AIUDF MLA To Join BJP | AIUDF ৰ কোন কোন বিদ্ৰোহী বিধায়কে যোগ দিব অসম জাতীয় পৰিষদ দলত? N18V

  Рет қаралды 63,473

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

AIUDF MLA To Join BJP | AIUDF ৰ কোন কোন বিদ্ৰোহী বিধায়কে যোগ দিব অসম জাতীয় পৰিষদ দলত? N18V
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#aiudf #AJP #lurinjyotigogoi #badruddinajmal #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 41
@manashhira7222
@manashhira7222 3 ай бұрын
শুনা পাইছো অখিল উদ্দিন আৰু লুৰিণ উদ্দিন এইদুইটা লগত যোগ দিব অজমল বাহিনি😂😂
@Jugalkishorkalita
@Jugalkishorkalita 3 ай бұрын
এইবাৰ AJPতো তলা লাগিব নেকি 😮
@HafizurRahman-vf6sz
@HafizurRahman-vf6sz 2 ай бұрын
কি কৰিব এই দলৰ অস্তিত্ব অসমত নাথাকে।
@pgoswami5378
@pgoswami5378 3 ай бұрын
যাক লৈ অতদিনে ৰাজনীতি তাৰো অন্ত পৰিব।অসম খিলঞ্জীয়াৰে ভৰি পৰিব। কাৰো ক'তো প্ৰশ্ন কৰাৰো ৰাস্তা নাথাকিব।
@pgoswami5378
@pgoswami5378 3 ай бұрын
এআইইউ ডিএফৰ সমৰ্থক সকল হয় অগপ নহয় বিজেপিলৈ যাব। তেতিয়া মহা ৰঙ্গ হব । ৰাজনীতিৰ উক্তিবোৰ নোহোৱা হব।
@sweetchildhood3479
@sweetchildhood3479 3 ай бұрын
Bar bhal hoba. AJP aru AIUDF log holayhay ame Assamese jateto dhore rakheba parim. Lurenuddin Zindabad. AJPt jog deya aru Congressot jog deya akay Karan Lurenuddin aru Akhiluddin Congressoor mal.
@apurbadas4151
@apurbadas4151 Ай бұрын
Ajp বাংলাদেশীৰ সহোঁদৰ বুলি আগতে কৈছিলো!! ৯০ % আহোম সকলক শাষন লাগে, ৰজা হবলৈ লাগে ! দৰকাৰ হ'লে তাহানি মানক অনাৰ দৰে, বাংলাদেশীক নতুন চিনাকি দিবলৈ নতুন অসমীয়াৰ সংজ্ঞা দিব পাৰে!! অখিল গগৈৰ মতেদি সিহঁত হেনো ৰামক নামানে!!! নিজৰ ঘৰৰ মানুৰ চকু কাঢ়ি ৰজা হোৱা, নাক-কান কাটি ৰজা হোৱাৰ নিচিনাকৈ এতিয়া অসমীয়াৰ ডিঙি কাটি তিনি গগৈ ৰজা হোৱাৰ বাবে বাংলাদেশীক সহোঁদৰ বনাই লৈছে!! #কমেণ্টবোৰ চালে গ'ম পাই ৯০% আহোম মানুহে বিজেপিক বেয়া পাই কিয়, ইয়াৰ কাৰণ?? কাৰণ বিজেপিত আহোম মানুহ তেনেকুৱা কোনো শক্তিশালী নেতা নাই যি নেকি হিমন্তৰ পিছত cm ৰ শাৰিত প্ৰথম!! কিন্তু কংগ্ৰেছ জিকিলে গৌৰৱ গগৈ, লুৰিন পাৰ্টি জিকিলে লুৰিন মূখ্যমন্ত্রী, অখিল জিকিলে অখিল মূখ্যমন্ত্রী!! অৰ্থাৎ বিৰোধী পাৰ্টিবোৰৰ মূখ্য মানুহবোৰ আহোম, সেই কাৰনে সিহঁতক চাৰ্পোট কৰাটো বদনৰ চিন্তা -ধাৰা বুলি কব পাৰি!! তৰুণ গগৈৰ দিনত কিমান অসমীয়াৰ মাটি সুৰক্ষিত আছিল, কেইবিঘা মাটি বাংলাদেশীৰ পৰা উদ্ধাৰ কৰিছিল?? বৰঞ্চ অখিলে কাজিৰঙাত বাংলাদেশীক মাটিৰ পট্টৈ দিবলৈ ধৰ্ণা দিছিল!! কি হ'ল অখিলৰ সেই ধৰ্ণা , nhpc নদীবান্ধৰ বিষয়ে এতিয়া কিয় নিমাত?? তেখেত এতিয়া বিধায়ক,, বিধানসভাত কিয় প্ৰশ্ন কৰা দেখা নাই??? নিজৰ মানুহ ৰ'জা হবলৈ উজনি-নামনি ৰাজনীতি, কলিতা-বামুনৰ ৰাজনীতি! কিন্তু ৬০০ বছৰীয়া আহোম শাষন, ১৯৪৭ চনৰ পিচতো ভালে সময় আহোম মূখ্যমন্ত্রী, কিয় উজনিৰ কছাৰী সকল, যেনে-মৰান, মটক, চুটীয়া, মিচিং সকলৰ অৱস্হা তেনে তথৈবছক??? খালি সহজ-সৰল কছাৰী সকলক উজনি-নামনি, কোঁচ, কলিতা, বামুনে ৰজা হৈ আছে বুলি ধাৰণা এটা বনাই আবেগিক কৰি মাঠাত কঠাল ভাঙি খাই থকাৰ বাদে একো কৰা নাই, সিহঁতৰ উন্নতিৰ হকে!!! যি হৈছে বিজেপিৰ দিনত হৈছে, এজন কছাৰী মানুহ মূখ্যমন্ত্রী হৈছে,,
@ABHILASHRay-u1b
@ABHILASHRay-u1b 3 ай бұрын
পিছত তলা চাবিত যোগ দিবো চাই থাক
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 3 ай бұрын
Congress zindabad
@BituHandique-f8u
@BituHandique-f8u 3 ай бұрын
অখিলউদ্দিন 😂মজা😊
@rrahman853
@rrahman853 3 ай бұрын
AIUDF দলৰ ভৰিৰ তলৰ মাটি নাইকীয়া হৈ গৈছে, সেয়ে কত সোমাব তাকে লৈ হাবাথুৰি খাই ফুৰিছে ।
@bishnuprasaddeka8800
@bishnuprasaddeka8800 3 ай бұрын
Fine news
@SupiyanakhatunLaily
@SupiyanakhatunLaily 3 ай бұрын
মামা লাগাম কেবল দুৱাৰ ডলিহে পাইছে কংগ্রেচছ
@nishantakashyap4942
@nishantakashyap4942 3 ай бұрын
লুৰিণৰ দলে গেলিব নেকি
@RezaulKarim-vv6mw
@RezaulKarim-vv6mw 3 ай бұрын
King hobo goi ase 2026 ot 100℅(Aiudf)
@alimahmoud4369
@alimahmoud4369 3 ай бұрын
ZINDABAD,,,,
@ajijulislam9598
@ajijulislam9598 13 күн бұрын
Ami akou anim aiudf
@bishalkalita6648
@bishalkalita6648 3 ай бұрын
ভুৱা বাতৰি
@abdulwahabsikder5986
@abdulwahabsikder5986 3 ай бұрын
AIUDF zindabad
@bhaskaraxom2305
@bhaskaraxom2305 3 ай бұрын
😂😂😂
@IndianJobAcademy
@IndianJobAcademy 3 ай бұрын
Fake news
@chinmoyaxomvlog2151
@chinmoyaxomvlog2151 3 ай бұрын
Fake news ...
@rafianalom
@rafianalom 3 ай бұрын
Jatiyao porishd heh dag lagi jabo
@saliqueahmed7029
@saliqueahmed7029 3 ай бұрын
AJP +BJP
@mhmondal5463
@mhmondal5463 3 ай бұрын
Faltu news
@assamboy..kachari7304
@assamboy..kachari7304 3 ай бұрын
A mjaah aikita dol aketa gutore
@assamlove1255
@assamlove1255 3 ай бұрын
জাতীয় পৰিষদত তলা ওলমিব নেকি
@AbdulHannan-if5mn
@AbdulHannan-if5mn 3 ай бұрын
Faltu
@NajmulIslam-qb7ey
@NajmulIslam-qb7ey 3 ай бұрын
ভেইমান,নিউজ
@KASIMALI-rd9er
@KASIMALI-rd9er 2 ай бұрын
👏👎👏👎
@welcome-bn4fi
@welcome-bn4fi 3 ай бұрын
Kokor hotaw
@islam-thereligionofpeace5850
@islam-thereligionofpeace5850 3 ай бұрын
Fake information
@purnaborah2910
@purnaborah2910 3 ай бұрын
Fake news
إخفاء الطعام سرًا تحت الطاولة للتناول لاحقًا 😏🍽️
00:28
حرف إبداعية للمنزل في 5 دقائق
Рет қаралды 46 МЛН