা কৰি তত নাপায়, তেওঁলোকে অলপ ধৈৰ্য ধৰি এই অনুষ্ঠানটো চোৱা উচিত।
@taralisaikia8281
@taralisaikia8281 8 ай бұрын
আইমী আপুনি বহুত মৰমৰ 🥰 কথা বোৰ ইমান সুন্দৰ কৈ কৈছে। আইমী বা এ লৰা ছোৱালী কেইতাক সুন্দৰ কৈ নীতিশিক্ষা দিয়ে। সেইটো বহুত ভাল লাগে।❤❤
@khairulislam4996
@khairulislam4996 8 ай бұрын
তেখেত কথাবোৰ সঁচাকৈয়ে মন চুই যায় ❤❤ ইমান মধুৰ কথা বতৰা ...মোৰ আটাতকৈ ভাল লগা অভিনেত্ৰী জনী ❤❤
@karinasaikia1549
@karinasaikia1549 8 ай бұрын
প্ৰিয় শিল্পীগৰাকী,আইমী বা😊।সৰুতে চোৱা vcd বোৰৰ কথাৰে মনতো পুনৰ সেউজ হৈ গ'ল।ভগৱানে তেওঁৰ লগতে পৰিয়ালটিক সুখেৰে ৰাখক। লগতে অবয়ৱ দাক ধন্যবাদ জনালো ,ইমান ধুনীয়া এটি পডকাষ্ট আমাৰ মাজলৈ অনাৰ বাবে❤।
@principriyabora558
@principriyabora558 8 ай бұрын
Aaimoni, moromjaan amr babee nostalgia.. Heibur film sai e dngor holu .. Ajiuu monot pore tahanite sua cinema burloi.. Aimi baar protitu ktha e bhut vl lge .. Inspire houu baar ktha burr pora🌝🤍🕊
@suranjanasaikiaknowar5856
@suranjanasaikiaknowar5856 8 ай бұрын
মন চুই গ'ল।সেই নাম্বাৰটোৰ পৰা যিদিনৰ পৰা ফোন নহা হ'ব।ডিলিত কৰি দিব লাগিব নাম্বাৰটো।অসহনাীয় জীৱন মা দেউতা বিহীন সকলোৰে।
@supriinagogoi
@supriinagogoi 8 ай бұрын
She is talking so good and positive..... thinking than society....❤
@ownchannel3351
@ownchannel3351 8 ай бұрын
অসমখনক ইমান ধুনীয়া কৈ represent কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ ❤😊😊
@bebiborah4970
@bebiborah4970 8 ай бұрын
মন চুই গল ...practical life r ktha..bhut prayujniyoo ktha
@kaushik9282
@kaushik9282 8 ай бұрын
প্ৰতিটো কথায় হৃদয় চুই গৈছে।
@PompiGogoi.
@PompiGogoi. 8 ай бұрын
বহুত বেছি ভাল লাগিলে আজি episodes টো। অলপও আমনি নালাগিলে। সম্পূৰ্ণ video চালো। বহুত কথা শিকিলোঁ । আৰু আইমী বাৰ দৰে মা হোৱা হলে মই জীৱনত বহুত সুখী হলো হয় ma papa ক লৈ। ইমান ভাল ধুনীয়া চিন্তা ধাৰা বোৰ মাকৰ বিষয়।❤😢😢😢
@jayairani5221
@jayairani5221 8 ай бұрын
কথা খিনি শুনি বহুত ভাল লাগিল।অকনো অহংকাৰ নাই। ইমান সাধাৰণ ভাৱে কথা বোৰ কৈছে।
@user-lg8ob3lx7o
@user-lg8ob3lx7o 8 ай бұрын
Cannes.t Assamese representation rare... Aru amar muga, jewelry, state flower, gamocha eikhini exhibit kora babe bohut proud and happy. Thank you so much ❤
@sliceoflife1600
@sliceoflife1600 8 ай бұрын
Poisa thakile aapuniu jabo paribo.. tat invitations pua aru nije jua tu bohut beleg. Teu kunu invitation pai jua nai nije goi ase
@Real12976
@Real12976 8 ай бұрын
​@@sliceoflife1600nije jabo lage ako tene
@Prayashdiksha
@Prayashdiksha 8 ай бұрын
1st time comment korisu.... Kotha bur mur khub val lagil ...
@pranjalbezboruah3522
@pranjalbezboruah3522 8 ай бұрын
Apuni o jauk tene . Kunubai jabo parise tat kobo loi ki dorkar? Actress hisape goise heitu a best one ❤​@@sliceoflife1600
@GK-compititive_exams
@GK-compititive_exams 8 ай бұрын
Kotha2 namata biya khabo jwa dore he hoise
@tanmanasubhasini5949
@tanmanasubhasini5949 8 ай бұрын
She's so well spoken and graceful, which has always impressed me. This podcast episode was truly delightful.🤍✨
@Bikram12344
@Bikram12344 8 ай бұрын
Exactly ❤
@MindharVlogs
@MindharVlogs 8 ай бұрын
এটা উৎসাহজনক ভিডিঅ' । ধন্যবাদ অবয়ব । আইমি বাক জানিব পাৰিলোঁ কিছু ভিতৰৰ পৰা । শুভকামনা
@kasturidutta2874
@kasturidutta2874 8 ай бұрын
Aaimi baa iman bahiroloi jai cannes loike goise kintu tothapiu teu je kewol assamese words t kotha koi xeitu bohut bhal lage ❤❤❤
@hashtagnikita8057
@hashtagnikita8057 8 ай бұрын
কথাবোৰ ইমান সৰল আৰু মৰমিয়াল, এইটো অনুভৱ হোৱা নাই যে, তেওঁ এগৰাকী মন্ত্ৰীৰ পত্নী আৰু এগৰাকী অভনেত্ৰী।। জীৱনত সুখী হোৱাৰ বহু কেইটা সংজ্ঞা বিচাৰি পালোঁ, আইমী বাৰ কথা কেইটাত ❤❤
@EmoniBorah
@EmoniBorah 8 ай бұрын
কথাবোৰ ইমান সুন্দৰ কৈ কৈছে বহুত ভাল লাগিল।বৰ সহজ সৰল❤❤
@saurav1356
@saurav1356 8 ай бұрын
Roi asilu episode tur babe ❤️ Next episode Gayatri Mahanta baak Matibo sun plz🙏🙏
@nilutpalsaikia9957
@nilutpalsaikia9957 8 ай бұрын
আইমি বাক দেখিলে আগৰ সেই তাহানিৰ ৰাংঢালী,আইমনি VCD বোৰলৈ মনত পৰে😢আজিৰ দিনত কিজে চিনেমা বোৰ বনাই আৰু দেই কোনো ধৰণৰ ভাল কাহিনী নাই ...?
@HimakshiDeka
@HimakshiDeka 8 ай бұрын
Iman val lagil sai.. minister r wife kothaxar side kori....ekdom positive eta interview❤
@popigogoi2137
@popigogoi2137 8 ай бұрын
ইমান ধুনীয়া কৈ কথাখিনি কৈ গৈছে শুনি আমনি নালাগে। সুখী হোৱা তুমি । বহুত মৰম তোমালৈ ।❤
@flyingbird131
@flyingbird131 8 ай бұрын
বহুত ভাল লাগে❤ বহুতে তেওঁক কেৱল অকল মন্ত্ৰী পত্নী হিচাপেহে জানিবলৈ যত্ন কৰে,কিন্তু 90ৰ সকলোৱে জানে মন্ত্ৰী পত্নী হোৱাৰ আগতেই তেওঁ অভিনেত্ৰী হিচাপে ভাল পৰিচয় আছিল,যথেষ্ট স্বাধীন মনৰ,ইতিবাচক চিন্তাৰ মহিলা।
@sumimedhi3943
@sumimedhi3943 8 ай бұрын
Barsha rani aru aimee....favorite mur..like princess...❤❤
@user-lg8ob3lx7o
@user-lg8ob3lx7o 8 ай бұрын
As a Phd scholar I can relate to you. Daily morning to evening porha pisot eta paragraph likhute halat beya hoi. Aru plagiarism checker loi o tension...upar se deadlines 😂 Guide.r intellectual bully asei 😝
@lakshmirani1811
@lakshmirani1811 8 ай бұрын
Hoi dei jiman porhilei ketyaba ata line likhib nuari ru guide r toh asei ru
@kankanaaaaa
@kankanaaaaa 8 ай бұрын
Apunar podcast bilak r vitort sage eitu e best podcast... Bhut inspire hb parilu ei epi tur pora.. oknman o skip nkora k salu.. bhut val lagile xosakoi... Aagbari jua aboyab da... Aru enekua epi sabo pam boli axa thakil... God bless you... Thnk u so much ❤️
@pujatalukdar3022
@pujatalukdar3022 7 ай бұрын
Bohut motivational speech.... Val lage apunar kotha bur korobat kunubakhini kotha nijor lgt mili goise val lagise bhut... Vale thakok hodai anekoi e dhuniya dhuniya kotha koi jauk ru amak xikai jauk❤ ru lgte aboyob da k thank you
@monalishagogoi131
@monalishagogoi131 8 ай бұрын
ভাল লাগিল বহু কথাও শিকিলো 🙂ইমান সহজকৈ কথাবোৰ বুজাই দিব পাৰে❤বৰ আশাৰে ৰৈ আছিলো podcast টো বাবে👍
@aaisu_1657
@aaisu_1657 8 ай бұрын
আইমিবাৰ কথাবোৰ খুউব ভাল লাগে আগৰপৰাই।আজিও ভাল লাগিল। তোমাৰ podcast ৰ খন্ডবোৰ চাই খুউব ভাল লাগে অবয়ব। মই ঘৰৰ কাম কৰি থাকিলে তোমাৰ ভিডিঅ'এটা লগাই কথাবোৰ শুনি থাকো। তোমাৰ আৰম্ভণি খিনি খুউব ভাল লগা।এই যে তুমি কোৱা "podcast ৰ খন্ডটি শেষ লৈকে চাব", এই কথাখিনি বহুত বেছি ভাল লাগে মোৰ। আগুৱাই যোৱা এইদৰে অবয়ব 😊
@kaushikmoniboruah
@kaushikmoniboruah 8 ай бұрын
সঁচাকৈয়ে বহুত ভাল লাগিল। উপভোগ কৰিলো সম্পূৰ্ণ পডকাষ্টটো ❤
@trishnadutta893
@trishnadutta893 8 ай бұрын
The way she speaks is the thing we definitely have to learn from her❤
@abhijitbora508
@abhijitbora508 7 ай бұрын
Maa kosom..... What a episode.. Aaimee ba iman informative and kotha bur tamam point ot koise. Heads off
@editzpro8097
@editzpro8097 7 ай бұрын
শিকিব লগা বহুত আছে আপোনাৰ পৰা। মৰম দিলো বহুত বহুত❤।
@drstdhruba1837
@drstdhruba1837 8 ай бұрын
কথাখিনি মন চুই গৈছে । এয়াই নাৰী❤
@Purabi450
@Purabi450 8 ай бұрын
Iman dhuniakoi kotha botora bur koi.. bohut bosor agote baak log paisilu usor pora.. bohut morom baa❤️❤️❤️
@hiranyagogoi8118
@hiranyagogoi8118 8 ай бұрын
আইমী বৰুৱা ৰ কথা চিৰ সেউজীয়া, সঁচা মনৰ ছোৱালী সঁচা কথা।
@HimashriDevi-kk9cv
@HimashriDevi-kk9cv 8 ай бұрын
Bohut bhal lagil bohut podcast tu...❤ bohut kotha xikibo palu ...Aimee baa Xodai priyo💕💞
@BidyutBora-qj1ji
@BidyutBora-qj1ji 8 ай бұрын
আপুনি এগৰাকী মোৰ প্ৰিয় অভিনেত্ৰী আছিল।কথা বোৰ বহুত সহজ সৰল বহুত ভাল হয় বুলি ভাবো। কিন্তু এবাৰ এখন সভাত আপুনি কাঁ অসমীয়া মানুহে আদৰি লবলৈ আহ্বান কৰিছিল নিজৰ লাভৰ বাবে।তেতিয়া পৰা কিন্তু আপোনাক এগৰাকী মুখা পিন্ধা আইমী বৰুৱা যেন লগা হল।আজি যি খিনি কথা কৈছে সঁচাকৈ বহুত ভাল ভাল কথা কৈছে বাৰু।
@dimachutia3704
@dimachutia3704 7 ай бұрын
আইমনি ২০০৯ খনৰ যে সেই দুডাল কেঁকোৰা বেনি থকা আইমী বা জনী এতিয়াও একেই আছে সহজ সৰল মৰম লগা । ভালে থাকা সদায় বহুত মৰম তুমালৈ ❤❤❤
@pujakonwar1077
@pujakonwar1077 8 ай бұрын
বাৰ কথাবোৰ ইমান মৰমলগা❤️
@manassarma2854
@manassarma2854 7 ай бұрын
আমি সাধাৰণতে গুৰুত্ব নিদিয়া সৰু সৰু কথাৰে পুৰ্ণ এটা গুৰুত্বপুৰ্ণ বাৰ্তালাপ ৷ বহুত ভাল লাগিল ৷৷❤❤
@rashmisvlog1618
@rashmisvlog1618 8 ай бұрын
ৰাজনৈতিক ভাৱে বা অভিনেত্রী বুলি নহয় এগৰাকী মাতৃ ,পত্নী ,আৰু জী হিচাপে কোৱা কথাখিনি বহুত ভাল লাগিল ❤
@nuushree9779
@nuushree9779 8 ай бұрын
The way she talks..just convinced me to impressed by her❤️
@RajneelDx-jp6tg
@RajneelDx-jp6tg 8 ай бұрын
Aimee bar kothabure hosakoi mon sui jai....eman morom logakoi kothabur koi....❤❤❤
@gitarthasaikia3360
@gitarthasaikia3360 8 ай бұрын
কথাবোৰে নিজক চুই যাব পাৰিছে। ভাল লাগিল ❤
@ghanyprati-sp5tk
@ghanyprati-sp5tk 8 ай бұрын
So kind heart....Really her way of talking touch my heart
@madhusmitadeka9628
@madhusmitadeka9628 8 ай бұрын
Positive podcast❤❤ bht val lgil kotha bur xuni... 😍 kotha bur bht related❤.. Maa deta r phone calls r kotha xini xuni অন্তৰ চুই গল 😢🥰
@motivation5768
@motivation5768 8 ай бұрын
তোমাৰ সকলোবোৰ Podcast ৰ ভিতৰত Best তৰো Best podcast.বিৰাট ভাল লাগিল৷
@kankankalita8217
@kankankalita8217 8 ай бұрын
Purukhor uporot teur monovab… salute 🫡
@priyankaboruah9535
@priyankaboruah9535 8 ай бұрын
আইমীবাৰ কথনশৈলী সুন্দৰ।বহুত শিকিবলগীয়া।ভাল লাগিল।
@ritamonibaruah9339
@ritamonibaruah9339 8 ай бұрын
কথাবোৰ পৰিস্কাৰ আৰু অমায়িক শুনি ভাল লাগিছে ❤❤❤
@sumitadeka4209
@sumitadeka4209 6 ай бұрын
আজি নিজকে লাজ পাইছো মই সঁচা কথা । যিটো কাম মই কেতিয়াও কৰি পোৱা নাই সেইটো কাম আনে কৰিলে ভুল শুদ্ধ বুলি সমালোচনা কৰাটো ভাল কথা নহয়। সঁচাকৈ যেতিয়া আপোনাৰ চিনেমা চাও ভাবো ইমান যোৰ কৈ হাঁহে ইমান যোৰ কৈ কান্দে but সঁচা কবলৈ গলে মই তাৰ যোগ্য নহওঁ।আৰু আপুনি মোৰ দৰে আৰু আন ছোৱালীৰ বাবে প্ৰেৰণা দায়ী। আৰু আগুৱাই যাওঁক ❤
@lukumonirani5917
@lukumonirani5917 8 ай бұрын
Aimee baa hosakoi matir manuh , iman simple thinking kunu ohongkar ni ..kisuman manuhe kio imn beyakoi judge kori loi apunar bhitorkhon imn safa hosakoi bht inspiration puwa goise kothaburot ....hei rangdhali , aaimoni baa joni dhunia ovinoi kora logote dhunia monor manuh hoi apuni ..love you baa .
@AnkitaBarman-wd6ke
@AnkitaBarman-wd6ke 8 ай бұрын
Iman dhunia kotha koise baa..koi na purty reflect itself 💚❤️go on ba ❤️
@RimuTapan
@RimuTapan 8 ай бұрын
Xosa koi aji episode tu Sai bohut val lagil.. bohut kotha bujibo parisu ba xikisu.. love you aimee baa❤
@Expresso123-z7s
@Expresso123-z7s 8 ай бұрын
I applaud this woman for being so attached to her roots and focusing on a great upbringing of her children as compared to many others who are more inclined to Western cultures and values, neglecting the authenticity of the region they reside.❤
@dhrubajittalukdar8782
@dhrubajittalukdar8782 8 ай бұрын
সচাঁকৈ বৰ ভাল লাগিল 😊 আইমী বাৰ কথাবোৰ বৰ ভাল লাগে। ইমান ধুনীয়া কৈ কয়😊 বহুত মৰমৰ বা❤, ভালে থাকক বা 🙏 আৰু লগতে আপোনাৰ অনুস্থানতো চাই বৰ ভাল লাগে 😊 আৰু ভাল -ভাল কাম কৰক, ভালে থাকক আৰু আগুৱাই যাওঁক 🙏
@rinabarkakoty6292
@rinabarkakoty6292 8 ай бұрын
Aimee is such a eloquent speaker. A very good episode
@mollikasaikiavlogs867
@mollikasaikiavlogs867 7 ай бұрын
কি সুন্দৰ অনুভৱ ❤❤ বহুত ভাল লাগিল ❤❤
@gautamiborah
@gautamiborah 8 ай бұрын
The way she speaks...❤u baa Episode tu bor dhuniya lgil..
@renukaraika5138
@renukaraika5138 8 ай бұрын
Oti hundor baa ... Ajiloike moi jiman podcast saisu etiya loike eitu best podcast😇 thank you baa bohut kotha hikisu video tu sai😊 Thank you Aboyob da for this video ,aru ajuwai juwa aru enedore videos di thakiba ...
@simpirajkonwari2004
@simpirajkonwari2004 8 ай бұрын
Khub val lagil Kothabur.. Bahut kotha janibo parilu Aimee baido r pora... 🙏2jonor a kothabur khub lagil
@jaminiMedhi-l1i
@jaminiMedhi-l1i 13 күн бұрын
Akebare bored nologalkoi videotu xekh korili...xosake birat rokhal aimee baa❤❤
@biswajitbaishya1450
@biswajitbaishya1450 8 ай бұрын
Bahut val lagile dei aitu episode Aimee baak bahut bhal lage Aru kotha janibo loga asil
@bornaligogoi1
@bornaligogoi1 8 ай бұрын
বহুত ভাল লাগিল আইমী বা আপোনাৰ কথাবোৰ শুনি মনটো বহুত ভাল লাগিল বহুত কথা শিকিব পৰিলোঁ।।❤❤
@RashmiSharmaThakur
@RashmiSharmaThakur 8 ай бұрын
তোমাৰ মালৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল কাৰণ তোমাৰ ইমান সুন্দৰ কৈ ডাঙৰ দীঘল কৰিছে ❤❤❤❤❤ বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিল ❤❤❤
@ankurjyotidas1689
@ankurjyotidas1689 8 ай бұрын
Wonderful podcast and most beautiful conversation ❤
@swapnaskitchenlifevlog7798
@swapnaskitchenlifevlog7798 8 ай бұрын
Bohut val lagil gutei videotu salu baar kotha bur eman val lage val logar karnye hol baaar montu bhout val so❤... Hosai aru maa deutar kotha kole je phn ahak loi hosai vabile bohut dukh lge xokolure maaa deutak vale rakhokh nedekha jone❤
@deepjyotihazarika3577
@deepjyotihazarika3577 8 ай бұрын
Preetiest Wmn wid a Golden Heart 🤍Val loga Manuh Gorakir Kotha Khini Hosai Mon Suui Gol ❣️Hukhi Houk Hodai Monor Jukhere Apuni Aimee Baa 😊Stay blssd ✨
@nishitanath5625
@nishitanath5625 8 ай бұрын
মন চুই গল কথাখিনি বাৰ ব্যক্তিত্ব সঁচাই আকৰ্ষণীয় ❤❤
@ManashKaushik
@ManashKaushik 8 ай бұрын
আইমী বা is love 💕 So well spoken ❤ True Gentlewoman 😊
@minakshipatowary3779
@minakshipatowary3779 8 ай бұрын
ইমান ধুনীয়া কৈ কথা বোৰ কৈছে।খুব ভাল লাগিল।
@ranudas3478
@ranudas3478 8 ай бұрын
আইমী বাৰ মাৰ কথা খিনি‌ যে কৈছে এখন হিন্দী ৰ চুটি চিনেমা আছে। তেওঁ নিশ্চয় চাইছে।ময়ো চাইচো।একদম মিলিছে।
@wakashiwa2990
@wakashiwa2990 8 ай бұрын
1:13:40 Aboyob daa ooo, napai dei napai 😭 Anyways bohut morom!🤌🏻
@MainavlogsMaina
@MainavlogsMaina 8 ай бұрын
Aimee baa khta bor mor bohut val pau ❤😊 তেওঁ khta bor eman dhuniy 😘❤️💝
@jumikalita2452
@jumikalita2452 6 ай бұрын
Ai podcast tu saai xosake bohut katha xikibo parilu Aimee baar pra, bohut vaal lagil
@Krishnakalita-f6m
@Krishnakalita-f6m 8 ай бұрын
Video tu sai bhut vl lgil... kin2 ata kotha xosa je Aimee baa a je nijor age tu xsa ke kole...aji kli kune o age r kotha nkoi..so 👍 nice
@himasrikashyap7877
@himasrikashyap7877 8 ай бұрын
Aiimee baa k mota karne bahut bahut vl lagise ❤️❤️ aru katha bor xoni bahut vl lagise ❤️❤❤❤
@udayhazorika1247
@udayhazorika1247 8 ай бұрын
Aimee ba love from Goa ❤ bohut flow koru apunak moy val lage kiba ata apunar kotha bur xuni ateya jodi 5 bsr r murot biya patim buli vabisilu napatu aru 10 bosorr pisot patim tq soku duta khuli deyar karone bohut vl lagil say vale thako❤️❤️💙
@rubikalita1519
@rubikalita1519 8 ай бұрын
Bohut bhal lagil sai.... Kiba ata kotha xikibo parilu....❤❤ lots of love to Aimee baa❤❤
@devsona16
@devsona16 8 ай бұрын
Podcast আজি প্ৰথম চালোঁ । আজিয়েই Like, Comment & Subscribe কৰিলোঁ । নিয়মীয়া দৰ্শক হলোঁ আজিৰ পৰা । আইমীৰ কথাখিনি বৰ ভাল লাগিল । সঁচা কথা এটা কৈ থওঁ, বহুত কথা শিকিবলগীয়া আছে এইটো Episode ৰ পৰা । Channel টো আগুৱাই যাওক তাকে আশা কৰিলোঁ ।
@indranigogoi4233
@indranigogoi4233 8 ай бұрын
My all time favorite baa❤❤.. June ji nokoleu mur mnt hdai val sthan loi ase aimee baai.. Agor vcd r porai prio baa, atiau prio. Mukoli muria, ohongkar nuhua hohoj kothabure mntu vorai die.. Lots of luv u baa❤❤
@bhanitathakuria9110
@bhanitathakuria9110 8 ай бұрын
আইমী বা সঁচাকৈয়ে বহুত Talented ❤ বহুত বহুত বহুত বেছি ভাল লাগিল❤❤❤
@mrinmoy3234
@mrinmoy3234 8 ай бұрын
I don’t care if she belongs to a political family with lots of power or not but rather I look at the picture where she is representing this whole ASSAMESE culture. And she is really sweet ❤
@simantag9714
@simantag9714 8 ай бұрын
Baa 2mr kotha bur huni bohot vl lge gol mon2 sui gol 🥺❤️
@namitanath6402
@namitanath6402 8 ай бұрын
কথাবোৰ ইমান ধুনীয়া ❤ বহুত ভাল পাওঁ আপোনাক বা ❤️
@bidishabora2351
@bidishabora2351 8 ай бұрын
Bohut vl lagil episode tu sai❤❤
@meghnavlog7532
@meghnavlog7532 7 ай бұрын
Bohut dhunia ke kotha xini koi baa e.. mon sui jai.. mur fvrt person hoi teu.. love u baa❤
@NikuKalita-t9n
@NikuKalita-t9n 8 ай бұрын
Dada aponar hahi2 bht dhuniya❤❤ apunak a saboloi ahu mi😢 reply dba kintu
@pinak1949
@pinak1949 8 ай бұрын
সদায় এই সহজ-সৰল মনোভাৱৰেই থকা
@Priyankakonwar...
@Priyankakonwar... 8 ай бұрын
কথা বোৰ শুনি বহুত ভাল লাগিছে ।❤❤❤
@MrinmoyNathUA
@MrinmoyNathUA 7 ай бұрын
পুৰুষৰ কথা খিনিয়ে চুই গ'ল 😊
SUVrat Kakoti: Unfiltered, RAW & Funny || 'Bidurbhai', Wedding || Assamese PODCAST - 115
1:24:50
Radhika Ambani Amar গুৱাহাটীৰ Ghorot
16:02
Aimee Baruah (aimeebaruahofficial)
Рет қаралды 317 М.
Truth & Dare ft. Amrita Gogoi and RJ Pahi
11:14
Red FM Assamese
Рет қаралды 37 М.