"আয়ৈ আয়ৈ" কথিত শব্দৰে ৰচিত এটি ধেমেলীয়া বিহুসুৰীয়া গীত । অসমীয়া গ্ৰাম্য সমাজ জীৱনৰ লগত জড়িত কৰি গ্ৰাম্যজনসাধাৰণৰ মুখে মুখে চলি অহা কিছুমান ধেমেলীয়া কথাকে গীতটিত সন্নিৱিষ্ট কৰা হৈছে । গীতটিত ব্যৱহৃত শব্দবোৰ উজনি অসমত প্ৰচলিত একেবাৰে ঘৰুৱা, থলুৱা, কথিত শব্দ। শব্দৰ উচ্চাৰণৰ বেলিকাও একেটা কথাই খাটে। সংগীত ব্যৱস্থাপনাৰ ক্ষেত্ৰত নতুনত্বৰ সোৱাদ দিবলৈ চেষ্টা কৰা হৈছে। অজানিতে হ'ব পৰা ভুলৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। '"Aio Ai o" is a funny Bihu song composed with spoken words. The song is about the part of the life of the rural society of Assam. The words used in the song are very homely, indigenous, spoken words common in upper Assam. The same applies to the pronunciation of words. There is an attempt to give a taste of something new in the field of Assamese music. We apologize for any inadvertent mistakes.
@Popcorngaming0727 ай бұрын
HUNDOR ❤
@pradeepborah32247 ай бұрын
তামাম super hittttt🎉🎉🎉🎉
@jyotishchetia75886 ай бұрын
Eibar bihut apong khai nasibole gaan eta palu..... Thank You...... TEAM Aio Aio......
@AnuragXaikia7 ай бұрын
Banpani 🌊
@apurbajyotimohanofficial25487 ай бұрын
"আয়ৈ আয়ৈ" ক সকলোৱে মৰম দিব বুলি আমি আশাবাদী❤❤❤❤❤🙏🏻
@dibyamohanchutia6147 ай бұрын
Wao...bohut bhal lagil.
@utpalchaliha12127 ай бұрын
সুন্দৰ, আগলৈ ও আৰু সুন্দৰ সুন্দৰ গান শুনা পোৱাৰ হেঁপাহ ৰাখিলোঁ।