'Niribili' Stories, Love, Reality, Literature ft. Kaushik Nandan Baruah || Assamese PODCAST - 108

  Рет қаралды 314,021

UNTOLD by Aboyob Bhuyan

UNTOLD by Aboyob Bhuyan

Күн бұрын

Пікірлер: 1 600
@Simanta_saikia
@Simanta_saikia 5 ай бұрын
*যেতিয়া দুজন ভদ্ৰ মানুহৰ মাজত কথপোকথন হয় ২৪ ঘণ্টা video হলেও চাই থাকিব পাৰি* ❤
@abhijitdutta3082
@abhijitdutta3082 5 ай бұрын
Kothaburote gom pua jy . Bht study kora manuh eijon
@nilutpalsaikia9957
@nilutpalsaikia9957 5 ай бұрын
Right
@rupjyotiediting7147
@rupjyotiediting7147 5 ай бұрын
​@@abhijitdutta3082যদি পাৰা এবাৰ কৌশিক নন্দন বৰুৱাক লগ কৰিবা, জীৱনটোত আগবাহি অলপ সাহস পাবা ❤🎉 মই লগ কৰিছোঁ বহুত ভাল লাগিছে আৰু সাহস পাইছোঁ ❤
@KhiyantaGohain
@KhiyantaGohain 5 ай бұрын
Yes
@10wwwwwwww
@10wwwwwwww 5 ай бұрын
Essential, Amenity, নিৰিবিলি, সোৱণশিৰি, পাটকাই, KBR এতিয়া সকলোৰে আবেগ ....!!!😌 এবাৰ সকলোৱে যাব বিচাৰে তেজপুৰ ইউনিভাৰ্চিটিলৈ সন্ধ্যা, অনুৰণ, অভিমন্যু, ময়ুৰক জীৱন্ত ৰূপত বিচাৰি....🌼🍂
@pujabaishya7805
@pujabaishya7805 5 ай бұрын
ময়ুৰ এতিয়া ৰাধাৰ ৰূপত❤
@Travelwith_Ranoj
@Travelwith_Ranoj 5 ай бұрын
নিৰিবিলিয়ে উপন্যাসক প্ৰেম কৰা শিকালে। জীৱনৰ প্ৰথম উপন্যাস আৰু সদায় প্ৰিয় হৈ থাকিব।।
@pollabiborah3044
@pollabiborah3044 5 ай бұрын
নিৰিবিলিৰ লগতে কৌশিক দা খুব প্ৰিয়😌❤️
@soniabegum9235
@soniabegum9235 5 ай бұрын
Same 🥰
@shiineeeeditz4175
@shiineeeeditz4175 5 ай бұрын
Hosa jibonor prothom khon Upoinakh 💗
@rajiblifestyle
@rajiblifestyle 5 ай бұрын
kitap rupe ase ne
@kritii.111
@kritii.111 5 ай бұрын
And friendship too!
@Brishtidiary567
@Brishtidiary567 5 ай бұрын
অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ পিছতেই কৌশিক নন্দন বৰুৱা দাদা আটাইতকৈ প্ৰিয়! ❤🌻 জীৱনৰ প্ৰিয় উপন্যাস দুখনতেই নিৰিবিলি শব্দটো আছেই! ১. "নাহৰৰ নিৰিবিলি ছাঁ" ২. "নিৰিবিলি" 🌈🦋🥀
@paharisonowal5813
@paharisonowal5813 5 ай бұрын
Same to you ❤
@mridulgogoi40
@mridulgogoi40 5 ай бұрын
@Annesha_saikia
@Annesha_saikia 5 ай бұрын
Hosai❤
@sonmonimahanta2126
@sonmonimahanta2126 5 ай бұрын
তেন্তে তুমি চাগে কাঞ্চন বৰুৱা ৰ নামটো পাহৰি গৈছা 😊.....
@dhirupaban4850
@dhirupaban4850 5 ай бұрын
কোনোবাখিনিত চকুপানী ওলাই গ'ল, "কিমান অকলশৰীয়া হ'লে মানুহে, অচিনাকি মানুহ এজনক নিজৰ মনৰ কথা কৈ দিব পাৰে " এই কথাষাৰে বুকুখন জোঁকাৰি গ'ল ❤ ভালে থাকক তেওঁ এনেকৈ।।🫂
@Himashree_saikia
@Himashree_saikia 5 ай бұрын
" সঁচা ভালপোৱা বুলি নাথাকে ! ভালপোৱা সঁচায়েই , যিটো মিছা সেইটো ভালপোৱায়েই নহয় " ~ this line ❤️‍🩹❤️‍🩹
@ShyamantikaDekae
@ShyamantikaDekae 5 ай бұрын
Right
@nayanmoniborkotoky6609
@nayanmoniborkotoky6609 4 ай бұрын
মই সততে কৈ অহা কথাষাৰ আপোনাৰ মুখেৰে শুনিলোঁ। দাদা মোৰ জীৱনৰ কিছুমান কথা আছে আপোনাৰ লগত আলোচনা কৰিবৰ মন আছিল। কিবা উপায় আছে নেকি ?? আপোনাৰ চিন্তাধাৰাৰে বিষয়বোৰ কিছু আলোচনা কৰিলোঁ হয়।
@Jinu433
@Jinu433 4 ай бұрын
​@@nayanmoniborkotoky6609❤
@Riiiituu
@Riiiituu 26 күн бұрын
Amar eta discord serve ase. Jot same interest r friends bisari paba all over the world. Tat mental health related, productivity, phillosophy, literature xokolu type r kotha discuss koribo para. Aru kiba publishing ot help lage jodiu amar member bure arthik bhabe help kore aru promotion o kori dibo. Moi link tu di dim ​@@nayanmoniborkotoky6609
@AshaJyotiBassa
@AshaJyotiBassa 5 ай бұрын
১ঘন্টা ১৯মিনিট skip নকৰাকৈ চোৱাৰ পাছটো এনে কোৱা লাগিলে উফ আৰু অলপ সময় যদি কথা পাতিলে হয় ❤❤
@vlogermanash9031
@vlogermanash9031 5 ай бұрын
Sme❤❤
@rasidurrahman786
@rasidurrahman786 4 ай бұрын
Same ❤️‍🩹
@tanu5204
@tanu5204 5 ай бұрын
আজি চাগে কৌশিক দাই পূৰ্ণিমাৰ জোনবাই জনিক প্ৰাণভৰি চাব। প্ৰিয় লেখকজনলৈ এসোপামান মৰম।।।।
@upasanagogoii6038
@upasanagogoii6038 5 ай бұрын
জীৱনৰ প্ৰথমটো poscast শুনিলো ❤ skip নকৰাকৈ । শব্দবোৰ ইমান কোমল কেনেকৈ হ’ব পাৰে … ভাবি আছো আৰু অলপ দেৰি কথা পতা হ’লে …
@RimaNath359
@RimaNath359 5 ай бұрын
নাই কিতাপ খন চিনেমা নবনাব নেকি এতিয়াৰ দৰে সদায় নিৰিবিলি বুকুৰ মাজত বৈ থাকক এইটো বাক্য কেতিয়াও শুনিব নোখোজে যে কিমান চাম আৰু এইখন চিনেমা নিৰিবিলি বহুতৰ আবেগ বহুতৰ হেপাঁহ আৰু কত যে কি কৈ শেষ নহব। নিৰিবিলি খন প্রতিটো প্রজন্মৰ হাতত তুলি দিব পৰাকৈ আখৰৰ বোৰৰ মাজতে থাকক। বহুত ধন্যবাদ দাদা এইটো খণ্ডৰ বাবে আৰু কৌশিক দা(মোৰ মনৰ অনুৰণ) আপোনাৰ ঠাই কন কোনেও লব নোৱাৰে ভালে থাকক💚
@anupamsarmah348
@anupamsarmah348 5 ай бұрын
শব্দৰে হৃদয় চুব পৰা আৰু হৃদয়ৰ অনুভৱবোৰ শব্দৰ ৰূপ দিব পৰা ব্যক্তিজন সদায় বিশেষ💚🦋....
@Porish.
@Porish. 5 ай бұрын
পৃথিৱীত কৰবাত মোৰ কোনোবা আপোন মানুহ আছে । সেই অনুভৱতোই জীৱনটো জীয়াবলৈ যতেষ্ট ❤️
@sagarikskonwar4133
@sagarikskonwar4133 5 ай бұрын
নিৰিবিলি পঢ়িয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পৰিছোঁ ❤️
@krishnahazarika7058
@krishnahazarika7058 5 ай бұрын
Kun dept r hoi apuni
@nishitadas9356
@nishitadas9356 5 ай бұрын
পৃথিৱীত মোৰ কোনোবা আপোন মানুহ আছে সেই অনুভৱটোৱেই জীৱনটো জীয়াবলৈ যথেষ্ট ☺️--- This line🧿❤️
@nikitadutta7563
@nikitadutta7563 5 ай бұрын
জীৱনত বহুত উপন্যাস পঢ়িলোঁ।প্ৰতিখন উপন্যাসেই ভাললগা।পঢ়ি থকা সময়ত হয়তো প্ৰতিখন উপন্যাসতে উচুপিছো,প্ৰতিখন উপন্যাসৰ চৰিত্ৰত নিজক বিচাৰি পাইছো।কিন্তু মোৰ এটা বেমাৰ আছে,ম‌ই কথাবোৰ খুব সোনকালে পাহৰি যাওঁ।বেমাৰ বুলি এইকাৰণেই কৈছো যিহেতু ইয়াৰ বাবে ম‌ই বহুদিন সমস্যাতো পৰিব লগা হৈছে।ইয়াৰ ইতিবাচক দিশ নাই বুলিও নক‌ওঁ কাৰণ পাহৰিব জনাটোও এটি কলা।কিছুমান ক্ষেত্ৰত ই ঔষধৰো কাম নকৰা নহয়।কোনোবাই বেয়াকৈ ক'লেও তৎক্ষণাৎ পাহৰি যাব পাৰো,মানুহক সোনকালেই ক্ষমা কৰি‌ আকোঁৱালি ল'ব পাৰো।এই কথাখিনি এইকাৰণেই ক'ব লগাত পৰিলো কিয়নো ভাললগা উপন্যাস এখন পঢ়াৰ কিছুদিন পিছত ম‌ই তাৰ চৰিত্ৰসমূহক পাহৰি যাওঁ,কেতিয়াবাতো এনেকুৱাও হয় আজি যদি কিতাপ এখনৰ দুটা পৃষ্ঠা পঢ়িছো আৰু মাজতে দুদিনমান নপঢ়ি দুদিন পিছত আকৌ কিতাপখন হাতত লৈছো তেন্তে আগতে পঢ়াখিনি ম‌ই সম্পূৰ্ণৰূপে পাহৰি যাওঁ আৰু পুনৰ প্ৰথমৰ পৰা আৰম্ভ কৰিব লগা হয়।এখন উপন্যাসৰ চৰিত্ৰটো আন এখনত বিচাৰি ফুৰা দুৰৱস্থাৰো বহুদিন সন্মুখীন হৈছো।অকল নিজেই নহয় মোৰ লগৰ কিতাপ পঢ়া মানুহবোৰকো সুধি সুধি পাগল কৰি দিও "অই ক চোন।অমুক শাৰীটো কোনখন উপন্যাসত আছিল?অৰুণাভে গৌৰীক ক'ত লগ পাইছিল ক চোন?"-এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন।সেইকাৰণে ম‌ই কিতাপসমূহ পাৰিলে একে বহাতে শেষ কৰিবৰ চেষ্টা কৰোঁ।'নিৰিবিলি'খন যিহেতু যথেষ্ট দীঘলীয়া(এইখনেই ম‌ই পঢ়া উপন্যাসসমূহৰ ভিতৰত আটাইতকৈ দীঘলীয়া), গতিকে এদিনতে শেষ কৰাটো মোৰ পক্ষে সহজ নাছিল।আৰু ম‌ই যি সময়ত পঢ়া আৰম্ভ কৰিছিলো তাৰ কিছুদিন পিছতেই মোৰ পৰীক্ষা আছিল,কিন্তু মাত্ৰ পাঁচটা ৰাতিৰ ভিতৰত ইয়াক পঢ়ি শেষ কৰিছিলোঁ।পঢ়ি থাকোতে কেতিয়া ৰাতি পুৱাইছিল গমেই নাপাইছিলোঁ।দিনত এইকাৰণেই পঢ়া নাছিলো কিয়নো 'নিৰিবিলি'ৰ নীৰৱ কাহিনীৰ মাজত সোমাবলৈ হ'লে নিৰ্জন পৰিৱেশ এটাৰ জানো প্ৰয়োজন নহয়।কথাখিনি ক‌ওঁতে কিছু দীঘলীয়া হ'ব পাৰে কাৰণ এইখিনি মোৰ মনৰ কথাহে,বাক্য ৰচনা নহয় যে এটা বাক্যতে শেষ কৰিব পাৰিম।তথাপি যিমান পাৰো চুটিকৈ কৈছো।ম‌ই কোৱা কথাখিনিৰ মূল অৰ্থ এয়ে যে ম‌ই সকলো উপন্যাসৰ কথা পাহৰিলেও হয়তো 'নিৰিবিলি'ক পাহৰিব নোৱাৰিম।'নিৰিবিলি'ৰ প্ৰতিটো চৰিত্ৰত এনেদৰে সোমাই গৈছো যে তাৰ পৰা মোক উদ্ধাৰ কৰাৰ সাধ্য কাৰোৱেই নাই,বিশেষকৈ সন্ধ্যা,অণুৰণ,অভিমন্যু আৰু ময়ুৰৰ ওচৰৰ পৰা আৰু তাতোকৈ বিশেষ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা।'নিৰিবিলি' সদায় প্ৰিয় হৈ ৰ'ব।'সৰাফুল'খন পঢ়োতেও এনেকুৱা লাগিছে যে তাত থকা কথাবোৰ মোক উদ্দেশ্যিয়ে লিখা হৈছে।শেষত নিজৰ লগতে আনকো ভালে ৰখাৰ প্ৰতিশ্ৰুতি দি কথাখিনি সামৰিলোঁ।ধন্যবাদ 💙
@deepjyotitechnicalvideo
@deepjyotitechnicalvideo 5 ай бұрын
বুজাব নোৱাৰা এক অনুভৱ কব নোৱাৰা কিছুমান শব্দৰ অভাৱ। ভাল হৈ থাকক সকলো সুস্থ চিন্তা কৰক আৰু মনে যিটো বিচাৰে সেইটো কৰক সুখী হৈ থাকিব। জীৱন জিন্দাবাদ ।❤❤
@tirthajyotigogoi9942
@tirthajyotigogoi9942 5 ай бұрын
এই পাহৰি যোৱা বেমাৰটো মোৰো আছে আপোনাৰ দৰে
@nikitadutta7563
@nikitadutta7563 5 ай бұрын
@@tirthajyotigogoi9942 একো নাই দিয়ক।পাহৰি থাকিলে জীৱনটো কিছু সহজ হৈ পৰিব।
@LakhimiHatimuria-po8mk
@LakhimiHatimuria-po8mk 2 ай бұрын
Moi he eman durvogia jar babe ajiloke mur hatot kitapkhon pora he nai 😌
@nikitadutta7563
@nikitadutta7563 2 ай бұрын
@@LakhimiHatimuria-po8mk Moi o kitap r pora porha nai baru..pdf r pora e porhilu..kitap khn paale akow porhim
@srdanceworld2778
@srdanceworld2778 12 күн бұрын
কৌশিক দাৰ ৰসাল কথাবোৰ আৰু বিশেষকৈ তেওঁৰ পিছফালৰ ৰাধাকৃষ্ণৰ মূৰ্তিটোৱে podcast-টোক আৰু বেছি ধুনিয়া কৰি তুলিছে....... বহুত ভাল লাগে কৌশিক দা আপোনাক..... কথাবোৰ শুনি খুব আপোন যেন লাগে....❤️
@priyakheechetia960
@priyakheechetia960 5 ай бұрын
বহু লেখক সাহিত্যিকৰ বহু উপন্যাস পঢ়িলো কিন্তু কৌশিক নন্দন বৰুৱা দাৰ "নিৰিবিলি" সদায় বিশেষ 🤍
@AngitaPhukon
@AngitaPhukon 5 ай бұрын
নিৰিবিলি❤জীৱনৰ প্ৰথম উপন্যাস সদায় প্ৰিয় হৈ ৰ'ব 😊❤ বহুত কথা শিকাই গ'ল নিৰিবিলিয়ে 💗😌
@BhobaniGogoi-g6b
@BhobaniGogoi-g6b 5 ай бұрын
নিৰিবিলি য়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পেলালে,ৰাধা কৃষ্ণক নতুনকৈ ভাল পাবলৈ শিকালে,নিভাঁজ বন্ধুত্ব আৰু প্ৰেমক চিনিবলৈ শিকালে, ধন্যবাদ দি সৰু নকৰোঁ কৌশিক দা কিন্তু জীৱনৰ সৰু সৰু সপোনৰ তালিকাখনত আপোনাক লগ পোৱাৰ ডাঙৰ হেঁপাহ এটা অন্তৰ্ভুক্ত কৰি থৈছোঁ ভালে থাকক সদায় 🎉😊❤️‍🩹
@munu9003
@munu9003 5 ай бұрын
সঁচাকৈয়ে❤️
@rupjyotiediting7147
@rupjyotiediting7147 5 ай бұрын
যদি পাৰা এবাৰ কৌশিক নন্দন বৰুৱাক লগ কৰিবা, জীৱনটোত আগবাহি অলপ সাহস পাবা ❤🎉 মই লগ কৰিছোঁ বহুত ভাল লাগিছে আৰু সাহস পাইছোঁ ❤
@BhobaniGogoi-g6b
@BhobaniGogoi-g6b 5 ай бұрын
@@rupjyotiediting7147 তেওঁক লগ পোৱাৰ সপোন এটা পুহি ৰাখিছোঁ, অপেক্ষা মাথোঁ সময়ৰ....❤️‍🩹😊
@purnakantadas9911
@purnakantadas9911 5 ай бұрын
কিতাপৰ পৃথিৱীৰ মানুহ বোৰ সদায় অন্যতম , সেয়েহে কিতাপ পঢ়া মানুহ বোৰ মোৰ বাবে অন্যতম দুৰ্বল❤ কিমান সুন্দৰ চিন্তা , আচলতে সুন্দৰ পৃথিৱী খন সুন্দৰ দেখিবলৈ হলে নিজৰ মন টো সুন্দৰ হোৱাটো খুবেই দৰকাৰ।
@n999ff5
@n999ff5 5 ай бұрын
❤❤❤❤❤❤
@studywithbhaskar
@studywithbhaskar 5 ай бұрын
He is alumuni of Tezpur University. We have studied in a same department I saw him he is very passionate about literature.
@arupborah57
@arupborah57 5 ай бұрын
Bhai❤
@RamyataDutta
@RamyataDutta 5 ай бұрын
অকল নিৰিবিলি , সৰাপাত বুলিয়েই নহয় এই মানুহজনৰ প্ৰতিটো কথা , প্ৰতিটো শব্দ , প্ৰতিটো লিখিনিত নিজক বিচাৰি পাও ❤️ মন বেয়া লাগিলে কৌশিক দাৰ fb account খুচৰা টো বৰ্তমান অভ্যাস মোৰ😇 ধন্যবাদ কৌশিক দা মোক মোৰ জীৱনটো নতুনকৈ জীয়াবলৈ শিকোৱাৰ বাবে 🙂
@JubitJK
@JubitJK 5 ай бұрын
❤ মৰম দাদা❤️ প্ৰিয় মানুহজনক মঞ্চ দিয়া বাবে অশেষ ধন্যবাদ🤍 নিৰিবিলিৰ পৰা আৰম্ভ কৰি আজি ৰাধাৰ ৫ম খণ্ডলৈ তেখেত মোৰ প্ৰিয়.. উপন্যাসৰ ক্ষেত্ৰত অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ পিছতেই কৌশিক দা মোৰ মনত❤..
@NobitaHazarika
@NobitaHazarika 5 ай бұрын
এই নিৰিবিলিয়ে সকলো বুজাইছে প্ৰেম কেনকুৱা হব লাগে প্ৰিয় জনৰ স্মৃতি আৰু তাত থকা আবেগ বোৰ অতিকৈ প্ৰিয় তুমি বিশেষ কৌশিক দা সঁচাকৈ তোমাক লগ পোৱাৰ হেঁপাহ আছে মোৰ🥹তোমাৰ উপন্যাস বোৰ পহো পঢ়ি কানি ব মন যায় জানা তুমি কোৱা কথা। বোৰ চুই গৈছে বুকুত আমনি নালাগে পঢ়ি
@jintigogoi9777
@jintigogoi9777 5 ай бұрын
কিছুমান মানুহ ক'ব নোৱাৰাকৈয়ে হৃদয়ৰ একোণত বিশেষ হৈ ৰৈ যায়... ❤🤍
@samirulislam1481
@samirulislam1481 5 ай бұрын
সঁচাই দে 😌
@Sonrisa4311
@Sonrisa4311 5 ай бұрын
True
@sauravdeb537
@sauravdeb537 5 ай бұрын
নিৰিবিলি মোৰ বাবে প্ৰথম আৰু জীৱনৰ এটি লগৰী হৈ থাকিল।।। বহুত লিখিব মন আছে কিন্তু কৌশিক দাক personally kotha patilu❣️❣️❣️❣️ এবাৰ হলেও জীৱনত নীৰিবিলি সকলোৱে পঢ়িব ।।। ❣️❣️
@haripriyaboruah8797
@haripriyaboruah8797 5 ай бұрын
বহুত ভাল লাগিল কৌশিক দা আপোনাক এবাৰ লগ পোৱাৰ আশাৰে ❤
@Sarang289
@Sarang289 5 ай бұрын
উফ্ ...❤ শব্দবোৰ তেওঁৰ ....😍 কেনেকৈ ইমান শব্দৰ চহকী তেওঁ??? আপুনি সদায় কুশলে থাকক কৌশিক দা... বহুত মৰম আপোনালৈ ❤❤❤
@pujabaishya7805
@pujabaishya7805 5 ай бұрын
এখন উপন্যাসে মানুহক ইমান প্ৰভাৱিত কৰিব পাৰে নে!! জীৱনত প্ৰথম বাৰৰ বাবে এখন উপন্যাস পঢ়ি পঢ়ি ৰাতি পুৱাই গৈছে।ৰাতি ১০ বজাৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু এই উপন্যাস খনৰ কাহিনভাগৰ মাজত এনেদৰে সুমাই পৰিলোঁ যে এবাৰ সময় কিমান হল বুলি মোবাইলটো চাই থতমত খাব লগা হৈছে তেতিয়া ৰাতিপুৱা ৫ বাজিছে😮 বুজাব নোৱাৰা এক অনুভূতি❤
@jupuslifestyle
@jupuslifestyle 5 ай бұрын
তেওঁৰ লিখনিয়ে সৰাপাত বোৰতো ৰং সানে ,,,,,,,,,,,, সদায় প্ৰিয় তেওঁ 💝
@Jayantabaruahvlogs
@Jayantabaruahvlogs 5 ай бұрын
হয় ভাল তেঁও
@Aayana_503
@Aayana_503 5 ай бұрын
Niribili novel খনে যেন, জীৱনৰ প্ৰথম প্ৰেম কি, তাক শিকালে ❤
@UpakulParashar
@UpakulParashar 5 ай бұрын
life r one of the toughest time t book khn paisilu....2023r matric time bhl hbo buli bhba paper dukhn out hoisil tension hoi goisil 10dinor gap disil out huwa paper dukhn r exam r loike....xei xomoyote niribili poha imn long novel khn 3dinot khtm korisilu..,one of the most special book for me❤🎉
@rosmirekhadutta4355
@rosmirekhadutta4355 5 ай бұрын
Same moi u exam r majot pohisilu 😅
@Lukumani_905
@Lukumani_905 5 ай бұрын
Now...tumi science r ne arts r student...mne moi u aei bar 12th r
@UpakulParashar
@UpakulParashar 5 ай бұрын
@@Lukumani_905 science
@UpakulParashar
@UpakulParashar 5 ай бұрын
@@Lukumani_905 science
@UpakulParashar
@UpakulParashar 5 ай бұрын
@@Lukumani_905 science r
@susmitadas.9944
@susmitadas.9944 5 ай бұрын
কৌশিক নন্দন বৰুৱাৰ "নিৰিবিলি" পঢ়ি তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পৰিলোঁ। সন্ধ্যা আৰু অনুৰণৰ প্ৰেমে হৃদয় চুই গৈছে, যেন এক জীয়া প্ৰেমৰ কাহিনী। এই উপন্যাসখনত থকা কাল্পনিক চৰিত্ৰবোৰ মোৰ বহুত বেছি প্ৰিয় হৈ পৰিছে। বিশেষকৈ অভিমন্যু আৰু অনুৰণ। শেষত ময়ূৰৰ মৃত্যু হোৱা বাবে বেয়া লাগিল। "নিৰিবিলি" ❤
@Shikhamoni910
@Shikhamoni910 5 ай бұрын
নিৰিবিলি এক নীৰৱ কাহিনী... 🌼সঁচাই বৰ যাদুকৰী উপন্যাস । উপন্যাস পঢ়ি বেয়া পোৱা ছোৱালীজনীক ও ২৪৮৬ খিলা পৃষ্ঠাৰ উপন্যাসখন পঢ়িবলৈ বাধ্য কৰাইছিল। অশেষ ধন্যবাদ মোক এই উপন্যাসখনৰ বিষয়ে কোৱাৰ বাবে । পঢ়িবলৈ আৰম্ভ কৰাৰ পৰা শেষ কৰালৈকে এখন বেলেগ পৃথিৱীত সোমাই পৰিছিলো মই । উপন্যাসখন পঢ়ি থাকোঁতে কেতিয়াবা হাঁহিছিলো কেতিয়াবা কান্দিছিলো কাৰণ তাৰ ভিতৰত সোমাই পৰিছিলো মই । তাৰ এটাএটা শাৰী পঢ়োতে এনে লাগিছিল যেন তাতে আছোঁ মই। তেজপুৰ বিশ্ববিদ্যালয়ৰ কথা সৰুৰে পৰা শুনি আহিছো অৱশ্যে ইমানো ডাঙৰ হোৱা নাই 😅। তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী হোৱাৰ এটা আশা আছিল মোৰ কিন্তু সেই আশা এতিয়া এক লক্ষ্য হৈ পৰিছে। আজিলৈকে বিশ্ববিদ্যালয়খন ওচৰৰ পৰা দেখা নাই যদিও ফটোত অলপ চলপ দেখিছোঁ। উপন্যাসখন পঢ়ি থাকোঁতে সেই অলপেৰে সৈতে নিজৰ কল্পনাৰ চহৰখনত সজাই লৈছিলো কেম্পাছখন.. সেই essentialখন, এমেনিটীখন,লাইব্ৰেৰীটো, সোৱণশিৰি আৰু পাটকাই হোষ্টেল কেইখনৰ পৰা আৰম্ভ কৰি নিৰিবিলি আৰু কাঞ্চনজংঘাৰ পুলটোও আৰু যে কত কি ...। এইবোৰৰ লগতে যেন সাজি লৈছিল বিশেষ ৪খন মুখ..। যিকেইখন মুখ আজিলৈকে মই দেখা নাই আৰু কেতিয়াও নেদেখোঁ কিয়নো তেওঁলোক মোৰ কল্পনাৰ চহৰৰ বাসিন্দা...। সেই মুখ কেইখন বেলেগ কাৰো নহয় ..🙂 উপন্যাসখনৰ মোৰ আটাইতকৈ প্ৰিয় ব্যক্তি কেইজনৰ । সন্ধ্যা ৰাগিনী বৰুৱা, অভিমন্যু শৰ্মা, অনুৰণ হাজৰিকা আৰু ময়ূৰ কৃষ্ণ বৰুৱা। কাহিনীটো পঢ়ি যোৱাৰ লগে লগে দেখিও গৈছিলো সকলোবোৰ..🍀🍀 শেষত অশেষ ধন্যবাদ কৌশিক দাদা লৈ ইমান ধুনীয়া উপন্যাস এখন আমাক দিয়াৰ বাবে 🙏 (সৰাফুল পঢ়িলো বহুত ভাল লাগিল ☺️ ৰাধা পঢ়িছোঁ ভাল লাগিছে ☺️🙏
@Jahanabisvlog
@Jahanabisvlog 5 ай бұрын
মোৰো একেই হৈছে!! কিতাপ খন পঢ়ি এনেকুৱা লাগিছে যে সঁচাকৈয়ে মইও যে তাতে আছোঁ!! প্ৰথম বাৰৰ বাবে উপন্যাস খন পঢ়িছিলোঁ এনেকুৱাকৈ সোমাই পৰিছো যেন আমনি নালাগে পঢ়ি আৰু পঢ়িম এটা খণ্ড শেষ হোৱাৰ পাছত তাৰ পাছৰ খণ্ডটিট কি কি আছে কি হবগৈ সেইবোৰ যে আকৌ পঢ়িম.. জানিবলৈ মন গৈ থাকে!!তেনেকুৱা লাগে!! নিৰিবিলিৰ পৰা TU ৰ বিষয়ে জানিব পাৰিলোঁ !!TU খন এতিয়া এনেকুৱা লাগে যেন মইও তাত পঢ়িম !! আৰু সেই যে বিশেষ চৰিত্ৰ কেইটা মনলৈ সদায় ভাহি আহে!! কেতিয়াবা সপোনত দেখো সেইবোৰ!! সঁচাকৈয়ে ভাল লাগিল!! উপন্যাস খন পঢ়াৰ পাছত আৰু বেলেগ এখন উপন্যাস যে পঢ়িম তেনেকুৱা লাগে!! তেঁওৰ কিতাপ কেইখনৰ পৰা মই বহুত কথা শিকিব পাৰিছো আৰু জানিব পাৰিছো!! অশেষ ধন্যবাদ কৌশিক দা ❤️🥺!! আশা কৰো সদায় এনেকুৱা ধুনীয়া ধুনীয়া উপহাৰ আমালৈ আগবঢ়াব!!
@Shikhamoni910
@Shikhamoni910 5 ай бұрын
​@@Jahanabisvlog Hosai niribili amar babe ata emotion hoi ❤️
@dipuborah1315
@dipuborah1315 5 ай бұрын
All the very best bhonti.. Bhl dre pohiba log pam, ,, I'll be your senior 🥰 aru ata kotha monot raxiba emn besi expectations bandhi noloba mont niribilik loi because TU not doubt bht xundor thai hoi kintu ata thai special xei apun manuh xinie he bonabo tar natural beauty a nohoi.. I hope you'll understand baki best of luck🤞
@Jahanabisvlog
@Jahanabisvlog 5 ай бұрын
@@dipuborah1315 tq 😌 ❤️
@Shikhamoni910
@Shikhamoni910 4 ай бұрын
​@@dipuborah1315thank you 💝
@pronamikasaikia9254
@pronamikasaikia9254 5 ай бұрын
ভি‌ডিঅ'টো শেষ হৈ যোৱাটোৱেই ভি‌ডিঅ'টোৰ আটাইতকৈ বেয়া লগা কথা হৈ পৰিল। কৌশিক নন্দন বৰুৱা দাদাৰ কথাই, তেখেতৰ হাঁহিয়ে নিজক,কিতাপক,প্ৰকৃতিক, জগতৰ স্ৰষ্টা আৰু চাৰিওকাষৰ প্রত্যকজনক নতুনকৈ ভাল পাবলৈ শিকাইছে। অশেষ ধন্যবাদ আপোনালৈ...🌸
@GARGISARMAH
@GARGISARMAH 5 ай бұрын
সঁচাকৈয়ে ❤
@priyankabaruah1481
@priyankabaruah1481 5 ай бұрын
বৰ ভাল লাগে মানুহজন সহজ সৰল । সদায় প্ৰিয় হৈ থাকিব নিৰিবিলি ❤❤❤।
@nikitakalita6213
@nikitakalita6213 5 ай бұрын
নিৰিবিলি তাৰ পিছত সৰাফুল দুয়োখনৰ এটা এটা শব্দই হৃয়স্পৰ্শী, যাদু আছে আপোনাৰ লিখনিত ❤
@samirulislam1481
@samirulislam1481 5 ай бұрын
আজি podcast মোৰ এনে লাগিছে উপন্যাস এখন পঢ়ি আছোঁ নানান ধৰণৰ অভিজ্ঞ নানান কথা.....❤😌, আৰু আমাক পঢ়ি শুনাই আছে, #কৌশিক নন্দন দা❤
@NobitaHazarika
@NobitaHazarika 5 ай бұрын
প্রেম মানেই সাগৰ সাগৰ মানেই প্রেম। জীবন মানেই প্রকৃতি। সাগৰৰ গভীৰতা অনুভৱ নকৰাজনে হৃদয়ৰ গভীৰতা অনুভৱ কৰিবনে? আকাশ নোচোৱাজনৰ থাকিবানে হৃদয়ৰ বিশালতা, জীৱনৰ ৰং। পাহাৰ বগাবলৈ মন নোযোৱাজনৰ জীৱনৰ উচ্চাকাংক্ষা থাকেনে? ভৰা লুইতৰ হাত নাৱত বৰদৈচিলা লগ পোৱাজনে জীৱনৰ আন বিঘিনিলৈ ভয় কৰিবনে। ব'হাগৰ প্রথম বৰষুণজাকত তিতিবলৈ যিজন জীবনত এবাৰো চপলিয়াই যোৱা নাই, তেওঁ যৌবন চিনি পায়নে
@junmonilahon3049
@junmonilahon3049 5 ай бұрын
সৰাফুলেৰে সুবাস বিলোৱা মানুহজন❤তেওঁ সদায় বিশেষ..... সদায় সুখী হৈ থাকক তেওঁ
@hirakdeka5809
@hirakdeka5809 5 ай бұрын
এনেদৰে ভাল মানুহক আনিলে অনুষ্ঠান নিশ্চয় চাম ।দাদাক মাতি অনাৰ বাবে অশেষ ধন্যবাদ ।সুন্দৰকৈ উপভোগ কৰিলো অনুষ্ঠানটি।বহু ভাল কথা শিকিলো ।দাদাৰ কিতাপ পঢ়া নাই ।ভাল লিখে বুলি শুনিছো ।কিতাপ কিনি আনি পঢ়িম মোৰ এটা সৰুকৈ পুথিভঁৰাল আছে ।❤❤❤❤
@EkhaSonowal-bk6sk
@EkhaSonowal-bk6sk 5 ай бұрын
কেনেকৈ নাজানো এই মানুহজনৰ কথাবোৰ শুনিলে ক'ব নোৱাৰাকৈয়ে গহীন হৈ পৰো। আপুনি আৰু আপোনাৰ কথাবোৰ সদায় বিশেষ কৌশিক দা❤️ বাকী অৱয়ব দালৈ অশেষ ধন্যবাদ। এনেকুৱা ধৰণৰ podcast আগলৈও চাবলৈ পাম বুলি আশা থাকিল।
@Moonsoul-u1i
@Moonsoul-u1i 4 ай бұрын
কথা নাই দাদা আমি আছোঁ নহয়। আমি nischoi অসমীয়া কিতাপ সমূহ আগুৱাই নিবলৈ চেষ্টা কৰিম । কিতাপ প্ৰেমী ছোৱালী যে মই খুব ভাল পাওঁ কিতাপ পঢ়ি। বয়স ১৬ বছৰ যদিও কিতাপে বহু অভিজ্ঞতা দিছে ।মানুহ চিনিবলৈ শিকাইছে গতিকে অসমীয়া কিতাপ সমূহ আৰু লিখক সমূহ কেতিয়াও নোহোৱা হবলৈ নিদিওঁ❤
@rishmitapurpleuuu6521
@rishmitapurpleuuu6521 2 ай бұрын
Yess yess 👍🏻
@eniarakhatun4996
@eniarakhatun4996 5 ай бұрын
কথাবোৰ মনৰ ইমান ধুনীয়াকৈ মিলি যায়😊কেতিয়াবা ভাৱো বৰ বেছি সংবেদনশীল হোৱাটোও ভুল নেকি🤔আনৰ লগত ইমানেই মিলি যাও যে বহু সময়ত কান্দিব লগা হয়😢অনুভৱ হয় বেছি ভালপোৱাটোও ভুল নেকি😢
@jitumoniborah2040
@jitumoniborah2040 3 ай бұрын
প্ৰিয় লেখক ,লগতে জীৱনৰ আদৰ্শ ব্যক্তিজনৰ কথাখিনিয়ে মন চুই গ'ল ।❤
@lakhimaihazarika7164
@lakhimaihazarika7164 5 ай бұрын
কৌশিক দা মোৰ সদায় প্ৰিয় 💞নিৰিবিলি উপন্যাস খনৰ লগতে তেওঁৰ প্ৰতিটো লেখনিয়ে ,প্ৰতিটো শব্দয়ে হৃদয় চুই যোৱা ।🥺💗
@pratyakha9513
@pratyakha9513 5 ай бұрын
This is the best episode of Aboyob bhuyan. Rather than inviting some popular people,invite some people like Kaushik nanda. Everything word is heart touching 😭♥️
@prayashihazarika5819
@prayashihazarika5819 5 ай бұрын
অনুৰাধা শৰ্মা পূজাৰীৰ পিছতেই কৌশিক নন্দন বৰুৱা মোৰ প্ৰিয় হৈ পৰিছে ❤
@montubora922
@montubora922 4 ай бұрын
আপোনাৰ মুখৰ ভাষ্য য়ে মন মোহি পেলাই দাদা!!আপুনি সদায় বিশেষ😫🌸
@xyzK-PoPgirl19885
@xyzK-PoPgirl19885 5 ай бұрын
তোমাৰ নামটো শুনি ৰৈ যোৱা উশাহ টোৰ নামেই ভালপোৱা______❤‍🩹 এই যে তোমাৰ পদুলিৰ শেৱালি জুপিয়ে,, শৰৎ আনে ___তাৰবাবে মোৰ প্ৰিয় নহয় __প্ৰিয় কাৰন তোমাৰ দুহাতৰ পৰশ আছে!!!! ভাললগাবোৰ বুজাবলৈ সাহ কন নাই__ এদিন নতুন পুৱা হৱ!! অনুৰাগ বোৰ সাৰ পাৱ______✨
@barasha31
@barasha31 5 ай бұрын
বৰ্তমান সমাজত মানুহৰ মনৰ অনুভৱৰ অস্থিৰ টোপোলাটো মুক্ত কৰি স্ব-অনুৰাগীলৈ পৰিবৰ্তিত কৰিবলৈ আপোনাৰ লিখনিৰ প্ৰয়োজন।
@DrishtyKalita-ic1bl
@DrishtyKalita-ic1bl 5 ай бұрын
আপোনাৰ লিখনি বোৰ পঢ়াৰ পিছত মইও কৃষ্ণৰ প্ৰেমত বৰকৈ পৰিলোঁ আৰু আপোনাৰ লিখনি বোৰ মোৰ বৰ প্ৰিয়❤❤❤
@kankanakankana
@kankanakankana 5 ай бұрын
বহুত প্ৰিয় এই মানুহজন বাকী ভালেই থাকক ভালেই ৰাখক আপুনিও ভালেই থাকক অবয়ব দা💌♥️
@pallabikalita7752
@pallabikalita7752 5 ай бұрын
জীৱনটো বৰ সহজ হৈ পৰে তোমাৰ কথাবোৰ শুনিলে😊❤ আগবাঢ়ি যোৱা সদায় ভালে থাকা ❤🌺🫂
@gaworsuwali4798
@gaworsuwali4798 5 ай бұрын
AboyoB দাদা শান্ত হৈ গলা😊 কৌশিক দাদা শিৱসাগৰৰ পৰা মৰম❤
@barsharajkhowa1235
@barsharajkhowa1235 5 ай бұрын
মোৰ মনৰ কথা আজি কৌশিক দাৰ মুখেৰে ব্যক্ত হল, মই সুখী কাৰণ কোনোবা খিনিত মই ৰৈ গৈছিলো আৰু কব পৰা নাছিলোঁ। ভালে থাকক কৌশিক দা, ভালে থাকক অবয়ব দা, ভালে থাকক সকলো। লগতে ধন্যবাদ থাকিল অবয়ৱ দা লৈ ইমান ধুনীয়া ধুনীয়া প্ৰশ্ন উপস্থাপন কৰাৰ বাবে।❤️
@sabnamyesmin7864
@sabnamyesmin7864 5 ай бұрын
কথা কোৱাৰ শৈলী যেতিয়া ইমান সুন্দৰ, উপন্যাস জনো জনপ্ৰিয় নহ'ব!!! গৌৰৱান্বিত, একেখন বিশ্ববিদ্যালয়ৰ একেটা বিভাগৰ কনিষ্ঠ হিচাপে।
@AbinashBaishya-d5c
@AbinashBaishya-d5c 5 ай бұрын
নিজৰ স্বাৰ্থ পূৰণৰ বাবে ঈশ্বৰক নিবিচাৰি নিজৰ জীৱনৰ প্ৰতিটো খণ্ড ঈশ্বৰক নিজৰ প্ৰিয় বন্ধু বুলি ভাবি কোৱা প্ৰতিজন ব্যক্তিয়েই যেন বিশেষ। তাৰ এক উদাহৰণ কৌশিক দা যাৰ কাৰণে ঈশ্বৰেও তেওঁক আমাৰ মাজত বিশেষভাৱে দাঙি ধৰিলে ।
@aniedutta5516
@aniedutta5516 2 ай бұрын
অতি সুন্দৰ এখন গ্ৰন্থ। মোৰ বয়সৰ , মানে ৬৪+ৰ এগৰাকী মাতৃক মোহিত কৰিব পৰা গ্ৰন্থ খনৰ লেখক কৌশিক নন্দনলৈ হিয়া ভৰা আশীর্বাদ থাকিল। হেপাহৰ জোখাৰে আগবাঢ়ি যোৱা। অদৃশ্য জন তোমাৰ সহায় হওক ❤
@manusasdiary311
@manusasdiary311 5 ай бұрын
তেওঁৰ লিখনিত সৰাপাতো কুঁহিপাত হৈ জিলিকি উঠে 🥺 ভাষা, শব্দ নাই তেওঁৰ গুণ গাবলৈ প্ৰিয় জন সদায় প্ৰিয় 🥀
@dipshikhamahanta8027
@dipshikhamahanta8027 2 ай бұрын
অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ পাছত দ্বিতীয় জন প্ৰিয় লেখক কৌশিক নন্দন বৰুৱা ❤❤❤❤ "নিৰিবিলি" এতিয়াও প্ৰিয় আৰু ভৱিষ্যতেও হৈ থাকিব❤❤
@manabiray6251
@manabiray6251 5 ай бұрын
Kaushik daa আপনাৰ প্ৰতিটো কথাই হৃদয় চুই যায়,,,, ক'ৰবাত যেন সঁচাকৈ বুকুৰ আকুলতাখিনি বুজাই থই যায় ,,,,🍃❤
@prakashbaruah3607
@prakashbaruah3607 15 күн бұрын
কিতাপখন পঢ়ি আছো।।প্ৰতিটো পৃষ্ঠাতেই তেজপুৰ বিশ্ববিদ্যালয়খনৰ প্ৰেমত পৰিছো।।প্ৰতিটো চৰিত্ৰতেই নিজকেই বিচাৰি পোৱা যেন লাগে।।অসীমত যাৰ হেঁৰাল সীমাৰ পিছত অন্য এখন প্ৰিয় কিতাপ মোৰ❤
@janmoni-moni604
@janmoni-moni604 5 ай бұрын
অশেষ ধন্যবাদ অভয়ব দা কৌশিক দা ক মতাৰ বাবে বিশেষ তেওঁ বিশেষ তেওঁৰ লিখনি বোৰ❤❤
@PranjalBorah-u2r
@PranjalBorah-u2r 2 ай бұрын
Tejpur university campus r kotha dada ye bohut dhuniya koi koise , moi2 pura excited hoi asu saboloi
@piku__492
@piku__492 5 ай бұрын
প্ৰথমবাৰ অনুভৱ হৈছিল উপন্যাস মানুহৰ জীৱনৰ সংগী ও হব পাৰে, প্ৰিয় বন্ধু হব পাৰে ,'নিৰিবিলি'ৰ মুক্তিয়ে মোৰ উপন্যাস জগতলৈ মৰম, শ্ৰদ্ধা বঢ়ালে❤
@geetali5256
@geetali5256 5 ай бұрын
বহুত বহুত ধন্যবাদ কৌশিকক আমাৰ আগত অনাৰ বাবে।কৌশিকে নিৰিবিলিক লৈ চিনেমা নকৰাৰ কথা ভাবিছে ভাল পাইছো কাৰণ বৰ্তমান প্ৰজন্মৰ নিৰিবিলি কাৰণেই কিতাপ পঢ়াৰ হাবিয়াস জাগিছে বুলি মোৰ বিশ্বাস । ভগৱানক প্ৰৰ্থনা জনাইছো কৌশিক সুস্থ হৈ থাকক আমাক আৰু বহুত দিয়ক ।
@readyvlog7188
@readyvlog7188 5 ай бұрын
Have never watched aboyob's podcast before but if it comes to kaushik i have to give it a watch. I just love kaushik and i am just a niribili lover who is waiting for radha❤
@PriyankaDas-cu3em
@PriyankaDas-cu3em 5 ай бұрын
সদায় সেই বিশেষ মানুহজনৰ অভাৱে দিনটোৰ শেষত এই নিসংগতাই আৱৰে। অশ্ৰুসিক্ত হৈ পৰিছে কথাকেইটা শুনি💕প্ৰায় মানুহৰ লগতে প্ৰকাশ কৰিব নোৱাৰা এটি দুখৰ কাহিনী লুকাই থাকে।
@jintikalita3386
@jintikalita3386 5 ай бұрын
যাৰ লিখনি পঢ়িলে এৰিবলৈ মন নাযায়.... সেই প্ৰিয় ব্যত্তিগৰাকীৰ মৰমসনা কথাবোৰ শুনি ভাল লাগিল.... তেওঁ আগুৱাই যাওক আৰু আমাৰ মাজত নতুন নতুন লিখনিবোৰ উপহাৰ কৰক ❤🎉
@pinkujitdas3000
@pinkujitdas3000 5 ай бұрын
একেবাৰে নতুন প্ৰজন্মই পাঠ্যক্ৰমৰ কিতাপৰ বাহিৰে অন্য কিতাপৰ ৰসাস্বাদন কৰিবলৈ এৰা বুলি যি কথা ওলাবলৈ ধৰিছিল, সেই কথাক নিৰিবিলি আৰু সৰাফুলে তল পেলাই দিলে। এয়া আচৰিত হ'ব পৰাকৈ এক ইতিবাচক কথা। যিহেতু মই গ্ৰন্থ বিপণীৰ লগত জড়িত,সেইহেতু মোৰ এয়া ক্ষেত্ৰ-অভিজ্ঞতা। বৰ ভাল লাগিল কথাবোৰ। কৌশিকৰ লগতে আটাইলৈ অভিনন্দন জনালোঁ❤
@Manoranjan_12340
@Manoranjan_12340 5 ай бұрын
নাজানো কি বুলি ধন্যবাদ দিম কৌশিক নন্দন বৰুৱা দাদাক, উপন্যাসৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নিৰিবিলিয়ে যথেষ্ট। বৰ্তমান সময়ত নতুন প্ৰজন্মক কিতাপৰ প্ৰতি আকৰ্ষন কৰিবলৈ তুমি অনন্য, আগুৱাই যোৱা তুমি। নতুন সৃষ্টিৰে বিৰাজমান হোৱা। ❤❤❤
@hazarikabhitali25
@hazarikabhitali25 5 ай бұрын
❤❤
@NayanRoy-gb5pz
@NayanRoy-gb5pz 5 ай бұрын
One of the favourite book 'নিৰিবিলি'
@techbhargab4809
@techbhargab4809 5 ай бұрын
This the fst podcast of yours যিটো মই অলপো skip নকৰাকৈ চাইছো। Best podcast ever from ur channel. সচাঁকৈয়ে মানুহজন বাস্তৱটো একেই ❤ যদি সম্ভৱ হয় তেন্তে next episode টো Tezpur University r students বোৰৰ লগত লওক। নাইবা আপুনি বেলেগ কলেজবোৰলৈ গৈও তাৰ students বিলাকৰ লগত podcast কৰক । হয়তো তেতিয়া youth views বাঢিৱ আৰু বেছি। I don't have much idea about this topic but I'm only sharing my POV Aboyob da...i hope u understand ❤ বহুত বেছি মৰম নলবাৰীৰ পৰা, আশা কৰো ভৱিষ্যতে নলবাৰীতো আপোনাৰ podcast চাব পাম।
@aboyobbhuyan
@aboyobbhuyan 5 ай бұрын
Bhal lagil.. sesta korim❤️
@PreronaBora-hn3pf
@PreronaBora-hn3pf 5 ай бұрын
"উপন্যাস বাৰু জীৱনৰ পৰা হয়, কিন্তু জীৱন মানেটো উপন্যাস নহয়" সঁচাকৈ podcast টোৱে কিবা চুই গ'ল।‌ কৌশিক নন্দন বৰুৱা - যাৰ অৱয়ব চিনি পোৱাৰ আগতেই তেওঁৰ প্ৰেমত পৰিছিলো সেইজনৰ প্ৰেমৰ ধাৰণা, বিশালতা বোৰ আজি গম পালো। গম পালো যে তেওঁ সকলোকে সন্ধ্যাৰণ হ'বলৈ কোৱা নাই, কৈছে নিজৰ Best Version টো নিজৰ চৌপাশৰ মানুহখিনিক উপহাৰ দিব । Balance কৰাৰ যি ধাৰণা, সেয়া মনলৈ নহা নহয় জানে; কিন্তু কিছুমান মানুহৰ চিন্তাই , কামে হতাশ কৰে। দুখ লাগে যেতিয়া কাকো কাষত নাপাই গছবোৰক ক'ব লগা হয় মনৰ কথাবোৰ , নামঘৰত সোমাই কান্দো । কিন্তু এতিয়া গম পাইছো, ইমানো বেয়া নহয় আমাৰ দৰে মানুহবোৰ , সকলো হেৰুৱাই কাৰোবাক কিবা এটা দিব খোজাটো, জনাটো জানো সকলোৰে বাবে সহজ কথা! নহয় ,মুঠেও নহয় । নিৰিবিলিয়ে কৌশিক দাদাৰ প্ৰেমত পেলাইছিল, আৰু এতিয়া তেওঁৰ প্ৰেমেই ৰাধা ৰ প্ৰতি অপেক্ষা কৰাইছে। আধৰুৱা হৈও সম্পূৰ্ণ হ'বলৈ শিকা, শিকোৱা কৌশিক নন্দন দাদালৈ অলেখ মৰম , ভালে থাকক আপুনি, আপোনাৰ চৌপাশৰ মানুহবোৰ , আৰু ভালে ৰাখক আমাকো, আপোনাৰ অনুভৱ বোৰেৰে, প্ৰেৰণা বোৰেৰে ...
@borbilbaligaontelahi3356
@borbilbaligaontelahi3356 5 ай бұрын
কৌশিক নন্দন বৰুৱা দাদা সদায় প্ৰিয় তেওঁ সদায় ভালে থাকক তাৰেই কামনা কৰিলো ❤️❤️.........পিছৰ podcast ইন্দানী শৰ্মা বাইদেউৰ হব লাগে ❤️❤️
@kukimahanta6824
@kukimahanta6824 5 ай бұрын
Moiu kobo loislu.... Indani baak lge
@borbilbaligaontelahi3356
@borbilbaligaontelahi3356 3 ай бұрын
Oooo
@kulesargogoi9104
@kulesargogoi9104 5 ай бұрын
Niribili এক বুজাব নোৱাৰা অনুভূতি। উপন্যাস খন পঢ়ি কেতিয়াও নেদেখা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পৰিছিলো । মানুহৰ বুজাব পৰা কৌশিক দা এজন বৰ্তমান সময়ত খুবেই প্ৰয়োজন ..........মানুহে ভাঙি থৈ যোৱা মানুহ এজনক পুনৰ জীয়াই তুলিবলৈ কৌশিক দাৰ খুবেই প্ৰয়োজন। বহুত বহুত ধন্যবাদ কৌশিক দা । আগুৱাই যোৱা .......
@anuradhadas9252
@anuradhadas9252 5 ай бұрын
Next please invite Anuradha Sharma pujari and Dr rubul maut .
@PinkiDeka-o3u
@PinkiDeka-o3u 5 ай бұрын
Yes Dr rubul maut
@piuu954
@piuu954 5 ай бұрын
মানু্হ জন সচাইকৈ বৰ সহজ সৰল কথাবোৰ শুনি থাকিব a মন যাই.❤️💌
@nilakhihazarika1250
@nilakhihazarika1250 5 ай бұрын
আন্তৰিক ধন্যবাদ কৌশিক । তোমাৰ কথাই অন্তৰ চুই গ'ল।
@munukhanikarvlog1072
@munukhanikarvlog1072 5 ай бұрын
আপোনাৰ কথাবোৰ শুনিলে শুনি থাকিবই মন যাই ❤দাদা মই 'নিৰিবিলি ' তিনি বাৰ মান পঢ়িলো । সঁচাকৈ বহুত ভাল লাগিলে যিমান বাৰ পঢ়িলেও আমনি নালাগে 💫🥀💫
@hazarikabhitali25
@hazarikabhitali25 5 ай бұрын
নাজানো কিয়বা তেওঁৰ প্ৰতিটো কথাৰ পিছতে এটি হাঁহি মিছিকাই উঠিছে মুখ খনত 💕 সেই যে উপন্যাস খন ৰাতি 4তা বজালৈ থকা দিন কেইটি❣️❣️❣️❣️❣️
@LovelyBoy143-F8
@LovelyBoy143-F8 5 ай бұрын
হেৰাই যাব খোজা পৃথিৱীখনত কিছু সময়ৰ বাবে থমকি ৰবলৈ প্ৰেৰনা যোগোৱা কৌশিক নন্দন বৰুৱা মোৰ বাবে সদায়েই প্ৰিয় ❤
@tanmanasubhasini5949
@tanmanasubhasini5949 5 ай бұрын
Having watched countless podcasts, I must admit, this one stands out as one of the best. I mean the "best".💎 His personality shines through his words and voice! Xobdor Jadukor!! I'll be honest; although he's a renowned writer from Assam, I've never delved into his novels, thinking they were overly hyped. Yet, after this episode, I'm convinced I need to dive into his literary works.I've actually perused a few of his Facebook posts, and I must say, they were truly impressive.. can't wait to read his exceptional literary works! Thankyou Aboyob da! Bhale thakok.. ক'ৰবাত যেন নিজক আজি বিচাৰি পালোঁ!
@Mamonidevi84
@Mamonidevi84 5 ай бұрын
বহুত অপেক্ষাৰ অন্তত প্ৰিয় লেখক গৰাকী তেখেতৰ লেখনি সদায় বিশেষ 💝 । বহুত ভাল লাগিল podcast টো চাই ( 38.32 ) তেখেতে কোৱা সোৱণশিৰিৰ prefect গৰাকী বৰ্তমান মই পঢ়ি থকা মহাবিদ্যালয়খনৰ এগৰাকী asst. Prof. । এতিয়া part 2 ৰ অপেক্ষাত ৰৈ থাকিম ❤
@kankanaborgohain1116
@kankanaborgohain1116 5 ай бұрын
কৌশিক দা সদায় বিশেষ❤নিৰিবিলিয়ে উপন্যাসক ভাল পাবলৈ শিকালে ,উপন্যাস পঢ়িবলৈ শিকালে✨এতিয়া লৈকে কেইবাৰ পঢ়িলো হিচাপ নাই...বাৰে বাৰে পঢ়ি প্ৰেমত পৰো ❤মাজতে কেতিয়াবা নিৰিবিলিয়ে কন্দুয়াই🥺 কেতিয়াবা হাঁহি উঠুয়াই❤️অনুৰণ,সন্ধ্যা,অভি,ময়ূৰ সদায় প্ৰিয় হৈ থাকিব✨❤️
@nijaradas8206
@nijaradas8206 Ай бұрын
নিৰিবিলি পঢ়িলোঁ,, ভাল লাগিল❤❤❤,, আগলৈ ভাল ভাল লিখনি পাম বুলি আশা থাকিল, কৌশিক দা❤,ভালে থাকক,, সুস্থ থাকক,,❤ ৰাধা সোনকালে কিতাপ আকাৰ ত লাগে,,❤
@rupjyotinath5949
@rupjyotinath5949 5 ай бұрын
উপন্যাস পঢ়া মানুহে চৰিত্ৰত জীয়াব পাৰে... যিকোনো চৰিত্ৰতে জীয়াব পাৰে... কিন্তু যেতিয়া সেই একেই চৰিত্ৰ নিজৰ লগত ঘটে... তেতিয়া তেনে নিজৰ লিখা বা পঢ়া উপন্যাসৰ প্ৰতিটো শব্দও যেন অভিশাপ যেন লাগে
@brikromneog5409
@brikromneog5409 4 ай бұрын
প্ৰিয় মানুহজন সদায় ভালে থাকক❤
@sukanyasaikia2503
@sukanyasaikia2503 5 ай бұрын
সদায় প্ৰিয় তেওঁ।প্ৰতিটো শব্দই মনটোক চুই যায়।❤
@gudgudeebordoloi5814
@gudgudeebordoloi5814 29 күн бұрын
1:19:00 minutes skip নকৰাকৈ ইমান ধুনীয়া এটা podcast আজি 1st time চালো ❤❤❤ সঁচাকৈয়ে বৰ ভাল লাগিল চাই ❤❤❤।
@leadincode5614
@leadincode5614 5 ай бұрын
Bastob jibont xandhya r dore swali agoraki bisari thokatu ba opekhyat thokatu hoitu murei bhul , janu moi j tenedhrnr swali kalpana r prithibit he xombhob thokatu bastob t tenedhrnr swali nai , tothapiu moi ankei thkm xondhyar axat karon mur ai prem t na karubak heruar bhoi na prem ubhotai pwar habiakh . Kotha xini apunak kolu koushik daa . Pse thank you aboyob da bhal lgl ajir episode tu aru axa thakil tmi "arnob , astha aru jec " "aabir" r lekhika indranee sharma baak u adin tmr show loi matiba , thank you 😊
@inmyhotgirlera4ever
@inmyhotgirlera4ever 5 ай бұрын
Handhya nisina logor paboleu luck bhal hbo lagbo
@sanghamitra9922
@sanghamitra9922 5 ай бұрын
Pdf পঢ়িছিলোঁ ,,,,,❤ সদায় চকুৰ আগত ভাহি থাকে,,, সেই TU r দেশখন❤আপুনি প্ৰিয় সদাই প্ৰিয় হৈ থাকিব❤❤
@bikashsarmah3233
@bikashsarmah3233 4 ай бұрын
Pdf 2 dibo pribo nki
@sanghamitra9922
@sanghamitra9922 4 ай бұрын
@@bikashsarmah3233 Moi matric d ai porhisilo 😌
@sanghamitra9922
@sanghamitra9922 4 ай бұрын
@@bikashsarmah3233 Moi matric r pst ai porhisilo 😌
@Luna_koch
@Luna_koch 5 ай бұрын
মনটো ক'ব নোৱাৰাকে ভাল লাগি গৈছে ভিডিঅটো দেখি, এদিন comnt কৰিছিলোঁ কৌশিক দাক মাতিব বুলি আৰু সঁচাকৈ অশেষ ধ্যবাদ কৌশিক দাক মতাৰ বাবে। লগতে কৌশিক দাকও বহুত বহুত ধন্যবাদ ❤️
@RabinaBegum-u7g
@RabinaBegum-u7g 4 ай бұрын
Moi yesterday Niribili khon pohi khekh korilu. Tetiyar porai najanu kiyo ata bedonai jen muk aguri dhorise. Xosai uponyax khon pohi hahilu kandilu . Anekua ata story ajir generation r karone xosakoie bohut proyojon. Apunak bohut bohut xuvhessa kaushik da❤
@tanmanasubhasini5949
@tanmanasubhasini5949 5 ай бұрын
তেওঁৰ কথা কোৱা শৈলী,,Ufffff!!🤍
@pritysaha9875
@pritysaha9875 3 ай бұрын
কৌশিক নন্দন দাৰ লিখনি সদায় প্ৰিয় 😌❣️
@jintidas9921
@jintidas9921 5 ай бұрын
প্ৰিয় মানুহজন আৰু আপোনাৰ লিখনি সদায় প্ৰিয়❤❤ভালে থাকক আপুনি সদায়।😊
@priyankanath1347
@priyankanath1347 11 күн бұрын
নিৰিবিলি কিমান বাৰ পঢ়িছোঁ হিছাপ নাই ❤সন্ধ্যাৰণ সদায় প্ৰিয় 😢❤
@PriyashriSaikia
@PriyashriSaikia 5 ай бұрын
আজিলৈকে পঢ়া Novel বোৰৰ ভিতৰত নিৰিবিলী খন এক আৱেগ হিচাপে ৰৈ গৈছে । কাঞ্চন নগৰী তেজপুৰ University , সন্ধ্যা,অনুৰণ ,ময়ূৰ 😌💜💜
@papideka-up6df
@papideka-up6df 5 ай бұрын
সঁচাকৈয়ে নিৰিবিলি খনৰ লগত এক বেলেগ অনুভূতি জড়িত হৈ ৰ'ল ।😌😌
@mondirasaikia1723
@mondirasaikia1723 3 ай бұрын
Bohut vl lagil ai podcast tu sai❤
How to whistle ?? 😱😱
00:31
Tibo InShape
Рет қаралды 19 МЛН
Ouch.. 🤕⚽️
00:25
Celine Dept
Рет қаралды 26 МЛН
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 275 #shorts
00:29
UNMARRIED - A Stand Up Comedy Video by Devanshi Shah Ft. Mom
19:11
Devanshi Shah
Рет қаралды 169 М.
How to whistle ?? 😱😱
00:31
Tibo InShape
Рет қаралды 19 МЛН